Тёмный
No video :(

"গৌৰৱৰ ৰাজত্ব হ'ব অসমত" হিমন্তৰ আউট হ'ব ২৬ ত🙏 

tech tips Supported
Подписаться 91 тыс.
Просмотров 52 тыс.
50% 1

"গৌৰৱৰ ৰাজত্ব হ'ব অসমত" হিমন্তৰ আউট হ'ব ২৬ ত🙏#time8news #news18assamnortheast

Опубликовано:

 

23 авг 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 83   
@user-zw1ro7cp4i
@user-zw1ro7cp4i Месяц назад
Gourav go gogoi zindabad next c m of Assam❤❤❤❤
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw Месяц назад
যিটো সমগ্ৰ অসমেই বিৰুধিতা কৰে এই বিজেপিৰ পাগল কেইটাই কিয় লাগি আছে ?ইহঁতৰ মগজত কি আছে?
@user-oh4kc4uj3r
@user-oh4kc4uj3r Месяц назад
মামা আপোনাৰ অহংকাৰ কাৰণে বেছি দিন নাই 26 ত পতন হ'বলৈ গৈ আছে।
@binudas8708
@binudas8708 23 дня назад
কা আমি মানিবৈ নোৱাৰো। প্ৰান দিম কিন্তু কা আমাক নেলাগে।
@user-wm1hn6ie1r
@user-wm1hn6ie1r Месяц назад
মুখ্য মন্ত্ৰী য়ে যি মাটি বাৰি বাগান লৈ থৈ ছে সেই মাটিত বিদেশী বহাওক। অসম কচৰনীয়া পথাৰ কৰিব বিচাৰিছে। বিজেপি ক বৰ্জ্জন কৰিব লাগে
@DEEPDOLEY-zd9pp
@DEEPDOLEY-zd9pp 21 день назад
Ji ni
@kartick1957
@kartick1957 Месяц назад
উত্তৰ পূৰ্বাঞ্চলৰ বাকী কেইখন চৰকাৰে তেওঁলোকৰ কা নামানো বুলি সিদ্ধান্ত লৱ পাৰে, আমাৰ চৰকাৰ খনেনো ৰাজ্যখন শান্তিৰে থকাৰ স্থাৰ্থত আমি কা নামানো বুলি সিদ্ধান্তু লব নোৱাৰেে কিয় ?
@BabitaPokhrel-so5vb
@BabitaPokhrel-so5vb Месяц назад
Very good congress party zindabad next Cm Goruv gogoi zindabad
@pareshsarma4696
@pareshsarma4696 Месяц назад
সোনকালে BJPক বিসৰ্জন দিব লাগে
@amarendradas1619
@amarendradas1619 Месяц назад
CAA নালাগে NRC লাগে ৷ যদি বাংলাদেশী বড়ো, কোঁচ ৰাজবংশী সকলক আনিবলৈ চিন্তা কৰিলে হেতেন আমি বেয়া নাপালো হেতেন ৷ আজি ৮ জনেহে আবেদন কৰিছে ইয়াৰ অৰ্থ এইটো হব পাৰে যেতিয়াই চুপ্ৰিম কৰ্টে ৰায় দিয়ে তেতিয়া ওলত পালত হোৱাৰ সম্ভাৱনা আছে বাবেই বহুতে আবেদন কৰা নাই ৷
@alamtajahmed4126
@alamtajahmed4126 Месяц назад
মামাৰ অন্য অন্য বিষয় উলিয়াই দি চালে বেৰে কোবোৱাৰ সময় হল। এইটোৱেই হল মামাৰ স্বভাৱ।
@HanifAli-r5b
@HanifAli-r5b 6 дней назад
Canamrnatujinenhrbubartiyhisabeoluyajilbaratcaaniblacehejanmanoahmrcarenhukihehukimanutobisarioliylohuktatebijipirkiahejay 39:29
@HariCharanKalita-fu8kt
@HariCharanKalita-fu8kt Месяц назад
হিমন্ত বিশ্বৰ অতিতটো আমি বহু কাণ্ড কাৰখান দেখি আহিছো, তেওঁৰ কথা কামৰ বিশ্বাস যোগ্যতা মোৰ নাই, তথাপি এজন অক্লান্ত পৰিশ্ৰম কৰ্মী, এজন নিপুন ৰাজনীতিক কৰো বুলি ভাবিলে বহু ভাল কাম অসম আৰু অসমীয়াক দিবলৈ পাৰিলেহেতন, কিন্তু তেওঁৰ কুণ্ডলিত কি আছে নাজানো, ধুনীয়াকৈ ৰান্ধি-বাঢ়ি কেতিয়াবা কেৰাহিত এটোপ কেৰাচিন পেলায় দিয়ে খাওক বাপ্পেকে,নাইবা বিষ ঢালি দিয়ে কোনোবাই খায় মৰে যদি মৰক । সু-দীৰ্ঘ দিনৰ মুৰকত আশা কৰিছিলো হিমন্ত‌ই অসমীয়াৰ অসমীয়াত্ব ৰক্ষাৰ্থে স্থায়ী ভাবে কিবা এটা কৰিব,কৰাৰ যোগ্যতাও নিশ্চয় আছিল,বিশেষকৈ "কা" আইন খন অসম চুক্তি দোহাই দি হলেও মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা'ৰ দৰে কেন্দ্ৰীয় চৰকাৰ'ক আপত্তি কৰিব পাৰিলেহেতেন কিন্তু নকৰিলে কবলৈ গলে অসমত 'কা' অনাৰ বাবেহে হিমন্ত মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিছে । হয়তু সাৰদা আৰু লুইবাৰ্জৰ কেলেঙকাৰীৰ পৰা ৰক্ষা পোৱাৰ প্ৰতিদান দিয়াৰ অঙগীকাৰ কৰিছে । সেয়ে কৈছিলো নমৰা পৰ্যন্ত "কা" নামানো কিন্তু যোৱাকালি আকৌ কৈছোঁ, সকলো ক্ষেত্ৰতে বিজেপি আৰু হিমন্তক ত্যাগ কৰিলো ।
@sahunurali
@sahunurali 13 дней назад
Right dada 100?%
@user-lg3ng9ke4n
@user-lg3ng9ke4n Месяц назад
অসমৰ বিজেপি নেতা সকলে ঘৰে ঘৰে বিদেশীক ভাগ বটাই লব লাগে।
@user-ue9ub3zq5j
@user-ue9ub3zq5j Месяц назад
Gourav Gogoi going to making congress stronger team.
@taradoi7957
@taradoi7957 Месяц назад
উত্তৰ পুৱত অন্য ৰাজ্যত প্ৰজোয্য নহয় অসমত কিয় এই আইন ?
@suhaelakhtar7815
@suhaelakhtar7815 16 дней назад
কাৰন অসমৰ বিজেপিৰ নেতা সকলে বিদেশী আনি তেওলোকক ভোটবেংক তৈয়াৰ কৰি ১০০ বছৰলৈ বিজেপি শাসন বাহাল ৰখাৰ পৰিকল্পনা
@AbulSarkar-zw7js
@AbulSarkar-zw7js Месяц назад
চাবলৈ একো নাই।। মাথো ধৈৰ্য্যকাৰ সৎ চৰিত্ৰ প্ৰাপ্ত ধাৰ্মীক জনৰ সপক্ষ কৰুনা ময়। তেওঁ কঙগ্ৰেজ বি জে পি লৈ নাচায়। তেওঁ ন্যায় কাৰ,ধৈৰ্য্য কাৰ,সৎ চৰিত্ৰ প্ৰাপ্ত জনক দেশ পৰিচালন ক্ষমতা প্ৰাপ্ত কৰায়।হয় গৌৰৱ গগৈ কৰুনা ময়ে বিচৰা গুণ প্ৰাপ্ত কিন্তু দলত দুষ্ট প্ৰবৃত্তিৰ দাসত্ব কাৰ বহিস্কৃত হলেহে দল নিকা হ'ব পাৰে।
@pgoswami5378
@pgoswami5378 Месяц назад
এইবোৰ আলোচনা যোৱা ৪৪-৪৫ বছৰে ৰাইজে শুনিয়েই আহিছে।শুনি শুনি একঘেয়ামী হৈ গৈছে।
@debendutta6640
@debendutta6640 Месяц назад
এতিয়া সিজনৰ দুষ্টবুদ্ধিৰ কামত নাহিব নেকি।
@user-cp8wl2oy2n
@user-cp8wl2oy2n Месяц назад
বিজেপিৰ যি নিয়ম নিতিয়ে জনতাক আমনি লগাই দিলে আজি আমাৰ ৰাইজৰ ইমান ডাঙৰ বিপদত পৰিছে বিজেপিৰ ভুট, বেয়া কৰিছে A,P,D,C,L,বিদ্যুতৰ বিলে জলাকলা দিছে বিদ্যুত,বিভাগে সিফালে গেছ দাম খাদ্য সামগ্ৰীৰ মূল্য কোনো ফালৰ পৰা জনতাক এৰি দিয়া নাই সেই বোৰ কথাত ৰাইজে বহুত বেয়া পাইছে গতিকে ৰাইজৰ মাজত এই বোব আলচনা কৰে সকলো ধৰণৰ কাম কাজ চাই আছে উত্তৰ দিব ৰাইজে পঞ্চায়ত নিৰ্বাচনত বিধান সভাৰ নিৰ্বাচনত উওৰ দিব ভাল ধৰণে চাই থাকক এতিয়া ৰাইজ বিজেপিৰ লগত নাই ধন্যবাদ
@pradipborah526
@pradipborah526 Месяц назад
Caa Ami namanu
@khagenmahanta131
@khagenmahanta131 22 дня назад
বিজেপি চৰকাৰে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান আৰু অসম চুক্তি ৰূপায়ন সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰিব বিছাৰিছে ৰাজহুৱা কৰক ।
@kamalkalita338
@kamalkalita338 Месяц назад
বিজেপিয়ে জনা ভাল আপোনা লোকৰ ভাৰত স্বাধীনক লৈ কোনো অৰিহনা নাই কাৰণ সেই সময়ত আপোনালোকে ব্ৰটিছৰ গোলাম কৰিছিল কংগ্ৰেছ কৰ্মীক ব্ৰিটিছৰ হাতত ধৰাই দিছিলে কংগ্ৰেছ কৰ্মী শ্বহীদ হৈছিলে কিন্তু আপোনালোকৰ এজনো শ্বহীদ হোৱা নাছিলে জনা ভাল
@itz_lucius
@itz_lucius Месяц назад
মামা২৬ ত শেষ
@user-bc1tu6fe2d
@user-bc1tu6fe2d Месяц назад
Go back homanta and gourav gogoi welcome
@AbdulHamlinsk-qt8pi
@AbdulHamlinsk-qt8pi Месяц назад
Good. Advice.. No. Change. Forever
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf Месяц назад
KAA balabat kari asomar prati dayabadhata dekhuaisa rituparna barua . Akol anar varit tel malish karibaloike asomat janma pali . Nilajja burbak banaba ahisa asomia manuhak. hankhya garisthar power dekhuaisa . lahe lahe tahatar power kamai diba raije
@taradoi7957
@taradoi7957 Месяц назад
৮জনেই হক বা কমেই হক বেচিয়েই হক আইন খন অসমত কিয় ?
@user-zl1mn5jn2k
@user-zl1mn5jn2k Месяц назад
855 ছ হী দক উপ লঙা কৰা বক্তব্য দি অসমীয়াক কোৱা কথা বিলাক শুনি j8 বুজিব লাগে ভালকৈ বুজি ছে হব।16 তাৰিখ। তাৰ আগত আমদানি ৰপ্তানি।ককনো বুলিব ককা??
@pareshsarma4696
@pareshsarma4696 Месяц назад
সোনকালে BJP ক বিসৰ্জন দিব লাগে
@TunmoniHazarika-bs7co
@TunmoniHazarika-bs7co 24 дня назад
Gaurav. Zindabad
@kushalbaruah8438
@kushalbaruah8438 Месяц назад
Gourav gogoi. Pls power ahile an kam nakarileu... CAA HATAW ASOM BASAW PLS
@gajendranathsaloi5362
@gajendranathsaloi5362 Месяц назад
অদীপ ফুকন ডাঙৰীয়াই সঠিক কথা উপস্থাপন কৰিছে।
@user-mk8ui3ov4d
@user-mk8ui3ov4d Месяц назад
কা আমি নামানো
@sacindradeka8192
@sacindradeka8192 24 дня назад
৫ জন নিজৰ পৰিয়ালৰ লোক মাৰি ৮ জন বিদেশী আনিব ওলাইছে? অতি চমৎকাৰ মামা।
@PrifulloHazarika
@PrifulloHazarika Месяц назад
২৬ ত পটন হবই চাব
@PrabirChandraDeka-nh4qo
@PrabirChandraDeka-nh4qo Месяц назад
Bjp go back
@puspadhardowarah1932
@puspadhardowarah1932 26 дней назад
আমাৰ লক্ষ্য ২০২৬ ত বিজেপিক উৎখাত কৰা আৰু বেলেগ কথা নাজানো! সেই হিন্দু বাংলা দেশীবোৰ অসমতে সোমালেহি;নহলে কত সোমালেহি!হিন্দু বাংলাদেশীবোৰ প্ৰতিজন হিন্দুা বাংলাদেশী প্ৰেমী নেতা;কৰ্মীবোৰে ভগাই ভগাই মাটি বাৰী বোৰ দি দিব।আমি বাংলা দেশী বিৰোধী।আমি দিব নোৱাৰো।
@user-cp8wl2oy2n
@user-cp8wl2oy2n Месяц назад
আপোনাৰ মতামতত ৰাইজ নাই ৰাইজক আৰু,ঠগিব নোৱাৰেই গতিকে,ৰজা,কাক,পাতে,ৰাইজে,পাতিব,এই বাৰ পঞ্চায়ত নিৰ্বাচন বিধান সভাত উওৰ দিব,চাই লক
@eyakubali336
@eyakubali336 19 дней назад
BJP. Go. 2026. Congress. Weal. Came. ..
@nripenborgohain201
@nripenborgohain201 Месяц назад
আহি আছে কংগ্ৰেছৰ দিন ৷
@bheeshmarabha
@bheeshmarabha 14 дней назад
বিজেপি,আৰু,,নিতিকে
@Jagadishdutta-mn4ru
@Jagadishdutta-mn4ru Месяц назад
Gaurab 2026
@RanjanMahanta-jk4rl
@RanjanMahanta-jk4rl Месяц назад
P r c নোহোৱাকৈ ৪০হাযাৰ চাকৰি তেওলোকৰ বাবে সংৰক্ষিত হ'ল বুলি ধৰি লোৱা হ'ল
@user-pm4el9uj5o
@user-pm4el9uj5o Месяц назад
Himanta r tel bahise taak jailot vorabo lage congress sorkar ahile
@LakrishnaChetia
@LakrishnaChetia Месяц назад
Good
@AlomUddin-sy2pb
@AlomUddin-sy2pb Месяц назад
মামা,, ইটা,, বাংলাদেশ, না,,,,,,,,
@user-qo8vh5hg1j
@user-qo8vh5hg1j Месяц назад
Gaurav Zindabad Gaurav .Amar Gaurav
@KaustubhKumarGogoi
@KaustubhKumarGogoi 22 дня назад
We will have to think of far future,the far future of aborigin people is endangered. In far future it is very likely that these people are likely to enter into india,assam,so long caa will continue to exist.
@bhogeswarsaikia1520
@bhogeswarsaikia1520 Месяц назад
Bortoman Himanta biswa sarmar ejon shot boot montri ye mukhyo montri huwar sopun dekho ahise ...AIUDF ye pijush Hazorikak uhbaan dise.. 50 jon bidhayok loi sarkaror pora ulai ahok ...pijujush Hazarikak AIUDF ye mukhyo montri bonai dibo.. Somorthon di
@KutubUddin-ur6gt
@KutubUddin-ur6gt Месяц назад
Bideshi,bideshi nagarik aeibur to bhu bochor dhori khuna goi ache. Eak loi Cong, AJP BJP ye issue loi sarkar cholai chil kinto keijan nu Bangladeshi khedichil?Asom sukti mote aji prai50/60 bochor hoi gol atia o bedeshi Bangladeshi asenaki? Moi bhabu e ata nirbachoni issue he kewal.
@user-jn3yi3oo7p
@user-jn3yi3oo7p Месяц назад
Apuni Bartamanar Katha Kaose Ne Bhabiswatar Katha Koise CM Himanta Mahakhai??? Ji Bur Hoise Sab Himanta r Karane Hoise.Un BJPbur Akhmia Tez Nijen Pao Apunalukar Bhabiswatar Hantan Burar Katha Sinta Karak..
@KaustubhKumarGogoi
@KaustubhKumarGogoi 22 дня назад
We are doubtful on govt statement on c a a, whatever may be the no.of applicant for Indian citizenship,it is unconstitutional. When can is there to safeguard them one day or the other in far future they will enter in India and assam will be most affected. Assam accord is thrown to dustbin,safeguard of aborigin people under section6 of the accord is also thrown to the Brahmaputra. Another important point is if only 8 persons are to be included then what was the necessity of this act. The main objective is to polarisation on the basis of religion and to remain in power. Poison is poison whatever may be the dose. Actually, our simple, straightforward voters are voting this party again and again,only the voters of Jorhat gave the right answer in the last election.😊
@arabindadeka5896
@arabindadeka5896 Месяц назад
Ei aine khone asomor karane grahan hogya nahii
@prasannagogoi9335
@prasannagogoi9335 24 дня назад
অতি উত্তম৷
@eyakubali336
@eyakubali336 19 дней назад
BJP. K .borjon. Korib. Lagee. Raij .
@KaustubhKumarGogoi
@KaustubhKumarGogoi 22 дня назад
The bjp representative is trying to malign others with false allegations. It is a serious case the people came out to the street spontaneously to protest against it. Secondly,in far future that no huge no.of people will not enter in to assam,india,there is no gaurantee. Thirdly,no concrete,authentic proof of torture in that country is also necssary,our contry has no such machinery to verify the torture on him or her. One may easily get citizenship in india. His or her false may have to be admitted,it is very likely
@user-nr8ln6lw7i
@user-nr8ln6lw7i Месяц назад
Dharma nirapekhya Manee ki baro ?
@KutubUddin-ur6gt
@KutubUddin-ur6gt Месяц назад
That hindus are where now? Bongali basa increase hoi ye ache,Assamese manuhar citar bisoy. Prokito bohira got kun miya ne bongali?
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe Месяц назад
Cam nai
@JaynalAbdin-jj6xy
@JaynalAbdin-jj6xy 5 дней назад
Mesuleya mukhu mntri
@KutubUddin-ur6gt
@KutubUddin-ur6gt Месяц назад
Atiya samoy hal musalmamn. Karon musalman hal minority tar babe neki BJP ye musalmanok ane dur bebohar korise, prosnohal muslim Rastoy CAA anibo ne nai muslimor babe like hindur dore?
@BabitaPokhrel-so5vb
@BabitaPokhrel-so5vb Месяц назад
Bjp sarkar kam nai falthu ledar
@user-px4fc8lf6o
@user-px4fc8lf6o Месяц назад
Mama mamu nai
@SimonTopnoOfficial
@SimonTopnoOfficial Месяц назад
BJP zindabad zindabad zindabad
@user-bc1tu6fe2d
@user-bc1tu6fe2d Месяц назад
Bjp go back
Далее
МЕГА МЕЛКОВЫЙ СЕКРЕТ
00:46
Просмотров 488 тыс.