এখন আজব জাননী। ছাত্ৰ-ছাত্ৰী নহয়, শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে এই জাননী। মহাবিদ্যালয় চৌহদত শিক্ষক-শিক্ষয়িত্ৰীয়ে পৰিধান কৰিব নোৱাৰিব টী-ছাৰ্ট, লেগিংছ। পিন্ধিব নোৱাৰিব চেণ্ডেল, থাকিব নালাগিব অত্যধিক প্ৰসাধন, অলংকাৰ। এই নিষেধাজ্ঞা Srimanta Sankardeva University of Health Scienceৰ। বিশ্ববিদ্যালয়খনৰ অধীনত আছে ৬খনকৈ চিকিৎসা মহাবিদ্যালয়।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
4 окт 2024