Тёмный

TOR SAHAR (Letter 2) Project Postbox 

Rupam Bhuyan
Подписаться 18 тыс.
Просмотров 150 тыс.
50% 1

"তোৰ চহৰ", প্ৰজেক্ট পোষ্টবক্সৰ ২য় খন চিঠি । আমি প্ৰত্যেকেই যি চহৰত নাই , অথচ যিখন চহৰ আমাৰেই আছিল সেইখন চহৰৰ কাহিনী। আমাৰ অকৰা আব্দাৰ, আমাৰ গীত, আমাৰ কথকতা ঘৰচিৰিকা হৈ ঘূৰি ফুৰা চহৰ । যি চহৰে এতিয়াও গুণগুণায় হেৰোৱাৰ পূৰ্ণতা আৰু পৰিপূৰ্ণতাৰ কেচাঁ চিন ৰাখি যোৱা চিয়াঁহীবোলীয়া আখৰ । এই চহৰ----"তোৰ চহৰ"
Singer : Rupam Bhuyan
Lyrics: Abhilash Das
Composition : Ridip Lahkar
Music Arrangement: Anupam Konwar
Mixin and Mastering: Pinku Das
Video Credits:
Illustration: Writwika Nisha Saikia
Animation: Protap Hazarika
Assamese Lyrics
Stream Tor Sohor;
Spotify: open.spotify.c...
Gaana: gaana.com/song...
JioSaavn: www.jiosaavn.c...
Wynk: wynk.in/u/tPaG...
Apple: music.apple.co...
তোৰ চহৰৰ প্ৰতিটো গলিত
লিখা আছে মোৰ নাম
কি ভাবনো বহি অকলে
নিজানতো তোৰ মোৰেই গান ।
শুনাবলে' সোণ যদি তোক
পাওঁ এনে মধু গান ,
সবাক চাৱনিৰে ক আহি মোক
বুকুত কথাৰ অযুত অভিমান ।
তোৰ উশাহৰ
উমাল আলিতে
বহি ৰয় কুমলীয়া ৰ'দ,
নিজান পাহাৰৰ
ৰাতিৰ বাগৰত
তই কামনাৰ ছাইমদ ।
আজানে আজানে অনুৰণন তোৰ,
আকাশে -ডাৱৰে তোক বিচৰা সুৰ ।
ভগা নিয়তিৰ
অৰণ্যৰোদন
বাজি কি ৰয় গৰখীয়া তান,
ধূলিৰ বোকোচাত
সেওঁতা বিচাৰো
আকিঁবলে' ৰতোৱাল গান ।
আজানে আজানে অনুৰণন তোৰ,
আকাশে- ডাৱৰে তোক বিচৰা সুৰ ।
Letter 3
• Xile Jane Jodi (Letter...

Опубликовано:

 

26 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 330   
@rajdeepbharali272
@rajdeepbharali272 9 месяцев назад
I urge Rupam Bhuyan to never stop making these kind of songs.... views lagile kom houk, eikieta gaan xuna manuh r music sense bohut bhaal
@tinkuboruah5864
@tinkuboruah5864 7 месяцев назад
😊
@lon90x
@lon90x 5 месяцев назад
Thik koisa bondhu
@krishnakantatechnology2609
@krishnakantatechnology2609 4 месяца назад
Hosa koie
@borahjunashree
@borahjunashree 4 месяца назад
Ekdom thik koise❤
@santonuborah292
@santonuborah292 4 месяца назад
Right
@axomiyapositive6409
@axomiyapositive6409 Год назад
অসমৰ ৮০% মানুহে গীত শুনিব নাজানে , নহলে এই গীতবোৰ শীৰ্ষত থাকিল হৈ
@bhaswatiikalitaa1176
@bhaswatiikalitaa1176 4 месяца назад
True
@SusmitaDas-ch1bn
@SusmitaDas-ch1bn 3 месяца назад
সচাঁ কথা
@simantachangmai9625
@simantachangmai9625 26 дней назад
Right
@basantagogoi4070
@basantagogoi4070 4 дня назад
Right
@Xapunkalita
@Xapunkalita 3 дня назад
True
@ashwiniphukon4280
@ashwiniphukon4280 Год назад
ৰূপম ভূঞা মানেই এক প্ৰশান্তি। ইমান অশান্ত ঋতুৰ মাজতো মন ভাল লগাব পৰা গীত, দুখ-যাতনা পাহৰাই পেলাব পৰা গীত। অভিনন্দন সদৌটিলৈ… 'আকাশে-ডাৱৰে এই সুৰ বিয়পি যাওক'❤
@mousumidas631
@mousumidas631 Месяц назад
এই গীতটি শুনি শুনি ইয়ালৈ আহি মন্তব্য এটা নিদিয়াৰ লোভ সমৰিব নোৱাৰিলোঁ। ইমান সুন্দৰ সুৰ,শব্দ। ৰূপম দা আপোনাৰ গীত শুনি ভালপাওঁ। সংখ্যাত কম হলেও সৃষ্টিবোৰ কৰি যাব। আমাৰ দৰে মানুহৰ বাবে এনেবোৰ গীত বৰ প্ৰয়োজনীয়।ভগৱানে আপোনাক কুশলে ৰাখক ❤❤
@akashdeeptamuli4638
@akashdeeptamuli4638 Год назад
মোৰ অশান্ত মন শান্ত কৰিব পৰা এটা নাম ৰূপম ভূঞা❤ ডাঙৰ কথাটো হ’ল আমাৰ সমাজত যোগ্য জনে মৰমখিনি নাপায়! আশা আছে এদিন সকলোবোৰ থিক হ’ব, তাৰেই কামনা ❤
@MonikaBorgohain-uv7zx
@MonikaBorgohain-uv7zx 4 месяца назад
কিমান বাৰ যে গীতটি শুনিছো তাৰ হিচাপ নাই, গীতৰ প্ৰত্যেকটো শব্দ আৰু সুৰৰ কথা কবলৈ ভাষাৰ অভাৱ❤❤
@Alusona111
@Alusona111 Год назад
ৰূপম দা মানে অকণমান শান্তি, প্ৰশান্তি , আকুল। আপোনাৰ মাতে সংগীতক ভালপাবলৈ শিকায়। আপোনাৰ মাতষাৰ অমিয়া ।
@dristisikha5923
@dristisikha5923 4 месяца назад
Please don't stop making these songs. We value you. ❤ Don't mind the views and likes. People with good taste in music will automatically find it....
@hrishikeshsarma2432
@hrishikeshsarma2432 Год назад
হৃদয়খন শাঁত পৰি গ'ল |❤❤ Rupam Bhuyan.. One of the best singers and one of the best personalities.. Well reflected in his each and every song.. His songs always make me greedy for listening to him once and once again..
@rittulvlogs2571
@rittulvlogs2571 Год назад
Huni Amoni Nologa Ata Geet, Lyrics And tune Hosai Bahut Dhuniya Hoise and voice Uff ❤
@rajadventure555
@rajadventure555 Год назад
😊
@sankarrahang5935
@sankarrahang5935 4 месяца назад
প্ৰায় ৪ বছৰ হল, গান শুনো ভাল লাগে। ভাল লগা গানবোৰ গুণগুণাই থাকো....কিন্তু comment কৰি ভাব প্ৰকাশ কোনোদিনে কৰাৰ ইচ্ছা জগা নাছিল। আজি জাগিছে.... আৰু এই যে জাগিছে, বহু ভাব জাগিছে.... এক শান্তিৰ এক তৃপ্তিৰ।
@protimpriyam7634
@protimpriyam7634 7 месяцев назад
কপাঁই দিলে হৃদয়ৰ প্ৰতিটো কোণ । আজি ৰাতিটো জীপাল হল আপোনাৰ গানৰ অনুভৱেৰে ।ধন্যবাদৰ ভাষা নাই । চুই গল মোৰ জীৱনত ।
@p.sarmah2850
@p.sarmah2850 Месяц назад
এনেবোৰ গানৰ মাদকতাই চোন সুকীয়া।✨️ হৃদয়ৰ মণিকোঠাত আজীৱন জীয়াই থাকিব। সচাঁই ভাললগা।❤️
@babaguitarist3723
@babaguitarist3723 Год назад
Tumi huniba katyba ..aitu jonmont noholeo ..katyba hunibaa.Abinash❤️
@gitanjalikalita7125
@gitanjalikalita7125 Год назад
সকলো দুখ ভাগৰ পাহৰাব পৰা আপোনাৰ গানেই এক নিৰ্মল প্ৰশান্তি 🤍
@BhargabDas-gt6ne
@BhargabDas-gt6ne 5 дней назад
ৰূপম দাৰ কণ্ঠই আৰু জীপাল কৰি তুলিছে গান টু ইমান ধুনীয়া হৈছে মই এখন বেলেগ পৃথিৱীত সোমাই গৈছোঁ কাণত হেডফোন লগাই
@junmonidas8916
@junmonidas8916 11 месяцев назад
অসুস্থ দেহাৰে শুনিলেও অশান্তি নালাগে ৰূপম দাৰ গান🤍
@criticismwithpositiveminds8122
মনোজ গাই *মৰম দে* দৰ্শক বোৰ এইটো গান শুনিবলৈ নাহিবি, তহঁতি সেইখন চহৰত থাক ।। * তোৰ চহৰ* কি ধুনীয়া গীত ।। গীত টোৰ কথা , সুৰ , কণ্ঠ সকলোখিনি এটা সংগম হৈ উঠিছে।।। সুন্দৰ হৈছে , বাৰে বাৰে শুনি আছোঁ।।। ❤️❤️❤️ **এনে ধুনীয়া সংগীত বোৰৰ দৰ্শক/উপভোক্তা খুবেই কম ।। কিন্তু বান্দৰ ৰ বহুৱালি চাবৰ কাৰণে , দুই/তিনি দিনত ২/৩ লক্ষাধিক**
@gautomtamuly3972
@gautomtamuly3972 4 месяца назад
অসমৰ মানুহে গান শুনিব নাজানে নহ'লে এই গানবোৰ লুকাই নাথাকে ।
@nilutpalgogoi4353
@nilutpalgogoi4353 23 дня назад
Jadukori kontho apunar ❤❤❤, lyrics , music 10/10❤❤
@dimpihazarika32
@dimpihazarika32 Год назад
শব্দ, কণ্ঠ,সুৰ... মুঠতে, সকলো সুন্দৰ। ভাল লাগিল। ❤
@nabajyotiproduction6876
@nabajyotiproduction6876 Год назад
সচাকৈয়ে ৰূপম ককাইদেউৰ গীতৰ মাজত অন্য এক সুকীয়া মাদকতা আছে❤❤
@jollybetter
@jollybetter Год назад
হিয়া মন কঁপাই দিয়া এটি মাত ৰূপম ভূঞা দাদা । কি সুন্দৰ সৃষ্টি ❤️🔥
@sunitadas7321
@sunitadas7321 29 дней назад
অতুলনীয়।গীত এইবোৰ হে আচলতে আমাৰ কিছুমান মানুহে এইবোৰ গীতক ভাল নাপায় ইহঁতক অট্টৱালা,ফেৰীৱালা। এইবোৰ গীতৰ এখন ভাল আসন আছিল কিন্তু দুৰ্ভাগ্যবশতঃ আমি।
@RajaMusic-47
@RajaMusic-47 6 месяцев назад
Rupam da apunar gan bur khub a hitol anubhav koribo pari 🤍apuni amr dore manuh bur babei gan di jaok apunar dhuniya konthot ❤️🫂
@boradipak6655
@boradipak6655 2 дня назад
Rupam da is the Best singer.lov u so much
@nagenmedhi9455
@nagenmedhi9455 6 месяцев назад
বুকত লাগি যোৱ কথাআৰু সুৰ,ইমান সুকোমল শব্দৰ আনুভুতিক ব্যৱহাৰ , এনেকুৱা মায়বী গানৰ বাবে মই মৰিও যাব পাৰো ।
@GayatriBorgohain-dv9xx
@GayatriBorgohain-dv9xx 4 месяца назад
Saku mudi huniye thakibo mon jai😊bahut arthapurna gaan
@mrinmoysaikia5444
@mrinmoysaikia5444 Месяц назад
Rupam bhuyan is only for the classes not for the masses❤
@ddhemali2.040
@ddhemali2.040 Год назад
সিদিনাৰ পৰাই ৰূপম দাৰ গান শুনিলোঁ। সেইদিনাৰ পৰাই এৰিব পৰাই নাই। তেওঁৰ গানৰ প্ৰতি মোৰ দুৰ্বলতা বাঢ়ি গৈ আছে। সুখতো দুখতো‌ সকলো সময়তে তেওঁৰে গান মোৰ বাবে প্ৰিয়। কাৰণ অসমীয়া সংগীত জগতখনত তেওঁ এজন নীৰৱ সাধক। ❤️
@monishbhuyan6507
@monishbhuyan6507 Месяц назад
ভূঞাৰ পৰিচয় ❤
@rinkumonipuzari727
@rinkumonipuzari727 Год назад
শুনি বুকু জুৰুৱা গান ৰূপম দা,,, ভাষাহীন ❣️❣️❣️❣️
@purabiborah2827
@purabiborah2827 4 месяца назад
মন ভৰি গ’ল৷অপূৰ্ব৷ধন্যবাদ ৰূপম দা৷
@parbeenchetiaofficial1771
@parbeenchetiaofficial1771 4 месяца назад
সচাকৈ কিবা এটা শান্তি লাগি যায় এনেকুৱা গীত বোৰ শুনিলে , ভাল হওক আপোনাৰ।
@purnimakalita528
@purnimakalita528 3 месяца назад
আপোনাৰ গীতৰ ধাৰাবোৰ চলিত বহুততকৈ পৃথক....সেয়ে বৰ ভাল লাগে।
@samudrachowdhury5948
@samudrachowdhury5948 Год назад
প্ৰশান্তিৰে উপচি গ'ল মন প্ৰাণ আস! খুব ধুনীয়া গান! সুৰ ,কথা,‌কণ্ঠ , সংগীত সকলোখিনিৰে এটা পৰিপূৰ্ণ এটি হৃদয় চুই যোৱা গান।
@a2z278
@a2z278 Год назад
এই কন্ঠৰ তুলনা নাই, দাদা আপুনি আবেগ ❤
@bobybaruah3096
@bobybaruah3096 4 месяца назад
Atia loi kiman bar hunisu thik nai huni huni amoni nologa ati git.🥰
@ritaphangsho2584
@ritaphangsho2584 3 месяца назад
গীতটিৰ কথা আৰু ৰূপম দাৰ কন্ঠই মনটিক চুই গৈছে ❤।
@gunjanborah380
@gunjanborah380 Год назад
Amazing lyrics Abhilash daa 👌 🔥 Rupam da Ridip da 👌 ❤
@sivakalita1647
@sivakalita1647 3 месяца назад
Gaan Tu dinot a bar haleo xunib lage buli mn Tu koi thake bare bare, Ajaneee ajanee ki jee xur, Dada God bless you ❤🙏👍
@alakeshkeotpoemworld6402
@alakeshkeotpoemworld6402 Год назад
কি শব্দ কি কন্ঠ কি সুৰ উফ উফ জুই ❤
@uzzaldas2439
@uzzaldas2439 Год назад
If I could have given your songs 1000+ likes. This is another song which sets a different standard. Hope, one day our people will understand the real meaning of music and give the respect and love to the deserving one.
@SantoshMohanPhukan
@SantoshMohanPhukan 4 месяца назад
Some Masterpieces deserve to be Underrated❤
@Rahul.001
@Rahul.001 11 месяцев назад
Ki dhuniya composition aru Rupam da r maat tu a gaan tuk char chand logai dise ❤
@jamalhussain629
@jamalhussain629 7 месяцев назад
Superb excellent production. Magnetic magnetic magnetic Rupam Bhyan .
@saurovkoch4695
@saurovkoch4695 2 месяца назад
হৃদয় চুই যোৱা এটি গীত।
@rajdeepbharali272
@rajdeepbharali272 9 месяцев назад
Rupam Bhuyan's songs acts as a breath of fresh air in the current chaos society
@ddhemali2.040
@ddhemali2.040 Год назад
এনেকুৱা হৃদয় চুই গানবোৰ কিয় জানো দৰ্শকে আদৰি নলয়।🙂❤️
@StudyCorner33
@StudyCorner33 7 месяцев назад
Ai gantu hunilei mur buku bikhai jai .... taloi bohut monot pore 😢❤ He jate kuxole thake ... Val pua khini hdi akei thkibo ❤
@nekiburjaman121
@nekiburjaman121 Год назад
Mesmerizing, soothing sweet melody. This song deserves to be viral.❤️
@Satyajit_412
@Satyajit_412 Месяц назад
কবলৈ ভাষা নাই। শুনিলে শুনি থাকিবলৈকে মন যায়
@RACTIMRANJANOFFICIAL
@RACTIMRANJANOFFICIAL Год назад
rupom daar imar hundor gaoki khub vaal lage mur apunar gaan
@mridupabanbaruti3099
@mridupabanbaruti3099 Год назад
Ki dhuniya.... Etukura aloxua megh jen kotha aru xur... ❤
@_Dibya__
@_Dibya__ 2 месяца назад
Just enormously peaceful.... Real Gems of Assam.. ❤
@sivakalita1647
@sivakalita1647 3 месяца назад
❤SONG RUPAM DA 👍🙏, god bless you,
@hiro408
@hiro408 Год назад
মানুহে গান শুনিব নাজানে, শান্তি নোহোৱা সস্তীয়া গান বেছি শুনে।
@jugabratathakuria6854
@jugabratathakuria6854 Год назад
Bold lyrics in strong voice. A perfect combination.
@pranganjeetkhound8994
@pranganjeetkhound8994 4 месяца назад
Such a soothing song. It enthralls every hidden and prized emotions. Excellent work.🙏❤️
@Sunmoni97
@Sunmoni97 9 месяцев назад
কিমান বাৰ যে শুনিলো কব নোৱাৰো ইমান ধুনীয়া লাগিলে আৰু শুনি য়ে থাকিম
@anyaokok22
@anyaokok22 6 месяцев назад
I can't believe I missed this for 7 months.. Now it's giving me goosebumps.. ❤
@pallavichetia309
@pallavichetia309 Год назад
আত্মা তৃপ্ত কৰা এটি মাত আৰু গীত🥰🥰 নিশ্চয় আকাশ চোৱাৰ দিঠক সমাগত❤❤🙏🏻🙏🏻
@srichintumanihazarika8001
@srichintumanihazarika8001 Год назад
You pronounce the very first word and it directly go to the heart❤speechless
@nbdreamhouse5219
@nbdreamhouse5219 6 месяцев назад
আপোনাৰ এই গানবোৰেই আমাৰ দৰে বহুত কম লোকৰ চিৰপ্ৰশান্তি দাদা, ভিউজৰ দিনত আপুনি ব্যতিক্ৰমী হৈ আগুৱাই যাওক 🥰🥰🥰
@BatMan-i4e
@BatMan-i4e 3 месяца назад
My day is incomplete without listening to this masterpiece. Love from Jorhat.
@anupamhazarika8352
@anupamhazarika8352 Год назад
❤❤ heart touching song by rupam bhuyan da
@jahnavigogoi8013
@jahnavigogoi8013 7 месяцев назад
I dont know why his songs are underrated,but he is truly a gem❤ loving this
@lekhikaborah6354
@lekhikaborah6354 3 месяца назад
Uff ai manuh jonor kontho emn mon porokha❤
@infinitysystems2481
@infinitysystems2481 4 месяца назад
mooozzzaaa .... Ru enekuwa hit gaan lage Rupam da❤❤❤
@Tamuli9999
@Tamuli9999 3 месяца назад
Xundor Dada wooohhh lovely Monmugdho
@biduytbikashsarmathakur1620
@biduytbikashsarmathakur1620 7 месяцев назад
❤❤ বৰ ভাল লগা। ৰূপম দা ধুনীয়া কাম। বন্ধু প্ৰতাপৰ Animation ও ধুনীয়া। ❤
@prasantakumarborahmoon6662
@prasantakumarborahmoon6662 Год назад
Sorol sabdat monporosa geet... Rupam da..
@ChayanikaGogoi-y9l
@ChayanikaGogoi-y9l 28 дней назад
কি সুন্দৰ গান ❤❤❤❤
@debangapallav4u
@debangapallav4u Год назад
One of the best creation of this decade. Goosebump every time I listen to it while working.
@imranhussain8512
@imranhussain8512 8 месяцев назад
Just awesome Rupam Sir. No one can beat this lyrics.
@babitaborthakur7125
@babitaborthakur7125 3 месяца назад
সুন্দৰ❤❤❤❤👌👌👌
@barashadeka9612
@barashadeka9612 Год назад
সচাঁই... হৃদয় স্পৰ্শী গ'ল❤
@BidyutJyotiMohan
@BidyutJyotiMohan Год назад
Bohut bhal lagil Rupam daa Ridip 😇🌱🫶
@dhritimankalita3223
@dhritimankalita3223 Год назад
Agr prai Val puwa eta gaan... Akou notun hol... Congratulations craftlet... ❤❤❤❤
@dhrishnita3646
@dhrishnita3646 Год назад
So melodious ❤❤. No words... Lyrics
@Xopuntora
@Xopuntora 7 месяцев назад
ৰূপম দাৰ গান মানেই এটা বেলেগ মায়া ❤️
@ParagNath-r9h
@ParagNath-r9h 9 месяцев назад
Apunr gan ....mur dukhon Kan ru egal man onuvuti💖💖💖💖💖
@mriduldeka2907
@mriduldeka2907 Год назад
Gan tu nuxunakoi like t anguli tu gusi Gol dada... Bht dinor murot xunibo pam val lagil Dada....
@Juganandaborthakur
@Juganandaborthakur 4 месяца назад
কিমান যে প্ৰশান্তি অনুভৱ কৰিছো ।
@awesomesetalks3966
@awesomesetalks3966 Год назад
Specially love for Ridip and Rupam da💌💌
@jyotishmansarma4664
@jyotishmansarma4664 Год назад
বহুত ধুনীয়া হৈছে গান টো ❤
@duldas362
@duldas362 Год назад
Thanks for this beautiful creation... Waiting for next one
@bhabakantabhuyan1740
@bhabakantabhuyan1740 Год назад
কথাআৰু সুৰ সকলো সুন্দৰ হৈছে।
@nizarakalita8952
@nizarakalita8952 9 месяцев назад
khub dhunia gaan...man bhari gol
@Loyingdibya05
@Loyingdibya05 6 месяцев назад
Beautiful.Unique
@roopsaikia6876
@roopsaikia6876 9 месяцев назад
New artist is growing/glowing.
@madhusmitadas6438
@madhusmitadas6438 Год назад
It's literally a magical composition❤
@uniquefitnessassam5810
@uniquefitnessassam5810 Месяц назад
কথা, সুৰ, কন্ঠ ❤
@dritivbarman84
@dritivbarman84 11 месяцев назад
Huni asu, huni thaku Bohut besi bhal loga
@jintupator7042
@jintupator7042 4 месяца назад
উফঃ কি সাংঘাটিক! ইমান মুকলি লাগি গ'ল মনটো🥺।
@debangsusaikia957
@debangsusaikia957 4 месяца назад
Perfect therapy for mind nd heart..❤
@bkbrotherbrother1676
@bkbrotherbrother1676 Год назад
🎉🎉dada kobo bhakha nai..... Awesome
@pulakpkd
@pulakpkd 27 дней назад
Birat Dhunia
@VickyKalitaOfficial
@VickyKalitaOfficial Год назад
Soo soothing ✨❤️🫶🏻
@ranjitgogoi9741
@ranjitgogoi9741 Год назад
hundor,Nivas kathar hundor kontho🎶
Далее
Xile Jane Jodi (Letter 3) Project Postbox
5:41
Просмотров 31 тыс.
А вы играли в school boy runaway?
00:30
Просмотров 105 тыс.
Abegey - Prabin Borah
5:29
Просмотров 1,1 млн
BONORIYA GAAN | Raj Veer | Assamese music video
4:57
Просмотров 245 тыс.
2 November 2023
31:12
Просмотров 1 млн
Bishrut Saikia - Morubhumi (Official Audio)
5:19
Просмотров 478 тыс.