Тёмный

আহক চাওঁ পাকিস্তানৰ বজাৰ?খোৱা বস্তু,কাপোৰ ইত্যাদি বজাৰ last video f Pakistan Video by Bhukhan Pathak 

Подписаться
Просмотров 351 тыс.
% 25 564

Bhukhan Pathak
Pakistan Trip Episode 4
Assamese vlog
#bhukhanpathak #pakistan #assamesevlog
আহক চাওঁ পাকিস্তানৰ বজাৰ?খোৱা বস্তু,কাপোৰ ইত্যাদি বজাৰ last video of Pakistan Video by Bhukhan Pathak

Развлечения

Опубликовано:

 

26 фев 2022

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1 тыс.   
@ILIKETOTRAVELLIKEABIRD
@ILIKETOTRAVELLIKEABIRD 2 года назад
পাকিস্তানৰ দৰে এখন দেশত গৈ অসমৰ পৰা গৈ অসমৰ youtuber এজনে ভিদিও বনাই আছে ইমান সহজ কথা নহয়... ধন্যবাদ জনাইছোঁ ভূষণ দা 👍
@nkgbsnl5402
@nkgbsnl5402 Год назад
Eku nai jabo pari ,manuh ekei ,badmash gunda kom besi parimane sabate thake.
@pranjalkumar.7513
@pranjalkumar.7513 2 года назад
বহুত সুন্দৰ 💓💓মানুহ বিলাক বহুত ভদ্ৰ আৰু হেনচাম লাগিছে এনেই আগতে পাকিস্তান বুলি কলে মানুহ বোৰ জাবৰা যেন লাগিছিল। আপোন ভালেই জগত ভাল এই কথাটো সকলতে মিলে 💓💓
@ajsintu0750
@ajsintu0750 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-V9Cu0x9C09Q.html
@nabajit4x
@nabajit4x 2 года назад
Muru video sabo son plz 🙏
@rakibriyanmusic8089
@rakibriyanmusic8089 2 года назад
মানুহবোৰ বহুত ভালচোন আমাৰ ইয়াত এনে মিচা মিচি কথা কই থাকে Pakisthan বেয়া বুলি.আমাৰ ভাৰতবৰ্ষৰ মানুহতকে ভাল দেখিছো.দাদা আপোনাক ধন্যবাদ
@Hridaya123
@Hridaya123 2 года назад
আপুনি বেলেগতকৈ বহুত বেলেগ।। ব্যতিক্ৰমী চিন্তাধাৰা আপোনাৰ।। পাকিস্তানলৈ গৈ ভিডিও বনাইছে বহুত ভাল লাগিল 😍😍
@mrrezwan2080
@mrrezwan2080 2 года назад
আপুনাৰ পাকিস্তানৰ ভিডিঅ বোৰ চাই বহুত বেছি ভাল লাগিল। পাকিস্তানৰ মানুহ বোৰ বহুত বেছি বেয়া বুলি ভাবিছিলো। ভাল লাগিছে আপুনাৰ ভিডিঅ বোৰ 💖
@deen-e-talk6777
@deen-e-talk6777 2 года назад
*বহুত কষ্ট কৰিছে আমাৰ কাৰণে ধন্যাৱাদ আপোনাক। আপোনাৰ ভিডীওৰ পৰা আমি জানিব পাৰিলো যে পাকিস্তানৰ মানুহ কিমান ভাল।* *💞💞💞💞 জয় 🇮🇳আই 🇮🇳অসম 💞💞💞*
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 2 года назад
Vrishchik Rashi March 2022 RashiFol ৷ Assamese Rashifal Vrishchik / Scorpion Rashi March 2022 ৷ RU-vid link :: - ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-7gsTlSrWqt0.html
@dfg9981
@dfg9981 2 года назад
Kostor phol mitha.... Kosto hoise poisa o pabo..... 10 ta goise jdi 100 toka lutibo
@ajsintu0750
@ajsintu0750 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-V9Cu0x9C09Q.html
@sankuaarjya3517
@sankuaarjya3517 2 года назад
আমাৰ ইয়াত নতুন মানুহ দেখিলেই দোকানী,টেক্সীৱালা সকলোৱে লুটিব বিচাৰে,ঠগিব বিচাৰে।কিন্তু তেওঁলোকৰ ব্যৱহাৰ আৰু মানসিকতা সচাঁকৈয়ে প্ৰশংসনীয়। সকলোতকৈ ভাল লাগিল" आप हमारे guest है,जो देंगे वही ले लेंगे"বাক্যসাৰি। ভিডিঅ'টিৰ জৰিয়তে পাকিস্তানি নাম শুনিলেই সকলোকে সন্ত্ৰাসবাদী বুলি ভবা মোৰ মানসিকতা সলনি হ'ল।Love from Assam, India🇮🇳 # Specially thanks to Brother Bhuxon for this video......
@dipankarborah9870
@dipankarborah9870 Год назад
একমত আপোনাৰ ‌কথাত
@mukulkutum2000
@mukulkutum2000 Год назад
yes
@nabadipnath6425
@nabadipnath6425 2 месяца назад
🎉
@NajirAli458
@NajirAli458 5 дней назад
অকল ইছলামৰ বদনাম কৰাৰ কাৰণে godi mediaবিলাকে এনেবোৰ কথা প্ৰচাৰ কৰি থাকি। অথচ Hospitality, বেলেগৰ লগত ভাল আচৰণ কৰা এইবোৰ ইছলামৰ গুৰুত্বপূৰ্ণ অংগ। আপুনি যদি কেতিয়াবা Indonesiaলৈ যায় তেতিয়া আৰু ভালকৈ গম পাব সঁচাকৈয়ে ইছলামে আমাক কি শিকায়। আমাৰ অসমৰ অধিকাংশ মুছলমানেই ইছলামিক ক্ষেত্ৰত মূৰ্খ। সেয়ে তেওঁলোকৰ মাজত মাৰামাৰি বেছি
@dimbeswardeogharia6890
@dimbeswardeogharia6890 2 года назад
বৰ সুন্দৰ । মোৰো যাবলৈ মন গল । পাকিস্তানী সকলৰ ব্যৱহাৰ দেখি ভাল লাগিল ।👏👏👏🙏🙏🙏
@nabajit4x
@nabajit4x 2 года назад
Muru video sabo son plz 🙏
@basuentertainment9911
@basuentertainment9911 Год назад
আপোনাক মনিছো। ভাল লাগিল চাই
@user-il7iy6lb7p
@user-il7iy6lb7p 5 месяцев назад
Bohut bohut Val lagil apunije Pakistan goi videotu dise amak
@dipjyotimahanta7386
@dipjyotimahanta7386 2 года назад
পাকিস্তানৰ মানুহবোৰৰ ব্যৱহাৰ দেখি সঁচাকৈ বহুত ভাল লাগিছে। 😊 ঘৰতে বহি আপোনাৰ ভিডিঅ'ৰ জৰিয়তে পাকিস্তানখন দেখি আছো ভূষণ দা আপুনি আৰু ভাল ভাল ভিডিঅ' আমাৰ মাজলৈ আগবঢ়াব বুলি আশা কৰিলোঁ। জয় আই অসম ✊✊✊ জয় হিন্দ 🇮🇳🇮🇳🇮🇳
@ajsintu0750
@ajsintu0750 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-V9Cu0x9C09Q.html
@assameseboy5340
@assameseboy5340 2 года назад
মানুহ বিলাকৰ মাজত ভেদাভেদ নাই।। পাকিস্তানত গলে অনুভৱ আমাৰ ভাৰতত থকা যেনে লাগে।।পাকিস্তানৰ মানুহ বিলাক বহুত সহজ সৰল আৰু অতিথি পৰায়ন🍁কিন্তু আমাৰ মিডিয়া বিলাকে অলপ লগাতকৈ বেছি দেখুৱায় পইচাৰ বাবে।।। আমাৰ ৰজাঘৰীয়া মানুহ বিলাক আৰু আমাৰ চৰকাৰ বিলাক জহৰা।,, সাধাৰণ জনতা বোৰ সকলো দেশৰে একে
@imranshah3110
@imranshah3110 2 года назад
Exactly
@AminulIslam-ps2dd
@AminulIslam-ps2dd Год назад
Right✔👉
@Ramdhenu_Zg
@Ramdhenu_Zg 2 года назад
ইমান ধুনীয়া ব্যৱহাৰ পাকিস্তানী লোক বোৰৰ ।
@dharitrygogoi4019
@dharitrygogoi4019 2 года назад
কেৱল 'ধন্যবাদ' বুলি ক'লে দাদা ক'ম হ'ব ! আপোনাৰ সাহসীকতাক প্ৰণাম প্ৰথমে🙏 আপোনাৰ দ্বাৰাই অলপ হ'লেও বুজিলো পাকিস্তান খনক 🥰 আৰু আগবাঢ়ি যাওক আপুনি ।
@ajsintu0750
@ajsintu0750 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-V9Cu0x9C09Q.html
@pritirekhabaishya9305
@pritirekhabaishya9305 2 года назад
Aap hamare guest hai, jitne sahe de do......ei kathakhar bahut val lagil......tnks bhukhan da
@sunamduwarah8564
@sunamduwarah8564 10 месяцев назад
বহুত ভাল লাগিল পাকিস্তানি সকলৰ ব্যৱহাৰ দেখি সঁচাই সুখী হ'লো
@montusonowal9762
@montusonowal9762 2 года назад
মই ভৱাতকৈ বেছি দেখুৱালে। ধন্যবাদ জ্ঞাপন কৰিছো।জয় আই অসম।
@nirusaikia7631
@nirusaikia7631 2 года назад
সুন্দৰ , জয় ভাৰত ,জয় আই অসম।
@khanindramoral3043
@khanindramoral3043 2 года назад
খুৱেই ভাল লাগিল দাদা।। ভাৰত-পাকিস্তান বুলি যি এতিয়াও কিছুমান মানুহে নিজৰ স্বাৰ্থত খোৱা কমোৰ কৰি থাকে তেওঁলোকৰ বাবে এটা অতিকৈ ভাল ভিদিও।। আচলতে দেশ দুখনৰ নাম আৰু মানুহ বোৰৰ উপাধিটো হে ভাৰত-পাকিস্তান বাকী সকলোবোৰ একেই। আমি সকলোবোৰ একেই বৰ্তমান পৃথিৱী গোলকীয় গাওঁ হৈছে কিন্তু আমাৰ কিছুমান ভাৱ ধাৰাই হে সূৰ্য সম দূৰত্ব সৃষ্টি কৰিছে।। আশা কৰিম আমাৰ মাজত থকা সকলো অসম্প্ৰিতিকৰ ভাৱ ধাৰা আঁতৰি যাওঁক আৰু দুয়োখন দেশে এখনে আনখনৰ ভাতৃ স্বৰূপ হৈ অৰ্থনৈতিক ৰাজনৈতিক সামাজিক দিশত আগবাঢ়ি যাওক।।🙏🙏🙏
@ajsintu0750
@ajsintu0750 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-V9Cu0x9C09Q.html
@IArtStudi007
@IArtStudi007 Год назад
সঁচাকৈ ইমান ধুনিয়া তেওলোকৰ ব্যবহাৰ বোৰ, ভবাতকৈ বহুত পৃথক ❤
@ranjanneog245
@ranjanneog245 11 месяцев назад
Everyone make them meek & gentle in front of camera bro..so don't worry same thing happens in India too
@barshascolourfulworld8744
@barshascolourfulworld8744 2 года назад
Bohut besi Val lagil
@pkblogs6375
@pkblogs6375 2 года назад
Apunar karone aji Pakisthan khon dekhi paisu bohut bohut dhanyabad.
@mehebulmotivation5350
@mehebulmotivation5350 Год назад
Pakistani... Aaplog hamare bhai ho yaar ❤️ Aap logo ka tamiz dekh kar sach me dil chu geya yaar 🥺❤️. Love from India
@kailashdas5530
@kailashdas5530 2 года назад
গামোছা খনপিন্ধি থকা বাবে ধন্যবাদ সুন্দৰ হৈছে ভিডিও টো
@satyendradeka6343
@satyendradeka6343 2 года назад
মানুহ বোৰৰ ব্যৱহাৰ বহুত ভাল লাগিল
@nabajyotideka2314
@nabajyotideka2314 2 года назад
সুন্দৰ নিদৰ্শন ভাল লাগিল ভূষণ
@nipondeka2057
@nipondeka2057 2 года назад
Asolote kunu dekhote sokolu beya manuh nathake.. political leaders burehe reletion bur beya kore.. ❤️❤️
@AssameseVloggerDG
@AssameseVloggerDG 2 года назад
Wonderful vlog. Very interesting . Jai aai axom 🙏
@AssameseMixture
@AssameseMixture 2 года назад
🥰🥰🥰🥰🙏
@sahidulislamsahiduislam8311
@sahidulislamsahiduislam8311 2 года назад
I love you😘😘
@bantigoswamibora9726
@bantigoswamibora9726 10 месяцев назад
বহুত বহুত ধন্যবাদ তোমাৰ যহতে পাকিস্তান দেখা পালো, আৰু আগুৱাই যোৱা।
@biplobsarkar3468
@biplobsarkar3468 2 года назад
Bohut val lagil ketiyao voba nasilu j axomor lora pakisthanot goi video bonabo buli Thank you bro
@s.kstatus7739
@s.kstatus7739 2 года назад
পাকিস্তানৰ মানুহ বোৰ বহুত ভাল দেখোন,,, সঁচাই আচৰিত হৈছোঁ apunar videos বোৰ চাই ❤️❤️🔥
@ajsintu0750
@ajsintu0750 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-V9Cu0x9C09Q.html
@Zinniya
@Zinniya 2 года назад
@MR LEGEND YT 07 taei2 sob politics
@angryking3595
@angryking3595 2 года назад
খেজুৰ ৰ মিঠাৰ দোকান খনত তুমি দুশ টকাৰে ললা । ব্যক্তি জনে কৈছে Ap hamare guest hey jitna marji dey lejiye ❤️ yee bat dill sou lewa ❤️❤️💙
@rupakpujari3674
@rupakpujari3674 Год назад
Bahut val lagil thank you very much Bhukan Pathak
@AminulIslam-ps2dd
@AminulIslam-ps2dd Год назад
Right hundor bebohar
@sakhawatullah4684
@sakhawatullah4684 2 года назад
Thanks bhai assamok pakistanat famous kori dile. Bohut val lagil video but chai. Thanks bhai.
@himakshibarman465
@himakshibarman465 2 года назад
Vl lagise video tu sai
@bandanadas7096
@bandanadas7096 2 года назад
Anei Pakistan r ktha kole tar manuh bilak r proti ek blg dharona hoy kin2 vdo keitat xompurno blg... Pakistan r manuh bilak r bebohar bilak vl lagil..... gotei keita vdo bohut vl lagil ❤
@monigayan8135
@monigayan8135 2 года назад
ভূষণ তুমাৰ দ্বাৰাই গোতেই পাকিস্থানখন সুন্দৰকৈ উপভোগ কৰিলোঁ ভাল লাগিল । তুমি অনা মিঠাই কেইতামান আমাকো দিবা বুলি আশাথাকিল ।
@nabajit4x
@nabajit4x 2 года назад
Muru video sabo son plz 🙏
@anikshabora8162
@anikshabora8162 2 года назад
ধন্যবাদ আমাক পাকিস্তান দেখুৱাৰ বাবে ৷
@poonamborkakati2159
@poonamborkakati2159 2 года назад
সচাকৈ ভাল লাগিল, এনেকৈ যে যাব পাৰি জনা নাছিলো
@dhirajsonowal916
@dhirajsonowal916 2 года назад
Bohut val lagise
@sumitraphukan6916
@sumitraphukan6916 2 года назад
বহুত ভাল লাগিছে ভিডিঅ বোৰ চাই ভালে কুশলে ঘূৰি আহিবা। জয় আই অসম।
@sumitradas6914
@sumitradas6914 Месяц назад
সচাকৈ বহুত বহুত ভাল লাগিল👍👍👍🌹🌹🌹
@rzgargassam
@rzgargassam 2 года назад
Go ahead bro...excellent vlog...ইমান ধুনীয়া ব্যৱহাৰ তেওলোকৰ ।
@ajsintu0750
@ajsintu0750 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-V9Cu0x9C09Q.html
@BaBa12430
@BaBa12430 2 года назад
অপূৰ্ব/অতুলনীয় 👍👌
@tutumonidaimary3719
@tutumonidaimary3719 2 года назад
Val lagil video tu sai...vale vale ghuri ahok dada...ati honkale joy ai akhom..🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️🇳🇪🇳🇪🇳🇪🇳🇪🇳🇪
@renuborah8769
@renuborah8769 2 года назад
Bhal lagil pakistan dekhuwa babe tumi aru video bonai jaba akha thakil
@sajibdibrugarh216
@sajibdibrugarh216 2 года назад
Bohut hundor video salu sai bht vl lgile mnuh burok sai lgile j bohut vl mnuh hoi moi duwa ru akha korim jate Pakistan tu apuni hompurno k ketiyaba dekhbo buli hoitu tetiya mnuhr vul dharona bur hokolu hekh hobo❤️❤️❤️❤️❤️ love frm dibrugarh
@animapatar67
@animapatar67 2 года назад
ধন্যবাদ ভূখন তুমি পাকিস্তানত থাকা কাৰনে ভয় অনুভব হৈছিল ,পাছত গোতেখিনি ছালো তাৰ পাছত ভাল লাগিছে 👍
@crazyboys2801
@crazyboys2801 2 года назад
আপোনাৰ বাহিৰে কেতিয়াও এনেকুৱাকৈ অসমীয়া ইউটিউবাৰ পাকিস্তানত গৈ আপোনাৰ দৰে বাৰ্তালাপ কৰিব পৰা নাই,,,,,,😌❤️🌸 আপুনি বেলেগ ইউটিউবাৰ তকৈ বহু গুণে বেলেগ 🍁🤍 আপুনি পাকিস্তানত গৈ ভাৰতবৰ্ষৰ লগতে অসমৰ নাম সুকীয়াভাৱে পৰিচয় দি আহিছে,,,,,,😘💓 নলবাৰীৰ পৰা বহুত বহুত মৰম জনাইছোঁ 😘❤️🥀
@AssameseMixture
@AssameseMixture 2 года назад
🥰🥰🙏🙏🙏🙏🙏
@crazyboys2801
@crazyboys2801 2 года назад
@@AssameseMixture Bhukhan Daa আপুনি মোৰ Favourite RU-vidr আপোনাক এবাৰ লগ পোৱাৰ মোৰ প্ৰবল হেঁপাহ আছে,,,,,😘❤️🥀 আপোনাৰ লগত এবাৰ কথা পাতিব বিচাৰোঁ,,,,,,😌❤️ আপুনি যেন মোৰ অনুৰোধটো ৰক্ষা কৰে,,,,😌🥰 বহুত বহুত মৰম জনাইছোঁ আকৌ এবাৰ,,,,,,Love u Bhukhan daaa 😘💖🥰
@paragjyotinath1365
@paragjyotinath1365 2 года назад
Val lagil video 2 saiii
@lilythakuria6726
@lilythakuria6726 10 месяцев назад
বহুত সাহসী। ভগবানে মঙ্গল করক ।
@himasmitasvlog
@himasmitasvlog 2 года назад
Bohut val lagisil bhukhan da.........apunar videos bur sai bohut val lage💗💗💗........sare jahan se achha hindustan hamara........jai hind🇮🇳
@jyotishchoudhury2377
@jyotishchoudhury2377 2 года назад
Love you Pakistan.. Love from Assam
@techwithdhruva837
@techwithdhruva837 2 года назад
Val lagise sai bro
@rimaboruah4296
@rimaboruah4296 2 года назад
বৰ সুন্দৰ ভিডিঅ বনালা ভুষন।তোমাৰ লগতে আমিও পাকিস্তান যোৱা যেন লাগিল ।ধন্যবাদ ভুষন ।
@nabajit4x
@nabajit4x 2 года назад
Muru video sabo son plz xomoi pale 🙏
@dhirajsonowal916
@dhirajsonowal916 2 года назад
Sai apunr vidio keita
@deepbordaloi6465
@deepbordaloi6465 2 года назад
আপোনাৰ ভিডিঅ জড়িয়তে পাকিস্তানখন দেখিলো। বহুত বহুত ভাল লাগিল ভূষন দা।
@ajsintu0750
@ajsintu0750 2 года назад
ru-vid.com/video/%D0%B2%D0%B8%D0%B4%D0%B5%D0%BE-V9Cu0x9C09Q.html
@nitulsaikia6652
@nitulsaikia6652 9 месяцев назад
সুন্দৰ বহু ভাল লাগিল
@rajasherethengal5719
@rajasherethengal5719 2 года назад
Hosai bhut val lagil
@anupamroy9799
@anupamroy9799 2 года назад
ভূষণ দা পাকিস্তানৰ প্ৰত্যকটো ভিডিঅই চাই বৰ ভাল লাগি আছে । পাৰিলে অলপ সোনকালে আপলোড কৰিব চেষ্টা কৰিব।আপোনাৰ যোগেদি পাকিস্তানৰ আৰু বিভিন্ন ঠাই চাব পাম বুলি আশা থাকিল। জয় আই অসম 🇮🇳❤️
@nabajit4x
@nabajit4x 2 года назад
Muru video sabo son plz 🙏
@jyotikamanta9337
@jyotikamanta9337 2 года назад
আপুনি পাকিস্তানৰ প্রতি থকাৰ ধাৰণা সলনি কৰিলে।
@LoneWolf0160
@LoneWolf0160 2 года назад
Pakistan proti dharona emn jldi holoni nokoribi..eya Pakistan buli kbo nuari
@Islamic-km2bl
@Islamic-km2bl 2 года назад
Hundor
@shahjahanali1393
@shahjahanali1393 2 года назад
Agowai jowa dada
@dishasonowal5885
@dishasonowal5885 2 года назад
Pakistanor Video Saiii gutai Keita Bhal lagilll...U are very Courageous...Welcome Back to Assam...Joi aii Axhom..
@madhurjyadeka9747
@madhurjyadeka9747 2 года назад
কি কম দাদা ভাষা নাই❣️❣️❣️❣️❣️❣️❣️❣️❣️
@DBRG4815
@DBRG4815 2 года назад
Aounar hahokh manibo lgbo deii...jai hind
@mofidulalom6137
@mofidulalom6137 2 года назад
Wonderful video Bohut val lagil
@dipjyotikalitavlogs2241
@dipjyotikalitavlogs2241 2 года назад
ধুনীয়া লাগিছে
@mrabdul9194
@mrabdul9194 2 года назад
Bhai sosha nahi tha ki pakistani log itna accha hoga theres man are very hospitable and humble and the mis conseptiion is now clear 💞💞I want to go there and visiting the Kashmir valley from those side ,❣️😍love u bhukhan daa
@diptimedhi9376
@diptimedhi9376 2 года назад
ভাল লাগিল চাই।
@sharmilabaishya7740
@sharmilabaishya7740 2 года назад
Video keita sai bahut bahut vaal lagile... God bless you...moro jaabor man goise..
@aichengvlog8309
@aichengvlog8309 2 года назад
আমাতকৈ যথেষ্ট পৰিস্কাৰ ঠাই
@lakhyapuja7678
@lakhyapuja7678 2 года назад
This is call next level 👍
@nopainnogain7778
@nopainnogain7778 2 года назад
Bhut bhl lge Apunr video
@bhababhattacharyya3527
@bhababhattacharyya3527 2 года назад
সুন্দৰ
@ffdeepstatusReal
@ffdeepstatusReal 2 года назад
আপুনি মহান বেলেগত কৈয়ো বেলেগ ভিডিয় বনাইছে 🥰❤️
@parthasaikia6335
@parthasaikia6335 2 года назад
ভাল লাগিল ভিদিঅ'টো।
@rahulnarah3979
@rahulnarah3979 2 года назад
Dhuniya lagise video to 😍
@Priyanka76086
@Priyanka76086 2 года назад
Bahut bhal lagil
@bornaligoswami2518
@bornaligoswami2518 2 года назад
সুন্দৰ ❤️
@devapratimvlogs4138
@devapratimvlogs4138 2 года назад
কিবা এটা ভাল লাগে 😊😊❤️❤️।। ধন্যবাদ ভূষণ দা ❤️❤️💞💞।।
@ghanakantaguwahativlog9417
@ghanakantaguwahativlog9417 2 года назад
বহুত ভাল লাগিল ৷
@movlog7202
@movlog7202 2 года назад
Dhuniya 😍
@pujasaikia6287
@pujasaikia6287 2 года назад
Awsm vlog 👌👌👌👌👌👌
@digantarajbongshi251
@digantarajbongshi251 2 года назад
ধুনীয়া ভূষণ দা আগুৱাই যাওক 🤗
@nabajit4x
@nabajit4x 2 года назад
Muru video sabo son plz 🙏
@deepnarah4931
@deepnarah4931 2 года назад
Vl lgil
@morommahrom5478
@morommahrom5478 2 года назад
সঁচাকৈ বহুত এ ভাল লাগিল ঠাইবোৰ দেখা পায়।
@JJROASTERBOY
@JJROASTERBOY 2 года назад
🔥🔥🔥 amazing 😍😍
@biswajyotiarandhara9402
@biswajyotiarandhara9402 2 года назад
খুব ভাল লাগিল চাই ❤️😊
@mridulbarman6845
@mridulbarman6845 2 года назад
কষ্টক শলাগ ললো। ভাল লাগিল
@ms.manalisha531
@ms.manalisha531 2 года назад
Bohut vl lagil....
@jahimixfamily4311
@jahimixfamily4311 2 года назад
Mojja dada
@prakashnirola9779
@prakashnirola9779 2 года назад
❤️🔥lots and love Bhukhan da ❤️🤝
@dhrubalochanpatgiri2035
@dhrubalochanpatgiri2035 2 года назад
Bhal lagise. 👍
@krishnagogoi1657
@krishnagogoi1657 Год назад
বহুত বহুত ভাল লাগিল |
@mixup0.970
@mixup0.970 2 года назад
ভাষা নাই ভূষন দা 🥰😍😍😍😍😍জয় আই অসম 😍❤️ ন
@nabajit4x
@nabajit4x 2 года назад
Muru video sabo son plz xomoi pale 🙏
@introvert_sanjib
@introvert_sanjib 2 года назад
ভূষণ দা মজা লাগিল ভিডিঅ'টো চাই।🎉🎉
@DanabBorodoloi-lv6cx
@DanabBorodoloi-lv6cx 10 месяцев назад
Bhal lagise video to
@abdulali7570
@abdulali7570 2 года назад
ভাল লাগিল বহুত
@barnalideka7330
@barnalideka7330 2 года назад
1st comment korisu apunar video 💕 Love from baihata chariali
@jadabvlogs
@jadabvlogs 2 года назад
mojjjja 🔥🔥
@binodkakati7300
@binodkakati7300 Год назад
বহুত বহুত ভাল লাগিছে ভূষন ! পাকিস্তানত গৈ বিভিন্ন দিশৰ ওপৰত সামৰি ভিডিঅ'টো প্ৰস্তুত কৰি আমালৈ আগবঢ়োৱা বাবে অশেষ ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ !
@ramjaishi9957
@ramjaishi9957 2 года назад
Moza lagil