বিষয়টো এনেধৰনে চৰ্ছা লাভ কৰিছে যেন উজনি অসমৰ অসমীয়া লোকৰ প্ৰধান খাদ্য মাছহেে । সাস্থ্যৰ পক্ষে ক্ষতিকৰ Medicine ষুক্ত চালানী মাছ নিজৰ ও পৰিয়ালৰ সাস্থ আৰু জাতিৰ আৰ্থ সামাজিক উন্নতিৰ বাবে ত্যাগ কৰা উচিত ।
নগাঁওৰ মাছ বুলি গম পালে বেছি সংখ্যক মানুহে এনেও এই মাছ ক্ৰয় নকৰে । আমাৰ অসমীয়া অসাধু মাছ বিক্রেতাই লোকেল মাছ বুলি অত্যাধিক দামত এই মাছ বিক্ৰী কৰে বাবে নগাঁওৰ মাছ উজনীলৈ আহে। যিহেতু নগাঁওৰ মাছ আৰু বাকী মাছ দেখিবলৈ একেই ইয়াৰ সুবিধা এই অসমীয়া মাছ বেপাৰী বিলাকে লৈ আছে। মইও আগতে বহু বাৰ লোকেল মাছ বুলি চুলুংৰ মাছ ক্ৰয় কৰিছোঁ কিন্ত যেতিয়া এই মাছ খাওঁ সোৱাদ অলপ কম পাওঁ তাৰ পাছত হে গম পালোঁ এই মাছ চুলুংৰ মাছ আৰু এই মাছ ওচৰৰ গাঁও এখনত গাড়ীৰ পৰা আনি লুকুৱাই নমাই যাতে বেলেগ মানুহে ইহঁতৰ এই কৰ্মকাণ্ড দেখা নাপায়।
Boycott nagaon fish bhal hoise . Sabji o boycott karak atyanta kit nashak medicine used kare . Ami nakhaon nagaon , morigaon r sabji . Gharate sabji aur patharat 4 bigha matir pukhuri khandai fish palan kari nijeo khaisu atirikta mas ( fish ) bikrio karisu . Eta Rau mas naturally dangar habaloi 3 basar lagey . Miyai Urea adi chemical used kari 3 mahat 1.5 / 2 kg kari banai .
Assamese people started to have khar as a delicacy. Do you know why? There is a story behind it. It was a replacement of salt during Axom reign. Just go through the story. Ahomor xaxonor xomoyot ami nimokhor jagat khar khaisulu. Tenehole jati tur karone maas okomon kom koi khale aku nohoi