Тёмный

৭ বছৰৰ সম্পৰ্কৰ অন্তত বিয়া হ'ব গৈ আছিল কিন্তু ন'হলগৈ কিয়? 

JSS Unscrripted
Подписаться 469 тыс.
Просмотров 860 тыс.
50% 1

Created by: Mustaq Ahmed
( ...)
Anchor: Himashree Saikia
( ...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
www.facebook.c...
INSTA:
/ jumpingspiderstudios

Развлечения

Опубликовано:

 

20 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 1,1 тыс.   
@monmodhusmitasaikia4156
@monmodhusmitasaikia4156 Год назад
আচলতে তোমাক ভগৱানে বহুত সহায় কৰিলে। কাৰণ যদি বিয়াৰ পিছত তোমাক এৰি দিয়া হ'লে তুমি হয়তো আৰু বেচি জীৱনত দুখ পালা হয়। জীৱনটো নিজৰ গতিকে সুখেৰে থাকিবলৈ শিকা।আশীর্বাদ কৰিছোঁ ভৱিষ্যতে যাতে তোমাৰ লগত আৰু এনেকুৱা নহয়।
@BhartipadunBhartipadun-yd6ly
@BhartipadunBhartipadun-yd6ly 9 месяцев назад
Right 😊
@runudeka9652
@runudeka9652 Год назад
তোমাক দুখ দিয়া দানৱ জনে তোমাতকৈয়ো বেছি দুখ পাব, কেতিয়াও সুখী হ'ব নোৱাৰে চাবা । বহুত দুখ লাগিছে, কথাখিনি শুনি থাকোঁতে তোমাৰ লগত মইয়ো কান্দি আছোঁ জানা।
@nabagogoi1780
@nabagogoi1780 Год назад
ৰুগ্ন শৰীৰও এদিন নহয় এদিন ঠিক হয়, পিছে ভগ্ন হৃদয় , বৰ বিষাক্ত;আৱেগবোৰে জী উঠিব নিদিয়ে।😢
@dharitryrabha7274
@dharitryrabha7274 Год назад
আপোনাৰ কথা শুনি বহুত দুখ লাগিল বা। ল'ৰাবোৰ এনেকুৱাই বিশ্বাস ঘাটক। মোৰো 5বছৰীয়া সম্পৰ্ক এটা ল'ৰা জনে ভাঙি বেলেগ ছোৱালী বিয়া পাতিছিল। মোৰ হৃদয় ভাঙি চুৰমাৰ হৈছিল। বহুত কষ্টেৰে নিজকে মানসিক ভাৱে শক্তিশালী কৰিছোঁ।
@montukachari8861
@montukachari8861 Год назад
Moi ata kow apunk biya pbo neki cuwali u kom nhoi aji dinot, aibur prm andha, jeecpokit vhal pi haiya he Prem, kintu dhoriboi nuwari, kintu atya bujicu.... Moi akol goriya ata lora, breaker ,khati bati ase, interview pass kori u puwa ni sakori.... Kintu aitu kotha khatang aji kali cuwali j duta 3ta aru kr mal ase ,amk dekhi nepi, aloo standard fromot thoka holai hol, koboli dukh Lage hole u kolu. Kron ma detai korbat sabo gole tr আগতেই ।jboi nepow hai falor pora aku uttor nahi.... Pasot he gom pow bule ase, pasot gom Pou bule polai gol. Ktyna akow aku uttor nahe. Kryba gom pow st cuwali hoi bramhonor logot polai gol ... Kiba kibi luvo. Pasot gom Pou atya Kandi ase ti, bule lortui thogi Nile, bule aku ni atya tr, mak bepeke nidiya soteu polai goicil. এফালৰ পৰা jm buli kotha gom pi.aru hatu kotha agotai koi dib lage j mur ase,hatu u nkoi,aji kali cuwali dhoriboi nuwari. Oboise lorak u, thogi niea, basikoi cuwai basi, haikrone thog khai, ghor pora sboloi nidea, oboise moi tu juwa ni tik poson koruba nkoru tr agtai hai tene cuwalibur polai, tr pasot Kandi thake, atya akow kiyo kandisa.... Puwa moja, oboise sake moi horu pora sai nuthuwa ti aji dukh hol.... Agi kali cuwali sob buking. Kintu pasot sobe kande. Moi oboise mur baa bhoni di ajori hoi... Amr mk detk tene nhoi.. sobor j mak detak tene nhoi. 6 joni cuwali di ajori atiya ako Nikole puwa ni. Ttya ki mur Vigo ne ? Obise sakori ni puwa babe u kunubai nahion pre haitu u hoi, kintu j kicumnr bohut dhon thaki u hanti nai, ne moi 32 ajoli thoka dekhi puwa ni. Aji kLi j j sob buking thake haitu khatang. Ne moi aun lorar dore tow Mari misa sow dekhai thogib nejanu. Ne mur vigor ni ata Kota sobe bai vhonik nidi hunkale onatu cinta nokore. Sakori ata loi buli... Atiya ako ajori cuwali ni. Aitui dukh jaboi tu puwa ni sabo.kunubai koi he khobor die he tr agotai aigalor pora nomotakoi.. kbrtu dea he.. moi poson kra nokora pisor kotha jaboi nepo.tr agotai polai. Tr pasot Kandi thake.. fastote akow aigalor pora sabo juwa kotha kole ti aku uttor a nide. Ashok ba nahole.ba mur ase. Aji kali cuwali vhalkoi bujilu. Oboise mur vigot ni babe sage mur ma detai besora sote u moi cuwali puwa ni. Aru j moi thogib nuwaru jentle mn hoi shut tide kor tou mari.... Sake aibila kai mur krone dukh.haikrone aji moi puwa nai. Kintu sakori buli koidile sage atiyai ahibo. Bohut dhukhot acu.. ghoror ata lora hoi
@bhairabbaishya1905
@bhairabbaishya1905 Год назад
তোমাৰ কথাখিনি শুনি মই আবেগিক হৈ পৰিলোঁ ৷ তুমি নিচিন্ত থকা , যি হৈছে সেয়া ভালেই হৈছে বুলি ধৰি লবা ৷ তেওঁ কেতিয়াও সুখী হব নোৱাৰে ৷ তোমাৰ স্মৃতিয়ে তেওঁক জুৰুলা কৰিব গোটেই জীৱন ৷ কেতিয়াও সুখী হব নোৱাৰে ৷ তুমি সেইবোৰ মিছা সপোন আছিল বুলি পাহৰি যোৱা ৷ একমাত্ৰ ভুক্তভুগীজনেহে জানে বিয়া ভঙাৰ যান্ত্ৰনা কিমান ৷ তুমি নিজকে বহুত সলনি হব লাগিব ৷ তাতকৈ বহুত সুখী হব পাৰিবা ৷
@rumimahanta6153
@rumimahanta6153 Год назад
বহুত দুখ লগা,কিন্ত যি হয় ভালৰ কাৰণে হয়,বিয়াখন হলে চাগে আপোনাৰ বেছি বেয়া হল হয়
@pintuandporiassam6027
@pintuandporiassam6027 Год назад
বৰ কষ্টৰে সুনিলো আপোনাৰ কথা খিনি, চকুৰ পানী ওলাই গল, তোমাৰ ইয়াৰ বিপৰীতে ভাল দিন আহিব, আৰু এই বেয়া সময় বোৰ সপোন যেন লাগিব, ভগৱানে মঙ্গল কৰক তোমাক
@manibankalitanath3648
@manibankalitanath3648 Год назад
বহুত দুখ লাগিল । আৰু তুমি তোমাৰ আবেগ বোৰ এনেদৰে কৈছা বহুত কান্দি দিলোঁ জানা। সচা ভালপোৱা আছিল তোমালোক দুজনৰ কিন্তু ছাগে ভগবানে বিচৰা নাছিল তোমালোক এক হোৱা । জানানে ভগবানে যিটো কৰে ছাগে ভালৰ কাৰণেই কৰে এনেদৰে ভাবাচোন । সচাকথা ,বুজিওঁ পাইছোঁ ভালপোৱা খুবেই গভীৰ আছিল আৰু তাৰপাছত হবলৈ লোৱা বিয়াখন ভাগি যোৱা কিমান দুখদায়ক হব পাৰে । তুমি বহুত সাহসী ছোৱালী নিজৰ জীৱনটো সুন্দৰ ভাবে আগুৱাই লৈ যোৱা । তোমাৰ কাৰণে সেই লৰাজন perfect নাছিলে ।
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@ritusmitanath1307
@ritusmitanath1307 Год назад
সি কেতিয়াও শান্তি নেপাই মাজনি।তুমি পোৱা দুখ বোৰে এদিন তাকো হেচি ধৰিব।সি উশাহ লব নোৱাৰিব।মৰি মৰি জীয়াই থাকিব লাগিব সি।
@geetikaassamesmixvideos...3973
Hosa kotha
@Pbv440
@Pbv440 Год назад
Hosa kotha
@simplelifewithasimplegirl7852
👍
@bhanirayvlog2568
@bhanirayvlog2568 Год назад
Hosa kotha
@mehmudabbas5382
@mehmudabbas5382 Год назад
Hosa kotha..karubak kosto di nije hukhi hobo ketiyau nuari
@bhanitahaloi6908
@bhanitahaloi6908 Год назад
আনক দুখ দি সেই জন মানুহে সুখত থাকিব বুলি মই নাভাবো । ইয়াৰ ফল পাৱ সি
@sanjumonigogoi2572
@sanjumonigogoi2572 Год назад
Duk nokoriba ji hol val hol jitu heraisa tatukoi val kiba ata pabole goi ase .💪jiyai taka vonti.
@babumainu3080
@babumainu3080 Год назад
বহুত দুখ লগা কাহিনী কিন্তু আপোনী বহুত লাকি হয় যদি বিয়া খন হয় গল হয় বিয়াৰ পিছতো সিহতৰ সম্পৰ্ক চলি থাকিল হয় তেতিয়া আপোনাৰ জীৱনটো চেচ হয় গল হয়
@rupaschannel5856
@rupaschannel5856 11 месяцев назад
Right
@krishnagogoi1657
@krishnagogoi1657 Год назад
কৃষ্ণ কৃষ্ণ | বহুত দুখ লাগিল | কত ঘৰ তাইৰ কব নেকী | জয় গুৰু শংকৰ |
@priyankahandique5737
@priyankahandique5737 Год назад
তাইক ইমান বেয়া কৰাৰ পাছতো তাই সেইজন ব্যক্তিক ভাল বুলি কৈছে, তাইৰ মনটো বহুত ভাল, বহুত ভাল হ'ব এদিন তাইৰ
@sunmaimili-kb2kq
@sunmaimili-kb2kq 4 месяца назад
Qk P
@PratisrutiBhuyan
@PratisrutiBhuyan 3 месяца назад
Muru
@dreams3050
@dreams3050 Год назад
ধৈয্য ধৰা নিজৰ কাম কৰি যোৱা সময়ে কব এতিয়াৰ সময় গ্ৰহন কৰা ঈশ্বৰ আছে 😘😘
@anishmritasarmah3339
@anishmritasarmah3339 Год назад
মনটো ভাগি গ'ল তোমাৰ কথাখিনি শুনি । মই বুজি পাইছোঁ তোমাৰ অন্তৰখনে বহুত আঘাত পাইছে । এইযে তোমাৰ অন্তৰৰ আঘাতখিনি....ইয়েই ল'ৰাজনৰ জীৱনলৈ অভিশাপ হৈ আহিব ।
@BhonitaDas
@BhonitaDas Год назад
ji korisa vale hoise karon biyar agote dukh paisa biyar pisot hole bohut dukh alagoi
@diptiandmegnaentertainmain
@diptiandmegnaentertainmain Год назад
মোৰো চকু পানী ওলাই গল
@footballlover23248
@footballlover23248 Год назад
কথা বিলাক কৈ দিবা, মনটো পাতল লাগিব।এই ঘটনা মোৰ লগতো হৈছিল। কিন্তু ম ই ধৰ্য্য় ধৰি move on কৰিলো।
@parbinsultana-qn7wl
@parbinsultana-qn7wl Год назад
Moro tene hoisil. But more biyar tarix hoa nsil. And arrange he asil😢😢
@niralakalita5163
@niralakalita5163 Год назад
ধৈর্য্যৰ ফল সদাই মিঠা। তুমি বহুত ধুনিয়া❤️
@jitengogoi711
@jitengogoi711 Год назад
@jitengogoi অধিক আশা ' আশা সৈয়ে ৰয় ।
@binukalita120
@binukalita120 Год назад
​@@jitengogoi711 ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊
@dulumonidas4549
@dulumonidas4549 Год назад
@@jitengogoi711 onoolno Noonnnk okook nk' onloo' nn oo
@dulumonidas4549
@dulumonidas4549 Год назад
' l nko l one no nnonn nno oonl l
@krishnamonidas1599
@krishnamonidas1599 Год назад
Memok log pie val lagile aponr jogedi jodi kobo pare as a good friend hisape congresi owner s biya hol uruli dilu baya napabbo mem val lagile aponer language in variously your speek voice
@jitulkalita4455
@jitulkalita4455 Год назад
আপোনাৰ দূখৰ কথাই মন চুই গৈছো , বাইদেউ মন ভাঙি নিদিব , জীৱনটো যুদ্ধ কৰি জয় হব লাগিব ,সছা ভাল পোৱা সকলোৱে বুজি নাপাই, যিজনে প্ৰকৃতে ভাল পাই সি/বা তাই ইজনে আনজনক কেতিয়াও এৰিব নোৱাৰে যদি প্ৰকৃত ভাল পোৱা হয় , ভূল হব পাৰে কিন্ত ভূলৰো সুধৰণিও আছে , সকলো কামৰ সমস্যাৰ মাজেদি সমাধান আছে , বাইদেউ আপোনি এটি নতুন জীৱন আৰম্ভ কৰক ,
@imhere001
@imhere001 Год назад
Asorit lgise eitu kthat 7 years relationship ot asile ....biyar agote xi keneke biya napatu bule koi dile....Xi jdi xsake vl paisile then xi ketiyau biya nopotake thakibo nuarile hoi....xi mistake jdi krise then xi apologize nokorile??? Xi biya nopotake keneke thakil??? Asorit......
@user-we1hu5qr4m
@user-we1hu5qr4m Год назад
মানুহৰ জীৱনটো এনেকুৱাই ছাগে কেতিয়াবা সুখ আকৌ কেতিয়াবা দুখৰ মাজেৰে জীৱন যুজত আগুৱা জাব লগা হয়,তুম বেছি দুখ কৰি নাথাকিবা,তুম ধৰি লবা যে সেই মুহুত্তখিনি তোমাৰ কাৰণে বেয়া আছিল,আৰু ধৰি লবা যে হয়তো ভগমাান ঈশ্বৰে কিবা ভালৰ কাৰণেই বা এই কায্যৰ পৰা আতৰত থলে,তোমাৰ জীৱন সুন্দৰ হওক মধুময় হওক তথা তোমাৰ জীৱনলৈ লৈ আহক নতুন এতি সুন্দৰ জীৱন এইয়াই কামনা কৰিলো.যদি কিবা ভুল লেখা পঠাই পালো তেন্তে দায় নধৰিবা আৰু.
@runuboruah8774
@runuboruah8774 Год назад
তুমি বহুত সাহসী বা ,, ধৈৰ্য ধৰা,, বুকু খন কপি উঠিল তোমাৰ কথা খিনি শুনি 🥺❤️
@dipaksaikia6248
@dipaksaikia6248 Год назад
এজনী ছোৱালী ক ইমান পতাৰনা কৰি কোনো ল'ৰা ই সুখী হ'ব নোৱাৰে। তোমাৰ কথা শুনি সচাই বৰ বেয়া লাগিল ।
@bishalbarundutta2943
@bishalbarundutta2943 Год назад
বৰ কষ্টৰে শুনিলোঁ আপোনাক। আপোনাৰ মংগল হওক।
@preetismitagayon7486
@preetismitagayon7486 Год назад
চকুৰ পানী ওলাই গৈছে বা😭😭 তুমি বহুত সাহসী ছোৱালী ভগৱানে তোমাক সদায় মংগল কৰক🙏🙏🙏
@simigogoi3899
@simigogoi3899 Год назад
বা তুমি দুখ নকৰিবা সি ল'ৰা টো এ বহুত বেয়া। তুমি তাত লৈ বহুত ভাল ল'ৰা পাবা😚😚❤️❤️❤️.. Miss you ba..tmi bht dhuniya❤️❤️
@priyampoppyvlogs2497
@priyampoppyvlogs2497 Год назад
ভগৱানে যি কৰে ভালৰ কাৰণে কৰে পাপৰি দুখ nokoribaa ভাল হব তোমাৰ
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@Rekhasvlog1515
@Rekhasvlog1515 Год назад
সচাকৈ বহুত দুখ লাগিল তোমাৰ কথাবোৰ শুনি 😭😭 হে ভগৱান আৰু কাৰু লগত এনেকোৱা নহয় যেন 🙏🙏 God bless you 🙏🙏
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@educationrelitive2484
@educationrelitive2484 Год назад
😭😭😭😫😫😢😢😢❤️❤️বহুত কস্ত হয় ও আপোনজনক হেৰুৱালে😭😭😭মানুহবোৰ যে ইমান নিস্তৰ কিয়❤️❤️
@PriyankaDas-zi1oi
@PriyankaDas-zi1oi Год назад
She's very strong women ❤stay happy. May God bless you baa
@nibeditatalukdar-3454
@nibeditatalukdar-3454 Год назад
সচাকৈ বহুত দুখ লাগিল । আপুনি সুখী হ'ব বা দুখ নকৰিব ধৈৰ্য ধৰক।
@diptiandmegnaentertainmain
@diptiandmegnaentertainmain Год назад
বহুত দুখ লাগিল অ কথা খিনি শুনি।বুজি পাইছোঁ তোমাৰ দুখ খিনি।ভগৱানে যি কৰে ভালেই কৰে।😢
@dimpibaruahdimpi-zm9nu
@dimpibaruahdimpi-zm9nu Год назад
Hoi2 bht vll kunuba ajon ahibo apunar jibon t...hy bbe bya mnuh burok atorai nise...dukh nkribo..👍🏻👍🏻👍🏻hahokhi hoi jiyai thkok
@bornaliborahfollow728
@bornaliborahfollow728 Год назад
বৰ দুখ লগা তোমাৰ বহুত ভাল দিন আহিব তেনে লৰা লগত বিয়া নহল ভালেই hol
@jonalideka3179
@jonalideka3179 Год назад
বহুত বহুত দুখ লাগিল সেইমানুহ জনে কেতিয়াও শান্তি নাপাবো
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@farminbegum5124
@farminbegum5124 Год назад
ছোৱালী জনীৰ আবেগ বুজি পালো। উফ❤
@g.m.assamesechannel
@g.m.assamesechannel Год назад
Ummm kothatu bohut dukh loga o
@rajani149
@rajani149 Год назад
এখন চিনেমাৰ দৰেই লাগিল কাহিনীটো... প্ৰেম কিছিম কিচিম হৈ পৰিছে.. মানুহবোৰ ক্ৰমাৎ পশ্চিমীয়া সভ্যতাৰ দিশে অগ্ৰসৰ.. লিভিং together কৰা, দুই তিনিটা date কৰা, লৰাই ছোৱালীয়ে একে লগে drink কৰা এক সাধাৰণ কথা হৈ পৰিছে.. মই এই কাৰ বাৰ বোৰ দেখি এদিন ঘৰত কৈছিলো… এতিয়া কেৱল ভাৰতীয় মানুহৰ নাম বোৰ মাত্ৰ ভাৰতীয় কিন্তু মানুহবোৰ পশ্চিমীয়া.. 😢😢😢 কোনোবাই গোটেই জীৱন বিচাৰিও প্ৰেমিকাৰ এজনী বিচাৰি নাপাই.. কোনোবাই আকৌ দুজনী, তিনি জনী... এক বিচিত্ৰ পৃথিৱী...!!!
@hiranlahkar1534
@hiranlahkar1534 Год назад
বহুত দুখ লাগিল। তুমি বহুত ধৈৰ্যশীলা নাৰী।তোমাক ভগৱানে মুৰ ডাঙি চাৱ।সততাৰ জয় অৱশ্যম্ভাৱী।
@binapanichoudhury6980
@binapanichoudhury6980 Год назад
মোৰ সন্দেহ বোৰ সঁচা হয় বা,,,,বহুত দুখ লাগিল
@comedymasterab6962
@comedymasterab6962 Год назад
বাইদেউ দুখ নকৰিব। আগতে গম পালে ভাল হ'ল।এখাৰ কথা জানি থব যে ৰাতিৰ পিছত হে দিন হয়।
@karishmasaikia5279
@karishmasaikia5279 Год назад
বিয়া নোহোৱা আগত এইবোৰ হৈ গল বহু ভাল কথা... কিন্তু যদি বিয়া পতা পাচত কৰে তেতিয়া হলে? মইতো তোমাৰ কাহিনী একেবাৰে সাধাৰণ বুলি ভাবো মোতকৈ..... এই বোৰ একো নাই আগবাঢ়ি যোৱা Jesus bless you and your family Amen 💕💕💕
@rumibegum611
@rumibegum611 Год назад
সচাকৈ বহুত দুখ লাগিল ছোৱালী জনীৰ কথা শুনি 😭😭
@kabitadas7877
@kabitadas7877 Год назад
সঁচাকৈ Same ভিদিও টো চাই মনটো বহুত দুখ লাগিল
@dabendranathburagohain2285
@dabendranathburagohain2285 Год назад
তেওঁৰ জীৱনত শান্তি কেতিয়াও নাহে।অতিতক পাহৰি যোৱা আইজনী। নতুনকৈ কিবা এটা কৰাৰ বাবে সংকল্প লোৱা। বেয়া নাপাবা।
@Stormy_Officia-l
@Stormy_Officia-l Год назад
বহুত দুখ লগা কাহিনী। মই ভাবো এই ছোৱালী উপযুক্ত কইনা
@janardonbora2795
@janardonbora2795 Год назад
সত্যৰ সদায় জয় আপোনাৰ পৰাজয়ৰ হোৱা নাই আগবাঢ়ি যাওক 🙏🙏🙏
@NabaBhuyanXYZ123-id7zj
@NabaBhuyanXYZ123-id7zj Год назад
Akol tumi dekhate dhunia mohoi...logote egraki dhoni monor, aru xundor , nivaz monor manuhu hoi tumi...❤️❤️❤️❤️❤️ Tumi. Besi sinta mokoriba, tumar babe Vagobane hunuwali rasta bonai thoise, matro tumi tat khuj di jabo lage..🚶🚶🚶🚶🚶.. " Dhoijyo dhora kewol mathu".... 🎉🎉🎉🎉🙏🙏🙏
@babusaikia4409
@babusaikia4409 Год назад
কিছুমান মূহুৰ্ত কিছুমান সময় কিছুমান স্মৃতি কেতিয়াও পাহৰিব নোৱাৰি হয়তো জীৱনত নোৱাৰি,, সাহসী হওঁক কষ্ট হোৱাটো স্বাভাৱিক, ভগৱান আছে বুলি বিস্বাস কৰক আপুনি যিমান কান্দিছে তাতকৈ বেছি কান্দিব মাথো সময় আহিবলৈ দিয়ক,
@barlinpofficials7115
@barlinpofficials7115 Год назад
আপোনাৰ বিয়া নোহোৱাত ভালেই হৈছে ভগৱানে ভালেই কৰিলে। বিয়া হ'লেও আপোনাৰ সংসাৰ স্থায়ী নহ'লহেতেন ছাগে। ভাল পোৱা বিষয়টো কাৰোবাৰ জোৰত নহয় ই এটা আধ্যাত্মিক বিষয় গতিকে ল'ৰা জনে ভাল পালে আপোনাক বা ছোৱালী জনীক কেতিয়া ও বদনাম নিদিয়ে। ল'ৰা জন প্ৰকৃততে ভাল পোৱা নাছিল। ভাল পাইছিল যদিও কৃত্ৰিম আছিল। জীৱন টো কেৱল এজন ল'ৰা ৰ বাবে নহয়। জীৱন টো আপোনাৰ বহুত কৰিবলগীয়া কাম আছে। নিশ্চয় এদিন আপোনাৰ প্ৰেমৰ সুখৰ দিন আহিব য'ত আপোনাৰ নিজৰ ভবামতে সুখৰ দিন আহিব কেৱল মনটোক শক্তিশালী কৰক।
@gitashreebora3441
@gitashreebora3441 Год назад
বা দুখ নকৰিবা ।আগবাঢ়ি যোৱা পাছলে নাচাবা মাথো আগবাঢ়ি যোৱা ।দুখ দিয়াজন কোনো দিনে সুখী হব নোৱাৰে ,তুমি কষ্ট পাইছা...তোমাৰ এদিন বহুত বেছি সুখী হবা।মাথো বিশ্বাস আৰু সাহস কেতিয়াও নেহেৰুৱাবা ।।👍👍
@MChetia_Assam
@MChetia_Assam Год назад
এনেকুৱা মানুহ সুখী কেতিয়াও হব নোৱাৰে। চকুপানী পবিত্র, ই অথলে নেযায়। মনত পোৱা কষ্টৰ... কাৰণে ওলোৱা চকুপানীৰ হিচাপ.... ভগৱানে নিজেই কৰে !
@jitendeka9781
@jitendeka9781 Год назад
চকুপানী ৰখাব নোৱাৰিলোঁ , দুবছৰীয়া সম্পৰ্ক এটা ভাঙি জাওতেই আজিলৈকে পাহৰিব পৰা নাই , দুখ বোৰ ,,,
@g.m.assamesechannel
@g.m.assamesechannel Год назад
sem to you
@g.m.assamesechannel
@g.m.assamesechannel Год назад
Tumar aru mor akei kotha
@dollymunu
@dollymunu Год назад
Sem😢
@rinkumhazarika464
@rinkumhazarika464 Год назад
She is very strong women.stay happy...god bless you baa.
@farhasuhana9646
@farhasuhana9646 Год назад
বহুত বহুত সাহসী বা তুমি। তুমি আগুৱাই যোৱা তোমাৰ ভাল হ'ব❤
@jumiahmedsaikia8252
@jumiahmedsaikia8252 Год назад
APUNI iman Dhuniya ,Biya bhangibo loga kothatu xuni bohut beya lagil,Ba APUNI sinta NOKORIBO, APUNI bohut bhal dilor MANUH hoi Apuni Manuhjon sini puwa nasil , Bhogbane Bisora nai je APUNar Dukhere bhori jauk buli to Kheyeche APUNAK porisoy korai dile je manuhok Iman khihoje Sina bohut kothin, Best of Luck 🤞🤞🤞🤞🤞🤞🤞
@swapnalivlogs817
@swapnalivlogs817 Год назад
bhut dhukh lgil kotha khini huni ba ,ata kotha kou ba tumk hai mnuhjon jodi ako tumr lift ghuri ahe tumi katiau accept nkriba cose teu hatot kunu option nathakile tumr usr ahibo ako tumktoi jodi better kunuba pai ako tumk tenekua koribo ,so bee strong
@anamikadeka882
@anamikadeka882 Год назад
এইক্ষেত্ৰত ময়ো ভুক্ত ভোগি😢😢
@sangitasaikia2927
@sangitasaikia2927 Год назад
Karma hits back....be patience .....god bless you sister
@deepsikhachaliha4357
@deepsikhachaliha4357 Год назад
সেই লম্পটটোৱে এদিন কান্দিব।আপোনাৰ বহুত ভাল দিন আহিব।
@korobibora7267
@korobibora7267 Год назад
বহুত দুখ লাগিল চকুপানি ওলাই গল
@rinkigogoi7455
@rinkigogoi7455 Год назад
😭 দুখ বোৰ বুজি পাও,১৩বছৰ ভালপোৱা,তাৰ পাছত বিয়াৰ দিন লোৱা ৩দিন আগত বিয়া ভাঙি গৈছে,আঙুঠি পিন্ধোৱা পাছত বিয়া ভঙা টো এজনী ছোৱালী কাৰণে বৰ কষ্টকৰ।সমাজ,ঘৰখন বাকী সকলোৰে কিমান যে মাত কথা শুনি জীয়াই থাকিব লাগে,এনেকুৱা এটা দিন নাই যত এটা মুকলি কৈ হাঁহি এটা পাৰিব পাৰি,সদাই কান্দি কান্দি জীয়াই থাকিব লাগে,কেতিয়াবা জীৱন টো পৰা একেবাৰে আঁতৰি যাবলৈ মন যাই।😭😭😭তথাপিও সেইজন ব্যক্তিৰ ভাল হোৱাটো বিচাৰো,ভালে থাকক, সুখত থাকক,😢কিন্তু স্মৃতি বোৰে ইমান আমনি কৰে,বুজাব নোৱাৰি
@Simanta.B.Chetia
@Simanta.B.Chetia Год назад
👍
@alpanagogoi463
@alpanagogoi463 Год назад
Bht dhuk lagil
@rinkigogoi7455
@rinkigogoi7455 Год назад
@@alpanagogoi463 💔
@dipshikhabhagowatibhagowat4033
Hsakoi jana ajiu bisaru teu hukhi hok hukht thakok piyojnr lgt 🥺
@rinkigogoi7455
@rinkigogoi7455 Год назад
@@dipshikhabhagowatibhagowat4033 সকলোৰে মন বোৰ আমাৰ নিচিনা নহয়,কেনেকৈ যে মানুহক দুখ দিব পাৰে, ভাবিব নোৱাৰো,ভালে থাকা দিপশিখা ❤️সফল লোৱা নিজৰ জীৱন টোক লৈ❤️ভগবান আছে সহায় কৰিব
@PriyaCreation2738
@PriyaCreation2738 Год назад
Karma said যি হয় সকলো ভালৰ কাৰণে হয় আৰু যি আপোনাৰ লগত বেয়া কৰিব এদিন সেই সকলোবোৰ ভুগিব
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@Gogonlive1
@Gogonlive1 Год назад
দুখবোৰ সামৰি আগবাঢ়ি যোৱা।জীৱনবোৰ এনেকোৱাই
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@swapnabordoloi4314
@swapnabordoloi4314 Год назад
কান্দিলো.... বহুত কান্দিলো। ভালে থাকা।
@mahektamanna1763
@mahektamanna1763 Год назад
বা জনীৰ কথা শুনি বহুত কান্দিলো। এটা কথাই কও আপুনি ধৈৰ্য্য ধৰক বা❤😭😭😭😭😭
@abidaafsana5255
@abidaafsana5255 Год назад
Out of 100% nearly 97% happens to be a cheater or ditched their partner after being with them for a long period of time in a relationship.
@rupaschannel5856
@rupaschannel5856 11 месяцев назад
Kothato hoi. Bhut digholia koi relationshipt thoka bur eta homoyt cheating koribo loi. Ehote bore hoi jai, beleg manuhor fale attract hoi.
@nabamallikaburagohaineverg8014
বহুত সাহসী। ঈশ্বৰে মঙ্গল কৰক। কথাখিনি শুনি চকুপানী ৰখাব নোৱাৰিলোঁ!
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@Inudutta-cy9cj
@Inudutta-cy9cj Год назад
তোমাক দুখ দি একো কৰিব নোৱাৰে এদিন তোমাৰ উচৰলৈ গৈ ভৰিত ধৰিব লাগিব সেই দিনা ৰৈ থাকা ।।।কিন্তু ভগবান আছে ।।
@rupaliborthakur2491
@rupaliborthakur2491 Год назад
সময়ত ভগৱানে উত্তৰ দিব 😂
@Inudutta-cy9cj
@Inudutta-cy9cj Год назад
@@rupaliborthakur2491 দুদিন দেৰি হব পাৰে কিন্তু দেখুৱাবয়েই ।।
@hhhgg6976
@hhhgg6976 Год назад
Hoi anok dukh di katiyaw nije hukhi hb nuare
@diptiandmegnaentertainmain
@diptiandmegnaentertainmain Год назад
সচাকৈ পাব এদিন সিও
@dikhowporiyagavoru9839
@dikhowporiyagavoru9839 Год назад
আপোনাৰ লগত যি হৈ গ'ল ভাল হ'ল।।সেইজনতকৈ better drserve কৰে আপুনি।।তেনেকুৱা ব্যক্তিক মনত আনি দুখ নকৰিব কেতিয়াওঁ।।ইমান 3rd cls হব পাৰে আচৰিত।।
@parthapratim7164
@parthapratim7164 10 месяцев назад
Bru bhout bya lgile whole story tu xuni....ako nai sokolore jibonot nanan dhumuha thakei ....btw ba apunar nam...and apuni Bhout bsi dhunia hoi❤️
@padmaborah7133
@padmaborah7133 Год назад
তুমি বহুত ধয্য থকা ছোৱালী ভগৱানে তোমাক সহায় কৰক।
@birajbaruah7169
@birajbaruah7169 Год назад
ছোৱালী জীৱন তো সচাই বহুত কষ্টকৰ মই ল'ৰা হিচাবে কষ্ট পাইছোঁ কিন্তু 😭😭😭😭😭
@sabinayasmin9126
@sabinayasmin9126 Год назад
U r a very strong person .. God Bless u ..
@prodipkumargogoi7812
@prodipkumargogoi7812 Год назад
মনোমোহা উপন্যাস যেন কথা । বহু এনে ঘটনা ঘটি থকা দেখি আছো । শোক নকৰিবা । তোমাৰ নিজৰে কিবা এটা কম বুলি ভাবি ঈশ্বৰৰ চৰণত সকলো খিনি অৰ্পণ কৰিবা । শান্তি পাবা । পাহৰিব পাৰিবা । ভগৱন্তই কৰুণা কৰক ।
@assamesebhaktisongsnstuti8473
@assamesebhaktisongsnstuti8473 4 месяца назад
তোমাক ঈশ্বৰে বহুত ভাল পায়,সেয়ে তোমাৰ অযোগ্য বুলি ভবা মানু্হ বিলাকক তোমাৰ পৰা আঁতৰাই পঠাইছে। ঈশ্বৰক ধন্যবাদ জনাবা।
@alishanohara1431
@alishanohara1431 Год назад
বৰ বেয়া লাগিলে দেই। এই ভালপোৱা বোৰ এ সকলোৰে মনত এটা আঘাত দি যাই!
@PrakashDutta697
@PrakashDutta697 Год назад
5 bosor relation asil....hs 2nd year pora....kintu tai degree 3rd semester manor pora dadar namot lora atar lgt ktha pati thke....moi gom palu bohut kajia hol...tak block kori dilu,contact korib mana korilu...tai u muk Misa mati gol contact nai buli.....kintu juwa bosor mur lgt kotha pota bindh kori dile Tai....2 mah manor pasot dekhisu hei loratur logote bike t uthi ghuri furise....😊 Aiai aji kalir prem.....but moi hetu negative vabe noloi positive vabe lolu..career tu gurutto dilu....aibar ADRE 3rd grade sakori palu.....❤️ Ajir jugot prem sem aibur matro vauna....baki aku nhoi...nijei nijor majot thakib lage
@bishalkalita7587
@bishalkalita7587 Год назад
Ryt
@pramilakhakhlary9882
@pramilakhakhlary9882 4 месяца назад
মাজনীৰ কথাবোৰ শুনি ভাল লাগিছে যদিও বহুতো দুখো লাগিছে। বাকী সুন্দৰ সাক্ষাৎ কাৰ।ভগৱানে যি কৰে ভালেই কৰে। চিন্তা নকৰিবা।😭😭😭বহুত দুখ লাগিল। এয়া প্রকৃত প্রেম কৰা নাছিল চাগে। নহলে ইমান আগবঢ়াৰ পিছত কিয় বিয়াখন নহল। ভগৱানে তোমাক মংগল কৰক🙏🙏🙏।বহুতো কান্দিলো তোমাৰ এই সাক্ষাৎ কাৰ চাই।
@zelhajkhan9833
@zelhajkhan9833 Год назад
তোমাৰ কথাখিনিয়ে সচাকে মোক আবেগিক কৰি পেলালে। মই এজন লৰা হৈ মোৰ অস্ৰু খিনিক মই বাধা দিব নোৱাৰিলোঁ 😢
@bikashmishra7293
@bikashmishra7293 Год назад
বহুত বহুত আঘাত পালো,তোমাক ইমান কস্ট দি তেও কেতিয়াও সুখি হব নোৱাৰে, তেখেতে সদায়ে তোমাক ভাবি অশান্তি ভুগি থাকিব,
@kalpanarai77M
@kalpanarai77M Год назад
Right
@priyankasaikia5302
@priyankasaikia5302 Год назад
আনৰ লগত মাজৰাতি ভিডিঅ কল কৰাটো,,,,,,,ফনত wating থকাটো,,,,,,,,ডাঙৰ কথা নহয় কিন্তু বহুত বেছি বেয়া কথা 🤮🤮🤮😠😡😠😡😡,,,,অবৈধ সম্পৰ্ক ত থুৱাই দিব মন যায় 😭😭😭😭,,,,মই ৬বছৰীয়া সম্পৰ্কত আছোঁ বা,,,ভয়ে লাগে দেখোন অ 😭😭😭😭😭বাকী তোমাৰ লগত অন্যায় হল বা 😭 দুখ পালোঁ,,, ছোৱালী হয় যে সিহঁতৰ মতে আমি সকলো সহ্য কৰিব লাগে,,এই পৃথিৱীত কোনো ধনী দুখীয়া নহয় সবেই বুঢ়া বুঢ়ি হৈ কাঠিৰ (বাৰান্দাৰ)চুক ৰখিব লাগিব,,,, জীৱন আমাৰ 😀😀😀😀
@animaneog
@animaneog Год назад
মাজনী তুমি বাচি গলা৷বিয়া পাছত এইবোৰ জনা হলে কি হলহেতেন ভাবাচোন?
@khaninmedhi5954
@khaninmedhi5954 Год назад
আপুনি ৰক্ষা পৰিল ৷ কিজানি বিয়া হোৱাৰ পিছত ইয়াতকৈ বেয়া হ’ল হেতেন ৷ আপোনজনে ক্ষন্তেকীয়া সুখ বা আনৰ লোভত পৰ হ’ব পাৰে ৷ কিন্তু তেওঁ জীৱনত কেতিয়াও সুখী হ’ব নোৱাৰে ৷
@anamikahaloi1068
@anamikahaloi1068 Год назад
Bhogoban a sob sai ase. Deri k holeo niyai paba tumi jodi huddho. Vale thaka hodai. Ankua critical phase protek manuh r life ahei. Ami taan hoi thakibo lagibo. Aiyai jobon. Moiu bhugisu bohut tothapiu kotha bura accept kori soli ase. Take care ❤❤
@mukundaborah2607
@mukundaborah2607 Год назад
বহুত ভাল show . আৰু এনে কোৱা content daily সদায় হব লাগে ।
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@mukundaborah2607
@mukundaborah2607 Год назад
@@dhunurumurlife6151 কি বুজা নাই
@ashimjoty
@ashimjoty Год назад
She is very strong women....god blessed u baa.
@rajashreebora2595
@rajashreebora2595 Год назад
Bohut dukh lgil kndi dilu imn kanekoi pre o vl xomproko tu than ban kre dibo hosakoi mnhk bixash korebloi bohut tan ru ba apuni ru aguai jauk apuni bohut xahosi bohut base nijke xokti sali kore tulok 😊
@abhijitdeka5478
@abhijitdeka5478 Год назад
ল'ৰা জনৰ ঘৰ শিৱসাগৰৰ ক'ত ভন্তি সেই ল'ৰা তু ছোৱালী পাগল তাক জাতে কোনো ছোৱালী নিদিয়ে ।
@mainaborah1907
@mainaborah1907 Год назад
😃
@misti4066
@misti4066 Год назад
Everything happens for a reason n that reason causes change sometimes it hurts, sometimes it's hard, but in the end it's all for the best so never stop trusting God and his plans ❤😢
@Rinku_xl_5
@Rinku_xl_5 Год назад
হৃদয়বিদাৰক কাহিনী ।
@abanikaneog8481
@abanikaneog8481 Год назад
Kio kandisa ba.He unlucky tumak napale.Tumi unlucky nhy tak puwa nai.Go ahead strongly.
@ashutdutta2698
@ashutdutta2698 Год назад
বা সেই বোলি ভাবিবা - যি হল ভালেই হল (ভগবানে সদায় ভাললৈয় হে কৰে )। তোমি বিয়াহৈ যোৱাৰ পাছত এইবোৰ হোৱা হলে আৰু দুখ পালা হয় । যি মানুহে আনক দুখ দিয়ে সি এদিন তাতকে বেছিকৈ দুখ পাই ।
@nirugogoi6478
@nirugogoi6478 Год назад
Baa tumi vangi noporiba...g hoi valor krnei hoi biya huar pst jdi anekua kril hoi aru bsi ksto pla hoi tumii...emn sarthopar mnuh thake hske bohutt dukh lgil hsakoie kio anekua ktyaw h Hukhi hno nuare teu tumak dukh d.....tumi tumar kam kri jua valkoii
@user-sc4kq9dz3r
@user-sc4kq9dz3r Год назад
Love is devine it should be deeply faith among the each other . বিবাহ মানেৰি bodily matters মায়া। মায়াৰ অৰ্থ মিছা বা natural.body means nature and beauty.not permanent . it's completely temporary. But love is ever green. faithআচলকথা। যতfaith নাই তাত একো নহ'ব। ভগৱানে যি কৰে ভালেই কৰে।
@snigdhajunak
@snigdhajunak 7 месяцев назад
The emotion behind her smile ...... Ufffs not to explain 😢
@dikshyaborahshorts2314
@dikshyaborahshorts2314 Год назад
বৰ দুখ লাগিল শুনি।সকলোখিনি জানিবলৈ বহুত মন থাকি গল
@gitalibasumatary
@gitalibasumatary Год назад
বহুত দুখ লাগিল। বহুত চকুপানী ওলাই আহিছে। এনেকুৱা যেন আৰু কাৰো লগতে নহয়। নাপায় এনেকুৱা কৰিব।
@priyankarabha35
@priyankarabha35 Год назад
Buhut dukh lagile kandi golu ge kotha khini huni😭😭😭😭
@user-tj2zk1eh5o
@user-tj2zk1eh5o 11 месяцев назад
এটা কথা আজি তোমাৰ যি গতি হৈছে ভগৱানে কৰক তাৰ তাতকৈ বেছি হক। ভগবানৰ ওচৰত পাথনা কৰিছো।
@AtoZ-su3iv
@AtoZ-su3iv Год назад
সম্পৰ্ক ভাগিলে কিমান দুখ লাগে সেইয়া ভুক্ত্ভোগীয়ে হে জানে। কিন্তু লম্পট এটাৰ লগত সুখী হব নোৱাৰিম বুলি জানিয়েই দুই গালত চৰ দি চাৰি বছৰীয়া সম্পৰ্ক এৰি আহিছো
@anupam9308
@anupam9308 Год назад
😭😭😭😭শান্তি নাপায় সি। তুমি সাহসী হবই লাগিব।
@dhunurumurlife6151
@dhunurumurlife6151 Год назад
Hello Tumi muru frd hba ni moiu back krim tumk
@umeshpatar99
@umeshpatar99 Год назад
"Tekhetor vhal tua bisaru"...... This shows how that person lost the moon while counting the stars
@EraMoniDeka-ll3qc
@EraMoniDeka-ll3qc Год назад
Ji hoi valor babe hoi ..in future happy hoba..don't mind
@jnybordoloi5296
@jnybordoloi5296 Год назад
আপোনাৰ ভাল হক, ভগবানৰ ওচৰত প্ৰাথনা জনালো।
@kuli_gaming
@kuli_gaming Год назад
I love you
@user-th1vm4kb9w
@user-th1vm4kb9w Год назад
Bohut besi dukh lagile... Ahi thoka din but Val hok apunar...🙏🙏🙏
Далее
Rusiya Prezidenti Vladimir Putin Bakıdadır
00:32
Просмотров 273 тыс.