কৃষ্ণ জয় গুৰু শঙ্কৰ বাপ জনালৈ আমাৰ ভক্তিভৰা সেৱা নিবেদিলোঁ আমি বাখ্যা কাৰক প্ৰভু তেখেতৰ মুখহন্তে ভাগৱতৰ কথা অমৃতময় বাণী শাস্ত্ৰৰ সিদ্ধান্ত সমূহ বুজিব পাৰিছো ৷ আমাৰ নিজৰ বহু সংশোধন কৰিব লগা আছে জীৱনৰ ৷ গতিকে আমি শাস্ত্ৰৰ সিদ্ধান্ত আগত ৰাখি আমাৰ জীৱ আত্মাক ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত মতে আগুৱাই নিবই লাগিব লাগিব লাগিব ৷ বাখ্যা প্ৰভু জনালৈ হাতকোটি আমাৰ প্রাণিপাত🙏🙏🙏