Тёмный

Pijush Hazarikaৰ অভিযোগ- Smart Meter ৰ বিসংগতিৰ সন্দৰ্ভত পৰীক্ষামূলক সমাধান দিওতে পলাল বিৰোধী N18V 

News18 Assam/Northeast
Подписаться 3,4 млн
Просмотров 30 тыс.
50% 1

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 293   
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 2 месяца назад
পদত্যাগ নকৰা পিয়াজৰ কথাৰ কোনো মূল্য নিই ।
@Laskar_king
@Laskar_king 2 месяца назад
😂😂 piyaz hazarika
@boruah8390
@boruah8390 2 месяца назад
তহতি ৰাইজৰ হকে কাম কৰিবলৈ মন্ত্ৰী হৈছিলি নে নিজৰ লাভা লাভৰ বাবে হৈছিলি।।লাজ লগা নাই তহতৰ।।
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 2 месяца назад
কাম নাইকীয়া কথা কৈ লাভ নাই ।অখিল গগৈৰ কথা নহয় ৰাইজে বেয়া পাইছে বচ বন্ধ কৰিব লাগে ।
@damayantitalukdar2801
@damayantitalukdar2801 2 месяца назад
মুৰ মতে আগৰ মিটাৰ থাকিলেই ভাল হ'লে ভাল 🙏
@dharitrichabukdhara7383
@dharitrichabukdhara7383 2 месяца назад
তহঁতৰ অৱস্থা বাংলাদেশৰ দৰে হবলৈ গৈ আছে৷
@ranadowari9260
@ranadowari9260 2 месяца назад
লোকসভাত হাৰিলে ৰাজনৈতিক এৰাজন নহয় নে?
@gaurirabha3236
@gaurirabha3236 2 месяца назад
ভেলু নহোৱা কথা, পদত্যাগ কৰিলে ?
@mindrefresh715
@mindrefresh715 2 месяца назад
Smart meter & old meter একে বিল আহে তেনেহলে smart metr কিয়???
@monjulahon7712
@monjulahon7712 2 месяца назад
কি ফাল্টু কথা বলকি আছে , ৰাষ্টাত ৰাইজে প্ৰতিবাদ কৰিছে স্মাৰ্ট মিটাৰৰ বিপৰীতে , ইয়াতকৈ আৰু বেলেগ প্ৰমাণ লাগে নেকি ।
@DilipChakraborty-j6b
@DilipChakraborty-j6b 2 месяца назад
যদি ইমানেই ভাল স্মাৰ্ট মিটাৰ তেনে হলে গুজৰাট চৰকাৰে কিয় বাতিল কৰিলে যিখন ৰাজ্য আপোনাৰ গুৰুদেৱ ৰ
@RomanMohan-i3w
@RomanMohan-i3w 2 месяца назад
তুমালোকক ৰাইজে জিকাইছে ৰাইজৰ কথা শুনিব লাগিব, ইয়াত দ্বিমত থাকিব নালাগে। স্মাৰ্ট মিটাৰ সপক্ষে ইমান যে ওকালতি কৰিছা মতলব কি ?
@samirjyotibora9245
@samirjyotibora9245 2 месяца назад
চাইডত থকা জনক চোৱা 😅
@ashiqahmed1375
@ashiqahmed1375 2 месяца назад
GULI KHUWAR VOIYOT POLAISIL JAY...... PUBLIC KAY PRACTICAL PROOF PAISAY........ BOTLA SPEECH........
@bhaskarhazarika4429
@bhaskarhazarika4429 2 месяца назад
ভবলা ছাগলী
@nbassam4535
@nbassam4535 2 месяца назад
salo janu aji ba ki hol janu jibah khata jonor 😂😂
@vandyavlogs
@vandyavlogs 2 месяца назад
ছাগলী টো
@SaddamAli-ve2st
@SaddamAli-ve2st 2 месяца назад
কিয় মানিব , অসমৰ সকলো মানুহে কৈ আছে , smart meter ভাল নহয়, কিয় বিশ্বাস নকৰে
@DPffx
@DPffx 2 месяца назад
আমাক Smart Meter নেলাগে, কথা সিমানেই।
@bijuchetia3935
@bijuchetia3935 2 месяца назад
শুদ্ধ অসমীয়াত কথা কওক ৷নহলে মন্ত্ৰীত্ব ত্যাগ কৰক ৷তোমাৰ মখত এইবোৰ কথাই শোভা নাপায় ৷
@Aditygogoi123
@Aditygogoi123 2 месяца назад
আমি ৰাইজ,,,, আমাক স্মাৰ্ট মিটাৰ নেলাগে,,, উঠাই দে,,,ৰাইজ তকৈ ৰজা ডাঙৰ নহয়,,, আমি মানু্হ বোৰ এই স্মাৰ্ট হোৱা নাই,,, তহতৰ নিচিনা ভি আই পি বোৰেই লগাই ল,,
@utpalrajbongshi4523
@utpalrajbongshi4523 2 месяца назад
ৰাইজক smart miter নালাগে ডাঙৰীয়া ।আগৰ মিটাৰ ঘুৰাই দিয়ক।
@krishnagogoi1657
@krishnagogoi1657 2 месяца назад
মই লগাব নিদো ইচমাৰট মিটাৰ | ৰাইজে অভিযোগ দিয়া বোৰ মিছা নেকি? ৰাইজ পগলা নহয় মিছাকৈ অভিযোগ দিবলৈ |
@Rashmiofficial-i6e
@Rashmiofficial-i6e 2 месяца назад
Aku problem nohole public ane siori ase neki.aku nai ghare ghare sakori dile hokolue smart meter bill dibo paribo .apunar gharot Ac, Fridge thakibo pare kintu dukhiya raijor hokoluor gharot tenebur nai.ki kotha koi aru🙏
@sajidzamal3206
@sajidzamal3206 2 месяца назад
আমাৰ smart meterৰ প্ৰয়োজন নাই। ৰাইজে নিবিচাৰে চিধা কথা।
@ridipsilponia223
@ridipsilponia223 2 месяца назад
মন্ত্ৰী মহোদয় এই অভিযোগ সাধাৰণ ৰাইজৰ। সাধাৰণ ৰাইজৰ ঘৰত দুটা কে মিটাৰ লগায়ক তেতিয়া হে গম পাব হত্য কি।
@Bhupendas-g1o
@Bhupendas-g1o 2 месяца назад
আপুনি কোৱাৰ দৰে যদি হৈয় আগৰ মিটাৰ থাকিলে কি হৈয় চৰকাৰৰ
@RomanMohan-i3w
@RomanMohan-i3w 2 месяца назад
আমাক আগৰ মিটাৰ টো লাগে ।
@pranab79038
@pranab79038 2 месяца назад
Assam sarkare laj pabo lage, beleg state free di ase, amak luti ase
@biki185
@biki185 2 месяца назад
যবৰ্দস্তি কিও কৰি আছা।। ৰাইজ তথা MLA বাধা দি আছে না।। দাদা এইবাৰে বিজেপিৰ পৰা শেষ।।বিজেপি ৰ আপোনাৰ নিচিনা MLA নহএ
@JunmoniGogoi-vz3mq
@JunmoniGogoi-vz3mq 2 месяца назад
Tumi kiba mathematic janilehe.
@daimarig6076
@daimarig6076 2 месяца назад
If no issue with smart meter then please reintroduce old meter system where people are expressing no complaints
@AbdurRashid-i8v
@AbdurRashid-i8v 2 месяца назад
In this case minister is absolutely right. The real reason for increased bill is faulty meter reading by Apdcl in earlier time specially in rural areas .
@parthasarathi1142
@parthasarathi1142 2 месяца назад
আপোনালোক ১২৬ জন বিধায়ক মিলি যি লিলিমাই কৰে কৰি থাকক কিন্তু ৰাইজক স্মাৰ্ট মিটাৰৰ নামত হাৰাশাস্তি কৰা বন্ধ কৰক।
@tapandutta7449
@tapandutta7449 2 месяца назад
সাধাৰণ ৰাইজে বাঁহ খাই থাকিব,,,আপোনালোক মহা জ্ঞানী,,,,সাধাৰণ জনতা মূৰ্খ
@chinmoydas4475
@chinmoydas4475 2 месяца назад
এই কথাটো অ প্ৰাসংগিক কাৰণ পুৰণি মিটাৰৰ আৰু স্মাৰ্ট মিটাৰ মিটাৰৰ মাজত যদি পাৰ্থক্য নাই তেন্তে স্মাৰ্ট মিটাৰ লগোৱাৰ বাবে আপোনালোকে বাৰে বাৰে কিয় ইমান জোৰ দি আছে। এইবোৰ বেয়া সিদ্ধান্ত।
@advlog9388
@advlog9388 2 месяца назад
Sir March mahot gorom kom hoi aru july mahot gorom besi hoi manisu but 200toka tu increase hoi 400toka hobo pare kintu 200toka tu goi 1500/2000 toka nohoi.....apuna lukor management problem ase.... kotha tu mani lok.raij iman murkhoo nohoi
@rantuc9304
@rantuc9304 2 месяца назад
Electricity bill may be a scam in Assam
@Gitu502
@Gitu502 2 месяца назад
Thik kotha
@jitenmedhi8930
@jitenmedhi8930 2 месяца назад
Smart meter কথাটো এনে ধৰণৰ - আগতে ফৌজত নপঢ়া নজনা মানুহবোৰ ভৰ্তি হয়, তেতিয়া সেই মানুহবোৰক ফৌজত পঢ়াই। পৃথিৱী যে ঘুৰণীয়া তাৰ যিকেইটা প্ৰমাণ আছে মাষ্টৰে বুজায় দিয়াৰ পিছতো ছাত্ৰ মানি নলয়।নিৰুপাই হৈ মাষ্টৰে ক'লে CO চাহাবে কৈছে পৃথিৱী ঘূৰণীয়া। ছাত্ৰ ই মানি ল'লে। এতিয়া মন্ত্ৰীয়ে কৈছে আমি মানিবলৈ বাধ্য। নে কি কয়।
@JunmoniGogoi-vz3mq
@JunmoniGogoi-vz3mq 2 месяца назад
Tohotor MLA bilakor kotha bad de raijor hidhantor tuhe main tohotok raijor karonehe bidhan sobhaloi pothuwa hoise.
@RahulSonowalRahul-g8j
@RahulSonowalRahul-g8j 2 месяца назад
মিটাৰ লগত ৰাজনেটিক নিখিলিব কাৰণ মই বিজেপি অথচ মই ভৰি থৈছোঁ
@pratikshasaikia5548
@pratikshasaikia5548 2 месяца назад
Thik ase tetia hle bill recrg kra r pasot eku receipt nidiye, Tate mobile recharge jnkoi 1ta validity thake Tetiya hle current r nu enkua system krk Tetiya.. Apunaluke hey dekhib j apnlukr ghrot kmn bill ahe, ami tu gm nepam.. Ny dei ami namanu nhb, amk agr drei lgb, Jihetu old is gold..
@manoranjansaikia2578
@manoranjansaikia2578 2 месяца назад
এইক্ষেত্ৰত,APDCL য়ে নিজৰ দোষ ঢাকিবৰ বাবে এনেকুৱা এটা পলিচি প্ৰয়োগ কৰিব য'ত মন্ত্ৰী বিধায়ক সকলৰ ঘৰত লগোৱা স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ দুয়োটাতেই সমান পৰিমাণৰ বিল দেখুৱাব হয়তো স্মাৰ্ট মিটাৰৰ বিল মেনুৱেলৰ তুলনাত কম হ'ব, আৰু তেতিয়া ৰাইজৰ প্ৰতিবাদৰ কোনো মূল্য নাথাকিব। গতিকে এই স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰৰ যুগ্ম ব্যবস্থাটো সাধাৰণ গ্ৰাহক সকলৰ ঘৰত প্ৰবৰ্তন কৰক তেতিয়াহে প্ৰকৃত স্বৰূপ ওলাব
@MIBORBHUYAN1
@MIBORBHUYAN1 Месяц назад
যোৱা মাহত ১৫০ টকা এইটো মাহত ৩৬০ টকা কিন্তু এটি বস্তু নতুন লগোৱা নাই।
@subashkuli7366
@subashkuli7366 2 месяца назад
Sir bhut difference
@bijoygoswami6907
@bijoygoswami6907 Месяц назад
এই দুটা মিটাৰ লগালে গম পোৱা যাব। চুৰি কৰিব নোৱাৰে সমাট মিটাৰত।
@jaydevbiswas1521
@jaydevbiswas1521 Месяц назад
আমাক স্মাৰ্ট মিটাৰ নেলাগে । আমাৰ মিটাৰ খুলি লৈ যাওক। আমাৰ গাওঁ ৰ মানুহৰ স্মাৰ্ট মিটাৰৰ কোনো দৰকাৰ নাই। আপোনালোকৰ মন্ত্ৰী। MLAৰ ঘৰত লগাই লোক।
@BadrulislamMazumder-z9j
@BadrulislamMazumder-z9j 2 месяца назад
আপনি challenge লৈ লাভ নাই। এমপি ভোটত challenge লৈছিলে আপনি পদত্যাগ নকরিলে। আকৌ challenge ললে। General metre ত আহিছিল ৪৫০টাকা এতিয়া মাহিলি ৭০০ টাকা। আপনি কিয় এই বিলাকত আহেহে।
@TarunDasTarundas-i4t
@TarunDasTarundas-i4t 2 месяца назад
ৰাইজে কোৱা কথা মিছা নেকি?এইটো ছাগলী দেখোন।
@rikirajchitrakor7506
@rikirajchitrakor7506 2 месяца назад
মানুহে T.V,. AC, INVATAR, FAN , পানী মটৰ বেছি ব্যৱহাৰ কৰে বেছি বিল আহে মানিছো ,আমাৰ নিচিনা দুখীয়া মানুহৰ যে সেইবোৰ একো নাই কি কৰিবলৈ ।১০০০/১৫০০ আহে মোক সেইটো লাগে ,সেইটো উত্তৰ দিয়ক ।কোনে দিব পাৰে মই চাও
@simantagoswami2252
@simantagoswami2252 2 месяца назад
হিমন্তৰ লগত হুৰ মিলাইছে এইজনে।
@digantagoswami6
@digantagoswami6 2 месяца назад
MARK MY WORDS : Gutey axomot 31 March 2025 r loike smart meter logabo taar pisot APDCL tu ADANI company hatot di dobo.
@louishahmedlouishahmed7076
@louishahmedlouishahmed7076 2 месяца назад
Jitu meter jonotai aagor pora soli ase haitu thakile nu apdcl or problem kot.kiyo nu aru rajkhukhor dhon khoros koribo lage.taku contractor manuhor ahe fiting koriboloi.
@manujkumargogoi3263
@manujkumargogoi3263 2 месяца назад
We want previous one.......main kotha hol....public not so smart...do not use a lot android phone to check electric bill..and recharge it online.....CURRENT cuts of suddenly....public panics....what the hell happened ...people manage money..works..gets..money..in a month..and pays electricity bill...now..no time table..people can not manage money to recharge multiple times...means our life is like udhaar ki jindagi.....Ration ka bill...Water Bill...School Fees....etc..including electricity bill...after one month.. only one time...and be relax..to..collect for next one...and so life goes on.....but this new smart meter disrupted the whole smoothness of life living process..in a modern life style....
@nilayjyotiray12390
@nilayjyotiray12390 2 месяца назад
Bill thikei aahe, moi bohut test kori saisu ghorot. Postpaid pending bill thoka bilakor agor pending bill khini add hoy new meter t. But bill thikei ahe. Smart meter logowa pisot ata text msg ahe. Msg tu porhi sale buji pabo. Clear postpaid bill korar pisot original bill tu pabo.
@hiteswardas9167
@hiteswardas9167 2 месяца назад
প্রমাণ আছে লাগে নেকি?
@vivekhazarika
@vivekhazarika 2 месяца назад
evere development project of state or centrel govt. Should not be opposed by oposition to stoped development program.
@girindasarmah8003
@girindasarmah8003 2 месяца назад
মন্ত্ৰী মহোদয় আপুনি আবোল তাবোল বকি কাম নাই আমাক আগৰ মিটাৰ লাগিব
@khargebarman9006
@khargebarman9006 2 месяца назад
আপনি ৰাজনৈতিক তেয়াগ কৰিব বুলি কক 🙏🙏🙏
@dimbesarnawholia7178
@dimbesarnawholia7178 2 месяца назад
সুন্দৰ পদক্ষেপ
@dharmadutta8831
@dharmadutta8831 2 месяца назад
হেৰ লাইনৰ বিলৰ কাগজ দুমাহ মান হলে আখৰবোৰ লুপ্ত হৈ যায় বিলৰ কাগজ চুই পালেহে গম পাবি
@bijuchetia3935
@bijuchetia3935 2 месяца назад
এইটোৱে গম পাই নেপায় গুজৰাটত স্মাট মিটাৰ নাই৷ইয়াৰ কাৰণ কি ?তহঁতৰ একো নহয় চিন্দিকেটৰ টকা খাই বিল দিয়াত আপত্তি কি ? আমাৰ টকাই খাই আছে ৷তহঁতৰ মানুহেই কয় বেছি গৰম হলে গছৰ তলত থাকিবলৈ ৷মিদিয়াৰ আগত এইবোল বকি নাথাকিবি ৷নিৰ্বাচনৰ বাবে টকা ঘটাৰ কৌশল এতিয়াৰ পৰাই আৰম্ভ কৰিছ ৷
@AkhtaraliAli-t9p
@AkhtaraliAli-t9p 2 месяца назад
তহত হে সচা বাকি ৰাইজ মিচলিয়া নেকি তহত ফাঁকিবাজ ৰাইজ নহয়
@nurmohammad7302
@nurmohammad7302 2 месяца назад
দুয়োটা মিটাৰৰ ৰিডিং যদি একেই হয় তেন্তে স্মাৰ্ট মিটাৰৰ দৰকাৰ কিয়?
@bhadeswarbhadeswar4188
@bhadeswarbhadeswar4188 2 месяца назад
Apunar back sidt baido drivar ❤
@mintumech5027
@mintumech5027 2 месяца назад
ki kotha koise hy,agote amar ghorot mahekot bill ahisile 500 ba 600 Toka,smart metter loguar pora 600 Toka recharge korile 1fopta najai bujile dangoria
@rankinechacha2343
@rankinechacha2343 Месяц назад
Last month jiman fan light solisile ei mahotu himane solise....last month iyat borof pora nasile🤣🤣🤣 kintu bill last month 300 ahisile aru ei mahot 600 keneke??...iman u cool bonibo nalage de😂
@BinodPegu-j5k
@BinodPegu-j5k 2 месяца назад
Mur besi bill ahise proman dibo paru 100%
@PinkuBora-z9l
@PinkuBora-z9l 2 месяца назад
Kam nai apunar 😅
@aminulislam2286
@aminulislam2286 2 месяца назад
আপুনি এতিয়াও ৰাজনীতিত আছে কিয় ?
@UjjalBhatta-x8f
@UjjalBhatta-x8f 2 месяца назад
কংগ্ৰেছে ই আপত্তি নহয় বিজেপিক ভোট দিয়া মানুহে ও আপত্তি কৰিছে।দেখা নাই নেকি।
@nipendranarayanmedhi876
@nipendranarayanmedhi876 2 месяца назад
বাজে কথা বকি লাভ নাই, আমাক এইটো মিটাৰ নালাগে।
@KushalNath-f1p
@KushalNath-f1p 2 месяца назад
Charge bur olp komaly hl bortomn ghr ghr bill sabo ahibo nalge
@axomcinematic2606
@axomcinematic2606 2 месяца назад
Gorom dinotu emn bill nahe ru daii ....juwa bosor 1k maan ahisil atiya 3/4k aahise...ru emn manuhor emn vul vul kiyo bill aahise 3/4 lakh karubaar bill aahe nki ki aasorit kotha
@nehamoranmohan5635
@nehamoranmohan5635 2 месяца назад
পিয়াজৰ কাম নাই
@dharmendrakaman1859
@dharmendrakaman1859 Месяц назад
মোৰ ঘৰত যোৱা বছৰ এই মাহত 280 টকা আছিল এই বছৰ এই মাহত 650 টকা
@muned6442
@muned6442 2 месяца назад
বিজেপি দলৰ মন্ত্ৰী কেইটাৰ পেকেট গৰম কৰিবৰ কাৰণে এই মিটাৰটো লগাইছে
@deepenburagohain8691
@deepenburagohain8691 2 месяца назад
Montri dangoria 1st time industry bilakot smart miter nologai kiyo ?
@Smartwork1235a
@Smartwork1235a 2 месяца назад
ৰাইজৰ কথা চৰকাৰে বিশ্বাস নকৰে ।
@bluesky2859
@bluesky2859 2 месяца назад
Agor meter lage.aaji moi mur ghror r tu vngi dilu...direct kori thoisu
@Aftab253
@Aftab253 2 месяца назад
চাৰ যোৱা বছৰৰ 350 টকা গৰম এই বছৰত 850 টকা আহিছে
@LakhiramMurah-i9f
@LakhiramMurah-i9f 2 месяца назад
কাম নাই ডাঙৰী
@simadas3050
@simadas3050 2 месяца назад
Bill kane kori dibo bill khon dia r pisot a likha khini nohowa hoi jai
@hemantalahon2273
@hemantalahon2273 2 месяца назад
Gogoi val monu hoi bamun manu nohoi
@dipildutta1545
@dipildutta1545 2 месяца назад
২০০ টকা অহা জেগাত ৪০০ ৪০০ কৈ ৮০০ ৰিছাজ কৰিলো আযি ২৩ টাৰিখ ৮৮ আছে ৮০০ পৰা আৰু এসপ্তা বাকি আছেই মাহ হবলৈ
@RahulPhukan-e5i
@RahulPhukan-e5i 2 месяца назад
Smrt meter lgai diok ok,no problem. Bt mur ghoror front r rasta2 vl k kio bnai dibo lgy
@ratulseal1022
@ratulseal1022 2 месяца назад
Amihe gom pai asu pijush Ki abasta hoise Mur gharar bill 500/ asil atia 1500 ahi ase
@papukalita6077
@papukalita6077 2 месяца назад
Raije ac ba frez logua babe bill bahe gol ne.....apuni ki example dise ......
@OHIDUZZAMAN-x2m
@OHIDUZZAMAN-x2m 2 месяца назад
গুজৰাট ত কিয় বন্ধ হল স্মাৰ্ট মিটাৰ?
@ranjayrabha5935
@ranjayrabha5935 2 месяца назад
Assam t kui beleg state t agot smart meter logaise 90 °|• complain nai .nijor majot lagithak tohot.
@shyamvlog423
@shyamvlog423 2 месяца назад
Smart metre nalage
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 29 дней назад
অহংকাৰী মানুহ আপোনাৰ ঘৰত তালাচি চলাব লাগে বিজেপি নেতা মন্ত্ৰীয়ে ইস্মা মিটাৰ বিল খৰচ নেৰে
@akashchoudhury8630
@akashchoudhury8630 2 месяца назад
যদি পুৰনা মিটাৰ আৰু নতুন মিটাৰ একেলগে লগালে একেই বিল আহে তেন্তে তহতৰ কিয় ইমান খুজটি উঠিল স্মাৰ্ট মিটাৰ লগাব লাগে বুলি।
@devibijoya6503
@devibijoya6503 2 месяца назад
Oid meter to kiy logaise aponar confidence nai ,notun tot conection nai dada
@pradipkumarroy8239
@pradipkumarroy8239 Месяц назад
,Smart meter t double bill aahi ase. Fata Lecture di ,lav nai Apunar. Zubben garg r pora start kori hadharan raij y koi, ase. .....Smart meter bodlai dille khoti kihor ,,jodi ake bill aahe. Digital meter ki beya aasil.
@DipakKalita-tm7hz
@DipakKalita-tm7hz 2 месяца назад
মানুহক মাৰি পালক
@mayurborah2111
@mayurborah2111 2 месяца назад
Dhei nije bill di paiso ketiaba
@ajitsarania6776
@ajitsarania6776 2 месяца назад
Agote আহিছিল biil 75 etiya ahe 400 aya ki tohotor asomiyar proti vl podokhep
@basantaborgohain5372
@basantaborgohain5372 2 месяца назад
যুৰাটো মিলিছে দেই।
@RajuTerang-gw6hm
@RajuTerang-gw6hm 2 месяца назад
Smart meter nalage Purana meter tu logai diyok
@PRAFULLAKUMARNORAH
@PRAFULLAKUMARNORAH 2 месяца назад
বাঃ বাঃ মানিছো দেই ডাঙৰীয়া
@nipendoley9282
@nipendoley9282 2 месяца назад
M A L gorot smart miter loguwanai Kintu raijor gorot Logai ase. 😀
@prosonnaborah2471
@prosonnaborah2471 2 месяца назад
মই ৩০ জুলাই ৰ পৰা ১৬ আগষ্ট লৈকে ৩৫০০ টকা দিছো । গতিকে কি কমিছে আপুনি কওঁকচোন
@Laskar_king
@Laskar_king 2 месяца назад
Dada Normal meter 200, 250 ahisil agote 2 light 1 fan amar gorot kimtu atiya smart meter ohar pisot 1200 toka ahise. Apuni kowk 1 ta fan aru 2 light 1200 taka aitu ki
@KushalNath-f1p
@KushalNath-f1p 2 месяца назад
Charge bur basi logai
@uttambora9854
@uttambora9854 2 месяца назад
Agot kom. Etiya besi kio????
Далее
MAGIC TIME ​⁠@Whoispelagheya
00:28
Просмотров 5 млн
новое испытание
00:40
Просмотров 329 тыс.
MAGIC TIME ​⁠@Whoispelagheya
00:28
Просмотров 5 млн