অসমীয়া ভাষা সংস্কৃতি বিশ্ন দৰবাৰলৈ নিবলৈ মানে আনেও বুজি পাওক তাৰ বাবে, You Tube ও Support কৰে , Digital Media ত আপুনি ইমান ধৰিলে দৈনিক কৈ থকা Bank, Facebook, You Tube, Table, Sir, Fan, AC আদি/ ইত্যাদি শব্দবোৰো, লগতে আপোনাক DR . লিখি দিয়া Prescription খনো অসমীয়াত লিখাই ললেহে হ'ব যেন পাওঁ। অসমীয়া প্ৰীতিৰ বাবে ধন্যবাদ।