Тёмный
No video :(

Prabin Borah - Aagomoni ft. Neal Tamuli & Jahnabi Bora l Tirthank l Anuprash Das (Official Video) 

Prabin Borah
Подписаться 147 тыс.
Просмотров 3,1 млн
50% 1

Subscribe to the Prabin Borah channel for all the Original Sound Tracks and Live performances.
Audio Credits :
Song : Aagomoni(আগমণি)
Lyricist : Tirthank
Composer : Rintu Saikia & Ujjal Baruah
Music Arranged and Produced : Bibhuti Gogoi
Production Designer : Pradyut Baruah
Guitars : Ankur Saikia(Sound Jungle Studio, Jorhat)
Flute : Bhaskar Kalita
Backing Vocal : Parishmita Nath
Mixing Engineer : Girish Saikia (Studio Strings, Mumbai)
Recorded @ Studio MK Digital by Diganta Sarmah
Video Credits :
Directed by Anuprash Das
Screenplay : Nilakshi Deka
Cast : Neal Tamuli, Jahnabi Bora, Niki Hazarika, Arundhati Das, Tulashi Das, Dipmoni Das, Sachin Das
Props Design : Niharika Thakuria
Director of Photography : Anuprash Das
Assist. Director : Nilakshi Deka
Camera : Jagadish Das, Gautam Sutradhar
Editing : Anuprash Das
Lights & Photography : Jyoti Prakash Rabha
Make Up : Pallabi Hazarika
Production Management : Dipmoni Das
Line Producer : Rubul Saud

Опубликовано:

 

6 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,1 тыс.   
@CorporateMazzdor
@CorporateMazzdor 9 месяцев назад
আগমণি তোমাৰ নিজান ৰাতি সুগন্ধি ফুলৰ বতাহ চাতি আহানা কাষলে ৰোৱানা তুমি চাই ৰও তোমাক বৈ যাও তোমাত পালতৰা নাৱৰ বতাহেই সাৰথি মায়াময় জীৱনৰ কোন বাৰু লগৰী নদীৰ কাষত বহি মনে মনে স্মৃতি বোৱাইছে ধৌৱে ধৌৱে আমাৰ দুয়োৰে মৰম বাগৰিছে যেতিয়া তোমাৰ পদুলিৰে আগুৱাও জপনা মুখতে বাট হেৰুৱাও সন্ধ্যা পৰত তোমাৰ লগত নামি অহা জোনাক মনত পৰে মৌন ওঁঠৰ উজাগৰি নিশা জোনাকী পৰুৱাৰ অহা যোৱা সপোন সৰে ভাহি আহে তোমাৰ কথাই আমনি দিয়ে তোমাৰ কথাই আমনি দিয়ে তোমাৰ কথাই আমনি দিয়ে |
@gopalrajhazarika8782
@gopalrajhazarika8782 3 месяца назад
0:23
@Rimpimhnt
@Rimpimhnt 2 месяца назад
❤🥺
@jyotirmoy5933
@jyotirmoy5933 2 месяца назад
Thank you for the lyrics !
@agyassamyt8010
@agyassamyt8010 Месяц назад
@rimaborah3963
@rimaborah3963 Месяц назад
Thank you❤
@pretisundarmuni8634
@pretisundarmuni8634 2 месяца назад
এই পৃথিৱীৰ সকলো.....সঁচা ভালপোৱাৰ সম্পৰ্কবোৰ ....সফল হওক......🥹❤️🫂🌏, আধৰুৱা এটি কাহিনী.....হৈ নেথাকে যেন.....🥹, ভগৱানৰ এইয়াই প্ৰাৰ্থনা কৰিছো 🙏🥹❤️💫
@pankaj0197
@pankaj0197 6 месяцев назад
জীৱনত বিচৰা বোৰ পোৱাই সন্তুষ্টি আৰু নোপোৱা বোৰ স্মৃতি, এয়াই জীৱন...
@mousumlason13
@mousumlason13 Год назад
বহু লোকৰ এইয়াই কাহিনী "আধৰুৱা ভালপোৱা" । মনৰ কথা কম কম বুলি ভাবি থাকোঁতেই হঠাৎ এদিন তাই অনৰ হৈ যায়। ❤🐝🌙 প্ৰবীণ দা গীত তি বহুত ভাল লাগিল। ধন্যবাদ এনেকুৱা এটি গীত আগবহোৱাৰ বাবে।💐
@newsbg8041
@newsbg8041 Год назад
Mur logo Anekuwai hoise dada😢
@bhaskargoswami6009
@bhaskargoswami6009 3 месяца назад
😢😢😢
@bhaskargoswami6009
@bhaskargoswami6009 3 месяца назад
😢😢
@biplobhazarika4503
@biplobhazarika4503 2 месяца назад
🥺
@Nikumonikalita-js6li
@Nikumonikalita-js6li 2 месяца назад
Moru😢
@musicalmelody4757
@musicalmelody4757 Год назад
জুবিন দাদাৰ সংগীতৰ অনুভূতিবোৰ জীয়াই ৰাখিব পৰা শিল্পীসকলৰ মাজত আপুনি অন্যতম;লগতে এনেধৰণৰ গীত বোৰত লিখনি প্ৰদান কৰাসকল ❤
@tirthank308
@tirthank308 Год назад
Thankyou❤
@gokuldasmusical
@gokuldasmusical Год назад
Monor kotha kola bro ❤❤
@nayanrazvlogs5956
@nayanrazvlogs5956 11 месяцев назад
L😅😅😅😅😅
@mrdekarajavlogs6405
@mrdekarajavlogs6405 11 месяцев назад
P
@mohansapkota3562
@mohansapkota3562 11 месяцев назад
​@@tirthank308qqq
@TARKIKBORAH
@TARKIKBORAH Год назад
Favourite ❤❤❤
@sinmoyvideos9613
@sinmoyvideos9613 11 месяцев назад
❤️❤️❤️
@captianfun_cartoon
@captianfun_cartoon 11 месяцев назад
Love you
@bhaktadas4012
@bhaktadas4012 24 дня назад
🥰
@unofficialtopic9129
@unofficialtopic9129 День назад
চোৰ 😂
@manidiproy8233
@manidiproy8233 День назад
​@@unofficialtopic9129 😂
@Shibuuuuuu
@Shibuuuuuu 23 дня назад
যেতিয়া কোনো এক অনুভৱে হৃদয়ৰ দুৱাৰত টুকুৰিয়াই তেতিয়াই মাথো সেই তোমাৰ কথাই হে মনলৈ আহে অনুভৱ হৈ যেন তুমিয়েই আহিছা কিজানি, সেই প্ৰত্যেকটি সপোন যি তোমাক লৈ দেখিছিলো সেই প্ৰত্যেকটি কামনা যি তোমাক লৈ ৰছিচিলো সকলো যদিও মাথো এক সাঁথৰ আৰু প্ৰশ্ন হৈ ৰল তথাপিও এই ভালপোৱা, মৰম আৰু আবেগৰ অনুভৱ বোৰ সঁচাই বৰ প্ৰিয় মোৰ বাবে ভালে থাকিবা সদায় প্ৰিয়জন। যাৰ লগতেই নহওঁক কিয় সুখী হৈ ৰবা সদায় তাৰে কামনা...................❤
@kuldeepgogoi4374
@kuldeepgogoi4374 Год назад
পালতৰা নাওঁৰ বতাহে সাৰথি মায়াময় জীৱনৰ কোন বাৰু লগৰী... হৃদয়স্পৰ্শী, মৰ্মস্পৰ্শী গীতৰ কলি যিয়ে সহজেই আলোড়ন সৃষ্টি কৰিব পাৰে সকলোৱে হৃদয়ত উন্মাদনাক❤
@DeepGogoi-zh5pn
@DeepGogoi-zh5pn 9 месяцев назад
ঠিক কৈছা।
@himashreebaruah7952
@himashreebaruah7952 Год назад
ক'ব নোৱৰাৰ ব্যৰ্থতাত যে হেৰাই যায় কত' বোৰ কাহিনী....!! সন্ধ্যা পৰত তোমাৰ লগত নামি অহা জোনাক মনত পৰে...!!🍃
@nipulgogoi8744
@nipulgogoi8744 Год назад
Hasai o
@awmultimedia
@awmultimedia 15 часов назад
❤❤
@nabakumarbordoloi4251
@nabakumarbordoloi4251 Месяц назад
My 😍favourite song
@gaganbormudai1607
@gaganbormudai1607 Год назад
উফ্ ভাষাহীন । হৃদয়ৰ কোনোবাটো কোণত টোকৰ মাৰি যাব পৰাকৈ ধুনীয়া । ❤
@xhao_biju
@xhao_biju Год назад
🔸অপেক্ষা বোৰ সকলোৰে সদায় প্রিয়😮‍💨❤‍🩹
@ritukhanikar
@ritukhanikar 8 месяцев назад
❤😢
@jerifasultana9290
@jerifasultana9290 Год назад
উফ্... কিবা শান্তি আনে এই গীতটোৱে ❣️আৰু..... আৰু আপোনাৰ কণ্ঠ🥺🫂
@MGKHUB7
@MGKHUB7 11 месяцев назад
গানটো ভাল লাগিল।। পিছে কেতিয়াবা ইয়াৰ ওলোটা টো হয় ।। ল'ৰাজনে বিয়া পাতে।। ছোৱালীজনী গোটেই জীৱন থাকি যায় ।। তেনে কাহিনী কিয় নবনাই ।। অকল যে লৰাই থাকি যায় ।। তেনে নহয় ।। কেতিয়াবা ছোৱালীও সচাঁ প্ৰেমত পাগলী হয় ... চিৰ কুমাৰীও হৈ স্মৃতি লৈ এ জীৱন কটায়।। আপোনাক অনুৰোধ তেনেধৰণৰ কাহিনী এটা উপস্থাপন কৰক।।
@p.j.t2651
@p.j.t2651 5 месяцев назад
Rare
@ruhitraag3935
@ruhitraag3935 4 месяца назад
Female singar bur ase nhi bnabloi
@Rhitu547
@Rhitu547 Год назад
পালত'ৰা নাওৰ বতাহেই সাৰথি মায়াময় জীৱনৰ তুমিয়েই লগৰী... ❤
@arnavjbg709
@arnavjbg709 Год назад
Acting, singing, direction, lyrics, storyline - can't be more perfect than this💯💫 truly one of the finest art
@crezycreativity5406
@crezycreativity5406 Год назад
বিচ্ছেদৰ পিছত বিষাদৰ এই দিনবোৰতো হৃদয়ত গোপনে পুহি ৰাখো তোৰ প্ৰতি এবুকু ভালপোৱা বোৰ......🥀🕊️
@wanderlusttheexplorer9680
@wanderlusttheexplorer9680 Год назад
সুন্দৰ লিখনি 👍👏👏
@KashmiriDeka-ql5vq
@KashmiriDeka-ql5vq Год назад
ভাল লাগিছে
@crezycreativity5406
@crezycreativity5406 Год назад
@@KashmiriDeka-ql5vq hoi nki🙂❤
@bitopandeka2315
@bitopandeka2315 Год назад
গানটি প্ৰথমৰ পৰাই কিমানবাৰ শুনিছো হিচাপ নাই কিন্তু যেতিয়াৰ পৰাই ভিডিওটি released হৈছে যেন আকৌ এবাৰ প্ৰেমত পৰি গৈছো। congratulations to the whole team for handing out this masterpiece. Such a perfect twinning of the lyrics and video.
@jintupator7042
@jintupator7042 Год назад
গানৰ কথা, সুৰ আৰু কণ্ঠ বেলেগকৈ একো নকওঁ। just wow🎉.. অভিনেতা আৰু অভিনেত্ৰী গৰাকীয়ে কিবা মনত সাঁচ বহুৱাই দিলে। কি সুন্দৰ অভিনয়! যেন মই মোক সুমুৱাই ল'ম।
@nizushreekonwar1119
@nizushreekonwar1119 26 дней назад
যেতিয়া তোমাৰ পদূলিৰে আগুৱাও জপনাৰ মুখতে বাট হেৰুৱাও🥺 এই শব্দ কেইটাৰ মাজত নিজক অনুভৱ কৰিব পাৰোঁ 😊
@jungogoi3712
@jungogoi3712 Год назад
অনুভৱবোৰ আজীৱন এনেদৰেই প্ৰিয় হৈ ৰ'ব 💌
@jyotirmoyasom5271
@jyotirmoyasom5271 6 месяцев назад
*তুমি স্মৃতিবোৰতো জ্বলাই কাহানিয়েই শেষ কৰি দিছিলা। মাথো মইহে জ্বলি যোৱা স্মৃতিৰ ছাই খিনিকো সাৱটি ৰাখিছিলো। সাৱটি ধৰি ৰাখিছিলো সেই সময়ৰ সোঁতত বিলুপ্ত হ'ব ধৰা এটি এটি ক্ষন। বাধা দিছিলো সেই প্ৰত্যেকটো ধুমুহাক যিয়ে ভাঙিব খুজিছিল আমাৰ মৰমৰ সম্পৰ্ক। কিন্তু আজি সেই সকলোবোৰ অতীত অতীত তোমাৰ বাবে মই........
@gokuldasmusical
@gokuldasmusical Год назад
কি লাগে আৰু এনেকুৱা গান পাই থাকিলে!! আগমনি তোমাৰ নিজান ৰাতি উফ 💙💙🎵🎵😌😌 composer জনক কব ভাষা নাই ❣️❣️
@user_kk18
@user_kk18 Год назад
সঁচা ভালপোৱা সদায় সেউজীয়া, সেয়া দ্বিপক্ষীয়ে হওক বা একপক্ষীয় 💚
@bidyutsarmah1442
@bidyutsarmah1442 Год назад
গানটোৱে কাৰোবালৈ মনত পেলাই দিলে , আৰু মুখত এটা মিঠা হাঁহি । ❤
@DigambarDeka-pr1et
@DigambarDeka-pr1et 3 месяца назад
উফ কবলৈ ভাষা নাই এনেকৈয়ে শেষ হৈ যায় সম্পৰ্কবোৰ ... যাক কেতিয়াও পাহৰিব নোৱাৰি। আজীৱন স্মৃতিৰ পাতত সঞ্চিত হৈ এই অধ্যাইবোৰ । কেতিয়াবা এই মানুহবোৰক সময়ৰ ঘাটত লগ পালে হোৱা সিহৰণজাক উফ বুজাব নোৱাৰি আকৌ যেন তেওঁ উভতি আহি আঁকোৱালি লব আলফুলে মৰমেৰে তেনেকুৱা লাগে । জীৱনৰ আটাইতকৈ প্ৰিয় গান হৈ ৰব আজীৱন.....💐💞
@SouravRajkhowa-sn3ei
@SouravRajkhowa-sn3ei 5 месяцев назад
ভাগি গৈছো মই ভিতৰৰ পৰা । তোমাৰ অভিহনে দিন বোৰ যেন লাগিছে উকা ।। তোমালৈ মোৰ এইয়া শেষ কথা তমি তোমাৰ পি্য় মানোহ জনৰ লগত যেন শোষত থাকা 💌
@manikabarman5732
@manikabarman5732 2 месяца назад
নাজানো কি বিচাৰি পাওঁ এই গানটোত.. বুকুত এটি বুজাব নোৱাৰা বিষ অনুভৱ হয়❤
@tirthank308
@tirthank308 Год назад
‘আগমনি’ ক ইমান মৰম, আশীৰ্বাদ আৰু সমৰ্থন দিয়াৰ বাবে দৰ্শক/শ্ৰোতাসকলক ধন্যবাদ 🙏। প্ৰবীণ বৰাৰ এটা সুন্দৰ সুৰ আছে আৰু তেওঁ গানটোক এটা ভাল অনুভৱ দিছে যিয়ে প্ৰতিজন শ্ৰোতাক সংযোগ কৰিবলৈ সফল হৈছে। অডিঅ' আৰু ভিডিঅ' দলটোক অভিনন্দন আৰু শুভেচ্ছা জনাইছো যিয়ে গানটো সুন্দৰ কৰিবলৈ তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰয়াস কৰিছে।
@user-kr3bh2tq1u
@user-kr3bh2tq1u Год назад
Lyrics bht dhunia hoise.bro Agoloio jaate aru anekuwa gaan xunibo paw.।
@tirthank308
@tirthank308 Год назад
@@user-kr3bh2tq1uThanks for your appreciation, will try my best to deliver good music 😊🙏
@bajalirloramrabhizeet1500
@bajalirloramrabhizeet1500 Год назад
Dada tumr gan bur Mur xire xire boi jai love you...
@TusharBorah
@TusharBorah Год назад
Masterpiece ✴️🥺😘❤️🫂
@kushanjalihazarika1668
@kushanjalihazarika1668 Год назад
বহুত ভাল লাগিছে ❤
@being_human181
@being_human181 Год назад
Telomoni😂😂😂
@reshabchetri8945
@reshabchetri8945 Год назад
​@@kushanjalihazarika1668😊😊😊😊
@gourab389
@gourab389 Год назад
হৃদয়ত খুন্দা মাৰি চকুপানী উলিয়াই দিব পৰাকৈ ধুনীয়া ❤❤❤❤
@ritulrajbangshi4791
@ritulrajbangshi4791 Год назад
Top-notch composition, lyrics par excellence, beautifully sung, acted brilliantly. Everything is fitting so perfectly. This is the future of Assamese Music y'all! Hats off team! 🌷
@shalugupta3259
@shalugupta3259 Год назад
♥️
@basantanath1995
@basantanath1995 Год назад
​@@shalugupta3259. my cancellation m j h na j h jn n j h k k JJ j
@PolakhChangmai
@PolakhChangmai 9 месяцев назад
আটাইতকৈ প্ৰিয় ❤❤
@MajulianGamer801
@MajulianGamer801 Год назад
Moi xosakoi Kandi dilu ei gaan ti Hunar past 🥺🥺🥺 I really loved this song 🥰🥰 This is very special to me 😘💐🥰 Love you prabi Da
@Sassysoul11
@Sassysoul11 Год назад
শুই থকা সপোনৰ সাগৰখনক জগাই আমনি নিদিয়াই ভাল কাৰণ.... তাৰো এটা অপমৃত্যু ৰৈ আছে।😌🍃 🥀
@santanutamuli1392
@santanutamuli1392 Месяц назад
@monjitborah3500
@monjitborah3500 Год назад
গানটো বাৰু মোৰ আটাইতকৈ প্ৰীয়। কিন্তু হৃদয় খনৰ এচুক আকৌ আজি আধৰুৱা কৰি দিলে.. #U guys are amaizing❤ The concept of the videography is 🫂 And the story was🌄 Love u prabin borah💌 Thanq so much for giving such a beautiful song💕
@dsdipankarsangita5505
@dsdipankarsangita5505 Год назад
মায়া ময় জীৱনৰ কোন বাৰু লগৰী💌⚡ কবলে শব্দ নাই 😊 কেবাৰ শুনিলো তাৰ ঠিকনা নাই😌💞
@r.d.shantipurmirza7068
@r.d.shantipurmirza7068 4 месяца назад
50 time চালো vedio তি নাজানো কৰবাত মোৰ জীবনৰ সতে মিলি গৈছে.. পিছে তাইকে বিয়া পাতিছো.. মাজতে বহু খিনি মিলে.. তাইক চাব অহা.. আচলতে মোৰ ঘৰৰ ওচৰতে ভাল্ পাইছিলো.. ৰাতিপুৱা মোৰ কোঠালী চাফ চিকুণ আৰু কাপোৰ ধুই দিছিলে.. ❤❤
@Suman_Ali258
@Suman_Ali258 9 месяцев назад
More than 100+ time i listen this song its so heart touching..❤. Like who listen this song more than 10+
@Suman_Ali258
@Suman_Ali258 9 месяцев назад
❤🎉
@nayansonowal1034
@nayansonowal1034 Год назад
গীতটি শুনাৰ পৰাই অনুভৱ কৰিবলৈ লৈছোঁ কাৰোবাৰ স্মৃতিৰ ওমাল পৰশ
@DND2226
@DND2226 Год назад
প্ৰতিটো সম্পূৰ্ণ যেন লগা কাহিনী‌বোৰৰ কিছুমান‌ আধৰুৱা পৃষ্ঠা সদায়েই একোন আবদ্ধ হৈ থাকি যায় মনটোৱে না সেই কাহিনীবোৰ কাৰোবাক ব্যক্ত কৰিবলৈ মঞ্জুৰী দিয়ে না পাহৰি যাবলৈ🙃🙃🙃🙃‌ ।
@trishnabaruah2997
@trishnabaruah2997 Год назад
কি কম... 😢এনেকৈয়ে এদিন আপোন জন আনৰ হৈ যায় আৰু আমি চকুৰ আগতে দেখিও একো কৰিব নোৱাৰোঁ... সদায় লগত থাকিম বুলি কোৱা জনো গুচি যায় এনেকৈয়ে..... 😊
@triptirekhaborah-xc3ir
@triptirekhaborah-xc3ir Год назад
এটা মূহুৰ্ত জড়িত হৈ আছে এই গীতটোৰ লগত কেতিয়াও পাহৰিব নোৱাৰা কেতিয়াও পাহৰিব নোখোজা।✨ ভালপাওঁ তোমাৰ আগমনিৰ সেই নিজান ৰাতিটো। মনত পৰে আজিও সেই ৰাতিটোৰ স্মৃতিবোৰ। সেই যে দাদাৰ বিয়াত তোমালৈ হোৱা অনুভূতিবোৰ আজিও সজীৱ হৈয়ে আছে। জানটো ভালপাওঁ তোমাক আৰু তোমাৰ সেই কেকুঁৰা চুলিখিনিক।🦋 আধৰুৱা বুলি নকওঁ মোৰ প্ৰেমক কাৰণ আমাৰ সম্পৰ্ক কেতিয়াও আৰম্ভ হোৱাই নাছিল কিন্তু কি জানা? মোৰ তোমাৰ প্ৰতি থকা ভালপোৱাখিনি সচাঁ আছিল। প্ৰকাশ কৰিব নোৱাৰিলোঁ মোৰ অনুভূতিখিনি তোমাৰ আগত পুংখানুপুংখভাবে। তুমি মোৰ জীৱনত নাথাকিলা তাতে কি হ'ল তুমি মোৰ হৃদয়ত সদায় থাকিবা প্ৰিয়।❤️🌻 ~তেওঁৰ কেকুঁৰা চুলি🍂
@tirthank308
@tirthank308 Год назад
@LibaraDekusi
@LibaraDekusi 3 месяца назад
আবেগ হৈ পৰিছে 'আগমণি'❤
@jitencreation4758
@jitencreation4758 Год назад
গানটো এবাৰ শুনি চাইছিলো বাৰে বাৰে শুনি থাকিলৈ মন যায় উফ কি শুৱলা গীত ❤❤❤🥀🥀
@drandomdude002
@drandomdude002 Год назад
This is what call pure true love ❤ jun2 aji kali paboloi nai ahh... Many love story r buried down like this nothing we can do just let her go and wish for her better life 🙂
@abhishekborah3214
@abhishekborah3214 Год назад
Simplicity at its best 🎉❤😮
@DipjyotiAxom-rk7xl
@DipjyotiAxom-rk7xl 5 месяцев назад
Masterpiece❤😊
@nizushreekonwar1119
@nizushreekonwar1119 26 дней назад
সঁচাকৈ আপোনাৰ প্ৰতিটো গানৰ প্ৰতিটো শব্দই হৃদয় চুই যায় ❤️
@papukonwar4877
@papukonwar4877 Год назад
মায়ামম জীবনৰ কোনো লগৰী 😊💘
@sagarpratimnath6656
@sagarpratimnath6656 3 месяца назад
As an Assamese dance artist, I can proudly say that this is a masterpiece
@Brishti_Ramdhenu
@Brishti_Ramdhenu Год назад
আৰম্ভণি যদি ইমান মধুৰ শেষ সদায় কিয় ইমান বেদনাদায়ক 💔
@BhabenDeka-wc2yr
@BhabenDeka-wc2yr 2 месяца назад
How beautiful Prabin! আজিৰ ট্ৰেণ্ডৰ ক্ষন্তেকীয়া পৃথিৱীখনত এই সৃষ্টি সঁজোৰে তিষ্ঠি থাকিব। হৃদয়ত সাঁচ বহাই যোৱা গীতৰ কথা,বুকুভেদি যোৱা সুৰ আৰু ইমান নিভাঁজ কাহিনী। সঘনে নহয় এনে সৃষ্টি, কিন্তু আমি আশা কৰিব পাৰোঁ। আশাবোৰ জীয়াই ৰাখিব।
@pulakkrishna1197
@pulakkrishna1197 2 месяца назад
সন্ধ্যা পৰত তোমাৰ লগত নামি অহা জোনাক মনত পৰে.............❤❤❤
@pronamikashyam4219
@pronamikashyam4219 2 месяца назад
তোমাৰ অপেক্ষাত ❤ তুমি ঘুৰি আহিবা বুলি মোৰ দৃঢ় বিশ্বাস ❤😊
@pronamikashyam4219
@pronamikashyam4219 3 дня назад
atia aru nalage ghuri ahibo...aii gaan tu a jiyaii rakhibo tumar proti thoka hokolu bur
@PurnimaGogoi-ih7il
@PurnimaGogoi-ih7il Год назад
আগমণি তোমাৰ নিজান ৰাতি সুগন্ধি ফুলৰ বতাহ চাতি ❤️🌻
@Deepbubu
@Deepbubu Год назад
গীতটো আৰম্ভণি পৰা শেষলৈকে নিজৰ লগত মিলি যোৱাৰ দৰে লাগিল।
@himangshukonwar6970
@himangshukonwar6970 Год назад
ভাল লাগিল । বহু পুৰণি কিছুমান স্মৃতি ভাঁহি গল 🥺❤️
@bidyutchoudhury6994
@bidyutchoudhury6994 11 месяцев назад
প্ৰবিন দা, পাগল কৰিব নেকি, ক'ত পাই ইমান ধুনীয়া শব্দ বোৰ শুনি থাকিলেও হেপাহ নপলায় 🥰💙🥰💙
@bidisha2077
@bidisha2077 3 месяца назад
অপেক্ষা কৰোঁ কেতিয়াবা আকৌ লগ হ'ম .. হাঁহিম‌ কথা পাতিম হয়টো কথাৰ বিষয় বস্তু বেলেগ হ'ব তথাপিও আকৌ এবাৰ বিচাৰিম❤
@dhirumonithakuria4020
@dhirumonithakuria4020 Год назад
গানবোৰে হৃদয়ত খুন্দা মাৰে 🥺❤️🌺
@Unknownuser1234-c5q
@Unknownuser1234-c5q День назад
কিমান বাৰ শুনিছোঁ হিচাপ নাই,, তথাপিও আমনি নালাগে❤️✨।। হৃদয়ৰ শিল বোৰ চকুৱে দি উলিয়াই দিব পৰাকৈ ধুনীয়া☺️
@multifarious_vlogs
@multifarious_vlogs Год назад
2:02 Gosebump moment || Masterpiece 😫
@SanjibKumar-gk1kq
@SanjibKumar-gk1kq Год назад
তোমাক 11th Evenue Cafe ত লগ পাইছিলো Guwahati ত। মই তেতিয়া তাত weiter কৰি আছিলো। তোমাৰ Coffee মই য়ে Serve কৰিছিলো 😊 উফ, কিম,,সুন্দৰ উপস্থাপন, সৰল জীৱনৰ নিভাঁজ প্ৰেমৰ দুখন হিয়াৰ অপূৰণ পৰিসমাপ্তি। তথাপি সময়বোৰে আমাক জীয়াই থাকিবলে শিকাই, জীৱন এনেকোৱাই মাথোঁ‌ অনূভৱৰ আঁচলত ধৰি দূৰ-দূৰনিলৈ গুচি যায়। বাৰে বাৰে শুনো তোমাৰ গান।বহু ৰাতিলৈ।
@sagunhasda3243
@sagunhasda3243 15 дней назад
😢😢❤❤
@mayuribora5453
@mayuribora5453 11 месяцев назад
কি ধুনীয়া ❤ ইমান আৱেগ সামৰি সুৰ তোলে আপোনাৰ কণ্ঠই।✨ ভালপাব খুজো আকৌ এবাৰ❤ আগমণি❤️ আটাইতকৈ বেছি ধুনীয়া। জুবিন দাৰ পিছতেই আপুনি খুউব প্ৰিয়। মাথো সৰলতাবোৰ নেহেৰুৱাব, নৱ প্ৰজন্মৰ মৰমবোৰ সদায় থাকিব। আগলৈ শুভকামনা ❤️
@aryankashyap1437
@aryankashyap1437 7 месяцев назад
after পান্চণাৰ দোলা this song gives exact goosebumps exact scenarios.
@sunitamech6089
@sunitamech6089 3 месяца назад
মনে প্ৰাণে ভাল পোৱা হৈছো আগমণি❤❤ ভিডিওটো চোৱাত কৈ শুণাৰ মাদকতা বেছি ❤️❤️ সপোন সৰে ভাহি আহে তোমাৰ কথায়ে আমনি দিয়ে উফফ ❤️❤️❤️
@B.J93
@B.J93 6 месяцев назад
Uffff lyrics 🫶😪😞❤️
@nabasarma260
@nabasarma260 2 месяца назад
That is true lov❤
@paporikalita7791
@paporikalita7791 Год назад
আচল জীৱনটো এনেকুৱাই .. কবলৈ সাহস নাথাকিলে প্ৰেম কৰিবই নালাগে!
@neelkvlog1592
@neelkvlog1592 Год назад
Videoটিৰ বাবে ৰৈ আছিলোঁ কিন্তু videoটিয়ে কন্দুৱাই যাব বুলি ভবা নাছিলোঁ,,,,❣️❣️❣️👍👍 মন চুই যোৱা গীত,,
@sanskritidutta3172
@sanskritidutta3172 Год назад
Keep shining @prabin borah... Always give such peaceful music 🎶...love it❤
@himadrisonowal4017
@himadrisonowal4017 Год назад
ওফ 😭এৰা আজিকালি এই ধৰণৰ মৰম ভালপোৱা প্ৰেম দেখিবলৈ পোৱা নাযায়।অতি হৃদয়স্পৰ্শী মৰ্মস্পৰ্শী গীতটি এতিয়া লৈকে বহুবাৰ শুনিলো❤😢
@rijumoni886
@rijumoni886 Год назад
সন্ধ্যা পৰত ..তোমাৰ লগত..নামি অহা জোনাক মনত পৰে❤...... তোমাৰ কথায় আমনি কৰে💔 ইমান বঢ়িয়া গান তাতেই আৰু এই ভিডিঅ টি.. উফ্❤
@pranatimusic1358
@pranatimusic1358 Год назад
Thankyou ❤
@dipakdipak6700
@dipakdipak6700 Год назад
Adhorua kisu smirti ❤
@Lovemusic0133
@Lovemusic0133 Год назад
পাল তৰা নাৱৰ বতাহেই সাৰথি..... Uff lines❤️😢
@DipankarRabha-oi2ux
@DipankarRabha-oi2ux Год назад
Soku meli ebar muk sua this line 🌺🌺
@baishaligogoi6341
@baishaligogoi6341 Год назад
Came across this video today and gosh, it broke my heart. The lyrics, tune, Prabin Borah's voice, this video everything is communicable! The pain is felt! Loved this piece!!!❤
@deepjyotisaikia6630
@deepjyotisaikia6630 Год назад
Perfect.first xunilu aji apunar gaan
@himangshudeka1738
@himangshudeka1738 Год назад
Waiting for it. Okk now love it. ❤❤❤❤❤❤❤❤❤
@alonelover7740
@alonelover7740 Год назад
Mon sui gol ❤😊
@how_poem_thinks_
@how_poem_thinks_ Год назад
বাৰে বাৰে প্ৰেমত পৰো আপোনাৰ কন্ঠৰ ❤
@allgamingplayer4381
@allgamingplayer4381 6 месяцев назад
Nokonda manuhoku sui jabo prabin da tumi heart touch korijua ooo ❤ Miss you
@gaurangakaushik3549
@gaurangakaushik3549 Год назад
It is a true masterpiece 🔥❤️,,, I hv been a huge fan of your music man, you are incredibly doing well with pure music not with trending edm ,, kudos to your vocal & composition 👏
@ultimatecreation....
@ultimatecreation.... Год назад
Xobdo bur😢😢❤
@janmonigogoijan7633
@janmonigogoijan7633 Год назад
eman val lagil.❤️❤️❤️ hondhia porot ufff😍🥰😘❤️❤️
@mr.kotoky4990
@mr.kotoky4990 7 месяцев назад
Vl lgil ❤
@digitalassam..9679
@digitalassam..9679 Год назад
No words to say ❤❤❤ another level 🎉❤ Respect button 👍👈 for Prabin daa❤❤❤❤🌺🌺🌺🌼🌼🌼
@pklife2094
@pklife2094 6 месяцев назад
Bht dhunia song......
@BGMSTARringtones
@BGMSTARringtones Год назад
Heart touching ....... lot's of memory....... 👍👍👍👍👍👍👍👍👍👍👍👍👍
@Samar_hazarika
@Samar_hazarika 4 месяца назад
Missing someone special 😢😢
@niiikux
@niiikux Год назад
Lyrics is🎉🥺🔥 I hear this song at reels,eyes are filled with water 🌊🥺 miss you ex
@manujxaikia
@manujxaikia 6 месяцев назад
Uncommon, very nice ❤
@ayushmansaikiasaikia
@ayushmansaikiasaikia 6 месяцев назад
Story of a true lovers ❤
@ibrahimalisarkar588
@ibrahimalisarkar588 6 месяцев назад
Couldn't be better...voice, lyrics, videography, acting, composition everything is perfect about it.
@bhrigukr.kalita6043
@bhrigukr.kalita6043 Год назад
nice song.. চিত্ৰগ্ৰহণ, পৰিচালনা আৰু অভিনয় সুন্দৰ হৈছে৷ @Jahnabi Borah keep going
@sidharthborgohain4398
@sidharthborgohain4398 Год назад
Bohut bhal hoise everything ❤
@debajitgogoi5058
@debajitgogoi5058 Год назад
Hundor....❤
@user-mp7xg6yc4x
@user-mp7xg6yc4x Год назад
Excellent ❤❤❤❤