যদি সিহতে এইটোৱেই বিচাৰে, তেনেহ'লে আমি ৫১ চনৰ ভিত্তিত নাগৰিকত্ব বিচাৰ কৰিম। আৰু চৰকাৰৰ সহায় নলোৱাকৈ আমি বিদেশী শেষ কৰিম। মোৰ কথাত কোন কোন একমত ইয়াত আহি এটা LIKE মাৰি দিয়ক।
36-71 লৈকে চলিছিল ..আৰু সেই সুবিধা নাপাব বঙালীয়ে . আমি অসমীয়া ভাষাও অসমীয়া থাকিব . এটা কথা বুজি নাপাওঁ ভুল কৰিলে মানুহে কৰে কিন্তু ভাষাৰ কি সমস্যা . এই ভাষাৰ সমস্যাটো আমাৰ অসমতেই নে ,ভাৰতৰ অইন ৰাজ্যতো আছে ?
Sadiya Status Studio ami kole bongali khubidha napai buli ai groupoi akol hindu bengali nai tat Muslim bengali ase kheito sabo aru khukolo hindu bengali aneke nohoi
axomt axomiya language solibo...iyat kunu Bangla language nosolibo...tar babe Jodi jibon gole jibon dim tothapeow Bangla language nokow...Jai aai axom..
Ami jodi axumiya bakhakh khunman kore English bakha to bewar nokoribo language nokoi bakha buli kole khunibo bohut bhal lage aneke English khuvdho khumai khumai adin axumiya bakha lokto hoi jabo axumiya kole khudho koi axumi kobo
I am a bengoli....and i donot want this.. .this is the thinking of barak people not in Brahmaputra valley people's thinking.. Garga chatarji is tmc leader....
Moi Muslim but moi ketiao bangla vasha support nkru Assamese amr matri vasha ami ketiao matri vasha herai jabo nidiu. Plz keijn man Muslim or babe hkolo Muslimk bea nkbo
দাম থাকিলে অসমত এই বিলাক নেতা পালি নেতাৰ কাম নাই। যদি হে এটা আমাৰ অসমত আহি কথা বৰ্ণনা কৰা তেতিয়া জানিব তহত মটা। নিজকে বিশ্ব বিখ্যাত সজাই প্ৰচাৰ কৰাৰ বাবে এই বোৰ,,,,,,,,,,,,,,,,,,
অসমৰ প্ৰতিখন বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈকে অসমীয়া মাতৃভাষা শিক্ষণ আৰু বিষয়বস্তু অধ্যয়ন (এম আই এল) বাধ্যতামূলক হব লাগে । আমাৰ অসমৰ স্কুল কলেজত অধ্যয়নৰ মাধ্যম মুঠতে দুটা হব লাগে, অসমীয়া আৰু ইংৰাজী । ৰাষ্ট্ৰ ভাষা হিচাপে হিন্দী ভাষা স্কুল কলেজত থাকিব লাগিব । বাংলা মাধ্যম সম্পূৰ্ণকৈ উঠাই দিব লাগে । অসমত থকা অৰ্থাৎ অসমত নাগৰিকত্ব লাভ কৰা প্ৰতি জনেই মাতৃ ভাষা অসমীয়া লিখিব লাগিব । যদি অসমত বাংলা মাধ্যমৰ বিদ্যালয় থাকে, তেন্তে পশ্চিম বংগতো অসমীয়া মাধ্যমৰ বিদ্যালয় বা স্কুল কলেজ থাকিব লাগিব । বাংলা আৰু অসমীয়া দুয়োটা ভগ্নী স্থানীয় ভাষা। একে মূলৰ পৰা উদ্ভৱ হৈছে । গতিকে ভগ্নী ভাষা হিচাপে দুয়োটা ভাষাৰ মাজত সুকীয়া সুকীয়া বিশেষত্ব বা অস্তিত্ব আছে । আমাৰ পশ্চিম বংগ বাসীয়ে বাংলাদেশৰ ভাষাকলৈ গৌৰৱবোধ কৰে নেকি? যি সকলে অসমত বাংলা ভাষা প্ৰচলন কৰিব বিচাৰে তেওঁলোক বাংলাদেশী নে ভাৰতীয় । তেওঁলোকে এইটো জানা উচিত যে বাংলাদেশৰ ভাষা আৰু আমাৰ ভাৰতীয় বাংলা ভাষা একে নহয়।
I proud I'm Assamese Muslim. I always ready for fighting Cholo palttai party. Jaan dibo paru but Axom ot bangla language hobo diniu. Ai2 khongkor Azan or bumi yaat kunu Bangla nosolibo Jai Ai Axom.
ei mission t hindu bangali xokole support koribo nalage, kaaron e bhobissot Bangladeshe assamot kutnoitik bhabe kkhoti koraar eta raastaa, gotike durot thaakok hindu B.. I'm hindu B from assam