#সংগীত_হৈছে_অন্যতম_এক_শ্ৰেষ্ঠ_কলা❤️
সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটী তথা সংগীত নাটক অকাডেমি, নতুন দিল্লীৰ উদ্যোগত আয়োজিত ১৭ সংখ্যক #সত্ৰীয়া_সংগীত_সমাৰোহত পৰিবেশন কৰা খোলবাদনৰ এটি অনুষ্ঠানৰ কিছু অংশ আপোনালোকলৈ আগবঢ়ালো।
খোল: যতীন্দ্ৰ মহন্ত, মনোৰঞ্জন বৰা
তাল: জ্যোতিৰ্ময় মহন্ত
বাঁহী: নিলোৎপল বৰা
স্থান: কলামণ্ডপম প্ৰেক্ষাগৃহ, ভাতখাণ্ডে সংস্কৃতি বিশ্ববিদ্যালয়, লক্ষ্ণৌ, উত্তৰ প্ৰদেশ।
০৩/১০/২০২৪
@highlight
Sangeet Natak Akademi
Sattriya Kendra
#assameseculture
#kholbadan
#indiaculture
#music
#flute
#vaona
#highlights
#reels
#tranding
#ভাওনা
#hindustanimusic
11 окт 2024