Тёмный

অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি; ব্যৱহাৰিক আৰু শৈক্ষিক দিশত চৰকাৰৰ শূণ্য ভূমিকা! 

NorthEast Now
Подписаться 346 тыс.
Просмотров 2,2 тыс.
50% 1

📌অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি গৌৰৱৰ বিষয়!
📌তাৰ বিপৰীতে ব্যৱহাৰিক আৰু শৈক্ষিক দিশত চৰকাৰৰ শূণ্য ভূমিকা কিয়?
📌অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ধ্বংসযজ্ঞৰ বিপৰীতে থন ধৰি উঠিছে ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়!
📌অসমীয়া ভাষালৈ অনুবাদকৰ সংখ্যা দিনক দিনে কমি গৈছে?
📌ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰা নহয় কিয়?
📌আজিও বহু অভিভাৱকে গৰ্বৰে কয় "মোৰ ল'ৰা আৰু ছোৱালীয়ে ভালকৈ অসমীয়া ক'বই নাজানে"!
📌অসমীয়া ভাষাৰ উন্নতি বা শ্ৰীবৃদ্ধিৰ বাবে বিজেপি চৰকাৰে বিশেষ পদক্ষেপ লৈছে বিজেপি চৰকাৰে?
📌সকলো সামৰি নৰ্থইষ্ট নাওৰ বিশেষ অনুষ্ঠান সাময়িকী!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Опубликовано:

 

4 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 11   
@lakheswarborah3046
@lakheswarborah3046 11 часов назад
অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱা সম্পৰ্কত যি দৰকাৰী বিশ্লেষণ আগবঢ়ালে তাৰ বাবে ধন্যবাদ জনালোঁ ।
@drkknath
@drkknath 12 часов назад
তত্ত্বগধুৰ আলোচনা।
@ROHINIkrDas-fx1uu
@ROHINIkrDas-fx1uu 11 часов назад
ভাষা-সাহিত্য-সংস্কৃতি জাতি একোটাৰ প্ৰাণ ; ইয়াৰ শুদ্ধ চৰ্চা আৰু আত্মিক অনুশীলনেহে জাতিক প্ৰাণৱন্ত কৰি ৰাখে।
@chandankumarcreation4061
@chandankumarcreation4061 9 часов назад
Thank you paresh Malakar
@Raju143hq
@Raju143hq 12 часов назад
❤❤
@mridulkumarrabha892
@mridulkumarrabha892 11 часов назад
গিয়ান বিজ্ঞান ৰ প্ৰয়োগ সীমিত।
@DhaneswarNath-r8f
@DhaneswarNath-r8f 11 часов назад
Sarkare Atia Asamia Sarkari Vidyaloyat Asamia Bhakha Nohoa Kari Kia Bah.Bah Loise Fatuasob
@TCF573
@TCF573 8 часов назад
Akhomiya bhakhar byobohar himaboddho hoi ahise. Sorkare Akhomiya medium r school buru bondh kori dise
@radhachura11
@radhachura11 11 часов назад
GST komi jabo neki aetia?! 😅
@tkalita2718
@tkalita2718 7 часов назад
This is not creditable job, it was classical before this.
Далее
Тренд Котик по очереди
00:10
Просмотров 220 тыс.