Тёмный

//SAITANAR MER - PHAKOT // New Assamese Gospel Music// 

UCYC-AUDIOS NELC
Подписаться 26 тыс.
Просмотров 1,4 тыс.
50% 1

Theme:
As the time of Christ's 2nd coming is nearing, people, mostly youths are being entrapped in immorality and evil desires of the present day world. St. paul urges us to refrain from indulging ourselves from such things, as he writes, "Flee the evil desires of youth and pursue righteousness, faith, love and peace, along with those who call on the Lord out of a pure heart." 2 Timothy 2: 22.
Lyrics, Tune & Vocal
: #Michael Narzary
Music Arrangement & Mixing.
: #Amar Boro
Special Thanks to
:Maikel Daimary
Lyrics:
Ch,
#চয়তান‌ৰ মেৰ পাকত
জৌৱনৰ‌ অভিলাসত
নেখেলিবা আৰু তুমি
নু-দুবিবা পাপত তুমি
চয়তান‌ৰ প্ৰলোভনত
পৃথিৱীৰ মায়াজালত
খেলিবানে আৰু তুমি
পৰিবানে পাপত তুমি
সময় তাকৰ, যীশুৰ আগমনৰ
সময় নিকত, সেই মহাক্লেশৰ
1.
অমূল্য তোমাৰ জীৱন, নেখেলিবা, অ,,,
সেই জীৱন পুনৰ গঢ়া, থিয় দিয়া,
যিশু যে দয়াৰ সাগৰ জানি লোৱা,
পাপ ক্ষমা তেওঁতেই পাবা, যদি খোজা ,
ভগ্ন চিত্তৰ কান্দোনৰ অশ্ৰুবোৰ,
উচৰ্গিবা তুমি উৰ্ধলোকৰ বেদিতে,
চকু লোৰে নৈবেদ্য
স্বীকাৰ কৰি নিজ তেজেৰে
ধুই সুচী কৰিব‌, যীশুয়ে....
চকু লোৰে নৈবেদ্য
স্বীকাৰ কৰি সেই তেজেৰে
তোমাক উদ্ধাৰ কৰিব ।
2.
আত্মাৰে যত্ন লবা, শান্তি পাবা, অ...
সমৰ্পন তুমি কৰা, যীশুক মাতা
যিশু যে শান্তিৰ ৰজা তুমি জানা,
সেই সন্তি তুমি পাবা যদি খোজা,
অন্তৰে বিচৰা প্ৰকৃত শান্তিৰ শিপা,
আছে লুকাই সেই যীশুৰ বাণীতেই
অথলে নাজাব
দৃঢ় বিশ্বাস তোমাৰেই
পাব গৈ জীৱন অনন্তত , বান্ধৈ এই
অথলে নাজাব
দৃঢ় বিশ্বাস তোমাৰেই,
পাব গৈ জীৱন বৈকুণ্ঠতl
Thank you!

Опубликовано:

 

14 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 26   
Далее
Maa Se Gehra Tor Pyar Hai Yeshu
5:11
Просмотров 2,1 тыс.
ياسر الزيلعي سورة مريم
19:45
Просмотров 8 млн
Mwnse Lo Thangkhi New Bodo Gospel Song 2024
4:27
Просмотров 8 тыс.
"Ali Guyam Ali Joyam" - Karim Gillani & Kashif Din
6:10