Тёмный

TIME8 ষ্টুডিঅ’ত মুছলমানক আক্ৰমণ কৰি সত্যৰঞ্জন বৰাৰ মন্তব্য। 

TIME8 News
Подписаться 1,9 млн
Просмотров 396 тыс.
50% 1

সন্ত্ৰাসবাদীৰ বীজ মুছলমানৰ পৰাই আহিছে। TIME8 ষ্টুডিঅ’ত মুছলমানক আক্ৰমণ কৰি সত্যৰঞ্জন বৰাৰ মন্তব্য।

Опубликовано:

 

5 мар 2023

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 924   
@sabitrisvlog721
@sabitrisvlog721 Год назад
নিজৰ নিজৰ ধৰ্ম সকলো ডাঙৰ । নিজৰ নিজৰ পিতৃ মাতৃ সকলোতকৈ শ্ৰেষ্ঠ। ইয়াত বিভিন্ন ধৰণৰ কথা কৈ কাজিয়াৰ সৃষ্টি কৰাৰ দৰকাৰ নাই।❤❤❤❤
@agameing7862
@agameing7862 Год назад
Right 👍👍👍
@annakhatun3709
@annakhatun3709 24 дня назад
JJ by😊​@@agameing7862
@zgofficialassam7536
@zgofficialassam7536 Год назад
Comment বোৰ কোনে কোনে পঢ়িবলৈ আহিছা Like এটা কৰি যাবা Guy's 😅😊
@shahabuddin8671
@shahabuddin8671 Год назад
ভাল কাম কৰিলে আমি সকলো আজহাৰি ছাহাবৰ লগত থাকিম/ আজহাৰি ছাহাব আজিৰ কথা খোনি মনত ভাল লাগিছে /আপোনি আগলৈ আৰু ইছলাম ধৰ্মক আগোৱা লৈ জায় /আশা থাকিল/
@Satyaki1111
@Satyaki1111 Год назад
Islam Dharma nhy Mojaahub🤣
@AshrafurRahman-on1wv
@AshrafurRahman-on1wv День назад
Mojhab Mane?
@bishalsarma5306
@bishalsarma5306 Год назад
মুচলমানে আল্লাক ভাল পাব লাগে,,, আৰু হিন্দু ই ভগৱানক,, ইয়াত halla কৰি লাভ নাই। অনুপম দা 🙏🏽
@koushiksankar8490
@koushiksankar8490 Год назад
এনে সুন্দৰ কথা বোৰ দাঙি ধৰা বাবে অনুপম ডাঙৰীয়া লৈ বহুত বহুত ধন্যবাদ
@kanchandas2545
@kanchandas2545 Год назад
মুছলমানে মুছলমানৰটো মানক হিন্দুৱে হিন্দুৰ মানিবই। জয় শ্ৰী ৰাম।
@MuhammadSajjad-vf8br
@MuhammadSajjad-vf8br Год назад
সচা কথা দাদা
@mukulbaruah1833
@mukulbaruah1833 Год назад
Pagali
@sofolotarkotha2385
@sofolotarkotha2385 Год назад
@@MuhammadSajjad-vf8br .
@aidulaliali7088
@aidulaliali7088 Год назад
Yes bro
@jintuahmed3708
@jintuahmed3708 Год назад
Allah akbar
@bhaskorgogoi7013
@bhaskorgogoi7013 Год назад
যুক্তি যুদ্ধত সত্য ৰজ্ঞন বৰা হৰিল।
@joynaljoynalabdin9701
@joynaljoynalabdin9701 Год назад
সত্য ৰঞ্জন বৰাই কথা এৰাই যাব বিচাৰে ।
@devenphukan5699
@devenphukan5699 5 месяцев назад
মানুহ,কোন,মানুহে,কি,কৰিব,লাগে,এই,পিথীবিৰ,বাবে,তাৰ,বিচাৰ,কৰক,যাতে,কোনো,জীবৰ,অমঙল,নহয়,
@utpalbhuyan1680
@utpalbhuyan1680 Год назад
জয় গুৰু শংকৰ। জয় শ্ৰী ৰাম। ৰাম ৰাম কৃষ্ণ কৃষ্ণ। জয় আই অসম
@mukulbaruah1833
@mukulbaruah1833 Год назад
Bamunrgookhua
@pankajkalita9230
@pankajkalita9230 Год назад
​@@mukulbaruah1833 মাৰৰ বুচখন
@Satyaki1111
@Satyaki1111 11 месяцев назад
@@mukulbaruah1833 toi
@its_avhi163
@its_avhi163 Год назад
অনুপম চক্ৰৱৰ্তী য়ে খুব মজা লৈছে 😂😂
@tapanrahang4089
@tapanrahang4089 Год назад
😂😂😂takei
@its_avhi163
@its_avhi163 Год назад
@@tapanrahang4089 😂😂
@deepjyotiborah4708
@deepjyotiborah4708 Год назад
Anupam sutmaroni apunar cancer hobo.moi onotoror pora haw disu apuni bohut sutmaroni manuh apuni hodai anakuwa news bojai
@alokdutta5907
@alokdutta5907 Год назад
@@deepjyotiborah4708 হয় নেকি ? অসভ্যৰঞ্জনৰ সি কেঞ্চাৰ বেমাৰ হৈ নমৰিবই নেকি কেলা ?
@Abduljalil-yv8qx
@Abduljalil-yv8qx Год назад
এনে ধৰনৰ আলোচনাই গিয়ানীক গিয়ান দিব, কিন্তু অগিয়ানীক সাম্প্ৰদায়িক কৰিব।
@bikashsarma7862
@bikashsarma7862 Год назад
অনুপম দা সময় বেছি কৰি লব তেতিয়া বিষ টো ভালকৈ আলোচনা হল হৈ
@unmukt9447
@unmukt9447 Год назад
এখন ধৰ্মীয় গ্ৰন্থক অপমান কৰাৰ কাৰো অধিকাৰ নাই।সকলোৱে সকলোৰে ধৰ্মীয় গ্ৰন্থখনক সন্মান কৰিব লাগে।
@akhayrajbongsha4638
@akhayrajbongsha4638 Год назад
ধৰ্মৰ গ্ৰন্থত সকলো সত্য আৰু শুদ্ধ লিখা আছে কিন্তু বিজ্ঞানৰ যুগ শিক্ষিত সমাজ জ্ঞান অভাৱ কাৰণে তত্ত্ব বিচাৰ নকৰে মূৰ্খ ধৰ্মৰ গুৰু সকল ওপৰত নিৰ্ভৰ কৰে।
@JobedKnh
@JobedKnh 10 месяцев назад
12:06 😊 😊😊😊
@user-gu8cq8th5j
@user-gu8cq8th5j Год назад
এজন যদি আজাহাৰি আনজন শাস্ত্ৰৰ পণ্ডিতক মাতিব লাগে। সত্যৰঞ্জন বৰা এজন বাস্তৱ ঘটনাৰ ওপৰত আধাৰ কৰি যুক্তি দিয়া ব্যক্তি। তেওঁ শাস্ত্ৰজ্ঞ নহয়। বিশ্বৰ এনে এটা হিন্দুৰ উগ্ৰপন্থী সংগঠনৰ নাম ক'ব দিয়া আজাহাৰিক যিটোক ৰাষ্ট্ৰসংঘই বেন কৰিছে। নাই!!! কিন্তু ইছলামৰ বহুকেইটা আছে। হিন্দুৰো আছে কিন্তু সৰু সুৰা। আৰু বিপ্লৱী সংগঠনহে। সামাজিক, অৰ্থনৈতিক অধিকাৰৰ বাবে জন্ম হোৱা একোখন ৰাজ্যৰ সৰু সুৰা হিন্দুৰ বিপ্লৱী সংগঠনক বিশ্ব সন্ত্ৰাসী বিশাল লস্কৰ ই তৈবা বা অল কায়ডাৰ লগত আধাও নিমিলে। ক'লে কথা লাগে লেঠা!
@MintunAli
@MintunAli Год назад
হিন্দু শব্দৰ অৰ্থ কি?
@shamimhussainpro5267
@shamimhussainpro5267 Год назад
কেলা সত্যৰজ্ঞন মাত মাতি ব নাজানে কেলা তৈই সনাতন ফালতু কেলা ছু অৰ্থাৎ কি
@gauravroy7897
@gauravroy7897 Год назад
Right ✌🚩🔱
@islamicbartashorts8166
@islamicbartashorts8166 Год назад
তেওঁ যদি পণ্ডিত নহয় তেনেহলে পণ্ডিতগীৰি দেখিবলৈ যাই কেলে হজৰত মহম্মদৰ বিষয়ে ঘৃণামুলক মন্তব্য কৰি মুছলমানৰ মনত আঘাত হানে। নাই দুইপইচাৰ জ্ঞান ধৰ্মৰক্ষক বুলি ফিতাহি মাৰি ফুৰে
@Physicsarkar
@Physicsarkar 4 месяца назад
Toi ajon goru
@nktv7588
@nktv7588 Год назад
আজহাৰী চাহাবৰ জ্ঞান আৰু সত্য যুক্তিত তুৃষ্টিব নোৱাৰি সত্য ৰন্জনে পাল্টী মাৰি বেলেগ ফালে যায়।
@Satyaki1111
@Satyaki1111 Год назад
Kihor gyaan be, Balatkari dokait misoliya r uprt iman rokhatu kihor gyaani hai🤣 Halalaian mutahian hoi he
@Sagar_PGH
@Sagar_PGH 11 месяцев назад
​@@Satyaki1111যিয়ে বুজিও একো নুবুজাৰ অভিনয় কৰে , তাক বুজোৱাৰ ক্ষমতা কৰোঁ নাই ...এক কথাত আপুনি এজন এজন মূৰ্খ ।
@Satyaki1111
@Satyaki1111 11 месяцев назад
@@Sagar_PGH murkho to aapnuluk,,,jinat utpanna hua converted manob,,,iman Jodi hotya t thoka manuh toi,tente mokka r mokkeshwar mandir hindu k akou ghurai dibo kobi...enei Gyan falibo nalage,mur agot
@Satyaki1111
@Satyaki1111 11 месяцев назад
@@Sagar_PGH Quran diya Jibrail forista r pakhi keikhon? Haat keikhon? Vori keikhon? Mukh kaikhon? Quran khon ekesate kio nidile? 3 baar kio dile? Godhur acil ni? Quran Allah i diya ne jibrail a diya, hosa ne Misa kenekoi gom pale? Kua hoi sob Allah i sristi kora,,,kintu hei Allah i hoj r karane ata sthan dibo nwarile ne,mokkeshwar mandir kio lua hol? Enekua ajon prokhiddho bhakti r naam kua, ji jonok nijor ghoiniyeke i bih khuwai Mari dicil, aru 3 dinloi k baat sy acil,j punor ji uthibo? Kafir hokolok kio maribo lage? Kafir hokol jiyai thokar jyugyai nohoy jodi, hei uporwalai janm kio dile? Apuni tu muk murkho buli likhile,,,hai baba hudhisu apunak,,,uttar dibo
@srigunajitsharma8282
@srigunajitsharma8282 Год назад
Sadhon aru ashadhan. Ki hoi ,2jone jona2 darkar .alpa bidda voynkar .mi vabu , gitabhagwat ,Quran Sharif ,ayborat ji bor katha kuwa hoise tohat 2jone dhuki puwa2 samvab nohai .
@trishankurmi8787
@trishankurmi8787 Год назад
Satyaranjan Bora thik koise
@allexamsidea6943
@allexamsidea6943 Год назад
আজহাৰি চাহাবে সত্যৰঞ্জনক ভালকৈ ধুই দিলে।
@shahanazbegum8243
@shahanazbegum8243 Год назад
Good job Azhari ji
@probinprodhani3685
@probinprodhani3685 Год назад
বৰাৰ কাম নাই।
@rupakrabha5047
@rupakrabha5047 Год назад
হঠাৎ উত্তেজিতই নহয় হঠাৎ মাৰামাৰিও লাগি যাব যেতিয়া বিদেশী সংস্কৃতিৰ অনুগামীয়ে থলুৱাক কাল্পনিক বুলি কয়।
@alokdutta5907
@alokdutta5907 Год назад
ধৰ্মক লৈ মানুহে সমাজত মাৰপিট কৰি কাজিয়া কৰি মৰাতকৈ মানুহে দেশৰ উন্নতিৰ দৰে অন্য কথাবোৰতহে গুৰুত্ব দিব লাগে বুলি মই ভাৱো ।
@mukulbaruah1833
@mukulbaruah1833 Год назад
Bamunrgookhua
@Satyaki1111
@Satyaki1111 Год назад
@@mukulbaruah1833 oi miya halalaian ki khobor🤣 ☪️huda Hafiz 🤲🤣
@RAVA_1M
@RAVA_1M Год назад
​@@mukulbaruah1833baallah r goo khua
@Purnodaimariofficial
@Purnodaimariofficial Год назад
সত্যৰঞ্জন বৰা নিজেই এজন সন্ত্ৰাসবদী।
@kishordeka5582
@kishordeka5582 Год назад
Aru toi banladesi😂
@fireball1174
@fireball1174 10 месяцев назад
Kio koiso toi jana neki be. .......tantrik besi kune kore
@mriduldas-zj6eq
@mriduldas-zj6eq 10 месяцев назад
Tur baper.
@alokdutta5907
@alokdutta5907 10 месяцев назад
@@mriduldas-zj6eq তোৰ বাপেৰ চাগে এই ফেউৰা অসভ্যৰঞ্জন ।
@alokdutta5907
@alokdutta5907 10 месяцев назад
@@kishordeka5582 তহঁতিহে বাংলাদেশীৰ দালাল বুজিলি ।
@therock_123
@therock_123 Год назад
Terrisiom have no religion but terriost have only 1 religion
@21stcenturyboy95
@21stcenturyboy95 Год назад
Starts with H
@jaiho287
@jaiho287 8 месяцев назад
M
@rajlk1706
@rajlk1706 Год назад
সত্যৰন্জন এটা পাগল সি ধৰ্মৰ বিষয়ে একো নাজানে, এনেই আলবাল বকি থাকে
@Satyaki1111
@Satyaki1111 11 месяцев назад
Tutkoi besi jane de
@hareswardas9881
@hareswardas9881 Год назад
ধৰ্মলৈ যি জনে তৰ্ক কৰি সময়ৰ অপব্যয় কৰে তেওলোক মুৰ্খ নে জ্ঞানী
@user-zw9wh9ez8p
@user-zw9wh9ez8p 24 дня назад
Kono dharmor manuhok gali dibo napay kono dhormok beya pabo nalage
@user-zw9wh9ez8p
@user-zw9wh9ez8p 24 дня назад
Moi kono dhormor manuhok beya napao aru kono dhormor gronthoko beya napao
@ibrahimaliali-bh9od
@ibrahimaliali-bh9od Год назад
Very good Ajhari Sahab
@umeshkardong6116
@umeshkardong6116 Год назад
ইচলাম মানে পবিত্ৰ।কিন্তু ইচলামিক সকল কলঙ্কিত ।হাৰি যোৱাৰ ভযত এই মিঞা টোৱে সত্যৰঞ্জনৰ কথা শুনিবৈ নোখোজে।
@shehnazbegum9907
@shehnazbegum9907 Год назад
Thik kotha koise Bhai jaan
@saforrahman
@saforrahman Год назад
Islam only Islam
@jabedali6134
@jabedali6134 Год назад
good news ajhari atiya he aponak sapot korilo Thenk you
@basantahira8645
@basantahira8645 Год назад
এই ধর্মৰ নামত বলিয়া পাগল বোৰক কিয় মাতে? ইহতেহে যেন ধৰ্ম ৰক্ষক
@rosnisiddika5355
@rosnisiddika5355 Год назад
Rakhsak nhoi vaksayak
@esrafilali6598
@esrafilali6598 Год назад
Right
@All-ml6di
@All-ml6di Год назад
Try to give proper answers Satyaranjan bara Still you have enoughf times to learn about your knowledge... And also try to become a proper 🕉️Hindu..
@rubulmalpahariya7806
@rubulmalpahariya7806 Год назад
আপুনি যদি আল্লা আছে বুলি কৈছে। তেনেহলে আমাৰ শ্ৰীৰাম আছে জয় শ্ৰীৰাম ❤️❤️
@MuhammadSajjad-vf8br
@MuhammadSajjad-vf8br Год назад
Ram roja ase , vogoban nasil
@MintunAli
@MintunAli Год назад
ৰাম এটা কাল্পনিক চৰিত্ৰহে আছিল😂
@AtiqueIslamOfficial
@AtiqueIslamOfficial Год назад
আল্লাহ হল এজনে যাক সৃষ্টি কৰা নাই । কিন্তু ৰাম জন্ম হৈছিল এজন মানুহ আছিল গতিকে মানুহ কেতিয়া ঈশ্বৰ হব নোৱাৰে ।
@kanchandas2545
@kanchandas2545 Год назад
​@@MintunAli আল্লা এটা কাল্পনিক চৰিত্ৰ
@kanchandas2545
@kanchandas2545 Год назад
​@@MuhammadSajjad-vf8br ৰাম ভগৱান হয়। কিয়নো ভগৱান বিষ্ণুৰ অৱতাৰ
@user-di3nt6op6z
@user-di3nt6op6z Год назад
ৰাম কাল্পনিক কোৱা হিন্দুনামধাৰী কেইটা চাইনীজ মাওৰ দালাল। এইকেইটাক চিন ৰাখি দিয়ক সময় সুবিধা পালে ৰামপিটন দিলে হ'ল।
@dhonsingengti4279
@dhonsingengti4279 Год назад
😀😀😀😀
@user-ow4vf2hl6t
@user-ow4vf2hl6t Год назад
মইটো মাজে মাজে ৰাস্তাই ঘাটে দিয়েই থাকো এই খচ্ছৰ বোৰক 😂😂😂
@as02ranjuvlogs29
@as02ranjuvlogs29 Год назад
আকৌ এদিন লাগে দুয়োকে অনুপম দা । এজন এজন কে কব দিব লাগে ,নহলে কাৰো কথা কোনেও নুশুনে
@sahilahmed1
@sahilahmed1 Год назад
Islam jindabad
@Satyaki1111
@Satyaki1111 Год назад
Toi Muslim nhy buslim,🤣🤣🤣
@sahilahmed1
@sahilahmed1 Год назад
@@Satyaki1111 Toi Hindu Nohoi lindu
@kaushikstatus1892
@kaushikstatus1892 Год назад
Joi shree ram জয় শ্ৰী ৰাম।।
@user-kk5tm1bm3y
@user-kk5tm1bm3y 5 часов назад
Kiba buji pala sage
@rsff2249
@rsff2249 Год назад
jai siri ram ❣️
@rajukiskuofficial4541
@rajukiskuofficial4541 11 месяцев назад
ৰাম, ৰহিম ভাই ভাই ❤❤
@kanaipegu-ds3mh
@kanaipegu-ds3mh Год назад
Ajari ajon pagol
@amaderparibarsobai8791
@amaderparibarsobai8791 Год назад
Ha ha
@alokdutta5907
@alokdutta5907 Год назад
সত্যৰঞ্জন বৰা বা কোনোবা উগ্ৰ হিন্দুত্ববাদীৰ মতে যদি ইছলামৰ কোৰাণখন বা মুছলমান লোকসকল কলংকিত হয় তেন্তে ৰামো এক কাল্পনিক চৰিত্ৰ বা ৰামৰ উপাসকসকল উগ্ৰ হিন্দুত্ববাদী বুলি আমি ভাৱিব পাৰো কিয়নো ৰামেও ভগৱান হৈ জন্ম লোৱা নাছিল তেওঁ মানৱ হৈহে জন্ম লাভ কৰিছিল । ৰামো ৰজাৰ পুত্ৰহে আছিল কিন্তু কেতিয়াও ভগৱান নাছিল । আমি ধৰ্মান্ধ হৈ যিকোনো ব্যক্তিয়ে ধৰ্মৰ কথা লৈ আলোচনা কৰি থকাতকৈ উন্নয়নৰ দৰে অন্য ভাল কথাবোৰতহে আঁচলতে গুৰুত্ব দিব লাগে,তেতিয়াহে দেশৰ উন্নয়ন হব নহলে নহব ।
@user-di3nt6op6z
@user-di3nt6op6z Год назад
তোৰ গৰুখোৱা মাওগিৰি চীনত ৰাখিবি
@user-dv5sn5bm7k
@user-dv5sn5bm7k Год назад
এইটো অখিল ভক্ত মাওবাদী জহৰা হয় পেটলা
@islamicbartashorts8166
@islamicbartashorts8166 Год назад
ঠিক কৈছে সকলোৰে সৃষ্টিকৰ্তা এজনে যাৰ কোনো আকাৰ আকৃতি বা প্ৰতিমূৰ্ত্তি নাই এইটো সকলো ধৰ্ম গ্ৰন্থত আছে।
@alokdutta5907
@alokdutta5907 Год назад
@@user-di3nt6op6z তই গৰুচোৰ হিন্দু আতংকবাদী হয় ।
@alokdutta5907
@alokdutta5907 Год назад
@@user-dv5sn5bm7k তহঁতিহে জহৰা নাগপুৰীয়া হিন্দু সন্ত্ৰাসবাদী জহৰা হয়,তহঁতৰ ইয়াত ভুৱা হিন্দুগিৰী নচলে,এইবোৰ নাগপুৰৰ আৰ.এছ.এছৰ অফিচত গৈ দেখাই থাকিবি বুজিলি,অসমৰ তহঁতৰ এইবোৰ অসভ্যালি আৰু বেছিদিনলৈ নচলিব বুজিলি ।
@kanaipegu-ds3mh
@kanaipegu-ds3mh Год назад
Anupom da apuni hunkale nimontorn korok huni bohut bal lagise
@dulenborthakur307
@dulenborthakur307 4 месяца назад
❤প্ৰশ্নৰ উত্তৰ দিবলৈ সুবিধা দিলে ভাল হয় ওপৰা ওপৰিকৈ চালে বেৰে কুবাই থাকিলে মূল বিষয়ৰ পৰা আতৰি পলায়ন বাদী মনোবৃত্তি লোৱা যেন লাগে
@axomorpuwali
@axomorpuwali Год назад
প্ৰথমে মানুহ জন্ম হয় ,,৫/৬ বছৰ বয়স হোৱাৰ পিছত হে হিন্দু,ইছলাম,খৃষ্টান অনান্য জাতি ধৰ্মলৈ ৰূপান্তৰ হয় ,,, अपना दीपक खुद जलाओ ,,, 🌻🌻अत दीपो भव 🌻🌻
@ManjurAlam-hd3is
@ManjurAlam-hd3is Год назад
Ryt
@islamicbartashorts8166
@islamicbartashorts8166 Год назад
দাদা ভূল ধাৰণা আপোনাৰ আমাৰ ইছলামৰ আদি পুৰুষ অৰ্থাৎ পৃথিৱীৰ প্ৰথম ব্যক্তি হজৰত আদম আঃ আৰু আদি মাতা হজৰত হাৱা আঃ মুছলমান আছিল।বেছি কষ্ট কৰিব নালাগে গুগলত ছাৰ্চ কৰি চাওক। ভুল ধাৰণা নোহোৱা হ'ব👍👍👍 Q:----who was the first person on earth name???? Adam is the name given in Genesis 1-5 to the first human. Beyond its use as the name of the first man, adam is also used in the Bible as a pronoun, individually as "a human" and in a collective sense as "mankind".
@Satyaki1111
@Satyaki1111 Год назад
@@islamicbartashorts8166 tur Islam r boyokh 1400 ha ,,, aru first muslim Hjrt Mhmd,,,,aibur hawabaji er 🤣 Mhmd a 6 bosoriya jonik ani gutai khon ultu fultu kotha prasar Kori gol.... Islam is a fake religion ☝️
@JamalUddin-il2nt
@JamalUddin-il2nt 10 месяцев назад
মোস্তাফা কামাল আজাহাৰি; সঠিক পথত অহিছেনেকি !ধন্যবাদ তুমাক
@MaddyEkka_Academy
@MaddyEkka_Academy Год назад
Anekua positive discussion hbo lage, ru guest bur olop expert hbo lage nij ru beleg r dhormo buja k. Manuhe logically bujibo vhal hbo about each other, nice initiative. Discussion ot kajia and baseless argument avoid koribo lage matro. Ru jodhe mode dhormo guru namatibo, bcoz there are many pseudo guru in every religion who don't know their own religion. So keep it up for logical discussion
@monshobalisheikh8697
@monshobalisheikh8697 Год назад
দুয়ো জনেই ধৰ্মৰ প্ৰতি মূৰ্খ পণ্ডিত ।
@alamvoice9503
@alamvoice9503 10 месяцев назад
Bhal lagil ajaharir kotha
@basantiboro4314
@basantiboro4314 Год назад
সত্যৰণজনৰ নিচিনা মানুহে ৰাইজৰ মাজত সংঘাত আনে।
@leftgedarmaksudu738
@leftgedarmaksudu738 Год назад
Toi nijor namot comment kor ba Boro vaxa likh tetiya gom pam 😅
@mourlaskar5343
@mourlaskar5343 Год назад
পাগলে কিনা কয়আয় ছগলে কিনা গায়। Thank you Ajhari.Little learning is a dengerous things.
@Satyaki1111
@Satyaki1111 Год назад
@@mourlaskar5343 take tu pagale nokoy ki🤣 Hjrt Mhmd a o ji ti akhupa d gol majaahub r namot🤣 Hei dokait tuk tar myki joniye marile bih khuwai 🤣 Rasool ulabo goicil , dokait hoi,
@gauravroy7897
@gauravroy7897 Год назад
Only Hindu Jain Sikh & Bharotiyo dhormo Zindabad 🚩
@MintunAli
@MintunAli Год назад
Agt kitap Porhi sbi 😂🤣 Goborvokt Bhagwat Geetat kot Hindu buli likha ase Hindu buli likha a nii sun Hindu kunu Dharma nhy ata sonoskriti hain ako njna ane bokpa aha🤣🤣
@user-dv5sn5bm7k
@user-dv5sn5bm7k Год назад
@@THE-EAGLE-56 হিন্দু বুলি নাই সনাতম ধৰ্মই হিন্দু ধৰ্ম
@user-dv5sn5bm7k
@user-dv5sn5bm7k Год назад
@@THE-EAGLE-56 তোৰ মতে দেশ নচলে
@putin2860
@putin2860 Год назад
🤣🤣🤣🤣
@farukhsekh727
@farukhsekh727 Год назад
Fof
@amanstore8027
@amanstore8027 Год назад
সত্য ভাবিছে মই CM হম। সেই কাৰণে আবুল-টাবুল কৈছে। বেটা গম পোৱা নাই।
@IYIAHMEDIYI786
@IYIAHMEDIYI786 Год назад
এই বিলাক মানুহ মাতিবই নাপাই কোনোৱে কাৰো কথা নুশুনে আৰু নামাতিব অনুপম দা
@pankajkalita9230
@pankajkalita9230 Год назад
হোলী চলিব মানুহ চাবা ৰং চাবা খেলিবা এইবোৰ কেইটামান হিন্দুবিৰোধীৰ কমেণ্টত নোম এডালো নলৰে। জয় শ্ৰী কৃষ্ণ
@hafizulhoqueahmed2788
@hafizulhoqueahmed2788 Год назад
Muslimor bal adalu lorabo nware upcoming world biggest religion
@gauravroy7897
@gauravroy7897 Год назад
​@@hafizulhoqueahmed2788 lol 😂🤣😂
@gauravroy7897
@gauravroy7897 Год назад
​@@hafizulhoqueahmed2788 Geda8 saiye world dekhili neki 😂
@gauravroy7897
@gauravroy7897 Год назад
​@@hafizulhoqueahmed2788 Hinduk koneo eko koribo nuware iyat Hindustanot 🚩🔱
@hafizulhoqueahmed2788
@hafizulhoqueahmed2788 Год назад
@@gauravroy7897 khopun dekhi thak
@mrigendas8895
@mrigendas8895 Год назад
ইছলাম আৰু খ্ৰীষ্টিয়ান এই দুটা ক্ৰমে আৰৱ আৰু বেথেলহামত সৃষ্টি হোৱা মজহৱ। আমাৰ দেশৰ সংস্কৃতি সভ্যতাৰ লগত মাটি পানী বায়ুৰ লগত কোনো সম্পৰ্ক নাই। আৰৱত ইছলাম উৎপত্তিৰ আগত পাগান ধৰ্ম আছিল। পাগান ধৰ্মতো মূৰ্ত্তিপূজা হৈছিল। হজৰত মহম্মদৰ নেতৃত্বত পিছলৈ আসুৰিক প্ৰবৃত্তিৰ কলিযুগৰ দানৱবোৰে ভাঙি পুতি পেলাইছিল তাত আৰু হজৰত নিজেও মক্কাৰ পৰা মদিনালৈ পলাৱলগীয়া হৈছিল পিছত অশিক্ষিত আৰৱিয়ানবোৰৰ দুটা গোট হয়। মহম্মদৰ ফলীয়া আসুৰিক গোটটোৱে আৰৱৰ ৰাজনৈতিক ক্ষমতা নিজ হাতলৈ আনিব যেতিয়া পাৰিলে তেতিয়াই আৰৱত ইছলাম বিয়পি পৰিল। তাৰপিছত বিশ্বৰ বিভিন্ন দেশত চল বল আৰু ক্ষমতাৰে বিয়পিল। ভাৰততো মোগলে বহু চেষ্টা কৰিছিল, পাঠান, শক আৰু হুনেও কৰিছিল কিন্তু দেৱভূমি ভাৰতত সম্ভৱ নহ'ল। সিন্ধু উপত্যকাৰ এই বিশাল ভূমি পিছলৈ কংগ্ৰেছী ৰাজনীতিত ভাগ হ'ল আৰু জন্ম হ'ল হিন্দু হত্যাকাৰী পাকিস্তান আৰু বাংলাদেশ তথা আফগানিস্তান। বাংলাদেশত যদিও ইছলামিক দমন চলে তথাপিও তাৰ হিন্দুবোৰো ফেপেৰি পাতি ধৰে সংখ্যাত কম হ'লেও। পূজা পাঠ চলে। কিন্তু পাকিস্তান আৰু আফগানিস্তানত অন্য ধৰ্ম ধ্বংস হৈ গৈছে। পাপত পচি পাকিস্তানো এতিয়া গৃহযুদ্ধসদৃশ পৰিৱেশত জীয়াই আছে কোনদিনা আকৌ দুই তিনিটুকুৰা হয় ঠিক নাই। আৰু সেইফালে আফগানিস্তানতো ক'বই নালাগে হিন্দু শিখৰ তেজ খাই নোহোৱা হোৱাই তেজপিয়াবোৰৰ নিজৰ মাজতে খোৱা কামোৰা লাগি মৰি আছে।
@MintunAli
@MintunAli Год назад
হিন্দু কি?
@user-ow4vf2hl6t
@user-ow4vf2hl6t Год назад
@@MintunAli সকলোৰে বাপেক 😊😊
@MintunAli
@MintunAli Год назад
@@user-ow4vf2hl6t 😂 হিন্দু শব্দৰ অৰ্থ কি?
@kanchandas2545
@kanchandas2545 Год назад
​@@MintunAli , ঐ ফেউৰা হিন্দু শব্দৰ অৰ্থ হ'ল সিন্ধু উপত্যকাৰ বাসিন্দা। ভাৰতীয় মানুহ হিন্দু। পিছতহে কনভাৰ্ট হৈছে এচাম।
@dibyajyotinath1747
@dibyajyotinath1747 Год назад
@@MintunAli islamic mane hoise ata jehadi songothon
@NoodleAli-en4yz
@NoodleAli-en4yz 3 дня назад
Mustkim ko Gulabi thankyou bhai thank u
@rkmusicofficial5900
@rkmusicofficial5900 Год назад
Mozza Mufti
@sajidulhoque1776
@sajidulhoque1776 Год назад
Inshallah
@RafiqulIslam-wh4ku
@RafiqulIslam-wh4ku Год назад
Excellent Azahari
@Nasirali-yk5dc
@Nasirali-yk5dc Год назад
He, jatir meru dando azhari sahab, tumak bahut gali parisilu, kintu aji tumak salam korisu, thank you
@AliShah-em2on
@AliShah-em2on Год назад
Islam ☪️ zindabad
@Satyaki1111
@Satyaki1111 11 месяцев назад
Buslam murdabaad
@sohrabalihazarika2047
@sohrabalihazarika2047 Год назад
Religion is not for argument it is for follow in true spirit
@satyamevajayate1274
@satyamevajayate1274 Год назад
Jiyai thakibi kimn din ru Dharma k loi emn jukti tarko Kri pabi ki. Dhui.... Kam Ni ru
@nabadeka7466
@nabadeka7466 Год назад
বাস্তৱক লৈ দুয়ো জনেই ধৰ্ম শাস্ত্ৰ লিখিবলৈ আৰম্ভ কৰা।
@cityvlogger269
@cityvlogger269 Год назад
Jai shri ram buli he kalu🙏🙏
@akhayrajbongsha4638
@akhayrajbongsha4638 Год назад
ধৰ্ম এবিধ ৰাজনীতিৰ প্ৰথম ৰূপ। মূৰ্তি পুজা দ্বাপৰ যুগৰ ধৰ্মৰ শাস্ত্ৰ হেঙাৰ মানুহৰ কাৰণে।
@dr.purushotamthakur5999
@dr.purushotamthakur5999 Год назад
আপোনাৰ দৰে মূর্খ ব্যাক্তিৰ বাবেই আৰবৰ পৰা মুছলমান আহি ভাৰতৰ আমাৰ সনাতন ধৰ্মৰ লোকসকলৰ ওপৰত অত্যাচাৰ কৰিব পাৰিছিল আপোনাৰ দৰে মানুহ এই দেশৰ বাবে অভিশাপ
@akhayrajbongsha4638
@akhayrajbongsha4638 Год назад
@@dr.purushotamthakur5999 সনাতন মানে কি ?? শব্দৰ অৰ্থ জানিবলৈ লাগিব তাৰ পিছত পৃথিৱীত ক'ত আছে মানুহক বা নিজৰ চকুৰে দেখা পাইছে নে ? যদি আপুনি পোৱা নাই তেনে হ'লে মহা মূৰ্খ শিক্ষা যুগ জ্ঞান হোৱা নাই।
@dipuhazarika9123
@dipuhazarika9123 Год назад
Pagal too koran namane Karan khi nije pagal
@Satyaki1111
@Satyaki1111 Год назад
Kiyo manibo Quran? Toi mano ni? Saudi t Quran dustbin aru Nola t pelai ☝️
@dr.purushotamthakur5999
@dr.purushotamthakur5999 Год назад
Apunar nisina murkho mnuhe quran mane
@alokdutta5907
@alokdutta5907 11 месяцев назад
@@Satyaki1111 তই পাগল নেকি গোবৰ ভক্ত অৱশ্যে তহঁতৰ গাত একো দোষ নাই কিন্তু তহঁতক জ্ঞান দিয়া পণ্ডিতবোৰে আমাক বহুত কথা শিকাই থৈ যায় বুজিলি ।
@Satyaki1111
@Satyaki1111 11 месяцев назад
@@alokdutta5907 তোৰ নাম ভালুক হে আছিল, আলোক কেতিয়া কৰিলি মূৰ্খ?
@BK-bb5kt
@BK-bb5kt Месяц назад
অনুপম চক্ৰৱৰ্তীয়ে কাজিয়া কৰাব বিচাৰে,,,, তেওঁ হকলো অনুষ্ঠানত বিচাৰে হুলস্থুল হোৱাতো
@mr.abutalebmusic.2245
@mr.abutalebmusic.2245 7 месяцев назад
Mustufa Kamal Ajahari zindabad
@gauravroy7897
@gauravroy7897 Год назад
Maobadi Go back 👎👎👎
@Anuragkashyab
@Anuragkashyab Год назад
শংকৰ আজানৰ দেশত এইবোৰ শুভা নাপায়।
@Satyaki1111
@Satyaki1111 Год назад
Aikhn honkorr dekh,,,ajan jehadir nhy,,,,
@ZafarIqbal-sb6mr
@ZafarIqbal-sb6mr Год назад
​@@Satyaki1111 Education r ovab hoise axom..t😊
@Satyaki1111
@Satyaki1111 Год назад
@@ZafarIqbal-sb6mr take tu,,, education t aiyao porhabo lage j,,kenekoi 630 khristabdot dokait Hajarat Mohommod a Hindu r murti pooja sthan Makka t kenekoi Land Jihad koricil🤣.
@ZafarIqbal-sb6mr
@ZafarIqbal-sb6mr Год назад
Toi ratipuwa uthi Gu mutro khau je khei Karone aneka history poribole paiso 😂
@Satyaki1111
@Satyaki1111 Год назад
@@ZafarIqbal-sb6mr 🤣🤣🤣🤣 A moi ji a nakhaw lage haitu Mur personal kotha,,,kintu tur Nabi hjrt mhmd kintu tejkhuwa acil☝️, bohotok lutile, jibrail r naam d Misa KQuran likhile ba kole🤣, ,,,makaa lutile,,,jar tar myki nijor bonale,,,mane ata akhobhya aru pagalr hompurna lokhyan acil taar gat
@saeducare2583
@saeducare2583 Год назад
Anupome tmmmm mojja loise...
@maziburrahman2628
@maziburrahman2628 Год назад
হিন্দু লৰাই যদি বেয়া কাম কৰে, সেইটো কি সনাতন ধৰ্মৰ নিয়ম নেকি
@ndjackjohnvlogs9631
@ndjackjohnvlogs9631 Год назад
অসমত অসমীয়া ভাষাত আপোনালোকৰ কোৰান খন অনুবাদ কৰি দিব আমিও পঢ়িবলৈ ৰৈ আছো।।আমাৰ গীতা, ভাগৱত,পুৰাণ আদি অসমীয়াত পাব পঢ়ি চাৱ এবাৰ আজহাৰী চাহাব।।
@ajubajultd.3484
@ajubajultd.3484 Год назад
Already ase dada kini loba
@AbulKalam-vg6qs
@AbulKalam-vg6qs Год назад
Koran Assamisot / Bangolit Anubad Assay .
@nowy2190
@nowy2190 Год назад
কথা টো ভালে ভাবিচা কিন্তু আপুনি চাগে অনুসন্ধান কৰি চোৱা নাই। আপোন ক কোনটো ভাষাত কোৰান শ্বৰীফ লাগে। দোকানত পাই যাব পৰিলে আনিব । আপোনাৰ ধাৰণা টো সলনি হব।
@ajizulfunny7222
@ajizulfunny7222 Год назад
Bro dokont goi saba এনেই boki thakile ki hob
@Satyaki1111
@Satyaki1111 Год назад
Nopohibo dada ekdom fultu kitap,,,,haikarone saudi Arab t dustbin aru Nola t pelai
@howtodrawing1105
@howtodrawing1105 4 месяца назад
ভগবান চবটে আছে বুলি কয় যে, মদৰ বটলোটো ভগবান আচে নেকি,
@user-jg3jc9io9e
@user-jg3jc9io9e 17 дней назад
Tohoti jae ko alha disae alha ki rati bisonat thake niki
@masumaakhtara4806
@masumaakhtara4806 Год назад
Satyranjon Bora apuni vl hoi jak.homoi ase
@leftgedarmaksudu738
@leftgedarmaksudu738 Год назад
Ajahari ne Ajani ai set tu ki boki ase 😅
@rajuali5607
@rajuali5607 Год назад
মৌলা চাহাব মুৰ্খৰ লগত তৰ্ক কৰি লাভ নায় জয় আই অসম
@dr.purushotamthakur5999
@dr.purushotamthakur5999 Год назад
Asol murkho apuni hoi adin quran pohi sabo tat hindu manuhor boxoe ki ki likha ase ...quran t okl blg religion r mnuh r lgt fight kori wife k ni reap koribole likha ase..
@AbuSharif-cl6zy
@AbuSharif-cl6zy 11 месяцев назад
Very good ajree
@abuhammadqasimi9842
@abuhammadqasimi9842 Год назад
এনে নিকৃষ্ট মুৰ্খক মাতাৰ কাৰ্য অতি গৰিনা যোগ্য।
@dibyajyotinath1747
@dibyajyotinath1747 Год назад
Mostafa kamal Ajari teo ajon nijei jehadi
@gauravroy7897
@gauravroy7897 Год назад
Hindu Zindabad 🚩🚩🚩
@pradipdas4364
@pradipdas4364 Год назад
অলপ লাহে লাহে আতাহ পাৰক চোন
@suroox2385
@suroox2385 Год назад
Moi judi dekhai diu tene hole Ex muslim channel sua sobe sob answer pai jaba...
@ankurlx7115
@ankurlx7115 Год назад
ৰাম ৰাম 😍🙏🙏
@ranjansarkar9219
@ranjansarkar9219 Год назад
Satyaranjar good
@smileaddictedediting2409
@smileaddictedediting2409 10 месяцев назад
আলোচনাৰ শেষত কিন্তু, সত্যৰঞ্জনৰ পেটু ওলাই গৈছে ।
@ChampakDas-wp9yh
@ChampakDas-wp9yh 11 месяцев назад
Saitya ৰঞ্জনক যি কোনো media বা কাৰ্যসূচীত ভাগ দিয়াৰ পৰা আঁতৰাই ৰাখক। অসমীয়াৰ বাবে বহুত মঙ্গল জনক। সি মাত্ৰ মুছলমান ৰ ওপৰত হে জীয়াই আছে।
@Satyaki1111
@Satyaki1111 10 месяцев назад
তাৰ ঠাইত তোক ৰাখিব লাগে নেকি মূৰ্খ? মিঞাৰ চামচা চম্পক🤣
@Xhuntu6590
@Xhuntu6590 Год назад
লাজ লাগিছে,, কিন্তু কিছুমান মানুহে হে লাজ নেপায় 😏😏😏
@harakantaborah6818
@harakantaborah6818 Год назад
Jai shree Ram ❤️♥️📿
@ijatali5944
@ijatali5944 11 месяцев назад
Mustfa kamal ajahari zindabad ❤
@AnarulIslam-fh8ox
@AnarulIslam-fh8ox 8 месяцев назад
দলাল দুটা এক লগ হৈ গ'ল খেলা হবে।
@janeali7937
@janeali7937 Год назад
God is great.
@newsandfacts2472
@newsandfacts2472 Год назад
Hindhu darmo val but hindhu manuh beya
@lxstrand431
@lxstrand431 Год назад
Jay shree Ram 🙏🌺
@bipulrabha7272
@bipulrabha7272 11 месяцев назад
আজাহাৰি বেলেগ ফালে লৈ জায আজাহাৰি হাৰি গল
@anjubegum6320
@anjubegum6320 Год назад
Hindu muslim hindi Muslim deleg kam nai tohotor satty ranjan
@Fffygg56
@Fffygg56 Год назад
এনে বিলাক ভন্দক কিয় ইমান মূল্য দিব লাগে ??
@nurulquraanofficial.channe5344
সত্যৰনজন বৰা এজন অন্ধ ভক্ত, আৰু murkho মানুহ হয়, ইয়াৰ লগত কথা পাতিব নালাগে, পিছত নিজেই, murkho হব লাগিব, ইয়াক এৰি দিয়ক, কুকুৰ নিচিনা ভুকি থাকক,
@srigunajitsharma8282
@srigunajitsharma8282 Год назад
😂😂 Tumar comments a tumar porisai dile , but aybor kotha Quran a sikale ne tumar ma deutai sikale . Ne sotyaranjan a kuwa katha bore sotya 😂
@MintunAli
@MintunAli Год назад
@@srigunajitsharma8282 Teo kiba beya kole nki Aikhini o vbibo pora hokti nii beyak beya nokoi ki kom
@armanhussaina3099
@armanhussaina3099 Год назад
Anupam dak trp lage 😊😅
@user-nq5wk1ic2v
@user-nq5wk1ic2v 5 дней назад
যিটো প্ৰশ্ন সোধে সেইটোৰ উত্তৰ দিব নোৱাৰে কুকুৰৰ নিচিনা ভক ভক কৰি থাকে ...
@kishorkumardas3234
@kishorkumardas3234 Год назад
আমি বাৰু কোৰান দেখা নাই পঢ়া নাই ঠিক আছে কোৰাণত সন্ত্ৰাসবাদী হোৱাৰ উল্লেখ নাই তেতিয়াহলে এটা কথা নুূুজিলো যে কিহৰ কাৰণে কেৱল মাত্ৰ মুছলমান সকলহে সন্ত্ৰাসবাদী হয় আৰু আল্লাহু আকবৰ আল্লাহু আকবৰ এনেকৈ থাকে | আমি জানো সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই; তেতিয়াহলে এওঁলোকৰ ধৰ্মটো ক'ৰ পৰা আহিল? এইটো কিহৰ কাৰণে? এই সন্ত্ৰাসবাদী কেইটাই আল্লাহু আকবৰ নকৈ বেলেগো কৱ পাৰিলে হয়.. অন্য ধৰ্মৰ মানুহে মুছলমান গ্ৰহণ নকৰিলে মাৰি পেলোৱা হয়. তেতিয়াহলে এইবিলাক কথা কোনখন কিতাপত আছে যদি তেওঁলোকৰ কিতাপত নাই | তেওঁলোকে হয়তো কৱ পাৰে যে এইবোৰ কথা হিন্দু ধৰ্ম নাইবা বাইবেল ত্ৰিপিটক ইত্যাদিত আছে😁
@nagaonmasti
@nagaonmasti Год назад
Joy sri ram koi hantrah sristy kora dekha nai amar assam ot ulfa .ndfb.maobadi Aibilak ki
@nagaonmasti
@nagaonmasti Год назад
Gujarat ot 2002 ot kiman musalmaan ok hatya korile modi cm thoka kalot haibur ki dharmor
@Satyaki1111
@Satyaki1111 11 месяцев назад
​​@@nagaonmastivul dharona ase tur,,,tohotor mokaa u amar Makkeshwar mahadev mandir acil...630 khristabdot dokait Hajarat Mohommod a karhi loicil...itihakh porh,,,,toi u jina t hua hontan hoi,, converted,,,,Ghar wapasi ketiya korebi?
@AnarulIslam-fh8ox
@AnarulIslam-fh8ox 8 месяцев назад
হিন্দুবিলাকে যেনেকৈ জয় শ্ৰী ৰাম কৈ মানুহক মাৰে তেনেকৈ কিছুমান মুছলমান লোকেওঁ তেনেকৈ কয়।
@Satyaki1111
@Satyaki1111 8 месяцев назад
@@AnarulIslam-fh8ox Hindu a Bina karonot kaku maar pit nokore,,,aru Jai Shree Ram koi mara keita tu bohut dangor case hobo lagebo... .................. Ghar wapasi ketiya koribi? Mughal hontan hoi a jibontu kotabi ni? Ghar wapasi kori nijor purbojor dhrmo loi ketiya ahibi?
Далее
SILADITYA IN PODCAST
52:48
Просмотров 294 тыс.