Тёмный

World of Ranju Hazarika - এখন কল্পনাৰ পৃথিৱীলৈ আহক 

Dimpu's Vlogs
Подписаться 3,1 млн
Просмотров 152 тыс.
50% 1

#assamesemotovlog #writer #dimpubaruah
subscribe Ranju Hazarika youtube channel below
/ @officialranjuhazarika

Опубликовано:

 

5 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 668   
@kamalbaishya8512
@kamalbaishya8512 20 дней назад
ৰঞ্জু হাজৰিকাৰ কিতাপ সচাই বহুত ভাল লাগে ৷ ধন্যবাদ Dimphu এনেকুৱা এজন মানুহ দেখুৱাই দিয়া বাবে
@ujjalnath270
@ujjalnath270 20 дней назад
এই কাহিনীবোৰৰ চিনেমা বনালে কিমান যে ভাল হলহেতেন। আমাৰ চিনেমা বোৰ অকল প্ৰেম পিৰিতি দেখাই থাকোতেই যাই।
@_amlan.borah_
@_amlan.borah_ 20 дней назад
Totally agree 👍..
@theutpall
@theutpall 20 дней назад
Moiu taake vbi aslu😅
@odin3433
@odin3433 17 дней назад
Eibur cinema bonabole budget nai nohoi.
@jkedutainment7320
@jkedutainment7320 20 дней назад
আমাক কিতাপৰ দুনীয়া খনলৈ আগবঢ়াই অনা মানুহ জনেই ৰঞ্জু হাজৰিকা। আমাৰ Hero....!!!!!👌
@mrabhi8177
@mrabhi8177 20 дней назад
অসমীয়া সাহিত্যৰ আটাইতকৈ অধিক গ্ৰন্থৰ লিখক হাজৰিকা দেৱলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।।🎉🎉
@NilutpalSarma
@NilutpalSarma 20 дней назад
বহুত দিন চাই আছিলো কিন্তু ভাল video পোৱা নাছিলো .. কিন্তু আজি পাই গলো.. Love you Dimpu da ❤❤
@flyingbird131
@flyingbird131 20 дней назад
একে বহাতে পঢ়োঁ আগতে,ভয়ত উঠি যাবলৈ ভয় লাগে সঁচাকৈ,, এটা দ্বীপ সাতটা কবৰ, জুলু,আতংক আদিম,শেষ পহৰ পঢ়িছোঁ। আৰু বহুত পঢ়িছোঁ❤
@DebarshiKashyap
@DebarshiKashyap 19 дней назад
Bhoutik
@I_am_Ariful
@I_am_Ariful 16 дней назад
"তেজৰ অন্ধকাৰ " উপন্যাস টো আটাইতকৈ বেছি ভাল লগা গ্ৰন্থ।❤
@Gakul_dewri
@Gakul_dewri 18 дней назад
কিতাপ পঢ়িবলৈ ধৈয্য প্ৰয়োজন 😊
@Officialranjuhazarika
@Officialranjuhazarika 20 дней назад
বহুত বহুত ধন্যবাদ দিম্পু, আগলৈ আপোনাৰ অতি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
@bijitbharali9039
@bijitbharali9039 20 дней назад
ৰঞ্জু হাজৰিকাৰ দেৱৰ কিতাপ বহুতো প্ৰহিলোঁ কিন্তু মানুহ জনক দেখা নাছিলো আজি দেখিলোঁ বহুত ভাল লাগিছে ❤❤❤❤
@jyotikalcrazyboy3014.1year_ago
@jyotikalcrazyboy3014.1year_ago 19 дней назад
পঢ়িলো
@ankurkrmusical
@ankurkrmusical 16 дней назад
সঁচাকৈ আজিৰ যুগত কিতাপ পঢ়া মানুহ বহুত কম।😢
@AnkurjDeka
@AnkurjDeka 20 дней назад
Dimpu da 10000 plant 🌳🌲gos laguwa chalange plzzz.❤❤❤❤nohole Assam khn o garamot ses hoi jbo
@Abhiminimovement
@Abhiminimovement 20 дней назад
Pagal aagote challenge banan tu hiki lo
@biraj540
@biraj540 18 дней назад
Dimapu da aru govt e picot gos 🌲🌲🌲🌲 logabo agote apuni lagwa strt korok
@Trinayan7
@Trinayan7 17 дней назад
Agote nijai lagabi sun tar past kobe
@biraj540
@biraj540 17 дней назад
@@Trinayan7 correct
@nikhildas517
@nikhildas517 20 дней назад
দাদা....জ্ঞানপীঠ বটা বিজয়ীনী মামনি ৰয়ছম গোস্বামী বাইদেউৰ প্রকৃত ঘৰখন মিৰ্জাৰ সমীপৱৰ্তী আমৰাঙ্গা বৰিহাট গাওত অৱস্থিত আৰু বৰ্তমানও তেওঁৰ ঘৰখন সজীৱ হৈ আছে। লগতে পলাশবাৰী মিৰ্জাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মিৰ্জা চোক তথা সেই পথচোৱাক চৰকাৰে মামনি ৰয়ছম গোস্বামী বাইদেউৰ নামত নামাকৰণ কৰিছে। আপুনি কেতিয়াবা পাৰিলে যাব......
@RahulDas-ud9bo
@RahulDas-ud9bo 18 дней назад
Hoi moi dekhisu ❤
@rumidutta428
@rumidutta428 16 дней назад
Bohut vl lagile dimpu aji Tumi ranju hazarikak dekhuwala eta dip hatta kobor khub vl lagile
@bbcreations404
@bbcreations404 20 дней назад
Sire প্ৰেমৰ ওপৰত এটা ভাল কথা কলে ।আজি কালি প্ৰেমৰ কোনো গভীৰ নাই যন্ত্ৰিকতাই আজিৰ প্ৰেম দুদিনীয়া কৰি পেলাইছে ।😢
@user-fb5ph2ts2d
@user-fb5ph2ts2d 17 дней назад
ৰঞ্জু হাজৰিকাৰ কিতাপ বহু আগৰ পৰাই পঢ়ি আছিলোঁ কিন্তু মানুহ জনক দেখা নাছিলো। আজি দেখা পাই সঁচাকৈ বহুত ভাল লাগিল। তেখেতৰ অসংখ্য মূল্যবান কিতাপৰ ভিতৰত ম‌ই পঢ়া কেইখনমান কিতাপ হৈছে: "গাওঁৰ মানুহ", "শেষ প্ৰহৰৰ খেল" আৰু বাকি কেইখন মনত অহা নাই বাৰু।
@chinmoykumardeka7167
@chinmoykumardeka7167 20 дней назад
Ranju Hazarika দেৱৰ ভালেই কেইখন কিতাপ পঢ়িলো। তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কাহিনী সেই "এটা দ্বীপ সাতটা কবৰ" কিতাপ খনেই। যদি সেই কাহিনীটোৰ মাজত সোমাই যোৱা যায় তেতিয়া এনে লাগে যেন সেই সাতজন লোকৰ সৈতে মইও সেই দ্বীপটোত Survive কৰি আছোঁ। Really it's an absolute book ♥️♥️
@dishadas9172
@dishadas9172 20 дней назад
এটা দ্বীপ সাতটা কবৰ কিতাপ খন দুবাৰ পঢ়িছোঁ বহুত ভাল লাগিছে। আপুনি পঢ়া নাই যদি পঢ়িবচোন দাদা, আৰু এখন আছে নিশীথ তৃষ্ণা,স্তদ্ধ অৰণ্য ,সেইখন ও বহুত ভাল লাগে। তেখেতৰ কিতাপ বোৰ পঢ়ি বহুত ভাল পাওঁ ।😊
@barnalidas2170
@barnalidas2170 20 дней назад
ৰজ্ঞু হাজৰিকা দেৱৰ কিতাপ পঢ়িছো কিন্তু দেখা নাছিলো কেতিয়াও আজি তেখেতক দেখা পাই বহুত ভাল লাগিল
@BituponBarman-mc4eh
@BituponBarman-mc4eh 16 дней назад
হৰৰ ত্ৰিলজী খন পঢ়িছো বহুত ভালো লাগিছে আৰু ভয়ো লাগিছে।❤
@MridusmitaSaikia410
@MridusmitaSaikia410 17 дней назад
"এটা দ্বীপ সাতটা কবৰ " বহুত ভাল লাগে পঢ়ি❤
@BishnudasBishnudas-cb9ci
@BishnudasBishnudas-cb9ci 17 дней назад
পঢ়িছোঁ এটা দ্বীপ সাতটা কবৰ কিতাপ খন ,বহুত সৰুতে
@Kirandailyshorts
@Kirandailyshorts 16 дней назад
Big fan 🎉 , সৰুৰে পৰাই পঢ়িছো।may God bless you
@therabhasoul8480
@therabhasoul8480 17 дней назад
এনেকুৱা ধৰণৰ ভিডিঅ' আৰু বনাওক দিম্পু দা। কিতাপ - লেখকসকলৰ ওপৰত আৰু ভিডিঅ' বনাওক
@parthapratimkalita7917
@parthapratimkalita7917 20 дней назад
Next অনুৰাধা শৰ্মা পূজাৰী
@sakshivlogs7818
@sakshivlogs7818 20 дней назад
অখিমত যাৰ হেৰাল সীমা আৰু প্ৰেমহীনি পৰশ ❤❤❤
@mr.nondestroyable5671
@mr.nondestroyable5671 14 дней назад
অসীমত হেৰাল যাৰ সীমা সেইখন ৰঞ্জু হাজৰিকাৰ নহয় ।
@anjelbaruah7401
@anjelbaruah7401 20 дней назад
মোৰ প্ৰতিবেশী ৰঞ্জূ মামাৰ বিষয়ে আগতেই অসসবাসীয়ে জানিব লাগিছিল। সাহিত্য একাডেমী বটা পোৱাৰ পিছতহে জানিব ‌পৰাটো বৰ দুখৰ কথা। তেওঁৰ কাহিনীৰে বিগত বৰ্ষত বৰদলৈ চিলা থিয়েটাৰে হাত নাটকখন অনুষ্ঠিত কৰি সফল হৈছে। অসমীয়া ছবিও নিৰ্মাণ হৈছে।
@RahulMili-om7kc
@RahulMili-om7kc 15 дней назад
Vaal lagil manuh jnk dehki❤
@SimantaBoroo-uz9qt
@SimantaBoroo-uz9qt 18 дней назад
Finally dekha palu aji special manjonk🙏🙏🙏
@Mohd_ruhul2x
@Mohd_ruhul2x 20 дней назад
ছাৰৰ "এটা দ্বীপ সাতটা কবৰ" কিতাপখন যোৱাকালি পঢ়িছো, বহুত ভাল লাগিল
@sanatkmahanta6562
@sanatkmahanta6562 20 дней назад
প্ৰিয় সাহিত্যিক গৰাকী সদায় সু-স্বাস্থ্যবান হৈ থাকক।
@rajashreedeka9149
@rajashreedeka9149 20 дней назад
সিহঁত সাতজন,ৰাংকুকুৰৰ দাঁত, পঢ়িছো বহুত ভাল লাগে পঢ়ি ❤
@travelandexplorewithsaruka748
@travelandexplorewithsaruka748 20 дней назад
ৰঞ্জু হাজৰিকা দেৱৰ "এটা দ্বীপ সাতটা কবৰ" আৰু "ৰক্তৰাগ" এই দুখন মোৰ বহুত বেছি প্ৰিয়।
@BUDHU-27
@BUDHU-27 20 дней назад
দিম্পু বৰুৱা দাদাই বহু আগতে এই ভিডিঅʼটো বনাব লগীয়া আছিল। ভাল লাগিল
@nekiburjaman121
@nekiburjaman121 19 дней назад
শ্ৰদ্ধাবান আৰু সন্মানীয় ব্যক্তিসকলক সদায় ছাৰ/বাইদেউ বুলি সম্বোধন কৰিলে বেচি ভাল শুনি। এদিন লগ পোৱা শ্ৰদ্ধেয় মানুহ এগৰাকীক এনেকৈ খুড়া-খুড়ী এইবোৰেৰে সম্বোধন কৰিলে তেখেতসকলে বেয়া নাপালেও তেখেতসকলৰ অনুগামীসকলে মনত আঘাত পাই।
@emdadhasan7291
@emdadhasan7291 20 дней назад
ৰঞ্জু হাজৰিকা, মোৰ প্ৰিয় উপন্যাসিক !❤
@dushashanrabha1434
@dushashanrabha1434 19 дней назад
Wow buhutei val lagil hosa koi mur tatu bhut kitap ase Ranju Hazarikar ❤
@adityakotoky4306
@adityakotoky4306 15 дней назад
এটা দ্বীপ সাতটা কবৰ কিতাপ খন মইও পঢ়িছিলোঁ।বহুত ভাল লাগিছিল পঢ়োঁতে।তেওঁৰ বহুত কিতাপ আছে এতিয়াও মোৰ ওচৰত যিখিনি মই পঢ়িছিলোঁ। আগতে মৌচাকত প্ৰকাশ পোৱা জেচনৰ series তো মই কেতিয়াও পাহৰিব নোৱাৰোঁ।মাহৰ প্ৰথম সপ্তাহত সেইখন আনিছিলোঁ অকল জেচনৰ series তো পঢ়িবলৈ🥰🥰.
@monisvlog123
@monisvlog123 19 дней назад
Bohut val lagil Dimpu daa❤ aru akhetor kotha2 koboi nalage❤
@GMDEducation
@GMDEducation 20 дней назад
Thank you Dimpu.Tumar video dara mur favourite writer Ranju Hazarika sir k dekha palu.
@pdpranabdas7237
@pdpranabdas7237 20 дней назад
Thank you dimpu da for your good advice ❤😊👍
@oukhymimi
@oukhymimi 20 дней назад
এটা দ্বীপ সাতটা কবৰ মোৰ বহুত প্ৰিয়।।❤️ পঢ়াৰ সময়ত এনেকুৱা লাগিছিল খাবলৈ নোপোৱাত মোৰ পেটটো হে কিবা শুকাই যোৱা যেন লাগিল 😯 Op লাগিল ।। কিন্তু এটা কথা ভাল লাগিল ---- কিতাপ খনত এটা বাক্য " হয়তো পৃথিৱীৰ এয়াই প্ৰথম চাগে কোনো শত্ৰুৱে নিজৰ শত্ৰুক কবৰ দিছে 🥺😊
@bhupalidas8097
@bhupalidas8097 14 дней назад
ক্লাছ 8 ত থাকোতেই তেওঁৰ কিতাপ পঢ়িছিলোঁ । আচৰিত ধৰণে ভয় খাইছিলো । দুদিন তিনিদিন ধৰি শুব পৰা নাছিলোঁ। আজি এই video টো চাই সেই দিনবোৰ মনত পৰি গ'ল 😍
@Riya_1543
@Riya_1543 18 дней назад
" Sekh praharor khela "- Goosebumps🔥🔥🔥
@naturalloverssa5973
@naturalloverssa5973 20 дней назад
Kitap lovers keita like Ata kori diya 🥰🥵
@ashikikbal1918
@ashikikbal1918 20 дней назад
Ranju Hazarika is a gem. He is a living legend.
@nilamsharma9053
@nilamsharma9053 13 дней назад
Thank you a lot Ranju Hazarika sir for making our childhood as well as youth awesome. AXOMIYA kalpavigyan r apuni srestho tarokaa ❤❤❤
@user-er9jp9cp9f
@user-er9jp9cp9f 20 дней назад
আপোনাৰ বহুত কিতাপ পঢ়িলো। ❤ বহুত বছৰ আগৰ পৰা। বহুত কিতাপ সাচি থৈছো আপোনাৰ❤
@RashmiBora-lu5dh
@RashmiBora-lu5dh 20 дней назад
আমোদ অন্ধকাৰ কিতাপ খন পঢ়িছিলোঁ ❤❤❤❤😊😊😊
@anantamoranvloge7255
@anantamoranvloge7255 20 дней назад
ৰঞ্জু হাজৰিকা মোৰ এজন প্ৰিয় ব্যক্তি
@KashyapVlogs9
@KashyapVlogs9 19 дней назад
Bahut bhal lagil video tu sai❤❤❤
@Simpi26
@Simpi26 17 дней назад
এটা দ্বীপ সাতটা কবৰ পঢ়িছোঁ সঁচাই বহুত লাগিল
@befulboro2230
@befulboro2230 13 дней назад
আসন্ন মৃত্যুৰ ঘ্ৰাণ, শেষ প্ৰহৰৰ খেলা , এটা দ্বীপ সাতটা কবৰ ❤
@speedybirchan4035
@speedybirchan4035 16 дней назад
Bhut xundor video..Ranju Hazarika Dev r nisina ejon manuhor touch t ahibo parile jibon dhyonyo.... Thank you Dimpu Daa video tur karone😊
@digantabhai
@digantabhai 20 дней назад
খুব সুন্দৰ লাগিল ❤
@RingkhangshriBasumatary
@RingkhangshriBasumatary 20 дней назад
Hosakoi a sir k lora suwali manuh buli bhabisilu aji he bhalkoi sini palu sir k big fan ❤🙏
@DebajitDas-nd3ox
@DebajitDas-nd3ox 20 дней назад
সৰুৰে পৰা ভাবিছিলো ৰঞ্জু হাজৰিকা female হয় বুলি আজি দিম্পু দাৰ জৰিয়তে গম পাই গলো, তেখেতৰ লিখনি খুউব প্ৰিয় মোৰ 😍🥰
@ritupanmedhi6397
@ritupanmedhi6397 20 дней назад
Legend... তেখেত এজন সঁচা legend
@pujabaruah9619
@pujabaruah9619 16 дней назад
জুলু মোৰ প্ৰিয় কিতাপ,,,আমাৰ ভগা জুপুৰিত ছাৰ আহি ধন্য কৰি থৈ গৈছে।আশা কৰো ছাৰ আকৌ আহিব।
@akashdeepvlogs01
@akashdeepvlogs01 20 дней назад
Dimpu daa hunkale biya khon patok ako 😍 love from nagaon kaliabor ❤
@user-dw3qe4ek5s
@user-dw3qe4ek5s 17 дней назад
Koti maara😂
@rajeshhazarika1663
@rajeshhazarika1663 14 дней назад
​@@user-dw3qe4ek5s😂
@dhrubajyotigogoi8147
@dhrubajyotigogoi8147 12 дней назад
বহুৰূপী নামৰ এখন উপন্যাস পঢ়িছিলো প্ৰাথমিক বিদ্যালয়ত থাকোতেই ৷ আকৌ এবাৰ পঢ়িবলৈ মন যায় ৷
@Rajdeepsaikia244
@Rajdeepsaikia244 19 дней назад
অসমৰ top RU-vid r হৈ বানপানী ৰ বাবে ক্ষতি হোৱা মানুহৰ বাবে কিবা এটা কৰিব ❤🙏
@Dipali_choudhury
@Dipali_choudhury 20 дней назад
Ranju sir r prai book pohrishu moi❤❤ hat kitap khon favourite 😊
@kishordas8074
@kishordas8074 17 дней назад
বিশেষকৈ এনেকুৱা ব্যক্তিসকলৰ কাষলৈ গ'লে তেওঁলোকৰ ওপৰত অধ্যয়ন কৰি যাব লাগে, কিন্তু আপোনাৰ ক্ষেত্ৰত এইটো দেখা নাপালোঁ। এইটো কাৰণতে লাভা আৰু কুচা হৈ গ'ল।
@Manoj_Barua
@Manoj_Barua 20 дней назад
বহুত ভাল লাগিল তেওঁক এনেকৈ দেখা পাই...
@Assameseshorts333
@Assameseshorts333 20 дней назад
Mojja
@travelvlogs5093
@travelvlogs5093 18 дней назад
শেষ প্ৰহৰৰ খেলা, অন্ধত্ৰাস, বহুৰূপী, তামসতপস্যা ইত্যাদি।
@danishsarkar7203
@danishsarkar7203 20 дней назад
Literature related content aru lage Dimpu Da ✨❤️ Love from Majuli
@jintudasofficial4364
@jintudasofficial4364 20 дней назад
মানুহ জনৰ নামটো সৰু ৰ পৰা শুনিহে আছিলোঁ । আজি আপোনাৰ ভিডিওত দেখা পালো । মানুহজন সহজ সৰল । ধন্যবাদ দিম্পু দা , আজি ধন্য মোৰ এই জীৱন । ❤
@chintomanidas8884
@chintomanidas8884 20 дней назад
Bahut val lagil...🎉
@kuljitbora3840
@kuljitbora3840 16 дней назад
Bhal lagil manuh janar katha jani
@boombam2187
@boombam2187 20 дней назад
He is one of favourite Assamese writer.
@pranjalkalita4477
@pranjalkalita4477 20 дней назад
hey Dimpu this is the Best vdo of u for me till date. .worth to watch it.Great
@utpalloveassam2383
@utpalloveassam2383 20 дней назад
Nycc dimpu da ru belg belg likhor video dibo sn
@punyashreedas1617
@punyashreedas1617 20 дней назад
Bahut bhal lagil..ankuwa information aru lage..thankx dimpu
@rishasharma2976
@rishasharma2976 20 дней назад
আপোনাৰ লিখনিত যাদু আছে❤। যি কেইখন কিতাপ পঢ়িছোঁ প্ৰতিখন কিতাপ পঢ়িয়েই মুগ্ধ হৈ পৰো ☺️❤। আপোনাৰ লিখনি পঢ়িলে অন্য এখন জগতত সোমাই পৰো।
@mydiryrs8808
@mydiryrs8808 8 дней назад
বহুত পঢ়িছোঁ।।।😊
@shiddhartha_Gautam_
@shiddhartha_Gautam_ 17 дней назад
Dimpu দা “ নিৰিবিলি ”লেখক ( kaushik Nandan Baruah ) ৰ লগত এটা video লাগে।
@Unknown-wt4fs
@Unknown-wt4fs 17 дней назад
"এটা দ্বীপ সাতটা কবৰ" উপন্যাসখন 2013 ত এ পঢ়িছোঁ। সুন্দৰ কাহিনীৰ কিতাপ। বৰ্তমান কিতাপ খন পঢ়িব মন যায়,কিন্তু কত হেৰাল,কোনে নিলে,বিচাৰি এ নাপাওঁ।😔
@parthapratimdas6076
@parthapratimdas6076 20 дней назад
ভিডিঅ'টো বৰ বিশেষ। ধন্যবাদ দিম্পু দা❤
@pinku6650
@pinku6650 20 дней назад
My favt. Of all tym.
@user-mk8lj7gq9e
@user-mk8lj7gq9e 17 дней назад
Anebur manuhok dekhilei mon tu kiba blg lage...val lagil vdio tu...❤❤
@joyshreegogoi4896
@joyshreegogoi4896 20 дней назад
Ranju Hazarika r bohut kitap pohilu ru bohut vl lge , aji mnuhjonok dekhi palu bohut val lgil 😊
@user-ec3tq6bn7d
@user-ec3tq6bn7d 20 дней назад
Xsake emn kitap phorisu kintu manuh Jon dekha nasilu aji dekhi bhut vl lgil
@nobitasvlog4709
@nobitasvlog4709 20 дней назад
Thanks Dimpu daa... Eman dhuniya channel ata r promotion diyar babe... Kahini bur huni val lagise ❤ agote bohut books pohilu Ranju Hazarika debor ❣️
@rumisaikia4080
@rumisaikia4080 20 дней назад
কিমান যে পঢ়িলো এখেতৰ কিতাপ ... প্ৰিয় সাহিত্যিক জন 🥰
@kritichoudhury3523
@kritichoudhury3523 16 дней назад
Best one এটা দ্বীপ সাতঁটা কবৰ...সঁচাই বহুত ভাল লগা এখন কিতাপ।সৰু থাকোতে কিনা... এনেই নামটো চাই কিনিছিলোঁ😅এতিয়া তেঁওৰ মুখেৰ তেওঁৰ ভাল লগা এখন বুলি জানিব পাই অত্যন্ত সুখী 🥰..জুলু খনো পঢ়িছো বাৰু ❤শেষ প্ৰহৰৰ খেলা খন পঢ়ি থাকিলে সচাঁই ভয় লাগে 😂
@Shahil087
@Shahil087 19 дней назад
Class 8(2013) thakote porhisilu ata dewp haatkhon kobor......fan hoi goisilu moi....atiao bisari furu anekeuwa kitap❤❤
@chanumonidasboro7683
@chanumonidasboro7683 9 дней назад
Video tu sai val lagil..
@mamonibora2577
@mamonibora2577 20 дней назад
Ranju Hazarika, aagote tekhetor kitap porhute tekhetok u kolpona korisilu, aji he manuhjonok dekha palu, bohut bhal lagile.
@bhaskarray5282
@bhaskarray5282 17 дней назад
Ranju Hazarika r kahini r character bilak kahini hekh hoa loike virgin nathake 🤣 Btw I am a huge fan of Ranju Hazarika
@SK_998k
@SK_998k 20 дней назад
ৰঞ্জু হাজৰিকাৰ মোৰ বেছি ভাল লগা কিতাপ তিনিখন হল - ১/ জোক ২/ শেষ পহৰৰ খেলা ৩/ মৃত্যুৰ সংগীত। বাকী সকলোবোৰেই ভাল লাগে ❤
@biplabrabha9533
@biplabrabha9533 20 дней назад
Bohut bhal lagil dimpu da video tu sai❤
@lxurang3395
@lxurang3395 20 дней назад
কোনে কোনে কিতাপৰ বাহিৰে comment বেছিকৈ পঢ়ে। Like কৰ 😂
@user-bf1le1cb2w
@user-bf1le1cb2w 20 дней назад
তোমাৰ ভিডিও বোৰ এনেবোৰ সমলৰ বাবেই ভাল লাগে 🎉
@sahabuddinahmed2369
@sahabuddinahmed2369 18 дней назад
Bibhotho hihoron ..it's my favourite book by ranju Hazarika
@PurabiPatowary-lo6ho
@PurabiPatowary-lo6ho 14 дней назад
মোৰ প্ৰিয় সাহিত্যিক ❤ । জোক মোৰ প্ৰিয় কিতাপ
@abhinab564
@abhinab564 20 дней назад
Nice initiative RU-vid episode waise khuni bhal lagibo
@Kashyap19394
@Kashyap19394 20 дней назад
Eta dip khat ta kobor khn prothom baroloi pohrisioo tar pisor pora apuni priyo❤️
@GauravPhukan-p6h
@GauravPhukan-p6h 14 дней назад
মৃত্যুৰ সংগীত one of the best novel
Далее
УРА! Я КУПИЛ МЕЧТУ 😃
00:11
Просмотров 723 тыс.
Zubeen দাৰ Studioত✨ @zubeengargmusic4594
6:24