Тёмный

অসমৰ জাতীয়তাবাদ ফেচবুকতে সীমাবদ্ধ নেকি? মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’ 

Pratidin Time
Подписаться 2,2 млн
Просмотров 5 тыс.
50% 1

Опубликовано:

 

27 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 14   
@Putulbhuyan
@Putulbhuyan 2 месяца назад
সুন্দৰ প্ৰসংগৰ বিশ্লেষণ সঁচাকৈ ভয়াবহ অসমীয়া ভৱিষ্যতে। এবাৰ কৈ থও এতিয়াই জয় আই অসম
@palashkalita7291
@palashkalita7291 2 месяца назад
মৃণাল তালুকদাৰ , শ্ৰেষ্ঠ নিবন্ধকাৰ
@rahulboruahupsccandidate7822
@rahulboruahupsccandidate7822 2 месяца назад
Hoi
@banikantagogoi4139
@banikantagogoi4139 2 месяца назад
Mourda good feelings man
@quantomine6076
@quantomine6076 2 месяца назад
জাতিটো লাহে লাহে সংকুচিত হ'ব আৰু অসমীয়া মানুহৰ হাতত থকা অধিকাৰবোৰ নোহোৱা হ'ব। তেনে এটা পৰিস্থিতিত কোনোধৰণৰ ৰাজনৈতিক ৰক্ষাকৱচ নোহোৱাকৈ মেৰুদণ্ডত জোৰ থকা মানুহখিনিৰ পৰাই আৰু ৫০-১০০ বছৰৰ ভিতৰত এক ৰাজনৈতিক প্ৰদূষণ মুক্ত সুস্থ জাতীয়তাবাদে গজালি মেলিব।
@shashwatbortamuly9853
@shashwatbortamuly9853 2 месяца назад
পেনেল দেখি মোৰ মনলৈ এটাই প্ৰশ্ন আহিল:- জাতি, মাটি আৰু ভেটিৰ কথা কিন্তু অসমৰ প্ৰবজন আৰু চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিবোৰৰ বাবে সৰ্বাধিক ক্ষতি হোৱা জনজাতীয় মানুহসকলৰ কোনো মানুহ মতা নাই। না জীৱন নৰহ দা , না সোণেশ্বৰ নৰহ দা , না উপেন্দ্ৰ নাথ হাকচাম ছাৰ।কিয়?
@Jhhiiipppp
@Jhhiiipppp 2 месяца назад
ময়ূয় বৰা , আপোনাক বিনা পয়ছাত মাটি দিলোঁ।কি কৰিব।
@Jhhiiipppp
@Jhhiiipppp 2 месяца назад
❤আপোনাৰ অনুস্থানত পলিতেক মূখ পাত্ৰবোৰক নামাতিব । যিটো বিষয়ত লৈ অনুস্থান পতা হয় তাৰ বিষয়ে দিবেদ হ'ব লাগে। smart meter দিবেটোৱে আপোনাকহে nonsense সজালে। বেয়া নাপাব।
@Jhhiiipppp
@Jhhiiipppp 2 месяца назад
আমি কি কৰিম, আমাৰ মাটিত? তাৰ বিষয়ে দিবেদ হ'ব লাগে।
@souravmalakar5389
@souravmalakar5389 2 месяца назад
মিছন বসুন্ধৰাৰ আছল সত্যতো পোহৰলৈ আনক ,ই এটা ডাঙৰ স্কেম
@NipenDas-hw7pn
@NipenDas-hw7pn 2 месяца назад
Nogaw ot ki hol aru ki kobo...
@assa516
@assa516 2 месяца назад
ই এটা মহা বদমাছ সাংবাদিক
@babusaikia7886
@babusaikia7886 2 месяца назад
অন্ধ ভক্ত নেকি😂
@arupmazumdar9973
@arupmazumdar9973 2 месяца назад
Minal Da natok Apuni Bahut Kare ,,, Alap Gaout Thaka Educatet Manuh Loi Dibet Aramvo Karok ...Asom Khanar val cinta Kare Jodi ...
Далее
Nightmare | Update 0.31.0 Trailer | Standoff 2
01:14
Просмотров 602 тыс.