Тёмный

আঁতৰি দিওক, ডাঙৰীয়া আহিছে - How this types superstition created Explained - Dimpu Baruah 

Dimpu Baruah
Подписаться 2 млн
Просмотров 369 тыс.
50% 1

#dimpubaruah #superstition #assamesevideo

Опубликовано:

 

19 май 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,6 тыс.   
@user-uq1eo1kt9b
@user-uq1eo1kt9b Месяц назад
সুপ্ৰভাত অসমবাসী, ৰাতিপুৱা ই আমি গা ধুই ভগৱান নামৰ এটা অদৃশ্য শক্তি ৰ নামত ধূপ চাকি জ্বলাই দিনটোৰ শুভাৰম্ভ কৰোঁ। ভাল লাগে মনটো, পবিত্ৰ ভাৱ আহে এনে লাগে যেন এটা শক্তি পাইছোঁ। এয়াই হৈছে এক ঐশ্বৰিক শক্তি ৰ প্ৰভাৱ। আধ্যাত্মিকতা আমাক লাগে।যি মানুহে ভগৱান আছে বা পাপ কৰিলে ভগৱানে আমাক শাস্তি দিব বুলি মনট আস্থা ৰাখিলে কেতিয়াও বিপথে পৰিচালিত নহয়। কিন্তু ভগৱানৰ নামত অন্ধবিশ্বাস কেতিয়াও প্ৰচাৰ চলাবলৈ চেষ্টা কৰা উচিত নহয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ৰ উন্নয়নৰ যুগত ও বিজ্ঞানেও ভগৱানৰ অস্তিত্ব নুই কৰিব নোৱাৰে। ইয়াৰ উদাহৰণ চন্দ্ৰযান নিক্ষেপণৰ আগ মূহুৰ্তত বৈজ্ঞানিক সকলেও ভগৱানক পূজা অৰ্চনা কৰিছিল। চিকিৎসা বিজ্ঞানৰ লোকেও ৰোগীৰ ক্ষেত্ৰত কয় সকলো ভগৱানৰ ওপৰত। কিন্তু আজিকালি ভগৱানৰ নামত বেপাৰ হৈছে।যি মানুহে এজন দুখীয়া মানুহক এক টকা দিবলৈ বেয়া পায় এসাঁজ ভোকাতুৰ লোকৰ বাবে দান দিবলৈ টান পায় তেনে লোকে ভগৱানৰ নামত কোটি টকা দান কৰে, লিটাৰ লিটাৰ গাখীৰ ভগৱানক দিব পাৰে কিন্তু দুখীয়া লোকৰ সন্তান ক এক লিটাৰ গাখীৰ ৰ দামৰ এখন কিতাপ দিবলৈ টান পায়।ভগৱানৰ নামত নিৰপৰাধী জীৱ জন্তুৰ বলি দিয়ে। এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস ৰ বলি হৈ কামাখ্যা দেৱীৰ আগত নৰ বলি দিয়া ও শুনিবলৈ পাইছিলো।মনট ৰাখিব এজন ভোকাতুৰ ক এসাঁজ পেট ভৰাই খুৱালে ও তেওঁ যি আনন্দ পাব তাতেই ভগৱান সন্তোষ্ট হ'ব। মানুহ গৈ চন্দ্ৰ পালেগৈ কিন্তু আমি এতিয়াও এলান্ধু কলীয়া যুগতেই আছোঁ।আহক মনটো সলনি কৰোঁ। সামৰ্থ অনুযায়ী অসহায়ৰ বাবে এখন হাত আগবঢ়ায় দিয়ক ভগৱানক তাতেই পাব।মা দেউতা ৰ মাজত ও ভগৱান পাৱ তেওঁলোকৰ সেৱা কৰক। কৃষ্ণ প্ৰভু সকলোকে সুখী ৰাখক🙏(মণিমালা কলিতা, যোৰহাট)
@nijoradevi5070
@nijoradevi5070 Месяц назад
Bhogawan k Gakhir kio deye tar karono to janene Pise? Bhogawa k xeya korile a nohobo Teor mohatta bilak o bujibo Lagibo Bhogawan r nam t kiba ata korile a.... aji kali kisuman r gat jola lage, bhogawan k jodi bisakh kora, xamartha anuxare poisa khoros o koribo lagibo Ajuktir kotha nokabo
@Madhujya_dehingia_01
@Madhujya_dehingia_01 Месяц назад
@madhukrishnagogoi4070
@madhukrishnagogoi4070 Месяц назад
একদম অন্তৰৰ কথা কলে আপুনি।বহুত ভাল লাগিলে পঢ়ি।মইও আপোনাৰ দৰে অকল ভগৱান নামৰ অদৃশ্য শক্তিক হে বিশ্বাস কৰো।সকলোৱে এনেদৰে ভাৱিলে অসম খনৰ বহুত উন্নতি হব❤
@user-uq1eo1kt9b
@user-uq1eo1kt9b Месяц назад
নিজৰা দেৱী , আপুনি মোক পূজা অৰ্চনা ৰ বিষয়ে জ্ঞান দিব নালাগে। সৰুৰে পৰাই এটা আধ্যাত্মিক পৰিয়ালত জন্ম হৈছোঁ যত বাৰ মাহে ভাগৱত,গীতা , কীৰ্তন পাঠ হৈ থাকে। কিন্তু শিক্ষক দেউতাই আমাক অন্ধবিশ্বাস কৰিবলৈ শিকোৱা নাই। আৰু গাখীৰ কিয় ভগৱান ক দিব লাগে জানো কিন্তু লিটাৰ লিটাৰ দিব লাগে বুলি কতো উল্লেখ নাই। আপুনি এপোৱা গাখীৰ দুখীয়া এজন লোকক দি পাইছে নে?
@user-uq1eo1kt9b
@user-uq1eo1kt9b Месяц назад
মধু কৃষ্ণ গগৈ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আপোনাৰ নিজৰ মনটো ভাল হলেই সকলোৱেই ভাল দেখিব। মানুহৰ দৃষ্টিকোণ ই আচল কথা।
@Crazy.Bhupal
@Crazy.Bhupal Месяц назад
শিক্ষাৰ অভাৱ দাদা 👍
@AXOMxSHADoOW
@AXOMxSHADoOW Месяц назад
Brain r problem
@currentsmart
@currentsmart Месяц назад
নহয় জ্ঞানৰ অভাৱ শিক্ষা থাকিলেও জ্ঞান সকলোৰে নাথাকে
@Crazy.Bhupal
@Crazy.Bhupal Месяц назад
@@currentsmart aituwo hoi kotha tu 👍
@mridulpathak1947
@mridulpathak1947 Месяц назад
Share subscribe please
@creature3D-wb3qr
@creature3D-wb3qr Месяц назад
মোৰ মা দেউতাই facebook টো বাদেই screen touch mobile এ চলাব নাজানে।কিবাকৈ switch টিপা মোবাইল এটা চলাই আছে। আগতে অলপ লাজ পাইছিলো, কিন্তু এতিয়া ভাৱিছো,ভালেই হৈছে অন্তত অলপ শান্তিত আছে।কিবা important news থাকিলে মই নিজে দেখাও ।তেওলোকে এতিয়াও ৭ বজাৰ লগে লগে tv ৰ সন্মুখত বহি news চাই।ভাল লাগে ইমান সহজ সৰল হৈ আছে
@bobyborah28
@bobyborah28 Месяц назад
জ্ঞানৰ অভাৱ। আমাৰ অসমীয়া মানুহ বোৰৰ মাজতহে এনেবোৰ কাণ্ড বেছি কৈ হয়। ক'ৰবাত কিবা এটা দেখিবহে লাগে... নিজৰ বিচাৰ বিবেচনা নাই। সেই কাৰণেই ....
@dhanjitrabha2248
@dhanjitrabha2248 Месяц назад
ক'ব বেয়া লাগে, ক'ব নাপায় যোৱা কিছুদিন আগত ড° বীৰুৱালা ৰাভাৰ মৃত্যু হৈছে আজি পৰ্যন্ত তেওঁকো আমাৰ সমাজত আমাৰ ফেমেলিৰ মানুহে কয় যে তেওঁ হেনো ডাইনী আৰু তেওঁ সেইবাবে ইয়ান ডাঙৰ মানুহ হৈছে যে মেডিয়াৰ আগত তেওঁ হেনো মূৰ পাৰি দেখুৱাইছে..... এইবোৰ সকলো মিছা আপোনালোকেও এইবোৰ অন্ধবিশ্বাসত নপৰে যেন 🙏....Thank you dimpu da আপুনি এইবোৰৰ ওপৰত মাত-মাতি যোৱাৰ বাবে।
@brenton6150
@brenton6150 Месяц назад
Hoi a
@sunitchangmai9718
@sunitchangmai9718 Месяц назад
শেষলৈ ফেচবুক'ৰ বিষয়ে যি মন্তব্য দিছে, সেয়া কিন্তু সঁচাকৈয়ে বৰ্তমান হৈ আছে। বাকী সকলোবিলাক কথা মন্তব্য প্ৰকাশিত কৰাৰ বাবে ভাল লাগিল।।
@its_ariyan_ashraf
@its_ariyan_ashraf Месяц назад
বহুত‌ দিনৰ পৰা এনেকুৱা অৰ্থাৎ এই Topics ওপৰত এটা Vdo বিচাৰি আছিলো আজি DIMPU দাৰ পৰা পালোঁ Thnk Uhh DIMPU দা ❤️🙏
@its_ariyan_ashraf
@its_ariyan_ashraf Месяц назад
@Robiiin_chan__Aree Kehna Kya Chahate Ho 😂
@dipurabha778
@dipurabha778 Месяц назад
Fecebook to bohot beya hoise aji kali dinor manuh bur karone kunu bujib nuhuje aji dinot atu vool. Tq Dimpu👍 Good massage for people's
@palbaruah7672
@palbaruah7672 Месяц назад
দিম্পো দা আহিছে আঁতৰি দিয়ক ❤❤❤
@oeote2311
@oeote2311 Месяц назад
😂😂😂😂😂
@nipunkalita84
@nipunkalita84 Месяц назад
😂
@majiqulislam2534
@majiqulislam2534 Месяц назад
😃
@djtiger494
@djtiger494 Месяц назад
😅
@dipakmalakar1183
@dipakmalakar1183 Месяц назад
😂😂😂😂
@Palash_art
@Palash_art Месяц назад
First comment love from sivasagar ❤❤
@Arun_wie
@Arun_wie Месяц назад
আঁতৰি দিয়ক আঁতৰি দিয়ক 😅 ধেমাজিৰ পৰা দিম্পু দাৰ ভিডিঅৰ জ্ঞান লব আহিছো😊
@nirbikalpa5
@nirbikalpa5 Месяц назад
Bahut val content ata upohar dila dei...Bahut proyujon hoi asil ajir xomajor babe... Thank you vai... 💕👌🏻🙏🏻
@thisisplegoleen7625
@thisisplegoleen7625 Месяц назад
Ki next level video Quality bhai ❤🔥🔥🔥🔥
@gohainassamvlog2453
@gohainassamvlog2453 Месяц назад
উদাহৰণ টো অতি সুন্দৰ লাগিল ❤
@JustOffBeat
@JustOffBeat Месяц назад
One of the best Video of Assamese RU-vid. Lots of respect for you Bro...❤
@dasrituraj44
@dasrituraj44 Месяц назад
Val lagise dimpu da 👍🏻... Enke jate experimental aru knowledgeable videos ani thake...Xeiye aa aaxa thakil 👍🏻
@1nja__
@1nja__ Месяц назад
Momin Ali bee like > mor ghora ronga kori disi 😂😂
@jayabaruah1801
@jayabaruah1801 Месяц назад
😂
@rituparnabhardwaj760
@rituparnabhardwaj760 Месяц назад
☺️
@apnamanuh
@apnamanuh Месяц назад
So true about mensuration cycle.... Well explained dimpu daa.......ARU...Hosakoi facebook tu eta virus hoi... Kuna bujabo kua... Kiba kola older generationr emotions ulai ahe..... Jitu kunu kribo nuare apuni kri dekhuale.... Proud of you
@koushikbez2370
@koushikbez2370 Месяц назад
Best ever topic on RU-vid 👍keep doing like this
@kutandey4444
@kutandey4444 Месяц назад
এনেকুয়া অন্ধবিশ্বাস ও কাৰণে ভাল দুটা লোৰা আমাৰ মাজাৰ পড়া হেৰাই গোল। ❤️ নিৰূপল & অভিজিৎ🙏 please এ অন্ধ বিশ্বাস ও পৰা আমাৰ অসম খন বসাক। please 🙏
@surajitvlogs22
@surajitvlogs22 Месяц назад
ডাঙৰৰীয়া আহিছে আঁতৰি দিয়ক। আতঁৰি দিক। Zubeen da 🔥❤️
@luitsk493
@luitsk493 Месяц назад
Mur karone eijon manuh he ডাঙৰীয়া, জয় জুবিন দা ❤
@kironsonar9077
@kironsonar9077 Месяц назад
Dimpu da ..appur video pora murr life tu change hoi Asse ..appuni kuwa katha sop ..moi follow koru .. thankyou dimpu da ❤lost of love ❤
@bhaskarjyotidas4035
@bhaskarjyotidas4035 Месяц назад
Dhuniya video ❤Thank you Dimpu da
@_kalpana.14
@_kalpana.14 Месяц назад
Thank you Dimpu da❤ vdotut mur monor kotha khini koi dile....😌 Love from Golaghat🫶🏻
@JENILIYAVLOGS123
@JENILIYAVLOGS123 Месяц назад
Dhunia concept, nice briefing. Good luck Dimpu...
@mising790
@mising790 Месяц назад
দিম্পু দা গহপুৰত অসমীয়া মানুহে আই উঠিছে বুলি আমাৰ মিচিং ঘৰ , আমাৰ মিচিং সংস্কৃতিৰ আপং(মদ) সকলো ভাগি পেলালে আৰু ২ লাখ টকা চুৰি লৈ গ'ল actually সিহঁতে আইৰ নামত অভিনয় কৰি চুৰ কৰিবলৈহে আহিছিলে আৰু মদ বনাই বুলি মদ চদ চব পেলালে। সেই ঠাইত অকল এটা ঘৰে মিছিং মানুহ আছিল। জীয়েকৰ বিয়া আছে বুলি আপং মদটো বনাইছিল 😢😢
@hritamkashyap
@hritamkashyap Месяц назад
দাদা মিচিংসকলো অসমীয়াই হয় আৰু আপুনি বুজি পাইছেই চোন সিহঁতৰ নিজস্ব স্বাৰ্থ আছিল আপুনি আইনৰ সহায় লওক
@mising790
@mising790 Месяц назад
@@hritamkashyap মিছিং মানুহ বুলিহে কৰিছে। আমাৰ মিচিং মানুহ হোৱা হলহেতেন ঘৰ বাৰী ভাগিব আৰু মদ পেলাব নিদিলে হেঁতেন। তুমি ভিডিঅ'টো চোৱা হ'লে গম পালে হেঁতেন।
@hritamkashyap
@hritamkashyap Месяц назад
দিয়ক চোন
@hritamkashyap
@hritamkashyap Месяц назад
আৰু আপুনি আইনৰ সহায় লওক
@mtakb-ln4hz
@mtakb-ln4hz Месяц назад
Enekua video society karone bahut helpful 👏👏
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu Месяц назад
আঁতৰি দিয়ক আঁতৰি দিয়ক ডাঙৰীয়া আহিছে ।। কিছু সময়ৰ পিছত : মোৰ নাম মমেন আলি , মোৰ ঘোঁৰা আছিল বগা , পূজা পাত কৰি বনালে ৰঙা , লগতে ভাগিলে মোৰ ঘোঁৰাৰ হিয়া , মোক ঘোঁৰা টো ওভোটাই দিয়া ।। এইয়াই হয় যেতিয়া শিক্ষাক কৰে উপলুঙা ।।
@btwitsofiq29
@btwitsofiq29 Месяц назад
Love from Lakhimpur ❤
@sabitadas9591
@sabitadas9591 Месяц назад
Thank you dimpu da ai video to bonoar karone❤
@realkhanjanchoudhury1776
@realkhanjanchoudhury1776 Месяц назад
Borhiya dimpu dada , editing & visualisation & quality videor bohut improve hoise ...aro discussion topic bilako ...bhal ...keep it up .❤❤
@nilimpg7977
@nilimpg7977 Месяц назад
Love from Lakhimpur 🎉
@rakhibee
@rakhibee Месяц назад
Much much needed dimpu daa...sob scientific reason moi aru keitamn example koi diu- 1- amak rati nails katibo nidiye because amar vulote andhar t ami nijoke kati lobo paru😊 2- amak rati ghor xaribo nidiye because rati jharu marute kisumn moiloban bostu xara jabo pare andhar t 3- aru mc hole tin din t amak gaa mur kio dhubo diye karon mensuration hole suali burur body temperature high hoi thake heikarone body temperature down koribole gaa mur bhobo diya hoi heikarone sua hua time t moo besikoi kamure because moo bur gaa r temperature gorom thoka manuh lokok he besi kamure .. Aru bohuto reason ase kisumn scientific besibhag a scientific...kismn aru ane jar aku meaning ni hei bur etiyau mani sole..smart houk olp aru nijor life aru anor life u horol korok... thank you 😊
@raktimasarma4992
@raktimasarma4992 Месяц назад
Nice example ❤❤❤
@Subhanhazarika-hp7qc
@Subhanhazarika-hp7qc Месяц назад
Vall lagil dimpu da video tu sai thank you dada moi gohpur or pora sai asu❣️
@lina_2417
@lina_2417 Месяц назад
Mur mind r katha khini koi dila Tumi , Vaal lagil Sai✨
@youngstersteam2972
@youngstersteam2972 Месяц назад
Dimpu Da You Are Brilliant Student And Teacher ❤ thank you so much
@nafizkarim8601
@nafizkarim8601 Месяц назад
Love you dimpu da ❤❤❤❤
@shivaji2.096
@shivaji2.096 Месяц назад
Thumbnail moja disa kintu 🔥😂😂
@Lyricsmaker2k23
@Lyricsmaker2k23 Месяц назад
Dada video 2 Sai bhut besi a Val lagil bhut ktha xikibo parilo 😊
@RajPayeng-tk8ym
@RajPayeng-tk8ym Месяц назад
সঁচা কথা দিমপু দাহ আপোনাৰ কথা কোৱা বিলাক জয় দিমপু দাহ
@RISHI_EDITZ-0
@RISHI_EDITZ-0 Месяц назад
দিম্পু দাহ নে দিম্পু দা 😂
@RajPayeng-tk8ym
@RajPayeng-tk8ym Месяц назад
@@RISHI_EDITZ-0 দাহ
@rajeshvlogs43
@rajeshvlogs43 Месяц назад
ভাই , বানান বিলাক অলপ শুদ্ধকৈ লিখিবলৈ যত্ন কৰা
@S.R.Rongpi
@S.R.Rongpi Месяц назад
Love from Karbi anglong ❤❤❤
@DebasishKalita-ht8mo
@DebasishKalita-ht8mo Месяц назад
Bohut vl kotha eta koisa dimpu da eitu video mur Friends bork share korisu j soba buji pai main kotha to Ki hoi asa 👍🏻
@bhanitadevi7178
@bhanitadevi7178 Месяц назад
Thank you Dimpu, very informative video.
@NIZAM648
@NIZAM648 Месяц назад
আঁতৰি দিয়ক: dimpu দাৰ video আহিছে🎉😂
@shunainadeka7264
@shunainadeka7264 Месяц назад
Bidio nohoi a vii video
@TridipKalitaFF
@TridipKalitaFF Месяц назад
😂😂😂😂😂😂​@@shunainadeka7264
@Ajim_aslam
@Ajim_aslam Месяц назад
আতঁৰি দিয়ক ডাঙৰীয়া আহিছে, হা মোৰ নাম মমিন আলী সিহঁতে মোৰ বগা ঘোৰা দুটা পূজা পাত কৰি ৰঙা কৰি দিছে😅😅। মানুহ গৈ চন্দ্ৰ পালে গে আৰু আমাৰ কিছুমান আতঁৰি দিয়ক ডাঙৰীয়া আহিছে।
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu Месяц назад
😂😂😂
@user-xj8vk4rq8p
@user-xj8vk4rq8p Месяц назад
😂😂😂
@AKutAKutum.939
@AKutAKutum.939 Месяц назад
Thanks Dimpu da. Mojja ke bujai dicha. 1000M viral hobo lage.
@barnalirabha9809
@barnalirabha9809 Месяц назад
Bhut bhut vl lagil vedio tu sai
@dijukalita4733
@dijukalita4733 Месяц назад
Good morning dimpu da from barama
@assameseorganisation
@assameseorganisation Месяц назад
Love from hajo adhiarpara
@xasirokhaxomoi3446
@xasirokhaxomoi3446 Месяц назад
This type of content need on our Assamese society . Finally you improve your video editing quality nice nice keep it up 👍
@rakibul4601
@rakibul4601 Месяц назад
Dimpu da aponar techer hobo lagesel mojja bujai deaaa❤
@mientertainment2829
@mientertainment2829 Месяц назад
Hoi diok dimpu da...ondho biswash
@agaslamgamingfreefirevideo3276
@agaslamgamingfreefirevideo3276 Месяц назад
I am big fan bro
@NeehaBaishya
@NeehaBaishya Месяц назад
Hoi question xudhib voi lage karon xudileo ba scientific reason koleo teoluke mani noloi 👍🙂agore pora ji solise soli thakibole de !!!!anekua dhoronor kotha ...🙂amar xomaj khon aibur katonor babe atiao bohut khetrot pispori ase ....dimpu daa kotha xikhi dhuniyake explain krise ❤️buja khiniye bujib ru nubuja khini ake thakib 👍
@niransaikia353
@niransaikia353 Месяц назад
Vdo tu sai bht val lagil script kori kori sabo a mon ne Nogol❤❤ love from Gohpur❤️❤️
@sanjaydutta4805
@sanjaydutta4805 Месяц назад
Boriya Example❤
@rajdeeptalukdar5142
@rajdeeptalukdar5142 Месяц назад
মজা দিম্পু দা! আৰু বানানটো 'Superstition'...বাকী‌ সমাজৰ পৰা অন্ধবিশ্বাস নিৰ্মূল হোৱাৰ আশাৰে....👍👍
@mastarvines7887
@mastarvines7887 Месяц назад
Soubhik ke dagori uloa mnuhor ghora saport he karise kinto boja bo noarile je manuher eibor monr ভৰ্ম
@mastarvines7887
@mastarvines7887 Месяц назад
krisno bgobanor rup dora sowli joni r lakia famus hoboloy acting korisel dagoria uloa manhu gorat kinto lav nohol
@DebandraGhatuwer
@DebandraGhatuwer Месяц назад
Anukuwa video aru lge ...dimpu da super super super
@Bitopan77
@Bitopan77 Месяц назад
Bhut vl lagil dimpu daa ktha bilk xunii akdm monr ktha koisaa xsaii kisumn ane niyam aseii jak xolabloii mon jaii kintu ki krib ami Tu xru manuhh amar ktha kune xunib mojaa lgil xuni dimpu daa 👍👍👍👍
@harsha4X1234
@harsha4X1234 Месяц назад
Dimpu da❤❤❤❤
@KabitaSingha-jt6xv
@KabitaSingha-jt6xv Месяц назад
অসমৰ মানুহৰ মনটেলেটি কম জে।
@amirahmed9088
@amirahmed9088 Месяц назад
Next Level Video Quality Bhai🔥🔥🔥🔥🔥🔥
@-RanjuDoley20
@-RanjuDoley20 Месяц назад
Nice explanation dimpu daa ❤❤❤❤❤
@LJ_creation_23
@LJ_creation_23 Месяц назад
নৱপ্ৰজন্মক সুপথে পৰিচালিত কৰিবলৈ আপোনাৰ যি যাত্ৰা সেইয়া সদায় অব্যাহত ৰাখক । বৰ্তমান সময়ত বহুত উপকাৰী এটা ভিডিঅ ৰাইজলৈ আগবঢ়াই দিলে । আপোনাৰ বাবে এটা লাইক👍 👇
@user-mt1uw1ek9n
@user-mt1uw1ek9n Месяц назад
ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক।
@TGrobinsan5965
@TGrobinsan5965 Месяц назад
😂😂😂
@Kspofficial2
@Kspofficial2 Месяц назад
😂😂😂😂😂
@fermion4945
@fermion4945 Месяц назад
🤣🤣
@hemantb255
@hemantb255 Месяц назад
😅
@ritupondihingia5169
@ritupondihingia5169 Месяц назад
Mur pok tu ahise atori diyok
@ShristiTalukdar-
@ShristiTalukdar- Месяц назад
Bhaiya 2 million hone wale Hain congretchulation❤ advance
@user-sv8md5kd8v
@user-sv8md5kd8v Месяц назад
Eexmaple tu bhal lagil dimpu da❤❤❤
@dipjunior11
@dipjunior11 Месяц назад
Mai Assam se hu butt kuch problems ke karan punjab mai rehta hu Sir jo apne Ye sab topics bola hai na woo sachh hai sirr Salute for you sir❤️
@biplabvlogs2195
@biplabvlogs2195 Месяц назад
Coment পৰিব আহিছোঁ আঁতৰি দিয়ক আঁতৰি দিয়ক।
@Nishurashi
@Nishurashi Месяц назад
😂😂
@rajubhaitubers786
@rajubhaitubers786 Месяц назад
😂😂😂
@KRISHZENG13a
@KRISHZENG13a Месяц назад
পৰে নে পঢ়ে?
@sunitchangmai9718
@sunitchangmai9718 Месяц назад
😂
@Nishurashi
@Nishurashi Месяц назад
@@KRISHZENG13a Assamese t weak ase sage
@mintudas20
@mintudas20 Месяц назад
Ultimate dimpu da❤🔥
@bijudeka27314
@bijudeka27314 Месяц назад
Bor Val topic atat tumi vdo bonaisa dimpi antoror pora dhanyawad ❤
@Durlov_gogoi
@Durlov_gogoi Месяц назад
Dimpu da
@jimismitabaishya4573
@jimismitabaishya4573 Месяц назад
আজি কালি বেছি হে হৈছে অন্ধ বিশ্বাস।শিক্ষা আগ যিমান বাঢ়ি গৈছে সিমানেই অন্ধ বিশ্বাস বাঢ়ি গৈছে।
@sanjibdas9117
@sanjibdas9117 Месяц назад
ভাৰতীয় শিক্ষা - ব্যৱস্থা কাম নাই।
@udayhazorika1247
@udayhazorika1247 Месяц назад
সুন্দৰ love from Goa ❤
@NekiVlogs01
@NekiVlogs01 Месяц назад
Bohut val topic t video bonaisa bro, xosa Amar xomajot bht khikhar ovab hoi ase
@NarayanDas-qj2lb
@NarayanDas-qj2lb Месяц назад
Video tu val lagil deda❤❤❤
@Anupam____12348
@Anupam____12348 Месяц назад
Atori dyok dimpu da ahise😅
@vishalrongpi751
@vishalrongpi751 Месяц назад
Bhabile dukh lage kintu ai kothaxaru hoito je atta xomoiyot ai xokole koisil Karbi hokole bohut pispora, Ohikhit, Burbok huwar babe ji ti ghotiboloi pai buli...kintu anedhorone kuwa heten je hokolu jatite bhul-xudho, bixa-ondhobixa aru hikhit-ohikhit thake buli tetya huni bhal lagile hoi🙏
@birenkolita9163
@birenkolita9163 Месяц назад
Dimpu da anekowa video mojja lage
@jakirhussain2727
@jakirhussain2727 Месяц назад
Apunr kotha khini xuni bhut vl lgil dimpu da
@Abhijitvlogs88
@Abhijitvlogs88 Месяц назад
Bom disa kintu thumbnail khn 😂😂😂
@Bobi_Gamer_
@Bobi_Gamer_ Месяц назад
Atori Dyok Dangoriya Aahise 😂😂
@prabinofical7859
@prabinofical7859 Месяц назад
Veiw pale hol 😂
@CrazySatisfying-wm6eh
@CrazySatisfying-wm6eh Месяц назад
@@Bobi_Gamer_ Gangoriya nohoi Dangoriya 😂😂😂
@Bobi_Gamer_
@Bobi_Gamer_ Месяц назад
@@prabinofical7859 😂
@Bobi_Gamer_
@Bobi_Gamer_ Месяц назад
@@CrazySatisfying-wm6eh Typing Thike Asil Space Diyote Bhul hoise 😂
@KUSHALMAJHI27
@KUSHALMAJHI27 Месяц назад
ATORI DIOK ATORI DIOK PURA.VIRALL HOI GOL🎉🎉 AIBUR BONDHO HBO LAGE ❤❤
@akashprotimborah4743
@akashprotimborah4743 Месяц назад
Outstanding explanation ❤❤❤
@mrigankajyotideka9533
@mrigankajyotideka9533 Месяц назад
Well explained dimpu. 👍👍
@Uniqevlogs2k7
@Uniqevlogs2k7 Месяц назад
আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে 😂
@capricorn9186
@capricorn9186 Месяц назад
Burha dangoria 😂
@Just_for_funn97
@Just_for_funn97 Месяц назад
50% আমাৰ পূৰ্ব পুৰুষে ভালৰ বাবেই কৰিছিলে , কিন্তু ভুলক্ৰমে সময়ৰ লগত পৰি সব বেয়া হৈ থাকিলে 😢😢😢😢 Social learning and social awareness create koribo lagiya bohut ase... Social science is much needed study in this contemporary time.
@chirontonhazarika7572
@chirontonhazarika7572 Месяц назад
A good massage for society. Thanks for your knowledge and learning skill
@Bhairobiparasar8436
@Bhairobiparasar8436 Месяц назад
এইকাৰণে আপুনি সকলোৰে favourite ❤❤ always hits different ❤❤
@rdrahul3968
@rdrahul3968 Месяц назад
I love you dimpu da❤
@chinmoyrajbongshi5376
@chinmoyrajbongshi5376 Месяц назад
Dimpu da is the Dhruv rathe of Assam ❤
@rahulnath5020
@rahulnath5020 Месяц назад
Dhruv rathi fake exposed 😂😂
@Sharmamobileshoptezpur
@Sharmamobileshoptezpur Месяц назад
Bhal lagil dimpu bhal koisa
@minivlogers1922
@minivlogers1922 Месяц назад
Moza dimpu da ❤
@debangshuchy.7819
@debangshuchy.7819 Месяц назад
মাত্ৰ এটা সাৰাংশ : আমাৰ ইয়াত ঘৰৰ / ভাগি ৰ কোনোবা মৰিলে, সমাজৰ নিয়ম অনুসৰি ঘৰৰ মানুহ তথা পৰিয়ালে ৬মাহ / এবছৰৰ বাবে মন্দিৰ , ধৰ্মীয় অনুষ্ঠান ত যাবলৈ বাধা দিয়ে , কিন্তু বাহিৰত অৰ্থাৎ অসমৰ বাহিৰত , উদাহৰণ ৰূপে উৰিষ্যা ৰ জগন্নাথ মন্দিৰতে এই নিয়ম নাই , কিয়নো তাত গলে প্ৰথমে সাগৰৰ তীৰত গৈ গা ধুই , কাষতে থকা স্মশান ত সেৱা জনাই মন্দিৰলৈ যোৱাৰ নিয়ম তথা দেখা যায় , কিন্তু আমাৰ ইয়াত এনেকুৱা নিয়ম কিয় ? কৰবাত আসোঁৱাহ নাই নে ?
@Medhi42
@Medhi42 Месяц назад
Dimpu dak Kuna Kuna monor pora bhal pai ❤ ❤❤ aji kali pura bomb di asa tai 😂
@Voklandu
@Voklandu Месяц назад
Bahut dhunia video Dimpu Daa
@Axom_boy_3223
@Axom_boy_3223 Месяц назад
Moja ❤ love from golaghat
@prooodipmipun70
@prooodipmipun70 Месяц назад
Ai bilag Jodi kora nohoi n dimpu daa family members a ghoror pora khedibo😅. But moi ai bilag Bishakh nokoru👍💐
@utpalsaikia2004
@utpalsaikia2004 Месяц назад
Dimpu da ❤ and dhruv rathe❤
@rahulnath5020
@rahulnath5020 Месяц назад
Feda rathi😂
@Amirhussain-sf2te
@Amirhussain-sf2te Месяц назад
​@@rahulnath5020mne nu ki
@montubora922
@montubora922 Месяц назад
Iam suppory for you dimpu da❤
@adv.irfankhondker
@adv.irfankhondker Месяц назад
Best RU-vidr for a reason
Далее