Тёмный
No video :(

Sunil Gogoi News: সুনীল গগৈ জীয়াই আছে! আৰক্ষীৰ হাতত আহি পৰিছে তথ্য-প্ৰমাণ 

ND24
Подписаться 361 тыс.
Просмотров 77 тыс.
50% 1

সুনীল গগৈ জীয়াই আছে! আৰক্ষীৰ হাতত আহি পৰিছে তথ্য-প্ৰমাণ। সুনীল গগৈৰ নামত আন এটা GMAILৰ তথ্য।
#assam #nd24live #livenews #assamesenews #nd24assamese #nd24news
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 RU-vid channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 76   
@manjubarman1855
@manjubarman1855 Месяц назад
জোনমণিৰ ক্ষেত্ৰত CIDয়ে কিয় এনেকুৱা তদন্ত নহ'ল?
@chinmoyb11
@chinmoyb11 Месяц назад
Dangoria BJP r kiba ata nasil janu! Xeikarone eman activeness dekhuwaise..😅
@minakshiborgohain7378
@minakshiborgohain7378 Месяц назад
সংযুক্তা পৰাশৰ ‌এগৰাকী সুদক্ষ মহিলা লগতে সাহসী প্ৰসাশনিক বিষয়া কম কথাৰে নিজৰ দায়িত্বশীল ব্যক্তিত্বৰ গৰাকী তেখেতক জনাৰ সৌভাগ্য হৈছিল‌ তেওঁ যেতিয়া যোৰহাটৰ আৰক্ষী অধীক্ষক পদত কাৰ্য্যনিৰ্বাহ কৰি থকা সময়ত.. মোৰ বিশ্বাস নিশ্চয়কৈ সকলোৱে মিলি এটা সঠিক সিদ্ধান্তই দিব অপেক্ষাৰ অন্ত পেলায়... সাগৰৰ বক্ষ যেতিয়া অধিক শান্ত ‌ দেখা যায় তেতিয়া ‌ প্ৰবল ঢৌ আৰু ছোনামিৰ ‌আগমন হয়..!
@joypadun7771
@joypadun7771 Месяц назад
নতুন ম'বাইল আৰু নতুন চিম কাৰ্ড লৈছে যেতিয়া,লোকেচন টেক কৰক। এনে ভুকি থাকি লাভ নাই।
@Glorious58-o6p
@Glorious58-o6p Месяц назад
Ekdom correct..enai eibure faal2 siyori thaake.
@user-yo9hn4md4j
@user-yo9hn4md4j Месяц назад
উক্ত সময়ছোৱাত সূ্নীল গগৈয়ো জীৱিত অৱস্থাত থাকিব পাৰে আৰু মোবাইলো এক্টিভ হৈ থাকিব পাৰে কিন্তু পরবর্তী সময়ছোৱাত এক্টিভ থকাটোহে ডাঙৰ কথা ।
@mridulduwarah7897
@mridulduwarah7897 Месяц назад
যদি জীয়াই আছে তেতিয়া হলে সুনীলক সহযোগ কৰা মানুহ বহুত উলাব চাগে.
@dsaikia8980
@dsaikia8980 Месяц назад
সুনীল গগৈ জীয়াই আছে যদি ধৰি আনি হাজিৰ কৰাওক
@binoynath9605
@binoynath9605 Месяц назад
ইমান দিনে জীয়াই আছে জীয়াই আছে কিমান শুনিম।
@lilakantagogoi3711
@lilakantagogoi3711 Месяц назад
নতুন মোবাইল ব্যৱহাৰ কৰিছিল বুলি দেখুন আগৰ পৰাই কৈ আছিল, নতুনত্ব কত?
@minakshiborgohain7378
@minakshiborgohain7378 Месяц назад
ইয়াক সোনকালেই উপযুক্ত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা উচিত কিয়নো সি পৰিয়ালৰ লগতে‌ প্ৰসাশনৰ লগতে ডুবাৰু সকলকে আদি কৰি সকলোকে হাৰাশাস্তি কৰিছে নিজেই নিজক সাপ হৈ খুটি বেজহৈ ‌ জৰাৰ যি অভিসন্ধি ৰচিবলৈ সাহস কৰিছিল...!!! এনেকুৱা ধুৰন্ধৰ মানুহক ঐতিহাসিক শাস্তি দিব লাগে সেই চাউদাঙ সকলৰ দৰেই....
@Glorious58-o6p
@Glorious58-o6p Месяц назад
Aapuni dhurandhar buli koise teok...but Apuni kenekoi gom pale je he y murder korise? Taat je 3rd party o involve hoi thakibo paare.
@JyotikaKuli
@JyotikaKuli Месяц назад
সুনীল গগৈ নামত দুষ্ট ঢক্ৰ কামবিলাক কৰি আছে। মানে চুপাৰি কিলাৰিক লগাই।
@Runjunborah-un5zk
@Runjunborah-un5zk Месяц назад
আমনি লাগিছে এইটো নাম শুনি শুনি
@user-qm7iy4kc3e
@user-qm7iy4kc3e Месяц назад
অসমীয়া ল'ৰা এটাক লৈ ইমান নিউজ বজায় , বাংলাদেশী এটাৰ ক্ষেত্ৰত কিয় নিউজ নবজায়
@ParamBorodoloi
@ParamBorodoloi Месяц назад
আমাৰ দৰে সাধাৰণ মানুহে কিবা এটা ভূল কৰোঁচোন লগত লগত সকলো ধৰা পেলাব বা যি কোনো ডাঙৰ ঘটনা নহওঁক কিয় যদি শুদ্ধ পথেৰে তদন্ত আৰম্ভ কৰে বেছি সময় নালাগে সকলো জল জল পত পত কৈ ওলাব । কিন্তু জুন মনি আৰু সুনীল গগৈ কাণ্ড বোৰত আমাৰ দৰে সাধাৰণ মানুহ জৰিত থকা নাই কাৰণে এইবোৰ নাটক ইমান দীঘলীয়া । আৰু কোনো দিন শেষ নহব দৰ্শকে আমনি পায় চাবলৈ বা শুনিবলৈ এৰি দিব তেনেকৈয়ে এদিন কাহিনী টো কোনো অৰ্থ নোলোৱাকৈ নাইকীয়া হৈ যাব । এইবোৰ আৰু শুনিবলৈ ইচ্ছা নোযোৱা হল ।
@SabitaThakuria-jz1px
@SabitaThakuria-jz1px Месяц назад
জীয়াই আছে বুলি বহু দিন শুনিলো কিন্তু সুনিল গগৈক ধৰি আনিব কেতিয়া জীয়াই আছে যদি ধৰি আনিলে হল
@bhaskarjthakuria5538
@bhaskarjthakuria5538 Месяц назад
পৰিয়ালক 3rd degree দিয়ক !!
@CS-jy9ix
@CS-jy9ix Месяц назад
কমিচন খোৱা বিষয়া কৰ্মচাৰী, ঠিকাদাৰ আৰু চৰকাৰৰ ওপৰৰ মহলত বহি থকা তেনেই নিমাখিত ভাৱৰীয়া মন্ত্ৰী নেতা সকলৰ দ্বাৰা ৰচিত সুন্দৰ নাটকখন আৰু কিমান দিনলৈ মঞ্চস্থ কৰি ৰাখিব হয়নে? আৰক্ষীৰো কমিচন কমিচন অৱস্থা হৈছে নেকি 🤣
@tilamatalukdar7875
@tilamatalukdar7875 Месяц назад
Thikei koise
@pulakkonwar5082
@pulakkonwar5082 Месяц назад
ঘটনটোৱেই ৰহস্যৰ আবত্বত আছে তোমালোকে আকৌ সন্দেহ জনক কাহিনী বোৰ কৈ আছা
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl Месяц назад
আৰক্ষীৰ নাটকসন বন্ধ কৰক
@mkxofficial7722
@mkxofficial7722 Месяц назад
New sim kela kot uliaise ako . Kr pora uliaise ki sim tak detection krb pora ni ne
@mamonisaikia39
@mamonisaikia39 Месяц назад
জীয়াই জদি আছে ইমান দিনে খাবলৈ কোনে দিব
@anowara.begum23
@anowara.begum23 Месяц назад
গদাপানি কত গ'ল জয়মতী য়ে কিয় গম নাপাই🎉
@bhaskarjthakuria5538
@bhaskarjthakuria5538 Месяц назад
Sakalo jane kintu natak kori ase..
@islammstv6852
@islammstv6852 Месяц назад
জাহাংগিৰ ৰ পৰিয়ালৰ কি‌হব?
@basisthaacharya6590
@basisthaacharya6590 Месяц назад
Thanks to Assam Police for using modern technology to trace out any suspected offender. এতিয়া চিম কোন এজেন্টৰ পৰা লৈছিল সেইটো ওলালে অনুসন্ধানৰ নতুন পথ ওলাব।
@digantadeka7201
@digantadeka7201 Месяц назад
Thanks dili a 😂😂😂atyale confirm a koribo nai pora kot ase kor pora olaise😂
@user-yo9hn4md4j
@user-yo9hn4md4j Месяц назад
পুৰণি বাতৰি | প্রথম অবস্থাতে কোৱা হৈছিল দুয়োজনৰ লোকেচন তাত পোৱা গৈছিল | এতিয়া আৰু তাক বেলেগকৈ ব্যাখ্যা কৰাৰ প্রয়োজন নাই | এ_ ইটো হাই প্রফাইল মাৰ্ডাৰ দ সকলো মেনেজ হৈ আছে |
@shine960
@shine960 Месяц назад
Rong drama of police
@pabitrasaikia5831
@pabitrasaikia5831 Месяц назад
ফালটু
@ashokkumarrabha9103
@ashokkumarrabha9103 Месяц назад
বিশ্বাস নহয়। নাটক।
@nilimakalita7018
@nilimakalita7018 Месяц назад
Third party thakare hambhabana besi prashansak divert Kariba pare
@Danirojasfc6
@Danirojasfc6 Месяц назад
ৰহস্যৰ আঁৰত কোন মহানায়ক!
@CS-jy9ix
@CS-jy9ix Месяц назад
হয়তো ঘোচখোৰ বিষয়া কৰ্মচাৰী, ঠিকাদাৰ আৰু সকলোৰে পৰিচিত মামা নেতাৰ সংগীবৃন্দ 🤣🤣
@user-yo9hn4md4j
@user-yo9hn4md4j Месяц назад
এইবাৰ ৰ পিছত ভাওৰীয়া হব কেশব কুমাৰ ?
@DipankaSharma
@DipankaSharma Месяц назад
Moi agotei koisu. CID better organization than CBI. CID can solve this case. Good job CID branch.
@navaborthakur528
@navaborthakur528 Месяц назад
New drama........
@manishapathak73
@manishapathak73 Месяц назад
😂
@user-kj9cb8zz5q
@user-kj9cb8zz5q Месяц назад
Oxomor ejonhe Sunil Gogoi aseneki?
@dibayjyotiborah442
@dibayjyotiborah442 Месяц назад
Morile insurance poisa dib lgib Aru kot moril police uliab ketiau nuare tar krne jiai ase buli koi dilei case hekh
@user-hr4md8gh6o
@user-hr4md8gh6o Месяц назад
😮😮😮😮😮😮😢😢😢😢😢
@sibaninath8483
@sibaninath8483 Месяц назад
Ki boki ase..Kam nai
@rajkumarpatir2204
@rajkumarpatir2204 Месяц назад
Ki sim card tu uliyangte photo copy nalageneki ajikali.
@aidyou6440
@aidyou6440 Месяц назад
Natak
@prodipkumarbora3354
@prodipkumarbora3354 Месяц назад
হেৰা, এইবিলাক কথা বন্ধ কৰা আৰু বেলেগ বাতৰি কৰা। এইটোনো কি নে ডাঙৰ বাতৰিটো দিছা যে তাৰ সহায়ত সুনীলক ধৰিব। একো নহয়, একো নাপাই, প্ৰকৃত কথাটো কোৱা, কোন কোন ৰৌ বৰালি জৰিত হৈ আছে।
@dibayjyotiborah442
@dibayjyotiborah442 Месяц назад
Um he okora nijr nmt sim uliab nijr nmt Gmail account khulib amibur pagol he aru police ji kb mani lbole
@BipulBipul-wl1ud
@BipulBipul-wl1ud Месяц назад
Sunil nay jahangir aase ki kowahe
@user-fj6pr2os9f
@user-fj6pr2os9f Месяц назад
Gereptar nakore kiwo porial tuk shunilor vaginok kiwo Lokhimpur police
@dipankarchamuah7727
@dipankarchamuah7727 Месяц назад
😂😂😂
@TutumoniHira-jm3vy
@TutumoniHira-jm3vy Месяц назад
Natok
@joychandra6254
@joychandra6254 Месяц назад
👍
@SubashSharma-tl8xq
@SubashSharma-tl8xq Месяц назад
Policewala, ya cid maha murkho
@mrinalphukan5425
@mrinalphukan5425 Месяц назад
😂
@AnilGogoi-rm3lh
@AnilGogoi-rm3lh Месяц назад
Val katha kaise hangbadika
@bijitboro5117
@bijitboro5117 Месяц назад
Nd 24 very gd news
@gouravgogoi318
@gouravgogoi318 Месяц назад
Direct uliai dekhuauk tetiahe bujim ene koi thaki lav nai
@dipakgohain8946
@dipakgohain8946 Месяц назад
Ru kimn vauna kribo.......
@ArunBorah-je1ws
@ArunBorah-je1ws Месяц назад
Sudurbhai kot ase ko
@anamikatamuli7161
@anamikatamuli7161 Месяц назад
odorkari kotha boki lav ni.
@kalyansingha2775
@kalyansingha2775 Месяц назад
News bilak kamur hoi gol..... Matha ghegla kori dele
@pranabjaibajrangbalideka959
@pranabjaibajrangbalideka959 Месяц назад
Baanpani r video dekhauk hey.... Brahmaputra t pani kimn bahrile dekha ni 😂😂😂😂😂😂
@user-kj9cb8zz5q
@user-kj9cb8zz5q Месяц назад
Banpanit bhukatur manuhar protibad bur taul pelabole ,eibur batori.
@lakshmibasumatary8834
@lakshmibasumatary8834 Месяц назад
Sunil r wife,putek, vayek jorito ase .....xexhot prove hobo.
@bimanbaruah
@bimanbaruah Месяц назад
😂
Далее