Тёмный

অনুশীলনত মান- নাচ বৃন্দাপতি ৷৷ ১ম খণ্ড 

Bhakati Bhandar
Подписаться 739
Просмотров 297
50% 1

নমো নিত্যানন্দায় E সাংস্কৃতিক গ্ৰোপৰ শিৱসাগৰ শাখাৰ যুৱ সাংস্কৃতিক কৰ্মীসকলৰ উদ্যোগত আৰু অসম চৰকাৰৰ বান নিয়ন্ত্ৰণ বিভাগৰ প্ৰাক্তন অভিযন্তা মায়ামৰা সমাজৰ এক বিশিষ্ট জ্যেষ্ঠ বায়ন শ্ৰীযুত বীৰেন্দ্ৰ নাথ গগৈ দেৱৰ সহযোগত অনুশীলন কৰা হৈছে এখন বিশেষ মান/বাজনা - নাচ বৃন্দাপতি ৷ স্থান - শ্ৰীশ্ৰীমায়ামৰা নৱ বৈষ্ণৱ নামঘৰ। কাঠপাৰ ৷ বানমুখ ৷ শিৱসাগৰ।

Опубликовано:

 

4 июл 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 6   
@arnab329
@arnab329 18 дней назад
সুন্দৰ🙏
@SantanuChetia-tn8hy
@SantanuChetia-tn8hy 18 дней назад
সুন্দৰ পদক্ষেপ।
@bhakatibhandar6780
@bhakatibhandar6780 18 дней назад
ধন্যবাদ ৷
@SantanuChetia-tn8hy
@SantanuChetia-tn8hy 18 дней назад
নাচ বৃন্দাপতি আৰু বৃন্দাপতি, নাচ জেউতি আৰু জেউতি; একেইনে বেলেগ বাৰু?
@bhakatibhandar6780
@bhakatibhandar6780 18 дней назад
একেই নহয় ৷ কিছু কিছু পাৰ্থক্য আছে ৷ দ্বিতীয় খণ্ডত বায়ন শ্ৰদ্ধাৰ বীৰেন্দ্ৰ নাথ গগৈৰ মুখে শুনিবলৈ পাব ৷
@SantanuChetia-tn8hy
@SantanuChetia-tn8hy 18 дней назад
@@bhakatibhandar6780 ধন্যবাদ!
Далее
Gayan bayan Aaitar Sardha Ghahigaon Gohpur
29:28
Просмотров 6 тыс.
It seems Sonya's choice was obvious! 😅 #cat #cats
00:20
17 July 2024
13:23
Просмотров 84
জিতু মহন্তৰ প্ৰসঙ্গ
25:21