Тёмный

SUPER PRIME 18 : অসমীয়াৰ বাবে ঐতিহাসিক ক্ষণ | Assamese granted classical language status 

News18 Assam/Northeast
Подписаться 3,4 млн
Просмотров 12 тыс.
50% 1

SUPER PRIME 18 | অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি।
কেন্দ্ৰীয় কেবিনেটে অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ দিলে অনুমোদন।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই ঐতিহাসিক বাৰ্তা
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#superprime18 #classicallanguage #assamese
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Опубликовано:

 

9 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 83   
@SureshTalukdar-b2g
@SureshTalukdar-b2g 6 дней назад
এইয়া এক ঐতিহাসিক সিদ্ধান্ত। যিসকল ব্যক্তিৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত ললে, তাৰ বাবে এই ব্যক্তি সকলক মোৰ ফালৰ পৰা সেৱা জনাইছোঁ । ইতিমধ্যে যিসকল ব্যক্তি অসমীয়া ভাষাৰ হকে শ্বহীদ হৈছিল , লগতে ভাষাৰ হকে প্ৰান আহুতি দিছিল , তেওঁলোকক শ্ৰদ্ধা জনালোঁ। চিৰ চেনেহী মোৰ ভাষা জননী। " জয় আই অসম "
@rinabarkakoty6292
@rinabarkakoty6292 6 дней назад
ঐতিহাসিক সিদ্ধান্ত!!!অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই সিদ্ধান্ত ।ধন্যবাদ কেন্দ্ৰীয় চৰকাৰ 🙏🙏🙏
@chinmoydas4475
@chinmoydas4475 6 дней назад
জয় আই অসম। ধন্যবাদ মাননীয় কেন্দ্ৰীয় কেবিনেটে মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া।চ চিৰ চেনেহী মোৰ ভাষা জননী।
@KandarpaKumar-p4o
@KandarpaKumar-p4o 6 дней назад
অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছো। চিৰ চেনেহী মোৰ ভাষা জননী।জয় আই অসম 😊
@dipendrakalita6224
@dipendrakalita6224 6 дней назад
অসমীয়া ভাষাৰ যে সকীয্তা আছে এযেই প্ৰমান জয় আই অসম
@ranjitsonowal7960
@ranjitsonowal7960 6 дней назад
জয় আই অসম
@pratimdevi8759
@pratimdevi8759 6 дней назад
মোৰ আইৰ ওঁঠৰ শব্দ অ" মোৰ সুৱদি অসমীয়া ভাষা , গৌৰৱান্বিত আমি ! জয় আই অসম !
@premodharphukan1101
@premodharphukan1101 6 дней назад
আমাৰ বাবে এক গৌৰৱৰ ক্ষণ ৷ আমি অতি আনন্দিত ৷
@pratimdevi8759
@pratimdevi8759 6 дней назад
সু - প্ৰভাত - - - - - - !
@helenpanditjaya7454
@helenpanditjaya7454 6 дней назад
বৰ ভল খবৰ । জয় আই অসম
@madhurjya9365
@madhurjya9365 6 дней назад
জয় আই অসম ❤
@abdulmaliksaikia603
@abdulmaliksaikia603 6 дней назад
Very very joyful moment.many many thanks tohonourable govenomentof cabinet decesion.Joi Ai Assom.
@nabajyotisarmah9027
@nabajyotisarmah9027 6 дней назад
Credit goes to the Most powerful and Influlencial leader of Assam.we can expect all revolutionary decesion only in the ruins of BJP'S.... Jai ai Axom....
@MunaRoy-r7g
@MunaRoy-r7g 3 дня назад
Thank you kendriyo mantri , joy ho assamese language, bhasha, joy aai assam
@stargamingchannel4526
@stargamingchannel4526 6 дней назад
Jai aai axom ❤❤❤❤❤
@labakumar72
@labakumar72 6 дней назад
Asomiya bhasha Jiyai thakibo sodai.
@ranjandutta1141
@ranjandutta1141 5 дней назад
Bor bhal lagil.
@prabhatkrgogoi8153
@prabhatkrgogoi8153 День назад
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাত সুখী হলেও সামাজিক মাধ্যমত ইয়াৰ ভুল ব্যৱহাৰ ৰোধ কৰিবলৈ শুদ ৰূপত লেখামেলা আৰু উচ্চাৰণত সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে ৷
@nabadas3930
@nabadas3930 6 дней назад
চিৰ চেনেহী মোৰ ভাষা জননী আই মোৰ তোমাৰ কোলাতে জনম লভি তোমাৰ কোলাতে লীন হম বুলি তাহানি স্বাৰগীয় অনীল বৰপূজাৰী মোজাম্বেল হতৰ ত্যাগৰ মৰ্যদা লাভ কৰিলে ধন্য বাদ ভৰত চৰকাৰে লগতে অসম চৰকাৰ
@UmeshchandraNath-l5z
@UmeshchandraNath-l5z 6 дней назад
এয়ায়ে অসমীআইক ভাল পোৱাৰ প্ৰমান cm and pmৰ
@hritamkashyap
@hritamkashyap 6 дней назад
ধন্যবাদ মামা
@baboo2856
@baboo2856 5 дней назад
বৰো ভাষা এওঁ ড্ৰুপতি ভাষাৰ স্বীকৃতি পাবো লাগে l
@simavarma5478
@simavarma5478 6 дней назад
🙏🏻💐👏🏻👌🏻👍🏻
@helenpanditjaya7454
@helenpanditjaya7454 6 дней назад
মই গৌৰব কৰিছো অসমীয়া হিচাপে া
@Radhakrishn6046
@Radhakrishn6046 6 дней назад
Gaurav gogoi ku massage tu di diyok
@tilakch.pathak8473
@tilakch.pathak8473 5 дней назад
অসমীয়া ভাষাৰ গৌৰৱ লগতে অসমীয়াৰ
@baibhabdasgupta7947
@baibhabdasgupta7947 6 дней назад
Congratulations
@JagannathTemple-v2v
@JagannathTemple-v2v 6 дней назад
Jay Shri Ram 🙏🙏🙏🙏🙏🙏
@rajusarma9691
@rajusarma9691 6 дней назад
ধন্যবাদ চৰকাৰক
@dipaligogoi8932
@dipaligogoi8932 6 дней назад
🙏🙏🙏
@ranjetdehingia9394
@ranjetdehingia9394 2 дня назад
চিৰ চেনেহী মোৰ ভাষা জননী।
@pankajdutta9131
@pankajdutta9131 6 дней назад
নকল লিপিৰে সৈতে বঙালী ভাষা ধ্ৰুপদী (classical) ভাষা কেনেকৈ হব পাৰে। ✓ বাংলা ভাষা লিখিবলৈ বৰ্তমান ব্যৱহাৰ হৈ থকা লিপি মূলতঃ অসমীয়া লিপি। ✓ বাংলা ভাষা লিখিবলৈ ব্যৱহাৰ হৈ থকা লিপি মৌলিক অথবা নিজস্ব নহয়। অসমীয়াৰ ৰ টোক 'ব়' আৰু 'ৱ' আতৰাই বাংলা লিপি নামাকৰণ কৰা হৈছে ১৮৫৫ চনত (ঈশ্বৰচন্দ্ৰৰ বিদ্যাসাগৰ)। ✓বঙালে ইংৰাজ শাসনত লবী (lobby) কৰি অসমীয়াৰ প্ৰচলন বন্ধ কৰি দিয়ে যাতে নতুনকৈ (১৮৫৫) পোৱা লিপিৰ সৈতে বাংলা এটা মৌলিক আৰু পৰিপূৰ্ণ ভাষা হিচাপে স্বীকৃতি পায়। [পাছত আনন্দৰাম ঢেকিয়াল ফুকনৰ নেতৃত্বত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কৰা হয়। ] ✓ অসমীয়া লিপিৰ সৃষ্টি পঞ্চম শতিকাত (5th century).
@Amm23008
@Amm23008 6 дней назад
Proof dekhabo pariba nki Bangla bakha j axomiyar pora ahise buli
@Nangkoi45
@Nangkoi45 6 дней назад
​@@Amm23008Aibur jibur likhisa haibure proof.. Aru ki proof lage
@Amm23008
@Amm23008 6 дней назад
@@pankajdutta9131Bangla bakha Jodi axomiya bakhar pora hoise tetia hole drupoti bakhar morjada kenekua pale nu,,,jihetu drupoti bakha hobor hole nijossho bakha lipi hbo lagibo nohoi jnu..... Facebook ot msg ot ji mon goise likhise buli apunar kothai correct ba mur kothai correct tenekua tu nohoi na ,,, anusthanik bhabe eibur Kotha proof dibo paribo làgibo tetia e hosa tu promanito hbo,,,
@bablumandal2130
@bablumandal2130 6 дней назад
আপুনি প্রথমতে "বাংলা ভাষার ইতিহাস" জানি আৰু গভীৰ অধ্যয়ণ কৰি লঁওক আৰু প্ৰকৃত শিক্ষিত হৈ লঁওক তাৰ পাছত বাংলা ভাষাৰ লিপি আৰু ইয়াৰ ইতিহাস লৈ বিতৰ্কত জড়িত হ'ব। চৰ্যাপদ বাংলা ভাষাৰ একমাত্ৰ লিখিত নিদৰ্শন অসমীয়াৰ নহয়।
@pankajdutta9131
@pankajdutta9131 6 дней назад
@@Amm23008 পঢ়া-শুনা কৰিবলৈ অনুৰোধ জনালোঁ। (১) অসমীয়া ভাষা বঙালী ভাষাতকৈ হাজাৰ বছৰতকৈ বেছি পুৰণি। (২) বাংলা লিখিবলৈ ব্যৱহাৰ হৈ থকা বৰ্তমানৰ লিপি সৌসিদিনা ১৮৫৫ চনত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে অসমীয়া লিপিৰ পৰা নকল কৰি লিখা [('ৰ' টোক ব় কৰিছিল) আৰু নতুনকৈ লিখা ব় আখৰতো 'ৱ' আখৰৰ সৈতে মিল থকাত বিভ্ৰান্তি হোৱাত 'ৱ' আখৰটো নোহোৱা কৰিলে)] (৩) 'ৱ' আখৰটো নোহোৱাৰ বাবে শিৱ আদি শব্দ বঙালীত শিব হৈ পৰে (দেৱনাগৰী লিপিতো 'ब'/'ব' আৰু 'व'/''ৱ' দুয়োটা বেলেগ আখৰ, য'ত শিৱক 'शिव' লিখা হয়, शिब নহয়।) বঙালীৰ নকল লিপিৰ সীমাবদ্ধতাৰ বাবে ই এটা পঙ্গু লিপি হিচাপে পৰিচিত হ'ল। (৪) হিন্দু ধৰ্মৰ যাগ-যজ্ঞত ব্যৱহাৰ হোৱা মন্ত্ৰ আদিৰ সিদ্ধিৰ ক্ষেত্ৰত ইয়াৰ সঠিক উচ্চাৰণ নিতান্তই প্ৰয়োজনীয়। আৰু বাংলা ভাষাই লিপি নকল কৰিবলৈ গৈ 'ৱ' আখৰটো নোহোৱা কৰাত 'শিৱ', 'শিৱায়' আদি শব্দ উচ্চাৰণ কৰিব নোৱাৰি ('शिवाय' শুদ্ধ, शिबाय ভুল)।
@RupeshwarKalita
@RupeshwarKalita 6 дней назад
Good disisan. B j p. In. Assam.
@KaberiDaimary-lx2cl
@KaberiDaimary-lx2cl 6 дней назад
❤❤❤❤❤❤❤❤❤❤❤❤😅
@pranabgogoi6283
@pranabgogoi6283 6 дней назад
Holae ki hobo ? Ajir oxomiai nizei oxomia bhaxa bool koi koy aru likhae. Oxomiai nizor bhaxa tu xuddho koi koboloi aru likhiboloi hikibo lagae.
@SanjayDas-dl9sl
@SanjayDas-dl9sl 6 дней назад
নিজেই ইংৰাজী ব্যৱহাৰ কৰি আছে আপুনিও।
@pranabgogoi6283
@pranabgogoi6283 6 дней назад
Hoy , oxomia bhaxat phone r comment ot kenekoi likhae moy najanu. Sestha kori asu ​@@SanjayDas-dl9sl
@kashyapdeka7073
@kashyapdeka7073 6 дней назад
Music bojar pisot "chain se sona hai to jaag jaiye" type xur kio ahil, normal kole besi bissax hoy
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn 6 дней назад
বিজেপিৰ চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ ৷
@SubalRay-e9k
@SubalRay-e9k 6 дней назад
😊😮😅
@ParamaSaikia-l6y
@ParamaSaikia-l6y 6 дней назад
Good stap salute BJP Sarkar
@Radhakrishn6046
@Radhakrishn6046 6 дней назад
Galli Galli goi vote bisorat ke enekua kaam Kora opposition walo
@Bharat-so1wl
@Bharat-so1wl 5 дней назад
Asomot Katha patute assamiya. patib
@JagannathTemple-v2v
@JagannathTemple-v2v 6 дней назад
BJP jindabad Modi jindabad BJP jindabad Modi
@BikyBoi
@BikyBoi 2 дня назад
BJP muradabad BJP murdabad
@nehaphukan9754
@nehaphukan9754 6 дней назад
Dhopadi vakha mane ki
@Chao_Dip
@Chao_Dip 5 дней назад
Classical Language
@Tnsangboki123
@Tnsangboki123 6 дней назад
Classical Bhakha hol thikei kintu horu lora suali buror school r kitap burot y অ আ, ক, খ বোৰ য়ে ভালকৈ নাই
@gogoibaba8799
@gogoibaba8799 4 дня назад
Bengali/Bangladeshi sob aru news nai tahotor usot.
@dhanti1890
@dhanti1890 6 дней назад
জয় আই অসম
Далее
Million jamoasi - O'zbekcha UFC
17:55
Просмотров 415 тыс.
🤔Угадай постройку | WICSUR #shorts
00:59
Million jamoasi - O'zbekcha UFC
17:55
Просмотров 415 тыс.