Тёмный

আহোম লোকে মন্ত্ৰিত্ব পালে গৌৰৱ গগৈয়ে বেয়া পায়, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বিস্ফোৰণ 

News Live
Подписаться 2,9 млн
Просмотров 16 тыс.
50% 1

📌এজন আহোম সন্তানৰ মন্ত্ৰীত্বক লৈ গৌৰৱ গগৈ অসন্তুষ্ট কিয়? আহোম লোকে মন্ত্ৰিত্ব পালে গৌৰৱ গগৈয়ে আনন্দহে পাব লাগিছিল। গৌৰৱ গগৈয়ে যদি জ্যেষ্ঠ নেতাক সন্মান কৰে তেনেহ'লে নিজৰ উপ-দলপতিৰ পদটো প্ৰদ্যুত বৰদলৈক এৰি নিদিয়ে কিয়? গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Опубликовано:

 

14 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 167   
@rinkigogoi7455
@rinkigogoi7455 2 месяца назад
বেছেৰা টো,,,চিনেমা জগতত ঠাই নাপাই ৰাজনীতিত আহিল অ,,,আপুনি যদি আহোম তেন্তে কিয় গগৈ উপাধি টো লবলৈ বেয়া পাই,মাৰ্ঘেৰিটা টো যে লৈ ফুৰিছে।ইয়াকে কয় আমাৰ মানুহে নিজত কৈ বেছি উন্নতি হোৱা দেখিব নোৱাৰে।গৌৰৱ গগৈৰ আধাৰ অধাটো যোৰ নাই বেছেৰা।দম আছে যদি নিজৰ স্থান টো এৰি দেখাই দিয়ক মাৰ্ঘেৰিটা দা
@polashediting12k
@polashediting12k 2 месяца назад
গৌৰৱ গগৈ জিন্দাবাদ কথা সিমানেই ❤
@jaiaiiaxom
@jaiaiiaxom 2 месяца назад
@@polashediting12k মতা মাছ মাইকী মাছ মূৰ্দাবাদ কথা সিমানেই 😂
@polashediting12k
@polashediting12k 2 месяца назад
@@jaiaiiaxom হয় নেকি 😅
@sharmapadmo
@sharmapadmo 2 месяца назад
Gaurab Gogoi 👇👇🤪
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 2 месяца назад
🤡
@kumudbaruah2001
@kumudbaruah2001 2 месяца назад
পেৰাচুট লেণ্ডাৰ ৰ কোব বাহিছে। তেওঁ মিঞাৰ প্রতিনিধি হে। অসমীয়াৰ প্রতিনিধি হোৱাহলে বিৰূপ মন্তব্য নকৰিলেহেতেন। পবিত্র মাৰ্ঘেৰিটা কেন্দ্রীয় মন্ত্রী হোৱাত জলিছে। ২০১৪ চনত দুয়ো ৰাজনীতিত প্রবেশ কৰিছিল। গোটেই পৃথিবীয়ে জানে গৌৰৱ গগৈ পেৰাচুট লেণ্ডাৰ। আনৰ সাফল্যত সেইবোৰে অসহনীয় আচৰণ কৰাটো অস্বাভাবিক নহয়।
@manashhira7222
@manashhira7222 2 месяца назад
গৌৰৱ আলী ,অখিল আলী,লুৰিণ আলী,ভুপেন আলী,এই মোগল কেইটা নামত অসমীয়া কিন্ত ইহঁত কামত অসমীয়া নহয় ! ইহঁত কেইটা নিজৰ স্বাৰ্থ বাবে আৰু ভোটৰ আশাত বাংলাদেশী হাতত অসম বিক্ৰী কৰিব বিছাৰি আছে ! গতিকে যদিহে নিজৰ ঘৰৰ মা ,বা ,ভন্তি সুৰক্ষাত থাকিব লাগে তেনেহলে বিজেপিক ভোট দিব সকলো হিন্দু মানুহে নহলে কিন্ত নিজৰ ভৰিত নিজে কুঠা মাৰা নিচিনা হব ! সকলো ৰাইজ সজাগ আৰু সচেনত হক কংগ্ৰেক কোনো ভোট নিদিব দিলে হিন্দু মানুহৰ বিপদ নিচিত ! 💪💪 বাংলাদেশী এক যেনেদৰে হৈছে হিন্দু একহোৱা সময় এতিয়া 💪💪 ! জয় আই অসম 💪💪
@MonujChangmai-q9n
@MonujChangmai-q9n 2 месяца назад
Gonta cmnt diso
@HP-uk7zz
@HP-uk7zz 2 месяца назад
Bangladeshi spotted😂​@@MonujChangmai-q9n
@bx-lovesong7785
@bx-lovesong7785 2 месяца назад
Ri8
@JJB-uc5ev
@JJB-uc5ev 2 месяца назад
Set dal buli kolu tuk
@hemantapator9948
@hemantapator9948 2 месяца назад
E ha mugol.... Dharibo lage
@NutanNeog
@NutanNeog 2 месяца назад
হেৰৌ বুৰ্বক তই পঞ্ছায়ত মেম্বাৰ হোৱাৰ য়োগ্য নহয়
@rgsigma153
@rgsigma153 2 месяца назад
Gaurab he murkha aru toi u
@borahrajib4588
@borahrajib4588 2 месяца назад
😂😂😂😂😂tur laz loga nai
@sharmapadmo
@sharmapadmo 2 месяца назад
@@NutanNeog kune ki huwa juigo atiya tumi disaid karibo 🤣🤣🤣
@AmarSarania-l3t
@AmarSarania-l3t 2 месяца назад
@@NutanNeog বাবা ভালে আছোঁ, কংগ্ৰেছৰ দিনত পলিয় খাব নাপালে আজি তুমি ভবা তোমাৰ অৱস্থা কি হলে হয়🤣 😎👈
@rameshpayang7871
@rameshpayang7871 2 месяца назад
Unlike Manuh hoi toi 😂😂😂😂
@joonbhai-gg8tn
@joonbhai-gg8tn 2 месяца назад
raijor moromere MP hua ...aru seleki minister hua majot difference ase o 😂😂..
@HP-uk7zz
@HP-uk7zz 2 месяца назад
Tenekoi Loksabha election nekhelakoi Manmohan Singh o PM hoisil.... Axomor pora Rajyasabha t goisil....ki goti dal korile Axomor babe 2 bosor PM hoi
@Mapogo792
@Mapogo792 2 месяца назад
গোটেই পৃথিৱীৰ দৰে অসমীয়া কেইটাও আনন্দেৰে মুছলমানৰ চাকৰ হ'ব আৰু!
@shimantakanchanmusical4271
@shimantakanchanmusical4271 2 месяца назад
গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। এজন সহজ সৰল ভদ্ৰ শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া।
@binoykalita7597
@binoykalita7597 2 месяца назад
মাঘেৰিটৈ তূমি নিৰ্বাচন খেলি নিৰ্বাচিত হব পাৰিবানে? পবিত্ৰ তুমি তোখামোদকাৰি। কথা কব জানিলে ই নহব। তোমাৰ অসমীয়া জাতিৰ উন্নয়নৰ বাবে কিবা অৰিহনা আছেনে?তমি চল চাই কথিয়া পৰা নালায়ক নহয়নে? নিজৰ মূখখন এবাৰ আইনাত চাবাচোন। নিজেই লাজ পাবা।
@dipankarboraofficial3163
@dipankarboraofficial3163 2 месяца назад
পবিত্ৰ গগৈ নামটোহে আহোমৰ পৰিচয়৷
@ConfusedDumplings-lw3df
@ConfusedDumplings-lw3df 2 месяца назад
আপুনি এবাৰ লোকসভা সাংসদ খেলি জিকি আহক চাও
@amitavsarma454
@amitavsarma454 2 месяца назад
গৌৰব গগৈ নিজকে সয়ম্ভু বুলি ভবাহল, লক্ষনটো বৰ ভাল নহয়।যোৰহাটৰ জয়লাভ এক বিশেষ চিন্তাৰ ফল।
@buchephalus
@buchephalus 2 месяца назад
অ,,,তোমাৰ নামটো কি আছিল বাবা??
@manashsharma7382
@manashsharma7382 2 месяца назад
Kar siror name najane niki jani o Hudishe kyuo pavitra Margherita pavitra a Iman dhuniya voice modi val select korishe
@ILIKETOTRAVELLIKEABIRD
@ILIKETOTRAVELLIKEABIRD 2 месяца назад
আপোনাৰ যদি সাহস আছে তেনেহলে পঞ্চায়ত নিৰ্বাচন খেলি সদস্য পদ জয়ী হৈ দেখুৱাক.. বিধান সভা লোকসভা এইবোৰ আপুনি ঢুকি নাপায়.. নিৰ্বাচন নেখেলাকৈ ৰাজ্য সভা সাংসদ হৈ হাৱাতে কৰোবাৰ আশীৰ্বাদত মন্ত্ৰী ও হল আপোনাতকৈ পুৰণি বিজেপি দলৰ বহু জ্যেষ্ঠ আৰু দক্ষ নেতা আছিল ইয়াৰ যোগ্য... গৌৰৱ গগৈ ডাঙৰীয়া হে অসমৰ লগতে গোটেই আহোমৰ বাবে গৌৰৱ কৰিবলগীয়া.. আপুনি কিনো গৌৰৱ কৰিবলগীয়া কাম কৰিছে
@assamesehit5725
@assamesehit5725 2 месяца назад
Only pobitra magirita ❤❤❤
@prabinmallabaruah8845
@prabinmallabaruah8845 2 месяца назад
গৌৰৱ গগৈৰ মন্তব্য শুনিছো। তেওঁ কৈছিল দুজনকৈ জেষ্ঠ চাহ জনগোষ্ঠীৰ লোকক বঞ্চিত কৰি আহোম জনগোষ্ঠীৰ এজন কনিষ্ঠক মন্ত্ৰিত্ব দিয়াৰ উদ্দেশ্য আহোম জনগোষ্ঠীক সন্তুষ্ট কৰাৰ অভিপ্ৰায় । এই মন্তব্যত বেয়া পোৱা বুজোৱা নাই যেন লাগে।
@anupkrdas6798
@anupkrdas6798 2 месяца назад
গৌৰব গগৈক তেখেতৰ বাপেকে প্ৰয়াত তৰুশ গগৈ সংস্থাপন কৰি থৈ গৈছে । তাকো খুড়াক দীপ গগৈক আতৰাই । তেও যদি নিজে নিজৰ ভৰিত ঠিয় দিলে হয় তেতিয়া মানি লব পাৰি । কিন্ত মাৰ্ঘেৰিটাই নিজৰ কষ্টৰ বলত হৈছে । তেওঁৰতো কোনো আত্মীয় কুটুম নাছিল ।
@RojoniProvaBoruah
@RojoniProvaBoruah 2 месяца назад
গৌৰৱৰ লগত পবিত্ৰৰ তুলনা নহয়।
@DigantaSonowal-sv8qt
@DigantaSonowal-sv8qt 2 месяца назад
News live kiman aaru malikor Kam Kori thakiba
@AdarshrajSingh-pt8mm
@AdarshrajSingh-pt8mm 2 месяца назад
Smrity rekha Very sad ajon jugya byakti Gourav gogoi Congressot ahise teuku critisais koriboloi start😢😢😢😢😢😢
@NabadeepGogoi-mn2ys
@NabadeepGogoi-mn2ys 2 месяца назад
পবিত্র মাৰ্ঘেৰিটা (গগৈ) , নিজৰ উপাধি লিখিবলৈ লাজ কৰা এজন শিল্পী, অ শিল্পী বুলিলে ভুল হব, এটা সচাঁ কথাক মিচা মাতি দম্ভ মৰা বিজেপি দালাল। আপোনাক নিৰ্বাচনত অৱৰ্তীণ নোহোৱাকৈ হিমন্তৰ কথাত উঠা বহা কৰা কেন্দ্রীয় মন্ত্রী 😅😅। আপোনাক কিয় মন্ত্রী পাতিছে জানেনে, হিমন্ত বিশ্ব শৰ্মাই যদি ভুলকৈ কিবা ভাষণ দিয়ে, তাক যদি গৌৰৱ গগৈ ডাঙৰীয়াই বিৰোধ কৰে বা শুদ্ধকৈ কয়, তাক সমালোচনা কৰিবলৈ আপোনাক মন্ত্রী বাব দিলে, আৰু ইনেও আপুনি আপোনাৰ পঞ্চায়তত কাউঞ্চিল খেলিলেও নিজিকে, মনত ৰাখিব। আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ আঙুলিটো জোৰ নাপাইগৈ ।। অসমৰ সমস্যা বিষয়ে যিদৰে সংসদত মাত মাতে আপুনিও স্বাৰ্থলোভী নহই অসমৰ সমস্যা বিষয়ে মাত মাতিব বুলি আশা ৰাখিলো 🙏🙏🙏।।
@bantidas2403
@bantidas2403 2 месяца назад
হয় হয় অতি সুন্দৰ কথা কৈছে এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৰ্ম কৰিব নৰে বহুত ডাঙৰ ডাঙৰ কথা আলুৰ খেতি কৰক অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য এনে বিতৰণ কৰক দম আছে জদি এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল আলুৰ খেতি কৰক ৰাইজৰ জনতা সদস্য সকলোও ধৰ্ম প্ৰাণ ৰাইজক এনে বিতৰণ কৰক আলূৰ বহুত দাম হৈছে কটো জাগাট আলূ নাই এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
@greenvillagefluter9096
@greenvillagefluter9096 2 месяца назад
সৰু (অসম)পাপ্পু চকু চৰহা... এই অৰ্থহীন বিষয়বোৰ লৈ তৰ্ক বিতৰ্ক নকৰি সচাঁ বিৰোধীৰ দায়িত্ব পালন কৰি গলে হল
@DhurbajyotiBaruah
@DhurbajyotiBaruah 2 месяца назад
Prathom bar hunisu,Apuni gogoi buli. Sinaki Bohudinore
@lakhikurmi3144
@lakhikurmi3144 2 месяца назад
আমি অসমীয়া এনে কাৰণতে আগ বাঢ়ি আকৌ পিছলৈ যাব। দখল কৰা মাটি বোৰ উদ্ধাৰ কৰাটো বেয়া নেকি, ভাল যি দলে কৰে support কৰিব জানিব লাগে। Media বোৰে highlight কৰিব লাগে।
@rajeshgogoi9607
@rajeshgogoi9607 2 месяца назад
সাহক আছে যদি নিৰ্বাচন খেলি জয় হৈ দেখোৱাক। তাৰ পাছত মন্ত্ৰী হৱ
@arindamcreation6571
@arindamcreation6571 2 месяца назад
সাহস আছে বাবে মোদী আৰু অমিত শ্বাহ ৰ চকুত চকু থৈ কথা কব পাৰে গৌৰৱ গগৈ ।
@rgsigma153
@rgsigma153 2 месяца назад
Congrese asom dhonsa karibo
@HP-uk7zz
@HP-uk7zz 2 месяца назад
Kintu Antonio Maino r Toli Baapek,Puteke seleki ase 😂..... Xeikarne Buwari o foreigner 😂
@girinbora7820
@girinbora7820 2 месяца назад
গৌৰৱ গগৈয়ে নিজকে বহুত কিবকিবি ভাবে আচলতে ভালকৈ আসমীয়া কবই নোৱাৰে তেঁও চিন্তা ধাৰা নমুনা এইয়া।
@bakulboruah2026
@bakulboruah2026 2 месяца назад
নিজৰ নামৰ পাছত আহোম উপাধি লিখিবলৈ লাজ কৰাজনে কিহৰ আহোমৰ কথা কয় হে।
@rameshpayang7871
@rameshpayang7871 2 месяца назад
Ekdam right kotha koise, bad diya hein puwali tok thik se dise😂😂😂👍👍👍👍
@manashsharma7382
@manashsharma7382 2 месяца назад
Good sir Central cabinet minister pavitra Margherita sir mojja Thik koise ari dibo laghe 😂😂 gourav Gogoi 😂😂 ki kam to korile M p hoy johratot pani hoishe oko kora nai baanpani baankanto raijor khobor kora nai Sab B J p korishe kam nai 😂😂 great sir good God blessed alwys and best wishes for future🔮 endeavours love from Tezpur good news📰 🙏🙏❤👌😍✌
@bantidas2403
@bantidas2403 2 месяца назад
এতিয়া কঙৰেছৰ লোক সকলক আলূৰ খেতি কৰিবলৈ ই অনুৰোধ কৰক অসম অসমীয়া ৰাইজৰ জনতা সদস্য মাননিয় মুক্ষ মন্ত্ৰী ডাঙৰিয়াৰ চাৰে এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় এই বাৰ কঙৰেছক আলুৰ খেতি কৰিবলৈই অণুৰোধ কৰক এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই অণুৰোধ মানিব লাগিব অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও হয় কঙৰেছৰ সদস্য এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ
@kornokumardoley1514
@kornokumardoley1514 2 месяца назад
কঙৰেছ ❌কংগ্রেছ ✅😂😂😂😂
@HP-uk7zz
@HP-uk7zz 2 месяца назад
​@@kornokumardoley1514 Congress ❌ New Muslim league ✅
@nripendas9926
@nripendas9926 2 месяца назад
BJP ৰ গৃহ কণ্ডলৰ মাৰ্ঘেৰিটাও বিশেষ উদাহৰণ।
@nilotpalbaruah8486
@nilotpalbaruah8486 2 месяца назад
উপহাৰ পোৱা মন্ত্ৰী হে ককাই আপুনি। ৰাইজৰ ৰায়ৰ বিনিময়ত পোৱা মন্ত্ৰী নহয় আপুনি কথাটো মনত ৰখা ভাল। গৌৰৱ গগৈক কিবা কৈ একো লাভ নাই কাৰণ গগৈ ডাঙৰীয়াক ৰাইজে ৰায় দি সাংসদ কৰিছে।কাৰো পৰা ললি পপ লৈ সাংসদ নাই হোৱা
@rahuldoley5509
@rahuldoley5509 2 месяца назад
Aru news live 2 take bohut bohlai koithak
@tapansaikia5798
@tapansaikia5798 2 месяца назад
Really true speech by P.Margherita. Father CM huwa karone G.Gogoi Asom r aji sini paise.
@ratneswarnarah2019-ni6pk
@ratneswarnarah2019-ni6pk 2 месяца назад
Pabitra Margherita jindabaad
@bikramburagohain8591
@bikramburagohain8591 2 месяца назад
Probitra Margherita eitu aahoomar upadhi bolne.😅😅
@joypadun7771
@joypadun7771 2 месяца назад
পবিত্ৰ মাৰ্ঘেৰিটাৰ সকলো কথা সঁচা।
@mujaforahmed8843
@mujaforahmed8843 2 месяца назад
Nice speech
@joypadun7771
@joypadun7771 2 месяца назад
কংগ্ৰেছ উন্নয়ন বিৰোধি ৰাজনৈতিক দল।
@chandankhamon2485
@chandankhamon2485 2 месяца назад
Cinemat avinoi korile val lage politics nohoi😊
@kokodoley4610
@kokodoley4610 2 месяца назад
Good 👍
@nareshtaid9553
@nareshtaid9553 2 месяца назад
বোপাই অ অহংকাৰ নহবা কাৰ আশীৰ্বাদত মন্ত্ৰী হৈ সিমান ডাঙৰ ডাঙৰ কথা কৈছা এইটো এবাৰ মনত পেলাবা।
@pikusaikia5953
@pikusaikia5953 2 месяца назад
গৌৰৱ গগৈ অহংকাৰী হৈছে অলপ
@C.Barman7
@C.Barman7 2 месяца назад
মাৰ্ঘেৰিটাৰ ডাঙৰীয়াৰ কথাৰ একো দ'ম আৰু গুৰুত্ব নাই। তেখেতে সংসদত সুন্দৰকৈ হিন্দী ভাষাত ভাষণ দিয়া নুশুনিলোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত যেনেদৰে সুন্দৰকৈ হিন্দীত ভাষণ দি অসমক যেনেদৰেই প্ৰতিনিধিত্ব কৰে , তেনেকৈ অসম বিজেপিৰ এজনো সাংসদ বৰ্তমানলৈকে ওলোৱা নাই বুলি ভাৱো । গৌৰৱ গগৈ ডাঙৰীয়াৰ দক্ষতাৰ এক শতাংশ ও মাৰ্ঘেৰিটা ডাঙৰীয়াৰ তাত দেখা নাই । গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যৰ মানুহ আৰু মাৰ্ঘেৰিটা ডাঙৰীয়া হৈছে পঞ্চায়তৰ সভাপতী পদত বহিব পৰাহে যোগ্য মানুহ ………
@mondeepbharali9991
@mondeepbharali9991 2 месяца назад
Pabitra Margherita a rajya shavat xundar koi bhaxon dise . Gugulot search kori sabo pare
@mondeepbharali9991
@mondeepbharali9991 2 месяца назад
Pabitra Margherita a rajya shavat diya bhaxon gugulot search kori sabosun
@inglishvlogs1015
@inglishvlogs1015 2 месяца назад
পবিত্ৰ মাৰঘটি ডাঙৰীয়া আপুনি গৌৰৱ গগৈৰ তূলনাত কেচুৱা, আপুনি সংসদত গৌৰব গগৈয়ে অসমৰ বিভিন্ন সমস্যাৰ তেজচচী ভাষন দিওতে কত শুই আছিল
@rgsigma153
@rgsigma153 2 месяца назад
Gaurabr target bharatak muslim rasta banua
@manashhira7222
@manashhira7222 2 месяца назад
​@@inglishvlogs1015ভাষন দিলে নহব ! যদিহে ভাৰতত নিজে নিজক হিন্দু বুলি কব নোৰিব ! তেনে মানুহে অসমৰ হিন্দু সমাজক কোন দিশলৈ নি আছে ,হিন্দু সমাজে বুজি আছে ! গৌৰৱ,অখিল,লুৰিণ,ভুপেন,অজিৎ,ইত্যাদি ইহঁত আটাই অসম খন বাংলাদেশী হাতত গতাই দিব বিছাৰি আছে ! গতিকে গৌৰৱে দেখা সপোন দিথক নহয় 😂😂
@rashmi-m5d
@rashmi-m5d 2 месяца назад
We like smartness of gaurav gogoi
@ghanashyamborah1063
@ghanashyamborah1063 2 месяца назад
Koti phaticha kiya ajon MP r. Mr. Pabitra Margarita is our pride ,he is one of the Hon'ble State Central Minister from Assam.
@abhivlog596
@abhivlog596 2 месяца назад
gaurav gogoi 🎉🎉🎉🎉
@ndentertainment.1873
@ndentertainment.1873 2 месяца назад
Etia BJP k hudhi Congress party nirnayok bhumika lobo..
@rudramili2791
@rudramili2791 2 месяца назад
গৌৰৱ গগৈৰ সমান পবিত্ৰ মাৰ গিৰিতা একো নাজানে
@TrinayanSonowal-d1j
@TrinayanSonowal-d1j 2 месяца назад
BJP r adhapatan r 3ta reason 1)Piyas 2)molua 3)fuse live
@Bastab_jyoti
@Bastab_jyoti 2 месяца назад
Yeah bro..most biased channel fuse live
@Dipti_gogoi.
@Dipti_gogoi. 2 месяца назад
গৌৰৱক লৈ এছাম ৰ যি হে অহঙকাৰ হৈছে পতন হবলেও বেছি সময় নালাগে ,,,আপোনী ঠিক কথা কৈছে
@Manikdoley-t4r
@Manikdoley-t4r 2 месяца назад
I welcome to pobitro
@simantaphukon530
@simantaphukon530 2 месяца назад
লৰাৰজাৰ শাসন চলিছে .... চৰকাৰি সংস্থা ব্যৱহাৰেৰে অংগক্ষত কৰা হৈছে যেন অনুমান হৈছে ....
@keshabkalita9926
@keshabkalita9926 2 месяца назад
Tarun gogoi a C.M banab loi aanicil,pice aaji 10 bachar aagate BJP r vayat Delhi t somay ase.aatia teo t koi bahu oporat PABITRA SIR. (DEPUTY FORAIN MINISTER+ CLOTH MINISTER OF india)
@kornokumardoley1514
@kornokumardoley1514 2 месяца назад
Ei mal2 kor pora topkil😂😂😂
@bhabanandakalita7615
@bhabanandakalita7615 2 месяца назад
গৌৰৱ গগৈ জিন্দাবাদ। গোটেই দিছপুৰ খন বঢ়িছিল দেখোন কি হ'ল পিছে মহাশয়। আপুনি পঞ্চায়ত নিৰ্বাচন খেলা ৰ যোগ্য নাই। চিনেমা কৰক😂😂😂😂
@MeghaliBennett
@MeghaliBennett 2 месяца назад
আবুল-তাবুল বকিবলৈকে এইজনাক বিজেপিয়ে ৰাখিছে, বেচেৰা
@manashsharma7382
@manashsharma7382 2 месяца назад
Abul tabul boka nai thik koishe i support💪❤❤❤
@MonujChangmai-q9n
@MonujChangmai-q9n 2 месяца назад
Toi saport krila ki hbo​@@manashsharma7382
@inglishvlogs1015
@inglishvlogs1015 2 месяца назад
হিমন্তৰ চেনেলত বকিবলৈ এইজনক এৰি দিছে,
@Enus65
@Enus65 2 месяца назад
Bjp neta sobote keda kaise
@sumitddey7705
@sumitddey7705 2 месяца назад
Ki aahum sarma genta we all r Hindhu....
@SonaliSengupta-l8g
@SonaliSengupta-l8g 2 месяца назад
Next CM gaurav Gogoi
@AbhishekGogoi-p7z
@AbhishekGogoi-p7z 2 месяца назад
Who are you party and when are come form partay you are a singar but no comments .😮
@Hemantakutum-d3p
@Hemantakutum-d3p 2 месяца назад
P margerita jindabad
@nayanlahon5275
@nayanlahon5275 2 месяца назад
Akole government job dile nohobo ami ahom aji pispori asu jonogustit Assam khon kar karone joi hoisil agonto dinot ...Amar ahom ok government job nalage amar ahom jatitu rakhibole kunu government a ajiloike amak sua nai
@dhanjitdeka2979
@dhanjitdeka2979 2 месяца назад
Senior basis at Apuni minister pale neki BJP t ne junior basis at?
@AmarSarania-l3t
@AmarSarania-l3t 2 месяца назад
গৌৰৱ গগৈ নিজেই আহোম, আহোমে আকৌ আহোমক মন্ত্ৰীত্ব পালে কিয় বেয়া পাব । হয়তো আপুনি আহোম নহয় নেকি, sorry আপুনিটো দালাল এজন ।
@pikusaikia5953
@pikusaikia5953 2 месяца назад
দেউতাক মুখ্যমন্ত্ৰী নহলে গৌৰৱ গগৈ বুলা মানুহজনক আজি চিনি পালা হয়নে ?
@AmarSarania-l3t
@AmarSarania-l3t 2 месяца назад
@@pikusaikia5953 তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ, কাৰণ অসমীয়াই অসমীয়াৰ কথা তেনেকৈ নকয়, তুমি বাংলাদেশত যোৱা নেকি.....ভাৰা মই দিম🤣 😎👈
@jyotibikashgarg8609
@jyotibikashgarg8609 2 месяца назад
Kunay Ticket pai napai Toi emn maatha namaribi Margherita toi Ki koro aibar saam.....toi kiman maat matou....tur Talika khon de shun toi ki korili.....Toi nijay eta Big Zero 😂😂😂😂😂 Panchayat kheli dekha ....jodi mota hoi....
@amlanjr.1190
@amlanjr.1190 2 месяца назад
ভৰি চেলেকিহে মন্ত্ৰী হৈছে
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA 2 месяца назад
2 nd papuu😂
@Cristianofootballers
@Cristianofootballers 2 месяца назад
গৌৰৱ গগৈ অসমৰ এটা পাগল 😂
@AmarSarania-l3t
@AmarSarania-l3t 2 месяца назад
মুখেৰে ভাত খোৱা মানুহক পুকৰেৰে ভাত খাব দিলে খাব জানো কোনোবাই, BJPৰ অন্ধ ভক্ত কেইটাই পুকৰেৰে ভাত খাব দিয়াৰ নিচিনাকৈ কথা কয় বেহঃ🤣 বেলেগ একো জ্ঞান নাই অকল হিন্দু হিন্দু কৰি থাকে.....
@jpd2129
@jpd2129 2 месяца назад
Yes bht correct kotha koisey P.Margherita .Manuh bhal holey nohobo kam koribo lage.During congress reign Tarun Gogoi 's time Oxom khon donxo hoi goisil almost .Kaliaborot Gaurav Gogoi ghanta tu koriley smyphaty vote..
@arunimagogoi9558
@arunimagogoi9558 2 месяца назад
2014 t BJP Govt e Tarun Gogoi k Best development infrastructure stat award disil...
@tribedichutia8050
@tribedichutia8050 2 месяца назад
ebar panchayat election ke kheli dekhaoksun. kiman vote pai janibole mon ase.
@rjuro4963
@rjuro4963 2 месяца назад
Khosa ktha population bht hyse thtr.... Mr proman dibo pare karn tahtr kalot bht anse... Proman ase... Gare gari kokrajhar pora anse goalparat
@pranabbarua3031
@pranabbarua3031 2 месяца назад
Ki mokkel ai2..... Gaurab Gogoi ahom e hoi....Ahom e kak bisare election t dekhiso
@kirandekaentertainmentshow2466
@kirandekaentertainmentshow2466 2 месяца назад
Pranita Bola jon panchayat election khelile harib
@monikaphukon9051
@monikaphukon9051 2 месяца назад
Gourov gogoi zindabaad.... hero
@prarinitasaikia4380
@prarinitasaikia4380 2 месяца назад
গৌৰৱ গগৈৰ ভৰিৰ তলৰ মাটি সমানো হব নোৱাৰে মই জানো ভাল কৈ কাৰন মইও মাৰ্ঘেৰিটাৰ হয়
@PranjalTamuli-sd4bl
@PranjalTamuli-sd4bl 2 месяца назад
গান্ধী পৰিয়ালক হাহুতেই দিন যাব ।fokotia কথা কব আহিছে
@bhadrakonwar6207
@bhadrakonwar6207 2 месяца назад
আপোনালোকৰ মুখত পবিত্ৰ মাৰ্ঘেৰিটা গগৈ বুলি শুনিলো।যি নিজে ক'ব নিবিচাৰে।
@sharmapadmo
@sharmapadmo 2 месяца назад
Gaurab Gogoi ajon ??😂😂
@Real12976
@Real12976 2 месяца назад
3 ta sit pua dolor kotha alusona kori eku lav nai😂😂😂😂😂😂
@PrashantaDihingia-t2g
@PrashantaDihingia-t2g 2 месяца назад
G gogoi Ahomk val Napai kak val pai hakalua Jane. Prabita da hasa koisa.
@mantuali6815
@mantuali6815 2 месяца назад
Himanta live news to sbo issa nai
@hantesadiya2629
@hantesadiya2629 2 месяца назад
অসমীয়া ভাষাত টো ভাল কৈ কব পৰা নাই ডাঙৰীয়া আতৰি দিয়ক
@Legaljarnailist1951
@Legaljarnailist1951 2 месяца назад
মন্ত্ৰী পোৱাটো কোনো বেয়া নাপায় কিন্তু মন্ত্ৰী হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰাটো হে বিছাৰো।
@sanjeevbhatta3404
@sanjeevbhatta3404 2 месяца назад
Dada haibur bur bad diok na ...bostu dam komuok ....apunrlukr Kam nuhua politics khunibo mon nai ...
@ayangentertainer9975
@ayangentertainer9975 2 месяца назад
asorit ei channeltu kebol bjpr val news dekhai byatu nedekhai..RIP to news live
@gunamonibordoloi6734
@gunamonibordoloi6734 2 месяца назад
Pabitra magirta is right
@JJB-uc5ev
@JJB-uc5ev 2 месяца назад
Pabitra Margherita ata Ward member khelile o haribo. Juta seleki montritto paise. Aru Ahom jodi Nijor title likh na. Ki akow Margherita
@deephacker1523
@deephacker1523 2 месяца назад
Ei ahum hoi ne nohoi doubt ase. Ekhetor asol upadi tu hudhibo sun. Ki korile ahumor karone hudhibo sun euk
@dijuhazrika3882
@dijuhazrika3882 2 месяца назад
baba margherita tmr laj bula bostutu olopu nai kintu
@dipankarsaikia8272
@dipankarsaikia8272 2 месяца назад
Gourav gogoi koise jetia apuni seat2 ari diok aru .....teu dalal giri solai dibo
@chariyonortheastyoutube2362
@chariyonortheastyoutube2362 2 месяца назад
Lowra , ST lage na nalage.
@Hemanta12233
@Hemanta12233 2 месяца назад
Beya paisu buli kuwa nai apunak congrats he dise. Anekai abul tabul bokibo nalage
@Hemanta12233
@Hemanta12233 2 месяца назад
Apuni abar panchayat member jiki dekhauk agat tar pasat kotha kobo.
@bkumar7338
@bkumar7338 2 месяца назад
Election khellok na
@jyotibikashgarg8609
@jyotibikashgarg8609 2 месяца назад
😂😂😂😂😂😂Kun Ahom Tumi Agotay tumar Surname tu likhi Dekhuwa..... Margherita.....ru eta kotha Tumak rockybull ru pradyut Bordoloi a koisa nayki..... Tumalukay ki di Flood Relief....... Cinema buli vabisa style di Kotha kuwa uliyei dim.....
@saurabhgogoi9410
@saurabhgogoi9410 2 месяца назад
Pabitra Ahomr namot kalangka
Далее
Which part do you like?😂😂😂New Meme Remix
00:28
J.Lalrosang, Engtin nge ni dawn ??
12:50
Просмотров 6 тыс.
rakhlila.  14-10-24. full episode. ep 91 rakhlila
16:24
Просмотров 150 тыс.