Тёмный
No video :(

বাটৰ কঁচু গাত ঘঁহি লৈ খজুৱাই তত পোৱা নাই গায়ক সীমান্ত বৰ্মন ওৰফে সীমান্ত শেখৰে 

NE TALKS
Подписаться 58 тыс.
Просмотров 390 тыс.
50% 1

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1 тыс.   
@netalks-bk2zq
@netalks-bk2zq 4 месяца назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-yXS89JCnbWg.htmlsi=AE7bp9biNlvXnJH3 ৰাইজৰ গোৱাল গালি খোৱা সীমান্তৰ কাষত পিছে এতিয়া নাই কোনো সাৰথী,নাই ফেন....
@ritudarrang4170
@ritudarrang4170 4 месяца назад
গাণতহে "সীমান্ত শেখৰ", কিন্তু ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডত এখেত "হিমন্তৰ চাকৰ" 🤣🤣
@minalimili6684
@minalimili6684 4 месяца назад
😊😊
@pompydevi769
@pompydevi769 4 месяца назад
😂😂😂​@@ritudarrang4170
@TCF573
@TCF573 4 месяца назад
Ha ha ha ha . Borhiya dei. '
@brokenheart-tv1ii
@brokenheart-tv1ii 4 месяца назад
Dada ne pai ane kobo lge😂😂😂
@babubabu1965
@babubabu1965 4 месяца назад
গৌৰৱ দা বিজয় কামনা কৰিলোঁ
@mintubharali952
@mintubharali952 4 месяца назад
ই হৈছে এটা গান চোৰ।ই কি গৌৰৱ গগৈৰ কথা ক'ব আহিছে।ইয়ো এটা মহা গৰু।
@bokulgogoi8892
@bokulgogoi8892 4 месяца назад
ঠিক কৈছে, ইয়াক দেখিব মন নাযায়
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 4 месяца назад
Comments বিলাক পঢ় ঐ ভাইটি সীমান্ত ,
@hemantaborgohain4493
@hemantaborgohain4493 4 месяца назад
@@dhirendrakumarbaruah6906 কমেণ্টবোৰ পঢ়িলেও ই লাজ পাবজানো ? লাজেই নাই ।
@swapnalimohan2792
@swapnalimohan2792 4 месяца назад
🤣🤣
@axomcinematic2606
@axomcinematic2606 4 месяца назад
সীমান্ত শেখৰ এটা গৰু হয় 👍🏼
@khargeswarkalita4630
@khargeswarkalita4630 4 месяца назад
সীমান্ত,বহাগ বিহুৰ আগত ভাল শুভেচ্ছা দিলে কিন্তু নতুন প্ৰজন্মই
@Free99.a
@Free99.a 4 месяца назад
আকৌ শুনিছো এইজনৰ ভোটাৰ কাৰ্ডত নাম তো ভূল আহিছে বোলে। সিমান্ত চেখৰ বদলি হিমন্ত চাকৰ বুলি আহিছে হেনো
@budheswarnath6516
@budheswarnath6516 4 месяца назад
👍👍
@biren-s6u
@biren-s6u 4 месяца назад
😂😂😂😂😂😂😂😂😂😂😂😂
@GitumoniKonwar-gh7tl
@GitumoniKonwar-gh7tl 4 месяца назад
😂😂😂😂😂
@hemantaborgohain4493
@hemantaborgohain4493 4 месяца назад
চুইপাৰৰ ৰেংক হে চাগৈ ।
@lcffworldgaming1365
@lcffworldgaming1365 4 месяца назад
😂😂😂
@user-iz5et9bw1l
@user-iz5et9bw1l 4 месяца назад
এই টো নট ধিলা হ'ল , নিগনি হৈ বাঘক চিকাৰ কৰিবলৈ শিকাই।
@tapandutta7449
@tapandutta7449 4 месяца назад
গান দুটামান গাই নিজকে তথাকথিত শিল্পী বুলি ভবা এইজন এজন পাবত গজা মেৰুদণ্ড হীন ,,,,নিলাজ ব্যক্তি,,,
@budheswarnath6516
@budheswarnath6516 4 месяца назад
গাদ্দাৰ বোৰৰ কথা কিব আৰু !!
@vinodkaliya3823
@vinodkaliya3823 4 месяца назад
ঠিক কথা
@keshabsonowal1491
@keshabsonowal1491 4 месяца назад
😂😂
@user-tn3yu4ue2g
@user-tn3yu4ue2g 4 месяца назад
কন্ঠৰ বেপাৰ ইমানতে শেষ হল। সীমান্ত শেখৰ ৷
@binaborgohain3623
@binaborgohain3623 4 месяца назад
Tar aibarhe sestro gantu sristi hobo 😂😂😂😂
@chandanbaruah8899
@chandanbaruah8899 4 месяца назад
সীমান্ত ভাই তুমি শিল্পী মানুহ , বহাগ বিহু আহি আছে , পাৰিলে গান কেইটামান চোৰ কৰি নিজৰ ভাষাত বনাই লোৱা , কামত আহিব
@dhantimedhi2021
@dhantimedhi2021 4 месяца назад
মজা দিছে 😂
@pratimasarma1737
@pratimasarma1737 4 месяца назад
হয় দিয়ক,সি সেই কামৰ বাবে উপযুক্ত পাত্ৰ।
@archanabarua4050
@archanabarua4050 4 месяца назад
সকলো ধৰণৰ ষড়যন্ত্ৰৰ জাল ফালি ওলাই অহা, অসমক ভাল পোৱা ,অসমৰ হৈ দহৰ আগত হক কথা লৈ নীৰ্ভিক ভাবে মাত মতা ,অসমী আইৰ প্ৰতি থকা নিজৰ দায়বদ্ধতা ব্যক্তিগত লাভ বা status,position আদিৰ বাবে compromise কৰিবলৈ নিশিকা ,গৌৰৱ গগৈ অসমৰ সুযোগ্য সন্তান বুলি অসম ক ভাল পোৱা প্ৰত্যেক জন প্ৰকৃত অসমীয়াই ভালদৰেই বুজি উঠিছে। অসমীয়া ভাষাৰ পৰীক্ষাত নতুনকৈ উৰ্ত্তীন হওঁক বা নহওঁক,আনকি নিজা জাতিয় পোছাক আনকি আহোমৰ সাজ পোচাক পিন্ধক বা নিপিন্ধক , এইবোৰ সকলোতে প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা সকলেও শেষত কিন্তু অসমৰ মানুহকে দি থোৱা কথা ও ৰাখিব নোৱাৰি অন্য ৰূপ তৎক্ষণাৎ লৈ লব পাৰে । এনেকুৱা certificate নোলোৱাকৈয়ে গৌৰৱ গগৈ অসমৰ বাবে গৌৰৱ হৈয়ে আছে আৰু থাকিব!
@Dikshitab857
@Dikshitab857 4 месяца назад
Jika pst ulabo kimn axmk vl pai😞👍🏻
@madhumita-dg2qi
@madhumita-dg2qi 4 месяца назад
গৌৰৱ গগৈ হৈছে অসমীয়া জাতিৰ গৌৰৱ। তেখেতৰ তেজত, মন মগজুত , দেহত কংগ্রেস চৰকাৰ আছে। আৰু থাকিব বুলি আমাৰ দৰে সাধাৰণ নাগৰিকৰ দৃঢ় বিশ্বাস আছে। অন্য হাতে, আজি কেইবছৰ মানৰ আগলৈ চালে দেখিব, বি জে পি ৰ মূখ্যমন্ত্রী কে ধৰি অন্য মন্ত্রী, এম এলে সকলৰ (সকলো নহয়) ঠিকনা বিচাৰিব গলে চোন সকলো কংগ্রেসত থকাৰ দৰেই লাগে। কিয়নো আমি কংগ্রেস ৰ যিসকল নেতা ক মূল্য বান ভোট দিছিলো । তেখেত সকল বৰ্তমান বি জে পি ত। ভাবিলে আচৰিত লাগে। এয়াই হৈছে ৰাজনীতি। কোনেও না হাঁহিব কাকো কাৰণ তেওঁলোক বা কিমান দিনৰ আলহী????
@user-lg8rq9yj8l
@user-lg8rq9yj8l 4 месяца назад
Kintu main ktha tu hol Gaurav gogoi yeh Jimn vote pabo tatkoi ETA bator kukur a besi vote pbo. Karon gogoi hol Chinese momo, chow-mein, kung fu😂😂😂 . #GoBackToChinaGauravGogoi
@bijumoniphukon3744
@bijumoniphukon3744 4 месяца назад
গৌৰৱ গগৈয়ে অসমীয়া ক'বলৈ নাজানিলে উযুতি খোৱা নাই সীমান্ত
@nilotpalsaikia100
@nilotpalsaikia100 4 месяца назад
কিছূমানৰ কাৰণে অসমৰ শিল্পী সমাজ খন ধ্বংস হ'ব ধৰিছে। সেইবাবে সকলোতে কেৱল ৰাজনীতি সোমাই পৰিছে। যিটো ভৱিষ্যতেও বহুত ভয়ানক ৰূপ ল'ব।
@hemantabori8339
@hemantabori8339 4 месяца назад
GAURAB GOGOI'ৰ দৰে গুনৰ অধিকাৰী হবলৈ 10 জনম লাগিব সীমান্ত বৰ্মনে । আৰু G.gogoi দেৱৰ অসমীয়া ভাষনবোৰো দেখোন বহুত ভাল হৈছে ।
@nidhikashyap3574
@nidhikashyap3574 4 месяца назад
গৌৰৱ গগৈক চুবলৈ তাৰ ১০০০ পৰি লাগিব l
@axomiyaff3919
@axomiyaff3919 4 месяца назад
Right
@EdhanPatar-qr9ci
@EdhanPatar-qr9ci 4 месяца назад
এইবাৰ বহাগত সীমান্তক অসমীয়াই চেন্দেলেৰে মালা দি আগুৱাই আনিব
@nayandutta2495
@nayandutta2495 4 месяца назад
এই শিখৰ বোলাটোক দোকানত 10টকাত পোৱা Sikhar পেকেটৰ দৰে হৈছে।একেবাৰে ভেলো নোহোৱাৰ দৰে হৈছে।
@rajudutta7246
@rajudutta7246 4 месяца назад
সীমান্ত শেখৰ নামৰ কিবা আজে বাজে এসোপা গাই ফুৰা পাবত গজা থাৰ্ড ক্লাছ এজনৰ গৌৰৱ গগৈৰ দৰে ব্যক্তিত্বৰ লগত কি তুলনা হয়? বাওনা হৈ চন্দ্ৰলৈ হাত মেলা যেন কথা।
@dibyajyotigogoi4801
@dibyajyotigogoi4801 4 месяца назад
ই লোকৰ ভৰি ধুই থাকোতেই যাব
@binoyrobidas8925
@binoyrobidas8925 4 месяца назад
Mza disa😂, good bro
@kharkhuaokhomia5949
@kharkhuaokhomia5949 4 месяца назад
বি জে পিৰ এৰেহা খাবলৈ লাজ নোপোৱা সীমান্ত শেষৰ তই গৌৰব গগৈক ৰাইজে দিয়া মৰম আশীৰ্বাদকণ পাবলৈ আৰু ১০০টা জনম ললেও নেপাবি কিজানি ।
@mangalgogoi277
@mangalgogoi277 4 месяца назад
গৌৰৱ গগৈ তোমাতকৈ বহুত ওপৰত। অসমীয়া ভাল কয়। অসমীয়া তেই ভাষন দিয়ে।
@dipulsarma7527
@dipulsarma7527 4 месяца назад
সীমান্ত শেখৰ অসমীয়া হয় নে , সন্দেহ আছে
@sanjibdas3774
@sanjibdas3774 4 месяца назад
এই চিখৰক চৰকাৰ সলনি হলে ৰেহাই নিদিব যেন লাগিছে
@KulenGogoi
@KulenGogoi 4 месяца назад
সীমান্ত শিখৰ জীন্দাবাদ
@bhaskarborah8767
@bhaskarborah8767 4 месяца назад
Jodhamorkhya ​@@KulenGogoi
@hemantaborgohain4493
@hemantaborgohain4493 4 месяца назад
@@KulenGogoi ৰাইজৰ কমেণ্টবোৰ পঢ়ি কি বুজিছে । সীমান্ত শেখৰে আচলতে অসমীয়াৰ স্বাভিমানক অপমান কৰিছে । বিহুমঞ্চত অনুস্থান কৰিলে বাহিৰৰ পৰা এইবোৰৰ প্ৰত্যুত্তৰ পাব ।
@prabinborahborah6247
@prabinborahborah6247 4 месяца назад
Garuav jindabad
@sushildutta8287
@sushildutta8287 4 месяца назад
গান গায়ছ গাইথাক ৰাজনীতিৰ ৰ নাজন যেতিয়া নেতা সকলৰ চুৱা নেচেলিকিবি। একো কাম নাই যদি ভেনদী খেতি কৰ। তোৰ পৰিয়ালৰ উপকাৰ হ'ব
@dhunusaikia1595
@dhunusaikia1595 4 месяца назад
গৌৰৱক চুবলৈ ১০১ জন্ম ল'ব লাগিব সীমান্ত লেখৰ
@user-cw3xr3pb1w
@user-cw3xr3pb1w 4 месяца назад
গৌৰৱ কি হয় বাৰু Pm নে cm নাই এজন গায়ক নে নাই এজন actor নাই এজন কংগ্ৰেছৰে এজন নামি দামি leader এনেকুৱা mp অসমত দিন আহিলে সলাই থাকে ৷ Mla mp চুকুৰ আলিও কাইলৈ হব পাৰে কোনে কব পাৰেনো সি এজন গায়ক হৈ গান এটা গাই দেখোৱা 😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅
@axomcinematic2606
@axomcinematic2606 4 месяца назад
@@user-cw3xr3pb1w hoi nki pondit sukur Ali u jodi MP hbo pare tnte aajiloike kiyo hbo pora nai.....ru MP r jodi kunu gurutoii naii Sarbanandai Cabinet r pora yaat MP hbo kiyo aahil😂......Okl MP huwaii dngr kotha nhoii Parliament t Assam r bikhoye Kotha kobo pora tu hae dngr kotha .....toi ata mosto goru hoii ...Jodi MP huwa emanai hohoj toi hoi dekha Goru
@user-cw3xr3pb1w
@user-cw3xr3pb1w 4 месяца назад
@@axomcinematic2606 ঐ গৰু তই কি কথাটো বুজিছা তোমাতকৈ গৰু মানুহ এই সংসাৰত নাই ছাগে তই যিমানে ভুকি তাকক তোৰ পটুৱা মতা মাছ মাইকী মাছটো একোডাল নহয় ৷ সদনত সি নিজে একো নকয় কাৰোবাৰ মুখৰ কথা নকল কৰি কোৱাহে গৰু তোমাৰ লেখিয়া পটুৱাটু কলেও Bjp আৰু এশ বছৰ আসন কৰিব
@DipDas-vi8ki
@DipDas-vi8ki 4 месяца назад
​@@axomcinematic2606manuh palegoi Kun sukur Ali BJP koribo jai
@iam_Duhnu_
@iam_Duhnu_ 4 месяца назад
​@@user-cw3xr3pb1wcorrect 😅
@nilakshisaikiaborah7071
@nilakshisaikiaborah7071 4 месяца назад
হেৰৌ বোপাই ত ই যিমানৰ মানুহ সিমানতে থাক ।ভাল মানুহৰ গুণ গাবি ।কংগ্ৰেছে আজিলৈকে অসমৰ বস্তু বিক্ৰী আচঁনিৰ ধন বিলোৱা নাছিল ।পুখুৰি বিক্ৰী কৰি চলোৱা নাছিল বুজিছ গৌৰৱ গগৈ ডঙৰীয়া তেনেকুৱ মানুহ ন হয়।
@indumoni891
@indumoni891 4 месяца назад
সীমান্ত একো অস্তিত্ব নাই।
@babulborah2534
@babulborah2534 4 месяца назад
গৰব গগৈ অসমৰ হিয়া
@hemantaborgohain4493
@hemantaborgohain4493 4 месяца назад
ধেৎ এইটো বজৰুৱা গায়ক । ঘেণ্টা , বিক্ৰী হৈ গলি ।
@user-cw3xr3pb1w
@user-cw3xr3pb1w 4 месяца назад
পইচাৰ কথাহে পইচা হলে তয়ো আহিযাব ভাই
@hemantaborgohain4493
@hemantaborgohain4493 4 месяца назад
@@user-cw3xr3pb1w পইচাৰ বাবেই কিছুমানে নিজৰ মান-সন্মান বিক্ৰী কৰিব পাৰে , কিন্তু আমি নহয় দেই । চাকৰি কৰিও এৰি দিয়া মানুহ আমি । বহুত লাখ টকা বহুতৰ পৰা আজিও পাবলৈ আছে । নাম কলে লাজ পায় । আনকি মন্ত্ৰীও সাৰি যোৱা নাই । তুমি বিক্ৰী যাব পাৰা । মই কিন্তু ১৫টা পৰিয়াল ছলাই আছো ভগৱানৰ কৃপাত ।
@hemantaborgohain4493
@hemantaborgohain4493 4 месяца назад
@@user-cw3xr3pb1w পইচা পালে তুমি বিক্ৰী যাব পাৰা আমি নহয় । চাকৰি কৰিও এৰি দি ব্যৱসায়ৰ জৰীয়তে ১৫ টাকৈ পৰিয়াল চলোৱাৰ লগতে এতিয়াও বহুত লাখ টকা বহুতৰ পৰা পাবলৈয়ে আছে । যাহাতাহা মন্তব্য দি লাভ নাই ।ৰাজনীতিৰ লিডাৰ সকলেহে বেছি ঠগে ।
@hemantaborgohain4493
@hemantaborgohain4493 4 месяца назад
@@user-cw3xr3pb1w তুমি বিক্ৰী হলানেকি পেগু ডাঙৰীয়া । কিয়নো তোমালোকক বিক্ৰী কৰি দুজনমান নেতাই ধন ঘটি আছে কিন্তু ।
@user-cw3xr3pb1w
@user-cw3xr3pb1w 4 месяца назад
@@hemantaborgohain4493 কথা নাই এই সংসাৰত সকলো একেই
@bipulborah1718
@bipulborah1718 4 месяца назад
সেই জন গায়ক নে গাধ । মানুহৰ শাৰিত নপৰে দেই
@kushaldoley4590
@kushaldoley4590 4 месяца назад
Gadho
@ritakonwar5437
@ritakonwar5437 4 месяца назад
আগত আছিল গান চুৰ এতিয়া হ'ল Post চুৰ ৷
@krishnagogoi1657
@krishnagogoi1657 4 месяца назад
গৌৰৱ গগৈ জিন্দাবাদ |
@user-jo9vi3qt5g
@user-jo9vi3qt5g 4 месяца назад
সীমান্ত শেষৰ , আপোনাৰ উপাধি কি , গৌৰব গগৈক যোৰহাটৰ সীমা চিনি নোপোৱা বুলি কৈছা যে আপোনাৰ নিজৰেই ‌ উপাধি নাইকিয়া এজন মানুহ । আপোনি কোন জাতৰ অসমীয়া, বঙালী, বিহাৰী , নেপালী, নে মুছলিম , জনাব দেই ।
@nipulhazarika1348
@nipulhazarika1348 4 месяца назад
Thike hudisa
@nayanjyotinath6721
@nayanjyotinath6721 4 месяца назад
😂😂😂
@DipakKumar-ks4ro
@DipakKumar-ks4ro 4 месяца назад
গৌৰৱ গগৈৰ ভৰি ধুই পানী খাওক,,,
@daa4448
@daa4448 4 месяца назад
এই পীযুষ আৰু Simanta দুই ৰেনডীৰ বাতচাৰ মুখখন বৰকৈ চলিছে.
@sondas4293
@sondas4293 4 месяца назад
গৌৰৱ গগৈ জিন্দাবাদ ❤
@pranjoldeka9707
@pranjoldeka9707 4 месяца назад
সীমান্ত তোৰ নিছিনা গায়ক অসমত নহলেও হব গৌৰৱ গৈগৈ কেয়া আঙুলি টু সমানো অকাত নাই তোমাৰ বুজিছা সীমান্তত হিমন্ত নিছিনা মএী যে গৌৰৱ গৈগৈ ভয় খাই ফুৰিছে আৰু তয়নো কোন
@sanjeevsaikia9175
@sanjeevsaikia9175 4 месяца назад
Gaurav Gogoi will emerge a winner!...Gaurav Gogoi is a fire brand leader and a true son of Assam ! He has good command over Assamese his mother tongue, Hindi and English ! He is a good speaker and always spoken for various issues related to AXOM ! On the Contrary ....i mean just opposite , Tapan Gogoi is a big disappointment for Assam and Assamese society snd cause ! He is Timid and never spoken for assamese people given the fact that he came from AASU background . Vote for Gaurav Gogoi👍 !
@user-qx5qn7ws2k
@user-qx5qn7ws2k 4 месяца назад
সিমান্ত বি ,জে ,পিৰ জোতা ছেলেকা।
@hellonaba
@hellonaba 4 месяца назад
অসমৰ সংবাদ জগতৰ বাতৰি পৰিৱেশনৰ নমুনা !
@abinashbora6562
@abinashbora6562 4 месяца назад
News kowa jona ha janebo😂
@AnkurJoyti123
@AnkurJoyti123 4 месяца назад
গৌৰৱ গগৈ❤️❤️❤️
@sharmahdoley6121
@sharmahdoley6121 4 месяца назад
সীমান্ত শেখৰ মনত পৰা নেকি বাৰু CAA. সময়ত বি , যে , পি, পৰা ত্যাগ কৰিছিল আকৌ লগে লগে পুনৰ সেই দলত যোগদান কৰিছিল । তাৰ মানে দল বাগৰা গায়ক ।
@golenurhoque8038
@golenurhoque8038 4 месяца назад
আপুনি এটা মস্ত ফতুৱা আপুনি গানৰ মানুহ গানতে থাক কিয় খজুৱতি উঠিছে
@user-ce9it6dj4b
@user-ce9it6dj4b 4 месяца назад
Ami gorov gogoik bhoot dim gorov gogoi jindabad
@anshumanyr7176
@anshumanyr7176 4 месяца назад
Aibar jorhat gourav gogoi❤
@BhumidharNath-im7ml
@BhumidharNath-im7ml 4 месяца назад
আনক সমালোচনা কৰাৰ আগতে নিজকে সমালোচনা কৰা উচিত। অহংকাৰ অধঃপতনৰ মূল। কিবা অকণমান আছিল সেই খিনিও নোহোৱা কৰি ললি।
@BaruvaUttara-rw5tq
@BaruvaUttara-rw5tq 4 месяца назад
Well said.
@kripalsaikia924
@kripalsaikia924 4 месяца назад
ন বিজেপি ৰ উৎপাত অভ্ৰদামি বেছি
@debenkonwar8367
@debenkonwar8367 4 месяца назад
নিজ ৰ পোকৰ পেন পেনীয়া লোকক আকৌ হাঁহ ঐ তলুৱা চেলেকা গায়ক ।
@bhaswatidas3538
@bhaswatidas3538 4 месяца назад
Gaurav gogoi r nijor eta party khulibo lagisil,he is sooo deserving. Like his father, he is intelligent,sharp.. his speech in parliament is awesome 👍 Baki simanta r kotha ki kom, ghoiniyek r johot khai thaka eta
@janardanbora2803
@janardanbora2803 4 месяца назад
অসমৰ বিজেপিৰ গোটেই নেতা পালি নেতা আহিও গৌৰৱ গগৈক নোম এডাল লৰাব নোৱাৰে
@Dikshitab857
@Dikshitab857 4 месяца назад
Kun hoi ajni gourav gogoi🙄
@gutungdipakpegu2134
@gutungdipakpegu2134 4 месяца назад
গান চুৰি কৰা এই জনে গৌৰৱ গগৈৰ বিৰুদ্ধে মন্তব্য দিয়াৰ আগতে , অলপ নিজে নিজক ভাবি চাৱ লাগিছিল ।
@jayaborah2926
@jayaborah2926 4 месяца назад
ভাষা ক'লে , ধূতি পাজ্ঞাবী, গামোচা ল'লেই বা গান গালেই অসমীয়া নহয় । প্ৰকৃত অসমীয়া সেইজনহে যি জনে জাতিৰ অস্ত্ৰিত্ত ৰক্ষাৰ্থে সিংহৰ দৰে গজন কৰে, জাতীয় ক'লা স্ং স্কৃতি ৰক্ষাৰ্থে নিজৰ জীৱন দিবলৈও কুণ্ঠা বোধ নকৰে। সেইজনহে প্ৰকৃত অসমীয়া।
@BaruvaUttara-rw5tq
@BaruvaUttara-rw5tq 4 месяца назад
Iman sundar koi likhise , moiu ekmot apunar logot.
@user-so2ql8xz4x
@user-so2ql8xz4x 4 месяца назад
একমত
@jayaborah2926
@jayaborah2926 4 месяца назад
ধন্যবাদ 🙏🙏
@indumoni891
@indumoni891 4 месяца назад
শিল্পী হৈ ৰাজনিতীলৈ লুতিবাগৰ ,এতিয়া ৰাইজৰ পৰা অকণো সন্মান নাপাৱ আপুনি।
@SBS421
@SBS421 4 месяца назад
কোণ সিমান্ত শেখৰ ! তেওঁৰ সঠিক উপাধি কি নো বাৰু !
@pankajsarania5301
@pankajsarania5301 4 месяца назад
কোন হয় সীমান্ত শেখৰ চিনি নাপাওঁ
@melomaniacreation363
@melomaniacreation363 4 месяца назад
সকোবিলাক comment চাই এটা ভাল লাগিল সঁচা কৈ গান টোত কপৌ কৰাই বুলি কৈ পাৰ চৰাই দেখুৱাইছিল কিন্তু , মাঠত তাৰ মাল অলপ কম এ আছে
@nritanganagogoilovefreefir2366
@nritanganagogoilovefreefir2366 4 месяца назад
অসমৰ ৰাইজৰ মনত আছে হিমন্তই কাক ডেগাৰ মাৰিছিল
@krishnagogoi1657
@krishnagogoi1657 4 месяца назад
গৌৰৱৰ চুলিৰ দাল মানো নহয় আপুনি |
@nilonilodas5996
@nilonilodas5996 4 месяца назад
Gourob gogoi zindabad
@user-tt2kt9eo5z
@user-tt2kt9eo5z 4 месяца назад
Vote for G Gogoi thanks
@nayandeepsonowal6334
@nayandeepsonowal6334 4 месяца назад
Gaurav gogoi jindabad
@manjulakakati7853
@manjulakakati7853 4 месяца назад
Garub Gogoi zindabad
@tulshigogoi7019
@tulshigogoi7019 4 месяца назад
সত্য সদায় ভাগৱতৰ বিচাৰ বুলি গণ্য কৰিবলৈ শিকা।
@user-qz2sk3wg7d
@user-qz2sk3wg7d 4 месяца назад
Gourab Gogoi zindabad 🎉
@Njs683
@Njs683 4 месяца назад
Gaurav gogoi assam r GAURAV ❤
@ratikantamili.5442
@ratikantamili.5442 4 месяца назад
Gaurav Gogoi Zindabad ❤❤❤❤❤😊
@overpower000official5
@overpower000official5 4 месяца назад
Salute for যোৰহাট বাসি
@bagadhartaid2389
@bagadhartaid2389 4 месяца назад
সি এজন পাগল singer, কাম নাই সুবিধাবাদী
@prabinborahborah6247
@prabinborahborah6247 4 месяца назад
Gogoi
@santanurajkonwar4093
@santanurajkonwar4093 4 месяца назад
এইটো এটা মস্ত ফতুৱা, জকৰ।
@classiccollections29
@classiccollections29 4 месяца назад
যিমানে ফাৰ্চী কথা কবি সিমানেই গৌৰৱৰ ভোট বাঢ়িব ।
@pinkuhzgaming4333
@pinkuhzgaming4333 4 месяца назад
গৌৰৱ গগৈ এইবাৰ জয়ী হব❤ মামাক খেদি নিজৰ ঘৰ বছাওক
@NabinBordoloi-js9by
@NabinBordoloi-js9by 4 месяца назад
ইয়াৰ নামটো সীমান্ত শেখৰ নহয় হিমন্তৰ চাকৰ হে হ'ব লাগিছিল ..
@aparajitatamuli7273
@aparajitatamuli7273 4 месяца назад
আজি কালি অসমৰ এনেকুৱা তথা কথিত পাব গজা শিল্পী বিলাকলৈ বিহুত আদৰিবলৈ কেতকুৰা,পনীয়লৰ কাইটৰ বিহুৱান পিন্ধা বৰ বাবে সযতনে সাঁচি ৰাখিছে অসমীয়া ৰাইজে
@67Vijay67
@67Vijay67 4 месяца назад
এইটো চোৱা চেলেকা 👍
@Amit___barman
@Amit___barman 4 месяца назад
নামটো আছিল সীমান্ত শেখৰ আধাৰ কাৰ্ডত আহিল "হিমন্তৰ চাকৰ"😂
@asanulhoque3442
@asanulhoque3442 4 месяца назад
ক'ব,কবৈ লাগিব কিয়নো বিজেপিয়ে পদবী এটা দি ৰাখিছে
@KushalKakati-iq9iu
@KushalKakati-iq9iu 4 месяца назад
গায়ক এটাই ৰাজনীতিৰ কথা কি জানে পইচাৰ লোভ গান গাব মাতিবই নালাগে
@user-ux7gk1lb6b
@user-ux7gk1lb6b 4 месяца назад
BJP hatao desh bachao Modi hatao Bharat bachao
@sudiptatalukdar5558
@sudiptatalukdar5558 4 месяца назад
Bete toh koun desh chalayega Modi jaisa leader India me Nehi hai and whole world knows that except Congress party
@azizascookingcorner1836
@azizascookingcorner1836 4 месяца назад
Gourav Gogoi is a great leader of India
@loknathdas5152
@loknathdas5152 4 месяца назад
Nice... ঠিক দিছে আপুনি
@swapnapayeng8551
@swapnapayeng8551 4 месяца назад
Mojja😂
@user-vc6sq3ek9p
@user-vc6sq3ek9p 4 месяца назад
সীমান্ত শেখ... তুমি যদি সেইখিনি কথা গুৱাহাটীৰ দায়িত্বত থকা বিহাৰী মন্ত্ৰীক কলে হেতেন কবলগা একো নাছিল... তুমি এবাৰ তোমালোকৰ প্ৰাক্তন সাংসদ কুইন ওজাৰ সংসদত দিয়া ভাষণ শুনিবচোন.. লগতে মামাই হিন্দী আৰু ইংৰাজী ভাষাত দিয়া ভাষণ ও শুনিব... আৰু গৌৰব গগৈ দিয়া ভাষণ ও শুনিব... তাৰ পিছত আপুনি বিচাৰ কৰি কৱ... Who is the best...
@ranjitdeka4002
@ranjitdeka4002 4 месяца назад
God bless you brother ,bihu ahil Gan gowa ,fuloni mane bagisa ,bagisa mane fuloni ,kot bauna hoi chandraloi hat melisa
@saurovborkakoty2608
@saurovborkakoty2608 4 месяца назад
Gaurav gogoi zindabad. Tau axam gaurav. jorhat baxi bhayagaban anakuwa ajon bakti ok vote dibo Paisa. Tauk vote nidiya mana xamajot val manuhor muiloy nuhuwa huwa. So please cast your valuable vote to "Asam Lion" Gaurav Gogoi
@user-vz8fd5dt5p
@user-vz8fd5dt5p 4 месяца назад
গৌৰৱ গগৈ❤❤❤❤❤❤❤
@mainaborman5755
@mainaborman5755 4 месяца назад
E ata sur,
@rlrajibhussain4244
@rlrajibhussain4244 4 месяца назад
Gaurav gogoi jindabad.
@binabarua9304
@binabarua9304 4 месяца назад
অসমীয়া ক’ব নাজানে বুলি যে হাহেঁ সিহঁতৰ সন্তানবোৰক কিয় ইংৰাজী বিদ্যালয়ত শিক্ষা দিছে ? চিকুট মাৰি নিজক চাবচোন ৷
@humensaikia7914
@humensaikia7914 4 месяца назад
গৌৰৱ গগৈ ৰ ভৰি দুখন ধুবলৈও যোগ্য নহয় এই সীমান্ত শেষৰ নে কি এইটো।গান চুৰ টো
@Mapogo792
@Mapogo792 4 месяца назад
অবশ্যে গৌৰৱ গৰু গাধা অল্লগৰ্ধ অন্ধ সমৰ্থক হয়।
@RupantarPatowary-mn7dq
@RupantarPatowary-mn7dq 4 месяца назад
সৰ্বানন্দ সোনোৱাল আৰু গৌৰৱ গগৈ জয় নিশ্চিত ।
@user-sq5gh9vr4n
@user-sq5gh9vr4n 4 месяца назад
মই গোটেই কেইটা কমেন্ট টৰ লগত সহমত
@user-ln1cz7xy9d
@user-ln1cz7xy9d 4 месяца назад
এজনে ঠিক কৈছে বৰ্মন নহয় অসমীয়া হয় জানো ? নিজৰ মুখৰে ঠিক নাই এদিন কব কা' মানিম এদিন কব নেমানো।কিযে মানুহ ?
@rakibulahmed4434
@rakibulahmed4434 4 месяца назад
তাৰো অৱস্থা যতীন বৰা ৰ দৰেই হ'ব।
@tulshigogoi7019
@tulshigogoi7019 4 месяца назад
সীমান্ত, তুমি এজন গায়ক। গায়ক সদায় মধুৰ গন্ধৱৰ নিচিনা হ'ব লাগে? গৌৰৱ গগৈ এজন সাংসদ। মানে এজন ভাৰতীয় মুক্তি যুদ্ধ কৰা দলৰ জাতীয় মহান নেতা । গতিকে তোমাৰ বাবে কোন হ'ব পাৰে বুলি ভাৱা?
@padmapaninath
@padmapaninath 4 месяца назад
বহিৰাগত কাক কয় নজনা মহা শিল্পী ; যাৰ নিজৰেই নীতি হৈছে থলুৱাৰ ওপৰত ' কা' ৰ সমৰ্থক । ছি: ।
@debabratgoawami3061
@debabratgoawami3061 4 месяца назад
Nonsense simanta. Goru sor
@nitunzaborah5902
@nitunzaborah5902 4 месяца назад
এইটো ঘৈণীয়েকৰ ঘটা পয়ছাৰে চলি আছে। মেখেলা ধুই।😅😅😅
Далее
Курск - врата Рая / Новости / Шпак
1:14:35
ОБЗОР ПОДАРКОВ 🎁 | WICSUR #shorts
00:55