Тёмный

Remembering Shri Tarun Gogoi - A Legacy 

Gaurav Gogoi
Подписаться 26 тыс.
Просмотров 104 тыс.
50% 1

Shri Tarun Gogoi (1 April 1936 - 23 November 2020) was an Indian politician and lawyer who served as the 13th Chief Minister of Assam from 2001 to 2016. During his long political journey, he touched innumerable lives and put Assam on the path of development and progress. His well-wishers, friends, associates, and acquaintances share fond memories of the veteran leader.

Опубликовано:

 

12 апр 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 501   
@mtphukan4062
@mtphukan4062 Месяц назад
আমাৰ গৌৰৱ অসমৰ গৌৰৱ গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ।।
@topon4160
@topon4160 Месяц назад
tohotor gourav amar nohoi. Axomor buli nokobo.
@kishornath9995
@kishornath9995 Месяц назад
Gourav gogoi edin muslim hbo sabi
@mtphukan4062
@mtphukan4062 Месяц назад
@@topon4160 গৌৰৱ গগৈ এজন ভাল আদৰ্শবান ৰাজনৈতিক নেতা তেখেতে সংসদত অসমৰ হৈ কথা কয় গতিকে আমাৰ গৌৰৱ অসমৰ গৌৰৱ গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ।।
@mtphukan4062
@mtphukan4062 Месяц назад
@@topon4160 গৌৰৱ গগৈ এজন ভাল আদৰ্শবান ৰাজনৈতিক নেতা তেখেতে সংসদত অসমৰ হৈ মাত মাতে আমাৰ গৌৰৱ অসমৰ গৌৰৱ গৌৰৱ গগৈ জিন্দাবাদ কংগ্ৰেছ জিন্দাবাদ।।
@BishalDas-mn9im
@BishalDas-mn9im Месяц назад
Kela thua hey
@Rinku-gp3kt
@Rinku-gp3kt Месяц назад
তৰুন গগৈক এজন মানুহে বিশ্বাসঘাটক কৰিলে 😢
@soneswarpatar8860
@soneswarpatar8860 Месяц назад
Mama
@arindamchakravartty6308
@arindamchakravartty6308 Месяц назад
Haibur bad dia
@Riyan_Rajbanshi_
@Riyan_Rajbanshi_ Месяц назад
Baad diya he
@rustygaming5147
@rustygaming5147 Месяц назад
Mama
@upangkarhazarika6051
@upangkarhazarika6051 Месяц назад
Hbs r Bea din ahibo... only wait to samay
@kbupload8979
@kbupload8979 Месяц назад
মই তৰুণ গগৈ ছাৰ ক ভাল পাওঁ, সন্মান কৰো, সৰুৰে পৰা স্কুলত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী বুলি কলে তেঁওৰ নাম এ জানিছিলোঁ, কিন্তু তেওঁৰ ভালৰ সুযোগ লৈ এচাম কংগ্ৰেছ ৰ কাৰ্যকৰ্তা সকলে বহুত ঠগিলে, তেওঁৰ দিনত আঁচনি বহুত সৃষ্টি হৈছিল, চাব গলে bjp তকৈ ও বেছি, কিন্তু সেই দুটামান চোৰৰ কাৰণে একো আঁচনিৰ পইচা বেছিভাগ জনসাধাৰণে লাভ নকৰিছিল,আৰু বেয়া হৈছিল তেওঁৰ নাম
@PriYamHA
@PriYamHA Месяц назад
প্ৰয়াত তৰুণ গগৈদেৱৰ সকলো আদৰ্শ পুত্ৰ গৌৰৱ গগৈৰ ওচৰত দেখা পাও।গৌৰৱ গগৈ সঁচাকৈয়ে আদশবান।
@monishaboruah941
@monishaboruah941 Месяц назад
আপোনী বহুত ভাগ্যৱান এনেকোৱা এজন পিতৃ পালে ।🙏🙏
@anupamsaikia8761
@anupamsaikia8761 Месяц назад
Hosa kotha, jar babe aji teu mp hoi ase.
@MagneticShock-me5kk
@MagneticShock-me5kk Месяц назад
অসমৰ অৰ্থনীতি গগৈ চাৰৰ দিনৰ পৰাই উন্নতি সাধন কৰে। গগৈ চাৰৰ দিনৰ পৰাই অসমীয়া ল'ৰা বিলাক ব্যৱসায়িক দিশত আগ্ৰহী হৈ উঠিল আৰু অসমৰ শিপিনী সকলো তেখেতৰ দিনতে উদ্যোগটো জিয়াই উঠিল আৰু আজি উন্নতিৰ শিখৰত উপনীত হৈছে ।
@ambikakrishna5793
@ambikakrishna5793 Месяц назад
তৰুণ গগৈ দেৱ অমৰ। তেখেতৰ আদৰ্শ গৌৰৱ গগৈদেৱে জীয়াই ৰাখক। কংগ্ৰেছ জিন্দাবাদ।
@ankurdeepsaikia6994
@ankurdeepsaikia6994 Месяц назад
এজন সঁচা মনৰ মানুহ । তেখেতৰ কৰ্মৰাজিৰে সদায় অমৰ হৈ থাকিব❤ ।
@prock7604
@prock7604 Месяц назад
We always love him...❤😊 Gaurav Gogoi Zindabaad...✊
@angtongmillik6669
@angtongmillik6669 Месяц назад
For me he’s the best of the best CM of Assam..And his famous dialogue Misa kole ki dal hobo is my favourite ❤️
@soulsisters4667
@soulsisters4667 Месяц назад
It's rare to get such genuine political leader. He was like guardian for us. Salute him.
@SantoshBhattacharyya-ie1nt
@SantoshBhattacharyya-ie1nt Месяц назад
It's true that he was outstanding person....my respect for him
@debasishbhuyan3217
@debasishbhuyan3217 Месяц назад
তৰুণ গগৈ দেৱ সকলোৰে মনত চিৰস্মৰণীয় হৈ থাকিব.. তৰুণ গগৈ সদায় তৰুণ হৈয়ে থাকিল .. Best CM ever ...& Gaurav Gogoi Jindabad .
@MOULANA2649
@MOULANA2649 Месяц назад
মানুহ জনলৈ কেতিয়াবা মনত পৰিলে বহুত বেছি দুখ লাগে বৰ ভাল মানুহ আছিল 😢
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef Месяц назад
কৃষ্ণ কৃষ্ণ, ‌প্ৰাক্তন‌ মুখ্য মন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ মহান গুণৰাশি শুনি অন্তৰৰ শ্ৰদ্ধাত মূৰ ডু খোৱাৰ লগতে অশ্ৰু সিক্ত হ'ল। অৱশ্যে মই ৰঙাজানৰ অন্তৰ্গত গটঙ্গা শিশু কল্যাণ কেন্দ্ৰ ৰ বাকৰিত ১৯৭১ চনৰ লোকসভা নিৰ্বাচনত গধূলি সভা খনিত ঘৰৰ ওচৰৰে হোৱাত কৈশোৰ অৱস্থাত ভাষণ শুনাৰ সৌভাগ্য হৈছিল। তেতিয়াৰ পৰাই তেখেতৰ মহান গুণৰাশি যথেষ্ট পৰিমাণে জনাৰ সুবিধা হৈছে। তেখেতৰ মহান সৰলতম গুণক একমাত্ৰ পুত্ৰ মাননীয় শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতি সময়ত মনত ৰাখি সমাজৰ কল্যাণৰ বাবে কাম কৰি যাবই এই কথা চিৰন্তন সত্য। গৌৰৱ গগৈৰ জয়েই ৰাইজৰ জয় 🙏🙏🙏
@dipankarchangmai1439
@dipankarchangmai1439 Месяц назад
বহুত মনত পৰে, এতিয়াও আমাৰ মাজত জীয়াই আছে যেন লাগে। We miss you sir.
@jireality.6377
@jireality.6377 Месяц назад
গগৈ ছাৰক এবাৰ লগ পোৱাৰ সৌভাগ্য হৈছিল ।
@belateepertin7118
@belateepertin7118 Месяц назад
Late Tarun Gogoi was a visionary and a towering personally of Assam. Tribute to him.
@dibyabora1080
@dibyabora1080 Месяц назад
He was a pure hearted man..miss him these days..Bhabisilu tetia politician hoi beya maanuh but realised now..
@kushalsaikia1214
@kushalsaikia1214 Месяц назад
এজন আদৰ্শবান ৰাজনৈতিক নেতা ।।😢
@LeLoMozahvlogs
@LeLoMozahvlogs Месяц назад
Torun Gogoi sir was kind hearted person ❤
@user-eg2rq8my3j
@user-eg2rq8my3j Месяц назад
Late Tarun Gogoi sir was very humble and clean politician who never ran after name fame & power. A true gentleman.
@lokhiprosadkotoky6037
@lokhiprosadkotoky6037 Месяц назад
তৰুণ গগৈ উত্তৰ অধিকাৰীজনেই গগৈ দেৱৰ আদৰ্শ জীয়াই ৰাখিব লিখিব। লগত অসমৰ জনসাধাৰণ অৰ্থাত আমি বিলাক সহযোগী হৈ থাকিম।
@Varioustopics2024
@Varioustopics2024 Месяц назад
Sir,We need you as a Next Cm of Assam... We'll support and also now supporting you... Congress Jindabad ❤❤❤
@atanuborah
@atanuborah Месяц назад
আমি ককা আইতাৰ মুখৰ পৰা তেওঁৰ কথা শুনিয়েই ডাঙৰ হলো। আৰু এতিয়া অনুভৱ কৰিছো তেওঁৰ দৰে এজন নেতাৰ বহুত প্ৰয়োজন হৈছে।
@prasannabora7644
@prasannabora7644 Месяц назад
O hoi niki ??
@Hrx_gaming_6791
@Hrx_gaming_6791 Месяц назад
আপোনাকো আপোনাৰ পিতৃৰ দৰে চা ও । আমাৰ অসমৰ গৌৰৱ আপুনি ।
@user-sd5vm7sg2m
@user-sd5vm7sg2m Месяц назад
What had destructed by AGP/ regional movement ,built by our beloved Tarun Gogoi... What has been destroying by HBS will b built by our own Gourav Gogoi❤️❤
@alvishphukan4876
@alvishphukan4876 Месяц назад
আপোনাকো সেই আখনতে বিচাৰোঁ। আপুনিও যাতে গৌৰৱ গগৈ নামত দৃতীয় জন তৰুণ গগৈ হিচাপে চাব বিচাৰোঁ
@Jkonwa
@Jkonwa Месяц назад
Tarun Gogoi Sir Hosakoi ajon Mohan person. .🇮🇳 🇮🇳 🇮🇳
@thedreamwannafly2000
@thedreamwannafly2000 Месяц назад
Mur jonmore pora pua Chief minister❤ horute vabisilu Chief minister buli okol Tarun Gogoi ae thake , beleg nathake 😢😢
@nilakshidevi8250
@nilakshidevi8250 Месяц назад
He was a great person , a great politician but his life was above politics... Very down to earth person... A leader of common people 🙏🙏🙏
@kakumonisaikia6758
@kakumonisaikia6758 Месяц назад
সুন্দৰ ব্যক্তিত্বৰ গৰাকী আছিল প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া। বৰ্ত্তমান সময়ত তেখেতৰ দৰে ব্যক্তিত্বৰ ৰাজনীতিক পোৱাতো দূৰ্লভ ।
@user-vc6sq3ek9p
@user-vc6sq3ek9p Месяц назад
শ্ৰদ্ধাৰে স্মৰণ কৰিছো আপোনাৰ ব্যক্তিত্ব... আপুনাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো
@mahadevdeka5962
@mahadevdeka5962 Месяц назад
Sir You should be our next CM. We support you and love you.
@Oozi9ner2
@Oozi9ner2 Месяц назад
Gaurav Da thank you for sharing with us
@johnnygogoi9447
@johnnygogoi9447 Месяц назад
Agree or disagree we miss the legend,the evergreen,the forever respected Tarun Gogoi Sir.
@jayantakalita2763
@jayantakalita2763 Месяц назад
জদিও তেকেত নাই আজি তেখেতৰ আগৰ কথাবিলাক শুনি ভাল লাগিল..
@user-qk9rk8ph8i
@user-qk9rk8ph8i Месяц назад
আক্ৰমণ প্ৰতিআক্ৰমণ কথাতো আপুনি এইবাৰ নিৰ্বাচনত অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। আগুৱাই যাওক, আমাৰ সকলোৰে আশীৰ্বাদ আছে 🙏
@mainadeka314
@mainadeka314 Месяц назад
Kio najanu aji ratipua mur Tarun Gogoi siroloi bohut besi monot porisil luckily apuni sirok dekhuai dile bohut bohut dhanyawad Best of luck.Apuni Eibar jikiboi lagibo .I pray to you.
@amalgogoi805
@amalgogoi805 Месяц назад
I have learned how to respect people's problems from him.
@rawandreal99
@rawandreal99 Месяц назад
*Remarkable leader of mother Assam* ❤
@KalpajitGogoi.
@KalpajitGogoi. Месяц назад
Tarun Gogoi sir ❤ Gourav Gogoi zindabad ❤
@Daretodream8888
@Daretodream8888 Месяц назад
Ami vote apunak e dim....dadaa....❤apunar deutak horu poraa paisu....teur kotha huni huni...e dngor hslu...bohut bhal manuh asel
@ritashree
@ritashree Месяц назад
Gaurav gogoi ❤ jindabad 😮❤
@shantanusharma408
@shantanusharma408 Месяц назад
প্ৰয়াত তৰুণ গগৈ দেৱৰ এই ভিডিওৰ যোগেদি বহু কথা জানিব পাৰিলো। আমাৰ প্ৰজন্মৰ শৈশৱ, কৈশোৰ পাৰ হৈ যৌৱন তেওঁৰ শাসন কালতে পাইছিলো। তেখেতৰ দৰে ব্যক্তিত্বৰ ৰাজনীতিক অসমে আৰু কেতিয়াও নাপায়। কিন্তু এই নিৰ্বাচনৰ বতৰত আপুনি এই ভিডিও দি তেখেতৰ সুযোগ্য সন্তান হোৱাৰ সন্মান লাঘৱ কৰিলে। আপোনাৰ ককা ডাঃ কৃষ্ণ কান্ত গগৈ সেই যুগৰে ডক্তৰ আছিল।তেখেতে সমাজ খনৰ বাবে সেই যুগতে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছিল। কিন্তু আমি কেতিয়াও প্ৰয়াত তৰুণ গগৈ দেৱক তেওঁৰ পিতৃৰ নাম লৈ ৰাজনীতি কৰা দেখা নাছিলোঁ। এই ভিদিওটি যদি আপুনি নিৰ্বাচনৰ পিছত দিয়া হ'লে আপোনাক স্বনিৰ্মিত বুলি কোৱাৰ অৱকাশ থাকিল হেঁতেন।
@user-gw9py4wf8s
@user-gw9py4wf8s Месяц назад
আপোনৰ ওপৰত অন্তিম বিশ্বাস অসমখন বছাৱক 🙏❤️
@Sankarjitcreation
@Sankarjitcreation Месяц назад
Good person all time
@Mycute3budgies
@Mycute3budgies Месяц назад
He is my most favorite C.M.I am also from Titabar.Happy for you Gaurab DA that you are contesting from Jorhat.
@manaskumarde8356
@manaskumarde8356 Месяц назад
Gaurav , you are on right track . Go ahead. I bless you to rise up to the height of our best parliamentarian , a perfect human being.
@arbabbordoloi
@arbabbordoloi Месяц назад
He was really a great man of all time
@BHSClass.Motivation
@BHSClass.Motivation Месяц назад
সন্মান কৰ্মৰ জৰিয়তে আহে। প্ৰয়াত তৰুণ গগৈ দেৱ এজন আদৰ্শবান ভাৰতীয়। অসমৰ মানুহে পাহৰিব নোৱাৰে। ❤❤ সকলো শ্ৰেণীৰ মানুহৰ লগত সমভাব আন্তৰিকতাৰে দেখুওৱা মানুহ বৰ্তমান লাখত এজন ওলাব পাৰে,এতিয়া ।।
@munmisaikia2298
@munmisaikia2298 Месяц назад
আপোনাৰ personality bohut val lagil বাৰ্তালাপ programme tut
@mayurshorts5342
@mayurshorts5342 Месяц назад
ভাল লগা মানুহ জন❤
@Ikram1996-bv3if
@Ikram1996-bv3if Месяц назад
Mur all time favorite manhu jon prnam torun gogoi sir ❤❤❤❤❤🙏🙏🙏
@Oozi9ner2
@Oozi9ner2 Месяц назад
Joi Aai Axom
@tridibdas8211
@tridibdas8211 Месяц назад
ছাৰ আপোনালৈ কাতৰ অনুৰোধ , অসমখন ৰক্ষা কৰক ৷
@kabitasaikia380
@kabitasaikia380 Месяц назад
মোৰ আজিও অনুভৱ তেওঁ এই পৃথিবীতে আছে এনে অনুভৱ হয় কেতিয়াবা তেওঁ কথা কোৱা শুনিবলৈ পাম
@gauravmoral2349
@gauravmoral2349 Месяц назад
I meet Gaurav Gogoi once in person good person indeed he can be a good leader best wishes!
@subhash2478
@subhash2478 Месяц назад
সচাকৈয়ে সুন্দৰ মনৰ ব্যক্তি তেখেত ৷ এদিন এই অভাজনৰ ও সুভাগ্য হল তেখেতক লগ পোৱাৰ । 2016 চন ৷ 6মাইল গুৱাহাটীত ৷ ৬মাইল অভাৰ ব্ৰজৰ তলত মানে কলাক্ষেত্ৰলৈ যোৱাৰ পথত এখন পাটকা দেখি তাতে তেওঁ নামিল গাড়ীৰৰ পৰা৷কলে হে তোমালোকে এই পাটাকা খন কিয় বদলি কৰা নাই ৷ মইটো তোমালোকক কৈছিলো দুদিন মান আগতেই ৷তেনেকৈ কৈ তেখেতে নিজ হাতে পাটাকা খন change কৰিলে ৷ এইটো সময়ৰ clip মোৰ ওচৰত আজি ও সাচি ঠৈছো ৷ বৰ ভাল লগা মুহূৰ্ত ৷ সচাকৈয়ে মাটিৰ মানুহ তেখেত ৷
@mriduldas7259
@mriduldas7259 Месяц назад
🙏. 💐. Tarun Gogoi dev k ami ketiaw paharibo nuaru 😢 🙏 Gaurav Gogoi ✍️. 💐
@beautifullifejourney28liza
@beautifullifejourney28liza Месяц назад
Sir ok sraddhare huwarisu
@krishnagogoi1657
@krishnagogoi1657 Месяц назад
তৰুণ গগৈ অমৰ হওক | গৌৰৱ গগৈ জিন্দাবাদ
@abdulbasik2614
@abdulbasik2614 Месяц назад
I really miss you sir❤❤❤
@jintuali6296
@jintuali6296 Месяц назад
I had tears on my eyes while watching this video. Touched by his simplicity...❤❤❤
@lunasonowal5402
@lunasonowal5402 Месяц назад
A pure legacy of self service to the people of assam that needs to be continued ❤
@VictorBorah-Invincible
@VictorBorah-Invincible Месяц назад
I had received my University Gold Medal from Late Tarun Gogoi Sir, Hon., Ex. CM of Assam. I remember, his hands were very soft, hands fit only for a King! His heart was clean and soul very pious. A very great man was Tarun Gogoi Sir. After I shook hands and touched his feet, he congratulated me and blessed me to bring more name, fame and progress to the state. For a moment, I felt, as if, I was with my father. I want to see Gaurav Gogoi taking his father's place and who knows, one day, I will shake hands with him too!
@user-ru4jt8xt6s
@user-ru4jt8xt6s Месяц назад
মোৰ অতি প্ৰিয় নেতা। তেখেতৰ স্থান কোনো নেতাই লব নোৱাৰে। চকুলোঁ ওলাই গল প্ৰিয় নেতা জনক সুঁৱৰি।
@NazrulIslam-db4cz
@NazrulIslam-db4cz Месяц назад
The Great parson❤
@travellogue1184
@travellogue1184 Месяц назад
Bohut bohut morom aru Shraddha jasilu Tarun Gogoi sir🙏❤
@mainaoxomi1438
@mainaoxomi1438 Месяц назад
তেওঁ কেতিয়াও ৰাইজৰ বাকস্বাধীনতা খৰ্ব কৰা নাছিল❤ জতেই আছে শান্তিত থাকক🎉❤
@ridiprobinsaikia2304
@ridiprobinsaikia2304 Месяц назад
গাম্ভীৰ্যতা ৰাখি তেওঁ সকলো stageৰ মানুহৰ লগত মিলিব পাৰিছিল❤ মুখ্যমন্ত্ৰী হিচাৱে matching কৰে হ'লে তেওঁক👌 যি বিলাক গুণ বৰ্তমান গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰতো আছে। আপুনি নৱ-প্ৰজন্মৰ বাবে আদৰ্শনীয়❤️❤️
@hridoi_rajkhowa
@hridoi_rajkhowa Месяц назад
Tarun Gogoi homan kunu hbo nuare 😭😭😭❤️❤️❤️
@thedevogramstory7483
@thedevogramstory7483 28 дней назад
অসমীয়া ভাই সকল, আমাৰ জাতিটো ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে আৱেগিক, কিন্তু আমাৰ পৰিচয়টোৱে নাইকীয়া কৰাৰ পৰিকল্পনা কৰিছে । আমি জাতিৰ হকৰ বাবে সংগঠিত হৈ আমাৰ ভাষা, আমাৰ সংস্কৃতিৰ বাবে মাত মতা উচিত। আমি আমাৰ নিজৰ ভূমিত দ্বিতীয় শ্ৰেণী নাগৰিক হৱ গৈ আছো। আমি লাচিতৰ সন্তান আৰু আমি কাকোৱেই ভয় নকৰো। আহা আমাৰ সংস্কৃতি পুনৰুদ্ধাৰ কৰাৰ সময় হৈছে!... জয় আই অসম❤❤❤❤ মই বিজেপি নহয় কংগ্ৰেছ নহয়.. এজন অসমীয়া...
@chiranjibdutta565
@chiranjibdutta565 Месяц назад
Sir loi xahoshro pranam, tekhet raijor manuh asil prakritote🙏🙏🙏
@babutuborah7136
@babutuborah7136 Месяц назад
তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব❤
@chandandutta3186
@chandandutta3186 Месяц назад
Gaurav gogoi tumar karane news channel borar talat Gaurav gogoi zindabad buli bahut bar comment karilu.
@d.nbrotherskala2595
@d.nbrotherskala2595 Месяц назад
Tarun Gogoi is a superb person
@nupurjtdhnga4906
@nupurjtdhnga4906 Месяц назад
My most honourable and most lovable person I have ever seen in my life. Sir u was one of the most strong leader of Assam and your all life achievements will be remembered forever in our Assamese hearts ❤❤
@lulurajkhowa3634
@lulurajkhowa3634 Месяц назад
আমাৰ অন্তৰত ছাৰ সদায় থাকিব ❤❤❤
@moromi535
@moromi535 Месяц назад
Bohut val manuh asil teu....
@Sutmaroni-vu8vt
@Sutmaroni-vu8vt Месяц назад
Amr axom khn tarun gogoi sir e gordhi thoi jua.atia ajone axom khn nijr potik hompoti buli e vabi loise
@rajeevteron
@rajeevteron Месяц назад
#GauravGogoi thanks for the video. And the sentence a person spoke that your father is as popular after his death might be very inspiring to you and you’ll feel proud of. But, I remember a session in the assembly when he was so badly insulted and humiliated by none other than one of his trusted pupil and minister of many times after he switched side. That day seeing the face of our late CM, seemed to me he was in deep anguish and his words trembled. He was not allowed to speak properly in the assembly and was heckled in his last days of his political career by a person whom he trusted so much. That particular incident was painful and heartbreaking. May his departed soul rest in peace in the heavenly abode!! And wish you all the very best in your coming days, months and years..!!
@mechratanpur
@mechratanpur Месяц назад
Hei babe gourop da val hoise
@DebojitHandique.
@DebojitHandique. Месяц назад
তেখেতৰ আদৰ্শৰাজি আগত ৰাখি আমি আগুৱাই যাব লাগিব ✋🏻
@user-rv3lv2ev4s
@user-rv3lv2ev4s Месяц назад
অসমৰ এজন দাগহীন সচা নেতা❤❤🙏🙏
@ayatullahhumani9484
@ayatullahhumani9484 Месяц назад
His simplicity was unmatched
@sanjaypegu5370
@sanjaypegu5370 Месяц назад
Gaurav da jindabad from majuli.
@KpBhai1url
@KpBhai1url Месяц назад
Apunr logot ami hodai asu ❤🎉
@gitikadas1130
@gitikadas1130 Месяц назад
Beautiful memories. We proud of him
@thetanbrahmavinashak5268
@thetanbrahmavinashak5268 Месяц назад
I had a dream about him about six years ago. I was cycling through the narrow bumpy road to my school, and he was with me. We were talking about various things…
@zimmiiiiii6000
@zimmiiiiii6000 Месяц назад
Khoru kalor pora axomor CM hisape Tarun Gogoi sir ok paisu....atia mur age 33....atiau CM kun buli kole mur monot Tarun Gogoi sir r kotha monot ahe.....miss u sir....great cm of Assam😭🙏🙏
@Msp8614
@Msp8614 Месяц назад
Tarun Sir miss you very much 😭
@pritidevi9678
@pritidevi9678 Месяц назад
Bahut val lagil.Teu,r beaktittok sadai sardha karu
@hrmusic4820
@hrmusic4820 Месяц назад
এজন ভাল, সাধৰণ,অহংকাৰ নথকা দক্ষ মুখ্যমন্ত্রী পাইছিলো ।
@Illiasalom1184
@Illiasalom1184 Месяц назад
The whole day I watched videos on RU-vid this is the only full video which filled me with tears of love who created Next Generation Assam.
@abdulrasid3458
@abdulrasid3458 Месяц назад
Gaurav da I always watching your clips, when you roar in parliament.
@abdulrasid3458
@abdulrasid3458 Месяц назад
Literally, he was a statesman and kind hearted person. And you Gaurav da You are too.
@jugalakshmigogoi2563
@jugalakshmigogoi2563 Месяц назад
Such a great personality !
@JasimBarbhuiya-nj7ef
@JasimBarbhuiya-nj7ef Месяц назад
He was a great leader of Assam Always Remembered him may his soul rest in Peace 😢
@gakulmahanta9831
@gakulmahanta9831 Месяц назад
Tarun Gogoi sir k ebar log puar akha thaki gol...
@bituponsaikia6622
@bituponsaikia6622 Месяц назад
Tnq Gourav da video2 diyar babe
Далее
TARUN GOGOI VS HIMANTA BISWA IN ASSEMBLY
3:13
Просмотров 322 тыс.
Khisirir Supoti episode 12 | funniest show in Assam
50:02
অসমৰ গৌৰৱ | Axomor Gaurav
3:56
Просмотров 330 тыс.