ভয়ংকৰ যান-জঁটত স্তব্ধপ্ৰায় গুৱাহাটী। গুৱাহাটীত বগা পুলিচ নীলা হ’ল কিন্তু সমাধান নহ’ল যান-জঁটৰ সমস্যা। অনিয়ন্ত্ৰিত যান-জঁটৰ বাবে গুৱাহাটীত ৰাইজৰ হাহাকাৰ। ১ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ প্ৰয়োজন হ’ল আধাঘণ্টাৰ পৰা ৪৫ মিনিট পৰ্যন্ত সময়।
#NewsLive #AssamNews
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
4 окт 2024