Nilotpal chaliha tumar work bohut bhal hoise aru aaguwai jua ...rakesh riyan r kotha pota style tu bhal lagise n gaan bht bhal gai ...my fevrt omita gasar fufula thari...n waiting fr d nxt video album ...prem srem nathakile.....😉😉😉
+Mayuri Goswami বেয়া খিনি খুচুৰি উলোৱাৰ কি কথা আহিল অলপ বুজাই ক'ব পাৰিলে...সঁছা কথা এটা ক’লে যদি ভূল হয় তেন্তে আৰু ফটা লেবেল দেখুৱাই নিজৰ চিন্তাধাৰা নিজেই ভাল বুলি ক'বলৈ গৈ নিজৰ ঢোল নিজেই বজোৱা মানুহ মই নহয়... and Axomia its not just a language its an emotion... আৰু অসমীয়াই যদি নিজৰ ভাষাৰ বানান ভূলকৈ লিখে তেন্তে বেলেগৰ পৰা কি আশা কৰিম৷ আৰু তেনেকে আক নিজকে নিজেই উচ্চ মানৰ চিন্তা কৰো বুলি কয় আনৰ হাঁহিয়তাৰ পাত্ৰ হ'ব নিবিচাৰো পায় 😂