Тёмный

Ranoj Pegu News: কলেজ-বিশ্ববিদ্যালয়সমূহেই নহয়, এতিয়াৰে পৰা দেশৰ প্ৰতিখন বিদ্যালয়ৰে হ'ব মূল্যায়ন 

ND24
Подписаться 394 тыс.
Просмотров 54 тыс.
50% 1

কলেজ-বিশ্ববিদ্যালয়সমূহেই নহয়, এতিয়াৰে পৰা দেশৰ প্ৰতিখন বিদ্যালয়ৰে হ'ব মূল্যায়ন। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শৰ ভিত্তিতে অসমৰ প্ৰতিখন বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই ব্যৱস্থা। ইয়াৰ প্ৰয়োজনীয় ৰূপৰেখা প্ৰস্তুতৰ বাবে অনুষ্ঠিত হৈছে ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা। কিন্তু কেতিয়াৰ পৰা কিয় আৰম্ভ হ'ব বিদ্যালয়ৰ মূল্যায়নৰ ব্যৱস্থা?
#assam #nd24news #nd24live #nd24assamese #assamesenews #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24's RU-vid channel offers the latest news videos on politics, cricket, technology, entertainment, and much more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Опубликовано:

 

19 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 229   
@Sankarjitcreation
@Sankarjitcreation 10 дней назад
মন্ত্ৰী বিধায়কৰ পৰীক্ষা পাতিলে বহুতেই নামটোকে ভূল কৰিব ।
@wrestlingindia2865
@wrestlingindia2865 9 дней назад
ভুল
@subhambhardwaj2133
@subhambhardwaj2133 9 дней назад
@@wrestlingindia2865 😂😁 what answer
@agkr4658
@agkr4658 9 дней назад
Right
@allaksmi5137
@allaksmi5137 9 дней назад
Right
@sureshchandrakalita5769
@sureshchandrakalita5769 8 дней назад
অসমৰ জিলা কেইখন ৰ নাম কবলৈ নোৱাৰিৱ বহু কেইজন মন্ত্ৰী বিধায়কে ।
@akshaydas3990
@akshaydas3990 9 дней назад
প্ৰতিটো কথাতে শিক্ষকসকলক জগৰীয়া কৰাটো ৰাজনৈতিক নেতাৰ স্বভাৱ।এটা কাম কৰক বছৰেকৰ ছমাহ আপোনালোকে বিদ্যালয়ত ল'ৰা -ছোৱালী পঢ়োৱাক আৰু বাকী ছমাহ শিক্ষকসকলক ট্ৰেনিংত ৰাখক।
@bhargabacharja1778
@bhargabacharja1778 10 дней назад
মন্ত্ৰী ,MLAসকলোৰো 2 1/2 বছৰত মাধ্যমিক (mid term) পৰীক্ষা পাতিব লাগে তাৰো ফলাফল ৰাজহুৱা কৰিলে আমি বুজিব পাৰিম 5 বছৰৰ বাবে কাক নিযুক্তি দিলো। কেৱল 5 বছৰত final পৰীক্ষা পতাটোহে নিয়ম হৈ আছে।
@brinchipegu1837
@brinchipegu1837 10 дней назад
মন্ত্ৰী বিলাককো পৰীক্ষা লোৱা উচিত।
@Bishop533
@Bishop533 10 дней назад
Minister Or exam patibo lage
@prabhaadhikari1425
@prabhaadhikari1425 9 дней назад
Nice
@dibyojyotiray6715
@dibyojyotiray6715 9 дней назад
Vote tu marks hisape lobo 😂
@mousumiray9329
@mousumiray9329 9 дней назад
Ekdom thik
@Amm23008
@Amm23008 9 дней назад
Correct
@biswamoynath8059
@biswamoynath8059 9 дней назад
If u have a social, financial, administration, political , 4th powers media... .. Hope, ..... Anything to cheerfulness.
@jbmusicproductions
@jbmusicproductions 10 дней назад
Useless MLA / Minister bilakor o assessment hobo lage.. Like if u agree
@pradipkalita3161
@pradipkalita3161 10 дней назад
মন্ত্ৰী বিধায়কৰ মূল্যায়ন হ'ব লাগে। তাৰোপৰি টেট পৰীক্ষাৰ দৰে এটা পৰীক্ষা লৈ ইলেকচন খেলিব দিব লাগে ইহঁতক
@targetmotivation5696
@targetmotivation5696 5 дней назад
thik ktha k koise apuni ❤
@bablurajkhowa2718
@bablurajkhowa2718 9 дней назад
পৰীক্ষা পাতক, যিসকলে ভালকৈ পাছ কৰে, সেইসকলৰ প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰক। নহলে পৰীক্ষা পাতি লাভ হ'ব বুলি নাভাবো ।
@nilutpalchaudhary2565
@nilutpalchaudhary2565 9 дней назад
শিক্ষা ব্যৱস্থা কেৱল শিক্ষকৰ ওপৰত নিৰ্ভৰশীল নহয়। বাকী ক্ষেএ সমূহতো চৰকাৰে ভালকৈ চকু দিব লাগে। আজিৰ শিক্ষক যথেষ্ট শিক্ষিত, জ্ঞানী, পাৰ্গত, অভিজ্ঞ, কৰ্তব্যপৰায়ণ।
@deepakkumarchetia5442
@deepakkumarchetia5442 8 дней назад
ভাল কথা । লগতে আপোনালোকৰো মান নিৰূপন হ'ব লাগে ।এবাৰ ভালদৰে প্ৰকৃত সমস্যাবোৰ অনুধাৱন কৰিবলৈ চেষ্টা কৰক , মহাশয় ।
@mihirbaruah3453
@mihirbaruah3453 10 дней назад
শিক্ষকৰ ইমানদিনে মূল্যায়ন যদি হোৱাই নাছিল-তেনেহলে কিহৰ ভিত্তিত তেওলোকৰ বাৰ্ষিক মূল্যাংকন (ACR) কৰা হয়-?
@daimarig6076
@daimarig6076 9 дней назад
We demand same assessment for Ministers and MLAs
@MalinaNarzary-no6zs
@MalinaNarzary-no6zs 9 дней назад
চৰকাৰে ভাত খোৱাৰ পৰিবেশ টো উঠাই দিলে শিক্ষাৰ পৰিবেশ ভাল হব
@mrinmoykalita3811
@mrinmoykalita3811 9 дней назад
পেগু ডাঙৰীয়া ৰাজনৈতিক নেতা বা বিধায়ক হ'বৰ বাবে পৰীক্ষা দিয়াৰ এটা ব্যৱস্থা কৰিলে কেনেকুৱা হয়???
@minubegum311
@minubegum311 9 дней назад
মাননীয় মহোদয়লৈ অনুৰোধ প্ৰয়োজনীয়তা সাপেক্ষে শিক্ষকক নিযুক্তি দিয়ক🙏 বহুত নিম্ন প্ৰাথমিক বিদ্যালয় এগৰাকী বা দুগৰাকী শিক্ষকৰ দ্বাৰা পাঠদান প্ৰক্ৰিয়া চলি আছে, য'ত নেকি ৫ টা শ্ৰেনীৰ বাবে ৫ গৰাকী শিক্ষকৰ প্ৰয়োজন!উক্ত সমস্যাৰ সমাধান কৰি বাকী পদক্ষেপবোৰ ল'লে ছাত্ৰ ছাত্ৰী সকল বেছি লাভান্বিত হ'ব বুলি বোধ কৰোঁ।
@mintukalita213
@mintukalita213 9 дней назад
মন্ত্ৰী/বিধায়কৰও মূল্যায়ন ল'ব লাগে ।
@biswajittalukdar2048
@biswajittalukdar2048 9 дней назад
প্ৰতিটো Dept. ৰ কৰ্মচাৰীৰ মূল্যায়ন হ'ব লাগে।
@susilmahato6276
@susilmahato6276 10 дней назад
শিক্ষকৰ দৰে জন প্ৰতি নিধি হ'ব বিছৰা সকলোৰো পৰীক্ষা পাতিব লাগে।
@PrasannaHazari-s1q
@PrasannaHazari-s1q 8 дней назад
আছলতে শিক্ষক সকলত কৈ বৰ্তমান নেতা সকলৰ হে মূল্যায়নৰ প্ৰয়োজন বেচি আছে |
@TRAssameseEducation
@TRAssameseEducation 10 дней назад
আগতে শ্ৰেণী অনুপাতে শিক্ষক দিয়ক। পিছত কি কৰে কৰি থাকক
@josh6714
@josh6714 10 дней назад
Class wise teacher diok school nijei vl hobo
@tanmaysarkar9955
@tanmaysarkar9955 3 дня назад
This is the main thing
@chandralimbu8
@chandralimbu8 9 дней назад
কেৱল ট্ৰেইনিং দি দিয়েই গোটেই চাকৰি জীৱন পাৰ কৰিব পৰা সুবিধা দিব লাগে।
@Pratim_2024
@Pratim_2024 9 дней назад
প্ৰতিটো বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ মূল্যায়ন, বিধায়কৰ মূল্যায়ন কৰা হওঁক ৷ অকল চৰকাৰী স্কুলকেইখনকে খাম বুলি ভাবি আক্ৰমণ কৰি থাকিব নালাগে ৷
@bidyadharmilik7427
@bidyadharmilik7427 9 дней назад
বিষয় শিক্ষক পৰিপূৰ্ণ কৰক।প্ৰা.বিদ্যালয়ত শ্ৰেণীয়ে প্ৰতি একোজনকৈ শিক্ষক নিযুক্তি দিয়ক।
@rajeshdeka1644
@rajeshdeka1644 9 дней назад
MLA ru minister evaluation hobo ne
@manashigogoi6608
@manashigogoi6608 9 дней назад
Continuous teacher training di thakile teacher kom thoka school buror teacher a pohabo ketiya... Etiyai dekhun trainingr upori trainng
@demon12899
@demon12899 10 дней назад
Earlier ,teachers were not recruited on merit basis.there was no Tet exam. But now a days teacher quality has increased atleast upto a some level.
@dhormendradoley7382
@dhormendradoley7382 9 дней назад
মন্ত্ৰী বিধায়ক সকলৰো মূল্যায়ন হ'ব লাগে কাৰণ ৰাজ্যৰ জনসাধাৰণৰ বাবে কাম কৰিব পৰা নাই।
@Dhruba7856
@Dhruba7856 9 дней назад
Apuniu already amar karone fail candidate.... December t advertisement d ajiloike exam tu patibo pora nai......big failure
@rudrachoudhury9403
@rudrachoudhury9403 6 дней назад
মন্ত্ৰীৰ পৰীক্ষা হ'ব‌ই লাগিব ১০০% । প্ৰথম পৰীক্ষাত বহিব লাগিব ৰোনজ পেগু। HSLC ৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰে তাক গম নাপায় শিক্ষা মন্ত্ৰীয়ে। লাজ নাপায়।
@teachershelpguru9848
@teachershelpguru9848 9 дней назад
Minister r exam Kune lobo....
@debabratachakravarty6566
@debabratachakravarty6566 9 дней назад
BJP sarkar only against the employees
@nilimkumarsenai6773
@nilimkumarsenai6773 10 дней назад
Apunalukr objective ki Toka maara...😊
@nilamonidas4384
@nilamonidas4384 10 дней назад
জহৰা
@PrasantaHazarika-wi3cu
@PrasantaHazarika-wi3cu 10 дней назад
গাওঁ বুঢ়া মন্ত্ৰী..ই সঁচাকৈ কলেজত কাম কৰিছিল নে? 😂😂
@munindradas621
@munindradas621 10 дней назад
মন্ত্ৰী- বিধায়কৰো মূল্যায়ন হব লাগে ৷
@Dhruba7856
@Dhruba7856 9 дней назад
First apuni seriously louk amak.....govt schl teacher nai...... student r ki hoise heibur tu gomei napai ......politics tu dhunia kri ase😊
@AbdusSalam-p6g
@AbdusSalam-p6g 8 дней назад
মন্ত্ৰী বিধায়কৰ মূল্যায়ন হ'ব লাগে মুল্যায়নত fail কৰিলে নিৰ্বাচন খেলাৰ অযোগ্য ঘোষণা কৰিব লাগে
@MRN943
@MRN943 9 дней назад
Ebar MLA standard upgradation evaluation eta patok raijok dekhuai. 98% MLA e medical leave loi asom r bahir pabogoi
@learnhub8361
@learnhub8361 9 дней назад
আগতে merit basis recruitment হোৱা নাছিল কাৰণে fail কৰিছে... Tet থকা teachers বোৰৰ পাতক কোনো fail নকৰে... MLA minister বোৰৰ বাদে চবৰে পাতক পৰীক্ষা.
@haquechaudhury2399
@haquechaudhury2399 3 дня назад
ধন্যবাদ শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ
@ganeshsarma706
@ganeshsarma706 9 дней назад
দৰমহা আপুনিও লয়, শিক্ষা ব্যক্তিগত কৰণ কৰা মন্ত্ৰী বিষয়াই ডিপিইপিৰ দিনৰ পৰাই কৌটি কৌটি টকাৰ কেলেংকাৰী শিক্ষা বিভাগত হৈছে।আমিও চাই আছো স্কুল নহ'লে অফিচাৰ নো ক'ত হ'ব ?
@kamleswarrabha1995
@kamleswarrabha1995 9 дней назад
ডাঙৰ ডাঙৰ কথা কোৱাৰ আগতে বিদ্যালয়ত শিক্ষকৰ সমস্যা শেষ কৰক। কথা ক'ব পালে নিজকে minister যেন লাগে।
@pragyanchutia-l6f
@pragyanchutia-l6f 9 дней назад
All teachers angry at comment section
@MitaliDutta-s9o
@MitaliDutta-s9o 10 дней назад
6 month par hoi gol atealoike evaluation copy nai oha hei tu bikhoyot bivage ki kobo
@PrasUrjya_
@PrasUrjya_ 10 дней назад
evaluationr copy durore kotha kitape pua nai
@travellingworld6401
@travellingworld6401 9 дней назад
Mla exam patibo lage
@pabitraroy6675
@pabitraroy6675 10 дней назад
Kukur pegur exam moi lom
@KrishnaPayeng-n4s
@KrishnaPayeng-n4s 10 дней назад
Nonsense pabitraroy
@learnhub8361
@learnhub8361 9 дней назад
😂
@subhambhardwaj2133
@subhambhardwaj2133 9 дней назад
😂you must be teacher, who failed in examination
@RuhinikrNath-md4dw
@RuhinikrNath-md4dw 9 дней назад
কামত নলগা কিছুমান কথা কৈ একো লাভ নাই ।শিক্ষকৰ নিযুক্তিৰ আগতে প্ৰাৰ্থী সকলৰ শিক্ষাৰ যোগ্যতা চায়হে ,পৰীক্ষা লৈহে নিযুক্তি দিয়া হয় ।আৰে ৰাজনীতি মন্ত্ৰী -এমেলে সকলৰতো একো যোগ্যতা চোৱা নহয় ।এইসকলৰ হে এতিয়া পৰীক্ষা অনুষ্ঠিত কৰিব লাগে । লগতে ৫ বছৰ কাৰ্যকালৰ ভিতৰত কেনেকৈ কোটি টকাৰ মালিক হয়,বিশাল সম্পত্তিৰ মালিক হয় , গাৱৰ পৰা গৈ কেনেকৈ গুৱাহাটী, দিল্লীত মাটি কিনি ফ্লেট নিৰ্মাণ কৰে এইবিলাকৰ পৰীক্ষা ল'ব নালাগে নেকি?
@rajibsut2207
@rajibsut2207 8 дней назад
মন্ত্ৰী বিলাকৰ পৰীক্ষা পাতিলে 90% য়েই ফেইল কৰিব । 100 ৰ ভিতৰত 10 নম্বৰো নাপায়।
@pushparajan9084
@pushparajan9084 10 дней назад
Okol training di thikile pohabo kune..?
@tarundaimari7922
@tarundaimari7922 9 дней назад
Belegor exam Pati thake parliament ot tu exam patok
@pratapbasumatary405
@pratapbasumatary405 9 дней назад
Should be given classwise teacher specially in primary school then we'll give you best results.
@bksworld4751
@bksworld4751 10 дней назад
Minister r exm ketiya hbo... officer r exm ketiya hbo...teacher a ghos nakhai...tohote ghos khai xompooti gorhiso
@burningtopicbodo
@burningtopicbodo 9 дней назад
Minister r o exam hbo lge
@MintuDoley-gq2kp
@MintuDoley-gq2kp 9 дней назад
পেগু দা😂
@satyalakshmeesarma3934
@satyalakshmeesarma3934 9 дней назад
Yes. Our school DPS Numaligarh, already conducted Exams for the Teachers on NCF-FS & NCF SE 2023. There was also a PPT presentation program by the Teachers on NEP 2020 . Attending 50 hours Workshop is already made compulsory for us.
@assamopedia3284
@assamopedia3284 10 дней назад
MLA r kiba accountability ase ne baru???
@dhrubajyoti2341-c9k
@dhrubajyoti2341-c9k 10 дней назад
Jdi teacher assessment hobo laage then teacher promotion system u dibo laage according to NEP
@Dhruba7856
@Dhruba7856 9 дней назад
Common dialogue ata ase apunar ....joldi exam hbo... ...cm r samsa
@durgeswarrabha8006
@durgeswarrabha8006 9 дней назад
1000 ta problem school borot kheitu khobor nai...
@prasantarai3921
@prasantarai3921 9 дней назад
R.peguea sorkari doctor pohar babe doctor nohal.uttar diak.
@Aman-bc3rs
@Aman-bc3rs 9 дней назад
Sob mla/mp r exam hobo lage..fail kora burok dismiss koribo lage.
@sabihanahid8498
@sabihanahid8498 9 дней назад
If you are praising private school teachers for their students oriented work then why don't you take steps to increase their salary? Do you have any idea how suppressed they are!
@dinamonibhuyan8530
@dinamonibhuyan8530 9 дней назад
First class wise teacher is very essential
@bhubannath6092
@bhubannath6092 День назад
মন্ত্ৰী বিধায়কৰ পৰিক্ষা আমি লম। ইহঁত তো পঞ্চায়তৰ সদস্যৰো যোগ্য নহ'ব।
@samarjitkakati3919
@samarjitkakati3919 10 дней назад
গ্ৰেছ নম্বৰ দি আপোনালোকে বা বা লোৱা নাছিল জানো নিযুক্তি দি । তাৰ পাছত 2019 ৰ পৰা নিযুক্তি পৰীক্ষা পতাৰ নাম গোন্ধ নাই ।দায়ী কোন ?
@kalpanadeka7490
@kalpanadeka7490 9 дней назад
প্ৰাইভেট স্কুলৰ দৰে প্ৰতিটো বিষয়ৰে শিক্ষক নিযুক্ত দিয়ক
@mukundasarma449
@mukundasarma449 9 дней назад
CLASS WISE TEACHER and CLASSROOM!!????
@sangitafoodie2432
@sangitafoodie2432 4 дня назад
তেতিয়া হ'লে গুণোৎসৱৰ প্ৰয়োজন নাই
@mukundadas9892
@mukundadas9892 9 дней назад
এজন দুজন শিক্ষকে যেতিয়া ২৬ টা বিষয়ৰ ওপৰত প্ৰতি দিনাই পাঠদান কৰিব লগীয়া হয় আৰু অফিচৰ কামকাজ আছেই তেতিয়া কেনেকৈ আশা কৰা ধৰণৰ ফল পাব
@Unknown-yz2kr
@Unknown-yz2kr 6 дней назад
চৰকাৰী বিদ্যালয়সমূহ আৰূ অলপ তললৈ যাব
@SukumarShil-g4u
@SukumarShil-g4u 9 дней назад
Welcome
@jadusarkar4837
@jadusarkar4837 9 дней назад
Case thakilew election khelibo pare aru jiki goi minister hoy qualification nathakile election khelibo pare aibor ketia thik hobo
@tapanchandrakalita6420
@tapanchandrakalita6420 3 дня назад
শিক্ষক সকলৰ লগত M.L. A পৰীক্ষাত বহীলে হে প্ৰকৃত মূল্যায়ণ হব কোনে উত্তীৰ্ণ হয়
@MalinaNarzary-no6zs
@MalinaNarzary-no6zs 9 дней назад
মাহৰ মুৰত দৰমহাটো আমি পায়েই। গুৰুত্ব সহ শিক্ষা দান কৰিব লাগে।
@hiranyarabha2484
@hiranyarabha2484 8 дней назад
Congress government ahile hokolu thikhoi jabo Vote for Gaurab Gogoi We love INC We love Rahul ji... Tetiahe ehotor atayachatr komibo
@pradipbaishya3783
@pradipbaishya3783 10 дней назад
Truth .
@MalinaNarzary-no6zs
@MalinaNarzary-no6zs 9 дней назад
শিক্ষকক ট্ৰেনিং দিবলৈ লৈ গ'লে ছাত্ৰ-ছাত্ৰীৰclass ক্ষতি হয়।মাননীয় শিক্ষা মন্ত্ৰী অলপ দকৈ ভাবি চাব
@biswamoynath8059
@biswamoynath8059 9 дней назад
Great sir.... First u deserve... 80% marks holders training... Then 70%.... Then 69%...... Then 59%....... Then 50%......... Then 45%............ Then.... 40%........... Then...... 33%............
@AshishChakraborty_JorhatAssam
@AshishChakraborty_JorhatAssam 9 дней назад
Great initiative. Go ahead...
@niranjanray9960
@niranjanray9960 9 дней назад
About judge appointment, political leaders appointment, should also be examined.
@SumitBhumij-vu8op
@SumitBhumij-vu8op 10 дней назад
Apuni kiman pale%
@সেঁতুবন্ধন-ঘ২ঝ
ল'ৰা নথকা স্কুলত শিক্ষক জমা কৰক ৷ আৰু য'ত ল'ৰা বহুত তাত কমাই দিয়ক ৷ আৰু শেষ কৰি নিয়ক
@pranjalg3209
@pranjalg3209 9 дней назад
2oi kiman number paise he.... MLA buroru hobo lage exam.. raijor agot bohok, raije open question xudhibo...
@kazirangastudycentre8953
@kazirangastudycentre8953 9 дней назад
This is the long term policy for privatization
@assamgreentubelight4038
@assamgreentubelight4038 9 дней назад
Amar LP School t 2 lage val Teacher Mat kai ahe Teacher aru baki keijon aku najane 806 No Chumoni Medak LP School P O Bilmukh Under of Ghilamara Lakhimpur plz News ata kri diyok
@biswamoynath8059
@biswamoynath8059 9 дней назад
HSLC... Exam and HS Exam makes it very heard as your time's... EM sirs.
@kuhusvlog4everyone590
@kuhusvlog4everyone590 9 дней назад
First Minister o exam di adharkho dekhuwabo lage
@rajubasumatary8840
@rajubasumatary8840 9 дней назад
l p teacher avilable korok
@PrahaladDas-yh1cb
@PrahaladDas-yh1cb 10 дней назад
Good
@kamalpathak3751
@kamalpathak3751 9 дней назад
Teacher training dua byakti sakale student r level r oparat knowledge ase ne ?
@dhanjitkalita2495
@dhanjitkalita2495 9 дней назад
ND24 education r bohu video thake, bohut thank you
@mrinaljyotinath9402
@mrinaljyotinath9402 9 дней назад
আমি আজি ১১ তাৰিখলৈকে দৰমহা পোৱা নাই। তথাপি নিজৰ কাম কৰি আছোঁ। চাই চিতি কথা কব
@krishnadas8189
@krishnadas8189 10 дней назад
Tar agt school burot teacher diok...ajon teacher a duta duta class porhabo loga hole tu anekua hbo a...private school t sun ata teacher a ata class he porhai
@borahpurnima271
@borahpurnima271 10 дней назад
New advertisementor kotha aku a nokolesun
@akangsyaborah5311
@akangsyaborah5311 10 дней назад
সচা কথা । কিছুমানে পূৰনৰ সৰু নেওতা খন আৰু স্বৰবৰ্ন কেইটাকে নাজানে
@khagenbhuyan6727
@khagenbhuyan6727 9 дней назад
Good News,Thanks
@kamleswarrabha1995
@kamleswarrabha1995 9 дней назад
আপুনি কি জানে? দুটা বাক্যত পাঁচটা ভুল লিখিছে। আপোনালোকৰ দৰে মানসিকতাৰ বাবে আজি শিক্ষক সমাজক সকলোৱে সমালোচনা কৰে। নিজে একো নাজানি আনৰ দোষ বিচাৰি ফুৰা মানুহ।
@elishmedak5354
@elishmedak5354 9 дней назад
​@@kamleswarrabha1995Kinu misa kole bohut teacher anekuwa ase jiye purn newtauke bhaldre najane
@helloabhijit4090
@helloabhijit4090 9 дней назад
Very good step. Teachers also need orientation and refresher courses to know and understand the current trends of Education. Also need to develop their skills and responsibilities towards the students
@NirupamDas-k9s
@NirupamDas-k9s 9 дней назад
It is a hidden process of privatising the Government school.
@goutamrabha3388
@goutamrabha3388 5 дней назад
Only training only training no pupil to teacher ratio in school basis. We are deprived to give quality education only we are engaged in training and others...
@Davidsonowal01
@Davidsonowal01 3 дня назад
Online jug ketia bhalkoi puron hobo Assam Education systemot?
@Samujjal534
@Samujjal534 9 дней назад
Bujonporimanor Toka pai thoka monti,mla r jughotar porikha ketia hobo ?
Далее