Тёмный
No video :(

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী দেৱৰ ভাগৱতৰ ওপৰত বিশ্লেষণ 

Sashi Borah আধ্যাত্মিক
Подписаться 111 тыс.
Просмотров 180 тыс.
50% 1

#ভাগৱতব্যাখ্যা #পীতাম্বৰদেৱগোস্বামী#pranjalprotimborah
‪@pranjalprotimborahofficial4339‬
অসম ভাওনা মহোৎসৱ

Опубликовано:

 

20 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 196   
@debajitborah1643
@debajitborah1643 Год назад
Pranam Guru Dev 🙏
@padmeswarborah-yy1zr
@padmeswarborah-yy1zr 5 месяцев назад
কৃষ্ণ KRISHNA KRISHNA KRISHNA KRISHNA KRISHNA GURUDEV MERA PARNAM
@nabinpator4586
@nabinpator4586 Год назад
অতি উত্তম আৰু সুন্দৰ তত্ব মূলক বাখ্যা, গুৰুজনালৈ ভক্তি ভাৱে সেৱা জনাওঁ।
@manjulabora8219
@manjulabora8219 Год назад
Krishna Krishna Krishna provu
@muninoza4944
@muninoza4944 Год назад
কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ।
@bimanborahborah
@bimanborahborah Год назад
Krishna Ram Krishna Ram Krishna Ram Hori Hori Ram 🙏🙏🙏🌺 hai Hai
@daduldas1643
@daduldas1643 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
@kumudgayan1664
@kumudgayan1664 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভুজনালৈ প্ৰথমে প্ৰণাম জনাই আপোনাৰ দ্বাৰা কৃষ্ণ ভক্তিৰ পৰিবেশৰ লগত খাপ খুৱাই যিটো বাখ্যা আগবঢ়োৱা হৈছে এক বিশেষ ধৰণৰ ৰসৰ আস্বাদন কৰালে তাৰবাবে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@sailyatalukdar9813
@sailyatalukdar9813 Год назад
কৃষ্ণ! শত শত প্ৰনাম
@khagenbhuyan6727
@khagenbhuyan6727 Год назад
Krishna,Krishna,Krishna,🙏🙏🙏🙏🙏🙏🙏
@DilipGoswami-ve3ow
@DilipGoswami-ve3ow Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা নিবেদিলো
@kamaleswarkaibarta3440
@kamaleswarkaibarta3440 Год назад
কৃষ্ণ, বাপ ঈশ্বৰ শ্ৰীচৰণত সেৱা নিবেদন জনালঁ ।
@BhaskarDeka-qv4ym
@BhaskarDeka-qv4ym 8 месяцев назад
Hare krishna Prabhu .
@nipumonilaskar2651
@nipumonilaskar2651 Год назад
সত্রাধিকাৰ প্ৰভক সেৱা জনালোঁ কৃষ্ণ ,কৃষ্ণ
@satyajitsvlogs1435
@satyajitsvlogs1435 Год назад
আমাৰ মাজুলীৰ (মোৰ জন্ম স্থান) আউনীআটী সত্ৰৰ প্ৰভূইশ্বৰক প্ৰনাম 🙏। সুত জাতি হিচাপে মই গৌৰাম্বীত।
@robinborah5848
@robinborah5848 Год назад
Krishna provu bhut sundar
@gayatriborah3530
@gayatriborah3530 Год назад
Krishna, Krishna Probhu, oti hundor
@digantaborah5022
@digantaborah5022 Год назад
বৰ সুন্দৰ ব্যাখ্যা।প্ৰভু সেৱা জনালোঁ। কৃষ্ণ।
@rajuborah3744
@rajuborah3744 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু ৷সেৱা গ্ৰহণ কৰিব ৷
@AjitkrDas-ox3no
@AjitkrDas-ox3no Год назад
কৃষ্ণ প্ৰভূ জন সেৱা জনালো । আপোনাৰ চৰন চত্ৰ ছায়াত যেন আশ্ৰয় দিয়ে কৃষ্ণ
@lilykhanikar8323
@lilykhanikar8323 10 месяцев назад
Krishna krishna hewa jonalu
@khaninsaikia5802
@khaninsaikia5802 5 месяцев назад
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
@robinborah5848
@robinborah5848 Год назад
Krishna provu sundarbhaykha
@kalpanarajbongshi2430
@kalpanarajbongshi2430 Год назад
Krishna provu. Pronam
@kamalpayeng4938
@kamalpayeng4938 Год назад
ৰাম কৃষ্ণ প্ৰভু কোটি বাৰ প্ৰনাম৷
@joyadevi2447
@joyadevi2447 Год назад
শ্ৰী শ্ৰী প্ৰভূ দেৱ লৈ কোটি কোটি সেৱা অৰ্পনা কৰিলো 🙏🙏🙏🙏
@debitadeori7133
@debitadeori7133 Год назад
Krishna Krishna 🙏🙏🙏
@parishmitabora5640
@parishmitabora5640 Год назад
Krishna Krishna 🙏🙏
@balendas3459
@balendas3459 Год назад
Krishna Krishna he hari tomar Shri charanat bhakti Sawa janaisu
@prodipgogoi7520
@prodipgogoi7520 Год назад
প্ৰভু পীতাম্বৰ দেৱগোস্বামী আতাৰ ভাগৱত দৰ্শন শুনিছোঁ। আমাৰ শিশু‌ কালৰ পৰাই গুৰু গোঁসাই ভগৱন্তৰ প্ৰতি দূৰ্বলতা আছে বাবেই তেৰাৰ গুনাণু কীৰ্তনৰ বাবে প্ৰেম ভক্তি উপজে সেইবাবে আপোনাৰ ভাগৱত তত্ব ৰহস্য অথ শুনি বহুত ভাল লাগিছে। আমাৰ লগত মিলি গৈছে।
@Kunjodas-xq5ej
@Kunjodas-xq5ej Год назад
Guru ji thanks
@user-qq5fr1fv2f
@user-qq5fr1fv2f Год назад
Krishna Krishna.🙏🙏 Pronam pravu lshwar.
@sishuramnath.9381
@sishuramnath.9381 Год назад
প্রভু ঈশ্বৰৰ তত্বগভীৰ ব্যাখ্যা শুনি নিজকে বহুত ভাগ্যবান বুলি অনুভৱ হৈছে|আগলৈকো এনেদৰে ভাগৱতৰ তত্বগভীৰ ব্যাখ্যা প্রভুঈশ্বৰৰ শ্রীমুখে শুনাবলৈ প্রার্থনা জনালো |
@bhagabandas5776
@bhagabandas5776 Год назад
প্ৰভু ঈশ্বৰক প্ৰনাম , বহুতত্ব গধুৰ ব্যাসা শ্রবণ কৰিলো।
@bhaskarhazarika4429
@bhaskarhazarika4429 Год назад
কৃষ্ণ,অতি কঠিন শব্দ ভাণ্ডাৰে ভাগৱতৰ তাতপয্য বিল্লেষণ কৰা হৈছে।সত্ৰাধিকাৰ প্ৰভূ বাপজনা মহন্ত প্ৰভূ গগৈ বাপ জনালৈ সহ্ৰস্য কৌটি প্ৰণাম নিবেদিছো।কৃষ্ণ
@jantihira9356
@jantihira9356 Год назад
প্ৰভূ আপোনাক কোটি কোটি প্ৰণাম। ইমান ধুনীয়া সুন্দৰ ব্যাখ্যা।ৰাম কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত প্ৰণাম।
@harakantadeka7715
@harakantadeka7715 Год назад
সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, আৰু,সাধু,ক, ভগৱানে, সহায় কৰিব
@harakantadeka7715
@harakantadeka7715 Год назад
মেথুন, শব্দ,, অৰ্থ, বুজি, ভালকৈ,নাপ😂
@gopeshpathak8340
@gopeshpathak8340 Год назад
@@harakantadeka7715 I am too small to comment on such matter However I appriciate wholeheartedly the revealation of the Mystries of incarnation of Supreme authority on the four yoogs unfolded by the most revered Satradhikar Sri Goswami in his discourse. Praying to the Allmighty to grant him long and healthy life and mental strength to impart knowledge of our various Sacred Vedas /Granthas to his disciples. Thanks.
@mondiramech899
@mondiramech899 6 месяцев назад
প্ৰভু ভক্তি ভৰা সেৱা জনালোঁ এই দাসক অধমক কৃপা কৰিব।
@patar908
@patar908 Год назад
Krishna Krishna
@aparajitatamuli7273
@aparajitatamuli7273 Год назад
🙏কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ 🙏
@dimbeswaripatardeka2793
@dimbeswaripatardeka2793 Год назад
Krishna Krishna Krishna Oum sant 🙏🙏🙏🙏s
@rituchetia9518
@rituchetia9518 Год назад
আপূৰ্ব
@prafullabora5386
@prafullabora5386 Год назад
জয় গুৰু শঙ্কৰ । কৃষ্ণ কৃষ্ণ প্রভু । ভক্তি ভৰা সেৱা আৰু শত সহস্ৰ প্রণিপাত গ্রহন কৰিব
@narenhazarika5394
@narenhazarika5394 Год назад
প্ৰভু, ঈশ্বৰলৈ, সেৱা,নিৱেদিছো🙏🙏🙏
@user-ot9yi6qn9x
@user-ot9yi6qn9x Год назад
👏জনাইছো , আউনিআটী প্ৰভু দেৱ লৈ ইমান সুন্দৰ কৈ " ভাগৱত "ৰ তত্ব বাখ্যা শুনি নিজকে ধন্য মানিছো ।👏👏👏
@robinborah5848
@robinborah5848 Год назад
Krishna provu Sundar bhaykha
@jeetakotoky876
@jeetakotoky876 Год назад
Joi guru shri monta sangkor deb kouty kouty pronam korisu apunaf soronot .
@prasenjittalukdar3883
@prasenjittalukdar3883 Год назад
Krishna
@khagenburagohain2357
@khagenburagohain2357 Год назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
@binandahazarika111
@binandahazarika111 Год назад
ইমান তত্ত্ব গধুৰ ভাগৱত বাখ্যা শুনি ধন্য মানিছো প্ৰভু চৰনত সেৱা আগবঢ়ায় তেখেতৰ দীঘায়ু কামনা কৰিলো
@paruldutta5898
@paruldutta5898 Год назад
Krishna krishna krishna pranam janaisu pravu 🙏 🙏 🙏
@mridulkumarrabha892
@mridulkumarrabha892 Год назад
ভাল লাগিল।
@akhilgogoi1869
@akhilgogoi1869 Год назад
Krishna Krishna bhal bhal Krishna Krishna.
@poragboruah4156
@poragboruah4156 Год назад
🙏কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@indrajittamuli4486
@indrajittamuli4486 Год назад
Um nomu vogote nomu nmh,
@gobingogoi5627
@gobingogoi5627 Год назад
কৃষ্ণ কৃষ্ণ
@jibandas7062
@jibandas7062 Год назад
জয় গুৰু
@user-id4ov8zs9f
@user-id4ov8zs9f Год назад
জয় শ্ৰী কৃষ্ণ,,,,
@rubineog9534
@rubineog9534 Год назад
Pronam probhu .sewa jonalu .
@BikisVlog
@BikisVlog Год назад
কৃষ্ণ প্ৰভূ ।
@dipensaikia7325
@dipensaikia7325 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏🙏🙏
@BiswaBora-jd2cy
@BiswaBora-jd2cy Год назад
Jay Shree Krishna 🙏🙏🙏
@user-jg1yz5nh8h
@user-jg1yz5nh8h Год назад
Krishna prove bahut Ananda palu
@prasannadaimary7872
@prasannadaimary7872 10 месяцев назад
🙏🙏🙏🙏
@bimanborahborah
@bimanborahborah Год назад
My Guru
@midumonimahanta4330
@midumonimahanta4330 Год назад
🙏🙏
@ankurtamuli3415
@ankurtamuli3415 Год назад
ধন্য বাদ বাপ জানালা অশেষ ধন্যবাদ
@BaneswarDas-dy2eg
@BaneswarDas-dy2eg Год назад
Bhaigyaor bolothe songjug bosatah prabhu janar amrit baikha suunib pai nijake Shaina manilu .krishna krishna
@olitalukdar2831
@olitalukdar2831 Год назад
🙏🏼🙏🏼🙏🏼🌹
@dipaligogoi8960
@dipaligogoi8960 Год назад
🙏🙏🙏
@AnilTantibhagawat
@AnilTantibhagawat Год назад
কৃষ্ণ অতি সুন্দৰ ব্যাখ্যা‌‌্্্্ বহুতো আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অবিৰত যাত্ৰা হক জন সমাজত এনেদৰে প্ৰচলিত কৰিব তেতিয়া সনাতন ধৰ্মৰ ৰক্ষা হ'ব জগৎ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ভক্তি সমগ্ৰ বিশ্বতে বিশাল ৰূপ ত প্ৰচাৰ কৰিব পৰা যায় নেকি ভাৱো ্্্ কিছুমান লোক নিজে নিজে গুৰু বুলি ভাৱে সেই কাৰণে আমাৰ জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱ এক শৰণ হৰি নাম ধৰ্ম শুদ্ধ ৰূপত প্ৰকাশ কৰিব পৰা নাই। শেষত ‌‍‌প্ৰভূ আমাৰ গৃহ ত এদিন সিদ্ধ অন্ন গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ আমি নিমন্ত্ৰণ জনাম প্ৰভূ ্।।জয় জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ ্্্।
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 Год назад
Sankardeb sanaton dharmar manuh nohoi namkirtonor manuh sanaton bed tantra brahmon lok lagibo apuni bhul koiche
@dhrubajyotisarmah6733
@dhrubajyotisarmah6733 Год назад
Apuni eta mosto pagol
@rebothazarika9501
@rebothazarika9501 Год назад
ওম ভাগৱতে বাসুদেব নম।
@purnimadeka9659
@purnimadeka9659 Год назад
Baahut vl lagil pravu
@rinachutia3723
@rinachutia3723 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাক সেৱা জনাইছো প্ৰভু কৃষ্ণ । আপোনাৰ পৰা আজি বহুত গুৰুত্বপূৰ্ণ কথা জানিবলৈ পাই সুখী হলো । ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ , আপোনাক দীৰ্ঘাও কৰক ।
@junumech7558
@junumech7558 Год назад
👏👏 কৃষ্ণ প্ৰভু ঈশ্বৰ কৃষ্ণ গুৰু জনা‌‌ সেৱা জনাইছে কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শঙ্কৰ কৃষ্ণ প্ৰভৃ ঈশ্বৰ অধমৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ ‌🙏🙏 কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি বৰ ওপকৃত সইছে কৃষ্ণ
@madhobhazarika5780
@madhobhazarika5780 Год назад
কৃষ্ণ
@asomiyabhaktisarobar
@asomiyabhaktisarobar Год назад
কৃষ্ণ, কৃষ্ণ। প্ৰভু ঈশ্বৰৰ চৰণত ভক্তিভাৱে সেৱা নিবেদন কৰা হৈছে।🙏🙏
@Request_motivation
@Request_motivation Год назад
কৃষ্ণ 🙏🙏🙏 বাপ অতি সুন্দৰ বাপ কৃষ্ণ কথা ৰাম ৰাম ৰাম 💞
@dulalhazarika8981
@dulalhazarika8981 Год назад
প্ৰভু জনা চৰনত প্ৰনাম জনাইছো । প্ৰভু ভগবান ২য় অবতাৰ কুম হয় জানো। প্ৰহ্ৰাদ নাতি বলী দিনত কুম অবতা হৈছিল তেন্তে ২য় অবতা কুৰ্ম হয় জানো
@laharitamuli694
@laharitamuli694 11 месяцев назад
জয় গুৰু শঙ্কৰ ❤🙏🏼 গুৰুৰ শ্রী চৰণত প্রণিপাত জনালো🌹🌹🌹 🙏🏼🙏🏼🙏🏼
@KeshabBorah.atmanusandhan
@KeshabBorah.atmanusandhan Год назад
অতি গধুৰ তথা সৰ্বসাধাৰণে নজনা তত্ত্বৰ সৈতে প্ৰভু জনাৰ ভাগৱত বিশ্লেষণ শ্ৰৱণ কৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যিখিনি ব্যাখ্যা দিয়া হৈছে সেই ব্যাখ্যাই পৰম কল্যাণ সাধন কৰিব, এইটো খুবেই সত্য । এই ব্যাখ্যা সমূহ ভাগৱততে উল্লেখ আছে, নে অন্য কʼৰবাৰ পৰা তুলি দিয়া হৈছে ? যদিহে আন কʼৰবাৰ উদ্ধৃতি হয়, ইয়াৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন আহি পৰে । ভাগৱতৰ চাৰিটা আখৰৰ বেলেগ বেলেগ তাৎপৰ্য্যৰ কথা দুই ধৰণে দিয়াটোতো এটা 'কিয়' উত্থাপন হয় । আৰু এই সকলোখিনি কথা সৰ্বসাধাৰণে পোৱাকৈ শঙ্কৰদেৱ গুৰুজনাৰ কোনো ৰচনাত উল্লেখ আছে নেকি জনালে ৰাইজে নিজে পঢ়ি মনৰ সেই সংশয় দূৰ কৰিব পাৰিলে হেঁতেন । তথাপি তত্ত্বসমূহৰ দ্বাৰা যি জ্ঞান পোৱা গৈছে সেই জ্ঞানে উৎসুক আৰু আগ্ৰহী পাঠকক সত্য উপলব্ধিত প্ৰভূত বৰঙণি যোগাব তাত কোনো সন্দেহ নাই । অধমৰ দ্বাৰা কেৱল বিশ্বাসযোগ্যতাৰ বাবেহে কথা কেইটা বেকত কৰা হৈছে ।
@krishna5713
@krishna5713 Год назад
Apunaloi hewa jonalu 🌹🥀🌷🙏🙏 Ami murhomotik prabhu e xoron dislle. .xoron loisilu apunar usorot prabhu ....apunar xorbotumongol kamana korisu ....KRISHNA_🌹🥀🌷🙏🙏🙏
@pabanchandrasaikia9894
@pabanchandrasaikia9894 Год назад
Krishna krishna🙏🙏 probhu sewa gonalu
@rabinsaikia2527
@rabinsaikia2527 Год назад
Great man
@rajkumarnath4515
@rajkumarnath4515 11 месяцев назад
Jay sree ram
@kushalchetia2670
@kushalchetia2670 Год назад
গোবিন্দ গোবিন্দ প্ৰভূ ঈশ্বৰ সেৱাহে ।
@dipaliray5259
@dipaliray5259 Год назад
Krishan krishan mur guxaijon🙏🙏🙏🙏🙏
@lakhimidutta8896
@lakhimidutta8896 Год назад
Krishna Krishna mur gurudev apunar saranot hoto kuti pronam
@robinborah5848
@robinborah5848 Год назад
Krishna bhut sundar bhaykhay provu sat sat pranam apunar ashribad krishna
@khagenbharali9111
@khagenbharali9111 Год назад
Pravu bohut val lagil aru hunar mon thakil
@rajibrcaxom8249
@rajibrcaxom8249 Год назад
কৃষ্ণ 🙏
@biswanathpathak3555
@biswanathpathak3555 Год назад
কৃষ্ণ কৃষ্ণ প্ৰভু সত কৌটি বাৰ প্ৰণাম জনালো।
@pinkyhazarika9371
@pinkyhazarika9371 Год назад
Krishna 🙏🙏🙏
@tilokgogoi3471
@tilokgogoi3471 Год назад
জয় গুৰু শংকৰ.গুৰু জলালেও সেৱা জনালো.ৰাম ৰাম.
@rajenmili1049
@rajenmili1049 Год назад
অতি সুন্দৰ আৰু তত্ত্ব গধুৰ ব্যাখ্যা। পণ্ডিত প্ৰবৰ সত্ৰাধিকাৰ প্ৰভূ জনাৰ এনে ব্যাখ্যা আগলৈ পোৱাৰ কামনা কৰিলোঁ। কৃষ্ণ কৃষ্ণ!!
@utpaldas1065
@utpaldas1065 Год назад
Anekuwa Bhagawatar Tattagadhur Bakhya sunithakile kotasu kikarisu akokaba Nowara hoijawa.satradhikar Prabhuzanar shree Saranat Kauti Kauti Pranam janalo.(Krishna,Krishna,Krishna.)
@kamalchbordoloi5093
@kamalchbordoloi5093 10 месяцев назад
@mr_nitul_bora
@mr_nitul_bora Год назад
Vall lagla
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 Год назад
অতি সুন্দৰ ভাষ্য তথা ভাগৱতৰ তথ্য !! জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ !!
@atulduwarah
@atulduwarah Год назад
শুনি বহুত উপকৃত হলো
@konamiborah3383
@konamiborah3383 Год назад
প্ৰভূ আপোনাক সেৱা ধৰিছো । প্ৰভূ আপোনাৰ অমৃত বানী পুনৰ শুনি বলৈ আগ্ৰহেৰে বাট চাই হলো। কৃষ্ণ কৃষ্ণ।
@robinborah5848
@robinborah5848 Год назад
Krishna Sundar bhaykha provi pranam
@tulanmohan9706
@tulanmohan9706 Год назад
অতি তত্ত্বগধুৰ ব্যাখ্যা ।শুনি ভাল লাগিল।।কৃষ্ণ --- গুৰুজনালৈ ভক্তিভৰা সেৱা জনালো । কৃষ্ণ 🙏🙏🙏👋👋👋
@Manashbaruah7697
@Manashbaruah7697 Год назад
Krishna Krishna Prabhu Jona.....
Далее
Bhagawat||Joisagar||Bipin boruah@jyotimoy6018
1:26:54
Просмотров 574 тыс.