Тёмный

সংবাদ মাধ্যমৰ আগত হঠাৎ মুখ্যমন্ত্রীৰ অন্য এক ৰূপ..মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ 

Pratidin Time
Подписаться 2,2 млн
Просмотров 108 тыс.
50% 1

সংবাদ মাধ্যমৰ আগত হঠাৎ মুখ্যমন্ত্রীৰ অন্য এক ৰূপ
প্রসংগ:ফ্লাড জিহাদ,USTM,ৰিণিকি ভূঞাৰ সম্পত্তি,কংগ্রেছৰ ৰাজনীতি...
প্রথমবাৰলৈ ৰাজনীতিৰ প্রসংগৰে পত্নীৰ সম্পত্তিৰ তালিকা ৰাজহুৱা CMৰ
ৰিণিকি ভূঞা শৰ্মাৰ সম্পত্তি অসমবাসীৰ সম্পত্তি হ’বনে সঁচাকৈয়েনে?
মুখ্যমন্ত্রীৰ মতে মেঘালয়ত থকা USTM-এ চলাইছে ফ্লাড জিহাদ
কিন্তু ফ্লাড জিহাদ চলোৱা USTMলৈ কিয় গৈছিল মুখ্যমন্ত্ৰী?
‘সাদিন প্রতিদিন গোষ্ঠী’ৰ আমন্ত্রণতহে গৈছিল হেনো মুখ্যমন্ত্রী
USTMলৈ যোৱাক লৈয়ো মুখ্যমন্ত্রীয়ে আশ্রয় ল’লে মিথ্যাচাৰৰ
হিন্দু-মুছলমানৰ ৰাজনীতি, ব্যৰ্থতা ঢকাৰ প্রয়াস নে আন কিবা?
কিয় প্রত্যেকটো বিষয়েই আনলৈ ঠেলি দিব বিচাৰে মুখ্যমন্ত্রীয়ে?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#PratidinTime #Assam #talkshow #Abhimat #HimantaBiswaSarma

Опубликовано:

 

11 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 409   
@TazuddinTaz-wc1yb
@TazuddinTaz-wc1yb Месяц назад
ইমান লেটেৰা ৰাজনীতিয়ে নতুন প্ৰজন্মক কোন দিশে নিব।। নিতুমনি শইকীয়া দৰে এজন নিৰপেক্ষ সাংবাদিক দীৰ্ঘায়ু হওক
@biki456
@biki456 28 дней назад
Pakistan murdabad
@prabinmallabaruah8845
@prabinmallabaruah8845 24 дня назад
এওলোকে ৰাজনীতিক কিমান "ঘাটিয়া " পৰ্যায়লৈ নিব পাৰে তাৰে প্ৰতিযোগিতা চলিছে । অসমৰ মূখ্যমন্ত্ৰী আজি সমগ্ৰ দেশতে পৰিচিত হৈছে, ভাল লাগিছে । কিন্তু তেও "বিখ্যাত" হৈছে নে "কুখ্যাত" হিচাপে পৰিচিত হৈছে? বাহিৰৰ বাতৰি কাকত, টিভি চেনেলত তেওঁক কি হিচাপে প্ৰক্ষেপ কৰে, সেইয়া দেখিলে সকলো অসমীয়াই লাজ অনুভৱ কৰে।
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs Месяц назад
এইবোৰ কাৰণতেই আমি এইজনক cm accept নকৰোঁ। অসমত হিন্দু কেৱল হিমো আৰু ৰিনিকি, বাকী সকলো অসমীয়া। এই noncense টোৱে কংগ্ৰেছ অ ক কোন মুখেৰে গালি দিয়ে। লৰা ছোৱালীক একো নালাগে যদি সি সম্পত্তিৰ পাহাৰ কোন পুতেক অলৈ বনাইচে। নিউজ লাইভ এদিন employee বিলাকৰ হববুলে, এতিয়া কিয় নহৈ অ,
@BabuBabu-fe2zs
@BabuBabu-fe2zs Месяц назад
যিমান যি হওঁক শেষ ত যে হৈ নিজে মান্তি হৈছে যে নিজৰ ঘৈনিৰ সম্পত্তি ঘটিছে বুলি
@assamesebhaktisongsnstuti8473
@assamesebhaktisongsnstuti8473 Месяц назад
ইমান মিথ্যাচাৰ। ইচ্ ইচ্ । চিঃ ছিঃ।চকু পৰিল university খনত।
@jakirgamingyt7094
@jakirgamingyt7094 Месяц назад
এটা কথা স্পট protidin time বিক্ৰী হোৱা নাই love from ❤❤❤ নলবাৰী
@mumtazali2453
@mumtazali2453 28 дней назад
We have no doubt from the beginning.
@nityamorang2665
@nityamorang2665 27 дней назад
Yess,,
@sakedalisk8837
@sakedalisk8837 Месяц назад
এইজন মূখ্যমন্ৰী নে মূৰ্খমন্ত্ৰী আমাক লাজ লাগে অসমবাসী হিচাপে ৷
@ranaahmed5401
@ranaahmed5401 7 дней назад
Right
@bulbulAxom099
@bulbulAxom099 Месяц назад
আটাইতকৈ মিছলীয়া আৰু দুৰ্নীতগ্ৰস্থ মুখ্যমন্ত্ৰী জন আমি পাইছোঁ। বৰ দুৰ্ভাগ্যজনক
@eklavya5001
@eklavya5001 Месяц назад
এনেকুৱা মূখ্যমন্ত্রী এজন যে আমি পাইছো, মোৰ কিন্তু নিজৰ ওচৰতে লাজ লাগিছে। আপোনালোকৰ লাগিছেনে ?
@daizee4510
@daizee4510 Месяц назад
বাদ দিয়াহে কংগ্ৰেছৰ তেজ হিমন্ত সিৰে সিৰে ৷ এতিয়া অতি BJP দখাই লাভ নাই?
@SwapnaDevi-i5s
@SwapnaDevi-i5s Месяц назад
আমাৰ অসমৰ একমাত্ৰ জেহাদী জন হ'ল মুখ্যমন্ত্ৰী ।
@bijoypathak2236
@bijoypathak2236 Месяц назад
USTM is one of the finest institute of the NORTH EAST... the so called CM being a businessman is afraid of it
@assamesevlog2734
@assamesevlog2734 Месяц назад
মুঠতে হিন্দু মুছলিম নকৰিলে মামাই জিকিব নোৱাৰে.
@MoniranjanBorah
@MoniranjanBorah Месяц назад
জয়ন্ত গোস্বামী তই বেছি কৈছ নি অসমৰ অন্যতম এগৰাকী জেহাদী হ'ল মুখ্যমন্ত্ৰী তেওঁৰ কথা আৰু কৰ্মই পৰিচয়
@user-vc6sq3ek9p
@user-vc6sq3ek9p Месяц назад
মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাত হজম নহয় মুছলিম শব্দটো উচ্চাৰণ কৰিব নোৱাৰিলে... 😂😂😂😂
@foisolahmed9135
@foisolahmed9135 29 дней назад
Hosa koisa
@_i_am_animetuber2902
@_i_am_animetuber2902 29 дней назад
Right
@rambalram2610
@rambalram2610 Месяц назад
আচল লক্ষ বেলেগ বা গছৰ গুৰি কৰবাত...😮😮😮 চল চাই কঠিয়া পাৰিলে....😮😮😮 অসমীয়া লৰা ছোৱালী যদি USTM পঢ়ি বলৈ গৈ থাকে বন্ধ্যা স্কুল খালি হৈয়ে থাকিব....😮😮😮 গতিকে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক ক এটা বেজী দি দিলে বানপানীৰ সুযোগতে যে USTM ত পঢ়িবলৈ আৰু যাব নালাগে....😮😮😮😢😢😅😅
@akashdowari3479
@akashdowari3479 Месяц назад
এনে এজন মুখ্যমন্ত্ৰী পোৱাটো আমাৰ বৰ দুৰ্ভাগ্য
@user-dh9yn8gy7j
@user-dh9yn8gy7j Месяц назад
B j p dalali aru 100% pagol jen lagil
@budheswarnath6516
@budheswarnath6516 Месяц назад
এইটোও আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছিঃ ছিঃ...!!
@naturalvlogs6.5
@naturalvlogs6.5 29 дней назад
Guwahatir banpanir news tol pelaowar karone aibilak kori asee
@naturalvlogs6.5
@naturalvlogs6.5 29 дней назад
Ondho vokto bilakok share kori diyaa video tuuu
@user-rw3pv9dw1j
@user-rw3pv9dw1j Месяц назад
জয়ন্ত গোস্বামী নামৰ মানুহ জনে হিমন্তৰ পৰা কেই টকা হাজিৰা লয় ?যিটো কাৰণত মূখ্যমন্ত্ৰীৰ হৈ আবোল -তাবোল কৈ তুষ্টি কৰণৰ আশ্ৰয় লৈছে ৷হিন্দুৰ হৃদয় সম্ৰাট বুলি কবলৈ লাজ নালাগে শিল সাকোৰ মানুহ খিনি কোন ?
@user-vc6sq3ek9p
@user-vc6sq3ek9p Месяц назад
গণকে চিন্তে ভালক... ব্ৰাহ্মণে চিন্তে কালক.... আমাৰ মূখ্য মন্ত্ৰী ব্ৰাহ্মণ.. গতিকে অসমীয়াৰ কালক হে চিন্তিব...
@MousumiNeog-db4bw
@MousumiNeog-db4bw Месяц назад
Kune hikale aibur.. bapere likha itihah pohili ni
@SahjahanAli-gr5nl
@SahjahanAli-gr5nl Месяц назад
এই মানুহজনৰ মুখত অনবৰতে হিন্দু মুছলমানৰ কথা শুনি হাঁহি উঠে কাৰন এওৰ ঘৈনিয়েকৰ চেনেলৰ মূখ্য মানুহজন মুছলমান । ৰাইজক কিয় অনবৰতে মূৰ্খ বনায় আছে?? এইজনে বিজেপি দলটোক দুবাবলৈ হে বধয় এনেবোৰ মন্তব্য দি আছে নেকি?? কাৰন এনেবোৰ মন্তব্য শুনি যিবোৰ মুছলমানে বিজেপি দলটোক ভোট দি আছিল সেইবোৰে যেন বিভাজিত হয় অন্য দলক ভোট দিয়াটো বিছাৰিছে??? আপুনী অনবৰতে হিন্দু মছলমান কৰি থকাত কৈ অসম বিধানসভাত আপোনাৰ দলৰ পৰা পাৰিলে মুছলমান বিধায়ক জয় কৰি মুছলমানৰ মন জয় কৰক। ব্ৰহ্মপুত্ৰ থাকোতে আজিলৈ কিয় পানী ওলায় যোৱা ব্যৱস্থা কৰিব পৰা নাই???সেইবোৰত মনোযোগ দিয়ক গুৱাটীৰ মানুহে ক'ত খোৱা পানী পোৱা নাই সেইবোৰত মনোযোগ দিয়ক ??? ন'হলে গৌৰৱ গগৈয়ে কোৱাৰ দৰে মটা মাছ মাইকী মাছৰ নিচিনা হ'ৱ আপোনাৰ মন্ত্ৰীৰ কলা পানী ৰঙা পানী বুলি !!!
@pankajkonwar2211
@pankajkonwar2211 Месяц назад
হিমন্ত বিশ্ব এজন মিচলীয়া মেচিন হয়।
@assamesebhaktisongsnstuti8473
@assamesebhaktisongsnstuti8473 Месяц назад
বাঃ বাঃ হিন্দুৰ হৃদয় সম্ৰাট, গুজৰাটৰ পানীৰ pipe দি মুচলমানৰ তেজ বয়।
@nayankumarpawe2671
@nayankumarpawe2671 Месяц назад
হিন্দুৰ হৃদয় সম্ৰাট বোলে শুনি লাজ লাগিল।
@SyedaEllinNaharSyeda
@SyedaEllinNaharSyeda Месяц назад
কি যে মুখ্যমন্ত্ৰী আৰু অ''''''''।কেতিয়ানো কাৰ্য্য কাল শেষ হ'ব?বৰ তিতা পাইছোঁ ।
@prabinmallabaruah8845
@prabinmallabaruah8845 Месяц назад
মূখ্যমন্ত্ৰীয়ে সকলো কামেই কৰিছে, কিন্তু সময়ত কোনো কাম কৰা নাই বুলি কয়। যেনে--USTM ত এবাৰ ফিটা কাতি ভাষণো দিছে। আজি কিন্তু স্বীকাৰ কৰা নাই।
@mrinmoykalita3811
@mrinmoykalita3811 Месяц назад
জয়ন্ত শিয়াল টোৱে কি বকি আছে???? ইয়াক বন্দা স্কুলত চকিদাৰৰ চাকৰি দিয়াব লাগে।।
@BirenendraNathBarman-uk8bu
@BirenendraNathBarman-uk8bu Месяц назад
CM য়ে বহুত মিছা কথা কয়।
@BirenendraNathBarman-uk8bu
@BirenendraNathBarman-uk8bu Месяц назад
জয়ন্ত গোস্বামী, গোস্বামী comunity ৰ বাবে কুলাঙ্গাৰ।
@7gc970
@7gc970 Месяц назад
বামুনে দান বৰঙণিৰ খোৱাৰ অভ্যাস এৰিব নোৱাৰে । বামুণ যেতিয়া ৰজাৰ হব সকলো ধনসম্পতি মালিক হব বিছাৰে । মুছলমানৰ তলত থাকিব যি হিন্দুৰে বিছাৰে সেই হিন্দুৰ কাৰণে মিঞাৰ মোছলীম সকলে সুবিধাৰ পাইছে ।
@MousumiNeog-db4bw
@MousumiNeog-db4bw Месяц назад
O maror heikhon r pora ulai oha pisot heibure hikili
@rinimahoque6912
@rinimahoque6912 Месяц назад
যিমান পাৰে সাম্প্ৰদায়িক কৰিব পাৰে 26লৈ শূভ😂😂😂😂
@abdulkhalequemondal9591
@abdulkhalequemondal9591 Месяц назад
Eman hingha manuhor thake ne ?akhon Educational institution o Hari nogol.
@tayyeburrahman7362
@tayyeburrahman7362 Месяц назад
পৰিয়াল জেহাদ ২০০১ ৰ পৰা কৰি আছে নেকি?
@rambalram2610
@rambalram2610 Месяц назад
তেজ পুৰৰ বালি পাৰাত সম্পূৰ্ণ দাদা ব্ৰিগেড এ মিলি যুলি একে লগে মাটি কিনিচে... সেই খনিতে এজন বহু কোটি টকীয়া ঠিকাদাৰৰ এটা factory আছে...!!! স্থানীয় মানুহক সুধিলেই সকলো তথ্য পাব...😮😮😮😮
@babitahazarika6300
@babitahazarika6300 Месяц назад
মুখ্য মন্ত্ৰী নে মূৰ্খ মন্ত্ৰী চিন্তাৰ বিষয়
@InjamamulHussain-wl3ub
@InjamamulHussain-wl3ub Месяц назад
News tu sai laj lagise
@BirenendraNathBarman-uk8bu
@BirenendraNathBarman-uk8bu Месяц назад
CM sir আপোনাৰ eman মাটি কিয় ?
@Rockybhai-up6eo
@Rockybhai-up6eo Месяц назад
Good job pratidin
@kousaldutta5288
@kousaldutta5288 Месяц назад
I love protidin
@azaharulislam5238
@azaharulislam5238 Месяц назад
দূৰ্ভাগ্য
@minecraftgamerz4657
@minecraftgamerz4657 Месяц назад
বামুনে দান দিব নোৱাৰে l বাবুনক লাগে
@babitahazarika6300
@babitahazarika6300 Месяц назад
Aami enekuwa mukhyo montri r অধীনত আছো , ভাবিয়ে লাজ লাগিছে। এইয়া আমাৰ মুখ্য মন্ত্ৰী?????
@dhirendranathchoudhury86
@dhirendranathchoudhury86 27 дней назад
মূখ্যমন্ত্ৰীয়ে নাপাহৰে, পাহৰাৰ অভিনয় কৰিছে॥ এনেকুৱা নিৰ্লজ্জ, মতলবী আৰু চুড়ান্ত মিছলীয়া মূখ্যমন্ত্ৰী অসমতে নহয় ভাৰতৰ কোনো ৰাজ্যতে নাছিল আৰু নাই॥
@ranjitgowsami7891
@ranjitgowsami7891 26 дней назад
মূখ্যমন্ত্ৰী জনৰ কথা বোৰ হজম নোহোৱা হল, জাতি মাটি ভেটিৰ নামত ৰিনিকি ভূঞা ৰ সম্পতিৰ পাহাৰ বনালে, কিমান বেঙেনা দিব জাতি তোক আৰু
@jintuassam2535
@jintuassam2535 Месяц назад
এই জন 420 CM অসমৰ
@bakulsikder1768
@bakulsikder1768 Месяц назад
কি লেভেলত সিংসা কৰা হয় মুছলমানক ভাৱি ছাওক এবাৰ এটো বোলে Flate জিহাদ ।
@nayankumarpawe2671
@nayankumarpawe2671 Месяц назад
@@bakulsikder1768 flate নহয় flood হব লাগিছিলে।
@kousaldutta5288
@kousaldutta5288 Месяц назад
News live ....kuneo nasay 😅
@user-gd1rf3vb4v
@user-gd1rf3vb4v 24 дня назад
অখিল গগৈৰ দাঙৰিয়া আপুনিহে পাৰিব
@mukibulhussain2622
@mukibulhussain2622 27 дней назад
নিতুমণি দা বহুত ধুনীয়া অনুষ্ঠান পাতিলে ভাল লাগিল ছবিয়ে কেতিয়াও মিছা কথা নকয ইমান মিছা কিয় কব লাগে
@user-nt2ph2fj4b
@user-nt2ph2fj4b Месяц назад
Ustm opening ceremony teu ai asil 😂😂
@user-hy9gv3ob2r
@user-hy9gv3ob2r Месяц назад
এই পোকটো থকালৈকে অসমত শান্তি নহয়।সৎ সাহ আছে যদি পত্নীৰ সম্পতিৰ ওপৰত কৰা উইল ৰাজহুৱা কৰক।
@taradoi7957
@taradoi7957 Месяц назад
আপুনি কেৱল হিন্দু বুলি কিয় কৈ থাকে ।কোনে দায়িত্ব দিছে । বাঃবাঃ আজিহে গম পাইছো সম্পতিবোৰ ৰাইজক দিব বুলি । তুলনামূলক ভাৱে কংগ্ৰেছ বহুত ভাল ।বিজেপিয়েহে প্ৰকৃততে অসমীয়া ক শেষ কৰিলে ই চিৰ সত্য কথা ।
@rarelybeast
@rarelybeast Месяц назад
Ploy to cover up the failure. Trying to divert the discussions on flood to Hindus -Muslim issues
@JK_63
@JK_63 23 дня назад
শিক্ষা লৈ ৰাজনীতি কৰা শাসকসকলৰ ভৱিষ্যত ভাল যোৱা নাই। মামা ছাত্ৰ শওি বহুত কিন্তূ।😂
@parthamahanta9151
@parthamahanta9151 Месяц назад
Dudh ka dudh.. Paani ka paani😅😅😅
@naturalvlogs6.5
@naturalvlogs6.5 29 дней назад
Pratidin time zindabad anekoi xosa news dekhuyai jaabo...kako voi nokoribo
@mosudurrahman907
@mosudurrahman907 Месяц назад
USTM bektigoto malikana dhin.tar architecture kenekua hobo xeitu USTM r malikor nija kotha.Himanta Bishwa Sarma k xudhi USTM r malike kaam nokore nohoi.
@Moha123914
@Moha123914 27 дней назад
I m from Mankachar n I hv never seen here Hindu muslim conflicts in my life n I m 50years.
@user-st2tt1wv8w
@user-st2tt1wv8w 27 дней назад
মূখ্যমন্ত্ৰী মহোদয় আপুনি এবাৰ ভাৱকচোন বাৰু আপুনি কিমান ঈৰ্শাপৰায়ণ ।মানুহৰ উন্নতি সহ্য কৰিব নোৱাৰে ।অকল আপোনাৰ পাহৰ সম সম্পতি লাগে ।আপোনাৰ হতুৱাই ৰাজ্যৰ কি উন্নতি হব এইটো সকলোৱেই বুজি পায় ।
@Podumi-fw9du
@Podumi-fw9du Месяц назад
Besi. Hoise
@its__me-
@its__me- Месяц назад
news liv amak nalage 😂
@biki456
@biki456 28 дней назад
Mama tumi jui....nxt aru 20 bosor CM hoi thk....
@ruhitdihingia8210
@ruhitdihingia8210 29 дней назад
জয়ন্ত গোস্বামী, যিমান পাৰে মৰণ- পন বল দিয়ক যাতে ক্ষমতাৰে আৰু অধিক "-------"এজনে জেচিপিৰে চপাই গ্ৰাহ কৰিব পাৰে।
@Sandhan_
@Sandhan_ Месяц назад
সুন্দৰ।
@user-rw3pv9dw1j
@user-rw3pv9dw1j Месяц назад
বাৰে বাৰে খুটি পুটি উযুটি খোৱা আৰু ইমান সম্পতি খকোৱা দূৰ্নীতি পৰায়ণ মূৰ্খমন্ত্ৰী কতো দেখা নাই ৷
@user-gd1rf3vb4v
@user-gd1rf3vb4v 24 дня назад
মূৰ্খ মন্ত্ৰী পগলা হল ফাতেকত ৰাখিব লাগে
@Moha123914
@Moha123914 27 дней назад
Without any muslim angle neither BJP nor Heemanto can do any politics. Impossible!
@AbudulaAli
@AbudulaAli 23 дня назад
ৰিনিকি ভূঞা শৰ্মা ভাগ্য গুণে অসমৰ মহান সম্পত্তি ।
@ekramhussainmir3903
@ekramhussainmir3903 29 дней назад
Our CM our future Our dream our reality Our past ,our present , ki koi ??
@PrabirChandraDeka-nh4qo
@PrabirChandraDeka-nh4qo Месяц назад
Jumla psrty
@kushalkalita7921
@kushalkalita7921 Месяц назад
যত aims খন থাপন হৈছে সেইৱাও গ্ৰীণ লাণ্ড area hoi raij pahrile neki ,kia ৰহাৰ পৰা নিলে,তাত কাৰ লাভ হল
@subhashsut2215
@subhashsut2215 21 день назад
জয়ন্ত গোস্বামী এজন‌ অহঙকাৰী এই জন মানুহক নজৰ ৰখা উচিত ।
@subhashsut2215
@subhashsut2215 21 день назад
শিক্ষাটো নহ'লে মন্দিৰ ডালে কি কৰিব । ভগৱান আমাৰ অন্তৰত আছে মন্দিৰত ডকাইট থাকে ।
@gogoisheela9289
@gogoisheela9289 Месяц назад
Ki hobo goi ase.mojja he
@raajkhongi8643
@raajkhongi8643 20 дней назад
Jail jowar voit pagla hoise CM .
@mrinalmedhi8346
@mrinalmedhi8346 Месяц назад
হিমন্ত বিশ্ব শৰ্মাই এনে দৰে সৰ্বসাধাৰণ ৰাইজক মিছা কথা কৈ এনেদৰে পতিয়ন নিয়ায় তেখেতেই যেন সঁচা কথা কয়। আপুনি 5000 হাজাৰ কৈছে মই হ'লে 10,000 মানুহ বহিব পৰা হ'ল বনালোহেতেন।
@user-zr1kz5mv6t
@user-zr1kz5mv6t Месяц назад
ব্যক্তিগত অনুষ্ঠানলৈ মন্ত্ৰী,ৰাষ্ট্ৰপতি জনসাধাৰণৰ কৰৰ টকা খৰচ কৰি? জনসাধাৰণৰ কাঠগড়াত অপৰাধী।
@ruhitdihingia8210
@ruhitdihingia8210 29 дней назад
উল্লেখিত জেড টো আজি তাৰিখত সম্ভৱতঃ ডাঙৰ দীঘল হৈ অধিক শক্তিশালী হল বুলি কব নোৱাৰি জানো ???
@dipakkalita7034
@dipakkalita7034 Месяц назад
বলিয়া মানুহৰ কথা কনে শুনে ।
@tuleswardeogharia9192
@tuleswardeogharia9192 27 дней назад
কংগ্ৰেছ দলক দূখ দি থকা মুখ্যমন্ত্ৰী জন একালত কংগ্ৰেছ কৰি থকা অৱস্থাত কি কৰি আছিল । তেতিয়া কম্ভকৰ্ণ দৰে নিন্দাত আছিল নেকি ?
@kashyapsaurav6931
@kashyapsaurav6931 29 дней назад
Ekdom sir thik koise
@ekramhussainmir3903
@ekramhussainmir3903 29 дней назад
Teekai koise surrender koribo CM sir highly inttellectual bahut kota val koi chinta koribo pare. Kio ami tat goi surrender korim ? Hoi ne ?
@user-jv4qh8xs2m
@user-jv4qh8xs2m 29 дней назад
Sabaas president Bhupen Bora and Akil Gogoi
@prasurjyagogoi2775
@prasurjyagogoi2775 Месяц назад
Dada apunar Piyush ye jagiroad r pahar Kati tohilong kori ase , ebar khobor lobosun.
@Unscripted.sk2
@Unscripted.sk2 Месяц назад
We need ground report from our BORDERS..
@sowailahmed6540
@sowailahmed6540 Месяц назад
জয় আই অসম ❤
@anamrasul6392
@anamrasul6392 Месяц назад
H BS has a problem with Super 40 now with USTM.
@Himanta441
@Himanta441 Месяц назад
চেলফি উঠিবি ঘৰলৈ আহিলে ... কমেণ্ট কৰা মূৰ্খ বোৰে ।। 😂😂
@ilakshidekabordoloi4510
@ilakshidekabordoloi4510 24 дня назад
নিতুমনি দেৱক নিৰপেক্ষ সাংবাদিক হিচাপ কৰিবলৈ সংবাদ মাধ্যমত তেওঁৰ নিৰপেক্ষ স্হিতিয়েহে প্ৰমাণ কৰিব। অসমৰ ভৱিষ্যতৰ বাবে হিমন্ত এন্ড কম্পেনী বিষয়ে সৰৱ হোৱা উচিত ৷🙏
@ekramhussainmir3903
@ekramhussainmir3903 29 дней назад
O education will be finished ,if such Auditorium exist
@S.M.8439
@S.M.8439 28 дней назад
আপোন ভালে জগত ভাল।
@BirenendraNathBarman-uk8bu
@BirenendraNathBarman-uk8bu Месяц назад
Nitumoni শইকীয়া দা Talks লৈ eijonk kio mate?
@ekramhussainmir3903
@ekramhussainmir3903 29 дней назад
Auditorium t ketao najabo ,plz Surrender hoi jabo
@ALAKESHHALOI-cm9mh
@ALAKESHHALOI-cm9mh 29 дней назад
Amitabh da thank you for your speech .
@KhalilurRahman-dd6oc
@KhalilurRahman-dd6oc 27 дней назад
সেই খনক কিয় আক্ৰমণ কৰিবলৈ কোন্থা বুধ কৰা নাই। সেই খন যে এজন মুছলমানৰ সেই কাৰণে
@wzaman9671
@wzaman9671 Месяц назад
ustm ৰিনিকি ভুঞা ক গতাই দি দিম চিন্তা নকৰিব
@uttamthapa9214
@uttamthapa9214 27 дней назад
❤❤❤❤mama❤❤❤❤
@nayankumarpawe2671
@nayankumarpawe2671 Месяц назад
নিতুমনি দাই ভাল দিছে জয়ন্ত গোস্বামী নামৰ বামুনটোক।
@Moha123914
@Moha123914 27 дней назад
This leader is not at all fit for Democracy n a secular nation like India.
@jayantadutta1024
@jayantadutta1024 Месяц назад
Ei jayanta goswami bula tu pokor seleka buli gom pai
@KhalilurRahman-dd6oc
@KhalilurRahman-dd6oc 27 дней назад
তাতকৈ বেলেগ ধৰণৰ মানুহ বুলি স্বীকৃতি দিব পাৰি। মই যদি ডাঙৰ মানুহ হলোহেতেন এখন ফুল নথকা গামুচা দিলো হেতেন
Далее
Introducing iPhone 16 | Apple
02:00
Просмотров 4,9 млн