সাধাৰণ হ'লেও ল'ৰা জনৰ মনোভাৱ উন্নত ৷ জিকক হাৰক সেইটো পিছৰ কথা , কিন্তু এটা শক্তিশালী পাৰ্টিৰ বিৰোধে মাত মতাৰ তাৰ সাহস আছে ৷ সাহেই সিদ্ধি ৷ আৰু তেওঁ এজন সাহসী আৰু সমাজ সচেতন লোক ৷ এনে লোকৰ পৰা সমাজ উন্নতি হয় ৷ তেওঁক বহুতে উপলুঙা কৰিছে ৷ এনে কৰা উচিত নহয় ৷ মোৰ মতে তেওঁ ধুবুৰী বাসীয়ে তেওঁক জয়যুক্ত কৰা উচিত ৷