Тёмный

কিয় আমাক শাস্ত্ৰৰ প্ৰয়োজন ? | মাধুৰ্য্য বৰা ভাগৱত ব্যাখ্যা | Madhujya Bora Bhagawat Bakhya 

Culture of Assam
Подписаться 49 тыс.
Просмотров 26 тыс.
50% 1

কিয় আমাক শাস্ত্ৰৰ প্ৰয়োজন ? | মাধুৰ্য্য বৰা ভাগৱত ব্যাখ্যা | Madhujya Bora Bhagawat Bakhya
ভাগৱত ব্যাখ্যা | মাধুৰ্য্য বৰা ভাগৱত ব্যাখ্যা | Madhujya Bora Bhagawat Bakhya | ভকত গাওঁ ভাগৱত
#ভাগৱত_ব্যাখ্যা
#মাধুৰ্য্য_বৰা_ভাগৱত_ব্যাখ্যা
#Madhujya_Bora_Bhagawat_Bakhya
#ভকত_গাওঁ_ভাগৱত
#শাস্ত্ৰৰ_উৎপত্তি_কৰ_পৰা_হৈছে
#madhurjya_borah
#ভকত_গাও_মাধুৰ্য্য_বৰা_ভাগৱত_পাঠ
#ভকত_গাও_মাধুৰ্য্য_বৰা_ভাগৱত_ব্যাখ্যা
#Madhurjya_borah_bhagwat_bakhya
#Vagawat_bakhya_by_madhujya_borah
#ভকত_গাও_ভাগৱত_পাঠ
#Bhakot_gaon_vagawat_bakhya
#মাধুর্য_বৰা_ভাগৱত_পাঠ
#ভকত_গাও_ভাগৱত_পাঠ_ব্যাখ্যা
#Madhurjya_borah_bhagwat_path
#Madhujya_bora_vagawat_bakhya
#Bhakat_gaon_bhagawat_bakhya
#ভকত_গাওঁ_ভাগৱত_ব্যাখ্যা
#মাধুর্য_বৰা_ভাগৱত_ব্যাখ্যা

Развлечения

Опубликовано:

 

25 мар 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 73   
@jungogoiyoutubechannel892
@jungogoiyoutubechannel892 Месяц назад
কৃষ্ণ কৃষ্ণ প্ৰভূ আশীৰ্বাদ কৰিব।
@ToramaiDevi-hh2vu
@ToramaiDevi-hh2vu 2 месяца назад
কৃষ্ণ কৃষ্ণ ৰাম ৰাম চতিয়া ৰ পৰা সেয়া জনাজো
@smritirekhaborah9936
@smritirekhaborah9936 Месяц назад
🙏🙏🙏 যুক্তিবিলাক এনে শাস্ত্ৰ সন্মত হ'ব লাগে। আমি উপকৃত। বহুত ধন্যবাদ।🙏🙏🙏
@hiranyakalita9918
@hiranyakalita9918 Месяц назад
কৃষ্ণ জয় গুৰু শঙ্কৰ কৃষ্ণ বৰা বাপ সুন্দৰ আপোনাৰ লগতে সমস্তজন শ্ৰৱণকাৰী বাপ বান্ধৱৰ পদকমলত সেৱা জনালো কৃষ্ণ
@swapnagogoi625
@swapnagogoi625 2 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু বাপ জনাৰ চৰণত সেৱা নিবেদন কৰছো 🙏🙏আমাৰ সেৱা গ্ৰহণ কৰিব। মাধৱ মাধৱ
@CultureofAssamYoutube
@CultureofAssamYoutube 2 месяца назад
🙏🙏🙏
@nayandas3405
@nayandas3405 2 месяца назад
কৃষ্ণ কৃষ্ণ
@PadumNeog-vx4vr
@PadumNeog-vx4vr Месяц назад
Krishna krishna krishna bap janar hundar bakhya shuni bhal lagil bhagabane kripa karal❤❤❤❤❤❤❤
@ranudas4561
@ranudas4561 2 месяца назад
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏
@robinborah5848
@robinborah5848 2 месяца назад
Sundar bhaykha sundar krishna❤
@manasdeka6801
@manasdeka6801 2 месяца назад
Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna
@dipikakutum4452
@dipikakutum4452 22 дня назад
Jay krishnaguru huni bhal lagil
@prabinnath4158
@prabinnath4158 Месяц назад
Ashirbad karak prabhu jate Bhagabanar kripa paba paro.
@user-tl7hl1mn2t
@user-tl7hl1mn2t 2 месяца назад
আমাৰ হ্নদয়ত আৰু মনত এটা কথা
@rinakalita927
@rinakalita927 2 месяца назад
কৃষ্ণ কৃষ্ণ পৰম ঈশ্বৰে কুশলে মংগলে ৰাখক
@ranukonwarchetia1054
@ranukonwarchetia1054 Месяц назад
কৃষ্ণ কৃষ্ণ নথৈ কৃতাৰ্থ হলো । আপোনাৰ চৰণ পঙ্কজত ভক্তিভৰা সেৱা নিবেদিলো।
@nripendeka9800
@nripendeka9800 2 месяца назад
krishnsa ,sunddar explain 🙏🕉️
@indukalpasaikia9777
@indukalpasaikia9777 Месяц назад
Krishna Probhujona apunar video hunile hunithakibor mon jai Krishnai apunak KRIPA korok
@lunavoder1654
@lunavoder1654 2 месяца назад
Ramkrishna❤❤❤❤🙏🙏🙏🙏
@user-fc3nr7dj6h
@user-fc3nr7dj6h Месяц назад
Krishna Krishna
@lunavoder1654
@lunavoder1654 Месяц назад
🙏🙏🙏🙏
@trithathengal1177
@trithathengal1177 2 месяца назад
কৃষ্ণ কৃষ্ণ সেৱা জনাইছো
@mamonidas1659
@mamonidas1659 2 месяца назад
Krishna Krishna Krishna 🙏🙏🙏🙏
@taraliphukan6914
@taraliphukan6914 2 месяца назад
কৃষ্ণ গোবিন্দ ❤️❤️❤️🙏🙏🙏
@BroklendBoy510
@BroklendBoy510 2 месяца назад
শতকৌতি প্ৰ্ণম
@mousumiborah93
@mousumiborah93 Месяц назад
কৃষ্ণ কৃষ্ণ ❤❤❤❤
@prithwiranjandas279
@prithwiranjandas279 Месяц назад
Joy Guru
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Месяц назад
Krishna Krishna Krishna baap shwy nebadulu krishna Joy guru Shankar madhabdab krishna
@kanaksaikia2612
@kanaksaikia2612 Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
@bobymuktiar4753
@bobymuktiar4753 2 месяца назад
Krishna krishna
@monjuraniraja4551
@monjuraniraja4551 2 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@amiokachari4375
@amiokachari4375 2 месяца назад
কৃষ্ণ কৃষ্ণ!🙏🙏
@pdcreation6106
@pdcreation6106 2 месяца назад
❤🙏
@pranabjyotihazarika7145
@pranabjyotihazarika7145 2 месяца назад
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏
@trimurti2966
@trimurti2966 2 месяца назад
কৃষ্ণ
@ramcharandeka9143
@ramcharandeka9143 2 месяца назад
Ramkrishna
@user-si7pk3bl4l
@user-si7pk3bl4l Месяц назад
krishna 🙏
@ToramaiDevi-hh2vu
@ToramaiDevi-hh2vu 2 месяца назад
,🙏🙏🙏
@AnitaBasumatary-mt2ke
@AnitaBasumatary-mt2ke 2 месяца назад
Ram Hari Krishna
@lilydas2649
@lilydas2649 2 месяца назад
Krishna 🙏
@rekhaneog1101
@rekhaneog1101 2 месяца назад
বহুত ভাল লাগিল
@CultureofAssamYoutube
@CultureofAssamYoutube 2 месяца назад
ধন্যবাদ
@BharatDas-uf1wt
@BharatDas-uf1wt Месяц назад
God.
@user-xx8zb6kp1c
@user-xx8zb6kp1c Месяц назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@Mridul_Hazarika.
@Mridul_Hazarika. 2 месяца назад
অতুলনীয়।🙏🙏🙏🙏
@rubineog9534
@rubineog9534 2 месяца назад
Val lagil .
@Sanatni654
@Sanatni654 2 месяца назад
Krishna Bap Bhal Bislekhon
@gitabaruah712
@gitabaruah712 2 месяца назад
Krisnokrisno🙏🙏🙏🙏🙏
@jintugogoi3660
@jintugogoi3660 2 месяца назад
কৃষ্ণ কৃষ্ণ বাপ
@junumech7558
@junumech7558 Месяц назад
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা শুনি বৰ ওপকৃত সইছে কৃষ্ণ
@benukurmi8774
@benukurmi8774 Месяц назад
Krishna
@rumidas9660
@rumidas9660 2 месяца назад
ভগৱানে আপোনাক দীৰ্ঘ জীৱি কৰক 🙏
@tnath6513
@tnath6513 2 месяца назад
কৃষ্ণ, সুন্দৰ উপষ্ঠাপন শুনি ভাল লাগিল। ইশ্বৰে কৃপা কৰক। কৃষ্ণ কৃষ্ণ কৃষ্ণ--------
@CultureofAssamYoutube
@CultureofAssamYoutube 2 месяца назад
ধন্যবাদ
@user-tl7hl1mn2t
@user-tl7hl1mn2t 24 дня назад
সাম্প্ৰতিক সময়ত ভাৰতীয় দৰ্শন সমূহ ভাগৱত গীতা বেদান্ত দৰ্শন ৰামায়ণ মহাভাৰত মহাকাব্য আদি বিভিন্ন ধৰণৰ শাস্ত্ৰ সমূহ নাম ঘৰ বা অনুস্থান প্ৰতিস্থানত আনকি ঘৰে ঘৰে ও পঢ়িবলৈ লৈছে। ই এক মহৎ ও সুভলক্ষণ সামাজিক সাংস্কৃতিক বৈষম্য হীন ঐক্য সঙ্ঘতি আৰু আত্ম বোধ আত্ম উপলব্ধি আধ্যাত্মিক জগত খনৰ লগত সংযোগ হ'ব পাৰে। কিন্তু এটা কথা। প্ৰজোজক পৰিচালনা সমিতি শ্ৰোতা ৰাইজে ভালদৰে মনোনিবেশ কৰি ভাগৱত গীতা অধ্যয়ন শুনিছে নে বুজিছে? পাঠক সমাজত ও বহুতো মানুহৰ সংখ্যা বাঢ়ি আহিছে। অথ কি বুজালে ভগৱান জানে। ই এক উৎসৱ মুখৰ হৈছে সঁচা। কিন্তু কিমান লোক লাভ বান জ্ঞান বান হৈ ছে সেই টো সময়ত উলাব। প্ৰদীপ গগৈ। অসম।
@sumitradeka3599
@sumitradeka3599 2 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
@anupamadas3632
@anupamadas3632 Месяц назад
Ktishna
@mrinaldutta7490
@mrinaldutta7490 Месяц назад
কৃষ্ণআপোনাৰ যোগাযোগৰ নম্বটো পাম নেকী?
@gopinathtalukdar6013
@gopinathtalukdar6013 2 месяца назад
প্ৰভু অধমৰ আন্তৰিক সেৱা গ্ৰহণ কৰে যেন তাৰেই কামনাৰে আপোনাৰ ইয়াত জৈনৰ পইচা দিবলৈ মোৰ মবাইলত সেই সুবিধা নাই কেনেকৈ দিব পাৰি জানিব পাৰিলে মনত বৰ আনন্দ পাম অনুগ্ৰহ কৰি এঅধমক এই খিনি সহায় কৰিবলৈ কৰযোৰে কাতৰ প্ৰাৰ্থনা জনালো সেৱৰে
@CultureofAssamYoutube
@CultureofAssamYoutube 2 месяца назад
আমাক পইছা দিব নালাগে।। ভগৱানৰ নামত আপুনি সেই পইছা কোনো পথত থকা লোক/ অভাৱত থকা লোক / নামঘৰ /মন্দিৰত দিব।।
@Junumonichutia-gj4ib
@Junumonichutia-gj4ib Месяц назад
Kishan bap
@kumudgayan1664
@kumudgayan1664 2 месяца назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ। এই বয়সতে আপোনাৰ জ্ঞান গভীৰতা পোৱা কাৰণে আপোনালৈ ভক্তি ভৰা সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@user-tl7hl1mn2t
@user-tl7hl1mn2t Месяц назад
অতীতৰ ভাৰতীয় সমাজখনত শিক্ষা সাহিত্য সভ্যতা সংস্কৃতি আৰু দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল । নিৰৱিচ্ছিন্ন অৰণ্যাশ্ৰম বিলাকত বেদ উপনিষদ পুৰাণ বেদান্ত দৰ্শন ৰামায়ণ মহাভাৰত গীতা ভাগৱত আদি দাৰ্শনিক তত্ত্ব জ্ঞান ৰহস্য আত্মাবোধ মানৱীয় প্ৰমূল্যবোধ আত্ম উপলব্ধি আৰু আধ্যাত্মিক চিন্তা চৰ্চা আধ্যাত্মিকতাবাদৰ ওপৰত ভিত্তি কৰিয়েই শিষ্য সকলক হ্নদিস্থিত কৰাইছিল । শিক্ষা প্ৰদান কৰিছিল। সাম্প্ৰতিক কালত ঘৰে ঘৰে ভাগৱত পঢ়িও মানুহৰ মনৰ পৰা কামনা বাসনা লোভ মোহ কাম ক্ৰোধ মদ মাচায্য ৰাজসিক তামসিক আদি ভাৱনা হ্নদয়ত ভৰি আছে। জীৱন নিৰ্বাহৰ শিক্ষা আহৰণ কৰা লগতে আধ্যাত্মিক শিক্ষা ও। আহৰণ নকৰিলে মানুহৰ মনৰ পৰা কামনা বাসনা দূৰ কৰা টান। হ্নদয়ত থকা ময়লা বোৰ দূৰ হ'লে হে আত্মাক চিনি পাব। তেতিয়া জন্ম মৃত্যু বন্ধনৰ পৰা মুক্ত হ'ব পাৰিব। প্ৰদীপ গগৈ। গুৱাহাটী।
@user-tl7hl1mn2t
@user-tl7hl1mn2t Месяц назад
ভুল কথা। অসুৰত্ব দানৱীত্ব দুষ্ট দৈত্যৰ চৰিত্ৰ মানুহৰ দেহতেই উৎপত্তি হয়। যিজনৰ হ্নদয়ত নাথাকে মানৱীয় প্ৰমূল্যবোধ আত্ম জ্ঞান আত্ম উপলব্ধি মানে তেওঁৰ গাত ৰজ তম সকামী ইন্দ্ৰিয় আসক্তিৰ ক্ষুধা আৰু গুণ। জীৱ শ্ৰেষ্ঠ মানৱৰ পৰা ক্ৰমবিকাশ হৈ মহাপুৰুষ অতি মানৱ মহিষী অৱতাৰী পুৰুষ দৈৱিক ঐশ্বৰিক গুণ সম্পন্ন ব্যক্তি উৎপত্তি হয়। পশুৰ দৰে বা পশুৰ অধম মানুহৰ ও অভাৱ নাই। এই সকলো বিলাক নিজৰ নিজৰ গুন কৰ্ম অনুযায়ী হয়। ইয়াত ধৰ্ম বৰ্ণ লিঙ্গ জাতিৰ কথা নাই। আৰু জাতি ধৰ্ম বৰ্ণ লিঙ্গ সমাজ বা মানুহে ভবা বা সজা। প্ৰদীপ গগৈ অসম।
@papariborah2856
@papariborah2856 2 месяца назад
Krishna bsp
@user-vg2di6cp1d
@user-vg2di6cp1d 2 месяца назад
কৃষ্ণ কৃষ্ণ
@NabajyotiBordoloi-eu8qf
@NabajyotiBordoloi-eu8qf 2 месяца назад
কৃষ্ণ
@himensaikia7796
@himensaikia7796 2 месяца назад
Ramkrishna
@user-mt1fd6hu6e
@user-mt1fd6hu6e 2 месяца назад
Krishna
@user-dg5pm2ik6k
@user-dg5pm2ik6k Месяц назад
কৃষ্ণ কৃষ্ণ
@daduldas1643
@daduldas1643 2 месяца назад
কৃষ্ণ কৃষ্ণ
@jitenhazarikajitenhazari-gk6kb
@jitenhazarikajitenhazari-gk6kb 2 месяца назад
কৃষ্ণ কৃষ্ণ
Далее
Каха инструкция по шашлыку
01:00
Страшный сон перекупщика
1:00
Просмотров 2,8 млн
The Worlds Most Powerfull Batteries !
0:48
Просмотров 25 млн