Тёмный

ডাঙৰ খবৰ।মহাবিপদত হিমন্ত বিশ্ব শৰ্মা।বহা চকীতে বহি থাকিল দিগন্ত কলিতা।/virel news 

Shyamal's vlogs
Подписаться 179 тыс.
Просмотров 91 тыс.
50% 1

Опубликовано:

 

23 окт 2024

Поделиться:

Ссылка:

Скачать:

Готовим ссылку...

Добавить в:

Мой плейлист
Посмотреть позже
Комментарии : 112   
@TarunKumar-oo8nc
@TarunKumar-oo8nc 2 месяца назад
হিমন্ত বিশ্ব শৰ্মাক নীতি-নিয়মেৰে খেদিব লাগে নহলে দেশ যাব।
@bhabendoley6151
@bhabendoley6151 2 месяца назад
সন্দেহ হৈছে প্ৰভু।কব কিবা কৰে কিবা। নহলে কা আনিছে কিয়? ঘোৰ কলি যোগ ভৰি দিলে।কলিতা ডাঙৰীয়া হক মুখ্য মন্ত্ৰী হওঁক আশা বিশ্বাস এৰিছো।
@swarnapachani4653
@swarnapachani4653 2 месяца назад
সুন্দৰ মন্তব্য কৰিছে।
@bharatboruah2026
@bharatboruah2026 2 месяца назад
বি জে পি এ জি পি অসমৰ ইতিহাসত এদিন অসমীয়া জাতিৰদোহী হিচাবে পৰিগণিত হব
@abdulkhalequemondal9591
@abdulkhalequemondal9591 2 месяца назад
Right.
@lnbora7529
@lnbora7529 2 месяца назад
Sundar katha
@RanidharTalukdar
@RanidharTalukdar 2 месяца назад
২০২৬ত নিৰ্বাচনত জয়ী হবৰ বাবে মূখ্যমন্ত্ৰী এ মেৰুকৰণ কৰিব বিচাৰিছে।
@pankajkonwar2211
@pankajkonwar2211 2 месяца назад
একেবাৰে ৰাজনৈতিক ভাৱে সত্য কৰিব লাগে ১০,১২ জন মান বিধায়ক মন্ত্ৰীক তেতিয়া হে আমাৰ অসমলৈ কিছু ভাল ৰাজনীতি হব
@khargeswarbaruah8139
@khargeswarbaruah8139 2 месяца назад
ধন্যবাদ ময়ুৰ বৰা ডাঙৰীয়া।
@KaustubhKumarGogoi
@KaustubhKumarGogoi 2 месяца назад
Good speech by Mayur borah, but will the govt accordingly.
@rajuboruah3183
@rajuboruah3183 2 месяца назад
এয়াই ৰাজনিতী ।
@simadas80
@simadas80 2 месяца назад
দিগন্তক টকঢত ভাল নেলাগে
@Surenchutia-u2w
@Surenchutia-u2w 2 месяца назад
Himantai Amak khatam dile
@pranabkhakhalary539
@pranabkhakhalary539 2 месяца назад
আমাৰ নেতা সকলে কোনেও জাতিৰ কথা চিন্তা নকৰে এয়া আমি তেওঁলোকৰ কথা আৰু কাৰ্যত দেখি আহিছো। আমাৰ চুবুৰীয়া ৰাজ্যৰ কথা চাওঁক যাক আমি জংগলী বুলি কৈছিলো। তেওঁলোকৰ নেতা বিলাক জনসাধাৰণৰ কথা শুনে, যদি জনসাধাৰণৰ স্বাৰ্থত আঘাত দিয়ে তেন্তে তাৰ ফল ভোগ কৰিব লগীয়া হয় সেই কাৰণে তেওঁলোকে সদায় জনসাধাৰণৰ কথা শুনে।
@jadavnath4360
@jadavnath4360 2 месяца назад
দিগন্ত কলিতাই ইমান ডাঙৰ সমস্যা এটাৰ বিষয়ে ঢুকি পাব যে সন্দেহ আছে।
@KutubUddin-ur6gt
@KutubUddin-ur6gt 2 месяца назад
Good, atiya aru easy hobo Bangladeshi Asoamot onar babe kionu CAA rsapon yaei.
@zakiruddinahmed
@zakiruddinahmed 2 месяца назад
We. Love assam
@AbulSarkar-zw7js
@AbulSarkar-zw7js 2 месяца назад
মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ সমৰ্থক সকলৰ সপক্ষে থাকি মিয়া মুছলমানৰ ছাফা কৰনত সহায় কৰিবলৈ সাজু আছো আৰু মিয়া সকলৰ মাটি কিৰ্তন ঘৰৰহে আছিল বুলি ভাবোঁ এই মটি কীৰ্তন ঘৰৰ নামত দিবলৈ যত্ন কৰিব লাগে।
@TulendraSaikia-tj1hn
@TulendraSaikia-tj1hn 2 месяца назад
হেমন্ত ছাৰে কোৱা কথাবোৰ সত্য। বৰষুন অহাৰ আগেয়ে জাপি বিছাৰী থোৱা দৰকাৰ
@shyamolikabora2924
@shyamolikabora2924 2 месяца назад
আগত কঙগেছ এতিয়া বি জে পি একেই কাৰণ মানুহ একেই পাৰ্টি বেলেগে গতিকে অসমৰ উন্নতি নহয়
@dilipmahanta8479
@dilipmahanta8479 2 месяца назад
Old wine in new bottle.
@mamlahon7313
@mamlahon7313 2 месяца назад
Mojjjja lagil❤
@anupbarua9284
@anupbarua9284 2 месяца назад
বাংলাদেশ ৰ ঘটনা অসম তথা উত্তৰ পূব ৰ সকলোবোৰ ৰাজ্য ৰ বাবে চিন্তনীয় বিষয়।
@AbulSarkar-zw7js
@AbulSarkar-zw7js 2 месяца назад
মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেশৰ স্কুল কলেজ বোৰ একেবাৰে বন্ধ কৰি দিব লাগে যাতে কোনো মানুহ জ্ঞান প্ৰাপ্ত হ'ব নোৱাৰে।
@amrahman797
@amrahman797 2 месяца назад
Bangladesh r kotha imman digoliya describtion diya ki proyojon…Nijor State Jati mati r uporot hobo lage ??
@rajuhazarika6583
@rajuhazarika6583 2 месяца назад
অসমৰ মুখ্যমন্ত্ৰী হিচাবে সঁচা কথা কৈছে
@thepoliticalawareness1021
@thepoliticalawareness1021 2 месяца назад
1st Part. অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়। অসমৰ Future Generation সংকটত আছে। ৰাভা ছোৱালী কেইজনীক কিদৰে হত্যা কৰি গছত ওলোমাই থৈছিল analyze কৰক? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়। যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।* Note: *আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।* ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত?? কিছুমান Secular এ খুব উজনি অসমৰ কথা কয় কিন্তু আপুনি আচৰিত হব উজনি মানে কেবল যোৰহাট আৰু শিৱসাগৰ চাগে????? 2nd Part in reply section
@thepoliticalawareness1021
@thepoliticalawareness1021 2 месяца назад
2nd Part. যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া অসম ভাৰতৰ এখন আগশাৰী ৰাজ্য আছিল Revenue দিশত। ডিব্ৰুগড় Asia ৰ দ্বিতীয় ধনী জিলা আছিল। কিন্তু আগৰ তেতিয়াৰ কেন্দ্ৰ চৰকাৰে অসমৰ টকাৰে বাহিৰৰ ৰাজ্যত কাম কৰিব ধৰিলে। তাৰ ফলত বাহিৰৰ ৰাজ্যত ভাল Highway হল, ৰেল হল, University হল, Research Institution হল, Industry হল। কিন্তু অসমৰ ৰাইজে Central University ৰ বাবেও আন্দোলন কৰিব লগীয়া হৈছিল। সেই সময়চোৱাত যিহেতু অসমীয়া মানুহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি মোহভংগ হৈছিল, সেইসময়ত Secular মানুহৰ মৰমৰ বাংলাদেশী মূলৰ মানুহ খিনি আগবাঢ়ি আহিছিল নিৰ্বাচনত সহায় কৰিবলৈ। অসমৰ ৰাইজে বিভিন্ন সমষ্টিত অস্বাভাবিক ভোটাৰ বাঢ়ি যোৱা দেখা পাইছিল? চৰকাৰী মাটি, বনাঞ্চলৰ মাটি, বিলৰ মাটি কতো বাদ নপৰিল দখল হবলৈ? ডুবাইত অথবা UAE ত তাৰ লোকেল মানুহ কেবল 11.6%। বাকী 88.4% বিদেশী। কিন্তু তেওঁলোকে কেতিয়াও citizenship নিদিয়ে বিদেশীক। আনকি ঘৰ/Flat কিনিলেও তাৰ ownership নাপাই। 99 years ৰ lease হে পাই। যদি বেয়া কাম কৰে তেনেহলে চৰকাৰে lease agreement cancel কৰি দিব পাৰে? আমাৰ অসমত অসমীয়াৰ জনসংখ্যা সাংঘাটিক কম গতিকে অসমত বাহিৰৰ মানুহক (হিন্দু + মুছলিম) Work Permit হে দিব লাগিছিল না কি Citizenship। বাংলাদেশত বৰ্তমান হিন্দু সকলক ৰাক্ষসৰ দৰে আক্ৰমণ কৰিছে কোনো কাৰণ নোহোৱাকৈ। ভাবি চাওক অসমত যেতিয়া অসমীয়াৰ জনসংখ্যা 50% ত কৈ কমি যাব তেতিয়াৰ পৰা কি হব। ভাৰত যদি Secular দেশ হল হয় তেনেহলে ভাৰতত কিয় Uniform Civil Code নাই। বাকী Secular দেশত UCC আছে আৰু Muslim Personal Law Board নাই। ভাৰতৰ দৰে Secular দেশত কিয় আছে? নে Secular শব্দ টো মানুহক বিভ্ৰান্তি কৰিব আছে নেকি? Secular মানুহক বুজাই একো লাভ নাই। জোৰ পুৰি হাত পালে, এতিয়া হাতো জ্বলি আছে তথাপিও
@AbulHussain-dl6og
@AbulHussain-dl6og 2 месяца назад
​@@thepoliticalawareness1021Buronji r poisa xini basi gol de....
@abulbasarmohiuddin6993
@abulbasarmohiuddin6993 2 месяца назад
Very good comment
@binabora5025
@binabora5025 2 месяца назад
Good news 👍❤️
@pankajkumarrajkhowa
@pankajkumarrajkhowa 2 месяца назад
The situation in bangladesh is dueto to the provocative words ofhimanta bishasarma
@borntobeunique5582
@borntobeunique5582 2 месяца назад
ঠগিলোং ফগিলোং,-------++++ঠগিলোং অসমিয়াক।
@simantanath7941
@simantanath7941 2 месяца назад
Good sir
@rakeshboro7289
@rakeshboro7289 2 месяца назад
Himanta hotao Assam bosao
@birendrahazarika7327
@birendrahazarika7327 2 месяца назад
আমি ও চিন্তিত। অসমৰ ১৪ জন সাংসদ দল মত নিৰ্বিশেষে কোনো এটা বিষয় লৈ একেলগে কেন্দ্ৰীয় চৰকাৰক স যোৰে ক'ব নোৱাৰে ।
@manjugohain6786
@manjugohain6786 2 месяца назад
অসম আৰু অসমীয়াৰ স্বাৰ্থৰ বাবেই বাংলাদেশৰ শৰনাথী যাতে অসমত সোমাই আহিব নোৱাৰাটো অধিক গুৰুত্ব দিব লাগে । কাৰণ সেই সকল হিন্দুৱে হ ওক বা মূছলীমেই হওক । কাৰণ বিদেশী বিদেশী য়েই ।
@jyotiprovachangmai6385
@jyotiprovachangmai6385 2 месяца назад
Go.. Back... BJP..
@puspadhardowarah1932
@puspadhardowarah1932 2 месяца назад
মই বাংলাদেশী বিৰোধী;কিন্তু মুছলমান বিৰোধী নহয়!
@jyotiprovachangmai6385
@jyotiprovachangmai6385 2 месяца назад
Right. .
@jhoondeka8568
@jhoondeka8568 2 месяца назад
Bjp কেইটাই কেৱল নিজৰ পৰিয়ালৰ উন্নতিৰ কথা চিন্তা কৰে। ইহঁতৰ নিজস্ব তা নোহোৱা হৈছে।
@muhiburrahman3942
@muhiburrahman3942 2 месяца назад
MOST welcome to all of you so much for important Speeches, information's carried out toward's Assam as well as INDIA Congratulations Thanking you yours faithfully sencerly to all of you so much gratitude. THANKING you yours sincerely.
@monuwarabegam5708
@monuwarabegam5708 2 месяца назад
এনেই বুঢ়ী নাচনী পোতেকৰ বিয়া বুঢ়ী আইৰ নে নাচিব কিয়া মুখ্য মন্ত্ৰী হিন্দু মুছলমান লৈ ৰাজনিতি কৰিয়েই ভাল পাই
@JayantakonworKonwar
@JayantakonworKonwar 2 месяца назад
Digonto Lolita,kotha khwa aku lakam ni ,,,,,,,,
@nijeshray2303
@nijeshray2303 2 месяца назад
হিন্দু হওক মুছলিমেই হওক কোনো বিদেশী যাতে অসমত প্ৰবেশ কৰিব নোৱাৰে সেইটো ব্যৱস্থা কটকটীয়া কৰক ৷ অসম চৰকাৰেও সৰ্বদলীয় বৈঠক কৰিব লাগে লগতে অৰাজনৈতিক দল সংগঠনবোৰক লৈ সৰ্বদলীয় বৈঠক অতি সোনকালে কৰিব লাগে ৷ যাতে বাংলাদেশী আৰু আহিব নোৱাৰে ৷
@HasmatAli-y7z
@HasmatAli-y7z Месяц назад
😮
@syedforidhussain90
@syedforidhussain90 2 месяца назад
CM internally fowred Mslim dee
@shekarchetry1452
@shekarchetry1452 2 месяца назад
Himanta sir re pratham parjayat nibanuwa shyamaya hamadhan karak sun.
@DilipGogoi-x2h
@DilipGogoi-x2h 2 месяца назад
পগলা কুকুৰৰ কথাত গুৰুত্ব দিব নালাগে
@devagogoi5567
@devagogoi5567 2 месяца назад
Obidho pojonmo nohoi oboiddho jonmo hoise
@dipankarkhargharia9952
@dipankarkhargharia9952 2 месяца назад
GUJORAT POTHAI DIBO LAGE
@jogenkalita4268
@jogenkalita4268 2 месяца назад
বেছিভাগ সাংবাদিকে বেপাৰী ৰাজনীতিত সোমোৱাঢযেন অনুভৱ হয়।
@Surenchutia-u2w
@Surenchutia-u2w 2 месяца назад
Diganta faltu
@pankajkonwar2211
@pankajkonwar2211 2 месяца назад
মানুহ একে কেইটা আগত কংগ্ৰেছ এতিয়া বিজেপি গতিকে তেওঁ লোকৰ পৰা একো আশা কৰিব নোৱাৰি অসমৰ জনতাই বুজি লোৱা ভাল এইকেইজনক ৰাজনৈতিক ভাৱে পঙ্গু নকৰালৈকে অসমত ভাল দিন নাহিব
@jyotiprovachangmai6385
@jyotiprovachangmai6385 2 месяца назад
Diganta... BJP... Go.. Back..
@BiswajitDas-ew3xi
@BiswajitDas-ew3xi 2 месяца назад
By by mama 26ot
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 2 месяца назад
দুই তিনিমিনিট কত বোলি পাব,
@dilipmahanta8479
@dilipmahanta8479 2 месяца назад
আছুৰ 1979 ৰ সকীয়নি প্ৰাসংগিক আছিল।
@bhogeswarsaikia1520
@bhogeswarsaikia1520 2 месяца назад
Sheikh hasinai Norendra Modir dorei sarkar cholaichil...Bharotot RSS ek reservation dibor babe sheshta kori ahise Bharotot paper leak, Agniveer yojona, MSP, GST, jatigot gonona adir babe jonota Rajpotholoi uliyai ahi sangshod Bhawan aru prime Minister residence kobja koribo lage
@rajuhazarika6583
@rajuhazarika6583 2 месяца назад
অসমৰ মুখ্যমন্ত্ৰী হিচাবে সঁচা কথা বোৰ কৈছে, অসমত জদি ক গেছ চৰকাৰ গঠন কৰে অসম ৰসাতলৈ জাব
@rupjyotigogoi8413
@rupjyotigogoi8413 2 месяца назад
আমি কেনেকৈ মানিম মূখ্যমন্ত্ৰী ৱে সজা কথা কয় বুলি ক্্গএছত থাকোঁতে গুজৰাটৰ পানী পানীপাইপৰ কথা নিজৰ ৰাজনৈতিক স্বাৰ্থত কোৱা নাছিল নে ?
@jyotiprovachangmai6385
@jyotiprovachangmai6385 2 месяца назад
😂go.. Back.. BJP..
@harshitkishorlaskar
@harshitkishorlaskar 2 месяца назад
ফটোৱা দুটাৰ কথা নোশুনো ।
@BhaskarKolita-bu4nq
@BhaskarKolita-bu4nq 2 месяца назад
Don't judge Assam! Right word.
@bijoygoswami6907
@bijoygoswami6907 2 месяца назад
চি এমে একেবাৰে সচা কথা কৈচে! ১০ জন নঅসমীয় ১০০ জন খিলনজীয়া থকা গাৱত থাকিব পাৰে। কিন্তু ১০ জন খিলনজীয়া ১০০ জন নঅসমীয়া থকা গাৱত বাহ কৰিব নোৱাৰে! অসমত বহু উদাহৰন আচে। আমাৰ অতি জ্ঞানী মহীশয় সকলে এনে কথা বোৰ নেদেখে? খিলনজীয়া লোক সকল সাৱধান হবৰ হল! নহলে অখিল লুৰিন হতে(কম বয়স) কিছু বছৰৰ পাচত নঅসমীয়া এজনক মূখ্য মন্ত্রী পাতিবলৈ বাধ্য হব। মহাশয় সকলে জন্ম নিয়ন্ত্রণ ৰ বিষয়ে আলোচনা কৰিব লাগিছিলে?
@bhogeswarsaikia1520
@bhogeswarsaikia1520 2 месяца назад
Aji wafs board songshudhonor uporot ekhon bill parliament oloi anise...ji khon NDA sohojugi dol JDU aru Telegu dedhom dole birudh korise...jitu udoroniyo kotha
@RanidharTalukdar
@RanidharTalukdar 2 месяца назад
ছাগলী টো ক আপোনালোকে কিয় মাতে?
@vivekhazarika
@vivekhazarika 2 месяца назад
why every where Assam n Assamese is suffering,,,in assam assamess people is minority ,,,why,,,? whois responsible for that.
@bhabendoley6151
@bhabendoley6151 2 месяца назад
প্ৰথমে ১৯৫১, দ্বিতীয় ১৯৭১চনৰ মাৰ্চ মাহ, বি যে পি আহিল ২০১৪ চনলৈ নাগৰিক পাব পাৰিব।লগত কা লা গো ।অৰ্থাৎ বুজিবলৈ বাকী থাকিলে জানো। শেষ অসম ৰকা তল গল ।১৯৪৩ চনৰ আগতে যিমান বাংলাদেশী আহিল, এতিয়া ডবল হব,সোমাব।
@abinashkalita6415
@abinashkalita6415 2 месяца назад
Thikadarok thikar Katha xudhok belg ki janibo
@NilimadasDas-j5f
@NilimadasDas-j5f 2 месяца назад
Songbad melkhan pata bhal haise.
@anupbrahma2967
@anupbrahma2967 2 месяца назад
Alsona , Bangladesik loipelai votebank koribo Lage ne nai ??? Khomotar kotha Bhai , aamibur Buji nepaon . 🤗🤗🤗🤗
@robiroy2771
@robiroy2771 2 месяца назад
26 nirvachanat C.M Or nak kan kata jaba aitu hasa .karon jorhat Lok Sabha Nirvachanot human toka kharab kari sa tar tini bhag toka worker pokatat humaisa .gatika hata to sure asil .
@prasantasaikia6881
@prasantasaikia6881 2 месяца назад
Assam andolan haote kiman akomia deka morile?
@ashimpanyang9253
@ashimpanyang9253 2 месяца назад
Who is diganta kalita .we don't know who is he
@JayantaChoudhury-x6l
@JayantaChoudhury-x6l 2 месяца назад
Bangla. Dasi Bangla . . Dasi Dayar Katha nahe
@jugalnath6635
@jugalnath6635 2 месяца назад
মুখ্যমন্ত্ৰী মুৰ্খমন্ত্ৰীত পৰিণত হল।দিগন্ত কলিতাক উলিয়াই পঠিয়ালেহে আলোচনা ভাল হব।
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 2 месяца назад
৬ নম্বৰ দফা কাৰ্য্যকৰি কৰক
@DuluGogoi-hk5yp
@DuluGogoi-hk5yp 2 месяца назад
হিন্দু বাঙলা লোকক ভাৰতলৈ আনি হিন্দু ধৰ্মৰ লোক ভাৰতত বেছি হ'ব তেতিয়া কি হ'ব বাৰু ?বাংলা দেশৰ বাবে ইমান আলোচনা কিয় বাৰু ?
@PrethiirrajRayh-bw5bk
@PrethiirrajRayh-bw5bk 2 месяца назад
Rss k jamat tul ullar logot tulana karib sahas karise sanatani k ihat tak bahiskar karak aneka chanbnel nalage jiye desh birodhi kotha suni sup sap thakib pare rss jindabad aru texetak jai hind ,bharat mata ki joi kab diyak jadi kai mai sam.
@nijeshray2303
@nijeshray2303 2 месяца назад
আৰ এছ এছ ক পঠিয়াই দিয়ক টকচত আলোচনা কৰ লাভ নহব ৷ মোকাবিলা কৰক ৷
@nagankalita6471
@nagankalita6471 2 месяца назад
Stop communalism in assam Assamese nation is facing critical situation
@ramenchpatowary5693
@ramenchpatowary5693 2 месяца назад
Kak kak mate ??
@syedforidhussain90
@syedforidhussain90 2 месяца назад
CM a Muslim sakalak assam k Muslim Rajya banuar babe rassd jugaise
@PrethiirrajRayh-bw5bk
@PrethiirrajRayh-bw5bk 2 месяца назад
Guti kah
@bipulsonowalbipulsonowal5129
@bipulsonowalbipulsonowal5129 2 месяца назад
B j p pagol pagol kitak gorot goi pitib lagib mama pijus aru pagol ase logot seleki taka borok
@jayantadutta1024
@jayantadutta1024 2 месяца назад
আনৰ video লৈ কষ্ট নকৰাকৈ এনেকৈ video upload কৰাটো good idea😂
@Mama-xm9qu
@Mama-xm9qu 2 месяца назад
Bea paiseni sai bea pale kob
@upendrakalita9054
@upendrakalita9054 2 месяца назад
Mushalman biddeshi tahat kalita baba. Teolokar sintat mu ghomab laga ki ase. Nijak basowa . Bangladeshar prati darad kihor..... Eiya jati-mati raksha ne bangla deshar nagorik ani ani nijar vote barabo man......? O baba
@shriatiramrabha9388
@shriatiramrabha9388 2 месяца назад
আহি আছে বাংলাদেশী জন বন্যা ।BJP জিন্দাবাদ।
@bijoykumarsingha7428
@bijoykumarsingha7428 2 месяца назад
Miya are do not assamese. Only silanjia is Aasamse and Indiana
@mridulsaikia3585
@mridulsaikia3585 2 месяца назад
Apuni lunar video bur kia dia?
@Mama-xm9qu
@Mama-xm9qu 2 месяца назад
News bilakeo die lukor vdo nai dekani
@nayanmoni2
@nayanmoni2 2 месяца назад
BJP jindabad
@SimantaBorah-xd9gt
@SimantaBorah-xd9gt 2 месяца назад
Crongess bur eaku Dal nai. Ai sobe enai enai bokisa. 8/9 years pora aji 40 years Pala goi aku adal ai dakhi napalau.
@azizuddinahmed3965
@azizuddinahmed3965 2 месяца назад
PK r mukhat pratham ulaisil (akhoni sonket )buli pogola mukh lagise.
@azizuddinahmed3965
@azizuddinahmed3965 2 месяца назад
Dorkari photo horukori kenarot mesikihahire bhoyankor poto kele kela hero huwar eacha neki.
@puspadhardowarah1932
@puspadhardowarah1932 2 месяца назад
মই বাংলাদেশী বিৰোধী;কিন্তু মুছলমান বিৰোধী নহয়!
Далее
That was too fast! 😲
01:00
Просмотров 3,4 млн
Cool Wrap! My Book is OUT 🥳
00:27
Просмотров 1,7 млн