Тёмный
No video :(

Rahul Gautam Sharma EXPLICIT - on Controversy, Alcohol, Zubeen Garg || Assamese PODCAST - 111 

UNTOLD by Aboyob Bhuyan
Подписаться 183 тыс.
Просмотров 107 тыс.
50% 1

Опубликовано:

 

23 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 456   
@rintudas-pd5mi
@rintudas-pd5mi 3 месяца назад
IPL ৰ ফাইনেল মেচ এৰি তুহাৰ কথা শুনি আছো ৷
@rumondeep3263
@rumondeep3263 2 месяца назад
🖐🏻
@BinaBorakhaund
@BinaBorakhaund 3 месяца назад
তোমাৰ কথাই মানুহক পাগল কৰি দিব ইমান উচ্চতৰ চিন্তাধাৰা তুমি অসমৰ সম্পদ আগুৱাই যোৱা তোমাৰ এষাৰ কথা খুব মনত ৰৈ গল সুখ আলহী। দুখ ঘৰ। ভগবান তোমাক ভালে ৰাখক
@ranusharma8014
@ranusharma8014 3 месяца назад
Hindu muslim view tu moi mani lobo pora nai, karon bortaman babor base korile nohobo, practically chabo lagibo
@jumisarma4999
@jumisarma4999 3 месяца назад
প্ৰথমটো episodeৰ পৰা আৰম্ভ কৰি 1,2টা episodeৰ বাদে প্ৰায় সকলো episodeয়ে চাইছো কিন্তু আজিৰ episodeটো সঁচাকৈয়ে বিশেষ। Rahul Gautam Sharmaৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দৰ পৰা আমি শিকিবলগীয়া আছে। বাকী HSLCৰ গণিতৰ প্ৰশ্ন কাকত খনৰ লগত একে ধৰণৰ ঘটনা মোৰো হৈছিল😅 কিন্তু এতিয়া ভাল লাগে নিজকে কলা শাখাৰ ছাত্ৰী হিচাপে পৰিচয় দি ❤️ Love From Tihu, Nalbari ❣️
@mousumichoudhury7409
@mousumichoudhury7409 3 месяца назад
মৰমৰ ভাইটি আৰু সঁচা অৰ্থত ভাৰতীয় নাগৰিক দুজন তোমালোক দুয়ো জনৰ কথা বোৰ আলোচনা বোৰ আকৌ এদিন ৰাইজৰ আগত লৈ আহিবা বুলি আশা ৰাখিলোঁ। ঈশ্বৰে তোমালোক ক কুশলে ৰাখক।
@smritientertainment43
@smritientertainment43 3 месяца назад
"সুখটো আলহি,দুখটো ঘৰ" wow epic ❤🔥
@dipjyotisarma2310
@dipjyotisarma2310 3 месяца назад
শেষত গানটো শুনি সঁচাকৈ তথাকথিত বহুতো জনপ্ৰিয় মানুহৰ মুখৰ প্ৰতিচ্ছবি মনত ভাহি আহিল....
@nabanitachakravorty8525
@nabanitachakravorty8525 2 месяца назад
একমাত্র currency টো পইচা নহয় মৰম হয় , সন্মান হয় এই শাৰীটো 🔥 ভালে থাকা তুমি সদায় ❤❤❤❤
@therupamaxom
@therupamaxom 3 месяца назад
কিতাপ পঢ়া মানুহ যে সেইবাবে চিন্তাধাৰা বোৰ বহুত গহীন।❣️ আপোনাৰ ভাষাৰ গহিনত্ব বুজা মানুহ বহুত কম ওলাব... 😊
@dhirendas9596
@dhirendas9596 2 месяца назад
মই এজন মাছৰ বেপাৰী হও,, কিন্তু graduate,, ৰাজনীতি বিজ্ঞান major subjects আছিল,, গোটেই ভাৰততে যি ৰাজনীতি চলিছে সেইয়া ক'ব উপাই নাই দূখ লাগে মোৰ অসমীয়া ৰ মানুহৰ দূখ দেখি,, কেৱল কথা ৰ ফুলজাৰী ৰে ৰাজনীতি কৰা আমাৰ মূখ্যমন্ত্ৰী,, উন্নয়নৰ আঁচনি ৰ নাম দি ,, হাজাৰ হাজাৰ ৰাজহ লুট কৰা আমাৰ চৰকাৰলৈ ধন্যবাদ,, নিৰক্ষৰ জনতাই বুজি পোৱা নাই,, আৰু শিক্ষিত জনতা নিৰ্বাক,, বুদ্ধিজীৱী ৰ বিষয়ে আমাৰ ভাইটিয়ে গালে,, জাগা অসমীয়া,,
@gautamgoswami9723
@gautamgoswami9723 2 месяца назад
সুদক্ষ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ ।
@dulumanirabha5496
@dulumanirabha5496 3 месяца назад
তেওঁৰ লিখনী বোৰ সদায় প্ৰিয় , মানুহ হিচাপে আজি বহুত ভাল লাগিল। ধন্যবাদ অৱয়ৱ এনেধৰনৰ আলোচনা কৰা বাবে❤
@ujjalthakur5896
@ujjalthakur5896 3 месяца назад
বহুত ভাল লাগিল.ৰাহুল ইমান সৰুলৰাটোৰ চিন্তাধাৰাৰ স্তৰটো বহুত ওপৰত.তুমি আৰু আগুৱাই যোৱা ভাইটি.অৱয়ব তোমাৰ প্ৰতিটো ভিডিঅ চাও বৰ ভাল লাগে.আজিৰ ভিডিঅটো বহুত বেছি ভাল লাগিল.অকনো স্কিপ নকৰাকে চালো.
@chayadas7654
@chayadas7654 2 месяца назад
জীৱনত ভালপোৱা মানুহৰ তালিকাত আপোনাৰ নাম সন্নিৱিষ্ট হৈ ৰʼল ৰাহুল দা🌸 ভালে থাকক আপুনি 🌸
@Jyotinip
@Jyotinip 2 месяца назад
Salute RGS❤ এনে লাগিছে যেন দিনটো শুনি থাকিলেও বোৰ নালাগিব, এনে লাগিছে যেন তোমাৰ এই চিন্তা ধাৰাই নৱপ্ৰজন্মক বাৰুকৈয়ে প্ৰভাৱিত কৰিব।
@SasankaBorah-kx6uu
@SasankaBorah-kx6uu 3 месяца назад
বহুত অপেক্ষাৰ পাছত আজি ৰাহুল দা ❤ LOVE FROM TINSUKIA ❤
@mousumichoudhury7409
@mousumichoudhury7409 3 месяца назад
আজি ৰ সুন্দৰ এশাৰী - সুখ আলহী আৰু দুখ ঘৰত থাকেই। 😊
@KapilKBorah
@KapilKBorah 3 месяца назад
ৰাহুল গৌতম শৰ্মাৰ পডকাষ্ট টোলৈ অপেক্ষা কৰি আছিলো। পডকাষ্টটো চাই বহুত ভাল লাগিল । 🫠❤️
@kakalidas7450
@kakalidas7450 3 месяца назад
অসাধাৰণ যুবক, আশীৰ্বাদ থাকিল
@pparthana3204
@pparthana3204 3 месяца назад
দুয়ো আমাৰ চহৰৰ সন্তান, অপূৰ্ব হৈছে,অনুপ্ৰাস অলংকাৰৰে সমৃদ্ধ কেনে আছা তুমিলৈ অলেখ ভাল পোৱা, ভালে থাকা
@krishnakalita2935
@krishnakalita2935 25 дней назад
😊😊😊
@zeal6360
@zeal6360 3 месяца назад
Power of books ,power of knowledge
@morommoromlagise936
@morommoromlagise936 2 месяца назад
বেলেগ ধৰণৰ এটা Positivity পাওঁ ৰাহুল গৌতমৰ কথাবোৰ শুনি থাকিলে....আগতেও চাইছো ৰাহুলৰ পডকাষ্ট কিন্তু অবয়ৱ ভূঞাই সাম্প্ৰতিক সময়ৰ প্ৰাসংগিক বিষয়সমূহ সামৰিব জানিছে....একে বয়সৰ কাৰণে হয়তো vibes টো মিলিছে। নতুন প্ৰজন্মৰ প্ৰতিনিধি দুজনলৈ শুভকামনা
@hiyayoutubechannel3799
@hiyayoutubechannel3799 3 месяца назад
তোমাৰ প্ৰতিটো পদকাষ্ট চাওঁ।।। দুই গৰাকীৰ কথা বতৰা ভাল লাগিল ❤❤
@pallavisharma40574
@pallavisharma40574 2 месяца назад
নহয়,, ইয়াতে পাতিবা দেই,,, মোৰ দৰে বহু মা' কে তোমালোকৰ দৰে ল'ৰাহতৰ চিন্তা বোৰ বুজিব খোজো।।। বহুত ভাল লাগিল।।"মই ঠিকাদাৰ শুনি আমাৰো চকুলৈ বহুতো, আৰু মনলৈ বহুত কথা আহিছে। আমাৰ বোৰ কবলৈ নাই,, তোমালোকৰ সৈতে মিলিলে ভাল লাগিব।।আকৌ লগ পাম বুলি আশা ৰাখিছো❤
@tanmanasubhasini5949
@tanmanasubhasini5949 3 месяца назад
Listening to him is always a thrill! His perspective is so unique and refreshing. Shine on, RGS!🤍
@nizorajuri8163
@nizorajuri8163 3 месяца назад
Rahul is like my brother, Rahul'k moi first Zubeen dar ghrt log paisilu, khub ejon hohoj horol lora and rahul'r lgt ktha patile gom pua jai asolote j kiman brilliant hoi hi loratu..Aguai jua bro, keep shining 💫✨.. Hokolue emn positive response dise val lagise..
@poribd7457
@poribd7457 3 месяца назад
বহুত বেছি ভাল লাগিল আজিৰ Episode টো চাই..
@Neverbeen17
@Neverbeen17 3 месяца назад
"God is a man made Idea" never heard of this but he terms it. That's the power of knowledge.
@dhimanbhagawati3456
@dhimanbhagawati3456 3 месяца назад
He is one of the most brilliant boy right now in Assam 🎉❤
@debology1
@debology1 3 месяца назад
Dude relax
@ankursarma3725
@ankursarma3725 3 месяца назад
Most brilliant tu kuna declear korila ....
@hngaming2667
@hngaming2667 3 месяца назад
Aru toi most illogical
@birajdas4577
@birajdas4577 3 месяца назад
Baah dhiman da ❤
@dixitphukan9843
@dixitphukan9843 3 месяца назад
I agreed❤
@kulaholmusic1392
@kulaholmusic1392 3 месяца назад
Sharp brain. Straightforward yet sweet talking.Brilliant
@BIPULGOGOI
@BIPULGOGOI 14 дней назад
পৃথিৱী খন শুধৰণি কৰিবলৈ এনেধৰণৰ কথা বতৰা খুবেই প্ৰয়োজন ।
@mallikagogoi2362
@mallikagogoi2362 3 месяца назад
Rahul Gautam sharma is an unique person...Like him❤
@Tanayaborah.
@Tanayaborah. 3 месяца назад
My 3nd most favorite podcast of untold ❤️...Ankua podcast ru anibo lge❤
@monalishasrecipes2914
@monalishasrecipes2914 3 месяца назад
তোমালোক আমাৰ ভবিষ্যত। বৰ ভাল লাগিল ইন্টাৰভিউটো
@DharmendraDeka63
@DharmendraDeka63 3 месяца назад
বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো। Finally. . ❤❤🔥🔥🔥🔥🔥🔥🔥💥
@abonboruah6745
@abonboruah6745 2 месяца назад
তোমাৰ ওচৰত দেধাৰ প্ৰতিভা আছে।।ইমান সৰু লৰা হৈ এনেকুৱা মদাহী হলা কিয়।। ভগৱানে তোমাক সুমতি দিয়ক। মদাহী হৈ অসমত জিলিকিব নালাগে নিজৰ প্ৰতিভাৰে জি লি কি❤ উঠা।।ডিগবৈৰ মঞ্চৰ ঘটনাটোৰ পুনৰাবৃত্তি নিবিচাৰো। আগবাঢ়া।।সমুখত সেন্দুৰীয়া পথ পৰি আছে।।
@jyotishmandeka8376
@jyotishmandeka8376 3 месяца назад
সুখ আমাৰ আলহী দুখ আমাৰ ঘৰ।।❤️❤️ Birat a dhuniya lagil...olpu skip nokorake salu ...Borhiya ...Baki RGS mutke dangar buli vabi asilu 😁 same Age.. Ane manuh pale adda marar moja a beleg . Great work Aboyob❤️....aru val howk ....
@threesister3457
@threesister3457 3 месяца назад
ৰাহুলক ক'বলৈ ভাষা নাই ❤he is great
@Sabi-ta
@Sabi-ta 3 месяца назад
চিধা মানুহ চিধা কথা । ভাল লাগিল চাই।❤
@Jane_Austenn
@Jane_Austenn 3 месяца назад
The three grand stories -fascist, communist, and liberal - that he talked about are from the book 21 Lessons for the 21st century written by Yuval Noah Harari.
@DipjyotiGogoi-js1qc
@DipjyotiGogoi-js1qc 3 месяца назад
আজি প্ৰথম কাট নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চালোঁ বহুত বহুত ভাল লাগিল। শেষত গানটো বেছি ভাল লাগিল ভাল দি গ'ল ৰাজহাড়ৰ নথকা বোৰক😂
@sangmaryan5127
@sangmaryan5127 3 месяца назад
I really admire his personality. He is highly intellectual. Love n Respect to him.
@jinadasdeori5895
@jinadasdeori5895 2 месяца назад
বুদ্ধিজীৱি হব নালাগে চিন্তাজীৱি হোৱা ভাল লাগিল।আৰু এটা সুখ বোৰ আলহি দুখ বোৰ ঘৰ। শেষত গান wow.
@__upasna__5570
@__upasna__5570 3 месяца назад
Dukh tu constant hukh bur alohi ❤️woww! Rgs must compile all his one liners.. whenever we feel bored or maybe tired we scroll reel..he is so different definitely someone to look upon
@apolloyt8023
@apolloyt8023 3 месяца назад
Coment নিদিয়াকৈ থাকিব নোৱাৰিলোঁ বহুত কথাই বুজি পালোঁ। মোৰ হৃদয়ৰ vl লগা এজন মানুহ।
@diptideka1657
@diptideka1657 2 месяца назад
বহুত বেছি ভাল লাগিল ❤❤ দুয়ো আগবাঢ়ি যোৱা,, আশীৰ্বাদ থাকিল।।
@creativesoulP
@creativesoulP 3 месяца назад
Khub bhal kotha kole poisatu prithibit ekmatro currency nohoi , morom hoi xonman hoi , aru kole amar ajiloike ekhon gariu nai , kiman mature , kiman xomriddho , it shows his Class and upbringing ❤❤
@himadriburagohain7666
@himadriburagohain7666 3 месяца назад
Loved it❤ . Watching him for the first time and I am a fan the way he talks in unfiltered way
@iamnikubaruah
@iamnikubaruah 2 месяца назад
Rahul dar kothabur mor bht vl lge... Unique kotha koy... Most talented ❤❤❤
@manjuhazarikadas2685
@manjuhazarikadas2685 3 месяца назад
ৰাহুলৰ উচ্চ চিন্তাৰ কথাবোৰে আপ্লুত কৰিলে। দুয়োগৰাকী আগুৱাই যোৱা।
@pahisarmah8075
@pahisarmah8075 3 месяца назад
অসাধাৰণ ব্যক্তিত্বৰ মানুহ❤❤😊
@user-xm5qk2cn6r
@user-xm5qk2cn6r 3 месяца назад
মানুহক ভাগৱনেই সৃষ্টি কৰিছে । ভগৱান সৰ্বশ্ৰেষ্ঠ
@dayswithpronami1027
@dayswithpronami1027 3 месяца назад
বাৰে বাৰে চাব পৰাকৈ,শুনিব পৰাকৈ ভাললগা।এতিয়ালৈকে চোৱা সকলোতকৈ ওপৰত।❤❤
@suraz7207
@suraz7207 2 месяца назад
i love Pranami... please abar bhal paw buli kuwa na
@REAL-GURU
@REAL-GURU 3 месяца назад
গীতিকাৰ আৰু গায়ক হিচাপে ৰাহুল গৌতম খুব প্ৰিয় ৷ তেওঁৰ স্পষ্টবাদী কথন শৈলীও খুব ভাল লাগে৷ কিন্ত তেওঁৰ ৰাজনৈতিক আদৰ্শক সম্পূৰ্ণ ৰুপে সমৰ্থন কৰিব নোৱাৰিলোঁ৷ এই যে তেওঁ কৈছিল “বাবৰে হিন্দুক একো কৰিব নোৱাৰিলে“ বাবৰে হিন্দুৰ ওপৰত কি কি অত্যাচাৰ কৰিছিল সেইবোৰ চাগে তেওঁ নজনা নহয়৷ কিমান ত্যাগ আৰু বলিদানৰ শেষত আমি শান্তিৰে ভাৰতত বাস কৰিব পৰা হৈছোঁ৷ এতিয়াও islamisation তেওঁলোকৰ মূল উদ্দেশ্য গতিকে বিজেপিয়ে বাবৰৰ সেই দিনৰ পুনৰাবৃত্তি নহওঁক বুলি যি পদক্ষেপ লৈছে সেয়া ভাৰতৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়৷ আৰু এই যে Dictatorship চলি থকা বুলি কৈছে সেয়া সচাঁই চলা হৈ তেওঁ ইমান মুকলিকৈ মোডী অথবা বিজেপিৰ বিৰুদ্ধে কথা ক’ব নোৱাৰেলে হেতেন৷
@user-el3lp8qn6c
@user-el3lp8qn6c 3 месяца назад
apuni budhijibi neki
@user-sd5vm7sg2m
@user-sd5vm7sg2m 3 месяца назад
Q No 1) What is Islamisation?? Q No2) what steps r being taken by ur BJP govt. to counter it?? Plz clarify....
@mayuribaruah571
@mayuribaruah571 3 месяца назад
Very good conversation and realistic between two youths of the new generation.
@jyotikamallsvlog
@jyotikamallsvlog 3 месяца назад
Ufff 🔥🔥🔥 ভাষা নাই । বহুত ভাল লাগিল ❤ । বিশেষকৈ গানটো উফ 🔥🔥
@Rijuwanasaikia
@Rijuwanasaikia 2 месяца назад
বৰ গুৰুত্বপূৰ্ণ পদকাষ্ট৷ভাল লাগিল৷ৰাহুল আৰু অবয়বৰ সুন্দৰ যুগলবন্দী৷
@bandanabora6499
@bandanabora6499 3 месяца назад
Eta bhal loga episode❤️ ....Jimane criticise korok I like Rahul Gautam Sharma ..Brilliant one ...Ki Answer ki dialog wah..😂..Go ahead bro.. Best wishes ...❤From Tinsukia
@alakeshbarmanbarman7049
@alakeshbarmanbarman7049 2 месяца назад
One of the best podcast I have ever seen
@dibyadas5211
@dibyadas5211 2 месяца назад
ইয়াতকৈ ভাল ভাল গান লিখা মানুহ আছে সেই সকলক দেখা নাপায়, বৰ্তমান অসমৰ জনপ্রিয় গীত লিখা মানুহজনক গুৰুত্ব দিয়ক , ইয়াৰ গান কেইটা ডাঙৰ গায়কে গালে কাৰণে জনপ্রিয়, তাকো জুবিন পাপনে গোৱা কাৰণে, সেই কাৰণে আৰু বহুত ভাল গীতিকাৰ আছে,সেই সকলকো মাতিব
@heujmoran9686
@heujmoran9686 3 месяца назад
অপেক্ষাত আছিলোঁ
@alakeshdeka7596
@alakeshdeka7596 3 месяца назад
very practical thought process.... and what a expression of thought😮
@lkrishna2280
@lkrishna2280 2 месяца назад
বহুত relatable হয়। Podcast টো শুনি খুব ভাল লাগিল।
@parthapratimborah7142
@parthapratimborah7142 3 месяца назад
This should be probably the best Assamese podcast. ❤
@user-kj6lm7bu4v
@user-kj6lm7bu4v Месяц назад
Bhut bhal lagil Rahul G sharma God bless you
@damayantiboro3809
@damayantiboro3809 2 месяца назад
I liked his point of view regarding saturation point as an artist he described it very nicely.
@ankurjyotidas7085
@ankurjyotidas7085 3 месяца назад
সুখ আলহী আৰু দুখ ঘৰত থাকেই.....👍
@paragsarma8063
@paragsarma8063 17 дней назад
The way of his thinking towards any topic that's precious 🙏
@kobitakalita8308
@kobitakalita8308 3 месяца назад
Bohut vl lagil hakhyatkar ti duyujanale akhekh dhanyawad go ahead both of you 👍🏻👍🏻
@suraz7207
@suraz7207 3 месяца назад
bro is literally influenced and got uplifted by zubeen daa itself and tried ignoring zubeen da also 😂
@pranjalblogs6641
@pranjalblogs6641 3 месяца назад
Zubeen dai soboke sinaki korai dile eyak atiya tar lebel sharma vs sharma😂
@suraz7207
@suraz7207 3 месяца назад
@@pranjalblogs6641 xe dui ek bosor zg da r lgt kam kri e nijok zg r level t put kri ktha bur koi ase
@dipankarthakuria5075
@dipankarthakuria5075 3 месяца назад
Over smart dekhai bht
@uttaram7648
@uttaram7648 3 месяца назад
Tohotor brain e dhuki napai o ..gorudhwoj hot
@mandeepmusical
@mandeepmusical 3 месяца назад
19:03 The way rahul da answered, immediately after that Aboyob da asked him something ... Rahul da ignored that question so smoothly, because he answered to that question few seconds back, it was a boom☠️☠️☠️
@banashrigogoi7296
@banashrigogoi7296 2 месяца назад
birat bhal lagil....intellectual episode
@santimoni7949
@santimoni7949 3 месяца назад
দুয়োজনকে বহুত ভাল লাগে । নিজৰ নিজৰ বাটত আগুৱাই যোৱা।
@rajibbhatt5698
@rajibbhatt5698 2 месяца назад
Unlearn / Detox word and tar meaning tu bhal lagil. Very interesting.
@Liyankadeka
@Liyankadeka 2 месяца назад
Next part ata lage...aji khta khini bhut intellectual asil vl lgise khta bur❤️
@sumiraybaruah79
@sumiraybaruah79 3 месяца назад
God bless both of you
@Freakyflawless
@Freakyflawless 3 месяца назад
Excited
@matiabora3945
@matiabora3945 3 месяца назад
ভাল লাগিল কথাবোৰ❤️
@kapilsekhar7338
@kapilsekhar7338 2 месяца назад
What a video.... Both r very good.. Rahul, u r genious... Just b d same always
@moostakbil
@moostakbil 3 месяца назад
কথাখিনি বহুত ভাল লাগিল | Rahul dada ❤
@papimonibaishya6838
@papimonibaishya6838 3 месяца назад
ধন্যবাদ জনাইছো ধুনীয়া pragram
@MoiMahanta
@MoiMahanta 3 месяца назад
বঢ়িয়া গান । বাট চালোঁ । লিখাৰ লগতে গায়ো থাকিবা ।
@sponditaneog4851
@sponditaneog4851 3 месяца назад
Such a brilliant young mind. Has such radical thinking. Loved the episode.
@Mridupabankonwar
@Mridupabankonwar 3 месяца назад
Rahulor episode Tu pai pura happy. Monor kotha bur bhalkoi prokakh pale
@tanmanasubhasini5949
@tanmanasubhasini5949 3 месяца назад
I was literally waiting for this episode! 👍🏻🤍
@J003M
@J003M 3 месяца назад
আকাশ খনক বিশাল বুলি মানিলোৱেই যেনিবা তৰা গণি থাকিলেতো ভাতমুঠি নোলায় তাতকৈ পথাৰকে সাৱটি ল' গা- মুৰে লেটি ল' বোকা, অজস্ৰ সেউজীয়া মাটিত থাক মাটিত #এতিয়ালৈ ইমানেই..by RGS
@user-nl3yk1mo9u
@user-nl3yk1mo9u 2 месяца назад
bohut bhal loga ata episode❤
@dridikshaduarah281
@dridikshaduarah281 2 месяца назад
Just loved it❤️
@ShantiBora-os7wm
@ShantiBora-os7wm 3 месяца назад
Dada I am one of the student from Gurukul this is one of the best interesting podcast . It is really amazing mainly the songs and many more things from this episode 😊
@gamingzonedevilking5240
@gamingzonedevilking5240 28 дней назад
Rahul gautom da is a man of carecter Actual swag Real attitude
@xyzabc9017
@xyzabc9017 3 месяца назад
Wat an episode!! Loved it immensely. Aru eta enekua episode lage
@nayanjyotiboruah5892
@nayanjyotiboruah5892 2 месяца назад
আমাৰ গৌৰৱ তোমালোক 🥰বৰ সুন্দৰ ভবিষ্যত অনাগত প্ৰজন্ম আমাৰ 🥰🥰🥰💞💞
@giteephukan2612
@giteephukan2612 3 месяца назад
খুওব ভাল লাগিল এপিচোদ টো চায়। তোমালোক দুয়ো ল'ৰাৰ বয়সৰ। আশীৰ্বাদ থাকিল দুয়োলৈ❤️❤️। তোমালোকেই আমি সপোন দেখা শিক্ষিত অসমৰ ভবিশ্যত!!!আগোয়াই যোৱা সত সাহসেৰ।
@minotisaikia1804
@minotisaikia1804 2 месяца назад
সচাকৈয়ে বৰ ভাল লাগিল ।
@TunesAssamOfficial
@TunesAssamOfficial 3 месяца назад
Best podcast ever❤
@manashdas2670
@manashdas2670 2 месяца назад
🌺সুন্দৰ 🌺
@AijoneePori
@AijoneePori 3 месяца назад
কথাবোৰ বৰ স্পষ্ট। ভাল লাগিল
@HipHopAssam14
@HipHopAssam14 2 месяца назад
One of the most intellectual podcast.
@gamingzonedevilking5240
@gamingzonedevilking5240 3 месяца назад
Rahul Gautam Sharma Interesting person 2nd episode to akelge lge
@jintumoni8305
@jintumoni8305 3 месяца назад
Very thought provoking episode,genuinely delighted to watch.
@LakhiPrasadSaikia-uq9df
@LakhiPrasadSaikia-uq9df 2 месяца назад
Very nice love you both
@wemakeyousparkle775
@wemakeyousparkle775 3 месяца назад
খুউব ভাল লাগিল পদকাষ্টটো চাই
Далее
Kene Asa Tumi
4:51
Просмотров 999 тыс.