অসমত Red Alertত থকা জিলাসমূহৰ শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ। কোন কোন জিলাত বন্ধ থাকিব স্কুল,কলেজ সমূহ
অসমত ৰেড এলাৰ্টত থকা জিলাসমূহৰ শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ। তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ দিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই
কাল ঘূৰ্ণি ৰেমলৰ প্ৰভাৱ। কাইলৈ ৰাজ্যৰ ৯খনকৈ জিলাত বন্ধ থাকিব সকলোধৰণৰ শিক্ষানুষ্ঠান।
Here the Himanta Biswa Sarma's Tweet👇
@himantabiswa
In light of the Red Alert for Nagaon, Hojai, West Karbi Anglong, Karbi Anglong, Golaghat, Dima Hasao, Cachar, Hailakandi, and Karimganj, all educational institutions in these districts will remain closed on May 29, 2024.
Stay safe. #Cyclone Remal #IMDAlert #SafetyFirst
8 окт 2024