That means she thinks that she is too beautiful😊 সকলো ল’ৰাই সৌন্দৰ্য চাই ভালপাবলৈ নাযায়৷ কিন্তু এবাৰ ভালপোৱা হোৱাৰ পিছত সেই ছোৱালীজনী সেই ল’ৰাজনৰ বাবে পৃথিৱীৰ ভিতৰতেই ধুনীয়া হৈ পৰে😊
সচাকৈ নদী আৰু ভাল পোৱাৰ কোনো লক্ষ নাথাকে.... সচাকৈ বহুত বেছি ভাল লাগে তোমাৰ video বোৰ❤️❤️❤️ দাদা সচাকৈ আপোনাৰ কবিতা আৰু কাহিনী বোৰ সচাকৈ বহুত ভাল লাগে💟
বহুত বহুত ভাল হৈছে দাদা। ❤️ কিন্তু যিমান যি নহলেও কিয় জানো আপোনাৰ 14 February ৰ সেই চুটি ছবি দুখন আৰু তাৰ কবিতাৰ এটা এটা শব্দই মনত আলোড়ন সৃষ্টি কৰি যায়। কাৰোবাৰ প্ৰেমত পৰোঁ বা নপৰো একো কথা নাই, কিন্তু 14 ফেবৰুৱাৰী ৰ কবিতা কেইটাই শিকাই যায় ভালপোৱা কি? পুনৰ অপেক্ষাত 14 February সেই বিশেষ ভালপোৱা দিনটোলৈ.....
First time an assamese short flim could touched and melted my heart Pinkal dada and Surabhi baa😊 I thought i was there while the last scene were shooted Do you i wanted that this flim would not end i wanted to watch it some time more.....
অনুভৱ কৰিছো, ইমানদিনে অকলশৰীয়া হৈ থকা মইটোৰ হৃদয়টো আপোনালোকৰ কাহিনীটোৱে প্ৰেমত পেলাই থৈ গ'ল ৷ প্ৰেমৰ বৰষুণজাকত যেন জুৰুলী-জুপুৰী হৈ যাম ৷ যি কি নহওঁক ৷ খুউব সুন্দৰ কাহিনী ৷ হৃদয় চুই গ'ল ৷
@@wolvesslayer6442 moi o azi saisu . Azi r dinoto manuha eman romantic diologue likha na. But ziya likhisa . Thanks to him/her. Very nice writting also acting