নাজিৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ কিশোৰী তথা সুললিত কণ্ঠৰ অধিকাৰী নিশিতা গগৈৰ মনত আছে দুৰ্বাহ হেঁপাহ। শেহতীয়াকৈ এইগৰাকী কণ্ঠশিল্পী নিশিতা গগৈয়ে হিন্দীৰ গীতৰ প্ৰশিক্ষণ লৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ ওচৰত।
14 июн 2024