Тёмный
No video :(

উপ-নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ’ব কংগ্রেছ 

Pratidin Time
Подписаться 2,2 млн
Просмотров 12 тыс.
50% 1

উপ-নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ’ব কংগ্রেছ। ৰাজ্যৰ বিৰোধী দলসমূহৰ সৈতে ঐক্যমঞ্চ গঠন কৰি লোকসভা নিৰ্বাচনত সফলতাৰ মুখ দেখা কংগ্রেছে উপ-নিৰ্বাচন হ’বলগীয়া পাঁচটাকৈ বিধানসভা সমষ্টিত অকলেই অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰিছে কংগ্রেছে। লোকসভা নিৰ্বাচনৰ ফলাফলে উদ্বুদ্ধ কৰা কংগ্রেছ নেতৃবৰ্গৰ বৰ্ধিত আত্মবিশ্বাস পৰিলক্ষিত হৈছে ৰাজীৱ ভৱনত জিতেন্দ্র সিঙৰ উপস্থিতিত অনুষ্ঠিত মাৰাথন বৈঠকত।
#pratidintime #rajivbhawan #assam

Опубликовано:

 

27 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 35   
@bipulborah2193
@bipulborah2193 Месяц назад
অকলে খেলা মানে ,নিজৰ ভৰিত কোঠৰ মৰা, গতিকে ভাবি চিন্তি আগ বাঢ়িব বুলি আশা কৰিলো।
@bimangogoi7813
@bimangogoi7813 Месяц назад
বেছি আত্ম বিশ্বাসি নোহুৱাই ভাল
@dimbeswardas1499
@dimbeswardas1499 Месяц назад
কংগ্ৰেছে আগন্তুকউপ নিৰ্বাচন অকলে খেলাৰ সিদ্ধান্ত ঠিক নহব!
@user-ji7qi6bm5d
@user-ji7qi6bm5d Месяц назад
মহাশয় আন সহযোগী দলবোৰক এৰাই চলিলে বিপদ অনিবাৰ্য।
@anildeka8427
@anildeka8427 Месяц назад
বেছি আত্মবিশ্বাসী হৈ লাভত কৈ লোকচানহে হব।
@paragchetia5023
@paragchetia5023 Месяц назад
জিকক বা হাৰক শুদ্ধ সিদ্ধান্ত হৈছে, কাৰণ এচাম এনে পণ্ডিত আছে, যি বিলাকে নিজেও জিকিব নোৱাৰে আৰু কংগ্ৰেছ কেতিয়াও পুনৰ শাসনলৈ অহা কামনা নকৰে। সেই বিলাকে হকে -বিহকে কংগ্ৰেছক সমালোচনা কৰি কংগ্ৰেছক পৰাজিত কৰি বিজেপি পুনৰ ক্ষমতাত থকাটো কামনা কৰে।
@mintukalita8164
@mintukalita8164 Месяц назад
হাৰিব ওলাইছে কংগ্ৰেছ
@user-xi9og8sb1h
@user-xi9og8sb1h Месяц назад
ভূপেন বৰাই খেলিব লাগে চামগুৰিত
@jalaluddinahmed9888
@jalaluddinahmed9888 Месяц назад
অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত টো পুনৰ বিবেচনা কৰা ভাল। বিৰোধী মিত্ৰ দলৰ সকলোকে লগত লৈ নিৰ্বাচন খেলা হে ভাল হব বুলি ভাবো।
@puspadhardowarah1932
@puspadhardowarah1932 Месяц назад
অকলে সিদ্ধান্ত ললে কথা বেয়া হব কিন্তু!জিতেন্দ্ৰ সিঙে ভোট নিদিয়ে;ভোট দিব জনতাই।সবেই বুলি কওতে কোন কোন পিচে?ভূপেন বৰাৰ মাথাত ঘিউ নাইকিয়া হৈছে নেকি যে ভাল কথাবোৰ চিন্তা কৰিব"নোৱাৰে। মই আগতেই কৈছিলো কংগ্ৰেছত ভাল মাথা থকা মানুহ এটা নাই। সেয়ে কংগ্ৰেছৰ এই দশা!
@ArupDas-qr6qc
@ArupDas-qr6qc Месяц назад
ভূপেন বৰা ডাঙৰীয়া আপুনি খেলোক আপুনি দেখোন বেলেগত হাৰি এ থাকে এইবাৰ এটা সুবিধা পাইছে এৰি নিদিব।কংগ্ৰেছৰ দলৰ কথা শুনিলে সাধু কথা যেন লাগে।
@jagadishboro9406
@jagadishboro9406 Месяц назад
Alaince korok nhole haribo
@gh12138.
@gh12138. Месяц назад
Congress❤
@user-xi9og8sb1h
@user-xi9og8sb1h Месяц назад
সত্যব্ৰত কলিতা জিন্দাবাদ
@user-xi9og8sb1h
@user-xi9og8sb1h Месяц назад
অগপ ৰ পৰা সত্যব্ৰত কলিতাক দিব লাগে বঙাইগাঁওত
@utpalboraa9484
@utpalboraa9484 Месяц назад
akuo abar chinta kari akale nekhelar sidhanta lauk
@user-xi9og8sb1h
@user-xi9og8sb1h Месяц назад
বিহালীত লুৰীন জ্যতিক দিব লাগে
@thedevogramstory7483
@thedevogramstory7483 Месяц назад
Hska akw murkhami koriba goi asa... Kio... Buji npau... But apunaluk basi mukh namaliba.... Mukh fatiba... Napahoriba...... Aklega khalok
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe Месяц назад
Cam nai
@PrashantaDihingia-t2g
@PrashantaDihingia-t2g Месяц назад
Canges purana dal Raznit jane.
@movieclips9771
@movieclips9771 Месяц назад
Kam nai 5 tai BJP pabo
@joynalahmed3235
@joynalahmed3235 Месяц назад
Rekib uddin hatao
@anitadutta7582
@anitadutta7582 Месяц назад
Akole khelile gol !!!!
@abdussattar8009
@abdussattar8009 Месяц назад
Bhul
@dilipborah8700
@dilipborah8700 Месяц назад
কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ
@Real12976
@Real12976 Месяц назад
3001 ot congress ahibo😂😂😂😂
@hafizurrahmank7799
@hafizurrahmank7799 Месяц назад
Harebo ehote
@user-ok4ks3vk7l
@user-ok4ks3vk7l Месяц назад
Morbissakbyelectionotcongressataoseatnapabobuli
@PranabChutia-hb3tw
@PranabChutia-hb3tw Месяц назад
BJP GO Back....
@AssameseVoicestory-im5ym
@AssameseVoicestory-im5ym Месяц назад
তহতৰ এই অকলে খেলাৰ সিধান্ত ই তহত হৰাৰ আচল কাৰণ।অলপ ভাবিলে ভাল হৱ বুলি আশা কৰিলো
Далее
ПОЁМ НАРОДНЫЕ ПЕСНИ🪗
2:04:11
Просмотров 1,1 млн
Avaz Oxun - 10 yillik yubiley konsert dasturi 2023
2:52:33
ПОЁМ НАРОДНЫЕ ПЕСНИ🪗
2:04:11
Просмотров 1,1 млн