Тёмный

Pranjit Gogoi||Bhagwot||ভাগৱত ব্যাখ্যা||Vagwot Path|| 

IKK Live
Подписаться 24 тыс.
Просмотров 60 тыс.
50% 1

Pranjit Gogoi || Pranjit Gogoi Bhagwot
@jyotimoy6018 @ikklive5333 @sashiborah3303 @bhaktirsagor @bhakatibhandar-6378 @AnupomBitupon @sumitsaikiaofficial2991
#pranjit_gogoi_bhagawat #pranjit #kamala
#2024

Опубликовано:

 

16 апр 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 109   
@AtulSharma-cr2bh
@AtulSharma-cr2bh 13 дней назад
সুন্দৰ,, বাপ চিৰন্তন সত্য কথা ব্যক্ত কৰিলে হৃদয় চুই গ'ল সেৱা ধৰিলোঁ গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️🙏🙏🙏🙏🙏🟣::::.......🥀
@bhaskarborah7929
@bhaskarborah7929 4 дня назад
Krishn oii hokokule kripya kre jen ❤
@Mukul_223
@Mukul_223 20 дней назад
মুঠতে মানৱ ধৰ্ম আচল ধৰ্ম ইয়াত শংকৰীয়া বামুণীয়া বুলি কোনো কথা নাই।
@rlaskarkam3616
@rlaskarkam3616 4 дня назад
🙏🙏 কৃষ্ণ কৃষ্ণ বাপ , ব্যাখ্যা ভাগ শুনি বহুত ভাল লাগিল ।
@anjalibaishya2287
@anjalibaishya2287 21 день назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@JayantaDhing-py2to
@JayantaDhing-py2to 5 дней назад
Krishna Krishna bap jaigoro khangkr
@himanimahanta6700
@himanimahanta6700 Месяц назад
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@trinayanster4510
@trinayanster4510 11 дней назад
কৃষ্ণ বাপ ❤
@rubiborah3436
@rubiborah3436 Месяц назад
বাপ জনাৰ ভাগৱত ব্যাখ্যা শুনি হৃদয় শাত পৰি গৈছে। কৃষ্ণ, কৃষ্ণ প্ৰভু, আপোনাৰ শ্ৰী চৰণত সেৱা নিবেদিলো।🙏🙏🙏
@rubiborah3436
@rubiborah3436 Месяц назад
কৃষ্ণ, কৃষ্ণ প্ৰভু। বাপ জনাৰ ব্যাখ্যা ই হৃদয় খন শাত পৰি গৈছে।🙏🙏🙏🙏🙏🙏
@lobitahaloi1101
@lobitahaloi1101 Месяц назад
কৃষ্ণ বাপ আমাৰ সেৱা হে 🙏🙏
@poragboruah4156
@poragboruah4156 22 дня назад
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙৰ দেৱ🙏
@prasantapathak8503
@prasantapathak8503 Месяц назад
কৃষ্ণ বাপ আমাৰ সেৱা জনাইছো।
@bijoykrishnagogoi7841
@bijoykrishnagogoi7841 Месяц назад
🙏 কৃষ্ণ, 🙏 কৃষ্ণ, 🙏 কৃষ্ণ, 🙏
@user-zu1dk5pc9e
@user-zu1dk5pc9e Месяц назад
Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@Sistryhazarika5761
@Sistryhazarika5761 Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ আমাৰ সেৱা ল'ব
@HemantaSaikia-iu8is
@HemantaSaikia-iu8is Месяц назад
Krishna Krishna Krishna bap 🙏🙏🙏🙏🙏
@pallabikagohain5720
@pallabikagohain5720 Месяц назад
Krishna Bap Jona Jay Guru Sankar Madhab Ram 🙏 Krishna Krishnan 🙏
@binakumarigogoiborah8407
@binakumarigogoiborah8407 29 дней назад
কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻 সেৱা নিবেদন কৰিছোঁ 🙏🏻🌹
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Месяц назад
Joy guru Shankar krishna
@ajitkumarphukan9736
@ajitkumarphukan9736 29 дней назад
Krishna 🙏 bap আন্তৰিক অভিনন্দন জনালো আগুৱাই যাওঁক অভিনন্দন জনালো জয় গুৰু শংকৰ
@dimpidas1046
@dimpidas1046 Месяц назад
কৃষ্ণ কৃষ্ণ🙏
@mousumiborah93
@mousumiborah93 Месяц назад
কৃষ্ণ কৃষ্ণ ❤❤❤
@pratapchandrakalita77
@pratapchandrakalita77 23 дня назад
jay shree krishna
@nishitasaraniya8691
@nishitasaraniya8691 Месяц назад
Xuni bahut basi val lagil ❤❤❤
@user-fe8eb3fv8j
@user-fe8eb3fv8j Месяц назад
Krishno. Krishno bap. Hewa Nibedon. Koriso
@user-xd7zw9gm9r
@user-xd7zw9gm9r Месяц назад
কৃষ্ণ ৰাম
@jajneswarhira6034
@jajneswarhira6034 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ ।
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Месяц назад
Krishna Krishna Krishna
@madhurjyagogoi6085
@madhurjyagogoi6085 Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@namratapathak2897
@namratapathak2897 Месяц назад
Ram Krishna 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@latikadas9484
@latikadas9484 Месяц назад
কৃষ্ণ ❤❤❤❤
@RenuBonia
@RenuBonia Месяц назад
Krisnhna Krishna bap.
@kamalbora4500
@kamalbora4500 Месяц назад
ভাগৱতৰ ব্যাখাৰ মাজেদি সমাজ পৰিচালনাৰ দিশ সামৰি কোৱা কথা খিনি যুক্তি সংগত ।
@ranudas4561
@ranudas4561 Месяц назад
Krishna Krishna prabhu 🙏🙏🙏🙏
@kumudgayan1664
@kumudgayan1664 Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভাগৱত পাঠ অনুষ্ঠানত আপোনাৰ শ্ৰী মুখেৰে অমৃতময় বাখ্যাৰ দ্বাৰা সমাজৰ প্ৰায় সকলো দিশেই চুই গৈছে তথাপিও জীৱৰ ভাগ অনুসৰিহে সংস্কাৰ সাধন হব।যি জীৱ ই কৃষ্ণৰ চৰণত ভক্তিভাৱেৰে শৰণাগত হৈ ভকতৰ সংগত নিজৰ কুশল বিচাৰি জীৱন নিৰ্বাহ কৰাৰ চেষ্টা কৰে, গুৰু দুজনাৰ কৃপাত সফল হয়। সেয়ে আপোনালৈ অশেষ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@bitulphukan6914
@bitulphukan6914 Месяц назад
শংকৰি সংঘৰ মানুহ বিলাকে সদায় ভাগৱত পঢে 70/ ভাগৱতৰ জ্ঞান লব পৰা নাই | প্রথমতে নিজৰ ঘৰখন ভাগৱত মুখি হৈছে নে নাই আৰু খাদ্য শৃংখল হৈছে নে নাই লগতে নিজৰ লৰা ছোৱালিবোৰ পৃতি মাতৃৰ কথা শুনে নে নাই সেইটো আগতে চিন্তা কৰক তাৰ পাছতহে আনৰ কথা ভাবিলে ভাল হয় | নিজক শুদ্ধ বুলি ভাবি আনক অশুদ্ধ বুলি কোৱা সকল ভকত হব নোৱাৰে | গুৰুৱে লগ কৰি গল সেই গুৰুৰ কথা নেমানি আমি নিজেক ভাগ ভাগ কৰি গুৰুক অৱমাননাহে কৰা হৈছে | আমাৰ ধৰ্ম কি সেইটোকে আমি আজিলৈকে বুজি পোৱা নাই | সেইকাৰণে আমি ধৰ্মৰ নামত আমাৰ সকলোৱে পৰিচয় বেলেগ বেলেগ যিটো আমাৰ গুৰুজনাৰ আদৰ্শ নহয় |
@karishmasaikia3694
@karishmasaikia3694 Месяц назад
Krishna 🙏🙏🙏
@shilpishikhagogoi1181
@shilpishikhagogoi1181 Месяц назад
Krishna 🙏
@khagenbordoloi8585
@khagenbordoloi8585 Месяц назад
Krishna Krishna 🙏🙏🙏🙏
@sasadharrajbangshi3321
@sasadharrajbangshi3321 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏
@kumodsarkar1529
@kumodsarkar1529 Месяц назад
Jai Guru Sankar Brahma Vishnu Maheswar Jai shree krishna Jai shree krishna Jai shree krishna Jai shree krishna
@digantabasumatary3533
@digantabasumatary3533 29 дней назад
Diganta basumatary 🙏 krishna krishna krishna
@llnm4891
@llnm4891 Месяц назад
Krishna krishna bap
@user-se6wt6mz7o
@user-se6wt6mz7o Месяц назад
Krishna baap
@pritilatadeka4876
@pritilatadeka4876 Месяц назад
কৃষ্ণকৃষ্ণ বাপ আপোনাক প্রণাম
@hiranyasaikia1400
@hiranyasaikia1400 Месяц назад
😊krishan krishan
@ajoynagbonshi6795
@ajoynagbonshi6795 Месяц назад
কৃষ্ণ কৃষ্ণ
@devenphukan5699
@devenphukan5699 Месяц назад
সজ,আছাৰ,নিয়মহে,,কামনা,ইয়াত,নাম,বাহমণ,সমাজ,বুলি,একো,নাই,
@bhaskarmohan4040
@bhaskarmohan4040 26 дней назад
jai provo jai ho
@jeetasaikia7279
@jeetasaikia7279 Месяц назад
কৃষ্ণ 🙏
@rikugogoi3759
@rikugogoi3759 Месяц назад
Sumitra Gogoi Krishna Bap Derikoi hale Aaponasabe Path kari yowa Bhagawatar katha khini ai Maha Adhameeye sunilo bar val lagil kathabor suni Krishna Jai Gagat Guru Sri Manta Sankardev anekoi Sattradeekare kaba lagate Satya katha Guru janak nusumarar para manot bar Aaghat lagil Krishna Pranam janalo Bapjanar legate Samasta Bap Aai Sakalak Krishna 🙏🤔
@minatimech4993
@minatimech4993 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ
@suhaniborah2809
@suhaniborah2809 Месяц назад
Krishna krishna 🙏🙏
@user-bk1nf8ie5s
@user-bk1nf8ie5s Месяц назад
❤❤❤
@dhireswarbordoloi
@dhireswarbordoloi 24 дня назад
🙏🙏🙏🤵
@Narendrasaikia556
@Narendrasaikia556 Месяц назад
Ramkrisnaramkrisna
@user-hm3rk1em3r
@user-hm3rk1em3r Месяц назад
Krishan 🙏🙏bap
@madhurjyaborah4669
@madhurjyaborah4669 26 дней назад
Krishna prvu🙏
@prahladgogoi3122
@prahladgogoi3122 Месяц назад
Krishna Krishna
@user-bk1nf8ie5s
@user-bk1nf8ie5s Месяц назад
Krishna Krishna ❤❤❤❤
@user-gn3pp7zh9c
@user-gn3pp7zh9c Месяц назад
অন্তত: ৰছীডাল বুলি নকব,, কৃষ্ণ বাপ সেৱা নিবেদন কৰিলো,,।
@reetzdaxx5050
@reetzdaxx5050 22 дня назад
Yes, you are right
@ParanjallSaikia-tq5xs
@ParanjallSaikia-tq5xs Месяц назад
Krishna Krishna hori ram 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 jai guru Sankar 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 hadhu hadhu Krishnar akanta vhokat 🦚🦚🦚🦚🦚Ami dakhe parnam jonalu 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚
@cheniramgogoi6070
@cheniramgogoi6070 27 дней назад
❤❤ dhunia😮😮
@DandhadharHazorica
@DandhadharHazorica 22 дня назад
গুৰুজনকৈউপৰ
@user-ue9oj1ky1h
@user-ue9oj1ky1h Месяц назад
কৃষ্ণ প্রভুজন।
@gayatri677
@gayatri677 28 дней назад
provu jon😂😂😂😂
@sishuramnath.9381
@sishuramnath.9381 Месяц назад
কৃষ্ণৰ ভাষাত "যজ্ঞ সুতৰ" আৰু জগত গুৰু শ্রী শ্রী শংকৰ দেৱৰ ভাষাত "যজ্ঞ সুত্র বা লগুণ " ভাগক "ৰছীডাল " --বুলি হীন ভাষাত ,কৃষ্ণদ্রোহী,গুৰুদ্রোহী মহামুর্খইহে ক'ব পাৰে | হৰি ওঁ,হৰি ওঁ,হৰি ওঁ||
@durlabhsaikia7779
@durlabhsaikia7779 29 дней назад
উচিত কথা কৈছে আপুনি
@prafullabora5481
@prafullabora5481 Месяц назад
, , বাপ আপোনাৰ মতে একে খন গাৱতে যদি বিভিন্ন ধম্মীয় লোক বসবাস কৰি থাকে ইজনে সিজনৰ লগত মিলা মিচা কৰিব নালাগে। ধৰি লোৱা হওক এখন গাওত ৫০ ঘৰ মানুহ আছে তাৰে ২০ ঘৰ সংঘৰ আৰু ৩০ ঘৰ আনা সংঘৰ আপোনাৰ মতে সংঘৰ লৰা ছোৱালী বোৰ আনী সংঘৰ লৰা ছোৱালী বোৰে একে লগে খেলা ধুলা পঢ়া শুনা ইত্যাদি ইত্যাদি কৰিব নালাগে? কি যে কয় বাপ জনা?
@durlabhsaikia7779
@durlabhsaikia7779 29 дней назад
এই সকল শংকৰদেৱ মাধৱ দেৱতকৈও ওপৰৰ
@medakkashmiri9838
@medakkashmiri9838 16 дней назад
Hea wa Nheili
@PadumNeog-vx4vr
@PadumNeog-vx4vr Месяц назад
Krishna krishna he bapjana bamunia panthar manuh bur bhal nahayi naki ❤janaba krishna
@rekhagogoi322
@rekhagogoi322 Месяц назад
Krishna joy guru Sankar.
@user-nj1xq3hb8n
@user-nj1xq3hb8n Месяц назад
গুৰুজনা থকা সময়ত গুৰুজনাৰ মতে নচলি সাত দিন সাত ৰাতি শাস্ত্ৰ পঢ়ি থকাকে গুৰুজনাক ভজনা কৰা বুজায় নেকি ? এনে আচৰন আচলতে কোন সংঘৰ নাজানোদেই .....
@doleyko.9829
@doleyko.9829 25 дней назад
কৃষ্ণ বাপ বিভিন্ন ধৰণৰ উদাৰণ দি মানুহক বিভেদ নকৰাব । আপোনাৰ মতে মানুহ দুইবিধ । সংঘত থকিলে শুদ্ধ বাকী সকলো মিছা । কি যে কয় আৰু .....সমালোচনাৰ পাত্ৰ নহ'বা ।
@reetzdaxx5050
@reetzdaxx5050 22 дня назад
বৰ বেয়া কথা কৈছে, বামুণীয়া মানুহলৈ ছোৱালী নিদিবা, বামুণীয়া ছোৱালী তোমালোকে নিনিবা, আমি নিদিওঁ আৰু নানোঁ, শংকৰ সংঘৰ কথা বোৰ বহুত বহুত বেয়া, বিভেদ কামি কামবোৰ কৰি বা কৈ ভাল পায়
@ashokdas6426
@ashokdas6426 Месяц назад
Sankar sangha r gorami besi karone sanghar prosar komi goice. Jonopriyota komi goice. Moi nije sanghar vokot. Moi anuvob koricu. Sanghar manuhe gharat maas mangkho khai, kintu biyat dibo nuware. Biyar next dina maas mangkho khai. Tetia somalosona hoi
@RinuBrinu-js6hp
@RinuBrinu-js6hp Месяц назад
Krishna Krishna Krishna Krishna hare Krishna Krishna hare Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna ১০০০বাৰ, লোৱা, উচিত
@reetzdaxx5050
@reetzdaxx5050 24 дня назад
আমিও sonatoni dhormor মানুহ but ami লৰা ছোৱালীক enekoi hikuwa নাই, আনৰ ধৰ্মক ঘৃণা কৰিবলৈ, অত নাখাবি, তত নাজাবি, কি কথা কৈছে বাৰু নিজেই বুজি নাপায় হবলা,
@DandhadharHazorica
@DandhadharHazorica 22 дня назад
আৰুকিবাখুচৰীথাকাচোন
@bhaskarff8653
@bhaskarff8653 22 дня назад
Prasna uttar saral hole vl xokolu eki nohoi
@bishnuabhay350
@bishnuabhay350 Месяц назад
শাস্ত্ৰৰ নিতী নিয়ম নামানিলে কি দুস্ত হয় নেকি ? কেনেকুৱা আৰু কি বুজাব বিছাৰিছে । কি যে ব্যখ্যা কৰিছে । ইয়াৰ ওপৰত আৰু ভালকৈ অধ্যয়ন কৰিব আপুনি । ব্যখ্যাটো অলপ বেলেগ ধৰণে দিব ।
@user-vt9ox2oe8g
@user-vt9ox2oe8g 26 дней назад
বাপ জন আপোনাৰ ভাগবত ভাগনি শুনি আলপুত হলো কিন্তু আনক নিন্দা নকৰিব নিন্দা কৰিলে তাৰ ফল আপুনিও ভোগ কৰিব । লগুনৰ সসম্মান আছে ৰছী বুলি নকব । চকুৰ আগতে দেখি আচো মনে মনে আই সকাম পতা বামুনৰ ঘৰত গৈ খোবা । কাকো নিন্দা নকৰাকে অৰ্থা ভাঙনি তৰিব বুলি আশা কৰিলে৷ ।
@reetzdaxx5050
@reetzdaxx5050 22 дня назад
Thank you so much
@Gaganpatar
@Gaganpatar Месяц назад
কৃষ্ণ বাপ ক্ষমা কৰিব মোৰ দুটামান প্ৰশ্ন আছিল ।মোৰ প্ৰশ্ন হল শৰণ নললে ভাগৱত পাঠ কৰিব নোৱাৰে নেকি ? আৰু কিয় ? আপুনি কৈছে যে বেয়া সংগ লগত থাকিলে বেয়া হয় ,কিন্তু মন কৰিব ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ জীৱন কাল ।কিন্তু কত তেওঁলোক অসুৰ বা অভক্ত নহল কিয় ?
@durlabhsaikia7779
@durlabhsaikia7779 29 дней назад
ধৰিব লাগে এনেকুৱা যুক্তি বোৰ ধৰক তেখেত লোকক
@munindra344
@munindra344 Месяц назад
যি মানুহে ভাগৱতত শৰণ লৈ আন ধৰ্মক নিন্দা কৰে সিহতেই সমাজৰ ধৰ্ষণকাৰী / পাপিষ্ঠ ।
@durlabhsaikia7779
@durlabhsaikia7779 29 дней назад
এঘাৰ দিনিয়া সকাম কৰা মানুহ বোৰে অকল লোকক ঠাততা কৰিব যানে
@nanditaborah9275
@nanditaborah9275 Месяц назад
Ami akhomia nohoi niki !
@manyatagogoi2427
@manyatagogoi2427 Месяц назад
বাপু তুমি ভাগৱত ধৰ্মৰ নামত এইবোৰ কি কৈছা।তুমি দিহিঙ্গীয়া গাৱঁত দুটা ভুল ব্যখ্যা দিলা।"ভগৱান"মানে কি আৰু "প্ৰকৃতি পূৰুষ হৈবা এক মতি"।এই পন্থ কি ,ৰাজনৈতিক দলৰ দৰে?গুৰুজনাই পন্থৰ কথা কোৱা নাছিল।মই যদি এটা পন্থত থাকি আন এটা পন্থক ঘৃনা কৰো হবনে ? গুৰুজনাই কোৱা " প্ৰসাদো নাখাইবা"ৰ অৰ্থতো ভুলকৈ বুজি কাৰোবাৰ অনুষ্ঠানত থাকি মই যদি তাত দিয়া শৰাই প্ৰসাদ নাখাও তেন্তে তালৈ গৈ কি দেখুওৱা হ'ব।পন্থা যিয়েই নহওঁক ই "ব্ৰাহ্মণ্যবাদৰ" এক আধুনিক স্বৰূপ।পন্থাৰ কথা ভাগৱত ব্যাখ্যাত স্থানেই পাব নালাগে।কাৰণ ভাগৱতে পৰম ধৰ্মৰহে কথা কৈছে।বিয়া বাৰু এইবিলাক ধৰ্মৰ কথাহে।
@durlabhsaikia7779
@durlabhsaikia7779 29 дней назад
শংকৰ সঙ্ঘৰ সদস্য কিমান আছে নো আমাৰ বামুণীয়া সদস্য বহুত আছে শংকৰ সঙ্ঘৰ প্ৰন্থা টো অকল অসমত হে আছে আমাৰ বামুণী প্ৰন্থা মানুহ বহুত আছে অকল আমাৰ বামুণীয়া মানুহ অসমতে গোটেই ভাৰত বষতে আছে আৰু আৰু গোটেই জগত খনতে আছে ৰাছিয়া লৈকে আছে আমেৰিকা আফ্ৰিকা লণ্ডণ গোটেই জগততে আছে যদি তেখেত লোকৰ ধৰ্ম টো যদি ইমানেই শুদ্ধ আঁতৰত গৈ প্ৰচাৰ কৰিব কিয় পৰা নাইতেখত লোক ধৰ্ম টো আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড0 পীতাম্বৰ দেৱ গোস্বামীয়ে গৈ বেংলুত আমেৰিকাত লণ্ডণত গৈ আমাৰ ধৰ্ম প্ৰচাৰ কৰি আহিছে নে কি কয় বাৰু
@Sanatni654
@Sanatni654 Месяц назад
Krishna Bap Heba Nibedon korilu
@gautambaruah6431
@gautambaruah6431 Месяц назад
Dhmmddjdjj,djdjdjjd heif
@abhijit7642
@abhijit7642 Месяц назад
Apunar gat koli lombhile
@renukarayrenukaray1278
@renukarayrenukaray1278 Месяц назад
Bapjonar gat nohy apunra gathe koli lomvise
@basudevdas4535
@basudevdas4535 Месяц назад
Time loss hoi aibr aijonr kotha hunily
@renukarayrenukaray1278
@renukarayrenukaray1278 Месяц назад
Nuhunibo
@basudevdas4535
@basudevdas4535 Месяц назад
@@renukarayrenukaray1278 ummmmm nuhunu mi
@himanimahanta6700
@himanimahanta6700 Месяц назад
কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@user-cl5jx1bw4r
@user-cl5jx1bw4r 26 дней назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@user-co2uw8np8u
@user-co2uw8np8u Месяц назад
Krishna bap jona Jay Guru Sankar Madhav ram 🙏 Krishna Krishnan🙏🙏
@user-cl5jx1bw4r
@user-cl5jx1bw4r Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Далее
2000000❤️⚽️#shorts #thankyou
00:20
Просмотров 7 млн
Signal for help
00:52
Просмотров 6 млн