জয় আই অসম | জয়তু ঢোল সংস্কৃতি | অসমীয়া ঢোল কৃষ্টিৰ লগত বিগত শতিকাৰ আশী দশকৰ পৰা জড়িত হৈ কৃষ্টিটোৰ বিকাশৰ বাবে অহোৰাত্ৰি প্ৰচেষ্টা কৰি থকা মহেন্দ্ৰ চুতীয়া ওজাৰ পৰিৱেশন ৰাইজৰ বাবে youtube ৰ মজিয়াত মুকলি কৰি দিবলৈ এই চেনেল তৈয়াৰ কৰা হৈছে | Mohendra Chutia Oja is an Assamese folk artist who is worshiping the art of playing the talking drum i.e. Assamese pati dhol for long 40 years. Here you can get his performances