Тёмный
No video :(

এনেকুৱা প্ৰেমিকা ভগৱানে কাকো নিদিয়ক😭 Rishi Breakup Story 

JSS Unscrripted
Подписаться 470 тыс.
Просмотров 1,2 млн
50% 1

Created by:
Mustaq ahmed
...)
Anchor: Himashree Saikia
( ...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
www.facebook.c...
INSTA:
/ jumpingspiderstudios

Опубликовано:

 

21 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 5 тыс.   
@Priyanka_dutta66
@Priyanka_dutta66 10 месяцев назад
কোনে কয় লৰা'ই সঁচা ভাল নাপায় বুলি? চাওঁক এই দাদাজনক। সঁচাই হৃদয় চুই গ'ল!!😭♥️
@ranasaikia510
@ranasaikia510 10 месяцев назад
Asariyaarsalmankhankaajadabgankahindiphilim
@dipanjalisharma1929
@dipanjalisharma1929 10 месяцев назад
Apuner storyto shoni bohut Bea lagil
@DeepjyotiChangmai-km5qp
@DeepjyotiChangmai-km5qp 10 месяцев назад
​@@dipanjalisharma1929🎉 hmm uuh🎉h🎉 u uhh u trr 🎉🎉 trr and Mohan da r 🎉🎉
@DeepjyotiChangmai-km5qp
@DeepjyotiChangmai-km5qp 10 месяцев назад
Llokkmmkm Jm
@rakhitamuly9022
@rakhitamuly9022 10 месяцев назад
আপোনাৰ কথা কেইটা শুনি বহুত বেয়া লাগিল
@sunaligogoi8551
@sunaligogoi8551 10 месяцев назад
তোমাৰ কথা শুনি নিলিখি নোৱাৰিলোঁ,বাদ দিয়া তেনেকুৱা চৰিত্ৰ হিনা ছোৱালী ভগৱানে কেতিয়াও ক্ষমা নকৰে তাইক ।কোনো ছোৱালী বা লৰাই হওঁক এনেকৈ এখন সচা হৃদয় লগত নেখেলিবা । হৃদয় ভঙা জনেহে জানে কিমান বেদনা দায়ক ।ভাল পুৱা অভিসাপ বৰ ভয়ানক
@Gitumoni1993
@Gitumoni1993 10 месяцев назад
Hosakoi dei nokoba aru😢😢😢😢
@AnamikaMainu
@AnamikaMainu 10 месяцев назад
Akdom xsa khta xihot a poisa he saisil mon tu nhoi
@chiranjitmoran7938
@chiranjitmoran7938 10 месяцев назад
নতুনক আদরি লোৱা অতীতক পাহৰি পলোৱা সময়ে বেয়াবোর মচি পেলাব।
@krishangkukashyap4453
@krishangkukashyap4453 10 месяцев назад
😊😊😊😊😊😊😊
@kailashkumarnath2342
@kailashkumarnath2342 10 месяцев назад
তাইৰ ভাল নহব
@user-tb4jg6rv8i
@user-tb4jg6rv8i 9 месяцев назад
তোমাৰ কথা বিলাকে মনত বৰ দুখ দিলে। তুমি চিন্তা নকৰিবা, ভগৱানে তোমাক বহুত মঙ্গল কৰিব ।
@user-rv6on1wg2v
@user-rv6on1wg2v 9 месяцев назад
আপুনি সদায় ভালে থাকক,আপোনাৰ কথা বোৰ শুনি আপোনাক বহুত ভাল যেন লাগিছে.
@lakhidas9227
@lakhidas9227 9 месяцев назад
আপুনি সদায় ভালেথাকক.আপোনাৰ..কথাবোৰশুনিবহুত..বেয়া..লাগিল
@monjitadutta9588
@monjitadutta9588 10 месяцев назад
তুমি সেইজনীৰ বাবে মৰিবলৈ কাপুৰুষ নেকি, সত্যৰ মুখামুখি হোৱা আগবাঢ়ি যোৱা
@RanjanVibes711
@RanjanVibes711 10 месяцев назад
1st time ইমান দীঘল ভিডেও সম্পূৰ্ণ চালোঁ -anekuwa লাগিছে যেন মোৰ শুনি a mon tu beya লাগি গল - এই পৃথিৱীত অকল মা দেউতা মৰম হে স্বাৰ্থ বিহীন বাকী সকলো মিছা😢😢😢
@Dhun720
@Dhun720 10 месяцев назад
Hoii 🥲 bki vl pua bur misa
@dhurbajyotigogoi4850
@dhurbajyotigogoi4850 10 месяцев назад
Hxa kotha au
@dssaikia5655
@dssaikia5655 10 месяцев назад
Mio
@simaboruah7463
@simaboruah7463 10 месяцев назад
Jiye hosa hridayar morom lage,he napay,Jak nalage,teuhe pay
@r.d.creator8235
@r.d.creator8235 10 месяцев назад
Ekdom xosa Bhai
@dhirajrabha1491
@dhirajrabha1491 9 месяцев назад
দাদা দুুখ কৰি লাভ নাই, হৃদয়টো শিলৰ দৰে কঠিন কৰি আগবাঢ়িব, এজনী ছোৱালীয়ে মোকো বহুত বেয়াকৈ ঠোগিছে, নিজৰ জীৱনটোকে শেষ কৰিব মন যায় 😢😢😢 হৃদয়টো শিলৰ দৰে কঠিন কৰি কিছুমান সিদ্ধান্ত Challenge লৈছিলো এজনী ছোৱালীৰ কাৰণে নিজৰ জীৱন পৰিয়াল শেষ নকৰো, এদিন সেই ছোৱালীজনীক দেখুৱাই দিম 👍, এতিয়া লৈকে মই তাইতকৈ বহুত আগবাঢ়ি গৈছো দুবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ Competition game খেলি Silver and Bronze 🥉 medal আনিব সক্ষম হৈছো, আৰু এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত,
@lakheswaribardaloi3417
@lakheswaribardaloi3417 9 месяцев назад
1
@manujaxom7584
@manujaxom7584 9 месяцев назад
All time happy...
@debashis3125
@debashis3125 9 месяцев назад
Good job bro
@user-vw8qq2cu6d
@user-vw8qq2cu6d 8 месяцев назад
Sabas❤
@rombhapatir
@rombhapatir 3 месяца назад
Same
@sumandeka9812
@sumandeka9812 10 месяцев назад
Rishi bro never give up ❤😊 মা দেউতাৰ কথা ভাৱি নতনত্ব বিছাৰি জীৱনটো আৰম্ভ কৰা
@Dewri11
@Dewri11 10 месяцев назад
এনেকুৱা জহৰী বনৰী ছোৱালীক ভগৱানে সোনকালে পৃথিৱীৰ পৰা উঠাই লৈ যাওঁক
@assamesevedio6562
@assamesevedio6562 10 месяцев назад
Hoi da bl bahut axa kri aso bee
@FarukAhmed-zz6gw
@FarukAhmed-zz6gw 10 месяцев назад
Nai vhai lge enekwa swali kisuman ...nohole keneke korim 😂😂😂
@jutikachakrabartyofficial3843
@jutikachakrabartyofficial3843 10 месяцев назад
ল’ৰা মানুহৰ চকুত চকুপানী দেখিলে খুব দুখ লাগে ৷ঈশ্বৰে আপোনাৰ সুখৰ দিন ঘুৰাই আনক৷আপোনাৰ কাহিনী শুনি নিজৰ এৰি অহা দিনবোৰৰ কথা মনত পৰিল৷সচা ভালপোৱা মানেই যেন এক অভিশাপ!😢
@user-re5zx7iu3m
@user-re5zx7iu3m 10 месяцев назад
Hosake
@user-pf5xg7fm7u
@user-pf5xg7fm7u 10 месяцев назад
Khosakoi 😢😢😢😢
@manowarhussain7803
@manowarhussain7803 10 месяцев назад
Right
@reeshmadas1001
@reeshmadas1001 6 месяцев назад
Tai dore ajonir babe nakandibo dada 😢
@user-ck3um3rn9x
@user-ck3um3rn9x 4 месяца назад
Really
@banajitdas953
@banajitdas953 10 месяцев назад
এনেকৈ কোনো মানুহৰ জীৱনক লৈ হেতালি খেলিব নালাগে। আপুনি ভাগৰি নপৰিব জীৱনত, এটা বেয়া সপোন দেখিছিল বুলি ভাবি পাহৰি পেলাওক সেই অতীতৰ সেই সময়বোৰ। এতিয়া সকলোবোৰ পাহৰি জীৱনত বহুত বেছি আগুৱাই যাওক আপুনি।.......
@Sunu453
@Sunu453 10 месяцев назад
অতীতক সুঁৱৰি ভৱিষ্যত নষ্ট নকৰিবা দাদা 😊❤👍
@user-ez3sy3xw4p
@user-ez3sy3xw4p 9 месяцев назад
You are great
@mousumiborahchaliha1990
@mousumiborahchaliha1990 10 месяцев назад
ৰিছি তুমি যদি সঁচাই ভাল পাইছিলা এদিন ভগৱানে তোমাক সঁচা ভালপোৱায়ে দিব কিন্তু তাই নহয় । তুমি বেয়া ছোৱালী কাৰণে জীৱন টো ধ্বংস নকৰিবা । মা দেউতা মুখলৈ চোৱা এবাৰ তেওলোকে তোমাৰ জীৱন দিছে তেওঁলোকৰ বাবে জীৱন টো নতুন কৈ সজাই লোৱা ।
@horekishnolahokor3026
@horekishnolahokor3026 10 месяцев назад
ৰিচি আপোনাৰ জীৱন টো নতুন কৈ আৰম্ভ কৰক। পৃথিৱীত যদি ভগৱান আছে তাই নিশ্চয় ইয়াৰ পৰিণাম পাব। আপুনি মা দেউতা ক সুখী কৰি ৰাখোক
@tpmultimedia
@tpmultimedia 10 месяцев назад
😢😢😢
@PoddarToyota-wq7jy
@PoddarToyota-wq7jy 10 месяцев назад
Humm.. Thik koise
@moonmahanta6913
@moonmahanta6913 10 месяцев назад
Rish xunilu tumar love❤ story br dukh lagil but he ain't toke sinta kri nathaki agoloi ag barhi juya bhogibane tumak mongol krib vl suali pabe tumi bhut mrmial good bless you take cair always Rish
@zone6197
@zone6197 8 месяцев назад
যি হৈছে ভালৰ কাৰণেই হৈছে, আৰু যি হোৱা নাই সি অতি ভালৰ কাৰণেই হোৱা নাই। আগুৱাই যোৱা, শুভেচ্ছা জনালোঁ।
@Chumpee_official
@Chumpee_official 10 месяцев назад
ৰিচি দা , আপোনাৰ অশ্ৰু দেখি সচাকৈ নিলিখি নোৱাৰিলো । আপোনাৰ জীৱনত ঘটি যোৱা ঘটনাখিনি শুনি বেয়া লাগিল , বাৰু যিকি নহওক জীৱনটো তেনেকুৱাই । মানুহ জীৱনত দুখ সুখ থাকেই, আশাকৰোঁ আপুনি আপোনাৰ অতীতৰ কথা পাহৰি আগন্তুক জীৱনটো এটা নতুন ৰূপত সজাই আগুৱাই যাব বুলি।।।
@likukalita6771
@likukalita6771 10 месяцев назад
তাই সঁচা মৰম হেৰুৱালে.... তাইৰ জীৱনত কেতিয়াও সুখ নহয় ....সঁচা ভালপোৱা পাবলৈ ভাগ্য লাগিব...আমি যাক বেছিকৈ ভাল পাওঁ তেওঁ সদায় এনেকুৱা কৰে কিন্তু আমি হাজাৰ কষ্ট দিলেও সেই মানুহ জনক ভাল পাওঁ সেইটোৱে আমাৰ জীৱনৰ ভুল...ভালপোৱাই মানুহক শেষ কৰি দিয়ে...
@ddas6665
@ddas6665 9 месяцев назад
Write
@user-oo2re7pq2q
@user-oo2re7pq2q 6 месяцев назад
Hsa kotha
@madhusmitadeka6025
@madhusmitadeka6025 3 месяца назад
Xasa katha mor lagat o sem hal mor lagat rilestion t thakar Pisat o an ajonir lagat rilestion t asil mor lagat khelile
@DeepaDevi-pf1de
@DeepaDevi-pf1de 9 месяцев назад
বহুত দুখ লাগিল কথাখিনি শুনি। এনেকুৱা চৰিত্ৰহীন ছোৱালীক ত্যাগ কৰিব লাগে। ভগৱানে যি কৰিছে আপোনাৰ ভবিষ্যতৰ কল্যাণৰ কাৰনে কৰিছে।মা দেউতাৰ মুখলৈ চাই নতুন জীৱন সজাওক। আগবাঢ়ি যাওক জীৱন বৰ মূল্যবান।দূখবোৰ পাহৰিবলৈ চেষ্টা কৰক। ভবিষ্যতে সুখী হোৱাৰ কামনা কৰিছো।
@trishnakalita3501
@trishnakalita3501 10 месяцев назад
ধেই মৰাৰ নাম নলবা ।জীয়াই থাকি দেখাই দিয়া তাইক । ভৱিষ্যত যাতে সকলোৰে আদৰ্শ হব পাৰা সেইটো দেখাই দিয়া । তোমাৰপৰা যাতেই সকলোৱে সাহস পাই সেইটো দেখাই দিয়া ।তুমি ইমান কমজৰি নহয় যে এজনী ছোৱালীৰ কাৰণে মৰি যাবা ভগৱানে যি কৰে ভালৰ কাৰনে কৰে ।হনুমান বাবা সদায় আছে তোমাৰ লগত ।
@naziabegum4403
@naziabegum4403 10 месяцев назад
ৰিছি তুমি তেনেকোৱা ছোৱালীৰ কাৰণে কোনোদিন দুখ নকৰিবা তুমি তোমাৰ মনটো ডাঠ কৰি সকোলো পাহৰি নতুন জীবন গঢ়িবলৈ চেষ্টা কৰিবা দেই.তুমি চুইচাটৰ কথা নাভাবিবা তোমাৰ মা-দেউতাক দুখ-ক’ষ্ট নিদিবা দেই ৰিছি.
@Music_barbie
@Music_barbie 6 месяцев назад
এনেকুৱা এজন সঁচা প্ৰেমিক পোৱাটো সকলো ছোৱালীৰে সপোন ❤
@user-ej6nu2ln3x
@user-ej6nu2ln3x 9 месяцев назад
পুৰুষ হৈ ইমান দুৰ্বল হ’লে কেনেকৈ হ’ব ঈশ্বৰে যি কৰে মঙ্গল কৰে ৷সত্যৰ সদায় জয় ৷
@anuboruah4928
@anuboruah4928 10 месяцев назад
ৰিচি তোমাক ভগৱানে সহায় কৰিলে সেই জনী অনা হলে গোটেই জীৱনটো ভুগীব লগিয়া হল হেতেন । তুমি মা দেউতা মুখলৈ চাই শান্তনা লোৱা ভগৱানে সহায় কৰিব । এদিন বশুত সুখী হবা । 😊😊❤❤❤❤😊❤❤❤❤
@ritomnayak6132
@ritomnayak6132 9 месяцев назад
Right 😊
@upenchutia5100
@upenchutia5100 10 месяцев назад
ৰিচি,তুমি দুখ কৰিছা ।দুখ নকৰিবা ।ধৈয্য ধৰা ।বুকুত সাহস বান্ধা। প্ৰথমে নিজকে বনাই লোৱা। পাছত বহুত হৃদয়বান ছোৱালীৰ লগত তোমাৰ বিবাহ হব ।নবৈ দশকত কলেজত পঢ়ি থাকোতে মোৰো অৱস্থা তোমাৰ দৰেই হৈছিল।ধনৱান হাতীৰ মালিক এজন পাই তিনি বছৰিয়া মোৰ ভালপোৱাক প্ৰতাৰনা কৰি আতঁৰি গৈছিল ।গম পাইছিলো শেষত গৈ সেই টোৱেও খাই বৈ আতঁৰি গল ।সেই সময়ত মইও পগলাৰ দৰে হৈ গৈছিলো । পাছত দেখিলো ,নিজক বনাই লোৱাটোহে আচল কথা। শেষত এখন এম ই স্কুলত চাকৰিত সোমাই এগৰাকী শিক্ষয়িত্ৰীৰ লগত বিয়া বাৰু কৰি ,টাউনত ঘৰ দুৱাৰ সাজি, নাতিনীৰ লগত খেলা ধুলা কৰি ,শান্তিৰে দিনবোৰ পাৰ কৰি আছো ।গতিকে কওঁ,ধৈয্যৰ ফল সদায়ে মিঠা ।
@anismitabrown2238
@anismitabrown2238 9 месяцев назад
তুমি কিয় কান্দিচা , তুমি এজন বুকুত সাহক থকা দেকা লৰা তুমি কিয় মানুহৰ হাৰিত নথকা এজনিৰ কৰনে মৰিবা। তুমি strong হোৱা আৰু আগলে আগবাঢ়ি যোৱা ।
@TapanDas-bl2qe
@TapanDas-bl2qe 9 месяцев назад
সচা প্রেমৰ পূৰ্ণতা বিয়া নহয় ।বিয়া সচাই আচৰিত যাৰ লগত লিখা থাকে তাৰ লগত হে হয়। মনে বিচৰা জন কম লোকৰ কপালত হে থাকে। সেয়ে আপুনি আপোনাৰ ভৱিষ্যত জীৱন গঢ়িবলৈ কৰ্ম কৰি যাক..... প্রেমৰ নামত আৱেগিক হৈ নিজৰ জীৱনটো ধ্বংস নকৰিব ...🙏🙏 মিচা প্ৰেমৰ প্রলোভনেৰে নিজকে গঢ়াৰ,লগতে নিজৰ ঘৰখনকো গঢ়িবলৈ চেষ্টা কৰিছে। ....এক কথাত কবলৈ গলে তাই এজনী বেশ্যা লৈ পৰিণত হৈছে....৷ 🙏🙏🙏🙏🙏
@MotivationBeautystory234
@MotivationBeautystory234 10 месяцев назад
খৃষি তোমাৰ দূখৰ কথাবোৰ শুনি মোৰ সচাই চকুপানী ওলাই গৈছে ।এনেকুৱা এজনী বনৰীয়া ছোৱালীৰ কাৰণে নিজৰ জীৱন ধংস নকৰিবা ।তুমি মৰিম বুলি কৈছা তেনেকুৱা কেতিয়াও নকৰিবা । এজনী অসভ্য,ব্যভিচাৰী ছোৱালীৰ কাৰণে তুমি নমৰিবা ভাই । তাতেই তুমি ঘৰখনৰ একমাত্ৰ লৰা সন্তান । তুমি মৰি গলে সেই অসভ্য ছোৱলীজনীৰ সতি একো নহয় ।খতি হব তোমাৰ মা দেউতাৰ । সেই অসভ্য ছোৱালী জনীৰ কথা যেনেদৰে কল্পনা কৰি তুমি কষ্ট পাই আছা ঠিক তেনেদৰে তুমি নহলে বা তুমি মৰি গলে তোমাৰ মা দেউতাৰ কি আলাই আথানি হব এবাৰ কল্পনা কৰাছোন । আল্লাই যি কৰে ভালেই কৰে ।অলপ কষ্টতে তোমাক তাইৰ পৰা আতৰাই আনিছে ভালেই হৈছে । নহলে বিয়া পাতি অনাৰ পিছত গোটেই জীৱন কষ্টত ভুগিব লাগিলহেতেন ।এতিয়া অলপ দিন কষ্ট পাবা । পিছত লাহে লাহে ঠিক হৈ যাব । শেষত আকৌ কৈছোঁ মৰাৰ কথা নাভাবিবা । সকলোবোৰ পাহৰি সুখী হোৱা শান্তিত থাকা । মা দেউতাৰ কথা ভাবি সকলোবোৰ পাহৰি যোৱা ।
@ndevi1491
@ndevi1491 10 месяцев назад
তুমি সাহসী হোৱা ঋষি,তাইৰ পৰা ইমানতে তোমাক ভগৱানে আঁতৰাই আনিছে। দুখ নকৰি ভগৱানক ধন্যবাদ দিয়া।
@mkdyt5989
@mkdyt5989 9 месяцев назад
মোৰ লগত ও এনেকুৱা হৈছিল 75% একে। বহুত কষ্ট পোৱা যায় আপোনাৰ দুখ বুজি পাইছোঁ মইও ভুক্তভোগী প্ৰেমৰ জালত যাতে আন বেলেগ কোনো নপৰে এবাৰ পৰিলে ওলায় অহা টো টান আৰু এই জাল ত জোন পৰিব দুৰ্বল মানুহে জীৱন ধ্বংস kori dib মই ভগৱান ৰ কৃপাত বাছি গলোঁ এতিয়া মই সাপ ক বিশ্বাস কৰিলে ও ছোৱালী ক বিশ্বাস নকোৰো আৰু প্ৰেম ভাল পোৱা ৰ পৰা বিশ্বাস বোলা বস্তু টো নাই আৰু সকলোৱে হাজাৰ বাৰ ভাবিব। যি জনি ছোৱালী য়ে বাৰে বাৰে দুখ দিয়ে ঢৌকা দিছে আকৌ বিশ্বাস লৈ লোৱা টো আমাৰ ভুল কিন্ত্ত আমি প্ৰেমত অন্ধ হৈ যাও যে আৰু এনেকুৱা ধৰণৰ ছোৱালী এ বহুত নিপুণ খেলয়ৈ কেনেকৈ খেলিব লাগে জানে মানে আপুনি ধৰিব e নোৱাৰিব আপোনাৰ এই ঘটনা আমাৰ আগত অৱগত kori বহুত ভাল কৰিলে বহুত তে সাৱধান হব পাৰিব আৰু বহুত লৰা অনেকে সম্পৰ্ক ত থাকিলে ওলাই আহিব পাৰিব আৰু সাৱধান হব পাৰিব আৰু বহুত কব বিচাৰোঁ কিন্তু নকওঁ আৰু দাদা আপুনি আগুৱাই যাওক যি হল বাদ diok আপুনি সঁচা ভাল পোৱা k ভগৱান e বচাই দিলে হনুমান মন্দিৰ ত গৈ বহি থাকে যে ইমান দুখ বোৰ লৈ গতিকে ভগৱানে ও আপোনাৰ বেয়া হব কেতিয়া ও নিদিয়ে আৰু নিদিলে ভগৱান ৰ স্বৰণ ত গৈ ঈশ্বৰ প্ৰতি থকা শ্ৰদ্ধা e আপুনি প্ৰেমৰ জাল ৰ পৰা উদ্ধাৰ কৰিলে ।দুখ লাগিল লাহে লাহে ঠিক হব সকলোবোৰ মনত পৰিব কথা বোৰ এটা সময় t sab ঠিক হৈ যাব ভগৱান r usrt pratharna কৰিছোঁ। ।
@rombhapatir
@rombhapatir 3 месяца назад
Muk lora ajon korile aneka same condition 😭😭😭
@lakhibhadoi
@lakhibhadoi 9 месяцев назад
পাপে চুব হেই জনিক । বন্ধু জীৱনটো গঢ়া কিবা এটা কৰা এনেকোৱাকে কৰা পৃথিৱী এ মনত থব তোমাক । মানুহৰ জীৱনত সূখ দুখ থাকেই দুখ থাকিলেহে সূখ কাক কৈ চিনিবা । প্ৰকৃতিকো লাগে দেখুন ৰদ বৰষুণ ।
@harishkumardeka7218
@harishkumardeka7218 10 месяцев назад
তুমি শ্ৰীহনুমান বাবাৰ মন্দিৰত গৈ আছিলা। বাবাই তোমাৰ লগত অন্যায় হোৱাতো কেতিয়াওঁ বিচৰা নাছিল বাবে এনেকুৱা ছোৱালীৰ পৰা আতৰাই আনিছে। গতিকে তুমি সাহসী হোৱা। তাই যদি তোমাক ঠগাই আছে, তেতিয়াহলে তুমি কিয় আঁতৰি অহা নাই। মা-দেউতাক লৈ সুখী হব চেষ্টা কৰা ভাইটি। ছোৱালী জনীয়ে তোমাক একো কৰিব নোৱাৰে। জয় শ্ৰীৰাম, জয় শ্ৰীহনুমান বাবা ।🕉️🕉️
@samendeka4735
@samendeka4735 10 месяцев назад
Right
@Luckysaha648
@Luckysaha648 10 месяцев назад
Jai Shree Ram ♥️🤞
@Luckysaha648
@Luckysaha648 10 месяцев назад
Jai Shree Ram ♥️🤞
@Luckysaha648
@Luckysaha648 10 месяцев назад
Jai Shree Ram ♥️🤞
@bolinch.hazarika5151
@bolinch.hazarika5151 10 месяцев назад
Prabhu shree ram, laxman, sita mata ki jai. Mahabir ki jai ho Jai shree ram
@ritumonirajkhowa9592
@ritumonirajkhowa9592 10 месяцев назад
আপোনি কেতিয়াও চিন্তা নকৰিব তাইৰ কাৰণে।কাৰণ সচা মানুহৰ কেতিয়াও বিপদ নহয়। আপোনাৰ ভবিষ্যত আছে। আপোনি নিজৰ পথত আগুৱাই যাওক। প্ৰেম চিনি নোপোৱা মানুহক কোনোবা প্ৰেমত পৰে নেকি। কঠিন হ'বলৈ শিকক।
@utpalggoi2.082
@utpalggoi2.082 9 месяцев назад
চকু পানী ওলায় গল ওঁ মোৰ 🥺, শুনি দুখ লাগিল দাদা🥲 , এনেকুৱা কৰিব নেপায় কিন্তু ছোৱালী জনি , পাপ লাগিব তাইৰ , কেতিয়াও ভগৱান মাফ নকৰিব😣
@rajaxom3917
@rajaxom3917 9 месяцев назад
অতীতক সুঁৱৰি ভৱীষ্যত নষ্ট নকৰিবা দাদা দাদা তুমি জীয়াই থাকিব লাগিব দাদা তুমি যুঁজিবলৈ লাগিব এজনী ছোৱালীৰ বাবে তুমি তোমাৰ ৰঙীন জীৱনটো কষ্ট নিদিবা দাদা
@Elumoni
@Elumoni 10 месяцев назад
তাইৰ বাবে কিয় কান্দিছা,বদমাচি তাই,তুমি চিনি পোৱা দেৰি হ'ল তোমাৰ,ভাল ছোৱালী পাবা ,তোমাৰ সচাঁ মৰম ভাল লাগিল। আজিকালি পাবলৈ নাই এনেকুৱা মৰম।
@rubidas6138
@rubidas6138 10 месяцев назад
তুমিও টো অন্যায় কৰিছা তোমাৰ মা দেউতাৰ ওচৰত।এই সুদীৰ্ঘ সময়ছোৱাত তোমাক লৈ তোমাৰ মা দেউতাই কিমান কষ্ট পাইছিল।আজি তুমি মৰাৰ কথা কৈচা কিন্তু সেইটো কৰিলে তোমাৰ মা দেউতাই পোৱা কষ্ট ক তুমি আজি অনুভৱ কৰা আৰু কি কৰিব লাগিব তাক তুমি নিজে বিবেচনা কৰা।বাকী মা কামাখ্যা সদায় তোমাৰ লগত থাকিব।
@dharitridas1201
@dharitridas1201 10 месяцев назад
এজন পুৰুসে তেতিয়া হে এজনী ছোৱালীৰ বাবে কান্দে যেতিয়া এজনী ছোৱালীক মাকৰ ঠাইত থৈ নিজৰ কৈ বেছি ভাল পোৱা আৰু সন্মান দিয়ে,,,,,,,,,,,,,,,,,,আপোনাৰ জীৱনত ঘটা ঘটনাটিৰ লগত হয়টো কোনোবা খিনিত মোৰ লগত ও মিল আছে ,,,,,,,
@bijanjyotikalita8966
@bijanjyotikalita8966 9 месяцев назад
কিমান নীচ হলে এনে কৰিব পাৰে 🥺 দাদা আপুনি চিন্তা নকৰিব চাই থাকক আপুনি move on কৰিব পাৰিব কিন্তু তাই চাওক জীৱনত কেতিয়াও নোৱাৰে শান্তি কেতিয়াও নেপাই ।। একনম্বৰ বেশ্যা আছিলে তাই ।। আৰু সম্পূৰ্ণ পৰিয়ালতো
@khargeswarkalita4630
@khargeswarkalita4630 10 месяцев назад
তুমি বহুত বেছি বিশ্বাস কৰিছা আৰু এতিয়াও আশাবাদী যেন লাগিছে। তাইৰ চৰিত্ৰ ৰ কথা জনাৰ পিছত ভুলটো তাইক মনত nakaribaa। তুমি জানি লোৱা তুমি অন্ধকাৰ জীৱনৰ পৰা ৰক্ষা পালা
@Faxfex149
@Faxfex149 9 месяцев назад
Thik koisa
@dollykalita9151
@dollykalita9151 10 месяцев назад
তাইৰ নিচিনা চৰিত্ৰ হিনৰ দৰে আপোনাৰ জীৱনটো শেষ নকৰিব দাদা | মা দেউতাক ভালকে চাওঁক আৰু জীৱনত ভালকে আগ বাঢি যাওঁক | এদিন আপোনাৰ জীৱনত ভাল হ'ৱ আৰু তাই পাপৰ শাস্তি পাব |
@dipjyotimazumdar9743
@dipjyotimazumdar9743 10 месяцев назад
Ai duniat pap puinno ako ni ,baya bilakore vl hoi dekho sesot
@user-il3oh1kc6c
@user-il3oh1kc6c 10 месяцев назад
ৰিচি দাদা তোমাৰ ভাল দিন অহিব
@manomatideka7004
@manomatideka7004 10 месяцев назад
তোমাৰ কাহিনী টো শুনি আৰু তোমাৰ হিয়া ভঙা কান্দন দেখি সচাকৈ বহুট দুখ পাইছো । তুমি শুনা ভাইটি তুমি আৰু নাকানদি বা তুমি তাইৰ লগত চেলেঞ্জ কৰা আন এজনী জীৱন লগৰী লৈ সুন্দৰ ঘৰ এখন পাট আৰু মা‌‌‍‌‌ ,দেউতাক সুক্ষি কৰা। আমাৰ আখীৰবাদ থাকিল তোমাৰ জীৱনলৈ এজনী খুবেই ভাল ছোৱালী আহিব। তুমি আজিৰ পৰাই তাইক গান কৰিবলৈ লোৱা । তাই যেতিয়া তাইৰ‌‌ দেহৰ জৌৱন শেষ হ'ব তেতিয়া তুমাৰ সুন্দৰ সংসাৰ দেখি নিজকে ঘিন কৰিব।
@amorjyotidas9030
@amorjyotidas9030 10 месяцев назад
😢
@sanjibpegu5834
@sanjibpegu5834 9 месяцев назад
সচাকৈ বাস্তৱিক কাহিনী এটা শুনি পালোঁ। এইখন অসমত ছোৱালীয়ে ল'ৰাক ৰেপ কৰি আছে কিন্তু কোনোৱে মাণি লব পৰা নাছিল। এতিয়া কি চলি আছে সকলোৱে গম পাইছে চাগৈ। ভাইটি যি কৰিছে ভগৱানে তোমাক ভালেই কৰিছে। নতুন জীৱন এটা আৰম্ভ কৰা চাবা জীৱন টো কিমান ৰঙীন হ'ব। সচা মনৰ মানুহ হোৱাৰ কাৰণে ভগৱানে তোমাক বচালে। ধৰ্য্য ধৰাৰ বাহিৰে একো উপায় নাই। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ তোমাৰ। বহুত বেছি দুখ লাগিল।
@Abhiii878
@Abhiii878 9 месяцев назад
আকৌ কৈ ভাল লৰা পালে হল..... বিশ্বাস অকল মা দেউতাক কৰিবা ❤
@debajitgogoi8102
@debajitgogoi8102 10 месяцев назад
হেৰৌ বুৰ্বক গুবৰত ভৰি এটা সোমালে মানুহে ধুই পেলাই। তই অকৌ মূৰটো ভৰাব বিছাৰিছ।বৰ লেতেৰা গোন্ধাব। পলা তাৰ পৰা। পৃথিৱীখন বহুত ডাঙৰ। তোৰ শিকিবলৈ বহুত বাকী আছে। এইবোৰ জীৱনৰ অ আ ক খ ,মহাভাৰত পঢ়িবলৈ বহু বাকী।
@chanakyagogoi2500
@chanakyagogoi2500 10 месяцев назад
Bor dhuniya kotha ekhar koly
@anjaliborgohain820
@anjaliborgohain820 10 месяцев назад
🙏🙏 লৰাজনৰ ভালপোৱা বিলাক সচঁা আছিল বাবেই দুখ হয্য কৰিবলৈ টাণ হৈছে । তেওলৈ ধন্যবা দ জাছিছো।কাৰন পুৰুষৰ অন্তৰ ও ইমান মৰমিয়াল হোৱাৰ বাবে ।এটা কথাই কওঁ যে ভগৱানে যি কৰে ভালেই কৰে !ৰ্নটকী ৰ হাতৰ পৰা বছাই দিলে ।ভগৱানৰ ওপৰত সকলো এৰি জিৱন টো সন্দৰ কৈ পৰিচালনা কৰিবা বোলি আশা ৰাখিলো ভাইটি ।সুখি হোৱ ভৱিষ্যতলৈ ।ধন্যবাদ ।
@gitalichutia997
@gitalichutia997 9 месяцев назад
আপোনাৰ কথাবোৰ শুনি বহুত দুখ লাগিল । আপুনি এজনী ছোৱালীৰ কাৰণে জীৱনটো শেষ কৰি নিদিব।তাইতকৈ আৰু বহুত ভাল ছোৱালী পাব।
@user-ep4re1ds1v
@user-ep4re1ds1v 9 месяцев назад
Rishi তুমি বৰ ভাল ল'ৰা, এতিয়াও তোমাৰ সুন্দৰ জীৱনটো আছে। হয়তো তোমাৰ ৰাহু কেতুৰ বেয়া প্ৰভাৱ পৰিছিল বুলি ভাবা। আজিৰ পৰা সেই বেয়া প্ৰভাৱ বোৰৰ পৰা আতৰি আহিলা। তুমি কেলৈই তাইৰ কাৰণে অমূল্য জীৱন ধ্বংস কৰিবা। ভাবি ছোৱা , তোমাৰ মৰমৰ মা দেউতা ,ভাই ভণী আৰু বহুতো উজ্জ্বল জীৱনৰ সপোন আছে। গতিকে তাইৰ কথা পাহৰি বেলেগ এজনী কথা চিন্তা কৰা। তুমি জীৱনত এতিয়াৰ পৰা কেৱল সুফলেই পাই থাকিবা। পিতৃ মাতৃ ও পৰিয়াল বৰ্গ লৈ সুখ ও সুখ্যাতি আনিব পাৰিবা। ধন্যবাদ। তোমাৰ সফলতা কামনাৰে।
@dipanjaligogoi8851
@dipanjaligogoi8851 10 месяцев назад
প্ৰতাৰণাৰ ফল এদিন তাই পাব‌ই। তুমি কান্দিব নেলাগে তেনেকুৱা এগৰাকী অসভ্য ছোৱালীৰ বাবে। এটা কথাত সুখী হৈছোঁ তোমাৰ জীৱনটো বাচি গ'ল।তাইৰ লগত নৰক যান্ত্ৰণা ভুগিলা হেতেন। ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে। এতিয়া মন বান্ধি নিজৰ কামত আগুৱাই যোৱা ।
@geetanjalideka1659
@geetanjalideka1659 10 месяцев назад
Hoi ktha tu .. dada basi gl 🥺👍
@binusaikia2749
@binusaikia2749 10 месяцев назад
Tumi maiki neki ajani Diwali karane kandisa
@physicswallah766
@physicswallah766 10 месяцев назад
​@@binusaikia2749 Diwali mane
@SubhajitMoran
@SubhajitMoran 10 месяцев назад
'"সত্য সদায় জয় "'
@rekhamonibordoloi8936
@rekhamonibordoloi8936 10 месяцев назад
বহুত বেছি বেয়া লাগিল ভাইটি তোমাৰ কথাবোৰ শুনি । তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো। ভগৱানে মংগল কৰক তোমাক । এনেকুৱা যেন কাৰো জীৱনত নহওক.❤
@asongjamir5091
@asongjamir5091 9 месяцев назад
This was so Intense. I could feel it. Don't worry Bro, you didn't lose anything. Its her , who lost a Gem in this Selfish World. The Love you have for her is beyond Comparison. But she didn't deserve it. I know it hurts like hell but you got this, You can do it. This is Not the End of the World. Dont lose hope in Life. You have a Beautiful Heart ..🫡Just Let go n live Life to the Fullest without forgetting the Lesson she taught You. Life is all about Karma .There is a Supreme Power Above us. Lots of Love from Nagaland.
@user-nl7vv5vx6c
@user-nl7vv5vx6c 9 месяцев назад
😢😢😢 বহূত দুখ পালো। কালনাগিনীজনী প্স্তাই প্স্তাই মৰিব।
@rituparnapathak1932
@rituparnapathak1932 10 месяцев назад
নিজৰ মা দেউতা ৰ কাৰণে জীয়াই থাকক। এনেকুৱা চৰিত্ৰ হীন ছোৱালীৰ কাৰণে নিজৰ জীৱন টো শেষ নকৰিব। ভাল হওঁক আপোনাৰ। ভাল আৰু সঁচা জীৱন সংগী বিচাৰি পাওক।
@arunkumargupta4869
@arunkumargupta4869 10 месяцев назад
no need to repeat suuch type of character give up yu dear fromjht
@pankajmakrari7981
@pankajmakrari7981 10 месяцев назад
😢😢😢😢
@jintukumarnath1923
@jintukumarnath1923 10 месяцев назад
ভাই এইটো তোমাৰ জীৱন ..তুমি সাহসী হোৱা..তোমাৰ কাৰণে তাই নাছিল,সেই কাৰণে তোমাৰ নহল..তুমি বাছি গলা..জীৱনটো নতুনকৈ উদযাপন কৰা.ভাল হওঁক তোমাৰ..এজনী ভাল জীৱন সঙ্গী পোৱা তাৰে কামনাৰে
@pranitadas8206
@pranitadas8206 10 месяцев назад
Rishi tumar kothabur xuni saku pani olai goise 😭kintu tumk atai kotha kou tumi tair karone ketiao vul poth nloba tumi bhut khahoki hoi tair agot tumi vl manuh hua vogoban ase tumar lgot tair xasti tai nijei pabo.axar kotha ase nhoi ji hoi valor karone hoi pahori jua sb ma deutar axirbad loi xodai aguai jua.
@user-uf8eb1im5e
@user-uf8eb1im5e 9 месяцев назад
লৰা হৈ সাহস নেহেৰুৱাব দাদা। নিজৰ কথা ভাবক। কথা খিনি শুনি চিনেমা ৰ কাহিনী যেন লগিলে। বহুত দুখ লগিলে।
@khatiaxomiya2400
@khatiaxomiya2400 2 месяца назад
rishi da apunar maa dewtar kotha alop vabibo ❤
@user-do8ek6wn1m
@user-do8ek6wn1m 10 месяцев назад
জীৱনত Rj পাহি বা প্ৰেম কাহিনী বহুত শুনিছো আজিলৈকে এনে কুৱা কাহিনী শুনা নাছিলো 😢😢দুখৰ কথা কি কম ভাই তোমাৰ কথাখেনি শুনি মোৰে চকুৰ পানী ওলাছে বহুত বেয়া লাগিল
@rameswarmalakar4898
@rameswarmalakar4898 10 месяцев назад
যিখিনি শুনিলো বৰ দুখ লাগিল ম ই এগৰাকী মা হ ও সকলোবোৰ বাদ দি তোমাৰ মা দেউতা আছে তেওঁলোকৰ আশীৰ্বাদ আজীৱন থাকিব নতুন কৈ জীৱন তো সজোৱা ইমানতে তুমি বাচি গলা তোমাৰ আগলৈ বহু ভাল হোৱাৰ কামনাৰে,::::::;;;;;;;;;;মা হিচাপে
@jyotikamoran1175
@jyotikamoran1175 9 месяцев назад
ইমান কথা জানি তুমি কিয নিজক শেষ কৰা কথা কৈছা তুমাৰ জীৱনৰ পৰা আতৰি গৈছে ভালে হৈছে দুখ নকৰিবা তাইক বিয়াৰ কৰিলে ইয়াত কৈ বহু কষ্ট পাবা
@pkrsongs3382
@pkrsongs3382 9 месяцев назад
আপুনি সেইজনী ছোৱালীক পাহৰি যাওক মৰি যোৱা বুলি ভাৱক । আপোনাৰ কামত ফোকাছ কৰক আপোনাৰ ভৱিষ্যত ভাল হওক তাকে কামনা কৰিলোঁ।
@ourlivecircle8014
@ourlivecircle8014 10 месяцев назад
ইন্টাৰনেটৰ যুগত হৃদয় নহয় নেটপেকৰ প্ৰয়োজন হয় মনত ৰাখিৱা !! নেট পেক থকালৈকে চলি থাকিৱ শিষ হলেই আকৌ ৰিচাৰ্জ ,এয়াই প্ৰেমৰ সংজ্ঞা এতিয়া.🙏
@renubaishya6653
@renubaishya6653 10 месяцев назад
ল'ৰা জনক কৈছোঁ তুমি কান্দি নাথাকিবা আগলৈ তোমাৰ ভাল হ'ব ভগৱানে তোমাক পৰীক্ষা কৰিছে আশীৰ্বাদ কামনা কৰিছোঁ জয় গুৰু শংকৰ।
@SubhajitMoran
@SubhajitMoran 10 месяцев назад
এদিন নিশ্চয় আপোনীএগৰাকী সতী সাধনী জীৱন সংগী বিছাৰি পাব ।এয়া মোৰ আশীৰ্বাদ ।
@nizaraborah8246
@nizaraborah8246 9 месяцев назад
নিজৰ জীৱনটোক আগতে ভাল পাবা তেতিয়াহে জীৱন সাৰ্থক হ’ব
@moinaborah1495
@moinaborah1495 10 месяцев назад
মানুহে কয় ল'ৰাই সঁচা ভাল নাপায় কিন্তু প্ৰেমৰ ক্ষেত্ৰত লৰাই সদায় কান্দিব লগীয়া হয়😢 ছোৱালীৰ বোৰে কিয় মিচাঁ প্ৰতাৰনা কৰিৱ লাগে 😌 ❤from Dhemaji 💖
@rohitchetry4372
@rohitchetry4372 10 месяцев назад
ছোৱালী ও কান্দিব লগা হৈ দাদা , পাগলৰ দৰে হৈ পাইছোঁ , ভৰিত ও ধৰিচিলো 😔😭
@moinaborah1495
@moinaborah1495 10 месяцев назад
@@rohitchetry4372 mrm vl puwa hbo lge ata relationshipot
@dipakar7885
@dipakar7885 10 месяцев назад
অতি দুঃখ জনক ঘটনা । আশা কৰো ভৱিষ্যতে দুই নম্বৰ জন ৰিচি বলিপথা নহওঁক তাৰেই কামনা কৰিলোঁ । কাৰণ এজন লৰা তেনেই সৰু কথাত চকুপানী নোলাই । কিমান দুখত কান্দি কান্দি কৈছে কথাখিনি শুনিয়েই অনুভৱ কৰিব পাৰিছো । শেষত এটাই কওঁ দোষী জীৱন অন্ধকাৰ হওঁক তাৰে কামনা কৰিলোঁ 🙏🙏🙏
@jungogoi7735
@jungogoi7735 9 месяцев назад
সচাঁকৈ বৰ দুখ লাগিল কথাবোৰ শুনি😢😢
@kumarparaawc9491
@kumarparaawc9491 9 месяцев назад
এৰি যোৱা টোভালেই তোমাৰ বাবে ।ভবিষ্যতে আগবাঢ়ি যোৱা।
@mrinalkumar8736
@mrinalkumar8736 10 месяцев назад
ঋষি তোমাৰ কাহিনী শুনি বৰ দুখ লাগিলে । এতিয়া তুমি এনেদৰে ভাঙি পৰিলে নহব তুমি ভাল লৰা হৈ দেখুৱাই দিয়া তাই কাৰ লগত কিমান সুখী হয় তুমি চাই থাকা হীলী নাযাবা । এনেদৰে এটা সময়ত প্ৰৱঞ্চনাৰ বলি ময়ো হৈছিলো । মই কিন্তু হাৰি যোৱা নাই ।মোক যথেষ্ট সহায় কৰিলে। একমাত্ৰ ভগৱানে কিন্তু লাগিব কেৱল বিশ্বাস আৰু ধয্য কথা বোৰ পাহৰিব নোৱাৰি ঘৰত কোন কোন আছে ।আমি একে পথৰ পথিক কিবাকৈ জীয়াই আছো।
@bbsgaming5156
@bbsgaming5156 10 месяцев назад
ইশ্বৰৰ বাহিৰে কতো শান্তি নাপাবা ৷তোমাৰ দৰে মোৰো একেই হৈছিল কৃষ্ণৰ চৰনত যোৱা সকলো ঠিক হৈ যাব ৷মইও তোমাৰ দৰে চকুপানী ৰাখিব নোৱাৰিছিলো আৰু এতিয়া মোক কোনো দুখেই পৰাস্ত কৰিব নোৱাৰে ❤ৰাধে ৰাধে❤
@sangitasaikia2927
@sangitasaikia2927 10 месяцев назад
Radhe radhe
@bbsgaming5156
@bbsgaming5156 10 месяцев назад
@@sangitasaikia2927 ৰাধে ৰাধে
@nashekiduniya1007
@nashekiduniya1007 9 месяцев назад
Bbsgaming 5156 shree krishna putekor nam ki asil ko son😂😂😂😂
@bbsgaming5156
@bbsgaming5156 9 месяцев назад
@@nashekiduniya1007চাম
@bbsgaming5156
@bbsgaming5156 9 месяцев назад
@@nashekiduniya1007 ইশ্বৰ কৃষ্ণৰ পুত্ৰৰ নামে তোমাক কি সহায় কৰিব ?
@Minakshi7474
@Minakshi7474 9 месяцев назад
দাদা আপোনাক ভগৱানে ভাল কুশলে ৰাখক মোৰ ফালৰ পৰা ভগৱান ও পাৰ্থনা, আপোনাৰ love story to শুনি বহুত বেয়া লাগিছে বিশে ষ কৈ আপোনালৈ 😭 ভগৱানে যি কৰে ভালে কৰে ও দাদা আপুনি তেনেকুৱা চৰিত্ৰ হিনা ছোৱালী লগত কেনেকৈ থাকিল হৈ আপুনি তাইৰ কথা বোৰ গম powai আপোনাৰ বাবে বহুত ভাল হৈছে dada 🙂 aponar জীৱনত বহুতো সন্মান হানি হব লগা হল হেঁতেন ,
@Minakshi7474
@Minakshi7474 9 месяцев назад
তাই আপোনাৰ দৰে ভাল লৰা আৰু জীৱনত কেতিয়াও নাপাই 😢 ভগৱান আছে ও দাদা তাই এদিন বহুত কাদিব লাগিব কাৰণ আপোনাক বহুত কন্দুৱাইছে
@deepaffyt_98
@deepaffyt_98 9 месяцев назад
সচাকৈ কথা বোৰ শুনি বহুত দুখ লাগিল ছোৱালী সকলত কৈ এনেকুৱা নকৰিবা ল'ৰা ক।
@NiyorOfficial
@NiyorOfficial 10 месяцев назад
মানুহৰ জীৱনত এইবোৰ থাকেই। আজিকালি এচামৰ বাবে প্ৰেম বস্তুটো একেবাৰে সাধাৰণ । প্ৰেম বুলি একোৱেই নাই, সকলো টকাৰ খেল। জীৱনটো নিজেই স্বাভাৱিক কৰি লোৱা তাৰ বাহিৰে উপায় একো নাই। বহুতৰে জীৱনত এইবোৰ হয়। কেৱল নিজক ভাল পাবলৈ শিকা, আগবাঢ়ি যোৱা। তোমাৰ মুখখন দেখিয়েই অনুভৱ কৰিছো তোমাৰ কথাত সত্যতা আছে। তেনেকুৱা টকা লোভীয়া ছোৱালীক বাদ দি আগবাঢ়া। জীৱনলৈ ভাল দিন আহিব, অতীত পাহৰি আগবাঢ়া।
@nishantamedhi7871
@nishantamedhi7871 10 месяцев назад
Right
@manibankalitanath3648
@manibankalitanath3648 10 месяцев назад
জীৱনত কিছু ঘটনা এনেদৰে ঘটি যায় । যিটো খুবেই বেদনা দায়ক। সত্যত তুমি আছা ভগবান তোমাৰ সহায় হব । হয়তো মানসিক যন্ত্ৰণা কিছু পাবা। এটাই সত্য ভগবানে যি কৰে ভালৰ কাৰণেই কৰে। যিটো বেয়া বস্তু সেইটো তোমাৰ পৰা আতৰাই নিয়া হৈছে এয়াও হয়তো নেদেখা জনৰ দ্বাৰাই হৈছে । সেয়ে এই ঘটনাটো জীৱনৰ এটা বেয়া অধ্যায় বুলি পাহৰি যোৱা। তোমাৰ জীৱনলৈ শতগুণে ভাল এজনী জীৱন সংগী আহিব। তুমি প্ৰথমে অন্তৰৰ পৰা ছোৱালীজনীৰ প্ৰতি থকা ভালপোৱা ত্যাগ কৰা । তোমাৰ লগত মা দেউতা আছে ।
@karnakamaldutta
@karnakamaldutta 10 месяцев назад
আজি যি পৰিস্থিতি লৈ কান্দিছা বা দুখ কৰিছা এটা সময়ত গৈ এইবোৰ মনত পৰিলে হাহিঁ উঠিব তোমাৰ এদিন চাই থাকা ভাই। ইমান দুৰ্বল নহবা ভাই আজিৰ দিনত গিলি পেলাব এচাম মানুহে। আৰু এটা কথা এইবোৰ কথা ৰাইজৰ মাজত কৈ নিজৰ দুৰ্বলতা খিনি হে দেখাইছা নিজৰ। karma ত বিশ্বাস ৰাখা ভাই। ভগৱানৰ ছাগে ভাল plan এটা আছে তোমাৰ কাৰণে।
@Barasarane
@Barasarane 10 месяцев назад
Akdm right koise apuni
@HimaSaikia-sh3uo
@HimaSaikia-sh3uo 10 месяцев назад
বহুত দুখ লাগিল সঁচাকৈ তোমাৰ কথা খিনি শুনি ,তোমাৰ কথাতেই বুজি পোৱা গৈছে তুমি বহুত সৰল ,,,নিজক চম্ভালি লৈ জীৱনটো থিৰ কৰি আগুৱাই যোৱা ,, হয় ইমান সহজ নহয় তথাপি পাহৰি যোৱা এনেকুৱা ছোৱালী ক তোমাক দুখ হে দিলে হয় বিয়া হলেও
@asomiyabuwaripuja4537
@asomiyabuwaripuja4537 10 месяцев назад
youtube.com/@asomiyabuwaripuja4537?feature=shared
@success_mindmanstar
@success_mindmanstar 9 месяцев назад
আপোনাক ভগৱানে ভালে ৰাখক তাৰে প্ৰাৰ্থনা কৰিছোঁ।।।।
@Amrita_547
@Amrita_547 9 месяцев назад
বৰ দুখ লাগিল কথাবৰ শুনি 😢
@ridesafetywithsurajit1537
@ridesafetywithsurajit1537 10 месяцев назад
Thanks for a big reality jss ba..... এটি কলংকিত অধ্যায়......... ৰিচি তোমাৰ ভাল হোৱাৰ কামনা কৰিলো.... সত্য কেতিয়াও ধাকিব নোৱাৰি তাৰ প্ৰমাণ দিলা।
@JerifaBegom123-du8gd
@JerifaBegom123-du8gd 10 месяцев назад
Teneka suali pahori jua bhut vl suali paba vlke nijor Kam kra apunar val pua khosa asil jetia tar fol tai pabo
@anamikakalita8822
@anamikakalita8822 10 месяцев назад
Sabe Rishi Rishi koi asa Kun hoi
@gojensonowal2182
@gojensonowal2182 10 месяцев назад
Apuni brohut vl manur apuni brohut vl suwali paba
@islamuddinahmed6717
@islamuddinahmed6717 10 месяцев назад
God bless u rieci .don t worry .
@user-dp8yx7fn3m
@user-dp8yx7fn3m 10 месяцев назад
Taiku mata tair story tu dekhuwa. Yat gome puwa goise khi taik pabo nuwara babe bodnam korise.
@prodipkumarbora3354
@prodipkumarbora3354 10 месяцев назад
মন্তব্য বোৰত সকলোৱে তোমাক সান্তনা দিয়া দেখা পাইছোঁ। মই কিন্তু নিদিওঁ। তুমি কথা বোৰ ভাবা, আৰু ভাবা। ভাৱি ভাৱি ভাগৰি যোৱা। কাকো এই কথাবোৰ আৰু নকবা। নিজান ঠাইত অকলে বহি খুব কান্দা। কান্দি কান্দি ভাগৰি যোৱা। এনেদৰেই নিজেই নিজক তোমাৰ ঢিলা কৰি পেলোৱা অংগ বোৰ নিজেই টানি লোৱা। এই প্ৰক্ৰিয়া চলাই থাকোতে কিন্তু নিজৰ কৰ্মক পাহৰি নাযাবা। কোনো দিনেই তাইৰ চেহেৰাটো নচাবা। এনে এটা দিন ঘূৰায় আনা যাতে ভাবিব পাৰা, তোমাৰ অতীতত তেনে একো হোৱাই নাছিল। যিমানেই আনক কবা সিমানেই প্ৰাৰম্ভিক অৱস্থালৈ অহাত পলম হব। তোমাৰ এই ঘটনা ৰ সুবিধা লৈ আনে তোমাক আৰু দুৰ্বল কৰিব।
@rashmirekhadevi80
@rashmirekhadevi80 10 месяцев назад
Thik kotha koise apuni.. Bht val lagil xuni 👍
@2.0940
@2.0940 6 месяцев назад
Anakua comments first plu 🤲moi sestra korim same condition 💐🙇
@sikhadas7687
@sikhadas7687 6 месяцев назад
আপোনী এজন সাহসী , ধাৰ্মিক আৰু পৰোপকাৰী ল'ৰা , সেইবাবে ইমান খিনি হোৱাৰ পাছতো বাৰে বাৰে সেই একেটা ভূলকে কৰি পেলাইছিল , ভগৱানে আপোনাক ভাল পাই কাৰণে বচালে , নহ'লে সেইজনী ছোৱালীক বিয়া কৰালে সকলো শেষ হ'ল হয় | এইবোৰ একোটা সপোন বুলি ভাবি নিজৰ কামত মনোনিবেশ কৰক , চাব আপোনাৰ সমান সুখী আন কোনোৱেই নাই আৰু |
@bishaldas3964
@bishaldas3964 9 месяцев назад
দাদা যি হয় হেনো ভালৰ বাবেই হয়,মুঠতে আপুনি এইবোৰ লেতেৰা ঐতিত পাহৰি বৰ্তমানক আঁকোৱালি লৈ আগবাঢ়ি যাওক,,,, আপোনাৰ ভাল হব।
@abhigamer9193
@abhigamer9193 10 месяцев назад
তোমাৰ কথাখিনি শুনি বহুত দুখ লাগিল‌‌একো‌ চিন্তা নকৰিবা‌ ‌ সকলোখিনি ভগবানৰ ‌ওপৰত‌ এৰি দিয়া।,
@ddcreations1049
@ddcreations1049 10 месяцев назад
তেনেকুৱা চৰিত্ৰহীনা ছোৱালীৰ পৰা আতৰি আহি নিজৰ জীৱন ৰক্ষা কৰক ৷ জীৱনটো ভালদৰে আগুৱাই লৈ যাওক , সুখী হওক
@harenpanging3275
@harenpanging3275 9 месяцев назад
তোমাৰ পৰা সুবিধা আদায় কৰিবলৈ বিচাৰিছিল ৷ এৰি দিয়ক ৷ৰেণ্ডী জনীক ৷ভগৱানে এদিন উচিত শাস্তি দিব ৷
@pranatibajaj1145
@pranatibajaj1145 10 месяцев назад
তোমাৰ ভাগ্য ভাল তাইৰ পৰা বাছিলা।এতিয়া নতুন জীৱন আৰম্ভ কৰা ভাইতী
@sahenforzana7265
@sahenforzana7265 10 месяцев назад
মাক চাই জীয়েক, মাকৰ স্বভাৱ বেয়া কাৰণে, জীয়েকৰ বেয়া , দাদা তুমি নিজৰ ঘৰৰ কথা ভাৱি একো বেয়া কাম নকৰিবা......
@HimaSaikia-sh3uo
@HimaSaikia-sh3uo 10 месяцев назад
সঁচা কৈছোঁ তোমাৰ কথা বোৰ শুনি মই কান্দি দিছোঁ উফ ভগবান কিমান যে দুখত কৈ আছে কথা খিনি সহিব টান হৈছে সেই মানুহজন আৰু ছোৱালী টোক ঈশ্বৰে কেতিয়াও ক্ষমা কৰি নিদিয়ে চাবা
@dipuridingvlogs7263
@dipuridingvlogs7263 10 месяцев назад
😢😢
@dipuridingvlogs7263
@dipuridingvlogs7263 10 месяцев назад
@nurboxalinur7218
@nurboxalinur7218 9 месяцев назад
দাদা, আপুনি সচা প্রেমিক। আ্পোনাক ছেলুট। আপুনি‌ আগবাঢ়ি যাওক....
@jyotirekhabordoloi3892
@jyotirekhabordoloi3892 9 месяцев назад
এনেকুৱা ছোৱালী জীৱনত শান্তি নাপাই তাই দৰে চৰিত্ৰ হিন ছোৱালী এজনী তোমাৰ জীৱনৰ পৰা যে আতৰি গল তাকেহে ভাগ্য বুলি ধৰা
@LoveGoal
@LoveGoal 10 месяцев назад
নাযানো ক'ত তোমাৰ ঘৰ বন্ধু । 😢 আজি তোমাৰ লগত যি হৈ গ'ল আজি অনুভৱ কৰিব পাৰিছো । মোৰ ৬ বছৰ পিছত মোৰ লগত ঠিক তোমাৰ দৰে A 2 Z কৰিছে মোৰ লগত । আজি তোমি মোৰ মনৰ কথা খিনি প্ৰশাক কৰিলা বন্ধু 😢😢😢😢😢 মোৰ দৰে ১০০% 😭😭😭😭😭😭😭😭😭😭😭😭😭
@barnalidas9283
@barnalidas9283 9 месяцев назад
Same mro hoisl
@chimubhai46
@chimubhai46 9 месяцев назад
Monor kotha koi dila bro same situation hoise muru😢6 year relationship asile
@user-cq8wy4lh9t
@user-cq8wy4lh9t 9 месяцев назад
Ok
@khiruddaflari3083
@khiruddaflari3083 10 месяцев назад
আপোনাৰ কথা বোৰে মোৰ অতীতলৈ ঘূৰাই আনি সেই দুখ লগা ছবি খন মনত পেলাই দিলে।কি যে দুৰ্ভগীয়া আমাৰ লৰা মানুহৰ জীৱনটো।যিটো সময় মই এটা সময়ত অতিবাহিত কৰি আহিলো।এনেকুৱা কথাবোৰে মোৰ হৃদয় চুই যায়।মোৰ সাত বছৰ ভাল পোৱাৰ পিছতো দুৰ্ভাগ্যই মোৰ এনেকুৱা পৰিস্থিতি কৰিলে।এনেকুৱা ঘটনা যেন কাৰো লগত নহয় মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।দাদা আপুনি এজন সৎ সাহসী সৎ মনোবলৰ মানুহ অতীতৰ কথাবোৰ পাহৰি কামত ভালকৈ মন দিয়ক মই ভুক্তভোগি হিচাবে আপোনাক অনুৰোধ কৰিছোঁ দাদা।
@Deep99M
@Deep99M 9 месяцев назад
ঋষি দা আপোনাত কৈ আগত বুঢ়া টো লগত ছোৱালী জনী শৰীৰটো দিছে ৯৯% অসম পুলিচ কেনে কোৱা জনাই ..? ছোৱালী জনী মাক লগতও লিলিমাই আছে ১০০% বনুৰী বুলি কৈ আমাৰ ফালে এনে কোৱা ছোৱালী । অসমত এনে কোৱা ছোৱালী ৫০% আছে পইছা লৈ প্ৰেম ভাল পোৱা কৰে । আপোনাৰ ভাল পোৱা সছা। মই আপোনাৰ ভাল পোৱাক সম্মান কৰোঁ দাদা।
@Ajit_nita_official
@Ajit_nita_official 9 месяцев назад
ভাল‌পোৱা অন্ধ হয়, উদাহৰণ স্বৰূপে বুজি পালো আপোনাৰ প্ৰেম কাহিনী শুনি
@birendeka1083
@birendeka1083 10 месяцев назад
ঋষি, দুখ নকৰিবা তোমাৰ বেয়া দিনৰ আঁৰত তোমালৈ ভাল কোনোবাই অপেক্ষ্যা কৰি আছে। জীৱনটো নতুনকৈ সজোৱা এতিয়াও বহু দুৰ বাট আছে।
@anjalisaloi
@anjalisaloi 10 месяцев назад
তেওঁ
@sangitasaikia32
@sangitasaikia32 10 месяцев назад
দাদা আপুনি দুখ নকৰিব,, আপুনি এজন ভাল মনৰ ব্যক্তি বিশ্বাস ৰাখক নেদেখাজনৰ ওপৰত ,, চাব আপোনাৰ এদিন ভাল দিন আহিব আপোনাৰ ভালপোৱা সঁচা আছিল কিন্তু তাই সেই ভালপোৱাৰ মূল্য দিব নাজানিলে , ভগৱানে তাইক যেন কেতিয়াও ক্ষমা নকৰক 😌🙏🙏,,, আপুনি এজন সৎ সাহসী আৰু প্ৰকৃতবান পুৰুষ সেইয়ে আপুনি তাইৰ দৰে কেতিয়াও পলাই ফুৰা নাই,, আনক কষ্ট দি তাই কেতিয়াও সুখী হব নোৱাৰে,, সেই ফল তাই এদিন ভুগিব ই,, আপুনি ভাগি নপৰিব ,,, সদাই সৎ সাহসেৰে ভাল কাম কৰি যাঁওক এদিন আপুনি এদিন সফল হবই,, আগৰ কথাবোৰ পাহৰি জীৱন টো নতুন কৈ সজাওক,,,, আপোনাৰ ভবিষ্যত জীৱন উৎজল হওঁক আৰু আগুৱাই যাওক 🙏🙏
@jumon331
@jumon331 6 месяцев назад
✍🏻”কাৰোবাৰ মনত প্ৰেম জগাই/অভ্যাস গঢ়াই এৰি দিয়াতো মৃত্যু দিয়াৰ সমান” নিজৰ সুখৰ বাবে এজন পুৰুষৰ / এগৰাকী মাতৃৰ সন্তানৰ সুখবোৰ কাঢ়ি অনাটো কাৰো অধিকাৰ নাই
@axomiacutie
@axomiacutie 9 месяцев назад
কোনো এজন মানুহে ছোৱালী জনিক ভাল বুলি কোৱা নাই আৰু মই ও নকওঁ, ইমান মানুহৰ শাও পাত তাইৰ গাত ভালকৈ লাগিবই,জীৱনত সুখ নহয় এ বাৰু তাইৰ কেতিয়াও,মিছা কথা কওঁতে তাইৰ দেউতাক পিছদিনাই মাৰা গৈছে,, মিচাতে ভাগিন কেইজনৰ বিষয়ে খপত খাই সিহঁতৰ জীৱনত দুখ আনিব তাই,,ইমান পাপি ছোৱালী থাকিব পাৰে নে,,নিজৰ দেহাটো সকলোকে কেনেকৈ এৰি দিব পাৰে ooooo,,হে ভগৱান😢
@Chandan.Kumar.Barman2024
@Chandan.Kumar.Barman2024 10 месяцев назад
হয় নাৰীক মান-সন্মান, মৰম, শ্ৰদ্ধা কৰিব লাগে পিছে এই বনৰী জাতৰবোৰক কিন্তু নোৱাৰি, ভাই তোমাক কি বুলি শান্তনা দিম নিজেই অভাৰকাম কৰিছো এনেকুৱা চিটুৱেছনৰ পৰা তথাপিও তোমাক কওঁ মা-দেউতাৰাৰ কথা ভাৱি সকলো পাহৰি পুনৰ জীৱনটো নতুন ৰূপত আৰম্ভ কৰা লগতে আইনী সুৰক্ষাৰ ব্যৱস্থা কৰি ৰাখা কেছ এটা দি থোৱা নহ'লে ভৱিষ্যতে পুনৰ বিপদ আহিব পাৰে ।
@geetapathak5633
@geetapathak5633 10 месяцев назад
এনেকুৱা ছোৱালীৰ লগত সম্পর্ক নাৰাখাই ভাল। তুমি নতুন জীৱন আৰম্ভ কৰা। চিন্তা নকৰিবা। কান্দি নাথাকিবা । বহুত বেয়া লাগিল। আৰু মৰাৰ কথা নকবা তুমাৰ কি নাই এবাৰ মা দেউতাৰ কথা চিন্তা কৰিবা। ইমান খিনি জনাৰ পিছতো তাইক তুমি অন্তৰেৰে ভাল পাইছিল৷ । তুমি এজন সুস্থ সবল ডেকা লৰা। মৰাৰ কথা নকবা। তাইক ভাল কাম কৰি দেখুৱাই দিয়া।
@nishantxingha2972
@nishantxingha2972 10 месяцев назад
His eyes tells everything that he is true ❤yes, eyes never lie.
@violeenadas9921
@violeenadas9921 9 месяцев назад
Move on. Life is beautiful. Focus on your work. Focus on your family. Focus on your life. Ik this is heartbreaking but for that girl don't cry. Don't cry for anyone. Cry for your parents. You deserve better, do remember that. You should be proud that you didn't get that fuc*ing gurl. You are safe now. Be proud of yourself. Be happy. Live your life.
@dipakonwarlahkar6467
@dipakonwarlahkar6467 10 месяцев назад
তোমালৈ মোৰ এটাই অনুৰোধ , সেই পৰিয়াল তোৰ পৰা সম্পুৰ্ণ ভাবে অাতৰি অাহা । মৰাৰ কথা ভুলতো নাভাবিবা । তোমাৰ পৰিয়ালৰ কথা , মা - দেউতাৰ কথা ভাবা । তোমালৈ মোৰ আশীৰ্বাদ থাকিল 🙏🙏
@dipalisaikia428
@dipalisaikia428 10 месяцев назад
ৰিচি তোমাক ভগৱানে সহায় কৰিছে । তুমিও দেখাই দিয়া এজন ভাল লৰা হৈ । আৰু সেই বুঢ়া তো সদাই তাইক সহায় কৰিব ?? তাই তোমাক হেৰুৱাৰ বেদনাত চতফতাই মৰিব তুমি ছাই থাকা । তুমি তাইক মনৰ পৰা মচি পেলোৱা । ভগৱানে তোমাক সহাই কৰিব । আৰু দুখ নকৰিবা ।
Далее
ЛИЗА - СПАСАТЕЛЬ😍😍😍
00:25
Просмотров 2,5 млн