Тёмный
No video :(

আজি চেৰীয়ে ক’ব সপোনৰ জীয়া কাহিনী 

NKTV PLUS
Подписаться 599 тыс.
Просмотров 151 тыс.
50% 1

আজি চেৰীয়ে ক’ব সপোনৰ জীয়া কাহিনী
উঃ মাঃ কলা শাখাত প্ৰথম স্থান চেৰী গোহাঁইৰ
আত্মবিশ্বাস বৃদ্ধি আৰু লক্ষ্য প্ৰাপ্তিৰ কিটিপ কি?
শীৰ্ষ স্থানৰ বাবে মন-মগজুক সজাব লাগে কেনেকৈ?
কিহৰ বাবে উৎসৰ্গিত হ’ব চেৰী?

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 204   
@bobitabaruah2172
@bobitabaruah2172 2 года назад
ভাল লাগিল কথাখিনি শুনি। চেৰী আৰু ধৃতিৰাজ দুয়োজনেই কথাৰে মানুহৰ অন্তৰ জয় কৰিব পাৰে।
@bishnuprasadrabha8487
@bishnuprasadrabha8487 2 года назад
চেৰী ইংৰাজী মাধ্যমৰ ছাত্ৰী অথচ সাক্ষাতকাৰৰ খাতিৰত ইংৰাজী শব্দ এৰাই অসমীয়াত গুৰুত্ব দিছে , আনফালে অসমীয়াত ১০৫ নম্বৰ পাবৰ যোগ্যজনীয়ে বেলেগ সাক্ষাতকাৰত বেছিভাগ ইংৰাজী শব্দৰ প্ৰয়োগ কৰা দেখা গৈছে । চেৰীলৈ অশেষ শুভ কামনা থাকিল ।
@sagarikachakravarty3067
@sagarikachakravarty3067 2 года назад
Sei ahankarijonir Kam nai .. Dudin pisot seijoni r nam nuhuwa hoi jabo..ki ahankari...Anhate Cherry aru Dhtiraj r kotha but ki xundor .ki adarsa,ki amayik aru gyani..bahut aguwai jabo duijone...
@bishnuprasadrabha8487
@bishnuprasadrabha8487 2 года назад
প্ৰথম কথা ধৃতিৰাজৰ তুলনা নাই । তেওঁ ভৱিষ্যতে ৰসায়ন বিজ্ঞানত গৱেষণা কৰি ন'বেল আজৰি আনক , এয়া মোৰ আবেগিক ইচ্ছা । দ্বিতীয়তে , সাধনাৰ প্ৰতি মোৰ এটাই কথা , যি কেই গৰাকী বহী পৰীক্ষকৰ মতে অসমীয়াত ১০৫ নম্বৰ পাবৰ যোগ্য বুলি কৈছে ,সেইসকলৰ সন্মান ৰাখিব নোৱাৰিলে। বাক্য প্ৰতি ইংৰাজী শব্দ , এয়া অসমীয়া ভাষাৰ প্ৰতি ভাবুকি স্বৰুপ।
@sanamdutta3703
@sanamdutta3703 2 года назад
ইমান নম্ৰতা তাইৰ কথাত, কোনো অভিমান নাই মনত। ছোৱালী হ'লে ছেৰী গোহাঁই দৰে হ'ব লাগে। so proud of you girl ❤️
@ruplekhagohain4469
@ruplekhagohain4469 2 года назад
আই অ' মাইনাজনী, কথাবোৰ ইমান স্পষ্ট, শুদ্ধ ! আৰ্হি দেখুওৱা সহজ সৰল ছোৱালী এজনী। একে কলেজৰ , একে গাঁৱৰ আৰু ঘৰৰ বুলি গৌৰৱান্বিত হৈছো। মনৰ সকলো আশা পূৰণ হওঁক।
@technophileuniverse528
@technophileuniverse528 2 года назад
খুব গৌৰৱ অনুভৱ কৰিছোঁ .....💐💐 ঘৰৰ ওচৰৰ ছোৱালী এগৰাকীয়ে ইমান সুন্দৰ ফলাফল দেখুৱাৰ বাবে....... তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ 👍🏻✨
@shweta4538
@shweta4538 2 года назад
ইমান মৰমলগা ছোৱালীজনী!বৰ সুন্দৰ বক্তব্য!! বহুত আশীৰ্বাদ থাকিল মাজনী😍 তোমাৰ আৰু ধৃতিৰাজৰ কথা-বতৰাই প্ৰমাণ কৰিলে তোমালোক সঁচাকৈয়ে মানৱ সম্পদ😘😘
@hiragoswami4191
@hiragoswami4191 2 года назад
সঁচাকৈয়ে
@animadutta845
@animadutta845 2 года назад
সঁচাকৈয়ে ইমান ভদ্ৰ ছোৱালী। নম্বৰকৈ কথা কেইটাই মন চুই গৈছে। আগলৈও এনেকৈ থাকিবা।
@pankajbaruah5770
@pankajbaruah5770 2 года назад
গাঁৱৰে ছোৱালী এজনী এনেকৈ ইমান ভাল ফলাফল হোৱা বাবে যথেষ্ট ভাল লাগিল .এনে ফলাফলে ওচৰৰ পৰিবেশ সলনি কৰে, ফলস্বৰূপে আহিবলগীয়া প্ৰজন্মও ভাল হৈ পৰে
@nabadeepgogoi355
@nabadeepgogoi355 2 года назад
প্ৰথমে চেৰীক অভিনন্দন জনাইছোঁ। এখন চৰকাৰী মহাবিদ্যালয়ৰ পৰা লগতে এটা পিছপৰা অঞ্চলৰ পৰা নিজৰ কষ্টৰ ফলত যি সাফল্য অৰ্জন কৰিছে মই ভাবো চেৰীয়ে প্ৰকৃততে এগৰাকী মেধা ছাত্ৰী।অনুপম দা‌ক ধন্যবাদ জনাইছো তাইক সামাজিক মাধ্যমৰ যোগেদি ৰাইজৰ মাজলৈ অনাৰ বাবে,এনেবোৰ ব্যতিক্ৰমী অনুষ্ঠান উপস্থাপন কৰা বাবে আপোনাক ভাল লাগে যিটো অন্য কোনো সামাজিক মাধ্যমে ঢুকি নাপালে।
@bidyutdekavlogs7695
@bidyutdekavlogs7695 2 года назад
বৰ সহজ সৰল ছোৱালী দেই। সাধনাৰ নিচিনা lebel নাই আৰু নথকাটোৱে ভাল লক্ষণ বুলি মই ভাৱো।
@rajibneog4208
@rajibneog4208 2 года назад
বৰ সংস্কাৰী আৰু স্থিতপ্ৰজ্ঞ গুণৰে সমৃদ্ধ চেৰী গোহাঁই ❤️🙏❤️ধন্যবাদ জনালোঁ আপোনাক তাইৰ সৈতে বাৰ্তালাপ কৰাৰ বাবে
@bijitpatowary4984
@bijitpatowary4984 2 года назад
Emn morom loga sowali jonir kotha botora , congratulations vonti, success howa life, bht bht morom aru akhidnad thakile 💚
@bhbxyz
@bhbxyz 2 года назад
অভিনন্দন জনালোঁ চেৰী। আমাৰ তিনিচুকীয়া জিলাৰ নাম উজ্জ্বল কৰাৰ বাবে। এনেদৰে আগলৈও আমাৰ তিনিচুকীয়াৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবা। ধন্যবাদ অনুপম দা, তাইক এইখিনি কথা প্ৰকাশ কৰিবলৈ এখন মঞ্চ দিয়াৰ বাবে।
@jayshreephukon3041
@jayshreephukon3041 2 года назад
Kun jega tinsukia
@minakshidutta4123
@minakshidutta4123 2 года назад
চেৰী ক ভগৱানে শক্তি দিয়ক আৰু আগুৱাই যাওক তাই,ছোৱালী জনী ৰ কথা ইমান স্পষ্ট আৰু সহজ সৰল ।তিনিচুকীয়া বাসি হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ।।
@user-tn5yo1yx3d
@user-tn5yo1yx3d 2 года назад
ভাল লাগিল অনুপম দাদা তাইক তাইৰ মনৰ কথাবোৰ জনাবলৈ এখন মঞ্চ দিয়াৰ বাবে
@user-ot3yw6bi3r
@user-ot3yw6bi3r 2 года назад
কথাবোৰত ঘৰৰ সংস্কাৰ সমূহ ফুটি উঠিছে।❤️✨💞
@ariyanaxom7958
@ariyanaxom7958 2 года назад
তাই জানে তাই আছলতে সপোন কি! ভবিষ্যতৰ সপোনবোৰ পূৰণ হোৱাৰ কামনা কৰিছো ৷৷
@birenkutum9514
@birenkutum9514 2 года назад
অভিনন্দন চেৰী।ভাল লাগিছে তোমাৰ কথা-বতৰাবোৰ।অসমৰ ভৱিষ্যত মানৱ সম্পদ তোমালোক।তোমাৰ আশা বোৰ পূৰ্ণ হোৱাত ভগৱানে সহায় কৰক
@arugogoi5740
@arugogoi5740 2 года назад
ভাল লাগিল । ইমান মৰম লগাকৈ সহজ সৰল ভাৱে কথাখিনি কৈছে ।ধন্যৱাদ আৰু আগবাঢ়ি যোৱা
@protimadutta2890
@protimadutta2890 2 года назад
ইমান সহজ-সৰল ছোৱালী জনী---কথা বোৰ শুনি বুজা যায়--কোনো গপ ভেম নাই---ভগৱানে তোমাক সদায় সহায় কৰিব--
@ASOMIYAdigital
@ASOMIYAdigital 2 года назад
চেৰী ভন্তিলৈ বহুতো শুভেচ্ছা আৰু অভিনন্দন যাচিলো... আৰু অলপ চাবলৈ মন যোৱা interview... ধন্যবাদ অনুপম দালৈ...এটা সুন্দৰ interviewৰ বাবে।।
@monujmanoshborah9388
@monujmanoshborah9388 2 года назад
"মৰম লগা ভণ্টি জনী জীৱনত সফল হোৱা তুমি....."
@manash5445
@manash5445 2 года назад
মৰম লগা ছোৱালী জনীৰ কথাবোৰো বহুত মৰম লগা
@farhasuhana9646
@farhasuhana9646 2 года назад
Apuni bisari pale Cherry bak bohute bisari pua nasil Ovinondon ba aguai jua tumi❤
@surajitkalita1812
@surajitkalita1812 2 года назад
চেৰী গোহাঁইক ভগবান কুশলে ৰাখক আৰু মনৰ কামনা পূৰন কৰক। ইমান মৰম লগা কথা🙏🙏🙏
@nibaranroy5246
@nibaranroy5246 2 года назад
চৰকাৰী মহাবিদ্যালয়ৰ পৰাও যে স্থান লাভ কৰিব পাৰি তাৰেই উদাহৰন চেৰি গোঁসাই
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 2 года назад
অনুপম ডাঙৰীয়াৰ আৰু বহুত কথা সোধাৰ অবকাশ আছিল , বিশেষকৈ গাওৰ পথটোৰ ওপৰত ....ৰাজনৈতিক নেতাৰ কেনে কি মনোভাব‌ ....এম এল এ , এম পি সকলে পথটো দেখিছেনে নাই ....etc..etc halfdone interview ....however congrats 2 Cherry flower ...may god always with u..we pray for d same ...go ahead ...
@rambalram2610
@rambalram2610 2 года назад
যত অসমৰ মানুহৰ জনমূৰি আয় মাত্ৰ ৮০০০ টকা, টাত মানুহে private school অত কেনেকৈ পঢ়োৱাব 🤔🤔🤔 লাগে লাহে শিক্ষা দৰিদ্ৰ শ্ৰেণীৰ লোকৰ পৰা হেৰাই যাব... আৰু সমাজত এক ডাঙৰ শ্ৰেণী বিভাজনৰ সৃষ্টি হব। দেশবোৰত চৰকাৰ এই কাৰণেই বনোৱা হয় যাতে সমাজত সমতা বৰ্তি থাকে। দৰিদ্ৰ সকলেও যাতে আগ বাঢ়ি যোৱাৰ সুবিধা পাই। নহলে টো পুঁজি পতি সকলেকেই দেশ খন চলাবলৈ দিব পাৰি 🤔🤔🤔 তেনে কৰিলে, তেওঁলোকে নিজৰ স্বাৰ্থ হে সুৰক্ষিত কৰি লব। কিন্তু চৰকাৰ থকাৰ পিছতো আজি প্ৰাই সেই একেই অৱস্থা.... পুঁজি পতি লোক সকলে দেশ চলোৱাৰ দৰে। গতিকে ৰাইজ সজাগ হব লাগিব। চৰকাৰ ভোট দি বনালেই নহব... সিহঁতৰ কাম কাজ চকু দিব লাগিব। অসমীয়া ৰাইজ কুম্ভ কৰ্ণ নিদ্রাৰ পৰা উঠা উচিত.... শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে বুলি পূৰ্ব পুৰুষ সকলে এনেই কৈ যোৱা নাই..🙂🙂🙂
@ranjitdeka5868
@ranjitdeka5868 2 года назад
Moi aponar kothat akmot.Ami chintadhara holoni koribo lagibo.
@manashjyotideka5324
@manashjyotideka5324 2 года назад
Dhrity Raj Aru Seri Gohayi...Dudure...Manuvab ekei.... Sahaj Sarol...Manar Duyu Garaki...Sidina Dhri Raj r Katha khinir logat Seri R katha khini Mil ase....Duyu Garaki Sahoj Sarol...Val lagil Seri Aji tomak Studio t dekhi....Aguwai jowa tumi..... 💕💕💕💕
@birajvlogs9433
@birajvlogs9433 2 года назад
সাংবাদিকবিলাক ৰাস্তা বেয়া কাৰণে যোৱা নাছিল নেকি ইমান দিনে । শুভেচ্ছা জনালোঁ অনেক 🎉🎉
@Jagot-dd2yb
@Jagot-dd2yb 2 года назад
সচাকৈয়ে ভন্টীজনী বৰ মৰমলগা৷ আগবাঢ়ি যোৱা ভণ্টী ৷
@hirannyagoswami3394
@hirannyagoswami3394 2 года назад
ছোৱালী জনী বহুত মৰম লগা কথা বতৰা বিলাকো বহুত ভাল লাগে বহুত বহুত অভিনন্দন জনালোঁ তোমাক।
@prem97073
@prem97073 2 года назад
Congratulations Cheri, you have given excellent answers to the questions about government schools n Colleges, your answers can eliminate the bad feelings of people about government institutions, we are very proud of a talented new generation like you.👍👍
@Phukansdiary
@Phukansdiary 2 года назад
ভাল লাগিল ভন্টীজনীৰ কথাবোৰ। শুভেচ্ছা থাকিল💐
@monkeydyuvi23
@monkeydyuvi23 2 года назад
She is so innocent and humble ✨
@anowarabegum5390
@anowarabegum5390 2 года назад
eman dhunia kai katha khini kaise val lagil 🙏👍👍👌🏼🙏🙏 congratulation
@meenagogoiborgohain4170
@meenagogoiborgohain4170 2 года назад
Bhal lagil Cherry r kotha botora...tumaloi hiya bhara Xubhokamona thakil. Thanks to Anupam Chakraborty for conducting beautiful conversations.
@mntu2755
@mntu2755 2 года назад
চেৰীলৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল ।
@dhrubajyotisaharia1042
@dhrubajyotisaharia1042 2 года назад
তোমাক অভিনন্দন জনালোঁ চেৰী। তোমাৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলোঁ।
@kalyanjyotidas4096
@kalyanjyotidas4096 2 года назад
চেৰী গোহাঁইলৈ আন্তৰিক অভিনন্দন জনাইছোঁ
@farminbegumofficial3442
@farminbegumofficial3442 2 года назад
অভিনন্দন চেৰী❤️ আৰু আগুৱাই যোৱা তুমি
@hemalatachetia3765
@hemalatachetia3765 2 года назад
চেৰী মাজনী ঔ তোমাক বহুত মৰম ,,,আৰ্শীবাদ ,,দিছো ,,আৰু আগুৱাই যোৱা ,,চৰকাৰী বিদ্যালয়ৰ এগৰাকী ,,,,,,,,,,,,,,,,,,,হ'ব পাৰিবা তাৰে ভগৱানৰ ওচৰত 🙏🙏🙏জনালো ।।
@hemontagogoi5177
@hemontagogoi5177 2 года назад
কথা-বতৰাৰ পৰা আদি কৰি সকলো বিষয়তে ভাল লাগিছে,আগুৱাই যোৱা
@roktimboruah7413
@roktimboruah7413 2 года назад
ছোৱালী জনি কথা বোৰ সঁচা কৈ খুব ভাল আৰু মৰম লগা ছোৱালী আৰু অলপ সময় লব লাগিছিলে । কথা বোৰ শুনি বহুত বহুত ভাল লাগিল
@satyajitmoran8206
@satyajitmoran8206 2 года назад
ইমান সহজ সৰল উত্তৰ, বহুত মৰম আৰু শুভেচ্ছা যাচিলোঁ ভণ্টি
@iamrajbongshi8228
@iamrajbongshi8228 2 года назад
সঁচাকৈ যোগ্য ছোৱালী জনী ,,,,,,
@mitalidoley3760
@mitalidoley3760 2 года назад
চেৰী & ধৃতি দুয়োজনৰ কথা ইমান সুন্দৰ
@hemontagogoi1568
@hemontagogoi1568 2 года назад
How humble she is💚🙏
@bipuldeori8499
@bipuldeori8499 2 года назад
Eman dhuniya k khotabur dangi dhorise...... Hosak vhal lagil
@souravchetry366
@souravchetry366 2 года назад
So humble, So Calm❗
@manashjyotigogoi5378
@manashjyotigogoi5378 2 года назад
অভিনন্দন ও অশেষ শুভকামনা চেৰীলৈ 💐🌸
@smitabaishya8122
@smitabaishya8122 2 года назад
So innocent girl . God bless her ❤️🙏 Keep going Ahead 👍
@bikashitakalita597
@bikashitakalita597 2 года назад
Very innocent and Mature..... Looking gorgeous... keep growing
@anitamili8639
@anitamili8639 2 года назад
Serry u r beautiful n amiable as well a nature . U have earned the name n fame from all over Assam I congratulate on u . May God's love n blessing flow to u all the day of your life .
@dipugogoidipu5631
@dipugogoidipu5631 2 года назад
অভিনন্দন চেৰী,, আগুৱাই যোৱা💕
@_sajid1274
@_sajid1274 2 года назад
নিজে জ্বলি আনক পোহৰ বিলাব বিছৰা ছোৱালী জনী । আৰু আগুৱাই যোৱা তাৰে কামনা কৰো ।
@asomiyabowarikabita3292
@asomiyabowarikabita3292 2 года назад
কথা শুনি খুউব ভাল লাগিছে তোমাৰলৈ বহুত বহুত শুভকামনা থাকিল আগবাঢ়ি যোৱা
@ujjaldas2749
@ujjaldas2749 2 года назад
চেৰী আৰু ধৃতিৰাজ দুয়োৰে ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ ।
@terimeri3487
@terimeri3487 2 года назад
সাধনা আউট চেৰী ইন
@mainasaikia1754
@mainasaikia1754 2 года назад
বহুত ধুনীয়া কৈ কথা বোৰ কয় ছোৱালী জনি যে । শুভেচ্ছা থাকিল চেৰী
@animadutta845
@animadutta845 2 года назад
ইমান মৰম লগা পঢ়াৰ লগতে কথা কেইটাই সকলোৰে মন জয় কৰিব।
@StrongHeart96
@StrongHeart96 2 года назад
Tai jane ki kobo lage ki kobo nalage aru kotha keneke kobo lage That's call actually well educated
@dhrubodas6004
@dhrubodas6004 2 года назад
আগবাঢ়ি যোৱা আৰু ভন্টি , শুভেচ্ছা থাকিল
@ajitkumarphukan9736
@ajitkumarphukan9736 2 года назад
Tumar vobissot utjol kamana কৰিছোঁ আন্তৰিক অভিনন্দন জনালো,তোমাৰ বহুত ভাল হব, এগৰাকী ভাল মানুহ হোৱা 👍
@moinal835
@moinal835 2 года назад
Bhonti ru agbarhi juwa.....tumaloi bht bht huvessa thakil.....
@Priyanka-jn9zr
@Priyanka-jn9zr 2 года назад
Khub maram logake koi kotha bore... Val lagil video tu sai
@hiragoswami4191
@hiragoswami4191 2 года назад
সাধনা কথাবোৰ চেৰীৰ দৰে এনেকৈ অমায়িকতাৰে কব লাগে ।
@sagarikachakravarty3067
@sagarikachakravarty3067 2 года назад
Congratulation Cherry...aguwai jua ...amar xakalure axirbad ase ..Asomr logote Bharatar nam ujolai Tula...
@binoykrmoran3675
@binoykrmoran3675 2 года назад
Val lagil cherry k amonton diar babe ...!!!
@rumy1100
@rumy1100 2 года назад
Eman moromloga sowali..
@achyutbaruah9111
@achyutbaruah9111 2 года назад
চেৰী লৈ আন্তৰিক অভিনন্দন 🌷🌷
@manhaakramcomuslimabegum1079
@manhaakramcomuslimabegum1079 2 года назад
"Simple living high thinking"..u have just proved it... Really impressed.... May God bless u to achieve more and more... Bor bhal lagil dei khosakoi tumar kotha botora...
@priyankagogoibhuyan1973
@priyankagogoibhuyan1973 2 года назад
Emn morom loga o suwali joni ru ktha bur....👑👑👑
@sebikadevi1824
@sebikadevi1824 2 года назад
Eman hundar kotha koisa mur bohut bhal lagil .mur suwali jonia aibar sorkari schoolr pora hslc pass korise 82.33 Anupam da apunak log paboloi mur bohut hepah akha koru apunak log pam mur ghar golaghatt.🙏
@debavideo9255
@debavideo9255 2 года назад
Bohut vl lagili kotha bur huni
@minasaikia3698
@minasaikia3698 2 года назад
Congratulations Thanks NKTV
@barasharanikarkha9471
@barasharanikarkha9471 2 года назад
অত্যন্ত ভাল লাগিল
@rajinapatir7234
@rajinapatir7234 2 года назад
Bohut vl lagil kotha bur huni 👍❤️👍 congratulations seri 👍❤️❤️ god bless you
@indianboy2299
@indianboy2299 2 года назад
So honest girl. Good bless you.
@himashreedaskalita3536
@himashreedaskalita3536 2 года назад
Vl lagise tmr xafollya dekhi. Aguwai jowa voni vl hobo tmr. Bahut morom jasiso tmloi.
@globalvillage6416
@globalvillage6416 2 года назад
Notun projonmor logote amaku humble hobo hikala tumaluke.... love from Qatar.
@rockerzassam
@rockerzassam 2 года назад
প্ৰকৃত জ্ঞানী এনেকুৱা ই হয় । কথা বোৰত কোনো অহংকাৰ নাই , দাম্ভীকতা নাই,, ভৱিষ্যত উজ্বল হওক
@aamarprithivibharatiphukan6883
@aamarprithivibharatiphukan6883 2 года назад
Bor hundor aaru aag barhi juwa
@mrigendragogoi9557
@mrigendragogoi9557 2 года назад
চেৰীলৈ বহুত অভিনন্দন থাকিল।
@viratkohlidebo1498
@viratkohlidebo1498 2 года назад
Most telented student in this year 👍
@bijudas8564
@bijudas8564 Год назад
Tmr pora amr lorai u inspired hoise enkua lora suwali hokolu mak bapekokei diyok ❤️majoni tmi agbahi jua amr akhirbad hodai tmr lgt ase....tmr eta eta word e mur mon sui gol ❤️
@sisangope2848
@sisangope2848 2 года назад
congratulation seri tumaloi bohut bohut antrik abinondan gyapon krisu. Tumar hopunbur bastobot porinot hok . Homajot tumak agoloiyu jate hokuluye sini pai. akomt bobistotloi tumi jate jiliki takiba. Seri keep it up
@dipsikhachetia111
@dipsikhachetia111 2 года назад
Morom loga o vonti joni aguwai jua tmi
@juribhuyan7403
@juribhuyan7403 2 года назад
2mi khub simple seiehe Val lagise intervew 2 sai.tumer ujjal vabissat kamana karilu.🙏❤️🎉
@anjoyrajkhowa5808
@anjoyrajkhowa5808 2 года назад
Seri tumak bohut Suvasha janalu god bless you
@porinitaboruah7025
@porinitaboruah7025 2 года назад
Congratulations Chari bhut val lagese tumi amar Tinsukia nam rakhila agoleu tumar hapun bur jin pur hoi take akhibad korisu.
@pujadaspujadas5295
@pujadaspujadas5295 2 года назад
Bor val lagil tumr kotha bilg huni news tu 2bar man salo.... bahut hundor kotha koisa chery gohain .....love you ..
@robinhazarika6750
@robinhazarika6750 2 года назад
Best decision।।you just from small city।Tinisikia।।। foundation is already you made।।now arrange pillars in you capital city।।till then।।।fly toward national Capital Delhi। finally Oxford University with scholership। journey should be gradually exitement..majani huveshy u axirbad
@utpalhandique3610
@utpalhandique3610 11 месяцев назад
Sherry Proud of you
@dancestudio8920
@dancestudio8920 2 года назад
ধুনীয়া👌👌
@chandankonwar7303
@chandankonwar7303 2 года назад
অতি সন্দৰ
@hirakbhuyan2698
@hirakbhuyan2698 2 года назад
Val lagise tumar kotha bur xuni .tumar kotha burot kiba morom loga eata ase val lagil aru aguwai jua .
@ripuboruahofficial5100
@ripuboruahofficial5100 2 года назад
অবশেষত news channel এ বিচাৰি পালে চেৰীক😊
@ashiqueahmed7194
@ashiqueahmed7194 2 года назад
Mozza gd girl... Really smart girl tmi
@rekhadoimari8252
@rekhadoimari8252 2 года назад
Bohut bohut morom vonti agbarhi jua,tumi hofol hua.
@assamlakhya2369
@assamlakhya2369 2 года назад
Hei dhumuni jonir kotha hunile hahi uthe. Kintu seri kotha huni thakibo mn jai ❤
@dipalisonowal2432
@dipalisonowal2432 2 года назад
অভিনন্দন জনালোঁ । তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
@KishorKumar-cx6jh
@KishorKumar-cx6jh 2 года назад
Congratulations May God bless you moina....
Далее