Тёмный

যুৱক যুৱতীয়ে শৰণ ভজন নোলোৱাকৈ ভাগৱত পাঠ কৰিব পাৰেনে  

জ্যোতিময় Jyotimoy
Подписаться 252 тыс.
Просмотров 24 тыс.
50% 1

#pranjitgogoi #ভাগৱতপাঠ #pranjalprotimborah
#assamesebhagawat
#assamesculture
#ভাগৱত_পাঠ_ও_ব্যাখ্যা

Опубликовано:

 

21 сен 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 72   
@SayamborGohain
@SayamborGohain 22 часа назад
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ বহুত বহুত ধন্যবাদ।
@rhiturajpathak8351
@rhiturajpathak8351 19 часов назад
কৃষ্ণ কৃষ্ণ বাপ।সেৱকীৰ সেৱা ভাগি গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ
@ritagohain2552
@ritagohain2552 23 часа назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@keshabbora7742
@keshabbora7742 12 часов назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@hemaprabhasaikia5321
@hemaprabhasaikia5321 22 часа назад
কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰাসেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ।
@pallabikagohain5720
@pallabikagohain5720 19 часов назад
কৃষ্ণৰ কৃপাত নাম বৈকুণ্ঠত বাপ জনাৰ মুখ পদ্মে কৃষ্ণ কথা শ্ৰৱণ কৰাৰ সুবিধা পালোঁ l বাপ জনা আপোনাৰ সুন্দৰ বৰ্ণনা ও বাখ্যা শুনি আমি পৰম আনন্দিত হৈছোঁ কৃষ্ণ
@DhrienPhukon
@DhrienPhukon 22 часа назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
@pallabikagohain5720
@pallabikagohain5720 20 часов назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🌹🙏🙏🙏🙏
@swapnagogoi8702
@swapnagogoi8702 23 часа назад
কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ
@saratgogoi5339
@saratgogoi5339 23 часа назад
কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏
@bubulgogoi3852
@bubulgogoi3852 22 часа назад
কৃষ্ণ বাপ দাসৰ ভক্তি সেৱাভাগী গ্ৰহণ কৰিব 🙏 🙏 🙏 🙏
@mondiramech899
@mondiramech899 23 часа назад
কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@ashokkumardutta7850
@ashokkumardutta7850 23 часа назад
কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ
@probinbhuyan2182
@probinbhuyan2182 18 часов назад
Krisno, Gogoi bapjonar baikhya. xundor, baikhya digholia hole, maje maje geet,namkhowa aadi amoni nalagibor babe aai bap xokole hai thoka bibostha koribo lagay. Geet nambur xoru xoru aakarot booklet chopa kori ataibur namghorot xokoluaye puwar jugut koribo lagay. Booklet Kom porile Deka gavorua mobilot loi gabo pare
@nirjurajgogoi319
@nirjurajgogoi319 22 часа назад
আগৰ যুগত মানুহ বিলাকক শাস্ত্ৰ ভাগৱত পঢ়িবলৈ বাধা প্ৰদান কৰে যাৰ বাবে পৌৰাণিক ধৰ্মীয় নীতি নিৰ্দেশনা সমূহ চলি আছে এই আধুনিক যুগত। এতিয়াও ভেকুলীৰ দৰে বোপাককাৰ দিনৰ নিয়ম সমূহ এৰিব পৰা নাই ।
@poragboruah4156
@poragboruah4156 19 часов назад
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
@JayantaDhing-py2to
@JayantaDhing-py2to 20 часов назад
কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ
@nonichutia3034
@nonichutia3034 22 часа назад
সুন্দৰ ব্যাখ্যা গগৈ বাপ
@munindraborgohain6054
@munindraborgohain6054 9 часов назад
Krishna. Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻
@khirodbhuyan5967
@khirodbhuyan5967 22 часа назад
Krishna 🙏
@jayantadutta165
@jayantadutta165 22 часа назад
আমি জনাত হৰি নাম লোৱাত কোনো নিয়ম নীতি নাই বুলি পাই অহিছো।কৃষ্ণ বাপ সমস্ত।
@jitulchetia2946
@jitulchetia2946 23 часа назад
🙏🙏🙏
@madhurjyagogoi6085
@madhurjyagogoi6085 3 часа назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@HoreswariDas-j2g
@HoreswariDas-j2g 22 часа назад
কৃষ্ণ কৃষ্ণ🙏🙏🙏
@dilipdas8112
@dilipdas8112 9 часов назад
কৃষ্ণ কৃষ্ণ বাপ ভাল লাগিল ❤
@akhilburagohain381
@akhilburagohain381 Час назад
Krishna Krishna Krishna bap
@bipulsutradhar8145
@bipulsutradhar8145 8 часов назад
কৃষ্ণ🙏🌷🙏🌷🙏🌷
@DipakSaikia-v6u
@DipakSaikia-v6u 22 часа назад
🙏
@tirthanathborgohain8036
@tirthanathborgohain8036 7 часов назад
সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সি সি অনুষ্ঠান সমস্থে কৰিলে ,নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সমূহ ভৈল আশাক যিজনে পিঠি দিলে ।। শুৰ মাত ভাল হ'লেই ,যেই তেই শাস্ত্ৰ পঢ়িলে ফল নধৰে ।নামত শৰণ লৈ ভক্তি কৰিব লাগিব।কিন্তূ ইটো মহাধম্ম এক নামেসে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাত ।।
@JituHazarika-o3i
@JituHazarika-o3i 9 часов назад
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
@jalendrarabha9474
@jalendrarabha9474 19 часов назад
Krishna bap 🙏
@KukilSaikia-x4r
@KukilSaikia-x4r 21 час назад
Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏
@PahiHandique-df2ji
@PahiHandique-df2ji 12 минут назад
ৰাম কৃষ্ণ 🙏🙏🙏🙏
@Plabitadas21
@Plabitadas21 23 часа назад
Paribo😊
@pranjaldas2380
@pranjaldas2380 20 часов назад
কৃষ্ণ
@debajithandique8669
@debajithandique8669 6 часов назад
পুৰণা ভাগৱত ভাগৰ লগত নতুন ভাগৱত কিছুমান কথা অমিল যেন দেখা পোৱা হয় কিন্তু নতুন ভাগৱত ভাগি ইন্টাৰনেটত পোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ গোলাঘাট জিলাশাখা দ্বাৰা প্ৰকাশিত হেই ভাগৰ লগত মিল দেখা যায়। পুৰণা ভাগৱত ভাগিৰ লগত শংকৰ সংঘৰ যিবোৰ কথা মিলা দেখা নাজাই সেই কথাবোৰ আঁতৰাই নতুন কৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ সকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত মিল যোৱাকৈ লিখি পেলোৱা হৈছে নেকি।
@ratul-g9e
@ratul-g9e 23 часа назад
প্ৰশ্নটৌ বহুত গুৰুত্বপূৰ্ণ।।????
@tilakdeka5551
@tilakdeka5551 17 часов назад
❤❤❤
@MayuriTamuli-c4q
@MayuriTamuli-c4q 20 часов назад
Krishna
@BuluBaruah-u4s
@BuluBaruah-u4s 19 часов назад
🙏 Kishano 🪔
@BuluBaruah-u4s
@BuluBaruah-u4s 19 часов назад
Hoi
@NabajyotiGogoi-u9p
@NabajyotiGogoi-u9p 23 часа назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@rajudutta6401
@rajudutta6401 20 часов назад
আধ্যাত্মিক জগতত প্ৰবেশ কৰাৰ প্ৰথম খোজটোৱেই হৈছে শৰণ ।অশৰণীয়াই শাস্ত্ৰ পঢ়িব পাৰে । কিন্তু বিষেশ লাভ নহ'ব । যিহেতু আমি মায়ামৰা ‌সমাজৰ ভক্ত গতিকে মহাপুৰুষে দেখুৱাই যোৱা পথ কেই অৱলম্বন কৰিলেই হ'ল । আমি ‌নাজানিলেও‌ নিতী নিয়মৰ‌ মাজতেই তত্বকথাবিলাক ‌সোমাই‌ আছে । ভক্তি মঙ্গল ঘোষা শাস্ত্ৰ ভাগিতেই ভকতৰ গ্ৰহনীয় বৰ্জনীয় ,গুৰু কোন, ঈশ্বৰ কোন ,শৰণ কিয় ল'ব লাগে ,নললে কি হয় আদি ।
@PahiHandique-df2ji
@PahiHandique-df2ji 15 минут назад
হই 😊
@arabindrdda
@arabindrdda 11 часов назад
rramram
@DipakSaikia-v6u
@DipakSaikia-v6u 22 часа назад
Krishna Krishna
@DeepakDuttn
@DeepakDuttn 23 часа назад
শুদ্ধ কথা
@kumudinisaikia1979
@kumudinisaikia1979 22 часа назад
🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🪔
@BuluBaruah-u4s
@BuluBaruah-u4s 18 часов назад
Ni
@purnimapegu148
@purnimapegu148 10 часов назад
Kirna kirna
@prosantasarmah3631
@prosantasarmah3631 22 часа назад
শৰণ নোলোৱাকৈ ভাগৱত বা কীৰ্তন বা গীতা পঢ়িব নোৱাৰা কোনো কাৰণ নাই
@akhilmahanta2524
@akhilmahanta2524 19 часов назад
অনিৰুদ্ধ দেৱ গুৰু হয়নে নহয় সি প্ৰানজিৎ ভাগৱত ভট্টাচাৰ্য্যই কি কয় ? শঙ্কৰ গুৰুয়ে আপোনাকো প্ৰত্যক্ষ জ্ঞান দিলেনিকি ?
@nirjurajgogoi319
@nirjurajgogoi319 6 часов назад
@@akhilmahanta2524 গোপাল দেৱ, হৰিদেৱ, অনিৰুদ্ধ দেৱ আদি সকলো চীৰনমস্য় । তেওঁলোকৰো অসমীয়া সমাজত বহু দান দিছে। কিন্তু মহাপুৰুষ মাধৱদেৱৰ অৰিহণা সকলোতকৈ বেছি যিজনাৰ দ্ৱাৰা সৃষ্ট গ্ৰন্থ নামঘোষাভাগি আজি বিদেশতো গৱেষণা কৰিছে, যিখন গ্ৰন্থৰ পদসমূহ ভকতৰ মুখত অবিৰাম কীৰ্তন হৈ থাকে, যিখনৰ প্ৰাৰ্থনা সমূহ বিদ্যালয়ত পৰিবেশন কৰে্ আদি যিসমূহ কৈ শেষ কৰিব নোৱাৰি । সেই মাধৱদেৱেই মহাপুৰুষ শংকৰদেৱক চিনাকী কৰি থৈ গৈছে। মাধৱদেৱে নামঘোষাত লিখিছে " ৰাজা প্ৰজা জানিলেক ভক্তিপথ, শঙ্কৰৰ পথ শুদ্ধ। সিটো মত চাড়ি আন আছৰয় পৰম সিটো মূগূধ ।। আকৌ লিখিছে " শঙ্কৰে সঙশয় ছেদি, শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি, তাঙ্ক এৰি কি কাৰণে........."গতিকে কেৱল মুখেৰে শঙ্কৰদেৱ মাধৱদেৱৰ নাম লগেই নহ'ব তেওঁলোকৰ বিহিত বচন সমূহ পালনৰ গুৰুত্ব প্ৰদান কৰিব লাগে বুলি ভাবোঁ। কৃষ্ণ।
@prahladchetia4233
@prahladchetia4233 4 часа назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@paramananda5403
@paramananda5403 21 час назад
কৃষ্ণ🙏🙏🙏
@biswajyotipayun8218
@biswajyotipayun8218 21 час назад
Krishna Krishna Krishna
@karunataid7113
@karunataid7113 21 час назад
কৃষ্ণ
@BuluBaruah-u4s
@BuluBaruah-u4s 19 часов назад
Hoi
@BuluBaruah-u4s
@BuluBaruah-u4s 19 часов назад
Ni
@khogeswarigogoi1902
@khogeswarigogoi1902 22 часа назад
কৃষ্ণ কৃষ্ণ
@lipikarajkonwar5654
@lipikarajkonwar5654 3 часа назад
কৃষ্ণ কৃষ্ণ 🙏
@TarunRegon
@TarunRegon 5 часов назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
@RanjuBora-ui3wi
@RanjuBora-ui3wi 9 часов назад
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@GUNAJITDEKA-h1s
@GUNAJITDEKA-h1s 4 часа назад
কৃষ্ণ কৃষ্ণ
@dinagogoi1013
@dinagogoi1013 6 часов назад
কৃষ্ণ কৃষ্ণ
@jeetasaikia7279
@jeetasaikia7279 19 часов назад
কৃষ্ণ 🙏
@karunataid7113
@karunataid7113 21 час назад
কৃষ্ণ
@BuluBaruah-u4s
@BuluBaruah-u4s 18 часов назад
Hoi
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 23 часа назад
কৃষ্ণ
Далее