Тёмный
No video :(

ঘৰলৈ পঢ়োবলৈ অনা এজন ছাত্ৰক লগৰ এই দুটাই শেষ কৰি পেলালে 

Srimanta motivator (anushilan)
Подписаться 79 тыс.
Просмотров 26 тыс.
50% 1

ঘৰলৈ পঢ়োবলৈ অনা এজন ছাত্ৰক লগৰ এই দুটাই শেষ কৰি পেলালে
• মাতৃ-পুত্ৰ দুয়োৰে দেহ...

Опубликовано:

 

6 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 38   
@user-cb8qt6sy5k
@user-cb8qt6sy5k Месяц назад
অতি সুন্দৰ কথা শিক্ষা দিছে ছাৰ আপোনাক ধন্যবাদ জনালো
@momasvlog6238
@momasvlog6238 2 месяца назад
এইটো এটা বৰ ভাল মেচেজ দিছে তোমালোকক লৰাবোৰ কান পাতি শুনিবা দেই ।
@reenamahanta1870
@reenamahanta1870 Месяц назад
সময়োপযোগী হৈছে । এই বাৰ্তা সমাজৰ সকলোৰে মাজলৈ যাওক যেন ।
@LakhiDas-ry3rx
@LakhiDas-ry3rx Месяц назад
ApunarVidioburMur,,BohutvalLagay
@ashokdas8961
@ashokdas8961 Месяц назад
আজি কালি নীতি শিক্ষা দিবলৈ গ'লে আনৰ ল'ৰা ছোৱালী টো বাদেই নিজৰ ঔৰষত জন্মগ্ৰহণ কৰা সন্তান কেইটাই ও শুনিবলৈ বা মানিবলৈ টান পায়। কি যে দিন কাল পৰিবেশ পৰিস্থিতি আহিল ভাবিলে দুখ হে লাগে । বিলাসীতা আৰু আধুনিকতাৰ নামত যুৱ প্ৰজন্মৰ উশৃঙ্খলতা আৰু আধ:পতন সহ্য নহয় । বাইক , ম'বাইল লগতে নকৈ নোৱাৰোঁ মাদক দ্ৰব্য ই বহুত জীৱন তথা পৰিয়াল ধংস কৰি পেলাইছে । শেষত সকলো লৈকে আন্তৰিক অভিনন্দন ও ধন্যবাদ জনালোঁ ।
@dipaligogoi6495
@dipaligogoi6495 Месяц назад
hundar
@logical_shorts_
@logical_shorts_ Месяц назад
Bor dhuniya ata video .
@Ishanborah5678
@Ishanborah5678 2 месяца назад
সমাজলৈ সুন্দৰ বাৰ্তা এটা প্ৰেৰণ কৰিলে ,এই ভিডিঅটোৰ জৰিয়তে, ভাল লাগিল।
@Bijubharali-qn7uf
@Bijubharali-qn7uf Месяц назад
Apunak bout dhanabad
@Pallab63
@Pallab63 2 месяца назад
সুন্দৰ l আপোনাৰ এনেকুৱা বাৰ্তাই উঠি অহা প্ৰজন্মক প্ৰেৰণা দিব বুলি আশা থাকিল l
@Junti1991
@Junti1991 2 месяца назад
সাম্প্ৰতিক সময়ত এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিলে চাই ভাল লাগিল।
@creativeboy9501
@creativeboy9501 2 месяца назад
আপোনাৰ,এই কথাই এজন ল'ৰাক হ'লেও সঠিক পথলৈ আনিব।
@BinaGohain-un2ot
@BinaGohain-un2ot 2 месяца назад
Eman hundor kotha koise lora etai mobile phone byioshto
@pratapkalita8894
@pratapkalita8894 Месяц назад
আপোনাৰ প্ৰতিটো ভি বি ও সমাজৰ বাবে অতি প্ৰয়োজনীয়।
@minudey7657
@minudey7657 Месяц назад
সঁচাকৈ আপোনাৰ অভিনয় বহুত ভাল লাগিল এই দাদাৰ ভি দি অ বিলাক সকলো ৱে চাব লাগে তাৰ পৰা সকলোৱে মনত শিক্ষা হওঁক 🙏🙏👍👍
@Fdzattituteking
@Fdzattituteking Месяц назад
Real life😮..
@banadanagogoi9492
@banadanagogoi9492 Месяц назад
❤❤
@BinaGohain-un2ot
@BinaGohain-un2ot 2 месяца назад
Sir moi apuner kotha t ekmot
@luckyborahboruah4754
@luckyborahboruah4754 2 месяца назад
Khub hundor kotha koisa val lagil anakua kothai lora suali bilakok val pothara aguai Jaboloi preona dibo buli akha korilu 🙏🏻🙏🏻🙏🏻🙏🏻
@shikhaborah1775
@shikhaborah1775 2 месяца назад
Bhout vall kotha koisa thanku
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 2 месяца назад
খুব সুন্দৰ বাৰ্তা 👏🏻👏🏻👏🏻👏🏻
@durgeshwarbaruah
@durgeshwarbaruah 2 месяца назад
Very nice🎉
@TonmoyDuarah-fu8ub
@TonmoyDuarah-fu8ub 2 месяца назад
এই কথা কেইষাৰ নতুন যুৱ প্ৰজন্মৰ বহুত কামত আহিব
@pksonowal1128
@pksonowal1128 Месяц назад
Bor bhal lagil Hiabhora moromere dhayniabad jonaysu
@birajdutta1799
@birajdutta1799 2 месяца назад
Val lagil hosaka..
@amordutta4659
@amordutta4659 2 месяца назад
Mojja bisae sar
@pcs28
@pcs28 2 месяца назад
Excellent suggestion
@NamitaDas-mr5gl
@NamitaDas-mr5gl 2 месяца назад
Many many thanks srimanta da
@mondirakalita4221
@mondirakalita4221 2 месяца назад
ঘৰৰ পৰা ওলাই যায়৷ যা আক’ ক’ত যাৱ৷ অভি ভাল লাগিল৷
@dipankarborah6468
@dipankarborah6468 2 месяца назад
সুন্দৰ বাৰ্তা 🙏🙏🙏
@dipalidutta6735
@dipalidutta6735 2 месяца назад
Ati Hamai usit barta,bhal Lagil,
@user-bc2dl6xo9f
@user-bc2dl6xo9f 2 месяца назад
সুন্দৰ ভাল লাগিল
@user-qd5wm3fb1z
@user-qd5wm3fb1z 2 месяца назад
সুন্দৰ বাৰ্তা
@rajuduwarah5854
@rajuduwarah5854 2 месяца назад
সুন্দৰ ভাল লাগিল ❤❤😊😊
@RanuBora-lk4qp
@RanuBora-lk4qp 2 месяца назад
Sir.haiketak.2srman.diok.aru.diok
@barnalidutta5866
@barnalidutta5866 2 месяца назад
সুন্দৰ
Далее
Cute kitty gadget 💛💕
00:23
Просмотров 7 млн
Cute kitty gadget 💛💕
00:23
Просмотров 7 млн