এই জন মহা পুৰুষৰ পুতেকক বিদ্যালয় পৰা নাম কাতি খেদি পঠিয়াই দিয়ক । কাৰণ বহুতো ধন সম্পত্তি আছে।বাইদেউ এই জন মহা পুৰুষক চকীৰ বহিব নিদিব তেখেত এজন মহা পন্দীত
Baideu apuar pora moi bohut hahokh palu...muru ajoni suali ase ki hoise aku asolote dhoribo pora nai .kintu monole hadai dekhun bea sintaburhe ahe .ketiaba ketiaba moi vagi poru....bujai kobo nuaru apunak ...kintu aju apunar kotha huni moi sokulu rokhabo pora nai .....vogobane kukhole rkhok apunalukok tare parthona........
The madam is educated and right on her points while the person has less knowledge how to deal with his irregular son.More affection to the boy will destroy his. Carrear
অভিভাৱক সকল শিক্ষক সকলক বুজিবলৈ চেষ্টা কৰাটোও অত্যন্ত দৰকাৰ ,কিয় নো শিক্ষক শিক্ষয়িত্ৰী ষে লৰাছোৱালী ক ভাল কৰিবলৈ শাসন কৰে। যিবোৰ শিক্ষক কে লৰা ছোৱালীক একোৱেই শাসন নকৰে তেনেকোৱা শিক্ষক কেবল নিজৰ নিজৰ সাৰ্থৰ বাবেই হে পঢ়াশালিত আহে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ উজ্জ্বল ভৱিষ্যত চিন্তা নকৰে ।