Тёмный

আহক মোৰ গাওঁৰ ঘৰখন চাওঁ ॥ এতিয়া এনেকেই আছো 🫶🏻॥ HOME TOUR 🫣 

Official sumki kachari
Подписаться 274 тыс.
Просмотров 925 тыс.
50% 1

Развлечения

Опубликовано:

 

17 фев 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,6 тыс.   
@travelingbitupanvlog4115
@travelingbitupanvlog4115 4 месяца назад
এনেকুৱা ঘৰ দেখিলে আমি অসমীয়া বুলি গৌৰব কৰিব পাৰোঁ...ডাঙৰ দামী ঘৰ বোৰ দেখাত হে ভাল শুৱনি হব লগা একো নাই..নাই তাত মৰম আছে, না তাত আদৰ আছে...বাঁহৰ কেঁচা ঘৰ খনত যিমান আদৰ সন্মান পোৱা যায় ৩০ লাখ টকীয়া ঘৰত পোৱা নাযায়।।।😊
@Bikiiiiiiiiiiiii
@Bikiiiiiiiiiiiii 4 месяца назад
Kiyo najai he
@rumihazarika5902
@rumihazarika5902 2 месяца назад
6:52
@DibakarDas-gu4pe
@DibakarDas-gu4pe Месяц назад
😮😮😮😮
@najiishaan_vlog
@najiishaan_vlog 11 дней назад
Right ❤❤❤
@poriaxom6847
@poriaxom6847 4 месяца назад
ভাল লাগে এনেকুৱা পৰিবেশ বিলাক ! শান্তি লাগে গাওঁৰ কেঁচা ঘৰ ,ডাঙৰ চোতাল, লগতে গঁড়াল, ভৰাল, শাকনি, ফুলনী এডৰা দেখি ! উস ৰাম কি যে---- মজা---- বাহিৰৰ পাকঘৰৰ চৌকা , মজাই বেলেগ...!
@najiishaan_vlog
@najiishaan_vlog 11 дней назад
Right ❤❤
@Low_key573
@Low_key573 4 месяца назад
চোতালত লাখ টকীয়া বাহন পৰি আছে, তথাপিও ঘৰ খন Traditional ।😌 বহুত ধুনীয়া লাগিছে ঘৰ খন😊❤️
@mintubora7998
@mintubora7998 4 месяца назад
Aikhon nijor ghor nhoi , kiyo Mane aibur.
@karabidutta1418
@karabidutta1418 4 месяца назад
মানুহ সুখী হ'বলৈ অট্টালিকা নালাগে। আপোন ঘৰখনতেই সুখ বিচাৰি পোৱা যায়। সদায় সুখত থাকা তুমি।
@DhurboVishal
@DhurboVishal 4 месяца назад
Kesa ghor is best, Kesa ghorote Khati Axomiya feel tu ahe😊😊😊😊😊😊😊😊😊
@Mindrefreshing1
@Mindrefreshing1 3 месяца назад
আপোনাৰ সহজ সৰলতাবোৰ দেখা পাই সঁচাই মনটো ভাল লাগি গল ।। ঘৰ খন পকাই হওঁক বা কেঁচাই হওঁক, নিজৰ ঘৰখন সদাই নিজৰ।। আপুনি আগবাঢ়ি যাওঁক, বহুত কৰিবলগীয়া আছে ।। ❤
@himusgamingvlogs2082
@himusgamingvlogs2082 4 месяца назад
সঁচাকৈয়ে অতি ভাল লগা পৰিবেশ । এজন গাঁৱলীয়া হিচাপে এনে পৰিবেশ ভাল পাওঁ ও গৌৰৱ অনুভব কৰো । শান্তিৰ পৰিবেশ ।
@2focus342
@2focus342 4 месяца назад
Share subscribe comment NJS academy channel
@khatiaxomiyalora7631
@khatiaxomiyalora7631 4 месяца назад
কেচা ঘৰৰ সৌন্দৰ্য্য পকা ঘৰতকৈ অধিক বেছি❤😊 বাকী ভাল লাগে আপোনাক❤
@binibrahma-uu3zm
@binibrahma-uu3zm 4 месяца назад
Tenehole tumi kesa ghor bnaba
@RiyaPatgiri-ku8bj
@RiyaPatgiri-ku8bj 3 месяца назад
🎉
@khabard5311
@khabard5311 4 месяца назад
কেঁচা ঘৰ যদিওঁ বা য়ে ইমান ধুনীয়াকৈ বস্তু বাহিনী সজাই থৈছে বহুত ভাল লাগিছে..সুন্দৰ গাৱৰ পৰিৱেশ
@bikashhazarika4791
@bikashhazarika4791 3 месяца назад
😂😂gari kinib kot pale ghr tuhe kesa 😂
@93911
@93911 Месяц назад
​@@bikashhazarika4791turnu ki poka ghortu ase 3:46 r😂😂
@user-gy5py2mj3t
@user-gy5py2mj3t 4 месяца назад
ভাল লাগিল চাই।ভালে থাকা চুমকি। তোমাৰ অভিনয়, নৃত্য সব ভাল পাওঁ।
@jaiaaiaxom9884
@jaiaaiaxom9884 4 месяца назад
গাাওঁৰ সুন্দৰ পৰিবেশ দেখি বহুত ভাল লাগিল । সদাই এনেদৰে সুখী হৈ থকা তাৰে কামনা কৰো চুম্পি 🙏🙏 বহুত মৰম যাছিলো কাশ্মীৰ পৰা । 🎉🎉
@chiranjibbordolai6332
@chiranjibbordolai6332 4 месяца назад
আপোনাৰ ঘৰখন চাই ভাল লাগিল বহুত neat and clean
@sumanborthakur3515
@sumanborthakur3515 4 месяца назад
বহুত ধুনীয়া লাগিছে সৰু কালটো মনত পৰি গ'ল। বহুত বহুত ধুনীয়া
@nabanitasaikia8749
@nabanitasaikia8749 4 месяца назад
বহুত দিনৰ পাছত দেখিলো ❤ ভাল লাগিল video to , বেহাৰ বাৰিলৈ সোনকালেই আহা.. তোমালোকক বহুত miss কৰিছো❤❤
@pallavisaharia5439
@pallavisaharia5439 4 месяца назад
Nice house,nice village. Full of nature
@gogoisurajit6271
@gogoisurajit6271 2 месяца назад
Nice.apuni bohut open mind ,clean mind person.bhal lagil video sai baidow.
@moitrayeedas5109
@moitrayeedas5109 4 месяца назад
বা আপোনাৰ ঘৰ খন বহুত ধুনীয়া আৰু ইমান চাফ-চিকুন কৈ ৰাখিছে । আৰু ফুলনি বাগিছা খন বহুত ধুনীয়া লাগিছে বা । এনে ও গাওঁলীয়া পৰিৱেশ বোৰ ভালেই লগে🥰 !! .....Love from chhaygaon❤.....
@CreatorAbhi-we1fc
@CreatorAbhi-we1fc 4 месяца назад
ধুনীয়া❤
@gopalkrishnadas3754
@gopalkrishnadas3754 4 месяца назад
বহুত ভাল লাগিল ৷ঘৰ অট্টালিকা নালাগে মনতোহে ডাঙৰ হ’ব লাগে ৷❤❤
@AlakeshBarman-pc8zn
@AlakeshBarman-pc8zn 4 месяца назад
বৰ সুন্দৰ দৃশ্য ।🎉❤🎉
@rojoniprovabaruah5461
@rojoniprovabaruah5461 4 месяца назад
বিউটি, বহুত ধুনীয়া লাগিল❤️❤️❤️❤️❤️❤️❤️👌
@Pinkibora_
@Pinkibora_ 4 месяца назад
Ba room tu bohut dhuniyake hojaise❤❤❤❤
@22nabajyoti
@22nabajyoti 4 месяца назад
সকলোৱে কৈছে...মইও কওঁ সঁচাকৈ বৰ মনোমোহা পৰিবেশ এটা..সুন্দৰ ঘৰ এখন ❤
@meenagogoiborgohain4170
@meenagogoiborgohain4170 4 месяца назад
সুন্দৰ পৰিবেশ---মৰম, শান্তিৰে ভৰা এখন ঘৰ ❤ আৰু কি লাগে।
@parulborgohain8511
@parulborgohain8511 4 месяца назад
বহুত ধুনীয়া ঘৰৰ পৰিৱেশ ।ভাল লাগিল ।
@pratibhabaruah7780
@pratibhabaruah7780 4 месяца назад
বহুত সুন্দৰ পৰিবেশ 🙏। এই পৰিবেশতেই অধিক শান্তি 👍
@romenboruah5733
@romenboruah5733 4 месяца назад
Bohut dhunia ghor, bohut systematic, bohut bhal lagise
@mukuldas2884
@mukuldas2884 4 месяца назад
Dhuniya lagise paribekh tu.bhut mn jai tenekuya Paribekht thakib,
@pompidutta4326
@pompidutta4326 4 месяца назад
বৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত তোমালোকৰ গাওঁ খন ঘৰতো বৰ ভাল লাগিল কেঁচা যদিও ❤❤
@BidyaDevi-kh9dk
@BidyaDevi-kh9dk 4 месяца назад
Ghor khon bor dhuniya
@overpower000official5
@overpower000official5 4 месяца назад
Your papa is hero 👌তেওঁক ভগৱানে কোখলে ৰাখক 🙏
@DipankarDhemajibuzz
@DipankarDhemajibuzz 3 месяца назад
সুন্দৰ এখন ঘৰ , গাৱঁলীয়া পৰিবেশৰ মাজত সদায় থাকো ভাল লাগে গাঁৱৰ জীৱন। কছু প্ৰিয় মোৰ❤
@tukharcreation9642
@tukharcreation9642 4 месяца назад
আপোনাৰ ঘৰ খন দেখি বহুত ভাল লাগিল, ইমান ধুনীয়া সুন্দৰ পৰিৱেশত বাস কৰে ❤️🔥
@apurbadas1929
@apurbadas1929 4 месяца назад
Lot's Of Love bailung dsoti ❤️❤️❤️
@pompydevi769
@pompydevi769 4 месяца назад
Bohut xundor ghor . Aru ba tumi behabarit aha bakoli
@KumudSaikia-cq5pm
@KumudSaikia-cq5pm 4 месяца назад
তোমালোকৰ গাঁও খন বহুত ধুনীয়া । তোমাৰ ঘৰতো সুন্দৰকৈ সজাই ৰাখিছা।
@sanjibpegu5834
@sanjibpegu5834 4 месяца назад
বহুত ভাল লাগিছে বিউটি।আচল আমাৰ চহাগাৱলীয়া পৰিবেশ। অতি মনোৰম ।
@lakhichayavlog7519
@lakhichayavlog7519 4 месяца назад
ভাল লাগিল সুন্দৰ পৰিবেশ ।বেহৰ বাৰী আউট পষ্ট সদায় চাও তোমাৰ অভিনয় বিৰাট ভাল লাগে ।❤️❤️
@user-gy5py2mj3t
@user-gy5py2mj3t 4 месяца назад
তোমাৰ ঘৰৰ পৰিবেশ বৰ ধুনীয়া।
@rohitborah3077
@rohitborah3077 4 месяца назад
Really sweet home and lovely Village of Asom.
@HappyHazarika-go7fc
@HappyHazarika-go7fc 4 месяца назад
বিউটি বা তোমাক এদিন দেখিছিলো । কিন্তু তোমাক মতিবলেই নাপালোঁ । সোমাই গলা গে। মন টো বহুত বেয়া লাগিলে ।
@manjuindianfood
@manjuindianfood 4 месяца назад
Bhal lagil poribek Sai so neat n clean 👍👍
@Kibaatavlogs454
@Kibaatavlogs454 4 месяца назад
Dhuniya lagise baa❤
@chittaranjandeka1984
@chittaranjandeka1984 4 месяца назад
সুন্দৰ প্ৰাকৃতিক গাৱলীয়া পৰিবেশ
@ruhihiya2947
@ruhihiya2947 4 месяца назад
ইমান ধুনীয়া ঘৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য্য অতি ধুনীয়া ।
@user-tj8xu7vz6r
@user-tj8xu7vz6r 4 месяца назад
বিউতি বা তুমাৰ ঘৰখন ইমান ধুনীয়া ❤❤❤❤❤❤❤❤
@dipanwitasarma6353
@dipanwitasarma6353 4 месяца назад
এক শান্তিৰ পৰিবেশ। স্বৰ্গীয় সুখ।
@nayanjittalukdar5080
@nayanjittalukdar5080 4 месяца назад
বহুত ধুনীয়া আপোনাৰ ঘৰৰ পৰিবেশ। পকী ঘৰত কৈ সুন্দৰ আৰু পৰিস্কাৰ।
@mahzabin_TMJTA
@mahzabin_TMJTA 4 месяца назад
Eman dhuniya apunar ghr to aru eman cgil.. Bhut val lage anakuwa ghr ❤❤❤❤
@shyamnushyamnu3318
@shyamnushyamnu3318 4 месяца назад
Val lagil aapunar video 2 sai. Attalika nhleo bhut hundrkoi rakhise ghar2 aru foolni barikhon.Gaon r pribekh tenekuwai,bhut hundr,ata nijan niribili pribekh.. Kasu tarkari bnua dekhi khabloihe mon goise, Ba. 😋🌹👌
@pulingogoi2485
@pulingogoi2485 4 месяца назад
গাহৰি মেইন সুন্দৰ 👌
@user-wo9mk8lo5u
@user-wo9mk8lo5u 4 месяца назад
Imn dhuniya poribekh.bohut val lagil sumki baa
@dimbeswarsaharia4278
@dimbeswarsaharia4278 4 месяца назад
গাওলীয়া পৰিবেশ সঁচাই মনোমোহা ❤
@mitalidutta5508
@mitalidutta5508 4 месяца назад
Love from gulaghat ❤ ba tmk bht val lage ❤ketiya ba log pua akha thakil ❤❤❤
@dannydaimary7885
@dannydaimary7885 4 месяца назад
ভাল লাগে আপোনাৰ video বোৰ চাই
@Mk_musical_show777
@Mk_musical_show777 3 месяца назад
ঘৰখন তেনেকুৱা এ নহযক কিয় ঘৰৰ মানুহবোৰৰ মাজত মৰম আৰু মিল থকাটোহে আচল কথা আৰু আপুনাৰ ঘৰখন চাবা চিজিল সেইবাবে বৰ ভাল লাগিছে ❤❤❤❤❤
@barlina95
@barlina95 4 месяца назад
বৰ ধুনীয়া ঘৰখ্ন লগতে পৰিৱেশ তো ।
@rimashreedas3197
@rimashreedas3197 4 месяца назад
Baa bohut morom tumaloi ❤❤❤❤❤
@user-ji4en5zt4t
@user-ji4en5zt4t 4 месяца назад
Ba apunar video sai bohut val lage❤❤
@user-wi7nn3sd2y
@user-wi7nn3sd2y 4 месяца назад
সুন্দৰ পৰিৱেশ,ভাল লাগিল বাইদেউ
@Veer0511
@Veer0511 4 месяца назад
গাঁৱৰ নিচিনা এক মধুৰ পৰিৱেশ আৰু ক'তো পোৱা নাযায় ❤❤❤ গাঁও মেইন ❤❤❤❤ Love From Majuli❤❤❤Ba & tumi bohut simple hoy😊
@pratibhabaruah7780
@pratibhabaruah7780 4 месяца назад
বহুত সুন্দৰ পৰিবেশ 🙏। এই ‌পৰিবশতেই অধিক শান্তি
@romenmili6323
@romenmili6323 4 месяца назад
Moza bai tks y❤.
@phatiksaikia9340
@phatiksaikia9340 4 месяца назад
Love from Golaghat Merapani..❤ Ba apuner lgt merapanit photo uthisilu programot😊...apuni mur favorite 😍
@parthadutta3160
@parthadutta3160 4 месяца назад
Bohut dhunia lagise gaonor poribekh
@user-lg3em1zv4q
@user-lg3em1zv4q 4 месяца назад
ভাল লাগিল ধন্যবাদ থাকিল
@pranitadas1106
@pranitadas1106 4 месяца назад
Sumiki tumar ghor bohut bhal lagile daii ♥️ logote fuloni khan ❤
@barshachetia5936
@barshachetia5936 4 месяца назад
ইমান ধুনীয়া কৈ পৰিপাতি কৈ ঘৰ খন থৈছে 😍 দেখিয়ে সোমাই থাকি চাব মন গল এবাৰ আৰু চিকুমিকু কিটাক মৰম কৰি গাহৰিৰ সোৱাদকণ লব মন গল 😋😋
@hridaychoudhury5981
@hridaychoudhury5981 4 месяца назад
বহুত ধুনীয়া পৰিবেশ, সোনকালে বিদুৰভাই চাবলৈ ৰৈ আছো |
@dibakarvlog1980
@dibakarvlog1980 4 месяца назад
অতি সুন্দৰ বাইদেউ 👌👍💓
@rdxgohainassam
@rdxgohainassam 4 месяца назад
Hundor fuloni bari...
@Karabibhuyan-cy2nq
@Karabibhuyan-cy2nq 3 месяца назад
তোমাক বহুত ভাল লাগে
@MrjoydeepJaan
@MrjoydeepJaan 4 месяца назад
অতি সুন্দৰ লাগিল বা ❤❤❤❤
@BinarabhaBinarabha
@BinarabhaBinarabha 3 месяца назад
Bht vl lge baa apunak
@dhunhimashree
@dhunhimashree 4 месяца назад
বা মই বাৰু বহুত সৰু তথাপিও মই ভাবো যে যিটো সুখ আমি গাঁৱৰ ঘৰত পাওঁ সেইটো সুখ কোনো অট্টালিকাই দিব নোৱাৰে ❤ আৰু সুখ টো মেইন যদি তুমি এনেকৈ থাকিও সুখত আছা তেন্তে অট্টালিকাৰ কি প্ৰয়োজন কোৱা 😊 যদি তোমাৰ তাত অট্টালিকা আছে সুখ নাই তেতিয়া কি হব কোৱা। Love from darrang magaldoi lakshmipur ❤ সদায় এনেকৈয়ে সুখী হোৱা বা ভগৱানে তোমাক সদায় যেন সুখত ৰাখে
@officialsumkikachari
@officialsumkikachari 4 месяца назад
Hoi 🫶🏻
@ligenpegu914
@ligenpegu914 4 месяца назад
Val lagil
@kongkisentertainment8274
@kongkisentertainment8274 4 месяца назад
Bohut bohut bohut vl lgise ghr khnr xoite poribex2❤
@pinkiboruah7050
@pinkiboruah7050 6 дней назад
Eman dhuniya aru paripatikoi rakhise ghorkhon dekhie montu vari goise
@yasmin7345
@yasmin7345 4 месяца назад
Nice ba ❤❤
@mayabinihandique708
@mayabinihandique708 4 месяца назад
অ বিউটি তোমাৰ অভিনয় বৰ ভাল লাগে তোমাক লগ পাবলে বৰ মন আছে
@biswajyotisvlogs9927
@biswajyotisvlogs9927 3 месяца назад
ভিডিঅটো চাই ভাল লাগিল। সুন্দৰ ঘৰখন আৰু গাৱলীয়া নিভাজ পৰিৱেশটোৱে অধিক সুন্দৰ কৰিছে।
@AnnoyedAstronomicalModel-we1qf
@AnnoyedAstronomicalModel-we1qf 26 дней назад
বিউতী বাইদেউ আপুনি, জনাবচোন খাদ্য প্ৰণালী মোৰো আপোনাৰ দৰে শকত হবলে মন যায়।
@subarnaborphukan2207
@subarnaborphukan2207 4 месяца назад
Apunak ekebare nijor ba dore lage ❤
@user-te5nh1sd2h
@user-te5nh1sd2h 4 месяца назад
Abar usoror pora log pua
@SaraswatiKalita-x7p
@SaraswatiKalita-x7p День назад
​❤@@user-te5nh1sd2h
@TutumoniMaruti
@TutumoniMaruti 4 месяца назад
সুন্দৰ পৰিবেশ ❤
@dhiradeka1854
@dhiradeka1854 2 месяца назад
তোমাৰ ঘৰখন দেখা পাই মনটো ভৰি গৈছে।ইমান সুন্দৰকৈ ৰাখিছা।ধন্যবাদ জনালো।ভাল video বনাইছা❤
@zyotishmoyborah8582
@zyotishmoyborah8582 4 месяца назад
Gaon r asol ghor buli kole anekua ghorokei kua hoi, bor dhunia lagil ghor khon aru poribesh tu,
@bitupansaikia8430
@bitupansaikia8430 4 месяца назад
Bohut dhuniya
@hopunbastob598
@hopunbastob598 4 месяца назад
বহু ধুনীয়া ফুল আছে ঘৰটো পাকা নহলে বহুত ধুনীয়াকে থৈছা। বহুত ধুনীয়া ❤baa❤❤❤❤
@anantagogoi1493
@anantagogoi1493 4 месяца назад
Apuni aguwai juok baideu tare kamona korilu...
@Ratna-wk9ht
@Ratna-wk9ht 4 месяца назад
Dhuniya baa❤
@Rhkitchenandvlogar
@Rhkitchenandvlogar 4 месяца назад
Beautiful sharing 👍❤❤❤
@nituldas8088
@nituldas8088 3 месяца назад
Bailung dosti.....khaboloi jaam......
@bibar4u
@bibar4u 3 месяца назад
Buhut boriya lagise❤❤
@Goal153
@Goal153 4 месяца назад
Val lagil Sai 💓
@Krishnasadiya
@Krishnasadiya 4 месяца назад
ভাল লাগিল ঘৰ খন আৰু লাই আৰু গাহৰী মজা❤❤❤❤❤❤❤❤❤❤
@rekharanidevi8695
@rekharanidevi8695 4 месяца назад
বৰ সুন্দৰ পৰিবেশ ❤
@arpanakalita3329
@arpanakalita3329 4 месяца назад
সুন্দৰ পৰিবেশ
@user-bh6ze5hz2f
@user-bh6ze5hz2f 4 месяца назад
Hi d !!!val lagil vdo tu sai bht dinor murt dekha palu..
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 месяца назад
বহুত ধুনীয়া আৰু পৰিপাটি ঘৰ।
@rinkigogoi7455
@rinkigogoi7455 4 месяца назад
Best wishes to ur new journey ba❤❤lots of love from sivasagar ❤
@kasturiBorman
@kasturiBorman 4 месяца назад
Baa apunar ghr golaghat Kun thait
@BHSClass.Motivation
@BHSClass.Motivation 4 месяца назад
কেচা ঘৰ সুন্দৰ হয়। ধুনীয়া কৈ সজাইছে।
@user-bn9uz7qu3h
@user-bn9uz7qu3h 2 месяца назад
সুন্দৰ পৰিৱেশ আৰু লগতে আপোনাৰ ঘৰটো আৰু সুন্দৰ।
Далее
Фу пронесло
0:14
Просмотров 4 млн