Тёмный

📌বহুতে হিংসা কৰিলেও এইবাৰ ধুমুহাৰ গতিৰে আগবাঢ়ি যাব আঙুৰলতা ডেকা... 

Rits Time
Подписаться 53 тыс.
Просмотров 202 тыс.
50% 1

📌বহুতে হিংসা কৰিলেও এইবাৰ ধুমুহাৰ গতিৰে আগবাঢ়ি যাব আঙুৰলতা ডেকা...

Опубликовано:

 

28 апр 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 380   
@NitashreeBorgohain
@NitashreeBorgohain 7 дней назад
অতি সুন্দৰ মন্তব্য। বহুত সাহসী আৰু শক্তিশালী নাৰী। অনাগত দিনত আৰু আগুৱাই যাবলৈ ভগৱানে শক্তি দিয়ক তাৰেই কামনা।
@TamimBhuyan-te8yt
@TamimBhuyan-te8yt 2 дня назад
CM BEDROOM JABO
@rubibaruah7392
@rubibaruah7392 8 часов назад
ভাল লাগিল কথাখিনি
@madhushmitamedhi1592
@madhushmitamedhi1592 Месяц назад
বাকী নাজানো, এটাই জানো আকাশৰ পত্নী নোহোৱা হলে কেতিয়াও আপুনি এগৰাকী বিধায়িকা হব নোৱাৰিলে হয় , পাৰিলে দুইজন আকৌ লগ হওঁক আৰু ভাল চিনেমা আমাক উপহাৰ দি এক আদৰ্শ অভিভাৱক হৈ পৰক🙏🙏
@plabonborgohain6786
@plabonborgohain6786 25 дней назад
Hsai ako aklog houk....
@user-jr6qh5jx3j
@user-jr6qh5jx3j 23 дня назад
​@@plabonborgohain67860⁰⁰ by TT uu TT TT TT
@kanaklatadas960
@kanaklatadas960 13 часов назад
আঙুৰ বা পাৰিলে আপুনি গায়ত্ৰী আৰু আইমী বাৰ সংসাৰ খন চাব কেনেকুৱা।। ৰাজনীতি কৰিলা বুলিয়ে নিজৰ সংসাৰ খন পাহৰি যাব নালাগে।। তুমি অভিনয় জগতৰ মানুহ অভিনয় কৰা ৰাজনীতি এৰি দিয়া।। আকাশ দাদাৰ লগত আকৌ একেলগে থকা। কাৰণ ৰাজনীতিৰ পৰা তুমি একো এ নাপালা। নিজৰ সংসাৰ খন হে ভাঙিলা।। ছোৱালী জনীক দেউতাকৰ পৰা আতৰাই নাৰাখিবা।। আকৌ ভালদৰে থাকা দুইজনে
@asomorloramoimridul2712
@asomorloramoimridul2712 Месяц назад
প্ৰথমে নিজৰ সংসাৰ খন ঠিকে ৰাখিব নোৱাৰৰ মানুহে কি অসমৰ ভালৰ চিন্তা কৰিব পাৰিব
@brojenkhargharia15
@brojenkhargharia15 Месяц назад
Thek kotha koesa
@monichoudhury1988
@monichoudhury1988 9 дней назад
Pagl neki xoxarr log xei borr ki mil ase
@sikhadas7687
@sikhadas7687 Месяц назад
টকাৰে সন্মান কিনিব নোৱাৰি আঙুৰ |
@user-gu1bd4mn7i
@user-gu1bd4mn7i Месяц назад
Apuni thikei koise kintu ,,apunar usorot poisa nai manuhe ki kb jane ne ,,aku buli nabhabe hoine nohoi apuni bhabi sab
@user-xs9nn1dr3t
@user-xs9nn1dr3t День назад
Sob poisa, poisa nohole akuye nai ajir duniyat
@bharatibarkataki7592
@bharatibarkataki7592 Месяц назад
হাতখন বেছিকৈ লৰাই থাকিলে ভাল নেদেখি ৷
@user-fo5hp7nd9b
@user-fo5hp7nd9b Месяц назад
নিজৰ মানুহজনৰ কথাই চিন্তা নকৰিলে ৰাইজৰ কথা কি চিন্তা কৰিব
@supriyaborah4315
@supriyaborah4315 Месяц назад
মহিলাবিলাক‌ সাহসী‌ আৰু‌ মানসিকভাৱে‌ সবল‌ খামিডাঠ হʼলে‌ পুৰুষ‌ বিলাক‌ৰ বহুত জ্বলন হয়...ইয়াৰ‌ বেছিভাগ কমেন্টত‌ সেইয়াই‌ প্ৰকাশ‌ পাইছে।
@milonjyotinath-dx3fx
@milonjyotinath-dx3fx 21 день назад
Mohila bilake jatia xobol buli vabi .. porixima aru xomporkor deuna par kori jai aru nijor swamik eri jai tatia tene mohilak ki buli vabibo ... xomota luvi ne xomporko rokha kori Sola Val manuh .... xunok ji manuhe nijor ghar xon r relation thik raxibo nuare tene mohila k katiau jonotar babe kam koriboloi aag bohai dibo nalage ...
@monichoudhury1988
@monichoudhury1988 9 дней назад
Hoi de
@user-xs9nn1dr3t
@user-xs9nn1dr3t День назад
Right
@digitalindia7191
@digitalindia7191 Месяц назад
বাকী যিয়েই নকৰা কিয়। আকাশ আৰু তোমাৰ সংসাৰখন আকৌ জোৰা লগোৱা। আমি বহুত সুখী হন।
@GUNINBHUYAN-pj2ve
@GUNINBHUYAN-pj2ve Месяц назад
ৰাজনীতি এৰি সংসাৰৰ কথা ঢিণতা কৰক। অহংকাৰী মানুহ ৰাজনীতিৰ বাবে অযোগ্য। প্ৰিয়ংকা,গৌৰবৰ লগত আপোনাৰ তুলনা নহয়।
@prasantadas5775
@prasantadas5775 Месяц назад
তোমাক উচিত শিক্ষা দিছে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। প্ৰথমে ঘৰ খন ঠিক কৰি লোৱা। তোমাৰ ৰাজনীতি শেষ।
@archanateron933
@archanateron933 2 дня назад
Bht vaal lgil kothabur baa
@user-ri6di8sw6o
@user-ri6di8sw6o Месяц назад
নিজৰ বুলিবলৈ একো নাই গতিকে কোনো ক্ষেত্ৰতে নিজৰ ইচ্ছা অনুসৰি আগবাঢ়ি যাব নোৱাৰে। পুতলা হয়
@animachetia2172
@animachetia2172 Месяц назад
জদি টকাৰে সকলো কিনিব পাৰি তেতিয়া হলে তোমাৰ নমামিক মা দেউতাৰ দোয়োৰে মৰম কিনি দিয়া,
@user-ri6di8sw6o
@user-ri6di8sw6o Месяц назад
আপোনালোকে সমাজৰ আদৰ্শ ব্যক্তি সকলৰ সাক্ষাৎকাৰ লব, এনেকুৱা কোনো ব্যক্তিত্ব নাইকীয়া মানুহৰ নলব।
@nitulgogoi7964
@nitulgogoi7964 Месяц назад
100%right
@fizabegum3925
@fizabegum3925 Месяц назад
💯
@drisankuroy2255
@drisankuroy2255 Месяц назад
Swamir kotha nokole saitu teor private kotha kintu ata kotha val lagil,teo j koise nijar dukhar kotha kobo nalage aitu akebare sosa kotha manuhe dukhar kotha suni hahibahe khuje.very smart mem.
@janbhai3393
@janbhai3393 7 дней назад
Baperor mura2
@majanikalita6025
@majanikalita6025 Месяц назад
সংসাৰ এখন সুন্দৰ ভাৱে আগুৱাই নিবলৈ সকলো মহিলাই চেষ্টা কৰে। কিন্তু নিজৰ ভবিষ্যতৰ কথা কোনো মানুহে নাজানে। কাৰোবাৰ সংসাৰৰ কথা কোনো মানুহে ক'ব নোৱাৰে । অকল এজনক দুখাৰোপ কৰি লাভ নাই । এখন সংসাৰ দুজনৰ বুজাবুজিৰ মাজত আগবাঢ়ে, গতিকে তেওঁলোকৰ সংসাৰখনৰ কথা তেওঁলোকতকৈ বেছি কোনোৱে নাজানে । আমি অকল মহিলা গৰাকীক ব এজন ব্যক্তিক দুখি লাভ নাই। জন্ম, বিবাহ, মৃত্যু সকলো ভগৱানৰ হাতত। এগৰাকী মহিলা ধ্বংস কৰা আৰত এজন মুখা পিন্ধা পুৰুষহে থাকে কিন্তু। এগৰাকী মহিলাক বেয়াকৈ কোৱাৰ আগত সকলোৱে নিজৰ মা, বাই,ভনী কথা ভাবিব লাগে কাৰণ কাৰো ভবিষ্যতৰ কথা কোনোৱে নাজানে।
@soonmoni6746
@soonmoni6746 Месяц назад
Right
@deijikalita4181
@deijikalita4181 Месяц назад
সচা কথা, দুয়োজনৰ বুজাবুজি, মৰম চেনেহৰ বান্ধোনেই হৈছে সংসাৰ চলোৱা মূলমন্ত্র 👍
@SibaniDutta-oz5lj
@SibaniDutta-oz5lj Месяц назад
Gud
@milonjyotinath-dx3fx
@milonjyotinath-dx3fx 21 день назад
Jodi xomajor nidorxon bur ene manuhe dia tatia xomaj xon kun dixot jabo .... Xomotat nothokaloi sob thikei asil xomatat ahi husband k Val nologa hol 😂 sob paisa ...ka khel
@user-xs9nn1dr3t
@user-xs9nn1dr3t День назад
Right
@mamonidevi617
@mamonidevi617 День назад
Bohut bhal lagil 2 gorakike dhayanobad jonalu
@bobysonowal6016
@bobysonowal6016 Месяц назад
নিজৰ মানুহ জনৰ কথা অলপ vabok কাৰণ নিজৰ মানুহৰ পৰা আঁতৰি Happy হব nuare.hodai আধৰুৱা.
@bharatiborah8630
@bharatiborah8630 Месяц назад
আগৰ ভাল লগা আঙুৰ লতা জনী হৈ থকা নাই।টকাই মানুহৰ সপোন বুলি এগৰাকী মহিলাই ভবাটো ভাল নালাগিল।
@user-fj1wd1nx3w
@user-fj1wd1nx3w Месяц назад
সচা কথা।অসংকাৰী যেন লাগিল মোৰ।সন্মান টকাৰে কিনিব নোৱাৰে তাই হয়তো এতিয়াও শিকিব বাকী আছে।অৱশ্যে আজিৰ যোগত আয়োযক সকলক টকা দি সন্মান কিনিব পৰা যায়।
@monichoudhury1988
@monichoudhury1988 9 дней назад
Kio kibeya kotha koise
@pabitrapegu6762
@pabitrapegu6762 Месяц назад
এই জনীয়ে বহুত মিচা মাতিছে । কাৰন পইচা থকিলে সকলো কৰিব পাৰে বুলি কৈছে । নমামিৰ কথা বাৰে বাৰে উলাই । সেইটোতে বুজা যায় নমামিক তেওঁৰ নিচিনাই হবলৈ শিকাইছে। যিমানেই তেওঁ কওক তেওঁৰ চৰিত্ৰতো নাৰি সমাজত কলংক। কাৰন পুৰুষ এজন নথকা হেতেন নমামি নামৰ এজনি তেওঁৰ লগত নাথাকিল হেতেন। ধনী হলেই যদি সকলো কিনি হয় তেন্তে মানৱ জাতিক পুৰুষ আৰু মহিলা বুলি ইশ্বৰে জম্ম নিদিলে হেতেন । গতিকে তেওঁ মানৱ জাতিৰ কাৰনে কলংক।
@user-gu1bd4mn7i
@user-gu1bd4mn7i Месяц назад
Teu thikei koise karon apunar usorot poisa nai ,,manei kunu kaxot nai apuni jane ,, na apunar grr manuh na apunar priyal manuh kunu bahe ahi apunar usorot poisa thakok xokolu thakib aru agib 🙏🙏🙏hoi ne nhoi abar bhabi Sai lok
@syedaummehabiba9453
@syedaummehabiba9453 20 дней назад
😊😊😊😊😊😊
@monichoudhury1988
@monichoudhury1988 9 дней назад
Aku misa kotha kuwanai
@user-xs9nn1dr3t
@user-xs9nn1dr3t День назад
Aku misa kuneu nai
@trishnakalita4154
@trishnakalita4154 Месяц назад
প্ৰিয়ংকা গান্ধীক যে গালি পাৰিছিলি মনত আছে নে। মিচলিয়া জনী
@rubidevi2364
@rubidevi2364 Месяц назад
Bohut bohut bhal lagil ❤️❤❤
@rambalram2610
@rambalram2610 Месяц назад
এই জনিয়ে বৰ পেক পেকাই... মানুহে ইমান পেক পেকুৱা মানুহ ভাল নেপাই...😮😢😢😢 কামেৰে হে মানুহৰ পৰিচয় কথাৰে নহয়... 😮😮😮
@namitasaikia7107
@namitasaikia7107 Месяц назад
Nije ki korise nu
@rambalram2610
@rambalram2610 Месяц назад
নিজে... পৰিশ্ৰম কৰি চৰকাৰক টেক্স অৰ্থাৎ কৰ দিছোঁ... তাইৰ নিচিনা ফকতিয়া, বেপেৰুৱা লেকচাৰ মাৰি চৰকাৰী অৰ্থাৎ কৰ দাতাৰ পইচাৰে পেঞ্চন লৈ দাত চেলাই ঘূৰি ফুৰা নাই.....!!!! আমি চৰকাৰী চাকৰি নকৰোঁ....!!!
@dulumanirabha5496
@dulumanirabha5496 Месяц назад
গৌৰৱ গগৈৰ লগত তোৰ তুলনা নহয়
@LonimoniDutta
@LonimoniDutta Месяц назад
Val lagil kotha bur huni apunar
@user-ix3dl8fh1u
@user-ix3dl8fh1u Месяц назад
পাখৰি টকাৰে সকলো নহয় । মেখেলা দাঙি দাঙি জোৱা জনি ।
@user-vg3pf7fj8w
@user-vg3pf7fj8w Месяц назад
Thankyou baidew katha bur xuni val lagil.
@user-fo5hp7nd9b
@user-fo5hp7nd9b Месяц назад
ঠিকেই কৈছে আঙুৰ বাইদেউ ৰাইজৰ পৰা আশীৰ্বাদ পাবলৈ আপোনিনো ৰাইজৰ কিমান ভাল কাম কৰিছে।😂😂
@anjanadas5377
@anjanadas5377 Месяц назад
এই বিলাক নাৰিয়ে‌ কেতিয়াও সঙসাৰ আমাৰ নিচিনাকৈ ধৰি ৰাখিব নোবাৰে।
@paridevi7710
@paridevi7710 Месяц назад
Toi baa ki kori aso kune dekhise.agote nije vl hoi lo pasot kobi belegok. Surehe suror bhori dekhe. Toi je sur nkoleu hb
@dipalidevi1323
@dipalidevi1323 Месяц назад
Very smart keep it up
@munindra-lq1cg
@munindra-lq1cg Месяц назад
Really
@porikhataniarvlogsparilife7610
@porikhataniarvlogsparilife7610 Месяц назад
পইচা থাকিলে সকলো কৰিব নোৱাৰে দেই
@runumonibarman800
@runumonibarman800 Месяц назад
Bohut bohut prerona palu dhanyawad
@RakeshDoley-nk9zn
@RakeshDoley-nk9zn Месяц назад
আঙুৰলতা ইমান অহংকাৰী নে বাৰু মানুহ বোৰ ইমান বেয়াকে গালি পাৰিছে যে
@dhananjayhazarika5926
@dhananjayhazarika5926 27 дней назад
কিছু ৰহস্য ঘণীভুত হৈ আছে
@chandradas2383
@chandradas2383 Месяц назад
Thanks Aungur lota
@dhrubajyotidas7031
@dhrubajyotidas7031 Месяц назад
Ekdom মিছা আৰু মিছা
@mridulnath1556
@mridulnath1556 Месяц назад
Actres বুলি অসমৰ সকলোৱে চিনি পাই আঙুৰলতাক। কিন্তুু আজি কি জ্ঞান দাবলৈ বা শিকাবলৈ এই prgm টো কৰিছে। কাম নাই । কিছুমান কথা শিকাবলৈ কিছু ব্যক্তি আছে তেওলোকক মাতিব। এই ঘৰুৱা কথাখিনি ঘৰত গৈ সুধিব পাৰিলে হয়। এই prgm ৰ পৰা কি শিকিম জানিম।
@renubaruah360
@renubaruah360 Месяц назад
এই জনী পাগলী, এই কথাৰ কোনো ভেলু নাই। যৰ মানুহ টত থাকিব লাগে।😊😊😊
@SarojaniNath-qx1vd
@SarojaniNath-qx1vd Месяц назад
নিজৰ ছোৱালী জনী আৰু নিজৰ মানুহ জনক এৰি কেনেকৈ জে থাকিছে। মোৰ 13 বছৰ হ'ল বিয়া হব নোৱাৰো দেই।
@rintumanideka3667
@rintumanideka3667 Месяц назад
Bahut bahut ভাল লাগিছে
@Kaberi96
@Kaberi96 Месяц назад
Besikhni comment jodio negative yet bohutkhini practical kotha koise.... Aru kthabur xunile gom puwa jaai background t bht kosto aru experience hoise Acting aru political field khonot..... You are toooo bold and strong enough...
@AjCreation11
@AjCreation11 Месяц назад
Nijor Hubby ky sni napai.....Baideo A ...Raijok kt sni pbo🤭😃😃
@Kaushik632
@Kaushik632 17 дней назад
আঙুৰলতা বাক থিয়েটাৰত লাগে।❤
@user-dt2so7dc1f
@user-dt2so7dc1f День назад
Hoi Ba Val lagil kothakhini
@ranjanpds7245
@ranjanpds7245 29 дней назад
এই জনী মাইকী list ত আছে জানো?
@dibyajyotihaloi6610
@dibyajyotihaloi6610 Месяц назад
Poisarai .. tupani kiniba nowari .... Baidya 🙏🙏🙏
@user-ir6rm3nj1c
@user-ir6rm3nj1c Месяц назад
Vl lagil ..teur ktha huniboloi wait kri e asilo ..
@arudas6755
@arudas6755 Месяц назад
কি বহুত লেকচাৰ মাৰিলিা আকাশৰ কথা নকলি লাজ লাগে কবলৈ তই কম বস্তু নহয়
@jutikapegudoley1774
@jutikapegudoley1774 Месяц назад
Kom Mal nohoi Tai paisar babe nijor Manujonok eribo pare kiman adbhud doronor kotha....Tai paisa pale xokolu bikri koribo....
@rubigogoi5237
@rubigogoi5237 19 дней назад
বহুত স্পষ্টবাদি, কথাবোৰ শুনি ভাল লাগিল। হয় টকা থাকিলে সকলো থাকে। এই কথাত মই য়ো একমত❤️
@Joy-jq4nv
@Joy-jq4nv Месяц назад
Apunr kotha reality rijai koise ei je amar khomaj khont mukhot kiba petot kina dekhat kina dekhuwau kiba nohoi. Poisa ase mne sb ase hoi khosai. Poisa nai jodi ekue nai. Mur dutar aji bemar poisa nathakile teu jiyai nathake.
@user-de5de7gj9g
@user-de5de7gj9g 24 дня назад
সুখ কিনিব পাৰি যদি ৬০০ টকাৰ সুখ লাগে , ২০০ ত বেছিম ৪০০ শ লাভৰ থাকিম ।
@user-gu1bd4mn7i
@user-gu1bd4mn7i Месяц назад
Tumi ji korisa bhal koriba buli tumi nijei jana hei babe tumi nijor mote kora ❤❤
@dikshit8796
@dikshit8796 Месяц назад
Bht Val lgl ..bht khula tekht aru lift bht trezedr mukha mukhi hyse
@HimaniRajbangshi-to3bf
@HimaniRajbangshi-to3bf Месяц назад
আকাশ দ্বীপ কথাবোৰ নকলে
@joshnaray3117
@joshnaray3117 Месяц назад
টেঙা আংগুৰ আগতে আকাশক ভাল পাইছিলি এতিয়া টকাৰ মুখ দেখি মতাতুক পাহৰি হলি , চেল চেলি মাইকী
@beautydutta1999
@beautydutta1999 Месяц назад
আকাশ দ্বীপৰ লগত থকাহেতেন সকলো ভাল হলহেঁতেন।
@debajaniboragogoi2336
@debajaniboragogoi2336 Месяц назад
Val lagil kothabur huni
@MahatKhakhulary-kc3uz
@MahatKhakhulary-kc3uz Месяц назад
Good
@sikhasarma1389
@sikhasarma1389 Месяц назад
All the best ❤🎉
@jayadass2681
@jayadass2681 Месяц назад
তোমাৰ ৰাজনীতিত ভাল দিন আহিব জানো?
@shikhyavlogs250
@shikhyavlogs250 3 дня назад
যদিহে আপোনি এগৰাকী সাহসী মহিলা তেন্তে সেন্দুৰৰ মূল্য দিব জানিব লাগিছিল।নহলে বাকী মহিলাবোৰে আপোনাৰ পৰা কি শিকিব জনাবচোন ।আপোনাৰটো বয়সো যথেষ্ট হ'ল,বাকী সৰুতে বিয়া হোৱা মহিলাসকলে স্বামীৰ লগত ভালকৈ আছে দেখোন।টকা গঢ়ি ললে এতিয়াটো বহুতেই কৰিব পাৰিব ন ???
@jurigogoi1471
@jurigogoi1471 Месяц назад
বহুতো সুখী আগুলতা বাইদেউ কথা শুনি তেওঁ আগুৱাই লৈ যায় যে ভগৱানে
@rubybhuyan7663
@rubybhuyan7663 9 дней назад
Man poweror tolot khup di nohi thoka k women power tuk discover koribo laage apunr podcastor dwara onek mahila jun mukh khular xahox nokore edin koribo,anok judg kiyo koribo diye ek maatro ishwar ejon jiye amar destiny likhi diye aru xei destiny jodi apunar acceptable nohoi purapuri apuni nijei destiny likhok jibon apunar,xidhantto apunar rasta apunar,focus u apunar ❤❤
@user-ix3dl8fh1u
@user-ix3dl8fh1u Месяц назад
বাওঁহাতখন জঠৰ নেকি ? ইমান বেছি দেখালে ভালনালাগে ।
@kornokumardoley1514
@kornokumardoley1514 Месяц назад
এইজনীক interview নলব দেই subscribe কৰা সকলেও unsubscribe কৰিব😂😂😂😂
@Alizakitchen11
@Alizakitchen11 29 дней назад
Bohut dhuniya lagise
@deijikalita4181
@deijikalita4181 Месяц назад
জিন্দাবাদ আঙুৰলতা ❤
@janardandas3770
@janardandas3770 Месяц назад
Val lagil
@jayshreealishaangarikamili7157
@jayshreealishaangarikamili7157 Месяц назад
Hosai poosa nohole jeewantu ekebare 0....poisa ase jodi hokolu ase...jeewantu jiyabole hohoj hoi so moi ekmot
@nabanitadas3198
@nabanitadas3198 Месяц назад
নিজৰ ঘৰৰ খন চাই। আকাশ দা কি কৰিলে
@anjanamedhi6707
@anjanamedhi6707 Месяц назад
বহুত ভাল লাগিল কথা খিনি
@karabimunmahanta6004
@karabimunmahanta6004 Месяц назад
Eta samayat apuni swami ru manuh bisaribo lagibo. Karan toka poisa ru selfishness hoi manuh xukhi totha unnoti koribo nuare. Manuhor rup joubon temporary. Ji hoisa biar pisote hoisa. Besi happy manuhe imn bar nkoi j moi bohut happy
@mukutgogoi6240
@mukutgogoi6240 Месяц назад
Olop besi hol niki. Level tu besi hol .
@sabitadas9153
@sabitadas9153 9 дней назад
সচাঁ কথা কোৱাৰ সাহস থাকিব লাগে ।
@bhumikadeka3102
@bhumikadeka3102 15 дней назад
Val lagil. Khosake val lagil. Agorake successful woman or arot Bohut stories thake. Kheikhinik respect korar dorkar. Angurlata bar Opinions khini val lagil.
@bhanitadevi4074
@bhanitadevi4074 Месяц назад
Good decision ❤😊
@minjuaraahmed1420
@minjuaraahmed1420 Месяц назад
Bohut bhal lagil.kothbor suni agurlotar.
@sonmonikalita3305
@sonmonikalita3305 Месяц назад
Hy bhut vl lagil ❤
@ramendeka4892
@ramendeka4892 Месяц назад
16:30 sekend t bahot Val katha kyc .just motivation.
@gitumanipathak__
@gitumanipathak__ 17 дней назад
Mohilai r xatru purukh,i agree
@deepphukan4960
@deepphukan4960 Месяц назад
Nice ❤❤❤❤❤
@swastikanandiniborahoffici4396
@swastikanandiniborahoffici4396 26 дней назад
খুব ভাল লাগিল। চাই ই নিজলে কিবা এটা enegy আহা যেন লাগিল। সকলো মহিলা এনেকুৱা হব লগে।
@user-zm4vv1hs3q
@user-zm4vv1hs3q 25 дней назад
Val lagile Sai ba love you angur
@mdvofficial9815
@mdvofficial9815 Месяц назад
অহংকাৰ পতন যায়
@user-gu1bd4mn7i
@user-gu1bd4mn7i Месяц назад
Ba tumi kua ktha bur mur mnt bhut xahk dile tumak bohut bohut dhonyobad ❤🙏🙏🙏tumi xodai xukhi hoi thaka aru lgte tumar ktha bure amaku xahk diya take kamna korisu 🙏❤️🙏
@user-fz1xz8fp6w
@user-fz1xz8fp6w Месяц назад
Strong lady
@trishnakalita4154
@trishnakalita4154 Месяц назад
আকৌ খেলিবি election 😂
@user-ij9yz3ok5t
@user-ij9yz3ok5t Месяц назад
Bor xundor interaction....very positive and transparent... it's true money talks...and you have to work hard to earn money.... ❤
@mridulkbora5349
@mridulkbora5349 16 дней назад
চৰাই মৰে ৰৈ, মানুহ মৰে কৈ নিজক বেছি চালাকি দেখাই থকা মানুহৰ গতি তো এনেকুৱা ই হয়। আত্মমন্থনৰ প্ৰয়োজন আছে। লেভেল বেছি । ২১ ত সেইকাৰণে হাৰিল
@aadivlogs4679
@aadivlogs4679 Месяц назад
Good thinking😊
@ChitraBoro-jn9tt
@ChitraBoro-jn9tt 12 дней назад
Aangurlatar kothakhini khub bhal lagil. Laksha aaru uddeshyao bahut bhal.Straight cut kotha,spasta abhimat.Kintu Akash-Aangur punar ek hole bhal lagibo sabare.
@rakashdutta8326
@rakashdutta8326 Месяц назад
Bhut val lagil bar kathabur huni.
@user-zg3ps5ez3h
@user-zg3ps5ez3h Месяц назад
Bar life tut baa jainibo . Porbot khan atoar pora khub sikun ustt gole he gm pabo..... Akole ahisu jibn tu akole jabo lagibo... So aguai juwa baaaa
@JimpyPhukon
@JimpyPhukon Месяц назад
Ohongkari joni....
@sukleswardas3869
@sukleswardas3869 Месяц назад
Khubidha badi নেতা হয এইবোৰ
@funnygirl6825
@funnygirl6825 Месяц назад
Bhut vl ktha xikhilu ❤😢
@krittikbora
@krittikbora Месяц назад
Vul khudhyo asol vitoruwa br sklo a nije he janibo ... Bahirt kwabr mnuhk jnowabr kimn khsa misa kheiya nije he jnibo .. gotike khei bikhoye ako nkou ... Kintu Baar kthabr bht vl lgise .. strong hbo lge ankwa ... Aro bht dukh jntrona vangi prar pist he nari bht besi strong hbo pare ... Kthabrr pra buja jai j baa vitori kimn vangi vangi strong hoise... Ru khsa baa aponar lgt mr milise j moio nije nijk bujaw aru nije nijk sahokh bht dio ... Maa deuta vonti aaita koka sklobr support hisape khdai ase kintu sb decision moi nije nijr lgt bht besi alosona kru😊 Namamir vl houk ❤
@reetzdaxx5050
@reetzdaxx5050 Месяц назад
পইছাৰে প্ৰেম আৰু প্ৰেম কিনিব পাৰি ন,
@pallabidehingia4505
@pallabidehingia4505 Месяц назад
ভাল লাগে আঙুৰলতা বাক
@alinapatgiri4441
@alinapatgiri4441 Месяц назад
All tym fv actress angurlata ❤😊
Далее
PM Modi Govt formation: Clash in NDA over portfolio's
9:43
Dragon Age: The Veilguard | Official Reveal Trailer
02:08
Our Home Tour | Barsha Rani Bishaya | Part I
13:52
Просмотров 1,8 млн
Dragon Age: The Veilguard | Official Reveal Trailer
02:08