Тёмный

অম্বুবাচী মেলাত নামঘৰৰ দুৱাৰ খোলা থাকিব লাগেনে নালাগে  

জ্যোতিময় Jyotimoy
Подписаться 254 тыс.
Просмотров 81 тыс.
50% 1

#pranjitgogoi #pranjalprotimborah #অম্বুবাচী_মেলা
#ambubachimela
#অম্বুবাচী
#ambubachimela24
#ambubachi
#অম্বুবাচী_প্ৰবৃত্তি_নিবৃত্তি
#ambubachimela_today
#ambubasi_2nd_day
#Ambubasi_last_day
#ambubasi_fast_day

Опубликовано:

 

30 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 440   
@munu4749
@munu4749 3 месяца назад
নিজেই আনক নিন্দা কৰে সেইজনেই আকৌ শাস্ত্ৰৰ জ্ঞান দিয়ে হৰি হৰি
@pujapanservice3710
@pujapanservice3710 2 месяца назад
@@munu4749 right
@pujapanservice3710
@pujapanservice3710 2 месяца назад
@@munu4749 hosa kotha
@pujapanservice3710
@pujapanservice3710 2 месяца назад
@@munu4749 hoi hoi ehotor nisina pet Gela luk dekha nai
@redcherrysproduction5426
@redcherrysproduction5426 3 месяца назад
ইমান বিলাক কথা কৈছে ৰাইজেও শুনিলে বাৰু , কিন্তু এই এক শৰণ নাম ধৰ্মৰ দ্বাৰা কৃষ্ণ ভক্তি তত্বৰ বিষয়ে নকলে যে ? এই ভক্তি মাৰ্গৰ শাস্ত্ৰ বিলাকক কি বুলি অভিহিত কৰে বাৰু ? ইয়াৰ সয়ঙগা কি বাৰু ,বা এই শাস্ত্ৰ বিলাকৰ নিগুৰ তত্ব কি ? এই শাস্ত্ৰ বিলাকক নিগম শাস্ত্ৰ কয় , আৰু কোনে নিগম শাস্ত্ৰ চৰ্চাৰ বাবে উপযুক্ত হয় বা যোগ্যবান হয়? এই বিলাক জানি লৈহে ৰাইজক ধৰ্ম জ্ঞান দিয়া উচিত । কিন্তু দক্ষিনা গ্ৰহণ কৰা অনুচিত । আৰু টকা হিচাপে লোৱা যে মহাপাপ । এতিয়া শুনক , সৰ্ব তিয়াগী উদাসীন জনেহে নিগম শাস্ত্ৰ চৰ্চাৰ বাবে উপযুক্ত ব্যক্তি হয় । অৰ্থাৎ পুত্ৰ জায়া আশা ধন ,সবে বিসৰ্জন । তেবেসে সাম্ফলিব নিগম কিৰতন ।। গতিকে যিজন আশাবাদী সংসাৰী লোক , যিজনে নিজক ভাল পায়, আৰু নিজৰ সংসাৰৰ শ্ৰী বৃদ্ধিৰ বাবেহে কৃষ্ণৰ ভক্তি কৰে , সেই জনৰ বাবে নিগম শাস্ত্ৰৰ চৰ্চা অৰ্থাৎ নিৰ্গুন কৃষ্ণৰ ভক্তি অৰ্থ হীন । সেই বাবেই ১৯৩০চনৰপৰা আজিৰ তাৰিখলৈকে শঙ্কৰ সঙঘৰ সঙগী সংখ্যা কিমান হৈছেগৈ বাৰু ? ভাৰতত , পৃথিৱীৰ অণ্য ঠাইত বাদেই কেৱলমাত্ৰ অসমত থকা এই ধৰ্মীয় সংগঠনটোৰ সৈতে জড়িত হৈ থকা প্ৰত্যক্ষ ভাৱে , পৰিয়াল কিমান আছে বাৰু ? অসমৰ কিমান শতাংশ মানুহ আছে বাৰু ।বৰ বেছি ৭/৮শতাংশ হব চাগে । অৰ্থাৎ শিক্ষিত সকলে শাস্ত্ৰৰ অৰ্থ বুজি পায় , সেই বাবে ইমান কম সংখ্যক মানুহহে শঙ্কৰ সঙঘত আছে । আমাৰ পাৰথমিকত আজি ৭৩চনৰ পৰা সেই ১৮ঘৰেই চলি আছে আৰু ,২২ ঘৰৰ চাৰি ঘৰ উভতি গল । এতিয়া কথা হ'ল , অম্বুবাচী সময়ত কিয় ধৰ্ম মন্দিৰ বা নামঘৰত সোমাব নালাগে , চুটিকৈ কৈছো ,যে এই কেই দিন মানুহ বিলাক অসুচী হৈ থাকে বাবে মন্দিৰ নামঘৰত নোসোমাই ।ই এক হাজাৰ বছৰৰ পৰম্পৰা ।সৌ সিদিনা গঢ় লোৱা কোনো ধৰ্মীয় সংগঠনেই এই বিলাক পৰম্পৰা , ঐতিহ্য , কৃষ্টি সংস্কৃতি ধ্বংস কৰিব নোৱাৰে । ধণ্যবাদ । । ৰাম শ্ৰীকৃষ্ণ । ৰাজু দত্ত ।
@ArunaBhuyan-ob1ey
@ArunaBhuyan-ob1ey 3 месяца назад
Bhalei hoise bohut sastro Gyan ase apunar . Poromporai mani thakok .
@chimisarkar7100
@chimisarkar7100 3 месяца назад
Apuni namanleo kobo loga ni. All worlde shivok mane murkho kaitay belegok hahar bahira kicu kam ni
@Barikhaboraminishorts
@Barikhaboraminishorts 3 месяца назад
Sangkor sanghor anugami ajir dinot kiman ase sabole apunak srmanta sangkor dev sanghor barkhik adhibekhonole amontron jonalu, pasot herai gole ghorot kandibo nokobo , krishna
@Barikhaboraminishorts
@Barikhaboraminishorts 3 месяца назад
Aru jodi porompora mane juga dharma mane ki jonabo sun najanile moi jonam
@pujapanservice3710
@pujapanservice3710 2 месяца назад
@@Barikhaboraminishorts Zubine gaan gabole ahileu bohut manuh ahe. Tohotor hanghar president secretary Gita sun Poisa kelengkari ulale , aru kiman ba kelengkari ulabo tohotor jaatot. Axomot 2% hongkori hobo. Ami sob honaton hoi ,Ek horon namanu ami. Tohoti musolmanor tulya.
@ashokhatibaruah7535
@ashokhatibaruah7535 3 месяца назад
মহোদয় আপোনি যদি কিবা নিদ্দিষ্ট মাগ’ বিশ্বাস কৰে তেন্তে সেই মাগ’ৰ ভিতৰতে থকা উচিত ৷ অন্য মাগ’ৰ আলোচনা কৰি থাকে কিয় ? গুণ নাম যিটো বিষ্ণুৰ শিৱৰ ৷ তাক ভিন্ন বুদ্ধি কৰে যি নৰ ৷৷ নামৰ সিয়ো মহা অপৰাধী ৷ নৰকত পৰে দৈৱে নাবাধি ৷৷ কী’তন(নাম অপৰাধ) এই পদ ফাকিৰ অথ’ আপোনি কি বুজে আমাক ব্যাখ্যা কৰি শুনালে সুখী হ’ম ৷ ইয়াৰোপৰি গক মুতি’জানা ব্ৰক্ষ্মা বিষ্ণু ত্ৰিনয়ন ৷ নুহিকে বিফল আমাসাক দৰশন ৷৷ শংকৰদেৱ(ভাগৱত দ্বাদশ স্কন্ধ) শিৱ বিষ্ণুৰ যত গুণ নম চয় ৷ তাক ভেদ বুদ্ধি কৰে যিটো দুৰাশয় ৷৷ জানিবা নামৰ ইটো অপৰাধী আতি ৷ আপোনাক আপুনি কৰিলে সিটো শাস্তি ৷৷ মাধৱদেৱ(নাম মালিকা) এহি জানি হৰি হৰ ভেদ নকৰিব ৷ দুয়োৰো নাম গুনক সততে শুনিব ৷ কিন্তু একনিষ্ঠ কৰি হৰিক ভজিব ব্ৰক্ষ্মা হৰ চৰাচৰ কৃষ্ণত দেখিব ৷৷ দশম স্কন্ধ ভাগৱত (অনন্ত কন্দলি) হুৱা শৌচ নিত্যে কৰা মনক সংযম ৷ দিয়া দান সমস্ততে বুদ্ধ কৰি সম ৷৷ পৰৰ ধম’ক নিহিংসিবা কদাচিত ৷ কৰিবা ভূতক দায়া সকৰুণ চিত্ত ৷ হুইবা শান্ত চিত্ত সব’ ধম’ বৎসল ৷ এহি ভাগৱত ধম’ জানা মহাবল ৷৷ শংকৰদেৱ(ভক্তি প্ৰদীপ) বাপ জনা আদৰ আৰু সন্মান সহকাৰে আপোনাক জনাওঁ যে আমি উপৰোক্ত বাণী সমুহ সৰোগত কৰি ধম’ পালন কৰোঁ
@dushyantacharingiya5155
@dushyantacharingiya5155 3 месяца назад
right
@pujapanservice3710
@pujapanservice3710 3 месяца назад
@@ashokhatibaruah7535 hosa kotha koise , eibilak hihote aukan kore , dorkar hole bhagobot puthi modified kori lobo . Jikunu prokare deb debik tussa tassilya korihe eribo. Jimane likha thakok
@bhadrahira6578
@bhadrahira6578 3 месяца назад
Right
@pujapanservice3710
@pujapanservice3710 3 месяца назад
@@ashokhatibaruah7535 right
@Priyamsaikia-yd5ml
@Priyamsaikia-yd5ml 2 месяца назад
আপোনালোকৰো হিন্দু মাৰ্গক অপমান কৰাৰ কোনো অধিকাৰ নাই।
@bhusansarma8073
@bhusansarma8073 3 месяца назад
ভগৱানৰ মাজত বিভেদ নাই | সকলো দেৱ দেৱীক পূজা অর্চনা কৰা নিতি নিয়ম বেলেগ বেলেগ | আপোনাকে প্রভু শ্ৰী কৃষ্ণক শ্ৰদ্ধা কৰে বহুত ভাল কথা কিন্তু তাৰ মানে এইটো ভৱা ভূল যে বাকী দেৱ দেৱী বোৰ মূল্যহীন | গুৰুজনাৰ নাম লৈ ধর্মটোৰ মাজত বিভেদ নানিব | হিন্দু ধৰ্মটোক ভাগ ভাগ নকৰিব মহাশয় |
@jonalidevi8964
@jonalidevi8964 3 месяца назад
এইকেইটা লৰা ছোৱালী নহলে kamaykha mandir jai moi nije দেখিছোঁ
@monjurigoswami2921
@monjurigoswami2921 3 месяца назад
Aitur alop besi hoise goi...bleg homalusona koriboloi..gurujona e hikai thoi jua nai bapjon...aitu k ple gorom tel dibo lgibo..bujise
@jatindas5169
@jatindas5169 3 месяца назад
Absulately right sir.we welcome to your coments.
@deetimonidas2780
@deetimonidas2780 3 месяца назад
Krishna
@sujitborgohain35borgohain36
@sujitborgohain35borgohain36 3 месяца назад
কৃষ্ণ দেৱৰ বাহিৰে আন দেৱ দেৱী পূজা অৰ্চনা কৰা মূল্যহীন।
@bibharanidas1593
@bibharanidas1593 3 месяца назад
আপুনি দেখিছোঁ জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ত কৈও ডাঙৰ। ধৰ্মত আনক উপলুঙা কৰিৰ নাপাই, ভগৱান ৰ সৃষ্টিত হে গুৰু জনাৰ জন্ম হৈছিল, গুৰুৰ সৃষ্টিত চাৰি জিৱৰ সৃষ্টি হোৱা নাছিল। গুৰু জনাই ধৰ্ম প্ৰচাৰ হে কৰিছিল সৎ মনেৰে সৎ উদ্দেশ্যৰে ,আপোনাৰ দৰে আনক নিন্দা কৰি নহয়।
@kankanadeka3692
@kankanadeka3692 3 месяца назад
Hosa ktha koise aapuni.Njnu kio emn ninda vabe baykha kore bhagawat khn hosake bhagawat t aan deb debik tushyo koribole likha ase ne buji napao.
@pujapanservice3710
@pujapanservice3710 2 месяца назад
@@bibharanidas1593 hoi hoi ehotok hongkori Gitak bharatat kunu bhal naapia enekua ku saritra babe.
@jyotibahrg5554
@jyotibahrg5554 2 месяца назад
​@@kankanadeka3692গভীৰ তত্ব সকলোৱে বুজি নাপায় সেয়ে উচ্চ বাক্য কয়
@OnlineTrading-qh8cb
@OnlineTrading-qh8cb 3 месяца назад
শংকৰ সংঘ ওলোটা শাস্ত্ৰ। সংঘ মানুহৰ নিচিনা পেটকুলি মানুহ নাই আনক হোৱা দেখিব নোৱাৰে। তেওঁলোকে অকল শংকৰ সংঘত কেনেকৈ মানুহ অলপ সোমোৱাব পাৰো সেইতোকে দিনে নিশাই চিন্তা কৰি থাকে। আৰে মহাশয় আনক কিয় নিন্দা কৰে আপুনি বা আপোনালোকৰ সংঘ মানুহে লাজ নালাগেনে আপোনালোকৰ লোকৰ পকৰ চেলেকিবলৈ।
@Coc-s2f
@Coc-s2f 3 месяца назад
তোৰ চৈধ্য গোষ্ঠীৰ দম নাই শংকৰদেৱ সংঘক নিঃশেষ কৰিবলৈ। লাখ লাখ ভকত বৈষ্ণৱৰ প্ৰাণৰ অনুষ্ঠান হয় শংকৰদেৱ সংঘ। অসমৰ গাঁৱে ভূঞে যাবি সকলোতে শংকৰদেৱ সংঘৰ অনুগামী দেখিবি। কমেন্টৰ সলনি মানুহৰ আগত এইষাৰ কথা কবি চোন পিঠিৰ চামৰা ফালি পঠিয়াব মক্কেল চাল্লা কুকুৰৰ পোৱালি।
@OnlineTrading-qh8cb
@OnlineTrading-qh8cb 3 месяца назад
@@Coc-s2f ঐ হিজিৰা তহঁতি পাবত গজা বুলি কলে লাজ পাৱ। তোৰ হিজিৰা বাপেৰে তোক অলপো জ্ঞান দিব নাপায় নে। তহঁতৰ কাৰ সাহস আছে মোক চুই চাবলৈ কচু কতা দিম। তহঁতৰ এই অলগৰ্ধ বাপৰ চৰিত্ৰতো বুলে একেবাৰে ধিলা অলপ তোৰ বা তহঁতৰ তিৰোতা সকলক সাবধানে থাকিব কবি।
@OnlineTrading-qh8cb
@OnlineTrading-qh8cb 3 месяца назад
@@Coc-s2f মইতো মুখৰ আগত কওঁ সংঘ কেইটাক মুখুৰে মাতিব নোৱাৰে চাল্লা চোৱা চেলেকাহতে। তোক পালেতো মই বোবা কৰি পঠাম।
@pujapanservice3710
@pujapanservice3710 2 месяца назад
@@Coc-s2f Keita aso axomot tohoti . Gutei bharatar sob sonaton Hindu sobe deb debi krishna Shiva ram hokoluke Mane . Tohoti he okol pabot joga hongkori. Pithi falibole tohotor dehot hokti thakibo lagibo pithaguri Sana khua gitar. Axomot 2% ase hongkori baki sob Hindu . Tohoti Hindu nohoi tohoti durasari. Kukuror jaat . Har har Mahadev jai ma kali Jai shree ram. ♈ Tohoti hongkori Gita Amar bhorir tolot dhuli.
@jyotibahrg5554
@jyotibahrg5554 2 месяца назад
@@Coc-s2f right , এইবোৰ অসমৰ শত্ৰু
@pabanhaloi
@pabanhaloi 3 месяца назад
আপুনি এ কৈছিল যে ঋতুসময়ছোৱাত মহিলা সকলোৰ ৱাবে পবিত্ৰ সময়৷কিন্তুআকৌ কলে সমাজ ব্যবস্থাৰ পৰা দুৰত থাকিব লাগে৷কথাটো বুজি নাপালো৷
@DumonKoushik-yb8yi
@DumonKoushik-yb8yi 3 месяца назад
হয় ! এও আগৰ ভিদিঅ এটাত ঋতুমতী তিৰোতা সকল পবিত্ৰ বুলি কৈছিল! সেই তিনিদিন আই সকল বেছিহে পবিত্ৰ বুলি কৈছিল ! এতিয়া আকৌ তেওলোক চুৱা সামাজিক কৰ্মৰ পৰা দুৰত থাকিব লাগে বুলি কলে ? কথাতো কি ??
@bote9969
@bote9969 3 месяца назад
​@@DumonKoushik-yb8yiএই দালৰ অৰ্থ নাই যি মন যায় তাকে কয়
@asomiaasom6008
@asomiaasom6008 3 месяца назад
অসমৰ এই অধৰ্মী বিধৰ্মী শংকৰী একশৰণীয়া কৃষ্ণভক্ত বৈষ্ণৱ কেইটাই কত কেতিয়া কি কয় ঠিক নাই ।ভণ্ড চয়তান বেপাৰী শংকৰী কেইটাৰ সিদ্ধান্ত সদায় সলনি হৈ থাকে ।নহলে সিঁহতৰ বেপাৰ বন্ধ হব বেপাৰ নচলিব গতিকে সিদ্ধান্ত সদায় বদলি থাকে ।
@SunilGogoi-jr7nh
@SunilGogoi-jr7nh 3 месяца назад
​@@DumonKoushik-yb8yi😂😂😂😂
@dushyantacharingiya5155
@dushyantacharingiya5155 3 месяца назад
হাতী মাৰি ভুৰুকাত ভৰুৱাটো বিশ্বাস হয় নে নহয় ,
@preetismitagayon7486
@preetismitagayon7486 3 месяца назад
মহাদেৱক চিনি নোপোৱা বোৰে মদ ভাং খাই চিত খাই পৰি থকা প্রমাণ বহুত আছে,, জয় মা কামাখ্যা🙏🙏🙏 আপুনি নকৰাটো নকৰিব কিন্তু আনক কিয় নিন্দা কৰে। আনক নিন্দা কৰাটো আপোনালোকৰ মুল বিষয় বস্তু। গুৰুজনাৰ আগতেই জগতৰ পতি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আছিল,,অ এজনক চিনি পাই বাকিবোৰক চেই চেই..
@pujapanservice3710
@pujapanservice3710 3 месяца назад
Rame shivak Puja kore , krishnai shivak Puja kore , sankardevor pitri matrir santan nuhuat shivok aradhona korar pasot sankardevor janma hoisil ei mal naikiya ahongkari. Geitai shivak apoman koribo , Durga maak apoman koribo , kamakhya maak apoman koribo , ehot dakhya rajar nati puti . Ehotor dingi Kati sagoli dingi logale hanti pabo . Nohole besi sotfotai ase .
@Barikhaboraminishorts
@Barikhaboraminishorts 3 месяца назад
ইয়াত আপোনাক নিন্দা খৰা নাই আমাক ধৰ্মৰ ৰস পান কৰাইছে আপুনি কোন কবলে, আপোনাৰ ঘৰত গৈ কৈছে নেকি আপুনিহে চুৰৰ নিচিনা লোকৰ ঘৰত সোমাইছে, তেখেতৰ চেনেল চাবলৈ আপোনাক কুনুবাই তামোল পান দি মাতিছে নেকি
@pujapanservice3710
@pujapanservice3710 3 месяца назад
@@Barikhaboraminishorts tohot tu ek debo ek hebo . Krishna naamor Thumbnail loga , ambubasi buli thumbnail kio logabi tohoti? Ambubasi ki lage tohotor dakhya rajar jaaat . Satir tej Piya bongkha tohoti , shivar paribarok Pisa nerili .
@mridusmitasarmah6933
@mridusmitasarmah6933 3 месяца назад
Thikai koise.Aijon ajon moha dhurondhor .sala vagobot khon mukhor agot loi ann dev devik ninda kore.amar gaoule ahibo moi dekhai dim apunar dore ninda kora luke kiman vyovisar kam kori ase.
@Barikhaboraminishorts
@Barikhaboraminishorts 3 месяца назад
Thumbnail logai kiba logai amar karone logaise tohotor pora certificate lobo lagibo neki, chenel tu sangkor shanghor anugami karone logaise tohotor dore pitre pindo khuwa karone nohoi
@pujapanservice3710
@pujapanservice3710 3 месяца назад
ইহঁতি জলি পকী মৰে কাৰণ শিৱ ৰাত্ৰি হওঁক বা দুৰ্গা পূজা হওঁক কোটি কোটি ভক্ত কিন্তু এক শৰণ মনা 0000.00001% । হেই কাৰণে আনৰ ধৰ্মক কামুৰি থাকে ইহঁতে। ইহটি দক্ষ ৰজাৰ বংশ । ইহঁতক ডিঙি কাটি ছাগলী ডিঙি লগালে অহংকাৰ গুচিব । মুচলমানক ইমান সমালোচনা নকৰে ইহঁতে জিমান নিজৰ দেৱ দেৱীক অপমান কৰে । ঔম নমহ শিৱ . Har har Mahadev. Shib hi shatya he. Jai shiv puran
@IndianGamer-wq9ki
@IndianGamer-wq9ki 3 месяца назад
অজ্ঞানী তোৰ মূৰত গোবৰ আছেনে নাই
@biswajitborthakur2394
@biswajitborthakur2394 3 месяца назад
Hoi
@pujapanservice3710
@pujapanservice3710 3 месяца назад
@@IndianGamer-wq9ki tur ki Gyan ase ahongkari anok ninda korar bahir e ki dal Gyan ase tohotor. Jai ma kali
@pujapanservice3710
@pujapanservice3710 3 месяца назад
@@IndianGamer-wq9ki tur murot gubor ase nki . Prosna hudhibo najono adhom
@pranitadevi541
@pranitadevi541 3 месяца назад
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@jayantas834
@jayantas834 3 месяца назад
শ্ৰী মল্লিকাজ্জুনেই নমঃ ৷ জয় মা কামাখ্যা ৷
@kumudhazarika4409
@kumudhazarika4409 3 месяца назад
আপোনাক মা কামাখ্যা মন্দিৰৰ উপৰত ভাল বেয়া বিচাৰ কৰিবলৈ নিমন্ত্ৰন দিছে নি। আপুনি গোটেই পৃথিৱীত কি হৈ আছে গম পাই নে মানু্হ গৈ মহাকাশ পালেগৈ আপুনি আমাৰ অসমীয়া মানুহ বোৰক কি জ্ঞান দি আছে,,,,, ধৰ্ম পুথি কথা নকওঁ বাৰু,, একেখন গাঁৱত বিভাজন হৈ আহিছে, আগৰ পৰা চলি অহা আমাৰ পূৰ্ব পুৰুষৰ দিনৰ যি বিলাক নীতি নিয়ম কৰি আজি এই সময় পাইছে,, সকলো একগোট হৈ জীৱন যাপন কৰি আছিল আপোনাৰ এই সংঘ নামত ধৰ্ম প্ৰচাৰ কৰা আপোনাৰ নিচিনা মানুহৰ প্ৰভাৱত গাঁও বিলাকত বিভাজন হোৱাত অৰিহণা আছে অলপ ভাবিব কথা বোৰ,,,,,, আৰু কব লগীয়া আছে আপোনাক এদিন লগ পালে ভাল তৰ্ক কৰিব ইচ্ছা নাই কিন্তু আমাৰ গাঁৱ জাতি টো কি অৱস্থা পাইছে সেইটো ভাবিব একতা স্থাপন কৰিব কেনেকৈ পাৰি তাৰ উপৰত প্ৰচাৰ কৰিব পাৰিলে,,, নিন্দা, অপমান,, উপলুঙা এইবিলাক নিজৰ মাজত নানিব পাৰিলে।।।
@pankajkolita9555
@pankajkolita9555 3 месяца назад
এইবোৰ বেপাৰ বাদ দি পাৰিলে নতুন প্ৰজন্মক ৰ্কম সংস্কৃতিৰ শিক্ষা দিয়ক ।
@Lakshyahira-t6o
@Lakshyahira-t6o 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
@OnlineTrading-qh8cb
@OnlineTrading-qh8cb 3 месяца назад
শংকৰ সংঘ ওলোটা শাস্ত্ৰ। সংঘ মানুহৰ নিচিনা পেটকুলি মানুহ নাই আনক হোৱা দেখিব নোৱাৰে। তেওঁলোকে অকল শংকৰ সংঘত কেনেকৈ মানুহ অলপ সোমোৱাব পাৰো সেইতোকে দিনে নিশাই চিন্তা কৰি থাকে। আৰে মহাশয় আনক কিয় নিন্দা কৰে আপুনি বা আপোনালোকৰ সংঘ মানুহে লাজ নালাগেনে আপোনালোকৰ লোকৰ পকৰ চেলেকিবলৈ।
@pulindutta140
@pulindutta140 3 месяца назад
Krishna🙏🏾khub sundor bakhya kintu kisuman ogyaniye eai kotha bilak pranjit bap jonar nijor monor kotha buli teuk uplunga korar phol pabo edin
@baruahcreation2685
@baruahcreation2685 3 месяца назад
Chanel tot repor mari diok .. nhle pakhi gojise . Alp besi urib khuji ase. 😂 Katib lage. Pakhi alp .. video tot ahi report mari diok ..❤ lgte 2bar subscribe kri diok chanel2 😅
@dipmoniborah9074
@dipmoniborah9074 3 месяца назад
❤কৃষ্ণ কৃষ্ণ কৃষ্ণ❤
@Rajdeep01995
@Rajdeep01995 3 месяца назад
বাপ ঈশ্বৰ । ভাগত সাষ্ট্ৰত লিখা আছে নি ? জাতি-জনজাতিক গীণ কৰিবলৈ লিখা আছে নি ? আমাৰ সমাজ খন । শংকৰদেৱ দৰে মহান গুৰুজনা সকলে আমাৰ সমাজ আকৌ সোণ দৰে গঢ়িব কেনেকৈ পাৰিম ?
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c 3 месяца назад
আপুনি বয়সহলে বুদ্ধি ভাল। ভগৱান বদটি গুৰুজনা জীৱিত অৱস্থাত বৰ্তমানৰ দৰে আছিলপ্ৰভো।।প্ৰকৃতি পুৰুষ দুয়ো নীয়ন্ত মাধৱ,।হৃদয়ৰপৰা মহামায়া ভসগবন্তই বাজ কৰিলে।পত্নী ৰাজস্ব লা হলে ভকত মন্দি ৰতো নুসুমুৱাটো পৰিলক্ষিত।সেহি দিন হন্তে প্ৰভু ভগৱন্ই এৰি গৈল এক নাম। বুদ্ধ ৰূপ ধৰি মায়াৰ শৈয্য ত শ য়ন কৰিলা ৰাম।।এই খন লক্ষ ঋষি মুনি জন্ম হোৱা দেশ। ভগৱান ৰাম কৃষ্ণৰ জন্ম লোৱাদেশ।এৰিলে আছে ধৰ্ম নভয়লা কিছু যত কৰ্ম।কামাখ্যা শাক নশ হয়বন্ত।।....সেহী মালা গুটি মই ধৰি প্ল লয়ত।সমস্ত প্ৰাণীক মই কৰি থাকোহত।।ৰুদ্ৰ ৰূপধৰি।ভগৱান এজনেইয়।
@asomiaasom6008
@asomiaasom6008 3 месяца назад
শংকৰী বৈষ্ণৱ ধৰ্মৰ আদৰ্শ হৈছে আনৰ উপাস্য দেৱক শিৱক দুৰ্গাক দেৱ দেৱীক বেদকৰ্ম ভক্তি ধৰ্মক নিন্দা বিৰোধ কটুসমালোচনা কৰা ,নহলে শংকৰী সকলে তেনে আচৰণ নকৰিলে মুক্তি বৈকুণ্ঠ গতি নাপায় ।
@mithundeka8606
@mithundeka8606 3 месяца назад
সাহস আছে যদি তেখেতৰ সন্মুখত প্ৰশ্ন কৰিব?
@gunajitsarma5579
@gunajitsarma5579 3 месяца назад
​@@mithundeka8606ki darka , questions koribole .
@prabinxarma6736
@prabinxarma6736 3 месяца назад
আনৰ উপাস্য দেৱ দেৱীক উপলুঙা কৰা এনেকুৱা মহাপণ্ডিত কৰ পৰা টপকিল আকৌ। গুণী জ্ঞানিয়ে কেতিয়াও আনক উপলুঙা নকৰে। যি শাস্ত্ৰৰ বাণী আনক বুজাই আছ সেই শাস্ত্ৰৰ জন্ম কেতিয়া আৰু কৰ পৰা হৈছে সেইখিনি পাহৰিলি বোধহয়। ভন্দ্ কৰোবাৰ।
@OnlineTrading-qh8cb
@OnlineTrading-qh8cb 3 месяца назад
এইজন হিজিৰা দেনা দেনা কৰি থাকে যে সেই বিধৰ।
@Dipankarshivam
@Dipankarshivam 3 месяца назад
এই‌ জনক দেখিবলৈ মন‌ নাই‌। বেলেগক বহুত নিন্দা‌কৰে‌
@Barikhaboraminishorts
@Barikhaboraminishorts 3 месяца назад
Apunak kunubai tamul pan di matise neki sabole
@Dipankarshivam
@Dipankarshivam 3 месяца назад
@@Barikhaboraminishorts tamul pan di matib kuna disa apunak.enakuwa vori dhui Pani khai thaka din aji kali goisa aru.
@gunajitsarma5579
@gunajitsarma5579 3 месяца назад
Tumak faltu kotha bor sikale neki guru a .tumar guru kon akhil gogoi sage 😂😂
@junumech7558
@junumech7558 3 месяца назад
কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ
@khogeswarigogoi1902
@khogeswarigogoi1902 3 месяца назад
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ
@ashokkumardutta7850
@ashokkumardutta7850 3 месяца назад
কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ
@Rinkumoni_Handwork
@Rinkumoni_Handwork 3 месяца назад
কৃষ্ণ বাপ
@surabhidutta-en6qw
@surabhidutta-en6qw 3 месяца назад
Krishna🙏🙏🙏🙏🙏
@mintukalita8636
@mintukalita8636 3 месяца назад
সমাজৰ বাবে হানিকাৰক আপুনি
@jitenbora7478
@jitenbora7478 3 месяца назад
Krishna. 2
@bidyutmedhi7954
@bidyutmedhi7954 3 месяца назад
আপুনি কিমান টকাৰ মাননীত আহিছে
@kabitadevi7052
@kabitadevi7052 3 месяца назад
Apuni je ei vokti ktha bur koi ase.... Apunk sagoi ek tokau nidia koi vogbanr katha koi ase.... Vokti ktha bur jodi bilable ahise... Tente mohapurux jonr dre krk... Poisa loi ki voktir ktha koi hei....
@Brown-g5m
@Brown-g5m 3 месяца назад
RU-vid channel r pora poisa saapi ase eitue 😂..bom harami maal..maiki nsina vongima tar sauksun😂
@mridusmitasarmah6933
@mridusmitasarmah6933 3 месяца назад
Ji goru mattak ami puja koru hai goru maatak vokhyon kora lukok apunaluke vorit dhore .apunaluk nijorai nijosso nai anok homalusona kore sihh😂
@pujapanservice3710
@pujapanservice3710 2 месяца назад
Ehoti Hindu nohoi muslim
@monikhasaikia2151
@monikhasaikia2151 3 месяца назад
Krishna 🙏🙏🙏🙏
@pallabikagohain5720
@pallabikagohain5720 3 месяца назад
কৃষ্ণ বাপ জনা আপোনাৰ সুন্দৰ ব্যাখ্যা শুনি পৰম আনন্দিত হৈছোঁ লগতে নাম বৈকুণ্ঠত সহ অৱস্থান কৰি কৃষ্ণ নাম অমৃত ৰস পান কৰিছোঁ কৃষ্ণ কৃষ্ণ
@mridusmitasarmah6933
@mridusmitasarmah6933 3 месяца назад
Anok homalusona kori Bhagobot path kore 😂😂😂
@japanidas6859
@japanidas6859 3 месяца назад
কৃষ্ণ অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ ৰাম কৃষ্ণ ৰাম নাৰায়ণ কৃষ্ণ ৰাম নাৰায়ণ কৃষ্ণ ৰাম নাৰায়ণ হৰিৰাম ৰাম ৰাম কৃষ্ণ কৃষ্ণ।
@pujapanservice3710
@pujapanservice3710 3 месяца назад
জয় কাল সংহতি সংঘ . ঔম নমহ শিৱ । দক্ষ বংশক নাশ কৰা। Tohotor sankari keitak maa kamakhya mandir , Shiva doul darkhan korat pratibandh logai thobi, aru bhikhyari dore je durga puja compound t dukan , shiva ratri compound t dukan eibilak koratu badha dibi . Nohole ako pape subo . Adharmi hot.
@joyprakashtamuli4627
@joyprakashtamuli4627 3 месяца назад
মহা মূৰ্খৰ মন্তব্য
@pujapanservice3710
@pujapanservice3710 3 месяца назад
@@joyprakashtamuli4627 nijoke Shrestha byakhya kora tohoti tu ahongkari nohoi janu. Anor dharmar deb debik tussa tassilya koratu tohotor sankari keitar uddeshya. Tohotor heikhonok bharotor nalage axomot 99% namane Jano nai. Nijor shreshthata nijor majote rakh amak bhagabat byakhya hunale ami hosa buli navabe tou . Jai mahakal har har Mahadev
@pujapanservice3710
@pujapanservice3710 3 месяца назад
@@joyprakashtamuli4627 laj paiso agyani. Kamakhya darkhan koribo jaute naktu dhaki jabi , Durga Puja sabo gole naktu dhaki jabi dei , aru tur puter jiyerok ,nati putik kobi saraswati pujat , Durga Pujat dhunia dhunia sari , mekhela sador Pindi fashion show dekhabo jabi kintu sewa nokoribi Puja nokoribi buli kobi selfi Mari gusi ahibi buli kobi. Jai Sanatan Dharma
@jaansaikia9308
@jaansaikia9308 3 месяца назад
Bhagobot jetiya podhibi tetiyaa gom pabi Bhawonaa sai pai so nee..jodi puwa nai..sabi aru xikibi..bujiso...Xankori xakole ajonok hee mane sri kresnak..bujiso..
@jaansaikia9308
@jaansaikia9308 3 месяца назад
@@pujapanservice3710 Murtik pujaa nakore bujiso pujaa sabo pari karon xei khon Bozar melaa hoi..
@dipalihazarika1366
@dipalihazarika1366 3 месяца назад
Krishna Krishna bap
@SmilingGardeningTools-ei4ih
@SmilingGardeningTools-ei4ih 3 месяца назад
Toi ata johora tar bahire beleg ako nohoy Toi basi thakiba nalage dehh mori Jaa Bap beya napabo kowa karone kintu moy ata kotha kong apuni basi thaki ako lav nii apuni mori jawok Vogoban vogoban a Har har mahadev
@pujapanservice3710
@pujapanservice3710 2 месяца назад
@@SmilingGardeningTools-ei4ih thik kotha koise har har Mahadev
@jyotibahrg5554
@jyotibahrg5554 2 месяца назад
জধা মূৰ্খ
@pujapanservice3710
@pujapanservice3710 2 месяца назад
@@jyotibahrg5554 Tohoti pabot joga sutmaroni tohotor nisina ek horon dharmibharatat kotu nai . Tohoti pikhas.
@MissaiYT
@MissaiYT 3 месяца назад
Krishna probhu
@pranitachoudhury-my4do
@pranitachoudhury-my4do 3 месяца назад
কৃষ্ণ কৃষ্ণ বাপ আপোনাসৱৰ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিলো কৃষ্ণ কৃষ্ণ 🙏
@hirakkalita1535
@hirakkalita1535 3 месяца назад
আপুনি এনেকৈয়ে গীতা শাস্ত্ৰখন ও পঢ়িব চোন ...
@durlabhsaikia7779
@durlabhsaikia7779 3 месяца назад
বহুত পালেগে আপুনি পৃথিৱীখনে চোৱা চোৱাত কেনেকৈ নাম সকাম বোৰ পৃথিৱীত থাকি যদি অম্বুবাচী নেমানে তেতিয়া আপুনি মংগল গ্ৰহ লৈ গুচি যাওক
@dvlogs1326
@dvlogs1326 3 месяца назад
গুৰু আপুনিও এইটো নাজানিলে যে ভগবান বিষ্ণু ই অদৃশ্য কৰিহে সুদৰ্শন চক্ৰ টো এৰিছিল বিষ্ণু ,মহাদেৱ বিভাজন কিয় কৰে চব একেটাই।
@kalpajyotiborah996
@kalpajyotiborah996 3 месяца назад
কোনেও কাৰো কথা শুনাৰ দৰকাৰ নাই। নিজে পঢ়ি চাই বুজি ল'লেই হ'ল। কিন্তু পঢ়িবলৈ জানো কাৰোবাৰ ধৈৰ্য আছে?সত্য হজম কৰিবলৈ সাহস লাগিব। কথাষাৰ উভয় পক্ষই হৃদয়ঙ্গম কৰিব পাৰিলে ভাল।সত্যক জনাৰ একমাত্ৰ উপায় নিজে অধ্যয়ন কৰা।
@travelvlogs8853
@travelvlogs8853 3 месяца назад
আকাৰ নিৰাকাৰৰ মাজত পাৰ্থক্য, বৈষ্ণৱ বাবে বিশেষ নকও। নিজৰ খিনি নিজৰ মাজত ৰখা ভাল। আপোনালোকে মানে ভগবান নিৰঞ্জন নিৰাকাৰ । সকলোতে ভগবান আছে কিন্তু শিলটোক যদি কোনোৱাই পূজা কৰে আপোনালোকৰ দায়।😂 নৰসিংহ অৱতাৰ ক'ৰ পৰা হৈছিল হে।
@Prashanta202
@Prashanta202 3 месяца назад
আপোনাৰ মতে কি শিৱ ভগৱান নহয় নেকি? তেতিয়া হ'লে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিদেবৰ অৰ্থ কোনো জনাবচোন।
@bijoylaxmikakaty
@bijoylaxmikakaty 3 месяца назад
গোটেই video টো শুনিও বুজি নেপালো যে তেওঁ বেলেগ ভগবানৰ কথা কেতিয়ানো কি ইমান বেয়াকৈ কলে যে ইমানবোৰ কমেণ্ট ত বেয়াকৈ লিখিছে মানুহে। ভাগৱত ত যি আছে তাকেই হে মাত্ৰ কলে । আজিকালি মানুহক হকে বিহকে troll কৰিবলৈ সুবিধা লাগে মাত্ৰ ।
@sujitborgohain35borgohain36
@sujitborgohain35borgohain36 3 месяца назад
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ আৰু মুচলমান ভাই ভাই। বাকী সব সুদুৰ্ভাই 😊
@himantaboraah2077
@himantaboraah2077 3 месяца назад
Ganesh Baba 🙏🕉️🔱 Brahma Vishnu Maheshwar Saraswati Laxmi Parvati. Parvati Sister of Lord Vishnu(Govinda)🙏 Try To Worship All. Don’t Bring Division …. For this Division, Amar HINDU r majot Unity Nai. Napai Nokoribo Eibur… Please Anok Mislead Nokoribo On Bhogoban , this Karma is not Good. Nijor Atma Safa Korok Prothom e. 🙏Krishno
@hirakjyotisahariah5823
@hirakjyotisahariah5823 3 месяца назад
ইহঁতৰ আৰু বেলেগ কাম নাই।। ইহঁতে সনাতন ধৰ্মৰ বিৰুদ্ধে কবৰ বাবে লগ হয়।। যি সনাতন ধৰ্মক গোটেই ভাৰতৰ মানুহে মানে তাক কেনেকৈ বিৰোধিতা কৰিব পাৰে অ ? আপোনালোকৰ এই ধৰ্ম অকল অসমত হে প্ৰচাৰিত , এইটো কথা মনত ৰাখিব ।। জয় মা কামাখ্যা 🙏🙏🙏
@debajitsaikia1046
@debajitsaikia1046 3 месяца назад
OM NOMOH BHOGAWOTE BASHU DAVAI 🙏 Porom probhu aru porom Brommo ajon ei hoi Jak aami adhom manuhe Nedekhu jar kripat ei hongkhar jonmo hoise aru ata homoyt bilin hbo jar gorvot ei hkolu ase .jibo jogot hei jona kabol prom probhu porom brommo krishno 🙏 teu ei hkolu baki june jee ei nokowk kio aamar eat kbo loga nai krishno 🙏 krishno 🙏 krishno 🙏 OM NOMOH BHOGAWOTE BASHU DAVAI 🙏
@JintuBorah-eu8cy
@JintuBorah-eu8cy 3 месяца назад
এই মাইকী মুৱা ভকত টো দেখিলে হাঁহি উঠে কিয় নাজানো 😂😂
@jumankumarsarmah5131
@jumankumarsarmah5131 3 месяца назад
নামঘৰ ৰ লগত মন্দিৰ ৰ কথা কেনেকৈ মিলালে আপুনি? শক্তি পূজাৰ ৰ লগত নাম ধৰ্ম ৰ কথা কেনেকৈ মিলিব।আৰু কোনে কলে চক্ৰ ৰে সতী ৰ দেহ কাটিলে বুলি😂😂
@parnashijisoolover6662
@parnashijisoolover6662 3 месяца назад
Indra r papar monate duniyar srist
@krishnakakaty2624
@krishnakakaty2624 3 месяца назад
Ehot. Joli. Poki. Moriboi. Karon. Maak. Dewtakor. Xbadh. Napate. Xei. Tarikhot. Baa. Tithiot. Nam. Ba. Bhogowot. Sokro. He. Pate. Dei. Krishna. 3710. No aijonor. Kotha. Keita. Xundror. Hoise. Krishna. Krishna
@Omprokash0.7
@Omprokash0.7 3 месяца назад
নিজৰ ধৰ্মক উচ্চ জ্ঞান কৰিবলে গৈ আনৰ ধৰ্মক নিন্দ্ৰা কৰিব লাগে বুলি জানো ভাগৱত ত লিখা আছে।।। আপুনি পাতকী নিন্দকী , লাজ পাম বুলি চাগে comments বোৰো পঢ়ি নাচায়। ভক্তি এক বিশ্বাস সেয়ে মা কামাখ্যাক ভাৰতৰ লগতে বিদেশ টো বিশ্বাস কৰে, মাত্ৰ অসমৰ হে একাংশই নিন্দা কৰে।
@ghanashyamborah1063
@ghanashyamborah1063 3 месяца назад
No need to shut the door of Naamghar during the period of "AMBUBASHI" .As if, at the Naamghar there was only Singashan and Bangmoymurti Naam tatta ( GUNMALA).That is why no need to shut the door of Naamghar during that period.(Ghanashyam Bora,Khanapara,Guwahati).
@harakantadeka7715
@harakantadeka7715 3 месяца назад
বন্ধ,হ'ব,লাগে,সকলো,মন্দিৰ,ৰ,দুৱাৰ,বন্ধ,হব
@pujapanservice3710
@pujapanservice3710 3 месяца назад
Tohotor naamgharak ami namanu nohoi , axomot keita ase hongkori jogot jinibo parilu buli vabiso nki tohoti. Amar Shiva vakta , Durga maa vakta , kamakhya ma bhakta , kuti kuti gutei prithivit . Ami tu krishna shestha buli navabu . Tohoti 10/12 tai siyori thaki eku lav nai . Axomot Shiva ratri houk , Durga Puja houk ,ambubasi houk kuti kuti vakta .moiu axomiya khati ahom moi tu horon lua nai tohotor hatrat goi . Zubin daai tu namane tohotok . Tohotor enekua saritra karone ghin kore sobe.
@bidyutmedhi7954
@bidyutmedhi7954 3 месяца назад
যিটো দেখিছো আপোনাকে ভগৱান মানিব যেন পাওঁ😁😁😁😂😁
@AbhijitDas-wk8ch
@AbhijitDas-wk8ch 3 месяца назад
Krishna
@dhritimanbardalai3021
@dhritimanbardalai3021 3 месяца назад
বেলেগৰ উপাসনা পদ্ধতি ৰ ওপৰত জ্ঞান ঝাৰিব নালাগে। নিজৰ গুৰুৰ বাক্য নিজে মান।
@0ndsp0t21
@0ndsp0t21 3 месяца назад
Krishan
@jayantahirahira-jn1ht
@jayantahirahira-jn1ht 3 месяца назад
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@gautamdas5705
@gautamdas5705 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ ৰাম নাৰায়ণ ৰাম নাৰায়ণ ৰাম নাৰায়ণ
@rinkudas7720
@rinkudas7720 3 месяца назад
কৃষ্ণ বাপ,,,,,,,🙏🙏🙏
@punashwrdas
@punashwrdas 3 месяца назад
Krishna 🙏
@kankanadeka3692
@kankanadeka3692 3 месяца назад
Aapuni emn gyani ne mahapurukh jonatke nijok uprt narakhibo.Nijor dharmok mohan dekhbo goi aan deb debik emn opomanito nokoribo nappai anekua kribo.Bhagawat t ki aibur likha ase nki??Mohapurukh jonai aibur likhi goise nki j aan deb debi tushyo gyan kriba buli???Emn bhul baykha nidibo.Aapuniu mmhu he hoi bhagaban nhoi ba mohapurukh nhoi.Bht opomanito kore aapunaluke bhagawat baykha kori aan deb debik.Ami koru murti puja ,shiv puja durga puja sob puja koru kintu ami heibuli mohapurukh dujonak opoman nkru bhagawat t opomn nokoru bhagawat hunibou jao kintu aapunalukr baykhai dukh diye,emn negativity aapunalukr mnt aan dharmo deb debir proti chiiii....
@AjitBora-jb4ig
@AjitBora-jb4ig 3 месяца назад
Prokitote nam tatta ba bhgwanar prokit namtu nu ki jitu naam amaar sakh aru prosakhat luwa hoi .ram krishna basudev madhov ai bur namere janu amaar purna mukti hobo.gitat sun 3 ta namor bikhoye koise.(om. Tot. Sot) jitu guponia manuhok aru murkha nobonabo jitu naam apuniu najane .gita aydhai 18 sluk 62 koise je.(( Tomebo saronom gosso sorbovaben bharoto ..totprosadat porom shanti sthanom paypoosi sashotom)) tatiya hole krishnoy kunjon bhagwanor usorole jabole kole .bhagwat aru gita pholor saneki tak sai loi phool basi bole koise phool sai sai mukhosta matibole kuwa nai. Prothome apuni valdore hikok tar pasot anok hikauk.
@ujjalbora9810
@ujjalbora9810 3 месяца назад
জয় গুৰু শঙ্কৰ 🙏 কৃষ্ণ
@Dasjyotirupa
@Dasjyotirupa 3 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
@ShibaramDas-em4ec
@ShibaramDas-em4ec 3 месяца назад
joi guru songkor
@DigantaDiganta-qd8di
@DigantaDiganta-qd8di 3 месяца назад
কৃষ্ণ বৰ সুন্দৰ ব্যাখ্যা সেৱাহে নিবেদিলো বাপজনা
@hemaprabhasaikia5321
@hemaprabhasaikia5321 3 месяца назад
শগুণ শাওত বুঢ়া গৰু নমৰে কোনোবাই কলেবোলি কাৰোবাৰ লৰা ছোৱালী নহবনে।
@ritadas-gv4og
@ritadas-gv4og 3 месяца назад
কৃষ্ণ কৃষ্ণ
@dipankargogoi6539
@dipankargogoi6539 3 месяца назад
Krishna Krishna....
@ParanjallSaik-tq5xs
@ParanjallSaik-tq5xs 3 месяца назад
Jai guru Sankar Krishna hori ram 🦚🦚🦚🦚🦚🦚🦚🦚🙏🙏🙏🙏🦚🙏🙏🙏🙏🙏🙏🙏
@IluBorah-bo4ym
@IluBorah-bo4ym 3 месяца назад
কৃষ্ণ 🙏
@champaknath3239
@champaknath3239 3 месяца назад
Apunar ktha bur kenekuwa .pitrik pujib lage aru matrik lage ne baru
@debojyotideka
@debojyotideka 3 месяца назад
Hai mohapondit, Amar Aradhya debotak loi tucha tashilya Kora Kolhapur boki nathakibo.
@kankanadeka3692
@kankanadeka3692 3 месяца назад
Emn bhedabhed nokoribo bhagaban ajonei hoi rup onek aur protitu rup r mahattyo aase .Hindu dharmor bikhoye jani lobo aagote kebol bhagawat khn porhi hindu dharmor baykha nidibo.Axom r bahirot kunkhn jagat aapunalukr bhagawat khn sole porhe anekua aan deb debik ninda kore jonabosn.
@TWT8
@TWT8 3 месяца назад
ফল সোনকালে পাব। একমাহ ভিতৰত নিজে পাব।
@rivachiringphukan1440
@rivachiringphukan1440 3 месяца назад
কৃষ্ণ
@chandansarmah3956
@chandansarmah3956 3 месяца назад
Asomiya xomaj khon ru kiman vag vag koribi . Kilangar alpo bidya vayankor
@BhadrasagarKalita
@BhadrasagarKalita 3 месяца назад
ৰাজ্যিক ধৰ্ম আপোনালোকৰ। শক্তি পুজাৰ মুল কি ?
@kalyanborah2563
@kalyanborah2563 3 месяца назад
Ai2 ata papi hoi....
@OnlineTrading-qh8cb
@OnlineTrading-qh8cb 3 месяца назад
মহা পপীয়া বেলেগৰ মাইকীক চকু দিয়ে তাৰ চাৱনিতে গম পাই চৰিত্ৰ কেনেকোৱা।
@TrishnaHazarika-nd9zz
@TrishnaHazarika-nd9zz 3 месяца назад
Krishna Krishna Krishna 🙏🙏🙏
@Brown-g5m
@Brown-g5m 3 месяца назад
Gurujon kor pora bostu hol 😂😂😂..mathat eku dal nai neki..guu vorai rakhiso toi
@dhirajbaishya7387
@dhirajbaishya7387 3 месяца назад
কৃষ্ণ কৃষ্ণ🙏
@kritikajs177
@kritikajs177 3 месяца назад
Moi bhut khoru suweli kintu mur mone koi voghabene muk jeni khuni hindu jonm dise ,khei buli moi ana ate dharm lob nibiseru ,teu muk ate dharm jonm dise,aji kali ki hoise ,dharm nija loi kio mur Q bhut ase ,,moi nejenu kern apunek khudib biserisu
@HemantaPathakHemantaPathak
@HemantaPathakHemantaPathak 3 месяца назад
কৃষ্ণ কৃষ্ণ
@Animaboro-gf3qm
@Animaboro-gf3qm 3 месяца назад
Krishna Krishna probhu
@PoragNazir-ed4go
@PoragNazir-ed4go 3 месяца назад
Mohadeve hokolu jane,kintu 51sakti pith je hob lage aru koli jugot vokto udhar hob laga hai karonei aiya mohima 🙏🕉️🙏🕉️
@KamalaBaishaya-us6io
@KamalaBaishaya-us6io 3 месяца назад
Krishna krishna
@ainunath
@ainunath 3 месяца назад
Eat Karu dhorma ninda kra hua nai .kebol namghor aru kamakhya mandirr pathkya khundhor vabe upstapon kra hoise.
@BibekGogoi-i1s
@BibekGogoi-i1s 3 месяца назад
জয় শ্ৰী কৃষ্ণ,, অতি সুন্দৰ লাগিল,,।।
@pujapanservice3710
@pujapanservice3710 3 месяца назад
@@BibekGogoi-i1s har har Mahadev, jai ma kamakhya
@dharmendramedhi6027
@dharmendramedhi6027 3 месяца назад
ওঁম ভাগবত গীতা বাসুদেবায় নমঃ কৃষ্ণ কৃষ্ণ কৃষ্ণ । লাহে লাহে বহুত নজনা কথা আপোনাৰ পৰা এটা দুটাকৈ জানিব পাৰিছো। ধন্যবাদ প্ৰভো ❤🙏🙏🙏
@gautamraj2284
@gautamraj2284 3 месяца назад
Krishna Krishna
@junmonigogoi-mi2kc
@junmonigogoi-mi2kc 3 месяца назад
Krishna 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@akhilburagohain381
@akhilburagohain381 3 месяца назад
Krishna Krishna Krishna bap
@lipikarajkonwar5654
@lipikarajkonwar5654 3 месяца назад
কৃষ্ণ কৃষ্ণ 🙏
Далее
Шоколадная девочка
00:23
Просмотров 303 тыс.
Редакция. News: 136-я неделя
45:09
Просмотров 1,5 млн
Трудности СГОРЕВШЕЙ BMW M4!
49:41
Просмотров 1,7 млн
Шоколадная девочка
00:23
Просмотров 303 тыс.