Тёмный
No video :(

PWD বিভাগ এৰি মুখ্যমন্ত্ৰীয়ে লওক জলসম্পদ বিভাগ : গৌৰৱ গগৈ 

NKTV PLUS
Подписаться 598 тыс.
Просмотров 8 тыс.
50% 1

▶️কেশৱ মহন্তৰ নিজৰ সমষ্টিতে অৱস্থা নাই। হাতীমূৰীয়া বান্ধটোৰ ঠিকা একেজন মানুহে পাই থাকে। PWD বিভাগ এৰি মুখ্যমন্ত্ৰীক জলসম্পদ বিভাগ ল'বলৈ আহ্বান সাংসদ গৌৰৱ গগৈৰ।

Опубликовано:

 

20 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 39   
@ImdadRahman-lo2tr
@ImdadRahman-lo2tr Месяц назад
He is the next cm of Assam❤❤❤
@manashpratimdutta2923
@manashpratimdutta2923 Месяц назад
Go gogoi go....you are the only hope....we will wait for you to rule this state.....at least people can live happily
@kuheswarpayeng5813
@kuheswarpayeng5813 Месяц назад
Right sir
@Hhttuionde
@Hhttuionde Месяц назад
PWD kene koi aribo comission asae je. 😢 Bhoout dhuk loga 😢😢 ki obosta aji Marti main manhu sobor .aru guwahati bahira manhu marwadi ,biahri armaot asya aru axomr main manhu he aji tirpla mari thakibo loga hoise 😢😢 Bhoout dhuk lage kiab ata politician bur kio feel nohoi dhuk tu🥺🥺🥺paap lagibo saba 😩😩😩
@sudarshanrabha9317
@sudarshanrabha9317 Месяц назад
Good advice 👍
@bishaldas3964
@bishaldas3964 Месяц назад
Very good
@user-gx5xg9sc6e
@user-gx5xg9sc6e Месяц назад
A moja
@ranaborah8641
@ranaborah8641 Месяц назад
👍🔥
@jurisarma6267
@jurisarma6267 Месяц назад
Next cm of Assam.....
@arjundeka9938
@arjundeka9938 Месяц назад
he is indirectly supporting mama...
@bishaldas3964
@bishaldas3964 Месяц назад
Sariufale Comission kebol comission
@pranjal1393
@pranjal1393 Месяц назад
Borhiya dise
@BikashDas-cp1nk
@BikashDas-cp1nk Месяц назад
❤❤❤
@smrjt9102
@smrjt9102 Месяц назад
Kela Moja dise aisat jegat dise 🔥
@thepoliticalawareness1021
@thepoliticalawareness1021 Месяц назад
Not related. *অসমৰ ৰাইজে চোৱা উচিত কিদৰে একে চৰকাৰ, একে ঠিকাদাৰ, একে বিষয়া আদিয়ে ধুবুৰীৰ পৰা নগাঁৱলৈ ৰাস্তা ভাল বনাব পাৰে কিন্তু কিয় যোৰহাটৰ পৰা শিৱসাগৰলৈ ভাল ৰাস্তা বনাব নোৱাৰে এবাৰ চিন্তা কৰি চাওক। কাৰণ যোৰহাটৰ শিক্ষিত ৰাইজ চাগে। যিটো সময়ত সমগ্ৰ অসমৰ ৰাইজে অসম আৰু অসমীয়াৰ কাৰনে ভোট কৰিলে সেই সময়ত যোৰহাটৰ ৰাইজে বাংলাদেশী মূলৰ মানুহৰ বাবে ভোট কৰিলে চাগে। শিক্ষিত ৰাইজ?* অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ কমি গল। কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।
@mrinalpachani8984
@mrinalpachani8984 Месяц назад
very good analysis. People of Assam will understand later ,how miya magic worked in Assam .People still does not understand that ideology of each party is quite different bjp never encourage miya but congress is pro Muslim party .
@krishnabarman5395
@krishnabarman5395 Месяц назад
Aap bolna sahei Assam ka pm kissan sab paise mathaiuri me invest sahia
@pramodchoudhury6598
@pramodchoudhury6598 Месяц назад
Ki kowahe tiri ke eriba pari kingu pwd eriba nowari.
@rohan8973
@rohan8973 Месяц назад
fav theekadar of Mama Anil Das, Anupam Sharma and Bonia brigade.
@rajumonihazarika3282
@rajumonihazarika3282 Месяц назад
moja❤❤❤GG
@rubulsharma7253
@rubulsharma7253 Месяц назад
টোৰ মুৰ
@BhabaniGogoiHazarika
@BhabaniGogoiHazarika Месяц назад
লাজ যে লাগিছে আকৌ দেই-----
@irvideos
@irvideos Месяц назад
O bopai congress r dinoto ajir keijon a montri asil
@rubulsharma7253
@rubulsharma7253 Месяц назад
তাহাতৰ দিনত কি বাল কৰি আছিল
@jayantadutta1024
@jayantadutta1024 Месяц назад
Manuh ekei aail matro dol holoni hol
@digantanath3121
@digantanath3121 Месяц назад
Congesr dint bal koriasil
@bitupandas8667
@bitupandas8667 Месяц назад
Congesr dint mane ka ktha kbo xujise.kon kon asile jane nai
@user-xr5xw5fg1r
@user-xr5xw5fg1r Месяц назад
Congress din t aku nahole buli BJP din to aku nahobo neki
@hridoybabuassampolice2591
@hridoybabuassampolice2591 Месяц назад
​@@user-xr5xw5fg1r congresse nokorli bjp o nokore tate ki hol
@a2ztechandfun241
@a2ztechandfun241 Месяц назад
​@@hridoybabuassampolice2591 BJP ne Congress r B team?
@sailendrasaikia630
@sailendrasaikia630 Месяц назад
Congressor dinot minister kun asil gourov neki?
@user-cl3fj4pm2z
@user-cl3fj4pm2z Месяц назад
Flood is due constant rainfall in China. NE needs different time zone to face this challenge.
@MintuMintuKutum-ke5bp
@MintuMintuKutum-ke5bp Месяц назад
Very good
Далее
Tanish holatmi?😅❤️
00:41
Просмотров 1,2 млн
Putin Əliyevdən nə istəyib? | Rəhim Qazıyev
05:32
ЛИЗА - СПАСАТЕЛЬ😍😍😍
00:25
Просмотров 1,2 млн
Rusiya Prezidenti Vladimir Putin Bakıdadır
00:32
Просмотров 253 тыс.
Tanish holatmi?😅❤️
00:41
Просмотров 1,2 млн