Тёмный
No video :(

Toie bukur apun | Lakhi Chandra | Deepjyoti | Kailyani | ApuRaj | Deepshikha Bora | Rex Boro 

Lakhi Chandra official
Подписаться 125 тыс.
Просмотров 4,6 млн
50% 1

:🎼Song : Toie Bukur Apun
🎙Vocal : Lakhi Chandra
🎙Femal Vocal : Deepshikha Bora
🎶Composition : Lakhi Chandra
🎶 Lyrics : Lakhi Chandra, Rakesh Gogoi
🎶Music/Mix/Mastered : Rex Boro
BG Score : Rex Boro
🎶 Flute : Anjan Medhi
Contact for Live shows- 8472096623
6001948577
For Instagram Reels : / audio. .
● Music Distribution Partner : Stereo Music
● Stream the song on- 👇
●Jio Saavn
www.jiosaavn.c....
●Spotify
open.spotify.c....
●Amazon Music
coming soon
● Apple Music
itunes.apple.co....
● iTunes
itunes.apple.co....
Video Credits :
Direction,Story,Cinematography & Editing : Apuraj Gogoi
Starring : Deepjyoti Mahanta & Kailyani Bharali
Supporting casr : Lakhi Chandra, Koustav
Ad : Lashit, Madhujya,Thomas
Photography : Koustav Phukan
Make-Up : Jaan Saikia
Coustume Designer : Diplu Hazarika, Pallavi Talukdar
Poster Design : Rituparna Bora
Special Thanks : Rishi Boruah, Kostwav Moni Phukan, Simanta Chetia, Kanu Boruah, Alin Mahanta, Hemangi Bora, Deep, Rahul, Purba, Vadra, Dhiraj, nitul Dadhara. Anuran,
❤️ তইয়ে বুকুৰ আপোন ❤️
শয়নে সপোনে জনমে জনমে ৰাখিমে
তোকে হিয়াৰে মাজতে
জীৱনে মৰণে সচিতে সপোনে থাকিমে
তোৰে হিয়াৰে উমতে
অ ' মৰম দুটি মন দুয়োৰে
অ' মৰম এটি হৈ ৰ'বনে
অ ' মৰম তইয়ে মই আমি হ'ম মৰম
জনম জনমলে
তইয়ে বুকুৰ আপোন জাননে
তইয়ে মনৰ সপোন বুজনে....
প্ৰতি পুৱা আবেলি দুপৰীয়া গধূলি
ভাবো তোকে জাননে অ' মৰমী
তইয়ে মোৰেই সপোনত
তইয়ে মোৰে দিঠকত
থাক জান ওমলি অ' মৰমী
অ ' মৰম দুটি মন দুয়োৰে
অ' মৰম এটি হৈ ৰ'বনে
অ ' মৰম তইয়ে মই আমি হ'ম মৰম
জনম জনমলে
তইয়ে বুকুৰ আপোন জাননে
তইয়ে মনৰ সপোন বুজনে....
বুকুৱে বুকুতে মৰমক মৰমে
ল'বিনে সাৱতি দুবাহুৰে মাজতে
হিয়াৰে কোণতে মৰমৰ উমেৰে
ওমলি জামলি থাকিবিনে কাষতে
অ' মৰম ৰাখিমে সুখতে
অ' মৰম দুখৰে দিনতে
ল'বি জিৰণি বুকুতে
অ' মৰম থাকি মোৰ কাষতে
তইয়ে বুকুৰ আপোন জাননে
তইয়ে মনৰ সপোন বুজনে....
#ToieBukurApun
#Lakhi_Chandra
#Deepshikha
#ApuRaj_Deepjyoti_Kalyani
#RexBoro

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 2 тыс.   
@lakhichandraofficial
@lakhichandraofficial 2 года назад
বহু আপেক্ষাৰ অন্তত মোৰ এটি মৰমৰ গীত "তইয়ে বুকুৰ আপোন" ৰ ভিডিঅ' টি আপোনালোকলৈ আগবঢ়ালো মৰম দিব বুলি আশা কৰিলো আৰু ভিডিঅ' টি যিমান পাৰে share কৰিব আৰু ভিডিঅ' টি কেনেকুৱা হৈছে comment কৰি জনাব .. 💖
@udiptapranmusical
@udiptapranmusical 2 года назад
Dada💕
@anupcreation5613
@anupcreation5613 2 года назад
Hosai bhut Dhuniya lagise video tu..😭😭
@artbrsdrawing6679
@artbrsdrawing6679 2 года назад
bohut bohut val lagil gaan tu moi video ti nidiya aagot hodai huni aasilu aaji video ti pai aru val lagil
@Ratulsonowal367
@Ratulsonowal367 2 года назад
Bohut bohut Val lgsy💓💓💓
@bitupongogoiflute6206
@bitupongogoiflute6206 2 года назад
Bohhut dhunia hoise lokhi.... Bohut dur aguai jua... All the best💜💜💜👍👍👍
@gogoiversion111
@gogoiversion111 2 года назад
লৰা লগত থাকিলে ছোৱালী নাথাকে আৰু যদি দুয়ো থাকিব খোজে ঘৰৰ মানুহে নিদিয়ে আৰু ঘৰৰ মানুহে দিলে কেতিয়াবা ভগৱানে নিদিয়ে...... প্ৰেম মানে কি আজিও নুবোজিলোঁ বাকী সুন্দৰ 💞✌️🥲
@dipalidas2844
@dipalidas2844 2 года назад
Right
@RahulSk-dn8fd
@RahulSk-dn8fd 2 года назад
Shabbaish beta 🙋‍♂️
@tongkeswarboro9439
@tongkeswarboro9439 2 года назад
তুমি হচা ক ই চা
@nkgaming1661
@nkgaming1661 2 года назад
Aaaaieeet pagol ..bor ustadi mari dialogue marise sa ...ustadi namaribi ...tikakaran kori dim ako
@kajaldey7119
@kajaldey7119 2 года назад
Xosa
@nayankakati4143
@nayankakati4143 2 года назад
কৰ্ম শুত্ৰে মই দেশৰ বাহিৰ ত থাকো ,এই বিলাক গান শুনিলে গাওঁ খন অসমখন লৈ গুচি যাব মন যাই, সচাকে দেশৰ বাহিৰত টকা আছে মনৰ শান্তি ওলপ ও নাই,সকলো বিজি মানুহ মোৰ সোণৰ অসম খন বহু গুনে ভাল
@raajkumardas6350
@raajkumardas6350 Год назад
Right bro
@bijulirabha-hj9bq
@bijulirabha-hj9bq Год назад
Right 👍👍👍👍👍
@uttamenterfacevlogs7145
@uttamenterfacevlogs7145 8 месяцев назад
hosakoi lora manuhor jibon buli kole akebare huino
@asbcreation7716
@asbcreation7716 2 года назад
মনৰ পৰা বিচৰা জনক কাষত পোৱা হলে জীৱনটো বহুত সুখী হল'হেতেন, মনে বিচৰা জনক পাবলে ভাগ্য লাগিব, যিটো সকলোৰে কপালত নাথাকে 😭
@dhritismandeka5243
@dhritismandeka5243 Год назад
Mor o nai o
@Hbenterprizes7573
@Hbenterprizes7573 Год назад
Right
@sanjayejangpoejangpo7966
@sanjayejangpoejangpo7966 Год назад
You right bro
@kashmitahazarika3830
@kashmitahazarika3830 Год назад
Xosake
@Hanifali-pg8wl
@Hanifali-pg8wl 2 месяца назад
Mor o nai
@lizaranigogoi2400
@lizaranigogoi2400 2 года назад
তোমাৰ মাতষাৰে বুকুত শেল মৰাদি মাৰে😇 বাস্তৱৰ লগত সংগতি থকা কাহিনী....সকলোবোৰ বহুত বেছিয়ে ধুনীয়া লাগিল💗💗💗💗💗💗💗
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much ❤️❤️
@ttty9643
@ttty9643 2 года назад
Gggggggggggkgkgkgkkgkkggggggkggggggggggggggkgggggggggggggggggggggggggggggkggggggggggggggggggggkgggggggkgggkggggggggggggkgggggkgggggggggggggggggggggggggggggggggggggggkgggggggggkggggggkggkgggkgggkggkggkggggkggggggggggggkgggggggggkgggggkgggggggggggkggkkggggkggkgggggggggkkggggggggggggkgggggkgggggggggggggggggkgggggggkg MBC k. GK.
@munu10211
@munu10211 Год назад
Ummm xosa kea dai real life r logot
@alladdinali2164
@alladdinali2164 Год назад
Hii
@alladdinali2164
@alladdinali2164 Год назад
Kikoryasa
@jhondas4864
@jhondas4864 2 года назад
Uffff. Skour pani ulai gol. Love❤️❤️❤️
@user-mc6yf7ce9u
@user-mc6yf7ce9u Год назад
লক্ষী দা আপোনাৰ গান বোৰ শুনিলে মনটো বহুত শান্তি লাগে❤
@sahidulhaque3742
@sahidulhaque3742 Год назад
Uffff literally goosebumps🥺❤️ Song tu agote xunisilo video tu nulaute bht vl lgsil kintu Deepjyoti daar acting e song tu ako bht bsi dhunia korise❤️ excellent❤️❤️
@Dhoudigitalmedia22
@Dhoudigitalmedia22 2 года назад
বহুত মৰমেৰে কৰা এটি গান বহু আশাৰে আপোনালোকলৈ বুলি আগবঢাই দিছো। আশা কৰিছো আমাৰ মৰমক মৰমেৰে আদৰি ল’ব❤️
@anupcreation5613
@anupcreation5613 2 года назад
Hosai bhut mojaaa lagilse 😭
@janmoni-sani4879
@janmoni-sani4879 2 года назад
Kandi dilu o dada tumar lgt aru ki km bhut dhuniya hoise 😢
@lakhichandraofficial
@lakhichandraofficial 2 года назад
সকলোৱে শুনিব আৰু ভালপোৱা সকলে share কৰি দিব..... Love you all...
@geetashreebora1922
@geetashreebora1922 2 года назад
Bohut dhunia hoise dada ❤️
@ahirbhoirab1509
@ahirbhoirab1509 2 года назад
বহুত ধুনীয়া হৈছে দাদা,অপুহঁতৰ ঘৰত লগ পাই ছিলো
@jibeswarrabha2888
@jibeswarrabha2888 2 года назад
ধুনীয়া গানটো শুনাই নাছিলোঁ মই। বহুত ভাল লাগিল গানটো শুনি। এইটো গান আৰু সপোনৰ ৰাণী গানটো আকে।। 💕💕👌
@MAHAKALVAKT_
@MAHAKALVAKT_ 2 года назад
Heart touching song...❤️❤️❤️ সচাঁকৈ ক্ষন্তেকীয়া জীৱনৰ কোনো ভৰষা নাই...😢❤️❤️
@mr_sonu_nath_official
@mr_sonu_nath_official 2 года назад
Uff literally !! হৃদয় চুই গৈছে 🥺❤️ !! তেজপুৰৰ পৰা বহুত,বহুত মৰম যাচিলো সকলোকে 🙏🏼😘❤️ !!
@ashasmitasarmah
@ashasmitasarmah 2 года назад
ইমান দুখ লগা কান্দি গ'লো 🙂 তোমাৰ মাতটো সচাঁই বহুত বেছিয়ে ধুনীয়া ☺💝
@niharikabg8821
@niharikabg8821 2 года назад
ইমান দুখ লগাকৈ কিয় বনালা অ' কান্দি গলো মই,🥺🥺ইমান দুখ লগা মই চাব নোৱাৰো। বাকি তোমাৰ ক্থা কি কম.. তুমি এনেও মোৰ প্ৰিয়, বাকি বহুত ভাল লাগিল কিন্তু দুখো লাগিল🥺🥺
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much for your lovely comment
@niharikabg8821
@niharikabg8821 2 года назад
@@lakhichandraofficial তোমাৰ মন পৰশা গীতবোৰ সদায় শুনি থাকিবলৈ ভালে থাকা সদায়🙏 । এতিয়া যেনেদৰে আছা আগলৈও সকলোৰে প্ৰিয় হৈ জিলিকি ৰোৱা তাকে কামনা কৰিলো।❤️❤️
@putulsani8999
@putulsani8999 2 года назад
দুখ সদায়
@niharikabg8821
@niharikabg8821 2 года назад
@@lohitkakhar7900 hoi ...bht dukh lgil o.. soku paniye ulai gol🥺🥺
@mehejabinbegum8813
@mehejabinbegum8813 Год назад
I miss u my love
@sowanali8731
@sowanali8731 Год назад
কি লিখি কমেন্ত কৰিম ভাষা নাই 😭💔। প্ৰেম কৰিছোঁ সঁচা প্ৰেম কৰিছিলোঁ কিন্তু নাই এতিয়া আৰু নাই। অসমীয়া ভাষাৰ এনেবোৰ গান শুনিলে বুকুৰ পৰা জুই ওলাই আহে। I love this assamise sad song
@bijulirabha-hj9bq
@bijulirabha-hj9bq Год назад
Akdom hosha kotha 👍👍👍👍👍
@Atiqul_Islam
@Atiqul_Islam Год назад
❤️ তইয়ে বুকুৰ আপোন ❤️ শয়নে সপোনে জনমে জনমে ৰাখিমে তোকে হিয়াৰে মাজতে জীৱনে মৰণে সচিতে সপোনে থাকিমে তোৰে হিয়াৰে উমতে অ ' মৰম দুটি মন দুয়োৰে অ' মৰম এটি হৈ ৰ'বনে অ ' মৰম তইয়ে মই আমি হ'ম মৰম জনম জনমলে তইয়ে বুকুৰ আপোন জাননে তইয়ে মনৰ সপোন বুজনে.... প্ৰতি পুৱা আবেলি দুপৰীয়া গধূলি ভাবো তোকে জাননে অ' মৰমী তইয়ে মোৰেই সপোনত তইয়ে মোৰে দিঠকত থাক জান ওমলি অ' মৰমী অ ' মৰম দুটি মন দুয়োৰে অ' মৰম এটি হৈ ৰ'বনে অ ' মৰম তইয়ে মই আমি হ'ম মৰম জনম জনমলে তইয়ে বুকুৰ আপোন জাননে তইয়ে মনৰ সপোন বুজনে.... বুকুৱে বুকুতে মৰমক মৰমে ল'বিনে সাৱতি দুবাহুৰে মাজতে হিয়াৰে কোণতে মৰমৰ উমেৰে ওমলি জামলি থাকিবিনে কাষতে অ' মৰম ৰাখিমে সুখতে অ' মৰম দুখৰে দিনতে ল'বি জিৰণি বুকুতে অ' মৰম থাকি মোৰ কাষতে তইয়ে বুকুৰ আপোন জাননে তইয়ে মনৰ সপোন বুজনে....
@Niharika369
@Niharika369 2 года назад
অৱশেষত অপেক্ষাৰ অন্ত পৰিল। কন্দুৱাই দিলে ও.....🥺😢
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@sumisnakonwar7755
@sumisnakonwar7755 2 года назад
হৃদয় চুই গল🥺🥺 বহুত বেছি ভাল লাগিল ।। সুন্দৰ কণ্ঠ তোমাৰ😍😍 আগুৱাই যোৱা আৰু ভাল ভাল গান শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ ❤️❤️।।
@dimpidas4331
@dimpidas4331 2 года назад
xub val lagil...buku khan sui goise apunar mat tue...theme2 xub dhuniya❤️💕💕💕
@crazycity3231
@crazycity3231 Год назад
🥺🥺💗💗 bht emotional hy golu video tu saii
@minturabha8581
@minturabha8581 11 месяцев назад
এই জীৱন সদাই তোমাৰ বাবে😊😊
@realindianfacts7076
@realindianfacts7076 2 года назад
লক্ষ্মীচন্দ্ৰ বৰ ধুনীয়া লাগিল গানটো। তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
@laskarmdwaliullah
@laskarmdwaliullah 2 года назад
তোমালোকৰ গীতবোৰ ধুনীয়া শিলচৰৰ পৰা মৰম যচিলো। আগবাঢ়ি যোৱা।
@rubithazarika3010
@rubithazarika3010 2 года назад
❤️❤️❤️ xdai 20 baror uprt xunu gaan2❤️❤️
@sankardassankardas486
@sankardassankardas486 Год назад
এই গান টো 1000 বাৰ উপৰ চাইছো হেপাহ নপলাই কীয় জানো বহুত বেছি ভাল পাওঁ । মোৰ ভাল পোৱা মই হেৰুৱাই দিছোঁ কিমান কষ্ট বুজাব নোৱাৰো 😔 সকলোকে এটাই কথা কওঁ ভাল পোৱা বোৰ বহুত ভাইগ বান মানুহে পাই সেইবাবে ভাল পোৱা সক হদায় লগত থাকিব কেতিয়াও আঁতৰি নাযাব ভুল হলে ভুল বোৰ ভাঙিব লগ এৰি নিদিব ।সঁচা ভাল পোৱা মানুহ বোৰে বহুত কষ্ট পাই বুজাব নোৱাৰো 😭
@bijulirabha-hj9bq
@bijulirabha-hj9bq Год назад
Um moio heruwalu kothabor monot porile bohut dukh lage 😢😢😭😭😭
@bijulirabha-hj9bq
@bijulirabha-hj9bq Год назад
Kothabor hundorkui likhisa👌👌👌👌👌👌👍👍👍😢😢💞💞💞🎉🎉🎉
@assadulhussain5471
@assadulhussain5471 Год назад
Video aru music Tu bht mja lagise tmi song Tu bonuwa krne bht tq🥰🥰🥰🥰
@kabyasrimahanta384
@kabyasrimahanta384 2 года назад
Moiyu egoraki bihu nasoni, gotike moi feel koribo parisu ei gaan tu, bohut val kam ♥️good luck entire team
@__0.266
@__0.266 Год назад
Bohut val lagil dada huni thakib mon jai get tu ❤️❤️❤️
@a.dcreation2873
@a.dcreation2873 2 года назад
Khub dhuniya eti song.... lyrics/composition very melodious ❤️❤️hokolue morom dibo dei
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much ❤️❤️❤️❤️
@luckydevi1102
@luckydevi1102 2 года назад
Wowww just awesome 💝❣️❤️🥺💖
@anishabora3931
@anishabora3931 2 года назад
One of my favorite song This makes my mood fresh Atialoike 50 bar mn huniluu Lv u bro aru dhunia dhunia gan huniboloi pale val pam
@sangitanath2023
@sangitanath2023 2 года назад
Dada ki km aru kble vakha ni........bhut dhuniya hoise gantu.....🥰🥰♥️♥️♥️♥️♥️
@parbinsultana11
@parbinsultana11 2 года назад
হেপাহ নপলোৱালৈ চালো ও 🥺♥️ বহুতে ধুনীয়া লাগিছে 🥰♥️
@parishmitacheleng2249
@parishmitacheleng2249 2 года назад
তোমাৰ গীতবোৰ মোৰ বৰ প্ৰিয় ❤️❤️আৰু ভিদিও টো খুব সুন্দৰ হৈছে💟💟আন্তৰিক শুভ কামনা জনালোঁ দাদা তোমাৰ লগতে তোমাৰ টিম তুলৈ👍👍
@Ujjal-Konwar
@Ujjal-Konwar 8 месяцев назад
Oi asa ne aajiu 😊😊😊
@dipikapatgiri9209
@dipikapatgiri9209 2 года назад
Bohut val.. real ghotona jen lagisay.. val lagisay..god.🤟🤟
@nikimoniphukan4098
@nikimoniphukan4098 2 года назад
বৰ সুন্দৰ গীত দাদা ❤️😍 সদায় যেন আপুনি আমাৰ বাবে ধুনীয়া ধুনীয়া গীত উপহাৰ দিয়ে 🙏😍❤️ সুভকামনা থাকিল 🥰
@prastutikalita2546
@prastutikalita2546 2 года назад
One of my favourite, bohut dhuniya Hoise🥺❤️
@silabegum5211
@silabegum5211 Год назад
Hoi
@khagenkonwar
@khagenkonwar 2 года назад
ককাইদেউ বহুত ধুনীয়া গীতটি হৃদয় চুই গল আৰু কথা সুৰ সংগীত । আপোনাৰ মাত আৰু সুন্দৰ আগুৱাই যাঅক সদায় 💞💞💞💞
@sunitchangmai9718
@sunitchangmai9718 2 года назад
গানটো শুনিবলৈ ভাল আৰু সঁচাকৈ ভিডিঅ'টি বহুত ভাল হৈছে,,✨👌all the best 🎵👍🎶👌
@lakshi131
@lakshi131 2 года назад
Wow😲😲 Awesome 👌👌❤️❤️❤️
@Debasishmusical
@Debasishmusical 2 года назад
Hokakoi birat dhunia dai 😍 congratulations team ❤️
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@TJkuki-vb3ov
@TJkuki-vb3ov 2 года назад
Oti hundor.... Toi aguai ja dosti😘God bless you 🥰
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@priyankiborah.5629
@priyankiborah.5629 2 года назад
বহুত ধুনীয়া হৈছে♥️😍♥️
@monidipboro1112
@monidipboro1112 2 года назад
Hosa Morom aru valpuabur tumor Kontho aru geetor kolit hosakoi prokakh paise.... May God bless you.
@rahul_official778
@rahul_official778 Год назад
মনে বিচৰা যনক যদি পালো হেঁতেন বহুত সূখি হলো হৈ ভাগৃত থাকিবও লাগিব 😔😔😩
@deepanjalideka2071
@deepanjalideka2071 2 года назад
বহুত বহুত ধুনীয়া হৈছে।বহুত মৰম আৰু শুভকামনা। 🤍🥰
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@jogodas9031
@jogodas9031 Год назад
ভাইটি ধুনীয়া হৈছে শুনিলে শুনি থাকিবৰ mon jai . Agoloi সুন্দৰ এনেকুৱা গীত বোৰ opahar দিয়া যেন
@tulumonigogoi5790
@tulumonigogoi5790 2 года назад
এই গানটো মোৰ বহুত ভাল লাগিছে গান টু চালে চাই থাকিবলৈ মন যায় 🥰🥰❤️❤️❤️❤️
@himadreebora7745
@himadreebora7745 2 года назад
Dada bohut dhuniya hoi se video to..... I love assamege new song...... ❤️❤️❤️❤️❤️😘😘😘
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@mainuRahul
@mainuRahul 2 года назад
Dada jode 2mr ata songs moi Sxn palu hoi video koribo plz
@binatirabha5958
@binatirabha5958 Год назад
বাৰে বাৰে Xuni থাকিব মন যায়।🥰❤️😌😍🥰
@bikisobar152
@bikisobar152 2 года назад
গোলাঘাটৰ পৰা মৰম যাচিলো❤️
@bhaswatidas6732
@bhaswatidas6732 2 года назад
হৃদয় চুই যোৱা গীত খুব ভাল লাগিছে দেই ✨👌👌✨ loved that 💖🤗
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@CHAMPAKMECH
@CHAMPAKMECH 2 года назад
মই কোনো দিনেই বিহু গিতৰ video দুবাৰ ঘূৰাই চোৱা নাই এই গিত acting concept ইমানেই ধুনীয়া হৈছে যে মই দুনাই চাবলৈ বাধ্য হ'লো। congratulations all Team ❤❤
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much for your lovely comments
@CHAMPAKMECH
@CHAMPAKMECH 2 года назад
official most wlcm bro 🥰❤
@abhijitgayanyoutubechannel8464
@abhijitgayanyoutubechannel8464 2 года назад
Hosa aii eman dhuniya acting , reaction , 💓❣️💓
@gyanjyotisvlogs7015
@gyanjyotisvlogs7015 2 года назад
বহুত বহুত বেছি ধন্যবাদ থাকিল তোমালৈ দাদা আমাৰ মাজত ইমান ধুনীয়া গীত উপহাৰ দিয়াৰ বাৱে 😘😘❤️😭😭 আৰু নতুন সুন্দৰ সুন্দৰ গীত পাম বুলি অতি সোনকালেই অপেক্ষা ৰে বাত ছাই আছো দাদা ❤️❤️❤️
@nabajitgogoi1338
@nabajitgogoi1338 2 года назад
বৰপথাৰ ৰ পৰা হিয়া ভৰা মৰম জাচিলো 🌺
@user-ol8gz4lh6i
@user-ol8gz4lh6i 2 года назад
কি কম ‌‌ভাষা নাই কবলে🥰✨👍🏻❤️
@gayatrichetia4411
@gayatrichetia4411 2 года назад
Kandi golu o lakhi da😔hosai val lagil❤aguwai juwa tumi tare kamona korilu
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@amitgogoi2238
@amitgogoi2238 Год назад
ইমান ধুনীয়া ভিডিঅ বনাইছে বহত বহত ধন্যবাদ থাকিল আখা কৰোঁ এনেকুৱা আৰু পাম বুলি
@sibuenghi458
@sibuenghi458 2 года назад
শেষত হৃদয় চুই গল 🥺.
@marleahmed7360
@marleahmed7360 Год назад
I am Crying 😭 Bro Heart'Touching song Love you
@pallabihazarika1514
@pallabihazarika1514 Год назад
All time favourite ♥️♥️💞💞
@bastavpatar
@bastavpatar 2 года назад
বহুত অপেক্ষাৰ অন্তত ❤️ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। ৰাইজৰ মৰম আৰু আশীর্বাদ সদায় আছে আপোনালৈ। এনেকৈয়ে আগুৱাই যাওক আৰু আমালৈ মৰম লগা গীতবোৰ উপহাৰ দি যাওক। 🤗❤️
@jintuchungkrang5040
@jintuchungkrang5040 2 года назад
বহুত বহুত ভাল লাগিছে দাদা আৰু আগুৱাই যোৱা দাদা।
@porashhazarika1648
@porashhazarika1648 Год назад
বুকুৰ আপোনজনী তাইক আজিলৈকে দেখা দেখি এ হোৱা নাই কোনবা আছে কপালত ❤️
@user-sc1cq2nh8o
@user-sc1cq2nh8o 2 года назад
বহু দিনৰ অপেক্ষা অন্তত, সুন্দৰ
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@user-sc1cq2nh8o
@user-sc1cq2nh8o 2 года назад
@@lakhichandraofficial wlcm kokideu
@gubiningti3710
@gubiningti3710 2 года назад
বহুত দুখ লাগিল দেই কিন্তু সুন্দৰ ❤
@abloverjinti354
@abloverjinti354 2 года назад
Apu daa tumi 🔥.. ki kom aru and Depjyoti k aru tu kobo a nalage 🤗😘😍..... Dhuniya . Gotei team mojahh 👍👍
@hrishikeshdeka3546
@hrishikeshdeka3546 Год назад
সাধাৰণতে গীতৰ অন্তৰাবোৰে বুকুত খুন্দিয়াই... শিহৰণ জাগে.... কিন্তু শয়নে সপোনে..... প্ৰথমতে যিটো শিহৰণ জগালে.... চেল্যুট.... লাভ ইউ... সদায় নতুন ৰস পাওঁ.... সদায় নতুন সদায় শুৱনি....
@praptideka300
@praptideka300 2 года назад
Finally 🥺❤️ bhutt waiting r murot🥺 bhutt bhal hoise dadaa💕
@matutanti7353
@matutanti7353 Год назад
Ferfier
@Axommonitor
@Axommonitor 2 года назад
Bhut dhuniya hyse kailyani dei.... ❤️
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@bubusstudio-g1j
@bubusstudio-g1j 2 года назад
Outstanding lyrics, voice, music, story, very emotional & romantic, really I love this types of songs, hope to get this types of songs in future, keep it up dada❤🥰😍🤗😇🤧😢😭👍🏻🤩
@rajusharma603
@rajusharma603 2 года назад
গীতটোৰ কাহিনী আৰু অভিনয় অতুলনীয় হৈছে।ভৱিষ্যতে আৰু আশা কৰিলো ।
@BishwajitPhukon
@BishwajitPhukon 2 года назад
Bohut besiee vl lgil❤️
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@probitrahazarika8763
@probitrahazarika8763 2 года назад
কিমান ভাল লাগিছে বুজাব পৰা নাই❤️🥰
@bhadreswarbordoloi9894
@bhadreswarbordoloi9894 2 года назад
বহুত ধুনীয়া হৈছে ভিডিঅটু দাদা 💐💕💕💕💕💕❤️
@Plj_vlogs
@Plj_vlogs 2 года назад
😘😘😘😘😘.......ontor sui goll... uffff ki voic....
@hemantogogoi9339
@hemantogogoi9339 Год назад
Mojja laga aepuna gan huni ❤❤
@biswajitscreation887
@biswajitscreation887 2 года назад
লক্ষীচন্দ্ৰ সঁচাকৈ ভাল গায়ক;সুন্দৰ কণ্ঠ।তাতে বিহুৱা ল'ৰা। ভিডিঅটোও ভাল লাগিল।গানটোৱে দাবী কৰাৰ দৰেই হৈছে।অপুৰাজৰ এইটো ভিডিঅ আনবিলাকতকৈ বিশেষ হৈছে।
@karabidas3878
@karabidas3878 2 года назад
বহুত ভাল লাগিছে গীত টি 👍👍👍👍🥰
@YashGaming-jm2yr
@YashGaming-jm2yr 2 года назад
বহুত সূন্দৰ গীত...এই বছৰৰ মোৰ প্ৰিয় গীত...
@DipankarDas-dx1um
@DipankarDas-dx1um 2 года назад
বৰ সুন্দৰ এটি গীত তোমাৰ পৰা লাভ কৰিলো , তুমি আগবাঢ়ি যোৱা তাৰে শুভকামনা থাকিল ।
@bishwajitdas1147
@bishwajitdas1147 2 года назад
বহু অপেক্ষা অন্তৰত ভাল লগা এটি গীতৰ ভিডিঅ' চাবলৈ পালোঁ। ককাই বহু মৰম আৰু কষ্টৰে বনাইছা সেই বাবে ইমান সুন্দৰ কৈ উপস্থাপন কৰিছাঁ। সচাঁকৈয়ে ককাই সুব সুন্দৰ হৈছে।⚡👍
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much 💚💚
@bishwajitdas1147
@bishwajitdas1147 2 года назад
@@lakhichandraofficial Welcome kokai keep it up 👍😊
@dimpiborgohain6537
@dimpiborgohain6537 2 года назад
ভাল লাগিল দাদা । আগুৱাই যোৱা তুমি এনে দৰে🥰
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@brightmoonstephenmsangma5952
I can't get to sleep without listening to these beautiful and soulful melodious Assamese songs. Thanks & love you guys. This video song makes me especially emotional.
@apurajentertainment4988
@apurajentertainment4988 2 года назад
বহুত বহুত বহুত সুন্দৰ হৈছে লক্ষীদা ৷ Team টোলৈ বহুত বহুত শুভেচ্ছা যাচিলোঁ৷
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@apurajentertainment4988
@apurajentertainment4988 2 года назад
@@lakhichandraofficial WLCM
@bhargavtalukdar7907
@bhargavtalukdar7907 2 года назад
Lakhi mozahh hoise & Apu 2me jui
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@user-ic9fh9kj3r
@user-ic9fh9kj3r Год назад
Fvrt song❤❤❤😘😘
@rakibuddinali3726
@rakibuddinali3726 2 года назад
বহুত ধুনীয়া লাগিছে আৰু দুখো লাগিল।
@daisydadhara4925
@daisydadhara4925 2 года назад
বৰ ধুনীয়া হৈছে লক্ষীচন্দ্ৰ.. কাহিনীটো বেছি ধুনীয়া লগতে তোমাৰ মাতটো👍👍👍
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@pujaborgohain8010
@pujaborgohain8010 2 года назад
Bohut Val lagil..agoloiu bonai jua bondhu...❤️❤️❤️
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@rumigogoi7993
@rumigogoi7993 Год назад
💗💗💗💗 মনে বিচৰা জন নাপালোঁ বহুত দুখ,,
@AbdulJalil-hf5od
@AbdulJalil-hf5od 2 года назад
বহুত ধুনীয়া লাগিছে 😍😍😍
@_shining_star_09
@_shining_star_09 2 года назад
বহুত__ অপেক্ষাৰ __অন্তত___🙂❤️🥀🦋🥺....... DhuniYa😍🦋❣️
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@_shining_star_09
@_shining_star_09 2 года назад
@@lakhichandraofficial ur welcome 🥀❣️
@Krishna_Fish123
@Krishna_Fish123 2 года назад
বহুত দিনৰ মূৰত মৰমৰ ❤️গান এটা শুনিবলৈ পায় ভাল লাগিল ❤️❤️❤️
@Crazyvibe243
@Crazyvibe243 Год назад
কি বুলি কম আৰু কব একো ভাষা নাই ভালপোৱা সঁচাই এনেকুৱা এ। ই এটা বেলেগ অনুভূতি।তাইক ও বহুত ভাল পাওঁ মই আৰু নমৰা লেকে তাই লগত এ সদাই এনেকেই মৰম কৰী মৰি জাব বিচাৰোঁ🥺❤️🫂🫂🫂🫂😌😌✨
@ankitadevi5974
@ankitadevi5974 2 года назад
Dhuniya lagile Dada Gan tu sai ❤❤❤
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much
@ridipofficial9023
@ridipofficial9023 2 года назад
5:38 শয়নে সপোনে জনমে জনমে ৰাখিমে তোকে হিয়াৰ মাজতে ❤ #Ridip_tanti really love it 💕❤🥺
@prahladkonch8097
@prahladkonch8097 2 года назад
বহুত বহুত ধুনীয়া হৈছে🔥🔥🔥🔥🔥🔥❤️❤️❤️🔥।আপোনাৰ গান বোৰ বহুত ভাল লাগে
@tulumonigogoi5790
@tulumonigogoi5790 2 года назад
গান টু চালে চাই থাকিবলৈ মন যায় খালি হেখৰ দখৰ বৰ বেয়া লাগিল 🥺🥺🥺🥺🥺
@arotimachari5509
@arotimachari5509 2 года назад
সঁচাই সকলো খিনি বৰ সুন্দৰ হৈছে ভাইটি 💕
@lakhichandraofficial
@lakhichandraofficial 2 года назад
Thnk u so much