The main aims of Bhakati Bhandar is to preserve culture having from our passed beloved kith and kin, the great Mayamora Society. সুহৃদয় অগ্ৰজ সকলে দি যোৱা কলা সংস্কৃতি লোকাচাৰ সদাচাৰ সংৰক্ষণ কৰিবলৈ যত্নপৰ হোৱাটোৱেই ভকতি ভাণ্ডাৰৰ উদ্দেশ্য ৷ Our Mayamora Society has a copyright of our culture. We hope followers of bhakati Bhandar will look into the matter আমাৰ মায়ামৰা সমাজৰ নিজৰ সংস্কৃতিৰ ওপৰত copyright আছে । আশা ৰাখিছোঁ ভকতি ভাণ্ডাৰৰ অনুগামী সজ্জন সকলে ইয়াৰ ওপৰত চকু ৰাখিব।